KI DIBO JADABO RAI || PRANITA BAISHYA MEDHI

Поділитися
Вставка
  • Опубліковано 21 сер 2024
  • #pranitabaishyamedhiofficial #pranitabaishyamedhi #assamesesong #kamrupialokogeet
    ASSAMESE AUDIO & VIDEO SONG, HOPE YOU ALL WILL LIKE THIS SONG
    PLEASE DO LIKE,COMMENTS & SUBSCRIBE
    CREDITS
    ALBUM- JOI JOI DEBODAMUDAR
    SINGER- PRANITA BAISHYA MEDHI
    SONG- KI DIBO JADABA RAI
    PRODUCER- TILAK CHANDRA SARMA
    SUPPORTING- NRIPENDRA KR BHAGAWATI
    MUSIC- ANUP KUMAR SARMA
    KANAK MEDHI
    Disclaimer -
    Copyright Disclaimer: - Under section 107 of the copyright Act 1976, allowance is mad for FAIR USE for purpose such a as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statues that might otherwise be infringing. Non- Profit, educational or personal use tips the balance in favor of FAIR USE.

КОМЕНТАРІ • 306

  • @hemantahazarika9715
    @hemantahazarika9715 Рік тому +34

    বাইদেউ , এইটো জনমত কেৱল আপোনাৰ ভৰিখন এবাৰ চুই চাব বিচাৰো, জন্মৰ সাৰ্থক তাতেই বুলি গণ্য কৰিম মই, ইশ্বৰৰ এক অৱতাৰ আপুনি, ❤ আপোনাৰ কন্ঠত হাৰ পাই উঠে জীৱ জগতৰ সকলোতি প্ৰাণী, মৌন হয় প্ৰকৃতি , এদিন জুবিন গাৰ্গে কৈছিল স্কেলত গীত গোৱা মহিলা কন্ঠ শিল্পী এগৰাকীয়েই আছে অসমত, আৰু তেওঁৰ নাম প্ৰণিতা বৈশ্য মেধি, তেতিয়াৰ পৰাই মই কেৱল আপোনাৰ গীত শুনো বাইদেউ, হৃদয়ত আপুনি আছে বাইদেউ, আপোনাৰ কন্ঠ শুনিলে বুকুখন বিষাই পৰে, ❤❤❤❤❤❤❤❤❤

  • @DipjyotiGogoi-js1qc
    @DipjyotiGogoi-js1qc 7 місяців тому +15

    কি যে অপূৰ্ব কণ্ঠ নিগৰাইছে।মন ভৰি গ'ল। অসমৰ আটাইতকৈ সুৰত গোৱা মহিলা শিল্পী গৰাকী🙏🙏 zg

  • @samirandeka2501
    @samirandeka2501 2 роки тому +23

    অপৰূপ ... লোকগীতটিয়ে কেইছেকণ্ডমানতে চকুপানী উলিয়াই দিয়ে .... জীৱন্ত কিংবন্তিৰ চিৰযুগমীয়া গীত ..... 💙💙💙
    ..... google, you tube সকলোতে বিচাৰো কিমান হাহাকাৰ লগালো ... আজি পালো .. এতিয়াহে শান্তি ... অশেষ ধন্যবাদ ...

  • @jyotiprasad-lw9gy
    @jyotiprasad-lw9gy Рік тому +13

    প্ৰণিতা বৈশা মেধি বাইদেউ ৰ ভক্তিমূল গীত বোৰ মন প্ৰাণ চুই যায়, ধন্য আপোনাৰ কণ্ঠ।

  • @simantadutta710
    @simantadutta710 2 роки тому +10

    সৰস্বতী বাস কৰিছে বাইদেউ আপোনাৰ কন্ঠত ৷মন প্ৰাণ চুই যায় প্ৰতিটো গীতে ৷

  • @unfiltered_Dipu
    @unfiltered_Dipu Рік тому +2

    Moi Jaanu apuni niswoy prothombarole oha nai ... Bohubaar iyaloi ahise aru akou ahi thakibo ... Pranita Baa r jadukori konthot Krishna r mohima ebaar xunile sun hepahei nopolaay ... 🙏

  • @sumitradeka3599
    @sumitradeka3599 3 місяці тому +2

    কৃষ্ণ ভগৱন্তৰ কৃপাত এনে ধৰণৰ ভক্তিমুলক গীতে ভক্তপ্ৰাণ ৰাইজক সদায় অনুপ্ৰেৰণা যোগাব আৰু প্ৰভু ভগৱন্তৰ নামত কিবা আগবঢ়ালে ভক্তি - সহকাৰে আগবঢ়াব 🙏🙏🙏🙏🙏🙏

  • @sumitradeka3599
    @sumitradeka3599 Місяць тому +1

    হিয়া -- মন পৰশা লোকগীতটি শুনি থাকিবৰ মন যায় । প্ৰভু -- ভগৱন্তই প্ৰণিতা বৈশ্য মেধি আই গৰাকীৰ সৈতে সমূহ বাদ্য সংগতকাৰী শিল্পীলৈ কৃপা বৰিষণ কৰক 🙏🙏🙏🙏🙏🙏🙏

  • @sumitradeka3599
    @sumitradeka3599 5 місяців тому +2

    কৃষ্ণ--ভক্তিমুলক গীত তোমাৰ কণ্ঠত শুনি হ্বদয় জোৰ পৰি যায় । প্ৰভু ভগৱন্তুই তোমাক কৃপা বৰিষণ কৰক 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @mitalidas5202
    @mitalidas5202 2 роки тому +10

    ভগবানৰ কি যে লীলা
    সু স্বাস্থ্য কামনা কৰিলোঁ🙏

  • @sonalidas9258
    @sonalidas9258 2 роки тому +4

    He narayan koto din bisari bisari Aji Palu 😔😔bhut val lagil

  • @rinkumaniojah6593
    @rinkumaniojah6593 2 роки тому +9

    এই কেইদিন পুৱাই উঠিয়ে আপোনাৰ কন্ঠৰ লোকগীত শুনি আছো ৷ আপোনাৰ মাতত সঁচাই কিবা আলৌকিক শক্তি আছে ৷

  • @abanikumardas6089
    @abanikumardas6089 9 місяців тому +6

    Very impressive

  • @konmoncreation1107
    @konmoncreation1107 2 роки тому +25

    জগতৰ ঈশ্বৰ প্ৰভু ভগৱান কৃষ্ণৰ প্ৰতি ভক্তিভাৱেৰে গোৱা গীতটো শুনি অন্তৰে উচুপি উঠিছে। আৰু আপোনাৰ এনে গীতবোৰ শুনি হেপাহ নপলায়।

    • @sailenduttakalita6579
      @sailenduttakalita6579 Рік тому

      ua-cam.com/video/bHk0E9nd828/v-deo.html

    • @dhanmani650
      @dhanmani650 7 місяців тому

      😊\\\😊\

    • @abinashbhakat1745
      @abinashbhakat1745 6 місяців тому +1

      বাৰে বাৰে শুনিও হেপাহ নপলায়🙏🙏

    • @user-iy6em9mf8r
      @user-iy6em9mf8r 6 місяців тому

      ​@@dhanmani650😊nzzs 😅😅

    • @user-ny3oh4ti5f
      @user-ny3oh4ti5f 3 місяці тому

      😢😢😢😢g😢😢gg😢g😢😢g😢😢g😢g😢g😢

  • @sumitradeka3599
    @sumitradeka3599 4 місяці тому +4

    প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণ যে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী তাকে গুনাণুকীৰ্তন কৰি লোকগীতটি শুনি থাকিলেও হেপাহ নপলায় । প্ৰভুৰ ভক্তিযুক্ত গীত গোৱাৰ বাবে তোমাৰ কণ্ঠত শ্বৰসতী বাস লওক আৰু প্ৰভু ভগৱন্তই কৃপা কৰক 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @jaandas8693
    @jaandas8693 2 роки тому +19

    কি যে অপূৰ্ব সুৰীয়া গীতসমূহ আপোনাৰ। এনে লাগে যেন সোণত সুৱগা চৰা।যেন কণ্ঠত মা সৰস্বতী নিজে বহি গীত গাই আছে। চকু জুৰি মুদি দিলে সপোনৰ জগতত ভুমুকি মাৰো আপোনাৰ গীত শুনি।

  • @sanjibchoudhuryentertenmen1116
    @sanjibchoudhuryentertenmen1116 2 роки тому +8

    Bohut dhuniya voice baa

  • @jayantabhagawati9267
    @jayantabhagawati9267 2 роки тому +19

    কি কম , কবলৈ একো ভাষা নাই । বাইদেউ আপোনাৰ কণ্ঠৰ গান শুনি কিমান ভাল লাগে , তাক বুজাই কব নোৱাৰো । সু - স্বাস্থ্য কামনা কৰিছো ।

  • @bhadrakantadas6101
    @bhadrakantadas6101 4 місяці тому +1

    Pranita and Madhurima same level r singer. God bless you both.

  • @assamesecreationpd9772
    @assamesecreationpd9772 2 роки тому +3

    Bohut dhunia lagil.. Bohu bar hunisu..

  • @sumitradeka3599
    @sumitradeka3599 5 місяців тому +9

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏

  • @sumitradeka3599
    @sumitradeka3599 10 місяців тому +3

    অতি সুন্দৰ কণ্ঠ ।শুনি থাকিলেও হেপাহ নপলায় ।প্ৰভু কৃষ্ণৰ কৃপা বৰিষণ হওক ।🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @kapildas1378
      @kapildas1378 10 місяців тому

      Really an awesome tune...

  • @sabitriduttas9249
    @sabitriduttas9249 2 роки тому +5

    সুন্দৰ মই বহুত ভাল পাও লোকগীত

  • @sumitradeka3599
    @sumitradeka3599 3 місяці тому +2

    কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @padminikonwar34
    @padminikonwar34 2 роки тому +2

    ATI sumadhur kantho bhakti,r shakupani boi oha.god bless you.

  • @simantabora3329
    @simantabora3329 7 місяців тому +1

    আপোনাৰ গীত শুনি আমনি নালাগে ও বাইদেউ ।সঁচাই আপুনি অপূৰ্ব ,কি কম কবলৈ ভাষা নাই আৰু সচাকৈ জুবিন দাই এদিন কৈছিল অসমত আপোনাৰ নিচিনা সুৰত গীত গোৱা নোলাব চাগে😊😊😊

  • @junumech653
    @junumech653 2 роки тому +16

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏জয়গুৰুজনা শংকৰ দোব সেৱা জনাইছো কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏কৃষ্ণ অতি সুন্দৰ ভাল লাগিছে ধন্যবাদ কৃষ্ণ

  • @bellaxzj8705
    @bellaxzj8705 Рік тому +3

    কি সুন্দৰ পৰিৱেশন, কণ্ঠ খুৱ মনোযোগেৰে শুনিলো, আৰু বহুত বাৰ শুনিলো 👌🙏

  • @rcmedhi1564
    @rcmedhi1564 Рік тому +1

    Bhal lagisa baideo Gant toh duniya de

  • @dinakantagogoi9744
    @dinakantagogoi9744 Рік тому +7

    বাইদেউ আপোনাৰ কণ্ঠ অতি সুন্দৰ ।

  • @madhusmitadas6183
    @madhusmitadas6183 Рік тому +4

    বাইদেউ স্বয়ং আই সৰস্বতী আপোনাৰ কণ্ঠত অধিষ্ঠিত হৈ আছে।আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো। আমাক অন্তৰ শাঁত পৰা এনেকুৱা গান শুনাই থাকক।

  • @munindra8791
    @munindra8791 2 місяці тому +1

    বহুত সুন্দৰ

  • @user-tl7zq3pq1d
    @user-tl7zq3pq1d 6 місяців тому +1

    iman hundar bhaktimulak geet-aru kantho lagote manuh jan kiman dhuniya hobo paare

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq 3 місяці тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @ajoydas5272
    @ajoydas5272 2 роки тому +2

    সুন্দৰ বাইদেউ আপোনাৰ মিঠা কন্ঠয় মোক আপ্লুত কৰিছে

  • @nivajsuwalinamita3342
    @nivajsuwalinamita3342 2 роки тому +2

    Outstanding baideu.... apunar kanto akebare unique....Karo lgt a compared nohoi....Iman j Val pao moi.... lokgeet bilak apunar kanthat beleg modhur Hoi pore....

  • @DAS-FILM
    @DAS-FILM 2 роки тому +6

    অতি সুন্দৰ কণ্ঠ নিগৰাইছে অ মন প্ৰাণ হৰি নিয়ে দেই। শুনিলে শুনি থাকিবলৈ মন যায় অ। আৰু এনেদৰে শুনিবলৈ পোৱাৰ কামনা কৰিলো দেই ধন্যবাদ থাকিল।

  • @manojkalita8501
    @manojkalita8501 2 роки тому +1

    Aponar ei lokageet tue mor heart sui jai.

  • @pranitakakati7367
    @pranitakakati7367 2 роки тому +2

    Oti sundor baidew

  • @birajboraheduvlog1stchanne283
    @birajboraheduvlog1stchanne283 2 роки тому +7

    Awesome song....mind blowing . Soooooo melodious , cute voice pranita mam.....god bless you ........

  • @papu6956
    @papu6956 2 роки тому +1

    Ki je vhal lagi jai soni. ❤❤❤❤❤

  • @rahulkutum5259
    @rahulkutum5259 8 місяців тому +1

    Krishno krishno pronamo tumak❤

    • @rahulkutum5259
      @rahulkutum5259 8 місяців тому

      😂😂😂😂😂😂😂😂😂😂😂😂😂😂

  • @pollabisaikia7709
    @pollabisaikia7709 2 роки тому +2

    Hundhor kontho... ❤😍🥰❣️💕

  • @user-vb8fc6wu6f
    @user-vb8fc6wu6f 8 місяців тому +1

    দেহা মন জোৰ পৰি গৈছে ও 🙏🙏🙏

  • @sujirdasdas352
    @sujirdasdas352 8 місяців тому +1

    🎉 বাইদেউ ❤❤❤😮

  • @uzzalkumardutta3439
    @uzzalkumardutta3439 Рік тому +3

    অতি সুন্দৰ বাইদেউ।পৰম ঈশ্বৰে কৃপা কৰক।

  • @user-kq3bx9sq3o
    @user-kq3bx9sq3o 6 місяців тому +1

    Baideu aapu nar modhu moi konthot aapunar bohut val lage khuni🚩🚩🚩Basu dewai putray nomu namaha

  • @Abinash935
    @Abinash935 Рік тому +1

    O Ba bohut dhuniya gaisay o

  • @nilomonigogoi2121
    @nilomonigogoi2121 2 роки тому +2

    সুন্দৰ

  • @dibakardas-pu4yi
    @dibakardas-pu4yi 8 місяців тому +1

    Baideo apunar gaan bur iman xundor lage. Thanks🙏.

  • @DAS-FILM
    @DAS-FILM 2 роки тому +3

    মন প্ৰাণ হৰি নিয়ে দেই সচাকৈ আপোনাৰ গীতৰ সুৰ শুনি থাকিলে।

  • @sabitapatowary6973
    @sabitapatowary6973 2 роки тому +6

    প্ৰণীতা বৈশ্য মেধি বাইদেউৰ কণ্ঠত কামৰূপী লোকগীত শুনি খুব ভাল পাও আগলৈ ও শুনিব পাম বুলি আশা থাকিল ।

  • @mintumanisaikia9415
    @mintumanisaikia9415 2 роки тому +2

    Bahut dhuniya ba

  • @manabendradasmusical2631
    @manabendradasmusical2631 Рік тому +1

    কি কম ভাষাহীন হৈ পৰিছো,,,অপূৰ্ব কণ্ঠ❤❤মন প্ৰশান্ত হৈ পৰে❤

  • @krishnadutta3531
    @krishnadutta3531 7 місяців тому +1

    মন ভৰি গ'ল- বৰ সুন্দৰ কণ্ঠ

  • @jibon.bat.aji123
    @jibon.bat.aji123 10 місяців тому +1

    কৃষ্ণ আই আপোনী মহান

  • @gopikumarnath5544
    @gopikumarnath5544 Рік тому +1

    অতি সুন্দৰ

  • @GautamBezbaruah-pi9mk
    @GautamBezbaruah-pi9mk 6 місяців тому +1

    Nice song ❤❤❤❤

  • @diliphaloipathak5592
    @diliphaloipathak5592 2 роки тому +2

    ইমান ধুনীয়া লাগিছে বাইদেউ কি কম আৰু মোৰ ভাষা নাই ।

  • @amazingworldsps6954
    @amazingworldsps6954 2 роки тому +3

    এনে উপহাৰ আৰু বহু.......ত বিছাৰো বাইদেউ আপোনাৰ পৰা।

  • @SambaruDas-hb6uk
    @SambaruDas-hb6uk Рік тому +1

    অতি সুন্দৰ
    অতি মধুৰ।
    ধন্যবাদ।

  • @gautamdas2513
    @gautamdas2513 2 роки тому +2

    Best lokageet singer of Assam....My favorite....Singer.....

  • @pjpinkucreation1845
    @pjpinkucreation1845 2 роки тому +4

    অতি সুন্দৰ বাইদেউ। প্ৰিয় গীত সমুহৰ অন্যতম এইটোও। আপোনাৰ সুমধুৰ কণ্ঠত গীতটিয়ে আৰু অধিক প্ৰাণৱন্ত হৈ উঠিছে।
    #Pj Pinku Creation

  • @bhupalimixassamese8347
    @bhupalimixassamese8347 2 роки тому +2

    Mojaaaa

  • @tridibborgohain9357
    @tridibborgohain9357 4 місяці тому +1

    ভগৱানক প্ৰাৰ্থনা জনাইছো বাইদেউক দীৰ্ঘজীৱন প্ৰদান কৰক ।

  • @jitumonicreation5442
    @jitumonicreation5442 2 роки тому +5

    কোকিল কন্ঠ,আপোনাৰ প্রতিটি গীতেই দেহ শীতলাই।

  • @sarangapaniaxom
    @sarangapaniaxom 2 роки тому +11

    নমস্কাৰ বাইদেউ। আপোনাৰ মনপৰশা কণ্ঠৰ গীত সমূহৰ আমি পৰম ভক্ত।

  • @jyotiprasad-lw9gy
    @jyotiprasad-lw9gy Рік тому +2

    জয় প্ৰভু শ্ৰী হৰি বিষ্ণু

  • @Debajitpanika77
    @Debajitpanika77 День тому

    Ane1 in 2024 kun kun khunise eai geet tu 2024ot sobe kua hey hori krishna 🙏🌺

  • @sikhadas8593
    @sikhadas8593 2 роки тому +2

    Mon tu hori nile

  • @sinkumonikumar2936
    @sinkumonikumar2936 2 роки тому +3

    সুন্দৰ কণ্ঠ ।।সুন্দৰ লোকগীত❤️🌹🌹🌺🌺🌺🙏🙏

  • @raktimjyotiborah1487
    @raktimjyotiborah1487 2 роки тому +2

    বাইদেউ আপোনাৰ গীতৰ সুৰে মোৰ ৰাতিপুৱা টো জীপাল কৰিছে

  • @minalidevi9577
    @minalidevi9577 Рік тому +1

    Nice song

  • @dhrupadkoch1606
    @dhrupadkoch1606 Рік тому +3

    অতি সুমধুৰ সুৰ হৰে কৃষ্ণন

  • @TM_VLOGS_86
    @TM_VLOGS_86 2 роки тому +3

    Best

  • @mintukonch7663
    @mintukonch7663 2 роки тому +2

    আপোনাৰ সকলো গীতেই মোৰ বহুত প্ৰিয়।আপোনাৰ কন্ঠ সচাই মোৰ বহুত ভাল লাগে।

  • @user-tj2xx5de3t
    @user-tj2xx5de3t 4 місяці тому

    Ati sundar

  • @user-ne3xj6hx6u
    @user-ne3xj6hx6u 3 місяці тому +2

    সুন্দৰ কন্ঠ বাইদেউ মই আপোনাৰ গীত সদায় সুনো বহুত ভাল পাও ।ময়ো লোক গীত গাই ভাল পাওঁ । মোৰ এবাৰ কথা পাতিব মন আছে বেয়া নাপায় যদি আপোনাৰ ফোন নং টো দিবচোন । মই অৰ্চনা ঠাকুৰীয়া। নলবাৰী । আপোনাক ৰঙিয়াত চাৰি ডিচেম্বৰ তাৰিখে মঞ্চত দুখন কিতাপ দিছিলোঁ। মনত পেলাব ছোন। ভালে কুশলে থাকক এয়াই আমাৰ প্ৰাৰ্থনা ভগৱানৰ চৰনত ।❤❤❤❤ । শ্ৰদ্ধাৰে অৰ্চনা ঠাকুৰীয়া

  • @ananta363
    @ananta363 2 роки тому +1

    অতি সুন্দৰ ,মন প্ৰাণ শাত পৰি যা‌য়।

  • @pranjoldutta7038
    @pranjoldutta7038 2 роки тому +6

    মোৰ অতি প্ৰিয় লোকগীত ভাল পাওঁ 🙏🏿🙏🏿🙏🏿🙏🏿 বহুত ধুনীয়া 👍👍👍

  • @TM_VLOGS_86
    @TM_VLOGS_86 2 роки тому +2

    #best

  • @axomgamingff5167
    @axomgamingff5167 11 місяців тому +1

    বহুত ভাল লাগে আপুনাৰ গাণ শুনি 🙏

  • @ratuldeka9534
    @ratuldeka9534 Рік тому +1

    Bahut.bahut.bhal.pau.apunar.kontha.aru.lahor.thanks

  • @rahulkutum3764
    @rahulkutum3764 Рік тому

    🎉🎉🎉❤❤❤😮very good singer

    • @rahulkutum5259
      @rahulkutum5259 8 місяців тому

      😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂

  • @anantaborgohain3971
    @anantaborgohain3971 Рік тому +1

    সুন্দৰ কণ্ঠৰে ভক্তি গীত শুনি মন প্ৰফুল্ল

  • @RanjitDas-ni7eb
    @RanjitDas-ni7eb 2 роки тому

    অতি সুন্দৰ. বাইদেউ. অতুলনীয় কবলৈ ভাষা নাই

  • @ratandas6849
    @ratandas6849 2 роки тому +2

    Baa bohut dhuniya voice apunar.,......

  • @arpanapatgiri4672
    @arpanapatgiri4672 9 місяців тому +1

    আপোনাৰ লোকগীত শুনি বহুত ভাল লাগে ❤❤❤

  • @AmarSaikia-sl6qr
    @AmarSaikia-sl6qr Рік тому +1

    Apunar gan huni bhut val lage . ,🙏🙏

  • @bijitbora8208
    @bijitbora8208 2 роки тому +2

    হৃদয় স্পৰ্শী।
    আমনি নালাগে শুনি।

  • @manshideka9102
    @manshideka9102 Рік тому

    Dhuniya

  • @gopalchandradeka4261
    @gopalchandradeka4261 Рік тому +2

    সুমধূুৰ কণ্ঠ । শুভেচ্ছা জনালো !

  • @krishnadutta3531
    @krishnadutta3531 7 місяців тому

    শুনি শুনি আমনি নালাগে-- ইমান মিঠা কণ্ঠ ❤

  • @purnimadas7779
    @purnimadas7779 13 днів тому

    🙏🙏Krishna krishna🙏🙏👍👍👌👌❤❤

  • @nripenchoudhury3891
    @nripenchoudhury3891 5 місяців тому

    বাইদেউ আপুনি বৰ সুন্দৰ গান গায়। আপোনাৰ প্ৰতিটো গানেই মোৰ বৰ ভাল লাগে। ভগৱানে আপোনাক ভালে ৰাখক।

  • @jinukakati1589
    @jinukakati1589 2 роки тому +2

    Val lagise baidew🌹🌹🌹

  • @putulboruah3583
    @putulboruah3583 Рік тому +1

    Nice very songs

  • @vlogsofdev1827
    @vlogsofdev1827 2 роки тому

    প্ৰণিতা বাইদেউ সুন্দৰ লয় 👌👌👌👌👌

  • @wings5227
    @wings5227 10 місяців тому +2

    What a tone of voice..... Mind blowing.... balance of voice is outstanding ..... Big fan of you ma'am

  • @ritadutta9633
    @ritadutta9633 2 роки тому

    Khub Hundor Gaise Lukogit Ti.Apunar Konthot Huni Val Lagise.