কইনা বিদাই দিয়া মূহুৰ্ত বিয়া নাম গাই জুমন বৰাই কান্দি গ'ল/সাংবাদিকো কান্দিল শুঁনি চাওঁক

Поділитися
Вставка
  • Опубліковано 21 сер 2024

КОМЕНТАРІ • 391

  • @sumitradeb8538
    @sumitradeb8538 Місяць тому +32

    বহুত ধুনীয়া তোমাৰ কন্ঠ বহুত দুখ লাগে হয়তু তোমাৰ কন্ঠ তে কিবা আছে ❤

  • @user-ly8fl7yo9v
    @user-ly8fl7yo9v Місяць тому +28

    এচাম অসমীয়া মানুহে এনেকৈ আমাৰ
    লোক সম্পদ বোৰ ধৰিৰাখিবলৈ যত্ন নকৰে, লাজপায়, পশ্চিমীয়া সংস্কৃতিক
    হে বেছি গুৰুত্ব দিয়ে। জুমনলৈ অশেষ
    ধন্যবাদ।

  • @injudhanyabadbaideuxundorr7655
    @injudhanyabadbaideuxundorr7655 Місяць тому +19

    জুমন তোমাৰ বিয়ানামৰ মিঠা সুৰ,এক আৰু অন্যতম,,অন্তৰ চুই গৈছে,, আগবাঢ়ি যোৱা ❤

  • @dharmeswaribora4706
    @dharmeswaribora4706 Місяць тому +44

    ভাইটি তোমাৰ বিয়া নাম শুনি অতীতলৈ মনত পৰিল৷তুমি আগুৱাই যোৱা

  • @BIPULGOGOI
    @BIPULGOGOI 17 днів тому +5

    ছোৱালীজনী কম নহয় দেই ❤❤❤❤

  • @BhupensharmaSharma
    @BhupensharmaSharma Місяць тому +27

    বিয়াৰ নাম শুনিলে মোৰ চকুৰ পানি ওলাই যায় ! জুমন তোমাক ধন্যবাদ ।

  • @girinasharma4442
    @girinasharma4442 16 днів тому +8

    সুন্দৰ কণ্ঠত ধুনীয়া বিয়ানাম। উজনি অসমৰ বিয়া নামৰ সুৰেই বেলেগ। বৰ ভাল লাগিল বিয়ানাম শুনি।

  • @user-mv1uw4pv7e
    @user-mv1uw4pv7e Місяць тому +25

    সঁচাকৈ খুব সুন্দৰ গাইছে হিয়াভাঙি চকু পানী ওলায় আহিছে

  • @arnabdeka8815
    @arnabdeka8815 21 день тому +4

    বাইদেউক❤❤ উলিয়ায় দিয়া মূহুৰ্তটো মনত কৰা মন নাছিল,নোৱাৰিলো😢😢।

  • @rubisarma7511
    @rubisarma7511 Місяць тому +14

    বিয়াৰ দিনটো মনত পৰি গল 😢 সঁচাই বহুত বেছি দুখ লাগিছিল দৰা আহি থকা বুলি শুনি আৰু বিদায় মূহুৰ্তত, এতিয়াও চকু পানী ওলায় 😢

  • @praptichoudhury3239
    @praptichoudhury3239 Місяць тому +6

    ইমান ধুনীয়া কন্ঠ নিগৰাইছে। আবেগিক হৈ পৰিলোঁ।

  • @user-se5yz7zc6o
    @user-se5yz7zc6o 21 день тому +3

    I love zumon 😢😢😢 bhal lagil Sai but kandi golu.super very nice aguai juwa God bless you ❤❤❤

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 Місяць тому +9

    বহুত ভাল লাগিল মই শুনি এতিয়া ৰাতি 1 বাজি 30 মিনিট গৈছে মই কান্দি কান্দি শুনি আছোঁ

  • @bagadbilla452
    @bagadbilla452 Місяць тому +12

    সুন্দৰ জুমন। তুমি ভাল গাইছে।

  • @rumasaikia6719
    @rumasaikia6719 23 дні тому +3

    বৰ ধুনীয়া লাগে তুমাৰ কন্ঠ

  • @sabitadevi5995
    @sabitadevi5995 Місяць тому +4

    বিয়া নাম শুনি শুনি আপ্লুত হৈ পৰিলো। বহুত ভাল লাগিল

  • @runumanideka2808
    @runumanideka2808 7 днів тому +1

    তোমাৰ বিয়া নাম শুনি বহুত ভাল লাগিছে

  • @dipakgogoi4266
    @dipakgogoi4266 Місяць тому +7

    Dy365 baideuo gorakiloiuo Mur hubhokana hodai thakibo

  • @amiyagogoi9707
    @amiyagogoi9707 Місяць тому +4

    জুমন বহুত ধুনীয়া বিয়া নাম গাইছ। সদায় গাই থাকিবো 👌👍❤

  • @jyotidutta3118
    @jyotidutta3118 14 днів тому +2

    Biya namor Eman dhuniya kantha aru aguyai jua

  • @aaaa-ik7xs
    @aaaa-ik7xs Місяць тому +14

    Bohut sundor hoise.God bless you. Jumon.

  • @pompibhuyanboruah
    @pompibhuyanboruah Місяць тому +5

    অন্তৰ চুই গৈছে ❤️ তুমি আগুৱাই যোৱা।

  • @sewalideka9967
    @sewalideka9967 Місяць тому +2

    বহুত ভাল লাগিল‌ ঘৰৰ থকা গীতটো শুনি 😢😢😢ললো

  • @PrahladRajkonwar
    @PrahladRajkonwar 12 днів тому

    জুমন তোমাৰ বিয়াৰ নাম শুনি মোৰ হৃদয় মাজত চোই গ'ল আৰু হিয়া খন ভাগি গ'ল আৰু তুমি সদায় এই দৰে গাই যোৱা , তোমাৰ বাবে সদায় মৰম থাকিব,

  • @anupamagohaindas5002
    @anupamagohaindas5002 Місяць тому +2

    এই বোৰ বিয়া নাম নবৈ দশকত শুনিছিলো আৰু গাইছিলো ❤ বৰ দুখ লাগিল শুনি ❤

  • @meghalisenapati6498
    @meghalisenapati6498 Місяць тому +3

    আজিকালি বিয়া নাম গাবলৈ লগতে শুরনিবলৈ কাৰোৱে সময় নাই। আচলতে শুরভ বিবাহত ৰাম-সীতা, ৰাধাকৃষ্ণ, শিৱ পাব'তীক মুলক নাম গাব লাগে। ইয়াৰ তাৎপয অনস্বীকার্য। ইয়াৰ প্ৰভাৱ গুৰুত্বপূৰ্ণ।

  • @bontigogoi8505
    @bontigogoi8505 5 годин тому

    Bohut bohut val lagil.nakandi nuwarilu.dhanyabad jonalu❤️

  • @user-jd7gp5yy3w
    @user-jd7gp5yy3w 7 днів тому

    জুমন আগবাঢ়ি যোৱা ৷বৰ সুন্দৰ হৈছে ৷ তোমাৰ কণ্ঠটো বৰ ধুনীয়া ৷

  • @user-vq6se5pn5v
    @user-vq6se5pn5v 15 днів тому

    Love from jorhat❤❤

  • @pradipgogoi3182
    @pradipgogoi3182 Місяць тому +1

    অতি সুন্দৰ জুমন তোমাৰ বিয়ানাম শুনি বহুতো ভাল লাগিল আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব্ 🙏🙏🙏।

  • @DipanjaliBordoloi-oe7gh
    @DipanjaliBordoloi-oe7gh Місяць тому +3

    খুব সুন্দৰ।এনেকুৱা বিয়া নাম শুনিলে চকু পানী ওলাই ।

  • @kismatkour436
    @kismatkour436 Місяць тому +4

    বহুত বহুত ভাল লাগিল ❤❤❤

  • @riturajtopojugentopo4181
    @riturajtopojugentopo4181 Місяць тому +1

    জুমন ভাই বহুত সুন্দৰ তোমাৰ কন্ঠ । তোমালৈ আন্তৰিক মৰম ও অভিনন্দন থাকিল ভগৱানে তোমাক সহায় কৰক আগুৱাই নিয়ক ।❤ 💐😍

  • @JayantaChangmai-bs3py
    @JayantaChangmai-bs3py Місяць тому +3

    মজা,নেৰিবা আমাৰ লোক সংস্কৃতি

  • @bipuldeka9232
    @bipuldeka9232 Місяць тому +9

    Bohut val gaisa

  • @bontidutta2385
    @bontidutta2385 17 днів тому +1

    আমাৰ ছোৱালীৰ বিয়াৰ বিদায় বেলা মনত পৰি চকুপানী ওলাই গৈছে তোমাৰ বিয়া নাম শুনি ।

  • @user-qt2xn7eu6k
    @user-qt2xn7eu6k 11 днів тому

    Bhut dhuniya hoise very nice agbahi jua. Jumon

  • @user-uz3bf1to1p
    @user-uz3bf1to1p 14 днів тому +1

    Bhal lagil huni bohut.

  • @milankalita1517
    @milankalita1517 Місяць тому +1

    দীপালী বৰঠাকুৰৰ গীততুলৈ মনত পৰিল,সোণৰ খাৰু নালাগে মোক, আজিও তোমাৰ গীত টো মুঠতে বহুত ধুনীয়া লাগিছে।

  • @champachetia9242
    @champachetia9242 23 дні тому +1

    Val lagil dei

  • @floraphilemainu5070
    @floraphilemainu5070 12 днів тому

    ভাল লাগিল দেই ব্লগ টো 🎉

  • @gayadeka8093
    @gayadeka8093 Місяць тому +5

    বিয়াৰ গীত শুনি চকুৰ পানী ওলাই গল

  • @pranjalassam3634
    @pranjalassam3634 11 днів тому

    বহুত ভাল লাগিছে আপোনাক বহুত শুভেচ্ছা জনালোঁ,,,,,

  • @user-gk9bz5sq2w
    @user-gk9bz5sq2w 20 днів тому +1

    জুমনৰ বিয়া নাম ভাল লাগিল

  • @binubegum
    @binubegum 19 днів тому +1

    জুমন ভাইটি তোমাৰ বিয়া নাম শুনি ম ই নে কান্দি থাকিব নোৱাৰিলোঁ।পাহৰি যোৱা কথা আজি মনত জাগি উঠিছে। তুমি আৰু আগবাঢ়ি যোৱা।মোৰ ফালৰ পৰা আশিবাদ থাকিল

  • @archananath3587
    @archananath3587 Місяць тому +5

    বহুত ভাল লাগিল ৷আগবাঢ়ি যোৱা ৷তোমাক কেনেকৈ যোগাযোগ কৰিব পাৰিম জনালে বহুত ভাল পাম ৷

  • @jadumonihazarika6091
    @jadumonihazarika6091 4 дні тому

    Bohut hundor hoisa aru agwai jok tara kamona korelu 🥳🥳🥳

  • @bontibordoloi416
    @bontibordoloi416 Місяць тому +2

    Bahut 2 bhal lagil aru bahut kandilou dai.....

  • @user-uu9jy5fs2y
    @user-uu9jy5fs2y 7 днів тому

    Iman dhuniya gaisa Tumi aru aagbahi jua

  • @tarunchandranath
    @tarunchandranath Місяць тому +4

    বুকুৰ।।ভিতৰত।।কৰ,বাত।।কপিউথিছে❤

  • @RumiSonowal-j1v
    @RumiSonowal-j1v 13 годин тому

    Dhuniya lagise dada ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @LakhimaiBorah-yn6zd
    @LakhimaiBorah-yn6zd 23 дні тому

    বহুত দুখ লাগে অ'।।তোমাৰ কণ্ঠ ত বিয়া নাম শুনি😢😢😢😢

  • @girishchandrasharma5023
    @girishchandrasharma5023 Місяць тому +4

    অপূৰ্ব

  • @mamonidevi617
    @mamonidevi617 Місяць тому +4

    Bohut dhunia gaicha

  • @user-ie6dx5zb5i
    @user-ie6dx5zb5i Місяць тому +4

    Very Beautiful . . ❤ ❤ ❤ ❤ ❤.

  • @Rihangaming.66
    @Rihangaming.66 Місяць тому +2

    ভাল লাগিছে শুনি আগুৱাই যোৱা।

  • @induprovasaikia5282
    @induprovasaikia5282 День тому +1

    Mesmerizing performance.

  • @tapanbaruah1006
    @tapanbaruah1006 Місяць тому +1

    Rishu Duliajan you are the best girl that you deliver the actual program of the season.I congratulate to you.

  • @dipankalitachoudhury9327
    @dipankalitachoudhury9327 Місяць тому +2

    Bahut sundar
    Natun padakhyep
    Aguai jua bhaiti

  • @jitenlahkar4485
    @jitenlahkar4485 19 днів тому

    কৃষ্ণ। অতি সূন্দৰ। প্ৰভুৱে কৃপা কৰক।

  • @subaladas7733
    @subaladas7733 Місяць тому +4

    Nice very nice

  • @dimbeswargohain2867
    @dimbeswargohain2867 Місяць тому +3

    মনতে পৰিছে সঁচাকৈ, চকু সেমেকা!

  • @LolitGogoi-jw2wq
    @LolitGogoi-jw2wq 21 день тому +1

    কানিলো দেই ৷

  • @mamoniroy88
    @mamoniroy88 6 днів тому

    Bahut Bahut Dhuniya. ...

  • @user-ib7ow4nv2m
    @user-ib7ow4nv2m Місяць тому +3

    Bohut val lagil mur sokupani olai goise karon aru dumah pasot mur suwlir niy

  • @daijikeot9844
    @daijikeot9844 16 днів тому

    Xuni hepah napalai khub xundor kontho zumoon..bht vl lagil ..duxo lagil😢tumi agowai jowa❤

  • @parinitasonowal8276
    @parinitasonowal8276 Місяць тому +1

    Bohut dhuneya gaisa,,

  • @user-ys6iu6vr1g
    @user-ys6iu6vr1g Місяць тому +2

    বহুত বহুত ভাল লাগিছে

  • @montukonwar5436
    @montukonwar5436 Місяць тому

    ইমান সুন্দৰ কণ্ঠ চকু পানী ওলাই যায়
    Jumon great 👍👍

  • @HemangaHazarika-d5u
    @HemangaHazarika-d5u 3 дні тому

    বহোত ভাল

  • @pankajdeori3280
    @pankajdeori3280 13 днів тому +1

    Aag bahi juwa jumon bhaite❤❤❤😂😂😂😂😂😂😂😂😂

  • @dekaloravlog
    @dekaloravlog Місяць тому +1

    তুমি আগুৱাই যোৱাত সকলোৰে আশীৰ্বাদ আছে
    চেষ্টা কৰি যোৱা এদিন সফল হবা🎉🎉🎉🎉🎉

  • @kalpanadas4409
    @kalpanadas4409 Місяць тому +1

    জুমন তোমাৰ বিয়া নামে সছাকে বৰ আবেগিক কৰি পেলাই আৰু চকু পানী ওলাই আহে 😂😂তুমাক বহু বহু ধন্যবাদ

  • @tutumonichetia5827
    @tutumonichetia5827 22 дні тому

    বৰ সুন্দৰকৈ বিয়া নাম খাৰি গালা । চকুত চুকুপানি ধৰি ৰাখিব নোৱাৰিলো । তুমি আগুৱাই যোৱা । আৰ্শীবাদ থাকিল ।

  • @saratbhai8593
    @saratbhai8593 20 днів тому

    Excellent Jumon.

  • @nabajyotibhuyan5919
    @nabajyotibhuyan5919 11 днів тому

    সমাজৰ পৰা হেৰাই যাব ধৰা আপুৰুগীয়া সম্পদ সমূহ।

  • @sankarchandranath9340
    @sankarchandranath9340 Місяць тому +6

    Biya Namte Hiabhagi Jai.

  • @TarunRajbongshiTarunRajbongshi
    @TarunRajbongshiTarunRajbongshi Місяць тому +52

    Bahut bahut bhal lagil

  • @JashnarabhaRabha
    @JashnarabhaRabha 3 дні тому

    Bohut val lagise

  • @prativatalukdar2520
    @prativatalukdar2520 Місяць тому +1

    খুব সুন্দৰ আগুৱাই যোৱা

  • @BishalDasart
    @BishalDasart Місяць тому +2

    Xuni bht Val lagil vaiti. Aguwai jowa

  • @user-ko7kr3bo3t
    @user-ko7kr3bo3t Місяць тому +1

    Bhout hundor lagise de

  • @MaramiHaloi-cu4pk
    @MaramiHaloi-cu4pk Місяць тому +1

    Eman duniya tumar xur dada❤

  • @puspadhardeka5665
    @puspadhardeka5665 Місяць тому +1

    ❤❤❤ very very excellent 👍👍👍

  • @ebulali8473
    @ebulali8473 Місяць тому +1

    Nice song❤

  • @JyotiPegu-c9y
    @JyotiPegu-c9y Місяць тому +2

    Good , Thanks

  • @yolojobs3777
    @yolojobs3777 Місяць тому +1

    Bohut bohut val hoise.

  • @bhoirabborgohain7717
    @bhoirabborgohain7717 12 днів тому +1

    Nice ❤❤❤

  • @thevoiceoftime2081
    @thevoiceoftime2081 Місяць тому +2

    মই ও শুনিম গাই দিয়া

  • @user-cq5pp5lv9b
    @user-cq5pp5lv9b Місяць тому +1

    বহুত বহুত ভাল লাগিল শুনি

  • @manomatidas5326
    @manomatidas5326 Місяць тому

    বহুত বহুত ভাল লাগিল আজি কালি বহুত বিয়াত বিয়া নাম শূনা নাজায়

  • @UpenRajbongshi-x7c
    @UpenRajbongshi-x7c Місяць тому +2

    Very good

  • @user-vf5mw9xj1w
    @user-vf5mw9xj1w Місяць тому +1

    Bohut bohut val lagile 👌

  • @JitumoniBegum-wm3mf
    @JitumoniBegum-wm3mf Місяць тому +1

    Bht moja dada

  • @user-gq4sz6bz2v
    @user-gq4sz6bz2v 11 днів тому

    বহুত ধুনীয়া লাগিলে দেই

  • @monibora3907
    @monibora3907 Місяць тому +1

    বহুত ভাল লাগিল😂😂

  • @RajibGogoi-jf5db
    @RajibGogoi-jf5db Місяць тому +1

    Mur val lage bia nam. god bless you jumon

  • @MinuDeka-jd4ju
    @MinuDeka-jd4ju Місяць тому +2

    Nice 👍

  • @TanyaMoran-kl4zd
    @TanyaMoran-kl4zd 15 днів тому

    Bhut val lagil

  • @karunanath1754
    @karunanath1754 Місяць тому +1

    বহুত মধুৰ কণ্ঠ ।