এটা সুখী পৰিয়ালৰ কাহিনী- assamese new vlog

Поділитися
Вставка
  • Опубліковано 22 сер 2024
  • assamese vlog
    assamese new vlog
    an amazing family
    assamese family
    prince bharali's vlog
    Dodo

КОМЕНТАРІ • 469

  • @JaganathLalung-tx6xe
    @JaganathLalung-tx6xe 9 місяців тому +67

    সছাকৈ মানিব লাগিব । কলিযুগৰ পঞ্চ পাণ্ডৱ । মোৰ আশা ইয়াত যাতে দুৰ্যোধনৰ কূটনৈতী নুসোমাই ।

  • @champakdekanicesong.zubeen2679
    @champakdekanicesong.zubeen2679 9 місяців тому +72

    দেউতাক যে সৎ খেতিয়ক, খেতিয়কৰ চেষ্টা আৰু আদৰ্শ অতি মূল্যৱান, therefore বহুত বহুত ধন্যবাদ থাকিল । Proud of Assam.

  • @priyalataphukan4619
    @priyalataphukan4619 9 місяців тому +76

    মা গৰাকী দেখাত হাইলাখ লক্ষ্মী আই ইমান ধুনীয়া মা মই শত কুটি প্ৰণাম জনাইছো এই আৰ্দশবাদি মা লৈ🙏🙏🙏🙏🙏🙏🙏❤️❤️

  • @hemkantaborah7434
    @hemkantaborah7434 9 місяців тому +50

    পৰিয়াললৈ খেচেৰী মাইকী বিয়া হৈ আহিলে হে সকলো চিন্ন ভিন্ন হৈ যায়, সেয়ে ভাল পৰিয়ালৰ সকলোৰে লগত মিলিব পৰা ছোৱালী আনিব।

    • @mrinmoy13
      @mrinmoy13 9 місяців тому +5

      Bhugi asu..

    • @jayabaruah1801
      @jayabaruah1801 9 місяців тому +3

      সঁচাকৈ এনেকুৱা এখন ঘৰলৈ এজনী ভাল বোৱাৰী হে প্ৰয়োজন 💗

    • @RikimoniSarma
      @RikimoniSarma Місяць тому +1

      Xosaikoi

    • @AshrafRock-od5rt
      @AshrafRock-od5rt Місяць тому +1

      Most important comment

  • @labheswarmoran7494
    @labheswarmoran7494 9 місяців тому +22

    বহুত বহুত ভাল লাগিল কথা খিনি জানি এজন অসমীয়া হিচাৱে শুনি সুখী হলো আটাই কেইজনলৈ অন্তৰৰ পৰা শুভেচ্ছা জনালোঁ ভৱিষ্যত জীৱন আগুৱাই যাওক তাকে কামনা কৰিলো

  • @jitendrarabha4660
    @jitendrarabha4660 9 місяців тому +36

    বাঃ!অতি সুন্দৰ,আদৰ্শ পিতৃ - মাতৃ৷সকলোলৈকে অভিনন্দন জনালো আৰু ধন্যবাদ জনালো৷

  • @HireswarBoro-zf3ob
    @HireswarBoro-zf3ob Місяць тому +9

    ৫ ককাই ভাইৰ সাদৃশ্যটো দেখি বহুত ভাল লাগিল সদায় এনেকৈ থাকিব আপোনালোকে ।❤

  • @lekhachutia7393
    @lekhachutia7393 Місяць тому +2

    মাতৃ গৰাকীক ধন্যবাদ জনাইছো মাতৃৰ দায়িত্ব আৰু কৰ্তব্য বহুত থাকে বুকুৰ বেদনা লুকাই ৰাখি দুখে সুখে সন্তান কেইটাক প্ৰকৃত মানৱ কৰিলে ।
    শত বাৰ প্ৰণাম জনাইছো ।

  • @user-rm3fz9xm7c
    @user-rm3fz9xm7c 9 місяців тому +27

    আজিৰ যুগৰ পঞ্চ পাণ্ডৱ কাকপথাৰতে আছে , নমস্কাৰ জনালো ! এনে আদৰ্শবান পৰিয়াল পাবলৈ কঠিন অসমত ৷ অসমৰ ডেকা সকলে শিকক একতা কি ? কাৰন বাটৰ সাৰথি কণাৰ লাখুটি , শতৰুৰ সাৰথি ভাই ’’ পাচঁ ভাই ককাইক কাৰো সাহস নাই কিবা দম দিবলৈ তাতে প্ৰশাসনৰ মানুহ আটাইকেইজন , শুভেচ্ছা থাকিল ❤❤❤❤❤

  • @jitendrasaikia9508
    @jitendrasaikia9508 8 місяців тому +5

    পুলিচ প্ৰধান পৰিয়াল টি লৈ সেৱা জনালো । ধূতি গামোচা লোৱালৈ চাই মহাপুৰুষীয়া আদৰ্শৰ পৰিয়াল যেন পাইছোঁ ।

  • @krishnagogoi1657
    @krishnagogoi1657 9 місяців тому +9

    বহুত ভাল লাগিল। গৌৰৱ অনুভৱ কৰিছো। জয় আই অসম। জয় হিন্দ।

  • @user-qq5fr1fv2f
    @user-qq5fr1fv2f 9 місяців тому +6

    পৰিয়ালটিলৈ বহোত বহোত শোভকামনা জনালোঁ৷ সৌভাগ্যবান এটি পৰিয়াল৷ আমাৰ অসমীয়াৰ গৗেৰৱ এনে এটি পৰিয়াল৷

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 9 місяців тому +18

    আদৰ্শ বিহীন শিক্ষাৰ মূল্য নাই। সুন্দৰ।🙏🙏🙏🙏🙏

  • @nabanitabaishya
    @nabanitabaishya 9 місяців тому +8

    চাকৰি কৰিলে সুখী নহবও পাৰে.... টকা আৰু সুখ দুয়োটা বেলেগ বেলেগ...পৰিয়ালটোলৈ সেৱা জনালোঁ...

  • @ahom__suwali8165
    @ahom__suwali8165 9 місяців тому +4

    ভাল লাগিছে সকলোলৈকে আশিবাদ কৰিছো যাতে শুখেৰে শান্তিৰে পাৰ হৈ যায় ভগবানৰ ওচৰত মিনতি কৰিছো

  • @dimbendrasankarbora-er2zq
    @dimbendrasankarbora-er2zq 2 місяці тому +1

    আইতা ,মা,দেউতাৰ বৰ্তমান ত সন্তানৰ এই প্ৰাপ্তি এক বিৰল পৰিঘটনা।সৌভাগ্য বান পিতৃ মাতৃ আৰু লগতে সন্তান।হাঁহি মুখীয়া মাতৃ গৰাকীৰ মুখত সন্তান গঢ়াৰ প্ৰতি চ্যুতি বিদ্যমান।এক সুখী পৰিয়াল।আতাই লৈ আন্তৰিক অভিনন্দন থাকিল।

  • @im_pbm
    @im_pbm 9 місяців тому +8

    বহুত ভাল লাগিল। সকলো দিশতে পৰিয়ালটোৰ পৰা আদৰ্শ ল'ব পাৰি । আৰু যথেষ্ট উৎসাহ পোৱা যায় এনে পৰিয়াল দেখা পালে । ভগৱানে কুশলে ৰাখক । আৰু প্ৰীন্স ভৰালীৰ Energy পুনৰ ঘূৰি অহা যেন লাগিল ভিদিঅ'টো চাই ।।।👌👌

  • @anjanabezbaruah9617
    @anjanabezbaruah9617 9 місяців тому +4

    পাচ পাণ্ডৱ যুধিষ্ঠিৰ,ভীম, অৰ্জন,নকুল,শহদেব, বহুত বহুত ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏🙏🇮🇳🇮🇳

  • @user-jc7kp1iu3r
    @user-jc7kp1iu3r Місяць тому +2

    আমাৰ চুতীয়া পৰিয়াল দেখি গৌৰময় অনুভৱ কৰিছো। আপোনালোকৰ পৰিয়ালৰ সকলো লৈকে ভগৱানে আশিবাদ কৰক।

  • @puspaborah4779
    @puspaborah4779 9 місяців тому +13

    অসমীয়া পৰিয়াল গৌৰব অনুভৱ কৰিছো ।

  • @thedineshff3620
    @thedineshff3620 9 місяців тому +8

    বহুত বহুত ভাল লাগিল, ভবিষ্যতলৈ যাতে এনেদৰে দেখা পাওঁ,তাৰে কামনা কৰিলো।

  • @gitashreeborah4801
    @gitashreeborah4801 9 місяців тому +6

    বহুত বহুত ভাল লাগিল আপোনালোকৰ আটাইকেইজন লৈ শুভেচ্ছা থাকিল ভগৱানে ভালে কুশলে ৰাখক।

  • @babludas3488
    @babludas3488 Місяць тому +1

    Pathak sir k moi logk pIcu amar eyata sir thaka bohut val hoi day sir jon bohut val

  • @Boy-xx3sg
    @Boy-xx3sg День тому

    সুখ একমাত্ৰ চাকৰিৰ ফালৰ পৰাই নাহে, এইটো অকল টকাৰ সুখ । অন্য বহুত দিশ আছে জৰ পৰা সুখ অহাটো নিত্যান্তই প্ৰয়োজনীয় ।

  • @taramaiphukan8785
    @taramaiphukan8785 9 місяців тому +4

    আমাৰ দেউতাৰ ল'ৰা, নাতি সকলোৰে ডিফেন্স আৰু অসম পুলিচত চাকৰি।মোৰ দেউতা অৱশ্যে ইণ্ডিয়ান এয়াৰ ফৰ্চৰ চাকৰি আছিল যদিও গাঁৱলীয়া এজনখেতিয়কো আছিল।আৰু অতি দুখীয়া পৰিয়ালৰ ল'ৰা আছিল।ঠিক তেনে দৰে তেওঁলোকো তেনে কুৱাই।শুনি ভাল লাগিল। ধন্যবাদ

  • @daisyranidoley8705
    @daisyranidoley8705 18 днів тому +1

    সুন্দৰ পৰিয়াললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনালোঁ!🙏🙏

  • @sangitanath2135
    @sangitanath2135 9 місяців тому +4

    দেখিয়ে ভাল লাগে এনেকুৱা family

  • @nirusaikia7631
    @nirusaikia7631 9 місяців тому +2

    সুন্দৰ ।আইতা, মা, দেউতালৈ সেৱা নিবেদিলো।🙏🙏 আৰ্দশৱান পৰীয়াল ।

  • @deepdhadumia9684
    @deepdhadumia9684 Місяць тому +1

    খুব সুন্দৰ লাগিল পৰিয়াল টো মিলা পিতৃ দেখা পাই। সদাই এইদৰে থাকক আপোনালোকে ককাই ভাই । আদৰ্শ এটা পৰিয়াল হৈ ।

  • @jitulkalita4455
    @jitulkalita4455 9 місяців тому +5

    বহুত ভাল লাগিল দে , পৰিয়ালটোলৈ বহুত ধন্যবাদ , নিজেই কষ্ট কৰি পোৱা চাকৰি মজা বেলেগ, ৰঙিয়াৰ পৰাই বহুত বহুত ধন্যবাদ, ময়ো এটা চাকৰিৰ বাবে বহুত পৰিমাণে কষ্ট কৰি নাজানে কি হৈ ,

  • @user-nz1dk1xr5z
    @user-nz1dk1xr5z 12 днів тому +1

    Porial2 sai bht val lagil ❤🎉

  • @momsmagia8503
    @momsmagia8503 9 місяців тому +11

    Very ideal family , ideal parents.God bless you all. 🙏⚘.

  • @JeutiMedhi-ns4sp
    @JeutiMedhi-ns4sp 8 днів тому

    ভাল লাগিল মাকজনী ভাল বাবে এনেকুৱা কৈ ল'ৰা কেইজনক একোটাকৈ ৰাখিছে বা ৰাখিব পাৰি ছে । নহ'লে চিৰাল পাত মেলিলে হয় ।

  • @BishnuLama-j8i
    @BishnuLama-j8i 3 дні тому

    Khubai goirabita
    Great family
    Aamar dekhar super heroes mur tarafar pora koti koti namaskar 🙏🙏🙏

  • @technotips442
    @technotips442 9 годин тому

    Bohut val lagil , pise napahoribo je apunaluk aku akujon xilonjiya axomiya gotike xilonjiyar proti xohanubuti tu rakhibo , jay ai Axom

  • @SandhyaSangmaji
    @SandhyaSangmaji Місяць тому

    মা গৰাকী চকুত চকুলো দেখি মোৰো চকুলোঁ বৈ গৈছে।ধন্যবাদ মা।বহুত সুখী আপোনাৰ সকল আৰু সুখী হওঁক।

  • @user-bt4cf4ml5m
    @user-bt4cf4ml5m 7 днів тому

    Xosake bor Val lagil dei. Bor hukhar family ❤

  • @GaneshDas-zw7qu
    @GaneshDas-zw7qu 9 місяців тому +1

    ভাল লাগিছে খুব সুন্দৰ পৰিয়াল ঈশ্বৰে অশিবাদ দিয়ক

  • @pabinsarma2989
    @pabinsarma2989 12 днів тому

    শুভ কামনা জনালোঁ,, দেশ সেৱা ৰ বাবে আগবাঢ়ি যাওক,, ধন্যবাদ জনালো

  • @user-tk9we3zf7i
    @user-tk9we3zf7i 9 місяців тому +4

    Bohut bhal lagil aru aguia jayak

  • @AnjuBorgohain-qy9hb
    @AnjuBorgohain-qy9hb 10 днів тому

    Very good Happy Family Thanks

  • @JLI321
    @JLI321 9 місяців тому +2

    Iman hundor family upojukto pita Matar upojukto putro buwari ❤

  • @Lakhyajitborah819
    @Lakhyajitborah819 Місяць тому +1

    Vl lagil family❤ tu dekhi😮

  • @user-ef5rz9zt9c
    @user-ef5rz9zt9c 3 дні тому

    সঁচাকৈ দেখি বহুত ভাল লাগিল।

  • @runukonwar8328
    @runukonwar8328 9 місяців тому +86

    Val lagil ❤ma papa khatha mani chaliba jibanto xundar hoba❤❤

  • @niranjankalita4493
    @niranjankalita4493 6 місяців тому +1

    Bahut bhal lagil.Gentle family.Namaskar

  • @TarulataBora-oc2gz
    @TarulataBora-oc2gz 16 днів тому

    Hodai akeloge thakiba.. Sai val lagil videotu.

  • @moinamedhi5085
    @moinamedhi5085 Місяць тому +1

    ভাল লাগিল আৰু আশিবাদ থাকিল।

  • @bijoydeep8926
    @bijoydeep8926 9 місяців тому +4

    Credit goes to parents 🎉❤

  • @kamalakantanath2896
    @kamalakantanath2896 9 місяців тому +3

    Bahut bhagyaban pariyal.Dhanyabad janalu.

  • @user-im7qm2gw1g
    @user-im7qm2gw1g Місяць тому +1

    Bohut val lagil eya adarsha sworup

  • @karabiphukan254
    @karabiphukan254 22 дні тому

    সঢাকৈ বৰ ভাল লাগিছে ভগৱানে কুশলে ৰাখক

  • @sonitsaikia1884
    @sonitsaikia1884 Місяць тому

    ভাল লাগিল... এমুঠি ইকৰা দুমুঠিৰে ভাঙিবলৈ কষ্ট। সকলোকে ভগৱানে মংগল কৰক

  • @ghanashyamborah1063
    @ghanashyamborah1063 9 місяців тому +4

    Great Chutia family. We can proud for the particular mainly defence family.Great grandmother, father,mother,uncles and their sons and grand sons.May God bless all the ideal family. I am Ghanashyam Bora from Khanapara,Guwahati also pray to the Almighty for their bright future. Thanks for video.

  • @ankitasaikia140
    @ankitasaikia140 9 місяців тому +1

    Maa, baba e bohut kosto korise ru bohut val Kam korithoise hai babe vogobn a saise hokoluke ❤❤vale rakhok maa, baba hokoluke,❤❤❤

  • @user-du1xs5qx6h
    @user-du1xs5qx6h 24 дні тому

    বহুত ভাল লাগিল।

  • @krishnakhaund3014
    @krishnakhaund3014 Місяць тому

    সঁচাকৈ বহুত বহুত ভাল লাগিল এইবোৰ হে video

  • @SidharthaSaikia-
    @SidharthaSaikia- 9 місяців тому +1

    Bahut vall lagil -Very wender full❤❤❤❤❤

  • @user-pw8tb4kh7t
    @user-pw8tb4kh7t 4 дні тому

    Val lagil god bless

  • @bantidas2403
    @bantidas2403 23 дні тому

    কলিজা কেইজনক ভগবানে ভালে ৰাখক এই আৰু ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিছোও এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ

  • @sudarshansamaddar9210
    @sudarshansamaddar9210 9 місяців тому +1

    Very good
    Honest father and mother

  • @SanjibPatar-ru9kh
    @SanjibPatar-ru9kh 9 місяців тому

    Oti xundar video to sai khubey vl lagil

  • @Dimpal-o7d
    @Dimpal-o7d Місяць тому

    বহুত সুখী পৰিয়াল ভাল লাগিল দাদা। ❤🎉

  • @mukulrabha9440
    @mukulrabha9440 20 днів тому

    পঞ্চ পাণ্ডৱে দেশ সেৱা কৰিব বৰ সুন্দৰ কথা

  • @user-zu5kz9ed1k
    @user-zu5kz9ed1k 9 місяців тому +1

    Bhut vl lagila sai video tu

  • @nirjugogoi2832
    @nirjugogoi2832 9 місяців тому

    পৰিয়ালটো বিষয়ে জানিব পাৰি বহুত বেছি ভাল লাগিল আদশবান পৃতি মাতৃ লৈ সেৱা নিবেদন কৰিছো🙏🙏🙏🙏🙏🙏🌹🌺🌹🌺🌹🌺🌹🌺

  • @PujaChetia-ty6yt
    @PujaChetia-ty6yt 9 місяців тому +1

    Dada videotu said khub val lag il apunar logote teolukor porilor hokolue kukhole thkar kamona korilu dhonybad

  • @lachitpatra4194
    @lachitpatra4194 Місяць тому +1

    Mar kom kothat bohut gabhir mulya agbohale. Hodai bhogobane anakoi akeloga hukhi rakhok porialtik🙏

  • @golapsikdar604
    @golapsikdar604 8 місяців тому +1

    ❤❤ Big Salute.
    Great family

  • @ssss-ok4xj
    @ssss-ok4xj 9 місяців тому +1

    Anekuwa family moi pratham dekhisu.bohut bhal lagil video tu sai.

  • @kartikdeka3364
    @kartikdeka3364 9 місяців тому +2

    Mojaaa Deeee......

  • @CalmMountainLandscape-wm2ok
    @CalmMountainLandscape-wm2ok 7 місяців тому +1

    Val lagil sai

  • @munindradas6586
    @munindradas6586 7 місяців тому

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো 🙏🙏👌👌👌

  • @user-vm2zh1xy1u
    @user-vm2zh1xy1u 9 місяців тому +1

    Sasake ai parialtolai bahut dhanyawad

  • @anamikakalita6643
    @anamikakalita6643 9 місяців тому +6

    Bohut val lagil

  • @abinashdeka3204
    @abinashdeka3204 24 дні тому

    Prativa sesta bohut val lagil

  • @user-tj8xu7vz6r
    @user-tj8xu7vz6r 9 місяців тому

    পাচ জন দাদ লৈকে বহুত বহুত ধন্যবাদ থাকিল ❤❤❤

  • @ParanBorah-rn2pv
    @ParanBorah-rn2pv 7 місяців тому

    Hundar 😍❤

  • @kobitarabha9934
    @kobitarabha9934 9 місяців тому

    Bahut bhal lagil Famili to dekhi enkuwa hob lage femelibor

  • @probinkalita4247
    @probinkalita4247 Місяць тому

    দেউতাক এজন ভাল মানুহ সেই কাৰণে লৰাকিজন ভাল মানুহ হল

  • @LakhinathGogoi-ck6gg
    @LakhinathGogoi-ck6gg Місяць тому

    Family👪 Tu dekhi bohut val lagel🎉

  • @pabinsarma2989
    @pabinsarma2989 12 днів тому

    সকলো পৰিয়াল লৈ আন্তৰিক ধন্যবাদ জনালো

  • @rimpisunamixedvlog
    @rimpisunamixedvlog 9 місяців тому

    বহুত ভাল লাগিল ভিডিঅ'টো চাই। নাজানো কিয় চকুপানী ৰখাব নোৱাৰিলোঁ।এটি সুন্দৰ পৰিয়াল 🥰 সদায় যাতে এনেকৈয়ে থাকে।

  • @debanandamallik7821
    @debanandamallik7821 25 днів тому

    Partha jit sir amar nitai thanale oha karona moi bohut hukhi . Hodai sira val kambur kori jabo buli bohut akha thakil vogobane vala rakhok

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 9 місяців тому +3

    ❤❤❤ grand salute to him.

  • @deepakalita6986
    @deepakalita6986 9 місяців тому +1

    Hundar....

  • @axomlakhi2034
    @axomlakhi2034 16 днів тому

    Mzah

  • @PutuliLaskar
    @PutuliLaskar 9 місяців тому +1

    ভাল লাগিল পৰিয়ালটো দেখি ।

  • @nilutpalsaikia9957
    @nilutpalsaikia9957 9 місяців тому +1

    ভাল লাগিল ❤

  • @julismind6696
    @julismind6696 9 місяців тому

    Val lagil hundar aadorkhoban eti poriyal

  • @narjideka2244
    @narjideka2244 Місяць тому

    Val lagil 😊

  • @junubora2324
    @junubora2324 9 місяців тому +1

    Val lagile.

  • @badansaikia3029
    @badansaikia3029 9 місяців тому +1

    ma kosom bey.....ai kaijon axomia gourob hoi....bohut val lagi gol dakhi.....gutai kaijon vale thakok niceeeeeeeeee..

  • @user-yd5kj1co9e
    @user-yd5kj1co9e 3 дні тому

    Khosay bohut xukhi poriaal

  • @bornalichetia7898
    @bornalichetia7898 25 днів тому

    Bohut vall lagesa

  • @chiranjibdutta565
    @chiranjibdutta565 9 місяців тому +3

    Bhal lagil,..gorbito hoi poru enekuwa poriyal ekutahot dekhile..aajir dinotu ndorei muthi bandhi thokatu bor xohaj kotha nahoi...🙏👍

  • @MOSTAFAKAMAL_PARA
    @MOSTAFAKAMAL_PARA 9 місяців тому +1

    So Wonderful Family ❤❤

  • @bhargabkalita9331
    @bhargabkalita9331 3 дні тому

    আমাক এনেকুৱা লাগে, আমি অসমীয়া

  • @utpalggoi2.082
    @utpalggoi2.082 9 місяців тому +1

    Dada kaijonok dekhi nijor buku fuli uthise ❤️🇮🇳

  • @user-bo5tm6mr3k
    @user-bo5tm6mr3k 9 місяців тому +1

    বহুত ভাল লাগিল