‘পডকাষ্ট’ৰ এইবাৰৰ অতিথি কণ্ঠশিল্পী খগেন গগৈ। অতনু ভূঞাৰ সৈতে LIVE

Поділитися
Вставка
  • Опубліковано 6 січ 2024
  • 🔹ভোগালীৰ বতৰত কণ্ঠশিল্পী খগেন গগৈ সৈতে এডিটৰ-ইন-চীফ অতনু ভূঞাৰ 'পডকাষ্ট'
    #nbnews #nbnewsdigital #NBPodcast #AtanuBhuyan #khagengogoi #podcastsaboutlife
  • Розваги

КОМЕНТАРІ • 56

  • @deepjyoutiofficial3920
    @deepjyoutiofficial3920 6 місяців тому +10

    অতনো ককাই অলপ হাঁহি ফুৰ্টি কৰি থাকিব বেছি ভাল লাগিব

    • @bipuldutta902
      @bipuldutta902 6 місяців тому

      হয় , তেখেত বেছি খঙত থকাৰ দৰে লাগিছে ।

    • @POVDIRECTION
      @POVDIRECTION 6 місяців тому +2

      😂😂😂thik thik

  • @nirusaikia7631
    @nirusaikia7631 6 місяців тому +4

    খগেন ককাদেউলৈ ভক্তি ভৰা সেৱা জনালোঁ আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ 🌹🙏

  • @lakheswarborah3046
    @lakheswarborah3046 6 місяців тому +1

    খগেনদেৱৰ লগত যিটো অনুস্থান কৰিলে বেছ ভাল লাগিল । দুয়োলৈ ধন্যবাদ জনালোঁ ।

  • @bhobenjyotiphukan91
    @bhobenjyotiphukan91 6 місяців тому +1

    গগৈ ডেও , ৰবীন্দ্ৰ ভৱনত ৯২ চনত লগ পোৱা মনলৈ আহিছে। লাচিত দিৱস অনুষ্ঠিত কৰাৰ সময়ত।

  • @pankajdutta9131
    @pankajdutta9131 6 місяців тому

    আজিৰ ভাৰতৰ সকলো চহৰ প্ৰায় একে ধৰণৰ। পৰিণতিত সজাগ সফল লোকৰ লগতে নতুন প্ৰজন্ময়ো একঘেয়ামিৰ পৰা মুক্তি বিচাৰি উত্তৰ-পূৰ্বাঞ্চলৈ ঢপলিয়াই আহে । অসমৰ সংগীত শিল্পীক মুম্বাইত বিচৰাৰ মূল কাৰণেই হৈছে এই ভিন্নতা। গতিকে এতিয়াহে আচলতে উচিত সময় নতুন প্ৰজন্মৰ লগতে সজাগ সফল জনতাক ভিন্নতাৰ সোৱাদ দিয়াৰ।

  • @natureshort9034
    @natureshort9034 6 місяців тому +3

    💯. Moiu bisaru puroni bihu gitbur ako rerecord karibo Lage

  • @mandirabordoloi5708
    @mandirabordoloi5708 6 місяців тому +1

    খগেন গগৈৰ গীতে মনোমোহা শক্তি আছে ভাল লাগিল😂😂😂

  • @bhabanigogoi3278
    @bhabanigogoi3278 5 місяців тому +1

    Very.nice

  • @binudphukan311
    @binudphukan311 6 місяців тому +1

    বহু বহু ধন্যবাদ খগেন দাস,,,, আই জাজী নৈ সিপাৰে , কুলিয়ে কান্দে নিজানত ,,,আই অসমী কান্দি ছে শ্বহীদ ৰে বেজাৰত,,,,,,,,

    • @lalubpg7437
      @lalubpg7437 6 місяців тому

      খগেন গগৈ নাম টো। খগেন দাস নহয়।

  • @gautamboruah8200
    @gautamboruah8200 4 місяці тому

    Val lagil program tu Sai .matir manhu

  • @mridulchetia4200
    @mridulchetia4200 6 місяців тому

    অনুস্থানটো চাই সঁচাই আনন্দিত হলো।

  • @jyoti_style9816
    @jyoti_style9816 6 місяців тому

    বহুত ভাল লগা অনুষ্ঠান এটা উপভোগ কৰিলো

  • @user-wc2mw3rz7r
    @user-wc2mw3rz7r 6 місяців тому +2

    Legend of Bihu Geet 🙏

  • @parthagogoi6495
    @parthagogoi6495 6 місяців тому

    Tau mur bor apun proud to be a sivasagarian❤

  • @mamonidevi617
    @mamonidevi617 6 місяців тому

    Bohut bhal lagil dhyanobad jonalu

  • @Krishnakoch174
    @Krishnakoch174 6 місяців тому

    Bhut bhut val lagil video to sai❤❤❤❤❤❤❤❤

  • @debabrata9864
    @debabrata9864 6 місяців тому

    A great artist of our time. Love him.

  • @jogeshmech9967
    @jogeshmech9967 6 місяців тому

    ,অতনু গাঞ্জা খুৱা এৰিবি ।জেতুকা তেতিয়াই কাহি থাক ।

  • @pankajdutta9131
    @pankajdutta9131 6 місяців тому +2

    47:21 ভাৰতৰ ৭০-৮০% জনতা গাঁৱত বাস কৰে। অসমতো কম-বেছি একেই অনুপাতত গাঁৱত বাস কৰে। গতিকে কেৱল গুৱাহাটীক ভিত্তি কৰি এনেদৰে নিৰাশ হোৱাতো ভুল হৈছে। গতিকে পৰম্পৰাগত গীত-পদ সমূহ বিভিন্ন মাধ্যমত প্ৰচাৰ কৰাৰ লগতে সংৰক্ষণ কৰক।

  • @user-qm7iy4kc3e
    @user-qm7iy4kc3e 6 місяців тому

    অতি সুন্দৰ মনৰ মানুহ জন

  • @nirupomachetia327
    @nirupomachetia327 6 місяців тому +1

    এই নিজকে সাধাৰন বুলি ভাবি থকা ব্যক্তি গৰাকীক অসমীয়া বিহু গীতৰ পিতা আখ্যা দিব নোৱাৰেনে ?😊

  • @abhinashdutta676
    @abhinashdutta676 6 місяців тому

    তেখেত ভালে থাকক সদায় ❤

  • @latuborah8775
    @latuborah8775 5 місяців тому

    বুঢ়া সিংহ , ভাল লাগে

  • @munindas4051
    @munindas4051 6 місяців тому

    সুন্দৰ খগেন দা

  • @jyotishnadaimari7940
    @jyotishnadaimari7940 6 місяців тому

    Bohut val lagil

  • @biswajitborah6330
    @biswajitborah6330 6 місяців тому

    Ati Hundar

  • @user-yu4mq4nu1v
    @user-yu4mq4nu1v 6 місяців тому

    Thanks

  • @axombeats
    @axombeats 6 місяців тому

    ❤❤❤

  • @debabrata9864
    @debabrata9864 6 місяців тому

    He can be treated as father of Assamese BIHUSONG.

  • @dipakgohain07
    @dipakgohain07 6 місяців тому

  • @hempravakalita
    @hempravakalita 6 місяців тому

    😊

  • @gautambaruah7365
    @gautambaruah7365 6 місяців тому +1

    Pure ahom manuh,khuptang

  • @hitendranathneog4586
    @hitendranathneog4586 6 місяців тому

    ধন্যবাদ অতনু ডাঙৰীয়া 🙏 এয়াই আচল অসমীয়াগিৰি

  • @spOt07
    @spOt07 6 місяців тому

    og in da hood .. nipsey hustle in Assam.. marathon 4L

  • @ikramulhoque2014
    @ikramulhoque2014 6 місяців тому

    Raku dak matibosn please. Apunar logot Teo pran Pai uthe

  • @gauravroy7807
    @gauravroy7807 6 місяців тому +1

    WineCast 🍷

  • @khirodkr.laskar8486
    @khirodkr.laskar8486 6 місяців тому +7

    Matir manuh teu khub val lagil...❤❤

  • @user-qh2ru3dy8m
    @user-qh2ru3dy8m 6 місяців тому

    শিল্পী সকলৰ এটাই ভুল গুৱাহাটীত থাকিলেই পপুলাৰ হৱ পাৰে..একেবাৰে নহয়..গাৱত আহক..গৱা সংস্কৃতি গঢ়ি তোলক..যেনে মহু হু গীত. নুৱাই লুলনী বিয়া গীত. নিচুকনি গীত আদি গীতৰ পাদুভাৱ গঢ়ক. নাম হৱ দামী গায়কে পানী খাওঁতে ..সেই খিনি সময়ত গীত গালে কি কাম হৱ৷

  • @pranabgogoi6283
    @pranabgogoi6283 6 місяців тому

    Intervew tu Bor bhal lagil.

  • @yesminahmeda9367
    @yesminahmeda9367 6 місяців тому

    চংকিটন গাইছিল আমাৰ গাঁৱত

  • @nmmstudio9019
    @nmmstudio9019 6 місяців тому

    খগেন গগৈ ক IPS জনে চাৰ্জ কৰিছে।

  • @Sav606
    @Sav606 6 місяців тому

    Bhoni bhoni buli bipul dai likha

  • @user-yu4mq4nu1v
    @user-yu4mq4nu1v 6 місяців тому

    Hosakoi Khagen kokaidewk kasar para log palu M B tv r chariduar Bogijuli r bhogali melat

  • @souravbharali4900
    @souravbharali4900 5 місяців тому

    Khage Dak ksu hahai karak tekhe tar kisuman Esmiti Ami rakhiba Lage Ami ai bhu bur katiyau hoi tu napam .

  • @Sav606
    @Sav606 6 місяців тому

    Apuna luka bipul chatiya phukonk to abar matok,taw to joyai asa,khogan dak to matiya thaka।bipul dai main

  • @mridulgogoi3377
    @mridulgogoi3377 6 місяців тому

    খেতিৰ সতে জঢ়িত বিহু (?)? অ খেতিয়কৰ বিহু চলি আছে অসমত
    এৰাপৰলীয়া পথৰুৱা বিহু , ...
    খেতি নকৰা অসমীয়াৰ ইংৰাজী বিহু (?)?

  • @jakirali6986
    @jakirali6986 6 місяців тому

    Dada bohut Val lagil.natun singer bilakok Valkoi sabo diuok

  • @relaxatnature7562
    @relaxatnature7562 4 місяці тому

    ঐ উতনুৱা কি খবৰ?

  • @mohanbarosh265
    @mohanbarosh265 6 місяців тому

    Lauraa...Buji pale.🤭

  • @muktimohannath5625
    @muktimohannath5625 6 місяців тому