ৰথযাত্ৰাৰ সময়ত মাজনিশা জগন্নাথৰ গৰ্ভগৃহত মনে মনে সোমাল এজনী ছোৱালী | বুকু কপি উঠা ঘটনা | Jagannath |

Поділитися
Вставка
  • Опубліковано 6 лип 2024
  • ৰথযাত্ৰাৰ সময়ত মাজনিশা জগন্নাথৰ গৰ্ভগৃহত মনে মনে সোমাল এজনী ছোৱালী | বুকু কপি উঠা ঘটনা | Jagannath |
    #assamese #jagannath #jagannathrathyatra
    About This Video
    জগন্নাথ মন্দিৰত এবাৰ অদ্ভুত ঘটনা সংঘটিত হল। মাজনিশা এক বজাত মন্দিৰৰ ভিতৰলৈ সোমাই গল এগৰাকী যুৱতী। যুৱতী গৰাকীয়ে মন্দিৰৰ ভিতৰত যি দেখিলে সেয়া জানিলে আপুনিও হতবাক হ'ব। কি দেখিলে যুৱতীগৰাকীয়ে সেয়া উল্লেখ আছে এই ভিডিঅটোত।
    Your Queries
    মাজনিশা জগন্নাথ মন্দিৰত সোমাল এগৰাকী যুৱতী
    jab ek ladki rat jagannath temple par ghuse
    jagannath rath yatra 2024
    jagannath rath yatra 2024 live
    jagannath mandir mein hua chamatkar
    जगन्नाथ मंदिर का रहस्य
    भगवान जगन्नाथ मंदिर का रहस्य
    জগন্নাথ দেবের স্নানযাত্রা ২০২৪
    জগন্নাথ মন্দিৰ ৰ ৰহস্য
    জগন্নাথ মহাপ্রসাদ
    জয় জগন্নাথ মহাপ্রভু কীর্তন সম্প্রদায়
    assamese motivation
    assamese video
    today episode
    assamese motivational video
    #motivationalspeech #assamese #motivational #rathyatra #rathyatrastatus
    #jagannathbhajan #jagannathtemple #jagannathpuri #sptitual #god hjj
  • Розваги

КОМЕНТАРІ • 1,8 тис.

  • @BijumoniSaikia-fg4rz
    @BijumoniSaikia-fg4rz 7 днів тому +17

    হে প্ৰভূ জগন্নাথ আমাক সকলোকে কুশলে ৰাখিবা তোমাৰ আসীষ যেন আমাৰ শিৰত সদায়ে থাকে

  • @urmideka2292
    @urmideka2292 8 днів тому +25

    🙏🙏🙏🙏জয় জগন্নাথ মহাপ্ৰভু আমাৰ সৰ্বসংকট দূৰ কৰা🙏🙏🙏🙏

  • @PujaBordoloi-rn8wn
    @PujaBordoloi-rn8wn 7 днів тому +3

    হে প্ৰভু জগন্নাথ, কৃপা কৰিব প্ৰভু সদায় আশীৰ্বাদ কৰিব প্ৰভু।🙏❤️🔱

  • @NijoraGogoi-j4q
    @NijoraGogoi-j4q День тому +1

    হে প্ৰভু জগন্নাথ আমাক কৃপা কৰা

  • @user-ez9cm1pw2r
    @user-ez9cm1pw2r 8 днів тому +25

    জয় জগন্নাথ আমাক কৃপা কৰিবা

  • @minatitalukdar4568
    @minatitalukdar4568 8 днів тому +31

    হে প্রভু জগন্নাথ, কৃপা কৰিবা প্রভু | তোমাৰ আশীৰ্বাদ যাতে সদায় আমাৰ ওপৰত থাকে | প্রণাম গ্রহণ কৰিবা 🙏🙏🙏

  • @miradas4232
    @miradas4232 5 днів тому +1

    হে প্ৰভু জগণ্ণাথ কৃপা কৰিবা । 🙏🙏🙏

  • @mamonibhuyan2669
    @mamonibhuyan2669 6 днів тому +1

    হে প্ৰভু জগন্নাথৰ দয়া কৰা, কৃপা কৰা। 🙏🙏🙏🌹🌹🌹🙏🙏🙏

  • @jumiborah
    @jumiborah 8 днів тому +14

    জয়ী jogonath❤❤

  • @anjukalita161
    @anjukalita161 8 днів тому +17

    জয় জগন্নাথ প্ৰভূ সদায়ে দয়াকৰি ৰাখিঢবা আমাক প্ৰভ তুমিয়েই দয়াৰ সাগৰ

  • @mirathakuria8564
    @mirathakuria8564 7 днів тому +1

    জয় জগন্নাথ বাবা,দয়াকৰি আমাৰ পিনে অকণমান চাবা বাবা🙏🙏🙏

  • @nabanitasaikia5507
    @nabanitasaikia5507 7 днів тому +2

    জয় জগন্নাথ 🙏🙏

  • @blabuio410
    @blabuio410 8 днів тому +19

    হে প্ৰভু জগন্নাথ! তোমাৰ মহিমা অপাৰ। আমাক সকলোকে চকু মেলি চোৱা হে প্ৰভু ঈশ্বৰ। জয় জগন্নাথ🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @HSLCSEBAASSAM
      @HSLCSEBAASSAM 7 днів тому +1

      জয় জগন্নাথ🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼

  • @nirupomachetia327
    @nirupomachetia327 8 днів тому +20

    জগন্নাথ মহাপ্ৰভূৰ শ্ৰীচৰণত শত কৌটি প্ৰণাম ।

  • @mukutasaikia9020
    @mukutasaikia9020 14 годин тому

    হে প্ৰভু জগন্নাথ কৃপা কৰিবা ...নাতি দুটাৰ সৈতে মাক দেউতাক সকলোকে মঙ্গলে দীৰ্ঘায়ু কৰি আৰ্শীবাদ দিবা🙏🙏🙏🌹🌹🌹🌺

  • @dipaliboruah194
    @dipaliboruah194 7 днів тому +2

    জয় জগন্নাথ। হে প্ৰভু আমাক সদায়ে আশীষ কৰি থাকিবা। শতকোটি প্ৰণাম, শতকোটি ধ্যনবাদ প্ৰভু।

  • @rashmirekhadevi8202
    @rashmirekhadevi8202 8 днів тому +8

    Jai jogonnath 🙏🏻🙏🏻🙏🏻🌺🌺🌺🌼🌼🌼🌼🌼🙏🏻🙏🏻🙏🏻🙏🏻

  • @MinaDas-vx3zq
    @MinaDas-vx3zq 8 днів тому +5

    জয় জগন্নাথ হে প্ৰভু যি মনে আপোনাৰ ওচৰত সেৱা আগবঢ়ায় ছো সকলো মনৰ আশা পূৰণ কৰিব প্ৰভু জয় জগন্নাথ

  • @munubbhatta8068
    @munubbhatta8068 6 днів тому +1

    He prabhu tumak bohut bohut dhanyabad. Tumi xodai amar logot asa.

  • @arunagogoi2596
    @arunagogoi2596 7 днів тому +1

    জয় জগনাথ জয় জগনাথ জয় জগনাথ

  • @saraswatinewar003
    @saraswatinewar003 8 днів тому +16

    Jai Jaganath bàba ki Jai🙏🙏🙏🙏🙏🌼🌼🌼🌼🌼🌺🌺🌺🌺🌺🌺

  • @btsarmymirbon3400
    @btsarmymirbon3400 8 днів тому +12

    জয় জগন্নাথ মহাপ্ৰভু

  • @jintimahanta8086
    @jintimahanta8086 6 днів тому +1

    জয় জগন্নাথ আমাৰ সকলো সংকট মোচন কৰিবা

  • @manashboruah6434
    @manashboruah6434 6 днів тому +1

    জয় জগনাথ‌।হে প্ৰভু তুমি সকলোখিনি বিপদ নাশ কৰি‌ কণমানি টোক কুশল কৰা। জয় জগনাথ‌।❤❤❤❤

  • @junalidas3795
    @junalidas3795 8 днів тому +4

    জয় জগন্নাথ মোক, আমাক ক সহায় কৰা আৰু ভালে ৰাখকক স

  • @ikondas8254
    @ikondas8254 8 днів тому +7

    হে প্রভু জয় জগোনাথ তোমাক মই
    জট মানে মই জি জাগাত আচো সেই থাইপৰাই প্ৰনাম কৰিচো তমাক অশেষ ধন্যবাদ প্রভু জয় জয় জয় 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🌷🌷🌷🌷🌷

  • @KusumKonwar-dm7cq
    @KusumKonwar-dm7cq 7 днів тому +1

    জয় জগন্নাথ প্ৰভু 🙏🪔🌺 জয় শ্ৰী কৃষ্ণ,জয় বলোভদ্ৰ, সুভদ্ৰা মাঁ 🙏🙏🪔🪔🌺🌺♥️♥️

  • @priyojonorbandhun
    @priyojonorbandhun 3 дні тому +1

    জয় জগন্নাথ🙏❤️🙏❤

  • @Rd77460
    @Rd77460 8 днів тому +6

    Jai jagannath❤❤❤❤❤❤❤

  • @someswarbora6922
    @someswarbora6922 8 днів тому +4

    হে জগনাথ পভূ আমাৰ অণচলৰ সকলোৰে সূউমগল হক

  • @diptydas8388
    @diptydas8388 3 дні тому

    হে প্রভু জগন্নাথ, মোৰ শতকোটি প্রনাম গ্রহণ কৰিবা, মোৰ মনৰ আশা পুৰণ কৰিবা, মোৰ সেৱা সদায় এনেদৰেই তোমালৈ আছে 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🌺🌺🌺🌺🌺

  • @runjunsaharia5970
    @runjunsaharia5970 6 днів тому

    জয় জগন্নাথ 👏সকলোকে নিৰাপদে ৰাখিবা প্ৰভূ তোমাৰ শ্ৰী চৰনত প্ৰাৰ্থনা জনাইছো❤🌹🙏

  • @MonjuBorah-zc7jb
    @MonjuBorah-zc7jb 8 днів тому +8

    জয় জগন্নাথ । তোমাক এবাৰ দৰ্শন কৰি সেৱা লবলৈ কৃপা কৰা ।

  • @gupensaikia
    @gupensaikia 8 днів тому +5

    জয় জগন্নাথ

  • @SindhaDeka
    @SindhaDeka 5 днів тому

    জয়জগন্নাথ তোমাক কোটি কোটি প্ৰনাম প্ৰভূ তুমি অন্তৰযামী সকলোযানা কৃপাদৃষ্টি ৰাখিবা।

  • @gpb4852
    @gpb4852 3 дні тому

    জয় জগন্নাথৰ ভগৱানমহাপ্ৰভু আমাৰ সকলোৰে সকলো স‍ংকত দূৰ কৰা।তোমাক কোটি, কোটি প্ৰনাম জনাইছোঁ 🕉️🙏🙏🙏🙏🙏

  • @pradipbarman7626
    @pradipbarman7626 8 днів тому +5

    জয় জয় জগন্নাথ
    প্ৰভু জগন্নাথ।

  • @jatinborgohain587
    @jatinborgohain587 8 днів тому +3

    Jai jagannath ji Jai ❤❤❤❤❤

  • @lakhimaideurilakhimaideuri1096
    @lakhimaideurilakhimaideuri1096 5 днів тому

    হৈ প্ৰভু জগন্নাথ দয়া কৰিব প্ৰভু সদায় আশীৰ্বাদ কৰিব প্ৰভু ।

  • @hemkantihazarika9531
    @hemkantihazarika9531 6 днів тому

    জয় জগন্নাথ আপোনাৰ শ্ৰী চৰণত শতকুটী প্ৰণাম কৰিছো সকলোকে কৃপা কৰক 🙏🏻🙏🏻🙏🏻

  • @malayadevi5955
    @malayadevi5955 8 днів тому +3

    জয় জগন্নাথ প্ৰভু,কৃপা কৰিবা প্ৰভু।

  • @lakhigogoi7357
    @lakhigogoi7357 8 днів тому +3

    Jai Jagannath 🌺🙏🌺🙏🌺🙏🌺🙏🌺🙏💚🙏🌺🙏🌺

  • @Amar_vlogs70
    @Amar_vlogs70 6 днів тому +1

    Jay Jagannath 🙏🙏

  • @itsmemanalisha
    @itsmemanalisha 5 днів тому

    হে প্ৰভু আপোনাক প্ৰণাম ❤🙏... সকলোকে ভালে ৰাখিব মোৰ গোখাই 🥺🥰

  • @DipShikha-mt3ih
    @DipShikha-mt3ih 8 днів тому +3

    জয় জগন্নাথ আমাক কৃপা কৰিবা🙏🙏🙏🙏

  • @KrishnaMoniDevi-sg5zn
    @KrishnaMoniDevi-sg5zn 8 днів тому +3

    Jai jagannath

  • @mouchumi....2219
    @mouchumi....2219 3 дні тому

    ভাল লাগিল ভিডিঅ'টি।

  • @manalishadeka-wx7lh
    @manalishadeka-wx7lh 7 днів тому

    জয় জগন্নাথ প্ৰভু 🙏🙏🙏 সকলোৰে মঙ্গল কৰা প্ৰভু 🙏🙏🙏 তোমাক কোটি কোটি প্ৰণাম 🙏🙏🙏

  • @user-ux4vb4es4r
    @user-ux4vb4es4r 8 днів тому +10

    ❤🙏জয় জগন্নাথ🙏❤

  • @LakhimoniBoruah-un3ck
    @LakhimoniBoruah-un3ck 8 днів тому +4

    Joy jogonnath

  • @duluborah8713
    @duluborah8713 8 днів тому +1

    Joi jagannath

  • @girinkalita7134
    @girinkalita7134 8 днів тому +98

    Joy jogonnath 🔱🙏🔱💕

  • @linabora9978
    @linabora9978 8 днів тому +3

    Joy Jogonnath

  • @LakheswarHazarika-xi1wx
    @LakheswarHazarika-xi1wx 6 днів тому +1

    Jai Ho jagganath pita kee,,

  • @binodchandraborah2147
    @binodchandraborah2147 6 днів тому

    জয় জগন্নাথ প্ৰভুৰ।জগন্নাথ মহাপ্ৰভুলৈ শতকোটি প্ৰণাম জনালোঁ ।

  • @user-cj5rq7rz7m
    @user-cj5rq7rz7m 8 днів тому +5

    জয় জগনাথ প্ৰভূ আপোনাৰ কৃপা দৃষ্টি আমাৰ ঘৰ খনত চকু মেলি চায় যেন

    • @user-hm1ln1kz3z
      @user-hm1ln1kz3z 8 днів тому

      জয় জগন্নাথ কৃপা ময় তুমি কৃপা কৰি বা প্ৰভু।

  • @ranjitadeori6018
    @ranjitadeori6018 8 днів тому +7

    জয় জগন্নাথ মহাপৰভু

  • @daisybharali9469
    @daisybharali9469 7 днів тому +1

    কৃপা কৰা মহাপ্ৰভু🙏🏼🙏🏼🙏🏼

  • @anjubora3626
    @anjubora3626 4 дні тому

    হে প্ৰভু মোৰ সেৱা স্বীকাৰ কৰা তুমি আমাৰ পৰিয়ালৰ যেনসাৰথি হোৱা মনৰ কামনা পূৰণ কৰা

  • @BasantakumarHaloi
    @BasantakumarHaloi 8 днів тому +4

    জয় জগন্নাথ প্ৰভু কি জয়।

  • @rupagogoi4897
    @rupagogoi4897 4 дні тому

    প্ৰভু জগন্নাথ সমগ্ৰ মানৱ জাতিক কৃপা দৃষ্টিয়ে চাবা। মানুহৰ অন্তৰত ধৰ্ম প্ৰভাৱ দিয়া। তোমাৰ চৰনত শতকোতি প্ৰণাম হে প্ৰভু জগন্নাথ।

  • @gitamonimahanta5315
    @gitamonimahanta5315 3 дні тому

    হে প্ৰভু জগন্নাথ , গভীৰভাৱে বিশ্বাস কৰোঁ তোমাক । ৰক্ষা কৰা প্ৰভু আমাৰ পৰিয়ালক । অনন্ত প্ৰভু ।

  • @JunuDevi-rr9wq
    @JunuDevi-rr9wq 3 дні тому

    হে প্ৰভু জগন্নাথ কৃপা কৰিবা

  • @user-gj4yl2ft4r
    @user-gj4yl2ft4r 7 днів тому

    জয় জগন্নাথ মন্দিৰৰ আমাক কৃপাৰ কৰা

  • @UjjalTalukdar-od4ou
    @UjjalTalukdar-od4ou 5 днів тому

    🙏🙏🙏Joy Jogonnath Moha Probhu Amar Ghoror Hongket Dur Korok Probhu🙏🙏🙏

  • @nilimasaloi9748
    @nilimasaloi9748 21 годину тому

    জয় জগন্নাথ প্ৰভু কৃপা কৰিবা

  • @prantikgogoi8227
    @prantikgogoi8227 7 днів тому +1

    জয় জগন্নাথ,🙏🏻

  • @kiranbormudoi2629
    @kiranbormudoi2629 2 дні тому

    জয় জগন্নাথ । প্ৰভু সেৱা জনালো

  • @trishnadas9735
    @trishnadas9735 6 днів тому +1

    জয় জগন্নাথ ❤

  • @queen7217
    @queen7217 6 днів тому +1

    Joy Jagannath

  • @kalpanabaishya1444
    @kalpanabaishya1444 7 днів тому +1

    Jai Jagannath Maha Prabhu

  • @renuborah6005
    @renuborah6005 5 днів тому

    জয় জগন্নাথ প্রভু তুমি আমাকে কৃপা কৰিবা🙏🙏🙏🙏🙏

  • @pranjumonichaliha3558
    @pranjumonichaliha3558 7 днів тому +1

    জয় জগন্নাথ

  • @pronitaboruah996
    @pronitaboruah996 6 днів тому +1

    Joy jagannath 🙏

  • @rashmiborah1103
    @rashmiborah1103 День тому

    জয় জগন্নাথ আই ধৰিত্ৰীক কৃপা কৰি ৰাখিবা 🙏

  • @prxncefxae
    @prxncefxae 7 днів тому

    জয় জগন্নাথ প্ৰভু,কৃপা কৰিবা আমাক।

  • @user-nf3js4py6k
    @user-nf3js4py6k 7 днів тому +1

    Joy jaganathan 🙏🔱🔱🔱

  • @abhijitrabha5715
    @abhijitrabha5715 7 днів тому +1

    Joy jaggannath prabhu

  • @DimpiKalita-bb8qt
    @DimpiKalita-bb8qt 3 дні тому +1

    Joy jogonnath 🙏🙏🙏

  • @RamDas-ru6wl
    @RamDas-ru6wl 5 днів тому

    হে প্ৰভু জগন্নাথ আমি জট আছো সেই থাই পৰাই তোমাৰ চৰন প্ৰঙ্কজত সেৱা নিবেদন কৰিছোঁ ।আমাক আসিবাদ কৰিবা জয় জগন্নাথ ।

  • @BhagyashreeNath-br5xe
    @BhagyashreeNath-br5xe 7 днів тому +1

    Jay jogonnath 🎉🎉

  • @user-mt1mk2bm3j
    @user-mt1mk2bm3j 7 днів тому +1

    Jay jaganath

  • @renugogoi717
    @renugogoi717 3 дні тому

    হে পৰ ভু জগনাথ কৃপা কৰিব,❤

  • @user-gs8ed4bn2j
    @user-gs8ed4bn2j 7 днів тому

    জয় জগন্নাথ প্ৰভু কৃপা কৰিবা 🙏🙏🙏

  • @nabanitadevidevi781
    @nabanitadevidevi781 7 днів тому

    জয় জগন্নাথ আমাৰ সৰ্ব দুখ দূৰ কৰা

  • @porikonwar4220
    @porikonwar4220 7 днів тому

    হে প্ৰভু জগন্নাথ কৃপা কৰিব প্ৰভু

  • @geetachoudhury9551
    @geetachoudhury9551 5 днів тому

    জয় শ্ৰী জগন্নাথ মহা প্ৰভুৱে নমঃ!🙏 জয় মা সুভদ্ৰায়ে নমঃ!🙏 জয় শ্ৰী বলভদ্ৰৈ নমঃ!🙏 কৃপা দৃষ্টি দিয়া! সকলো মনোবাঞ্ছা পূৰ্ণ কৰা প্ৰভু!🙏❤️🙏❤️🙏❤️

  • @madhurjyasaikia7007
    @madhurjyasaikia7007 7 днів тому +1

    Jai jogonnath

  • @DadulHazarika-y3g
    @DadulHazarika-y3g 6 днів тому

    Joy Jaganath🙏🙏🙏..
    Rakhya kori🙏🙏🙏

  • @udayan0738
    @udayan0738 6 днів тому

    Belegor kotha bad diya aguai jua❤❤❤1st salu aji

  • @girijyotichetia4930
    @girijyotichetia4930 6 днів тому

    হে মহাপ্ৰভু জগন্নাথ!তোমাৰ ভক্তক কৃপা কৰা ।

  • @pranitakakati4708
    @pranitakakati4708 5 днів тому

    জয় জগন্নাথ প্ৰভু কৃপা কৰিবা 🙏

  • @pujahazarika715
    @pujahazarika715 7 днів тому

    জয় জগন্নাথ আমাক কৃপা কৰা প্ৰভু🙏🙏🙏

  • @rajashridas1955
    @rajashridas1955 7 днів тому

    জয় জগন্নাথ প্ৰভু 🙏🙏🙏তোমাৰ মহিমা অপাৰ 🙏🙏🙏

  • @BinuDas-wk6jj
    @BinuDas-wk6jj 7 днів тому

    জয় জগন্নাথ জয় জগন্নাথ জয় জগন্নাথ

  • @user-dl8eg4hp3r
    @user-dl8eg4hp3r 7 днів тому

    Thanks Jai Jagannath Maha provu🙏🙏🙏🙏

  • @niralachoudhury5868
    @niralachoudhury5868 7 днів тому

    জয় জগন্নাথ মহা প্ৰভু,দুখুনীক কৃপা কৰা প্ৰভু।

  • @TilakGogoi-ff2xn
    @TilakGogoi-ff2xn 7 днів тому

    জয় জগনাথ । জয় জগনাথ । জয় জগনাথ ।🙏🙏🙏

  • @Minubayan1
    @Minubayan1 6 днів тому

    জয় জগনাথ কৃপা কৰিব প্ৰভু❤🙏🙏🙏🙏

  • @janardanarandhara9193
    @janardanarandhara9193 7 днів тому

    জয় জগন্নাথ প্ৰভূ প্ৰণাম তোমাক জনাইছো