'ৰেন মৌ'ত আইচেংফাৰ স'তে বিশিষ্ট বাদ্যযন্ত্রী/সংগীতশিল্পী ৰাজা বৰুৱা আৰু শেখৰ জ্যোতি গোস্বামী EP 17
Вставка
- Опубліковано 29 вер 2024
- ** EP 17 features Prominent Musician Raja Boruah and well-known Music Director / Arranger Shekhar Goswami. Enjoy! **
Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credit -
Host and Concept - Aichengfa Boruah
Direction & Video Edit - Vedant
Cinematographer - Raja, Ravi Sankar, Pabitra Kakoti
Music and Audio Production - Xulfi
Make-Up - Manas Rabha
'যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥️🙏 Stay Tuned Jaatra... with Aichengfa! 😊
শেখৰ দা plz, এইটো গান আপুনি জুবিন দাকো দিব নালাগে, তেখেতৰ কণ্ঠত হাজাৰ এনেকুৱা ভাল লগা গীত আছে। তেওঁ তেওঁৱেই.......এতিয়া কথাটো হল যে এইটো গীত কেৱল আৰু কেৱল আপোনাৰ পৰাই শুনিব বিচাৰোঁ আমি, মই নিজেও গান গাও, আৰু গীতৰ অনুভব আৰু সুৰ যিমানলৈকে বুজি পাওঁ তাৰ পৰাই কব খুজিছোঁ যে এইটো গীত সম্পূৰ্ণ আপুনি কৰক তাৰে কামনা কৰিছোঁ। আপোনাক এইটো গীতেৰে ভাল কণ্ঠশিল্পী হিচাপেও গোটেই অসমে জানিব ইয়াৰ পিছৰ পৰা। বিশ্বাস কৰক Release নিদিয়া গান বুলি শুনা পালত মোৰ নিজে গাওঁ গাওঁ লাগি গৈছে গানটো, যদি কৰবাত এনেকুৱা এটা গীত পালোঁ হেঁতেন, নিজা গীত মুক্তি কৰাৰ হেঁপাহ টো পুৰ হৈ গল হেঁতেন। এনেকুৱা এটা গীতৰ গৰাকী হৈ গীত উলিয়াম ভাবি ভাবি আজিলৈকে কৰিব পৰা নাই। গীতটো শুনি কিবা এটা শান্তি পালোঁ, Plz শেখৰ দা, গীতটো আপুনি গাওঁক, বহুত বেছি অনুৰোধ থাকিল, বিশেষকৈ কোনোবা কোনোবা খিনিত দুই এটা notes আপোনাৰ কণ্ঠত মৌ মিঠা হৈ পৰিছে। মই অন্তৰৰ পৰা ভাল নাপালে বিখ্যাত শিল্পী হলেও গীতৰ শলাগ নলও, কিন্তু আপোনাৰ এই গীতটো সঁচাই সুমধুৰ হব। শুভ কামনা থাকিল গীতটোৰ শুভমুক্তিলৈ।🎉❤
Shekar da ki gaisee ree wah 🔥🔥🔥 Solo ata uleyabo Pare...kisuman auto tune singer t bohuy bohut bhal gaisee...akha thakil Solo ata hunibo pam buli.. 25:02
Gaanor link tu pua hole
Uffff shekhar da apuna voice ture pagl kori dile ❤❤ apunar pora ata git puwa akha korilu...
kindly plz bAa shekhar daa gua gaan Tu ketia release hoi jonai dibo..its a request❤
22:49
উশাহে কব সুধিলেই
তুমিয়েই আপোন বুলিয়েই
নকবা কথা কবিতাৰে
মৰমৰ কোমল ভাষাৰে
উশাহে কব সুধিলেই....
ৰদালি তুমি বৰষুণো তুমি
তুমিয়েইটো শাওন মোৰ
এখোজ দুখুজ কৈ কাষলৈ আহিছো
তোমাতেইটো জীৱন মোৰ
তুমি শব্দ তুমি কোলাহল
তুমিয়েই জানা মোৰ আবেগ কোমল
সমাহিত তোমাতেই সুৰ মোৰ
উশাহে কব সুধিলেই.....
জোনাকে ডাৱৰে মৰম অভিমানে
তুমিয়েই আছা আছো মই
হিয়াটো নদী বয় চুলেই সুঁতি হয়
ৰৈ যোৱা একেবাৰে
তুমি শব্দ তুমি কোলাহল
তুমিয়েই জানা মোৰ আবেগ কোমল
সমাহিত তোমাতেই সুৰ মোৰ
উশাহে কব সুধিলেই.....
Dhonoyobad
Ai2 kun2 album kbo nki??🙏🙏
@@Kishorsvlogs4049 atia loike release nai kora gaan tu
Gaantu zubeen dak gabo dile best hbo jen paiso🥰❤
@@হাঁহিৰখোৰাক-ট১র olready গানটো উলাই গৈছে গায়িকা এগৰাকীয়ে গাইছে UA-cam t ase uxaah buli
খুব ভাল লাগিল.... মুক্তি পোৱালৈ অপেক্ষা ❤❤ ৰাজা দাৰ সহজ সৰল ব্যক্তিত্ব
Sekher da jui jui❤❤
ৰাজা বৰুৱা আৰু শেখৰ জ্যোতি মহন্ত অসমীয়া সংগীত জগতৰ অবিচ্ছেদ্য অংগ। শ্ব'টো চাই ভাল লাগিল। আপোনালোক আটাই গৰাকীলৈ আন্তৰিক শুভেচ্ছা জনালোঁ 🙏
Bhut val lagil baa sekhor da Raja dar kotha koboi nlge aru❤🙏
খুব ভাল লাগিল উপস্হাপনটো চাই। সম্পূৰ্ণ ঘৰুৱা আৰু অহংকাৰবিহীন অনুভৱ হ'ল।
Shekhar da voice tu khub hundor val lagil agole apunar pora val val gan pm buli akha rakhilu
সিখৰ দাক বৰ ভাল লগা হৈছে মোৰ
Shekhar da r gaan tu je keibar xunilu hisab a naiii ... Uffff voice and lyrics ❤❤
I can hear this song in this voice(shekhar daa) infinite nos. Of time❤️
Zubeen dar namot agos saki mondirot hodai jolai Raja da apunar nisina Zubeen dar anuragi huvakangkhi 2nd nulabo aru apuni mohan apunak hotokuti pronam 🙏
Bindassss monubhob or hoi aapunaluk bhl lagil ❤❤❤❤
আইছেংফা পী.... ❤❤❤ আপোনাৰ অনুষ্ঠানবোৰ ভাল লাগে দেই🎉🎉🎉❤❤❤
Sekhar da raju da very nice👍👍👍👍 bohut bhal lagise,
বৰ ভাল লাগিল দুয়ো জনকে। সিমান্তশেখৰ আৰু প্ৰিতি কংকনাক আমন্ত্ৰণ জনাবচোন!
Sekhar da voice❤ Apunar pora ata song lage please 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
ইমান ভাল লাগিছে চাই ❤❤❤
Baa apuniu imn dhunia gaan gbo Jane...♥️
দুয়োজনৰ বিষয়ৰে জানি ভাল লাগিল
Shekhar Da aponi 🔥🔥🔥
বৰ ভাল লাগিল ❤
বা আপোনাৰ আৰু দাদা জনৰ গীত শুনি বহুত বহুত ভাল লাগিল
Shekhar da voice dhunia❤
Bhut val lagil ......baa..
😊 nice voice.... Sekhar....
Raja baruah mnuh jn bohut xohoj xorol bektito tu vl lge 🙏xusto hoi thakok
Sekhar dar babe like kora
Nohole ki Tur karone korim
Mori jabi mane likeor karone...
Legend Raja daa
Shekhar da nejai gabo nk gan2 bor dhuniya lagise shekhar da voice2
Raja da ❤
aiii bapre sekhar da tamam dile apuni mojaaa
Sekhar da , ukhahe kobo hudhilei apunar voicet lage . It's a natural demand from your fan.
Aji bht bosorr pisot val Asomiya gaan xunibole palu.. nostalgia feel hoise...thank you to the show ..... Please keep inviting such good talent
Wow sekhar da kiya voice hai
Raja da ❤
Sekhar da ultimate.. jui manuh
Shekhor daa I Gawte besi vl lgise ❤❤❤ ...
মেঘনাৰ বাবেও এটা like আছে কিন্তু তৰালী বা হলে কথা টো বেলেগ আছিল । কিন্তু দাদা আপুনি ফালি দিছে । Please 🙏🏻 এটা সাধাৰণ মানুহৰ এটা সৰু request....male version এটা লাগে আমাক আপোনাৰ মাতত ❤ অনুৰোধ দাদা 🥳🤗
Both are legend 🙏🙏🙏
Bohut val lagil. Alp dri koi video tu salu jodi o bohut kotha janibo parilu bohut kotha jibonr apunalukr ovigota bur jnibo parilu. Anusthantut jorito hokoluke dhonobad jonalu agonotok dinbur hodai huvo hoi ahok anedore take akha koru .
3 u jonok bhohut dhynobad.
Val lagil sai onusthan tu
God bless you ❤❤❤❤
Sekhar da op ❤
❤❤
Raja da, aponar program bor sao,iman politely easily music bajai,bor bhal lage, Sekhar da,aponak "Pakghar " episode t saisilo bhal lage aponar kathabor......
❤❤❤ raja da apunar bht dangor fan hoi
Thank you ❤
ভাল লাগিল ❤❤
Aibur he gaan uff 🎧♥️
Uff❤️🙂
43:50 point❤
Baa bahut val gua tumi
Borhia Lagil de...Enjoy korilu ❤
Just waw waw❤❤❤
Aitu gan shekhar dar konthot release puwa tu bisaro
অতি সুন্দৰ কন্ঠ আৰু গায়কী। ৰাজা দাদাৰ তবলা বাদন শৈলী। অসমৰ এগৰাকী প্ৰসিদ্ধ তবলা বাদক।
জুবিন দাৰ সংস্পৰ্শত থকা সকলো একো একোজন জিনিয়াচ
Sekhar da 🔥♥️
Nice song ❤
Very nice
শেখৰ দা plz, এইটো গান আপুনি জুবিন দাকো দিব নালাগে, তেখেতৰ কণ্ঠত হাজাৰ এনেকুৱা ভাল লগা গীত আছে। তেওঁ তেওঁৱেই.......এতিয়া কথাটো হল যে এইটো গীত কেৱল আৰু কেৱল আপোনাৰ পৰাই শুনিব বিচাৰোঁ আমি, মই নিজেও গান গাও, আৰু গীতৰ অনুভব আৰু সুৰ যিমানলৈকে বুজি পাওঁ তাৰ পৰাই কব খুজিছোঁ যে এইটো গীত সম্পূৰ্ণ আপুনি কৰক তাৰে কামনা কৰিছোঁ। আপোনাক এইটো গীতেৰে ভাল কণ্ঠশিল্পী হিচাপেও গোটেই অসমে জানিব ইয়াৰ পিছৰ পৰা। বিশ্বাস কৰক Release নিদিয়া গান বুলি শুনা পালত মোৰ নিজে গাওঁ গাওঁ লাগি গৈছে গানটো, যদি কৰবাত এনেকুৱা এটা গীত পালোঁ হেঁতেন, নিজা গীত মুক্তি কৰাৰ হেঁপাহ টো পুৰ হৈ গল হেঁতেন। এনেকুৱা এটা গীতৰ গৰাকী হৈ গীত উলিয়াম ভাবি ভাবি আজিলৈকে কৰিব পৰা নাই। গীতটো শুনি কিবা এটা শান্তি পালোঁ, Plz শেখৰ দা, গীতটো আপুনি গাওঁক, বহুত বেছি অনুৰোধ থাকিল, বিশেষকৈ কোনোবা কোনোবা খিনিত দুই এটা notes আপোনাৰ কণ্ঠত মৌ মিঠা হৈ পৰিছে। মই অন্তৰৰ পৰা ভাল নাপালে বিখ্যাত শিল্পী হলেও গীতৰ শলাগ নলও, কিন্তু আপোনাৰ এই গীতটো সঁচাই সুমধুৰ হব। শুভ কামনা থাকিল গীতটোৰ শুভমুক্তিলৈ।🎉❤
Raja da ❤
❤❤❤
শেখৰ দা plz, এইটো গান আপুনি জুবিন দাকো দিব নালাগে, তেখেতৰ কণ্ঠত হাজাৰ এনেকুৱা ভাল লগা গীত আছে। তেওঁ তেওঁৱেই.......এতিয়া কথাটো হল যে এইটো গীত কেৱল আৰু কেৱল আপোনাৰ পৰাই শুনিব বিচাৰোঁ আমি, মই নিজেও গান গাও, আৰু গীতৰ অনুভব আৰু সুৰ যিমানলৈকে বুজি পাওঁ তাৰ পৰাই কব খুজিছোঁ যে এইটো গীত সম্পূৰ্ণ আপুনি কৰক তাৰে কামনা কৰিছোঁ। আপোনাক এইটো গীতেৰে ভাল কণ্ঠশিল্পী হিচাপেও গোটেই অসমে জানিব ইয়াৰ পিছৰ পৰা। বিশ্বাস কৰক Release নিদিয়া গান বুলি শুনা পাছত মোৰ নিজে গাওঁ গাওঁ লাগি গৈছে গানটো, যদি কৰবাত এনেকুৱা এটা গীত পালোঁ হেঁতেন, নিজা গীত মুক্তি কৰাৰ হেঁপাহ টো পুৰ হৈ গল হেঁতেন। এনেকুৱা এটা গীতৰ গৰাকী হৈ গীত উলিয়াম ভাবি ভাবি আজিলৈকে কৰিব পৰা নাই। গীতটো শুনি কিবা এটা শান্তি পালোঁ, Plz শেখৰ দা, গীতটো আপুনি গাওঁক, বহুত বেছি অনুৰোধ থাকিল, বিশেষকৈ কোনোবা কোনোবা খিনিত দুই এটা notes আপোনাৰ কণ্ঠত মৌ মিঠা হৈ পৰিছে। মই অন্তৰৰ পৰা ভাল নাপালে বিখ্যাত শিল্পী হলেও গীতৰ শলাগ নলও, কিন্তু আপোনাৰ এই গীতটো সঁচাই সুমধুৰ হব। শুভ কামনা থাকিল গীতটোৰ শুভমুক্তিলৈ।🎉❤
Zubeen dai record kri থৈছে rilse dibo baki
Agree
সদায় সংগীতৰ পিছফালে থকা মানুহজনক আজি গান গোৱা দেখি বহুতেই ভাল লাগিল। খুবেই সুন্দৰ কণ্ঠ ❤
পোনে পোনে কলে বহুজনে বেয়া পাব কিন্তু উপায় যে নাই চিধা মানুহ..
বৰ্তমানৰ বহু গায়কে শেখৰ দাৰ গায়কীৰ ওচৰ চাপিব নোৱাৰে।
কণ্ঠ উচ্চাৰণ কম্পন অভূতপূৰ্ব ❤️❤️❤️
Gousbumps ❤❤❤
একদম সঁচা।
Right 😊❤
Very nice vl lagil bhut....
Sekhor dar geet tu extra ke kati punor upload korok huni upluto hlu
😊😅😮😢🎉😂❤❤
এগছ চাকি জুবিন গাৰ্গৰ বাৱে ❤🥺। শব্দটো শুনিয়েই চকু পানী ওলাই গৈছে,,,❤ ক
বহুত ভাল লাগিল ❤❤❤
কি হৈ গল নাজানো.... চেখৰ দাৰ কণ্ঠ আৰু সুৰ শুনি মোৰ চকু পানী ওলাই আহিল 😢.... বাৰে বাৰে কাটি কাটি সেইখিনি এ শুনি আছো... Love you sekhar da ❤❤❤❤❤❤
হয় ময়ো চাইছো
Same bro 😢❤❤❤❤ ki gaise mane
Xosai sekhar da e bht dhunia gaise
Hosai sekhor dai ultimate gaise
আইচেংফা বা জনিক মই প্ৰথম দেখা পাইছিলো হেঙুল থিয়েটাৰ খনত "অসীমত যাৰ হেৰাল সীমা" কাহিনীত চম্পা চৰিত্ৰটোত অভিনয় কৰা ইমানেই ভাল লাগিছিল যে তেতিয়াৰে পৰাই আপুনি প্ৰিয় হৈ পৰিছিল মোৰ, আপুনি ইমানে ভাল লগা হৈ পৰিল যে আপোনাৰ হেঙুল থিয়েটাৰৰ বেনাৰবোৰ যে অত তত মাৰি থৈছিল তাৰে এখন এৰুৱাই আনি মই মোৰ ৰুমত লগাই ৰাখিছিলো প্ৰায় ৭ বছৰ মানলৈকে ❤❤❤ সঁচাই আপুনি মোৰ ভীষণ প্ৰিয় আইচেংফা বা 🌼
সঁচা কথা কবলৈ গলে শেষৰ গোস্বামীৰ কণ্ঠ আমি বিচাৰোঁ
@aichengfaboruah
শেখৰ দা plz, এইটো গান আপুনি জুবিন দাকো দিব নালাগে, তেখেতৰ কণ্ঠত হাজাৰ এনেকুৱা ভাল লগা গীত আছে। তেওঁ তেওঁৱেই.......এতিয়া কথাটো হল যে এইটো গীত কেৱল আৰু কেৱল আপোনাৰ পৰাই শুনিব বিচাৰোঁ আমি, মই নিজেও গান গাও, আৰু গীতৰ অনুভব আৰু সুৰ যিমানলৈকে বুজি পাওঁ তাৰ পৰাই কব খুজিছোঁ যে এইটো গীত সম্পূৰ্ণ আপুনি কৰক তাৰে কামনা কৰিছোঁ। আপোনাক এইটো গীতেৰে ভাল কণ্ঠশিল্পী হিচাপেও গোটেই অসমে জানিব ইয়াৰ পিছৰ পৰা। বিশ্বাস কৰক Release নিদিয়া গান বুলি শুনা পাচত মোৰ নিজে গাওঁ গাওঁ লাগি গৈছে গানটো, যদি কৰবাত এনেকুৱা এটা গীত পালোঁ হেঁতেন, নিজা গীত মুক্তি কৰাৰ হেঁপাহ টো পুৰ হৈ গল হেঁতেন। এনেকুৱা এটা গীতৰ গৰাকী হৈ গীত উলিয়াম ভাবি ভাবি আজিলৈকে কৰিব পৰা নাই। গীতটো শুনি কিবা এটা শান্তি পালোঁ, Plz শেখৰ দা, গীতটো আপুনি গাওঁক, বহুত বেছি অনুৰোধ থাকিল, বিশেষকৈ কোনোবা কোনোবা খিনিত দুই এটা notes আপোনাৰ কণ্ঠত মৌ মিঠা হৈ পৰিছে। মই অন্তৰৰ পৰা ভাল নাপালে বিখ্যাত শিল্পী হলেও গীতৰ শলাগ নলও, কিন্তু আপোনাৰ এই গীতটো সঁচাই সুমধুৰ হব। শুভ কামনা থাকিল গীতটোৰ শুভমুক্তিলৈ।🎉❤
উশাহে কব সুধিলেই..... শেষৰ দা কি সুন্দৰ গাইছে, মন চুই গল। ৰাজা দা আৰু শেষৰ দা দুয়োজনলৈ বহুত মৰম যচিলো।
জুবিন দা লগৰ প্ৰত্যেকজন একো একো জন বহু প্ৰতিভাৰ অধিকাৰী, ধুনীয়া লাগিল ❤️❤️
Iman dhunia gai apunaluke ❤..
আন্ধাৰ ত লুকাই থকা ব্যক্তি সকলৰ অবিহনে গায়ক সকল পোহৰ বিহীন।।।।। ৰাজা দা হাতৰ পৰসত যাদু।।। Shekhor দা কণ্ঠত যাদু।।।।।
উশাহে কব সুধিলে,,,,,,, উহহহহহঃ,,,,,কি গাইছে ,,,,,,ইমান ধুনীয়া কথাৰ গীত আৰু ধুনীয়া মন চুই যোৱা সুৰ। আইচেংফা u r great 👍👍 জুবিন দাৰ লগত থকা সকলোৱে একো,একোটা # Telent ❤❤🎉🎉🎉
বহুত ভাল লাগিল।
জুবিন দা আৰু জুবিন দাৰ লগত থকা প্ৰত্যেকজন মানুহৰ হৃদয় খন সঁচাই বহুত বেলেগ। মানুহ হলে এওঁলোকৰ দৰে খোলা মনৰ মানুহ হব লাগে।। আমাৰ অসমৰ প্ৰত্যেকজন মানুহ যদি এনেকুৱা হিংসা-অভিমান বিহীন হল হেঁতেন অসমখন বহুত বেলেগ হল হয়।
বহুত বহুত ভাল লাগিল ❤
Baa axomiya decoration r japi je thake tenekuya keitaman japi pisfale ber khont logabo dun bohut duniya lagi logole ekhon gamisa japitur xoite
Song 2 apunar voice ot lage dada aru nohole Zubeen garg or voice ot plz .. Ba plz dada k kobo ..🙏
#22:47 waow! ইমান ধুনীয়া এটি গান... সুন্দৰ গীতৰ সুৰ, সুন্দৰ গীতৰ কথা ❤ ৱাহঃ 👌🏻👌🏻👏🏻👏🏻 গীতটি শেখৰ দাৰ কণ্ঠত বহুত ভাল লাগিছে । শেখৰ দাৰ কণ্ঠতে গীতটি release হোৱাটো বিচাৰো ।
বাঁহীৰ কৈলাশ ৰাভা sir ক মাতিব sn baa....agor bihu geet borot teo a bahi bojaisil....plzzzzzz 🙏🙏
Gaan tu please sekhar dai nije gai release diya. Nice vocal
Shekhar da aitu song apunar version t lge pls
Sekhar da ai gaan tu apuni record karak apunar maaat t gaaan tu jipal hoi paribo
Gan tu xuni fan hoi goisu xunkale audio tu reelese korok
শেখৰ দা বহুত ধুনীয়া গাইছে। আপোনাৰ কন্ঠতএটি গীত পাম বুলি আশা কৰিলো।।
জুবিন দা আমাৰ বাবে যিমান মৰম ৰ ৰাজা দা আৰু শেখৰ দা হতো সিমানেই মৰমৰ।।আজি এই show টোৰ জৰিয়তে আৰু ভালকৈ জনিলো মানুহ দুজনক
উফফ কি গান. কি কম. ভাষা নাই কবলৈ. Aichengfa বা please আপোনাক অনুৰোধ কৰিছো এবাৰ Shekhar দা আৰু Subham দাক আপোনাৰ ইন্টাৰভিউত আনক। আমি গান শুনি ভাল পাওঁ. কিন্তু গান তোৰ back sideor মানুহ খিনিক চিনি নাপাওঁ.
এই গানটো ইমাণ ধুনিয়া সুৰ কথা. 50 বাৰতকৈ বেছি শুনিছো. নাজানোঁ মোৰ কথা খিনি আপুনি দেখা পাই নে নাপায় but pls এবাৰ Shekhar দা আৰু Subham দাক মাতক আপুনাৰ show লৈ. জানিব মন আছে কেনেকৈ ইমাণ dhuniya গান লিখে Subham দাই. Subham দাই লিখা গান শুনিছো আগতেই, কেনেকে লিখে বাৰু ইমাণ মন চুই যোৱাকৈ গান বোৰ.. Plz বা এবাৰ মাতক Shekhar দা আৰু Subham দাক ekeloge আপোনাৰ showt. Its অ Request 🙏🙏🙏
সুন্দৰ এক ব্যতিক্ৰমী অনুষ্ঠান। প্ৰতিটো খণ্ডই চাই উপভোগ কৰো। দুয়োজন অতিথিৰ ব্যক্তিত্ব সুকীয়া যদিও আকাত্ম্যতা বোধ টো দেখি সঁচাকৈ বহুত বেছি ভাল লাগিল । ৰজাদা ৰ সাক্ষাতকাৰ আজি প্ৰথমবাৰ চাইছো সঁচাকৈ মানুহ জন বহুত বেছি অমায়িক ভাল লাগিল।
আৰু ৰেন্ মৌ'ত এনেধৰণৰ মননশীল সুন্দৰ অনুষ্ঠান পাই থাকিম বুলি আশা ৰাখিলো। ৰেন্ মৌ সহযাত্ৰী লগত বহু দূৰ আগুৱাই যাওক তাৰে কামনা কৰিলো আৰু ইংৰাজী নবৰ্ষৰ অলেখ শুভেচ্ছা জাছিলো।
উফফ কি গান. কি কম. ভাষা নাই কবলৈ. Aichengfa বা please আপোনাক অনুৰোধ কৰিছো এবাৰ Shekhar দা আৰু Subham দাক আপোনাৰ ইন্টাৰভিউত আনক। আমি গান শুনি ভাল পাওঁ. কিন্তু গান তোৰ back sideor মানুহ খিনিক চিনি নাপাওঁ.
এই গানটো ইমাণ ধুনিয়া সুৰ কথা. 50 বাৰতকৈ বেছি শুনিছো. নাজানোঁ মোৰ কথা খিনি আপুনি দেখা পাই নে নাপায় but pls এবাৰ Shekhar দা আৰু Subham দাক মাতক আপুনাৰ show লৈ. জানিব মন আছে কেনেকৈ ইমাণ dhuniya গান লিখে Subham দাই. Subham দাই লিখা গান শুনিছো আগতেই, কেনেকে লিখে বাৰু ইমাণ মন চুই যোৱাকৈ গান বোৰ.. Plz বা এবাৰ মাতক Shekhar দা আৰু Subham দাক ekeloge আপোনাৰ showt. Its অ Request 🙏🙏🙏
শেখৰ দাৰ কন্ঠত যাদু আছে, মাত্ৰ এটা গীত ৰাইজৰ মাজলৈ এৰি দিয়ক, অসমত কপঁনি উঠিব, ❤❤❤❤❤❤❤❤ ইয়াৰ পিছতে নাম ল'ম মনোজ শৰ্মা দাৰ, তেওঁৰ দৰে সংগীত শিল্পী অসমত খুউব কমেই আছে, ইমান গভীৰ সংগীত সাধনা কৰে মনোজ দাই, বৰ ভাল লাগে মানুহজনক,
তই ....মোৰ কাৰণে বহুত মৰমৰ শব্দ...
❤তিনি গৰাকীয়ে প্ৰিয় মোৰ আইচেংফা বা আপোনাৰ কন্ঠ অপৰূপ।♥️ লখিমপুৰৰ পৰা মৰম, আৰু আশীৰ্বাদ যাচিলোঁ।❤
Sekhor daaa tumi ❤
অনুষ্ঠানটি চাই বৰ ভাল লাগিল৷ এটা ব্যতিক্ৰমী অনুষ্ঠান৷ সংগীতক মনে-প্ৰাণে ভালপোৱা, যাৰ তেজৰ কোঁহে কোঁহে প্ৰৱাহিত হৈ আছে সংগীত, এনে দুজন বহুমুখী প্ৰতিভাধৰ ব্যক্তিক ওচৰৰ পৰা লগ পোৱা যেন লাগিল৷ মই সঁচাকৈয়ে আপ্লুত হৈ পৰিলোঁ৷ লগতে ইয়াকো কৈ থওঁ আইচেংফা, তোমাৰ ‘যাত্ৰা’ৰ অনুষ্ঠানকেইটা সঁচাকৈয়ে বৰ সুন্দৰ হৈছে৷ মোৰফালৰ পৰা শুভেচ্ছা সকলোলৈ থাকিল, যিসকল এই অনুষ্ঠানটিৰ সৈতে জড়িত হৈ আছে৷
Sekhar dak jytia live program or stage ot zubeen da logot dekhu tytia kiba gunda gunda atitude ata lagisil😂😂😂but really so aswome voice...❤❤
Sekhor daa a emn dhunia gai...hosake huniyai thakibo Mon goi ase gaan2....Ru baa apunar show 2 sai bohut besi Val lagil...agoloi enekoi Val Val content dibo buli akha rakhilu...aguai jaok
Shekhar da e gan ata gaisil,hatir damat basisa bazar ar alu,bonai asa amake ullu... monot pori goisa