নিজৰ যাদুকৰী কণ্ঠৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ৬০ৰ উৰ্দ্ধৰ তৰুলতা দাসৰ কণ্ঠত শুনক সুমধুৰ গীত
Вставка
- Опубліковано 30 чер 2024
- নিজৰ যাদুকৰী কণ্ঠৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ৬০ৰ উৰ্দ্ধৰ তৰুলতা দাসৰ কণ্ঠত শুনক সুমধুৰ গীত
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
এই বোৰে আচলতে প্ৰকৃত শিল্পী। অনুষ্ঠানটো ভাল পোৱা সকলে এটা লাইক কৰা।
আইঐ দেহি বাইদেউ,,আপোনালৈ সশ্ৰদ্ধ প্ৰণাম জনালো ।।ইমান সুন্দৰ সুৰীয়া কণ্ঠ ❤❤❤
অতি সুন্দৰ কন্ঠ,আচলতে এইধৰণৰ সংগীত সমূহ শুনি দেহ মন হাত পৰি যায়। জেঠাই আপোনাক ভগৱানে কুশলে ৰাখক।
মানুহ গৰাকী লৈ শ্ৰদ্ধা জনালো ।অতি সুন্দৰ কন্ঠ।আচল শিল্পী এই সকল হে ।
আপুনি ইমান সুন্দৰ কন্ঠ লৈ কত সোমাই থাকিল বাইদেউ 😒 এতিয়া ও মাতৰ ৰেন্জ ইমান যদি গাভৰু কালত তাৰমানে কিমান সুৰীয়া কৈ গাইছিল আপুনি ……💖💖💖প্ৰণাম জনালো আপোনাক🙏🙏
প্রকৃত শিল্পী গৰাকী লৈ প্রণাম যাচিলো। 🙏🙏🙏🙏
Very nice
Q@@mukulborpatra2546
এই বয়সতো এই মাত এইয়া এক সাধনা আৰু কলা❤ । ভালে থাকক আপুনি ভগৱানে ভালে ৰাখক। 🙏
বহুত বহুত সুন্দৰ। এনে শিল্পীক হে বিহু অনুস্থানত লাগে। লাখ লাখ বেলেগ শিল্পীক দিয়াতকৈ।ভগানে ভালে ৰাখক আপোনাক।
এই বয়সতো কি সুন্দৰ কণ্ঠ, শুভেচ্ছা থাকিল আপোনালৈ
স্বভাৱ শিল্পী। ইমান যে সুন্দৰ কণ্ঠ!আৰু লাগে তেখেতৰ গান।❤❤❤
সুন্দৰ কন্ঠ ❤❤
অতি সুন্দৰ কণ্ঠ।এয়া আপোনাৰ আৰম্ভনি হে।আগবাঢ়ি যাওক।গানৰ বাবে কোনো বয়স বাধা নহয়।
বাইদেউ জিন্দাবাদ। ইমান দিনে বাইদেউ কিয় নিজকে লুকাই আছে????? বহুত বহুত শুভেচ্ছাৰে লগতে আপোনাৰ সু স্বাস্থ কামনা কৰিলো।
ইমান সুন্দৰ মাত ,সৰুতেই এইবোৰত ভাল সুবিধা পোৱা হলে বিখ্যাত হলহেতেন ।নমস্কাৰ ।
সঁচাই বৰ্মা গৰাকীৰ ইমান সুন্দৰ কণ্ঠ ❤শুনিলে শুনি থাকিব মন যাব😌
Apunar bohut diniya hopun ata pura hol Sage, bohut vl lagil hosakoi, ,, ❤️❤️
ধুনীয়া ❤
Waw eman dhuniya voice❤❤❤❤❤❤❤
Bahut bahut dhuniaa .suni thakile sunibor mon jaai .love form mangaldai .❤❤❤
বহুত ভাল লাগিল
আৰু খণ্ড আছে যদি দিয়কচোন
Wow emn dhunia kontho anusthanto sai bohut val lagil❤
ধুনীয়া হৈছে ❤
বাপ্পা ঐ ,,,ইমান সুন্দৰ কন্ঠ ❤❤❤❤❤
Bohut val lagise baidey❤❤❤❤❤❤❤❤❤
প্ৰতিভা কেতিয়াও লুকাই নাথাকে ভগৱানৰ আশীৰ্বাদ থাকিলে বিকাশ হয়। খুৰি আপোনাক সহস্ৰ প্ৰনাম 🙏 জনাইছো। ঈশ্বৰে সদায় ভালে ৰাখক আপোনাক। আৰু কিমান যে প্ৰতিভা সোমাই আছে চুকে কোনে নিউজ লাইভ ক ধন্যবাদ জনাইছোঁ এনেদৰে প্ৰতিভা ৰাইজৰ মাজলৈ লৈ অনা বাবে।
Aiya aamar akhomor matri, nomoskar jonalu. Bohut val lagil mon tu.
সুৰ মধুৰ কন্ঠৰ গৰাকী। 🎉🎉🎉
বহুত ভাল লাগিল সুনি।
Artist is born! মনটো বৰ ভাল লাগিলে। আগলৈও তেখেতৰ গান শুনিবলৈ। আশাৰে বাট চাই ৰলো।
বহুত ভাল লাগিল ❤❤❤❤❤
Awesome singing ❤superb voice 👌
bhal lagil atiao eman hundar konth
অতি সুন্দৰ কণ্ঠ শুনি বহুতো ভাল লাগিল বাইদেউ।ঈশ্বৰে আশীৰ্বাদ কৰক।আপোনালৈ শুভেচ্ছা জনালোঁ 🙏🙏🙏।
Mojaaaa dei ma bohut bahut ❤ nice 💯
মঞ্চত জপিয়াই ফুৰা শিল্পী সকলোক গৰিহণা দি আইতা গৰাকীৰ কণ্ঠক শ্ৰদ্ধা জনাই সেৱা জনালোঁ
Bohot dhunia lagise 😍
সঁচাকৈ বহুত ভাল লাগি গল ।এইটো বয়সলৈকে আপোনাৰ যাদুকৰী কণ্ঠ ❤❤❤
Khub khundar Kantha.bahut bhal lagil
bht vl lagil 👍❤
Mesmerizing rendition . She should be patronized by Bihu Committees. Really a better singer than so called many young popular singers...Never should be neglected only because she is old, graceful, and does not try to attract public by dancing to the tune of each and every song..
খুউব সুন্দৰ। প্ৰকৃত শিল্পী।
Manuh garakir kantha xuni mur caku pani ulai hoisa ❤❤
Bohut val lagise baido
Oti hundor kontho.Bhogowan hohay houk apunar
Sundhor bohut val loga❤❤❤
তৰুলতা বা আপুনাক দীর্ঘ জীবন দান কৰক ভগবান।
Hundor ❤❤❤
Eman bhal lagise .
তেখেতলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো লগতে তেখেতৰ সুসাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।এনেদৰে গান গাই যাওক।বহুত বহুত ভাল লাগিল। 😂নমস্কাৰ
বাইদেউৰ বৰ সুৰীয়া কন্ঠ ।
সশ্ৰদ্ধ প্ৰণাম 🙏🙏
Xundor xosai barhia gaise❤❤
Bahut hundar voice🎉🎉
Ati hundor♥️🙏🙏🙏
অতি সুন্দৰ কন্ঠ বৰ মা❤❤
Bah ..... Pure kontho ❤❤
মন ছুই গল
Mur maa enedore gaan gaisile theatre aru kisuman soru sura ke kintu dukhia manuh maak aguai nibole moi suwalijoni hoi nuwarilu... Eman dhunia gaan gai maa tothapi
Bahut.bahut bhal lagil..
Bohut dhunia hoise Aita❤❤
What a melodious voice 👍👍👍
বহুত ভাল লাগিল দেই
🎉🎉🎉 selut. sasa silpi bhabane bahut din jiyai rakhak.
Bar dhuniya kantha baido val lagil
Khub hundar hoyse itaa
Bahut bhal lagise
khub hundor
ভাল লাগিছে❤❤❤
Bohut Sundar.
অতি সুন্দৰ ❤❤
Eman hundor kontha❤❤❤
বহুত ধুনিয়া লাগিল ❤❤❤❤❤❤
Bahut bahut hundar haise.
Old is gold 🙏👌
সঁচাকৈয়ে বৰ ভাল লাগিল
Aji kalir bur a vorit vorit tuli gale hoi song...kintu aapuni thio hoi gaise ..aapunak hatokuti pranam .
News live k dhanybad aru parile dib
Oo ma dhuniya ❤❤❤❤
ভাল লাগিল
অতি ধুনীয়া মাত
অতি সুন্দৰ কণ্ঠ❤থমকি নৰব।আগবাঢ়ি যাওক বাইদেউ।
অতি সুন্দৰ
Ati sundor
Borhia pai 💟
Oti sundor.
প্ৰকৃত শিল্পী।সেৱা জনালো।আৰু আগবাঢ়ি যাওক।
Eman dhuniya kontho
Iman hundor koboloi bhakha nai 🙏🙏🙏🙏
কি সুন্দৰ সুৰ
Best congreslation
Boor hundr hsakoi. 🎻🎧🌹🌹👌
Very very beautiful❤❤❤❤
Wow bor Val loga gan apuna bhut bhut khuborkamona jonalu bor Val🙏🙏🙏🙏🙏
Love you ba.
বয়সে কনঠ ৰুধিব পৰা নাই৷শুনি ভাল লাগিল৷ভগবানে আপোনাক মঙ্গল কৰক
বৰ ভাল লাগিল বাইদেউ গান শুনি
Bohut bhal lgl huni kot asile hoylukai
Real gayika hoi thq👌❤
সুন্দৰ কণ্ঠ এই বয়সত ।এইবোৰহে শিল্পী । এইসকলকহে আৰ্থিক ভাবে সহায় কৰিব লাগে যাতে আগলৈ আৰু উৎসাহ পাব ।
Maa apunak vale thakib hodai ai parthana bhagwan r osort
Bohut val lagile god bless you