@@UpenDeka-he8hcxçdgghbv o mm k NJ BH CT CT Dr Dr 4 huuuu hhhu ii ud re 😅 ko ii ud 6😅 TV.😅 10:40 10:40 😅 😅😅😅😅 10:40 10:40 nn 😅😮9 yummy hmm hn HV yes hu 7 a... mi😊 ki 9🎉8,.. 10:40 10:40 m999mmmm hu no by 9⁹nk😊kk😊kk😊😊😊k NJ ni
Very sweet voice,no words to express my feelings,your every lokageet give me immense pleasure.Pray almighty to give you much more energy to better perform in comming days.
Atikoi hundor mitha matere baa apuni bhogobanok stuti kora jen lage ganor majere.moi sob gan hunu apunar..apunar gan huni provur soron suwa jen lage...god bless you baa❤
Kot thaka tumi
Dada mur Ghor Jorhatot .moi thaku Dibrugarhot
Oh bor dhunia gowa he tumi
Thank you so much dada
আশীৰ্বাদ কৰিব
@@madhurimasaikia❤❤❤
মা , এই শুভ সকালে তোমার কন্ঠে হরিনাম শুনে মনটা অনেক ভালো লাগলো । রাধাগোবিন্দ তোমার সহায় হোন । সুদূর বাংলাদেশের দিনাজপুর থেকে । আমার আশীর্বাদ রং ।
Thank you so much
😮😮😮😮😮
বহুত ভাল লাগিল কামৰূপীয়া লোকগীততো ইমান ধুনীয়াকৈ গোৱা বাবে। আগলৈ আৰু ভাল ভাল লোকসংগীত শুনিব পাম বুলি আশা কৰিলো ছয়গাঁও, কামৰূপৰ পৰা।
Thank You so much
মৰমৰ মাধুৰী তোমাৰ কণ্ঠৰ লোকগীতটি শুনি আনন্দত আপ্লুত হলো ।তোমাক ভগৱান ( কৃষ্ণ ) ই আগলৈ আগবাঢ়ি যোৱাত কৃপা কৰক ।কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏
Thank You so much
Bahut bhal kantha. Dhanyabad janalu.Aaru aaguwae juwa.
Thank you
ভাল লাগিছে দেই❤❤❤❤❤❤❤❤
Thank You
ওঠৰ পৰা শব্দ ওলালেই ভাল গানলৈ গতি কৰে Madhurima ৰ। অভিনন্দন Madhurima।
Thank you so much
V gi
❤
তোমাৰ কণ্ঠ বহুত মিঠা। এই লোক গীতটি মোৰ অতি প্ৰিয়। সদাই এবাৰ সুনিলেহে মন শান্তি লাগে।
Thank you
❤
শুনিলে শুনি থাকিবলৈ মন যোৱা তোমাৰ কন্ঠ 💓 বহুত ধুনীয়া হৈছে মাধুৰীমা❣️
Thank you so much
11727EeudzhM
বৰ ভাল হৈছে !
000000000000000000000😊0000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000😊0000000000000000000000000000000000000😊000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000
@@UpenDeka-he8hcxçdgghbv o
mm k NJ BH CT CT Dr Dr 4 huuuu hhhu ii ud re 😅 ko ii ud 6😅 TV.😅 10:40 10:40 😅 😅😅😅😅 10:40 10:40 nn 😅😮9 yummy hmm hn HV yes hu 7 a... mi😊 ki 9🎉8,.. 10:40 10:40 m999mmmm hu no by 9⁹nk😊kk😊kk😊😊😊k NJ ni
Ati shundar khulalit kantha.Dhanyabad janalu.
Thank you
উফ অতি মনোৰম কন্ঠ হৃদয় চুই গ'ল,,আই মাতৃ তোমাক কৌটি কৌটি প্ৰণাম জনালোঁ 👏👏👏👏👏👏🙏🙏🙏🙏🙏🙏🙏🙏🌺🌻🌸🌹🥀
ধন্যবাদ
Outstanding-ৰ ওপৰত যদি কিবা আছে সেইটো আৰু,,,, ইমান সুন্দৰ গীত এটা উপহাৰ স্বৰূপে দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। লোকগীতৰ এই জয়যাত্ৰা অটুট থাকক,, 🎉❤😘😍🥳
Thank you so much
Krishna
গীতটি শুনি বৰ ভাল লাগিল । শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।
Thank you so much
Aponar gan2 dinot 2/3 bar nuhinile,nasale vale nalage,daily saw,nice voice, looking nice
Thank you so much
Very nice Madhureema .
Thank You
Jai shree radhey shyam 🙏🏻🙏🏻 bahut bahut hi sundar 🥀👍🏻
Thank You so much
সুন্দৰ কণ্ঠ।। শুনিলে শুনি থাকিব মন যাই।।আগুৱাই যোৱা।
Thank you
সুমধুৰ কণ্ঠ-ভগৱানে কৃপা কৰক
Thank You
সুমধুৰ কণ্ঠ তোমাৰ।।। শুনি শুনি হেপাহ নপলাই।।। ৰাসৰ সময়ত এটি নতুন গীতৰ বাবে অপেক্ষা কৰিলো।।
Thank you so much
Bhut dhunia lagise ba emn dhunia gaisase aponi
বহুত ভাল লগা হৰি নাম।।। ❤❤❤
Thank You
বৰ সুন্দৰ লাগিছে শুনি
Thank you
সুমধুৰ আপোনাৰ এই কণ্ঠ সদায় এনেকৈএ থাকক....
আগলৈও এনে গীতসমূহৰ অপেক্ষাত.....❤❤❤❤
Thank you so much
@@madhurimasaikia❤❤
❤❤❤❤❤❤❤❤❤❤❤❤❤❤
অতি সুন্দৰ আই শুনি বহুতো ভাল লাগিল। ঈশ্বৰে আশীৰ্বাদ কৰিব্।
Thank you
Bahut bhal lagise sabdabilak spasta huwar babe bahut dhanyabad thakil
Thank You
Bahut dhunia hoise
Thank you
তুমি আমাৰ ঢেকীয়াখোৱাৰ গৌৰৱ দেই ভণীজনী,যদিওঁ গাৱঁৰ বিহু কমিটিৰ লগতে গাৱঁৰ মানুহৰ চকুত তুমি নাই মোৰ বিস্ৱাস আছে তুমি এদিন বহুত সুন্দৰ কণ্ঠশিল্পী হ’বাগৈ
Thank you
147Qeti
বহুদিন আপোনাৰ গান শুনা নাছিলো৷বহুত ভাল লাগে আপোনাক৷
আপোনাৰ কন্ঠ তথা সুৰ সঁচাকৈয়ে সুৱদী। এনে মনোমোহা গীতৰ যোগেদি আমাৰ দৰে তিনি তাপত জৰ্জৰিত হৈ থকা মানুহ বিলাকক ক্ষন্তেক সময়ৰ বাবে হ'লেও পৰমেশ্বৰক মনত পেলাই দিয়ে।
Thank you so much
সঁচা 🙏🙏🙏
Be
Very sweet voice,no words to express my feelings,your every lokageet give me immense pleasure.Pray almighty to give you much more energy to better perform in comming days.
Atikoi hundor mitha matere baa apuni bhogobanok stuti kora jen lage ganor majere.moi sob gan hunu apunar..apunar gan huni provur soron suwa jen lage...god bless you baa❤
Thank you so much
Best Song of Madhurima Saikia's & Voice.
অতি সূন্দৰ কন্ঠ মাধুৰিমা ভনীৰ,আগুৱাই যোৱা ❤❤
Mojaaaaaaaa❤❤ ba
Thank you so much
KRISHNA 🙏🙏🙏🙏🙏🙏
Very sweet voice 🙏❤️🙏
GOD bless you 🙏
Thank You
Dhuniya geet ❣️
Thank you
Chehra v cute & voice v beautiful ❤️😘 dhunia hoise🤗😍❤️😘
Thank You so much
ধুনীয়া গাইছা বা কৃষ্ণ ❤❤🙏
কৃষ্ণ
অপূৰ্ব কণ্ঠ তোমাৰ 🙏প্ৰভু ভগৱন্তই কৃপা কৰক কৃষ্ণ
Thank you
@@madhurimasaikia ো
এই লোকগীতটি বহুত দিন বিচাৰি আছিলোঁ। অপূৰ্ব কণ্ঠ নিগৰাইছে। পুৱাই মন প্ৰফুল্লিত হৈ পৰিল। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনাৰে পৰমপিতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ 🙏
Thank you so much
সুন্দৰ কন্ঠ নিগৰাইছে।আগবাঢ়ি যোৱা ভয় নাই। আশীৰ্বাদ কৰিছো।
Thank you
Dhunia
ইমান ধুনীয়া কৈ গাইছা, মোৰ মন প্ৰাণ চুই গৈছে, কিমান bar শুনিছোঁ কব নোৱাৰোঁ, শুনি শুনি ও আমনি নালাগে, মন তৃপ্ত হৈ গৈছে।
Thank You
এই গীতটো মোৰ বহুত প্ৰিয় ।তুমি গীতটোবহুত সুন্দৰ কৈ পৰিবেশন কৰিছা।
তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
Thank you so much
❤🎉❤ অতি সুন্দৰ কুকিল কণ্ঠদান ভাল লাগিল মাধুৰীমা ❤🎉❤
Thank you so much
Looking beautiful
Voice is sweet,,,,,, suli bur nakatiba,, atiyahe val lagise❤
Thank you
❤❤❤ very nice performance. Unique and ultimate singing. Go ahead way to your journey of music. Be positive and happiness
Thank you
অতি সুন্দৰ
Thank you
সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিছে,, এই গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে আৰু শুনিও আমনি নালাগে দিয়ক, ইমানেই ভাল পালোঁ যে কবলৈ ভাষা নাই ভৱিষ্যতে ও এনে ভক্তি মূলক বৰগীত শুনিবলৈ পালে মনতে খুব সুখ পালো হেতেন সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে পুৱা তে এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয়, ইমানেই,,,,
Thank You so much
Bohut dinor murot aji homodhur geet hunibo loi pai su please continue I love This voice so sweet ❤❤❤❤❤️❤️❤️
Thank you so much
,what a suitable voice ! God bless you.
Thank you so much
সচাকৈ কি যে সুমধুৰ কণ্ঠ তোমাৰ,শুনিয়েই থাকিব মন গৈছে গীতটো।
Thank you
Oti xundor kontho . Bohut bohut xubhokamona
Thank you
Bohut dhunia gaisa .God bless you .
Thank you
Once again touched the heart with this beautiful song in your voice.
Thank you so much
ৰাতিপুৱা শুই উঠি মই তোমাৰ গান শুনো
খুব ভাল লাগে ❤
Thank you
হৃদয় স্পৰ্শ কৰি যোৱা কণ্ঠ তোমাৰ 💖💖
Thank you
Bahut bar xunilu kintu xuniei thakibo mon Jai hepah nopolai
⁸n87
ভন্তী ধুনীয়া গাইছা আৰু ভাল ভাল লোকগীত গাই যোৱা ।শুনীলে হেপাহ নপলোৱা মন জুৰুৱা গীত । তোমালৈ অশেষ ধন্যবাদ থাকিল ।
ধন্যবাদ
বৰ ভাল লাগিল শুনি , সুন্দৰ কন্ঠ ❤️🌹
Thank You
Amazing voice Baa❣️lots of love 😘
Thank you
Hi
🕉 🕉 Bohut dhuniya hoise Baideu ❤❤❤
Thank you
অতি সুন্দৰ কণ্ঠ ❤❤
Thank you
Xuni bor val lagil. Xulolito kontha. Aaru aaguwai juwa; xuveshya thakil. Krishna, Krishna !
Bohut dhunia hoise wish u ru jate anke agoloi hunib pao 🎉🎉🎉
Thank you
তোমাৰ গান শুনিবলৈ অপেক্ষা কৰি থাকো ❤❤
বহুত ধুনীয়া কণ্ঠ, এই কণ্ঠ সদায় ভালে ৰাখক 🙏
Thank you so much
Loko Geet Quin M..... U
ধুনিয়া কণ্ঠ
A breath Of Fresh Air In The Polluted World Of Music❤
Thank you so much
@@madhurimasaikia
, best song, god bless you
@@madhurimasaikia❤❤@aa❤❤a@@❤❤❤@❤@@aaaa
Waiting your 2nd beautiful song ❤🎉😮
Thanks a lot
ধন্যবাদ, তোমাৰ কনঠই বহু আনন্দিত কৰিলে। বহত সুন্দৰ কনঠ, এয়া আমাৰ কনঠ তো বহু মঞতো প্রকাশ পাইছিল। বহুত সুন্দৰ বণনা। আগবাঢ়ি যোৱা। উজ্জ্বল ভবিষ্যত কামনা কৰিলো।
Thank you
Hundor...lagose...konth
Thank you
Realy You sing the song with all your heart...❤Go ahead..
Thank you so much
Your voice is exceptionally well-suited for devotional songs Madhurima, and your talent truly resonates in this genre. Keep up the outstanding work!
Thank you so much Bondhu
হৃদয়স্পৰ্শী কন্ঠ। অভিনন্দন মাধুৰীমা।
Thank you so much
সুন্দৰ কণ্ঠ , এনেকুৱা লোক গীত শুনি আমাৰ মণ পৰিষ্কাৰ হৈ গৈছে । কৃষ্ণ কৃষ্ণ🎉
,
কৃষ্ণ
সুন্দৰ, ভগবানে মঙ্গল কৰক ।
শুই উঠাৰ পিছত সদায় আপোনাৰ কন্ঠ ৰ গীত শুনি লোৱাটো মোৰ দায়িত্ব হিচাপে হৈ 6:29 পৰিল ।
Thank you so much
Sweet voice tmar ❤❤❤❤😊💌🦋🙏
Thank you
Madhurima your voice is glorious. I always waiting for your new song ❤❤❤❤❤❤❤
Thank you so much
Nice soñg good voice
Wow baa Tumr voice ❤. Abar huni ako huni thakibo mon jai ❤😊😘❣️
Thank you so much
গায়ন-বায়ন আৰু কন্ঠদান অতি সুন্দৰ আৰু হ্ৰৃদয় স্পশী । বহুত শুভেচ্ছা নাছিলো ।🙏🙏
Ioooo Madhu voice 🔥 wordless
Thank you dear
মোৰ ভাল লগা লোকগীত টি ❤
শুনিলে শুনি থাকিবৰ মন যায়। সুন্দৰ কণ্ঠ। ভগৱানে মঙ্গল কৰক 🙏 🙏 🌹
Thank you so much
Very sweet voice so ur voice is my favourite voice may God bless you 🙏
Thank you
@@madhurimasaikiap😊😊😊😊😊😊😊😊😊
ইমান সু-কোমল সুমধুৰ সুৰৰ কণ্ঠত নিগৰাইছে,সঁচাই বহুত বহুত ধুনীয়া লাগিছে। কৃষ্ণ ❤
Thank you so much
Excellent voice. Keep it up.
Thank You
Sweet voice ❤❤❤❤❤
Thank you
@@madhurimasaikia 12997AdgeusBn
ধুনীয়া গাইছা ভন্টি। তোমাৰ উত্তৰোতৰ উন্নতি কামনা কৰিলোঁ
@@monjurikagogoi1406❤
@@monjurikagogoi1406,
Excellent voice ❤❤❤
Thank you
L
L
সুন্দৰ কনঠৰ্ শুনি খুবেই ভাল পালোঁ, তোমাৰ কনঠ্ত সচাকৈ ভাল লাগিল, ভৱিষ্যতে ও এনে ধৰণৰ ভক্তি মূলক গীত শুনিবলৈ ইচ্ছা কৰিলো সেয়ে, গাই যোৱা ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ তোমাক দিবলৈ, ভগৱানে তোমাক কুশলে ৰাখক আৰু সংগ দি সুখ দি ৰাখক ৰাখক, সুন্দৰ আৰু শুনিও আনন্দ পালো,,
Thank You so much
Bohut vl lagise huni aru Gan huniboloi Pam buli akha thakil krishna probhu🙏🙏🙏
Thank you
I❤ this song 😊😊
Thank you
আপোনাৰ গান মই প্ৰায় শুনো। বহুত মধুৰ কন্ঠৰ ❤
Thank you
3:41
Good
Eman dhunia gaisa o madhu ba ratipuai huni montu hajib hoi goise❤❤❤
Thank you
Bohut hundor kontho mon pran jur pori juwa luko geet. Dhonyabadjonalu Madhurimaloi. ❤❤
Thank you so much
সুন্দৰ কণ্ঠ । সুন্দৰ গায়ন শৈলী । আপোনাৰ প্ৰতিটো গীতেই মোৰ অতি প্ৰিয় । শুভেচ্ছা থাকিল ।
Thank You
সুন্দৰ হৈছে ,ধূনীয়া কণ্ঠ
Thank you
Bohut hundor dhunia kantho
Thank you
Duniya ❤❤
Thank You
Thank You
অতি সুন্দৰ । আপোনাৰ কণ্ঠ বৰ সুন্দৰ ।
Thank you
অপূৰ্ব কন্ঠ তুমাৰ । ৰাতিপুৱাই গীতটি শুনি বৰ ভাল লাগিল । আশীৰ্বাদ আৰু শুভেচ্ছা থাকিল আৰু আগুৱাই যাবলৈকে। কৃষ্ণ 🙏
কৃষ্ণ
Iman dhunia tune bohut bhal
lage Madhurima tumak Log
pale aru bhal lagibo.
Thank you so much
সুন্দৰ পৰিবেশন 🙏🙏🙏 বহুতেই ভাল লাগিলে, শুনিয়েই থাকিব মন
Thank You
@@madhurimasaikia নিতৌ পুৱা গধূলি শুনিয়েই থাকো লগতে গুণগুণাই ও দিওঁ 🥰🥰
সুন্দৰ পৰিবেশণ
সুন্দৰ কন্ঠ। ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিছোঁ ❤️🙏🏼
কি যে মজা গাইছে শুনিলে এৰিবব মন নেযায় শুভেচ্ছা জনালো যোৰহাট
Thank you so much
সুন্দৰ,, এই পুৱাতে এই গীতটো বাৰে বাৰে শুনি থাকিবৰ মন যায় মোৰো বৰকৈ কিন্তু অতিকৈ আনন্দ পাও সেয়ে তুমি গাই যোৱা ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপাওঁ তোমাক জনাবলৈ, আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে, মনটো শাঁত পৰি যায় মোৰো বৰকৈ কিন্তু আনন্দ ও পাওঁ বৰকৈ,
Thank You so much