'ৰেন মৌ'ত আইচেংফাৰ স'তে মুক্তি পাবলগীয়া নতুন অসমীয়া চলচ্চিত্র "চিলনী চোৰ"ৰ অভিনেতাদ্বয়

Поділитися
Вставка
  • Опубліковано 26 жов 2024

КОМЕНТАРІ • 114

  • @bristihazarika3592
    @bristihazarika3592 2 місяці тому +4

    আপোনাৰ কথনশৈলীয়ে মুগ্ধ কৰে বা! বুকু জুৰ পৰি যায়! তাতে দুয়োগৰাকীয়ে প্ৰিয়। দুয়ো খুব মৰমৰ! সৰল আৰু স্পষ্টবাদী! এতিয়াটো আপুনিও মৰমৰ!

  • @arpansvlogs5930
    @arpansvlogs5930 2 місяці тому +7

    Choreography ফালৰ পৰা উদয় দা সদাই প্ৰিয় আৰু অৰুণ দা ধেমেলীয়া অভিনয় বোৰ বৰ প্ৰিয় সেই বাবে সকলোৰে চিনাকি অৰুণ দা...আৱাহন থিয়েটাৰ ardhangini নাট খনৰ নাম লোৱা বাবে ভাল লাগিলে , ধুনীয়া বাৰ্তা প্ৰেৰণ কৰিছে দৰ্শক বাবে নতুন প্ৰজন্ম বাবে, আৱাহন সদাই প্ৰিয় মোৰ...শেষত যাত্ৰা আগুৱাই গৈ থাকক ❤❤🎉

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc 2 місяці тому +7

    অৰুণ হাজৰিকা এজন অদ্বিতীয় অভিনেতা, যেনেকুৱা চৰিত্ৰ নহওঁক তেওঁ সদায় জীৱন্ত ৰুপত ৰূপায়ণ কৰে।উদয় শংকৰ সমানেই ভাল লগা শিল্পী। নৃত্য গীতৰ লগতে তেওঁৰ অভিনয়ে আমাক বিভিন্ন সময়ত হাঁহিৰ খোৰাক যোগায়ছে। তেওঁ লোকৰ আহিবলগীয়া চিলনী চুৰ নিশ্চয় চাবলৈ যাম।ভালে থাকক সদায় তাকে কামনা কৰিলোঁ 🙏🏻🙏🏻🙏🏻। ধন্যবাদ আইচেংফা,যাত্ৰা আৰু আগুৱাই যাওক 🙏🏻🙏🏻🙏🏻

  • @s.kcomrades3897
    @s.kcomrades3897 2 місяці тому +3

    সঁচাকৈ, প্ৰতিটো খণ্ডই চাবলৈ চেষ্টা কৰোঁ আৰু খুব বেছিয়ে ভাল লাগে। আজিও চাই খুব ভাল পালোঁ আৰু লগতে বহু কথাই শিকিব পাৰিলোঁ।🎉❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 місяці тому +6

    অতি সুন্দৰ আৰু সময়োপযোগী আলোচনা। দুয়োগৰাকী অসমীয়া চলচ্চিত্ৰ জগতৰ মহান অভিনেতা আৰু নৃত্যশিল্পী লৈ আমাৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। দুয়োগৰাকী অসমীয়া চলচ্চিত্ৰ জগতৰ মহান কলা কুশলীৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। দুয়োগৰাকীৰ কুশল কামনা কৰিলো।

  • @chandramabharali1
    @chandramabharali1 2 місяці тому +3

    তিনিওগৰাকী মোৰ খুউব প্ৰিয়❤ এগৰাকী প্ৰিয় অভিনেতা তথা ব্যক্তিত্বশীল ব্যক্তি, এগৰাকী প্ৰিয় নৃত্যশিল্পী তথা অভিনেতা আৰু এগৰাকী প্ৰিয় অভিনেত্ৰী তথা অনুষ্ঠানৰ আঁতধৰোঁতা🥰তিনিওৰে সু-স্বাস্থ্য কামনা কৰিলোঁ🙏

  • @binahandique5456
    @binahandique5456 2 місяці тому +3

    আইচেঙফা তোমাৰ এই যাত্ৰা প্ৰগ্ৰেম টো মই প্ৰতিটো খণ্ড চাও বৰ ভাল লাগে। তোমাৰ কথা শুধা ধৰণটোও বহুত ভাল লাগে। আইচেঙফা তুমি সাঙবাদিক এনজেলা চআঙমআইক এই যাত্ৰা অতিথি কৰি আনিবাচোন তেখেতৰ পৰাও আমি জানিব লগা বহুত আছে ধন্যবাদ তুমি আৰু আগ বাঢ়ি যোৱা তাকে কামনা কৰিলো।

  • @subrataarandhara7642
    @subrataarandhara7642 2 місяці тому +9

    বহুত বহুত ভাল লাগিল চাই ❤ আপোনাৰ যাত্ৰা আৰু আগুৱাই যাওক🙏 Lot's of Love From Sivasagar ❤❤

  • @DiptiSharmaBaruah
    @DiptiSharmaBaruah 2 місяці тому +1

    ইমান যে ভাল পাওঁ দুয়োজনকে৷ মানে তিনিওজনকে৷ আপোনালোক সুস্বাস্থ্যৰে কুশলে থাকি মনৰ জোখাৰে সুখী হওক ❤❤❤

  • @r.hazarika9231
    @r.hazarika9231 2 місяці тому +1

    এই অনুষ্ঠানত অংশগ্ৰহণ কৰা দুয়োগৰাকী প্ৰিয় অভিনেতা, প্ৰিয় কৰিঅ'গ্ৰাফাৰ , লগতে তুমি ইমান সুন্দৰ কৈ তেখেত সকলৰ মনৰ অনুভৱ খিনি জানিবলৈ আমাক উপহাৰ দিছা। অনুষ্ঠান টি চাই বহুত ভাল লাগিল।

  • @narayan4416
    @narayan4416 Місяць тому

    খুব সুন্দৰ বাৰ্তা, শুনি খুবেই আনন্দিত।
    আগলৈ আৰু সুন্দৰ যাত্ৰা অতিক্ৰম কৰিব বুলি আশা ৰাখিলোঁ।🪔❤️🙏

  • @দুলু-ণ৭গ
    @দুলু-ণ৭গ 2 місяці тому +1

    বহুত ভাল লাগিল।মাত্ৰা অনূষ্ঠানৰ পৰা শিকিব পাৰি।যাত্ৰালৈ বহুত বহুত শুভেচ্ছা জনালোঁ 🙏

  • @VishalSharma-dy6rv
    @VishalSharma-dy6rv 2 місяці тому +6

    হয়টো যাত্ৰা ৰ প্ৰথম টো খণ্ডৰ পৰা বৰ্তমানলৈকে অনুৰাগী কিন্তু এটাই কথা সঁচা অৰ্থত অসমীয়া শব্দৰ উচিত ব্যৱহাৰ বাৰ দ্বাৰা ভালে থাকা তুমি বা❤

  • @utpalgogoi4875
    @utpalgogoi4875 2 місяці тому +2

    অতি সুন্দৰ আগলৈ পাই থাকিম বা

  • @krishnagharphalia9086
    @krishnagharphalia9086 2 місяці тому +10

    আইচেংফা বা আৰু এজন বিখ্যাত অভিনেতা আছে তপন দাস ডাঙৰীয়াক মাতিবচোন।।।। ❤

  • @karobigogoi1963
    @karobigogoi1963 2 місяці тому +2

    Khubei priyo byokti 2jon❤❤

  • @hiyamonigoswami3175
    @hiyamonigoswami3175 Місяць тому

    যাত্ৰা সদায়ে প্ৰিয়। তপন দাস চাৰৰ পডকাস্ত এটা লবলৈ অনুৰোধ থাকিল। আপোনাৰ কথনশৈলী আৰু আঁত ধৰোতা হিছাপে আপুনি ব্যতিক্ৰম। আপোনাৰ অনুষ্ঠানৰ জৰিয়তে তপন দাসৰ জীৱনৰ বিষয়ে আৰু অধিক জানিব পাৰিম লগতে অসমীয়া চলচিত্ৰ জগতক তেখেতৰ দৃষ্টিভংগীৰে বহুত কথা জানিব পাৰিব সকলোৱে।

  • @gyandeepnath3600
    @gyandeepnath3600 2 місяці тому +1

    দুয়োগৰাকীয়েই খুব আদৰৰ শিল্পী ❤ অকণমান ব্যস্ততাৰ বাবে অকমাণ অকমাণকে চাই চাই আজি শেষ কৰিলোঁ গোটেই খণ্ডটি । বিশেষকৈ শেষত আইচেংফা বাৰ চকুপানী খিনিয়ে বহুত কিবাকিবি কৈ গʼল । “যাত্ৰা” সঁচাকৈ আনতকৈ সুকীয়া, পৃথক আৰু বিশেষ । যাৰ বাবে হয়তো সেই প্ৰথম খণ্ডটিৰ পৰা এতিয়ালৈকে এটা খণ্ডও নোচোৱাকৈ থকা নাই । হয়তো কেতিয়াবা ব্যস্ততাৰ বাবে চাওঁতে অকমাণ দেৰি হ‌য় । কিন্তু আটাইবোৰেই চাইছোঁ । শেষত কওঁ , অনাগত দিনবোৰতো “যাত্ৰা”ৰ এই যাত্ৰা অব্যাহত থাকক । নতুন নতুন অতিথিৰ ভাল ভাল কথাৰে, গীতেৰে , সুৰেৰে “ৰেন মৌ” জীপাল হওঁক । সদায় “যাত্ৰা”ৰ সহযাত্ৰী হৈ থাকিম । “যাত্ৰা”ৰ গোটেই পৰিয়াললৈ শুভকামনা আৰু মৰম যাচিলোঁ ❤️ মৰমৰ আইচেংফা বালৈ মৰম ❤

  • @manishadeka6600
    @manishadeka6600 2 місяці тому +9

    প্ৰিয় ব্যক্তি আহিছে আজি দুয়োজন🙏🙏।

  • @PrinceDhunu-nt6xk
    @PrinceDhunu-nt6xk 2 місяці тому +2

    বহুত ভাল লাগিল।

  • @Pollob___Gogoi
    @Pollob___Gogoi 2 місяці тому +1

    Ba tumar episode bur sai mur bohut vall lage 😢😢😢
    Bohutu nojona kotha hikibo pau tumar episode bur sai 😊😊😊
    Aru tumar aiii REN MOU tt goi live sabole mon jai ....😢
    Moi golaghator pora sai asu baa .... aru jen anekoi notun notun manuhor jibonor kotha amar agot prokakh korai jua

  • @utpalakalitabharali755
    @utpalakalitabharali755 2 місяці тому +1

    Bahut Bahut vhal lagil Ba.Arun sir aaru Udoi sir aapunaluk hodai eke dorei thakok❤

  • @MinakhiGogoi-q6m
    @MinakhiGogoi-q6m 2 місяці тому +2

    তোমাৰ কথা বোৰ সঁচা কৈ বহুত ভাল লাগে

  • @MinakhiGogoi-q6m
    @MinakhiGogoi-q6m 2 місяці тому +1

    বহুত ভাল লাগিল।।

  • @simantagogoiart6715
    @simantagogoiart6715 2 місяці тому +1

    বহুত বহুত ভাল লাগিল ❤

  • @niludeka6591
    @niludeka6591 2 місяці тому +1

    Ajir anusthan tu bor Val lagil asolote Aaichengfar Jatra anusthantu a val loga ei anusthantu aru agbarhi jauok takei kamona korilu

  • @JCUfilm777
    @JCUfilm777 2 місяці тому +4

    বা তোমাৰ ১ লাখ subscribe হোৱা শুভেচ্ছা জনোৱাৰ লগতে সদাই নতুন নতুন ব্যক্তিৰ মনৰ কথা বোৰ আমাক উপহাৰ দিয়া বাবে আৰু আগবাহি যোৱা তুমি congratulations 🎉👏 in advance.

  • @bornaliBoruah-lt6dy
    @bornaliBoruah-lt6dy 2 місяці тому +2

    বহুত ভাল লাগিল আইচেংফা বা❤️❤️

  • @swargiarypreety2129
    @swargiarypreety2129 2 місяці тому +1

    Always keep smiling Baa ❤️ 🥰

  • @jadumonigogoi1605
    @jadumonigogoi1605 2 місяці тому +2

    শেষৰফালে কোৱা প্ৰতিটো কথাই সঁচা৷ দুয়োজন মৰমৰ শিল্পী৷ বৰ ভাললগা খণ্ড৷

  • @pdaschb
    @pdaschb Місяць тому

    বহুত ভাল লাগিল চাই।

  • @anujhazarika8838
    @anujhazarika8838 Місяць тому

    সুন্দৰ অনুষ্ঠান , সুন্দৰ অনুভব ।

  • @purobeegogoi1343
    @purobeegogoi1343 2 місяці тому +1

    Bohut besi bhal lagile. Thanks and❤you

  • @RitupanSenapoti
    @RitupanSenapoti 2 місяці тому +1

    Apunar voice tu bhut val lage baaa ❤❤

  • @bkgogoi5831
    @bkgogoi5831 2 місяці тому +1

    Bah, Eman busy thoka manuh keijonk ani eman hundar anusthan karile, vall lagill

  • @rinkukurmi4212
    @rinkukurmi4212 2 місяці тому +1

    Very positive vibes you have. Today Paresh Bora offers a xoria in our Bangalore Namghor to get blessing for his upcoming movie..All the best 🎉

  • @dipankarmahanta4437
    @dipankarmahanta4437 2 місяці тому +4

    Ba bohut vl lge apuner anusthan,,, bohut busy tr majotu tuponi khoti kori holeou sou ❤krn vl loga ati anusthan mur ❤❤❤❤❤

  • @manishadeka6600
    @manishadeka6600 2 місяці тому +4

    আজি আৰম্ভণিতেই চাই আছো দেই বা❤️❤️

  • @sunmonikonch2839
    @sunmonikonch2839 2 місяці тому +1

    Bohut val Hoisa Baa ❤ Love from Hyderabad Hi-tech City 🏙️

  • @morjinarohman7929
    @morjinarohman7929 Місяць тому

    আজি শব্দ অভাৱ নোহোৱা হৈ পৰিল। ধন্যবাদ বা আপোনাক

  • @JatinPaw
    @JatinPaw 2 місяці тому +1

    Super se upar. bohut vl lagile

  • @DebanandaDuttaBorah-mg2ko
    @DebanandaDuttaBorah-mg2ko 2 місяці тому +3

    Val
    Lage
    Duijonoke❤❤2❤❤

  • @arupdeka7830
    @arupdeka7830 2 місяці тому +1

    Dhunia nx gorima bwk lge baideo❤❤

  • @filismaahmed8092
    @filismaahmed8092 2 місяці тому +2

    Barsha baak o anibo birat vl lgibo.....ajir episode tu khub val lagile lots of love ❤❤❤❤

  • @KankonaDebajit
    @KankonaDebajit 2 місяці тому +2

    বা আপুনাৰ কথা বিলাক ইমান ভাল লাগে মই সদাই চাও যাএ

  • @DimpuGogoi-zz2ly
    @DimpuGogoi-zz2ly Місяць тому

    Uday daa always my fav❤❤❤

  • @kalpanagohain2963
    @kalpanagohain2963 2 місяці тому +1

    bht vaal lagil

  • @nilutpal5056
    @nilutpal5056 2 місяці тому +1

    Bar kotha keita bor val lage, Assamese podcast bur r best anchor apuni Ba ❤

  • @atulchetia91996
    @atulchetia91996 2 місяці тому +1

    Hundar uposthapan val lagil Emn hunkale hekh hl gome napalu Episode 2

  • @chimpineog6730
    @chimpineog6730 2 місяці тому +2

    Hundor

  • @MridulDutta-i5b
    @MridulDutta-i5b 2 місяці тому +2

    বাৰে বাৰে চালেও হেপাহ নপলোৱা এটি সুন্দৰ অনুষ্ঠান।সদায় জিলিকি থাকক।

  • @indianpercussionist6080
    @indianpercussionist6080 2 місяці тому +1

    Aikaijon amar moromor xilpi ❤

  • @nipubora4330
    @nipubora4330 2 місяці тому +2

    Bohut bohut val lagil

  • @digantadeka7201
    @digantadeka7201 2 місяці тому +1

    Congrats for 1L🎉

  • @madhurjyagogoi8074
    @madhurjyagogoi8074 2 місяці тому +1

    Mur vl lga dujon aaji ba lgt khub vl lagil sai

  • @BabuDas-j1n
    @BabuDas-j1n 2 місяці тому +1

    বাই তোমাৰ কথা বোৰ মোৰ বৰ ভাল লাগে ❤

  • @HasinaMannan-p2w
    @HasinaMannan-p2w 2 місяці тому +1

    বহু.............ত ভাল লাগিল।

  • @ankitadeka8485
    @ankitadeka8485 2 місяці тому +2

    Bhut vl lgil❤
    Barasha rani bishaya bak matibo sn

  • @LipikaBorchetia
    @LipikaBorchetia 2 місяці тому +2

    ভাল লাগিল

  • @jyotijyotisaikia9147
    @jyotijyotisaikia9147 2 місяці тому +3

    অনুষ্ঠানটো খুব ভাল লাগে।আজি কালি এনেধৰণৰ অনুষ্ঠানত শুদ্ধ অসমীয়া ভাষা খুব কম শুনিবলে পোৱা যায় কিন্তু এই অনুষ্ঠানটো ব্যতিক্ৰম।

  • @KalyanGogoiEntertainment
    @KalyanGogoiEntertainment 2 місяці тому +2

    যাত্ৰা সদায় বিশেষ।

  • @simantateron2927
    @simantateron2927 2 місяці тому +1

    Good❤

  • @Parishmita_deka15
    @Parishmita_deka15 2 місяці тому +2

    Uday sir ❤

  • @jitusautohub
    @jitusautohub 2 місяці тому +1

    Apunak chabua college t dekhisilu ( 2000/2001)

  • @dimpibora6436
    @dimpibora6436 2 місяці тому +1

    Congrats for 100k

  • @LuknathBoruah-i2y
    @LuknathBoruah-i2y 2 місяці тому +1

    Very nice👍👍 baa❤❤

  • @kunjogogoi579
    @kunjogogoi579 2 місяці тому +2

    Tapan dasr familyk tumar showloi matiba buli akhare rom. Baki tumak congarts janalu.

  • @Tarali999
    @Tarali999 2 місяці тому +1

    100k Baa🎉❤

  • @kshirodboruah801
    @kshirodboruah801 2 місяці тому +2

    100k subscriber... Congratulations

  • @kalyanxonowal3783
    @kalyanxonowal3783 2 місяці тому +3

    val Lage duijonoke

  • @polisaikia7674
    @polisaikia7674 2 місяці тому +1

    Baa bohut vl paw sai.... Abar anjela changmai baideuk anibo pls

  • @DipankarNath-hw8ub
    @DipankarNath-hw8ub 2 місяці тому +1

    Sir bohut Val lagila sir Arun sir....apuni ahila hudhim robo kanka apuni iman Val manuh.....apunar Dora dhoijjjo moi bisaruu hosai sir

  • @mritunjoydeka2027
    @mritunjoydeka2027 2 місяці тому +3

    ❤❤❤

  • @kaushikdas6163
    @kaushikdas6163 2 місяці тому +2

    বা পাপন দাক লাগে

  • @rantugogoi6194
    @rantugogoi6194 2 місяці тому +2

    শংকুৰাজ ৰাজকোঁৱৰ দাদাৰ বাবে 1 ta like korok

  • @BhaskarJyotiNath-d7y
    @BhaskarJyotiNath-d7y 2 місяці тому +2

    বা তোমাৰ মাট তো বহুত ধুনীয়া ভাল কৈ গান এটা গাবা চোন plz🙏

  • @MalabikaSaikia-jg3sh
    @MalabikaSaikia-jg3sh 2 місяці тому +1

    Baa Apunar vedio 2k huya pora sai asu,,,etiya goi goi 1lakh hoi gol,,kimn je val lage apunr vedio sai 1ghnta 2 ghnta kenekoi hoi jai gome napau,,,

  • @gyandeepnath3600
    @gyandeepnath3600 2 місяці тому +1

    বা, এটি অনুৰোধ কৰিব খুজিছোঁ । পাৰিলে বৰষা বাক মাতিবচোন সময় সুবিধা মিলিলে আৰু আগতীয়াকৈ জনাব । লগতে দৰ্শকৰ পৰা তেওঁলোকে সুধিব বিচৰা প্ৰশ্ন কেইটামান লʼব যদি সম্ভৱ হয়

  • @amigogoi6053
    @amigogoi6053 2 місяці тому +1

    😢😢❤❤

  • @AmritjyotiRajbongshi
    @AmritjyotiRajbongshi Місяць тому +1

    দুইজন অসমীয়া সংস্কৃতিত অৱদান থকা প্ৰিয় মানুহ দুইজন । ২জনকে ভাল পাওঁ , কিন্তু অৰুণ হাজৰিকাক বেছি ভাল পাওঁ দেই , মোৰো ঘৰ বোকাখাততে, একেখন গাঁৱৰে ইপাৰ হিপাৰত

  • @shayanikakalita4960
    @shayanikakalita4960 2 місяці тому +1

    Ufffff tiniojon val lga manuh

  • @monoranuvutiandabegmukunda1677
    @monoranuvutiandabegmukunda1677 2 місяці тому +2

    Moiu netro kaiti buli a mati vl pau ❤🥰 arun hajarika buli namto pahori a thake maje maje 😊

  • @Tarali999
    @Tarali999 2 місяці тому +1

    অৰুণ হাজৰিকা ছাৰ আগৰ দৰেই একেই আছে দেখিবলৈ ❤❤

  • @Jonak624
    @Jonak624 2 місяці тому +1

    এদিন তোমাৰ কেমেৰাৰ আঁৰৰ মানুহেই জনক দেখুৱাবা।আমিও চাব বিচাৰোঁ ❤

  • @namitagogoi7944
    @namitagogoi7944 18 днів тому

    Dui jon ai mu val loga manuh,,bar tumaloi o bohut morom

  • @bimalendudas2713
    @bimalendudas2713 2 місяці тому +1

    বৰষা বাক লাগে next

  • @SauravGogoiSaurav
    @SauravGogoiSaurav 2 місяці тому +1

    Baa Pankaj Ingti

  • @poldipneog5318
    @poldipneog5318 2 місяці тому +1

    ভাল লাগিল আজিৰ অনুষ্ঠান ভাগি কিন্তু যোৱা খণ্ডটো আজি পুনৰ এবাৰ চালো ,জনতাৰ শিল্পী গৰাকীক আকৌ এবাৰ আপোনাৰ ৰেনমৌত দেখা পোৱাৰ হেপাঁহেৰে..

  • @mrigankabora1890
    @mrigankabora1890 Місяць тому

    Sob assomia flim sau kin2 netra Kai kuar dore eibaar Bidurbhai khon nasalu.. right koise netra Kai a❤

  • @dpcreation3d
    @dpcreation3d 19 днів тому

    চুই গ'ল বা 🥹❤️🙏ভাষা নাই সদায় চাওঁ ।

  • @bobybocha3921
    @bobybocha3921 2 місяці тому +2

    Barakha Rani bak matiba adin ba...

  • @chandanadeka8599
    @chandanadeka8599 2 місяці тому +1

    আৰম্ভণিতে বহুত হাঁহিলো দেই😅 পুৰণি ভিচিডিৰ দিনবোৰৰ কথা মনত পৰি গ'ল।

  • @pranamibaishya6521
    @pranamibaishya6521 2 місяці тому +2

    Habda bur je ki dhunia koi bebohar.kore.bht val lage..ba

  • @ajitsharma7122
    @ajitsharma7122 2 місяці тому +5

    Ba Barsha bak adin anibo sun bhut val lagibo duigoraik ake loge sai❤

  • @pranabjyotibailungpjb2416
    @pranabjyotibailungpjb2416 2 місяці тому +1

    চিলনি চুৰ

  • @junabordoloi3912
    @junabordoloi3912 2 місяці тому +2

    তপন দাস ডাঙৰীয়াক আনিব লাগে বা৷

  • @chaojunphukan8360
    @chaojunphukan8360 2 місяці тому +2

    Meer deep lage ba

  • @bestbollywoodsongs8201
    @bestbollywoodsongs8201 2 місяці тому +1

    আইছেংফা বা Nayan Nilim দাক লৈ আহিব ।

  • @souravdas19s
    @souravdas19s 2 місяці тому +13

    Apunar kotha kua style tu bhal lage mur eman xuddho aru esposto axomiya xuddho bur kotha bur bor bhal lage 🫶❤️

    • @Xidhartha
      @Xidhartha 2 місяці тому +4

      Xuddho/শুদ্ধ, sposto/স্পষ্ট, xobdo/শব্দ ✅
      Khudho/খুদ্ধ , esposto/ ইস্পষ্ট, Khobdo/খব্দ ❌

    • @Xyzpersonyoyo
      @Xyzpersonyoyo 2 місяці тому +1

      ​@@Xidhartha👍🏻👍🏻👍🏻 moiu aitue likhibo loisilu

  • @nituphukon9541
    @nituphukon9541 2 місяці тому +1

    Natro kaai aana aajon Ovinata Jikunu Monsot aavumki marila Raija aadori loi......