Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
Dada bandhob he gan tu moi anytime xuni thaku buhut vl lage
Bortoman somoyor srestha pathak subash nath .....apunar logote apunar sangibrindar susasthya kamona korilu❤️❤️❤️❤️❤❤❤❤🙏🙏🙏
ইমান ধুনীয়া হৈছে আৰু আগুৱাই জোৱা মই অন্ধেৰীঘাটৰ পৰা শুনিলো
আপোনাৰ লোকগীত বোৰ ভাল লাগে আৰু আপোনাৰ লগত গাৱ পৰা হলে মনটো ভাল লাগিল হয়
Suvash mama. Mok sini paisene... Amar tat ahi goisil bohudin agote sariahtoli gopalthanot nam gabloi ahote.. Mnt asene mama.. Aponalokar osrt amar mama htr ghr... Aponar man lokgit bhut sao.. Bhut vl pao mama.. Aponak log kribo mn goi ase.... Apuni aru aguwai jaok mama🙏🙏🙏🙏
Dada apunar nam moi xodai xune thaku bohut val lage xundor kontho
Val lagise apunar lokogeet keita....ru natun koi dibo buli akha thkil....
Congratulations kokaideu🥰🥰🥰party hbo lgibo dei😍😍
দাদা কবলৈ ভাষা নাই ইমান ধূনীয়া কৈ গাইছে আপুনি । আশাকৰো আপুনি আমাক আৰু ভাল ভাল লোকগীত উপহাৰ দিব ।
You are my favourite.excillent voice.xodai xuni thako aponar lokgeet.god bless you
দাদা বহুত বহুত ভাল লাগিল লোক গীত কেইটা শুনি । আগলৈ নতুন নতুন লোক গীত শুনিব পাম বুলি আশা ৰাখিলোঁ।
আপোনাৰ নাগাৰা নাম গীতা নগৰৰ শণি মন্দিৰ ত চাইছিলো খুলিব ভাল লাগিছিল আপুনাৰ নিচিনা কৈ পৰিবেশন কৰা নাগাৰা নাম মই আগতে দেখা নাছিলো।ভাল লাগিল
নিতৌ পুৱা গধূলি মোৰ হোম থিয়েটাৰ ত বাজে।বৰ ভাল লাগিল দাদা।🙏🙏🙏
Subhash dar geet sunile suni thakibo mn jai iman sundar kantha
Bahut val lagil.Tumar xakalo bor a nagara naam aru lokogeet mor val lage
You You You u7788uuuuuuuuui
Dhuniya , subhash nath manei Sipajhar r nam.....
অতি সুন্দৰ হে বান্ধৱ । কৃষ্ণ কৃষ্ণ
আপোনাৰ গীত শুনি ইমান ভাল লাগে মই আপোনাৰ গীত শুনি তোপনী যাও😍😍
Apunar lokogit keita khuni bohot val lagil atialoike kiman bar khunilu hisap nai 👌👌👌👌👌
Dhunia dada nice aru aguai jaok apuni
গীত কেইটা শুনি বৰ ভাল লাগিল । তোমাৰ কণ্ঠত হৃয়স্পৰ্শী হৈ পৰিছে ।
গীত
Dada aponar kanthi lokoganat natun rup dile. sundar surr...
আপোনাক মই আমাৰ ইয়াত লগ পালোঁ বহুত বহুত বহুত ভাল লাগিল অথ্যাত জনাৰাম চৌকা আপোনাৰ গীত সছাই বহুত ভাল লাগে😘😘😘😘😘😘😘
Bahut val lage mor apunar harir nam lokargeet bur apunar kanthat mukdha moi suvash dada
100k hua babe antariksh xubheshwa janalokapaal. Geet keita xuni bahut bhal lagil.
কৃষ্ণ বাপ- প্ৰথম দুটা গান কলিজা কপাই দিলে দে বাপ। অতি সুন্দৰ বাপ 🙏 । ৰাতি পূৱা শুই উঠিয়েই অকল আপোনাৰ গান ।
বৰ ভাল লাগিলকৃষ্ণ প্ৰভু
ৰাম কৃষ্ণ হৰি
Bhut vl lagise khuni
Bhut val lagil Dada
Headphone ত শুনা মজাই বেলেগ দাদা❤️
শুনি শুনি হেপাঁহ নপলায় ' অতি মধুৰ ৷ মন প্ৰাণ পুলকিত কৰে ৷
Xundormon poroxi golmanuhor mrityur kirili... karu monot xukh nai ene xomoyot ami enekuwa geetor usorot thokatu bor proyujon budh karuaxakoru aru keitaman gai dido raijor axirbad pabo
b
বৰ ভাল লাগিল সুভাষ ।মইবাৰে বাৰে শুনো দেই ।
বৰ ভাল লাগিছে,লোক গীত কেইটা শুনি সুন্দৰ কন্ঠ
হৃদয় স্পৰ্শ লোকগীত।মই প্ৰায়ে শুনো।মোৰ বৰ প্ৰিয় এই লোকগীত।
বৰ সুন্দৰ সুভাষ দা ... 💚
Ati sunder bhai suni hepa nplai Subhash ❤ sashake
সঁচাকৈ আপোনাৰ লোকগীত বোৰ শুনি বহুত ভাল লাগে।মই সদায় শুনো লগতে গাৱলৈ ও চেষ্টা কৰোঁ।
Suvasda bohut Val lagil from pathsala
ua-cam.com/video/W3iFdMVhT8Q/v-deo.html
কৃষ্ণ হৰি কৃষ্ণ হৰি...🙏
Dhuniya lagese dada🙏🙏🙏☺️❤️♥️
Bahut dhunia hoisa Subhash Dada aro ago loi khunabo Pam boli akha karelo
এনে সুন্দৰ লোকগীতৰ সমাহাৰ সুমধুৰ হৈছে ৷ আপোনাৰ পৰা আৰু এনে গীত আশা কৰিলোঁ ৷
Bor xundor hoise
ইমান মধূৰ কন্ঠ বহুত ধুনীয়া লাগে আপোনাৰ গীতবোৰ আমাৰ দৰঙৰ গৌৰৱ
Bhal lagil Subhash da
সঁচাকৈ আপোনাৰ লোকগীতবোৰ শুনি বহুত ভাল লাগে
🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰
সুন্দৰ দাদা 💓 💓 💓
Dhuniya hoyse dada
দাদা মোক চিনি পাইছে নে আপুনি যে শিৱপূজাৰ আতমঙ্গল পালেংবাৰীত আহিছিল আপোনাৰ কণ্ঠত আমাৰ সমূহ ৰাইযোগ বহুত উপৰোক্ত কৰিছে দাদা love you dada
আপোনাক ভগৱানে ভালে ৰাখগ
পালেংবাৰীৰ সকলো ৰাইজলৈ প্ৰণাম জনালোঁ 🙏
বহুত ভাল লাগিছে এই লোকগীত কেইটা শুনি। আৰু নতুন নতুন লোকগীত দিবা বুলি আশা কৰিলো দাদা॥
Val lagise vaiti, Tripti Nath, Guwahati
কৃষ্ণ কৃষ্ণ🙏
Xosakoi Dada aapunar kontho bohut dhuniaa xunile xuni thakiba Mon jaye aapunar nam. Bhogobanok parthona kori su jate aapunar xoday xustho kori raxe aru anekoi aapuni aamak xundor xundor nam xunai jabo pare Krishna . From nagaon .
কন্ঠ ৰ তুলনা নাই। বহুত ভাল লাগিল। আগলৈও আশা কৰিলো
Kyy
Bhut dhunia....suni thkiba mon jai...
Bhal lagil sundra
দাদা ভাল লাগিল সুনি
আপোনাৰ নাগাৰা নামে বৰ আমোদ দিয়ে ।লোকগীত কেইটিও যে ইমান সুন্দৰ ! আপোনাক ঈশ্বৰে আশীৰ্বাদ কৰক, আৰু আগবাঢ়ি যাওঁক ।
222m
@@wwagaminfo4881 ৌৌ00
@@wwagaminfo4881 %q
Congratulations Subhash Da. 🌹🌼.All Songs veryvery nice. 1⃣1⃣1⃣
❤🙏🏻🙏🏻আপোনাৰ লোকগীতবোৰ শুনি বহুত ভাল লাগে🙏🏻🙏🏻❤
Geet keiti suni montu vl lagise.parile sabo sun muru gabo mon jaai.
ভাল লাগিছে
Apoonar mat tu bht vl lge dada,jiman xunileu xuni thakiboi mon.
Bhogobane aponar mongol koruk...Bhu vall Lage kiba,,guruji
🎧👨🎤🎶🎧👨🎤🎶🎧👨🎤🎶🎧👨🎤🎶🎧👨🎤🎶 🎙️🎙️🎙️🎙️🎙️🎙🎤🎤🎤🎤🎤🎤........ কি যে বিনন্দিয়া, সমধুৰ কণ্ঠ দাদা আপোনাৰ।
So nice🤗🤗🤗🤗👌👍👏
Bohu val lage puya suni
Sini pao 2...amar iyat dubar ahi gol.. Kin2 moi log kribo nowarilu...
সুভাষ নাথ ডাঙৰীয়াৰ নাগাৰা নাম চোৱাৰ সৌভাগ্য হৈছে জেংৰেংপাৰা শংকৰদেৱৰ জন্ম জয়ন্তীত। সুন্দৰ কণ্ঠ,। কাহিনী বৰ্ণনা কৰা , উপস্থাপন , সামৰণি অভুতপূৰ্ব। একেলগে দুই/তিনি হাজাৰ দৰ্শকে শেষলৈ নিতাল মাৰি শ্ৰৱণ দৰ্শন কৰা দৃশ্য সচাই বিৰল।এয়া তেখেতৰ উচ্চ ব্যত্তিত্ব সম্পন্ন গুণৰ অধিকাৰী হোৱাৰ বাবে সম্ভৱ হৈছে। ধন্যবাদ সুভাষ নাথ ডাঙৰীয়া প্ৰায় পাঁচ ছয় ঘণ্টা সময় আজিৰ এই সময়ত যুৱচামৰ লগতে বাপবান্ধৱ আইমাতৃ সকলোক আধ্যাত্মিকতাৰ ৰসত বান্ধি ৰখাৰ বাবে,।
সীমাহীন ধন্যবাদ জনালো। আপোনালোকৰ আশীৰ্বাদ সদায় আমাৰ হৃদয়ত থাকিব 🙏
Ati Shundor Hare Krishna 🌹🙏
Tumr uncommon mat bahut val lagise
ঈশ্বৰে আপোনাক সদায়ে এনেদৰে শক্তি দিয়ক যাতে আপোনাৰ কণ্ঠত এনেকৈ লোকগীত উপভোগ কৰি থাকিব পাৰো
Bohut vl lagil dada.val ne khobr?
Dada joyguru 🙏 xundar lagil xuni...
অতি সুন্দৰ গীত টি শুনি থাকিলে শুনি থাকিব মন যায ।💓💓💓💓💓
Kafi khubsurat performance, bahut bahut sukhria ,wish your prosperous and brightful future,
Nagaranam and lokogeet performance so satisfactory wish your brightful future
Rameshwar Pathak r pist aji aponi mor mon sui gol..❤️❤️❤️❤️
সুভাষ তোমাৰ কণ্ঠ বহুত ধুনীয়া।
Beautiful
সুন্দৰ হৈছে বাঁহী বাদন সুন্দৰ
Bahut val lagile Tate aponar mat to bahut val lage..
আপোনাক বহুত ধন্যবাদ জনালো ভগৱানৰ ভক্তিমূলক গীত শুনালে লগতে উজ্বল ভৱিষ্যত কামনা কৰিলো ।
Bhut.val.palu.huni.parvuyea.kripa.barakhise.apunak.Krishna. Krishna.
Lokgeet mor bor priya.Dintot abar nukhunile mont oshantibodh hoi.so aagaloi aaru anedharar geet sunibaloi paam buli aasha karilo
অতি সুন্দৰ কণ্ঠ দাদা আপোনাৰ। ৰাতিপুৱাই শুনি মন প্ৰাণ পুলকিত হৈ গ'ল। আগলৈ আৰু লোকগীত, টোকাৰি গীত তথা নাগাৰা নাম আশা কৰিলোঁ। ভগবানে আপোনাক ভালে ৰাখক।
Bhut bhal lagil khura
বহুতো ভাল লাগিল বহুত সুন্দৰ আৰু উজ্জ্বলি উঠা কৃষ্ণ কৃষ্ণ 🙏🙏👌👌
Bohut val lagise dada
আপোনাৰ লগত লোকগীত এটা একে লগে গাব মন আছে সুভাষ দাদা ❤️
সুভাষ দা আপোনাৰ লোকগীতবোৰ শুনিলে মন টো শান্তি লাগি যায়৷ ইমান সুন্দৰ কণ্ঠ, এনেকৈ আগলৈ আগবাঢ়ি যাওক৷❤❤❤❤❤❤
Sundor loko geet bhal lagise
খুব সুন্দৰ হৈছে!
ৰাতিপুৱাই এনেধৰণৰ লোকগীতেৰে দিনটো শুভাৰম্ভ কৰা কথাই সুকীয়া ।ধন্যবাদ আপোনালৈ আৰু আগলৈও এনেধৰণৰ সুন্দৰ সুন্দৰ লোকগীত শুনিবলৈ পাম বুলি আশা কৰিলোঁ আকৌ এবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
Sundor bapu
P
L
Thousand of salut to you for your such heart touching presentation.🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔
@@swapannath4758 UN v by jth
Bahut dhuniya,❤️❤️❤️
ভক্তি ৰসৰ অন্যন্য কণ্ঠ আপোনাৰ । কণ্ঠত এক হৃদয়স্পৰ্শী ঐশ্বৰিক গুণৰ সুৱাদ পোৱা যেন লাগে । ভৱিষ্যতৰ শুভকামনা জনালোঁ । ধন্যবাদ ।
Hi subash butiful song good morning
Val bahut Val lagil
সুভাষ, সৰু যিহেতু তোমাক তুমি বুলিয়েই ক'লো। কণ্ঠৰ গভীৰতা আছে । সুৰত আধুনিকতা সুন্দৰকৈ ফুটাই তুলিব পাৰিছা। চৰ্দি যাতে নহয় সাৱধানে চলিবা। আগুৱাই যোৱা।
Subhash bhai onak val lagil apunar lokkogit khuni akou aakha korilu dhoniobaf
তোমালৈ ধণ্যবাদ থাকিল।
আপোনাৰ লোকগীত কেইটা শুনি খুব আনন্দিত হলো। শুভেচ্ছা জ্ঞাপন কৰিলোঁ ..… 🙏🏻
বহুত ভাল লাগিছে দাদা আপোনাৰ লোকগীত কেইটা শুনি।
নাকেৰবাৰী সভা মহোৎসৱত আপোনাৰ নাম চাই বহুত ভাল লাগিছে
Mojja Dada
অতি সুন্দৰ গীত দাদা সুৰ ধুনীয়া হৈছে
লোকগীত কেইটা শুনি সচাই ভাল লাগিল আৰু আশাৰে ৰৈ থাকিম কিবাকিবি পাম বুলি।
😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
Dada bandhob he gan tu moi anytime xuni thaku buhut vl lage
Bortoman somoyor srestha pathak subash nath .....apunar logote apunar sangibrindar susasthya kamona korilu❤️❤️❤️❤️❤❤❤❤🙏🙏🙏
ইমান ধুনীয়া হৈছে আৰু আগুৱাই জোৱা মই অন্ধেৰীঘাটৰ পৰা শুনিলো
আপোনাৰ লোকগীত বোৰ ভাল লাগে আৰু আপোনাৰ লগত গাৱ পৰা হলে মনটো ভাল লাগিল হয়
Suvash mama. Mok sini paisene... Amar tat ahi goisil bohudin agote sariahtoli gopalthanot nam gabloi ahote.. Mnt asene mama.. Aponalokar osrt amar mama htr ghr... Aponar man lokgit bhut sao.. Bhut vl pao mama.. Aponak log kribo mn goi ase.... Apuni aru aguwai jaok mama🙏🙏🙏🙏
Dada apunar nam moi xodai xune thaku bohut val lage xundor kontho
Val lagise apunar lokogeet keita....ru natun koi dibo buli akha thkil....
Congratulations kokaideu🥰🥰🥰party hbo lgibo dei😍😍
দাদা কবলৈ ভাষা নাই ইমান ধূনীয়া কৈ গাইছে আপুনি । আশাকৰো আপুনি আমাক আৰু ভাল ভাল লোকগীত উপহাৰ দিব ।
You are my favourite.excillent voice.xodai xuni thako aponar lokgeet.god bless you
দাদা বহুত বহুত ভাল লাগিল লোক গীত কেইটা শুনি । আগলৈ নতুন নতুন লোক গীত শুনিব পাম বুলি আশা ৰাখিলোঁ।
আপোনাৰ নাগাৰা নাম গীতা নগৰৰ শণি মন্দিৰ ত চাইছিলো খুলিব ভাল লাগিছিল আপুনাৰ নিচিনা কৈ পৰিবেশন কৰা নাগাৰা নাম মই আগতে দেখা নাছিলো।ভাল লাগিল
নিতৌ পুৱা গধূলি মোৰ হোম থিয়েটাৰ ত বাজে।বৰ ভাল লাগিল দাদা।🙏🙏🙏
Subhash dar geet sunile suni thakibo mn jai iman sundar kantha
Bahut val lagil.Tumar xakalo bor a nagara naam aru lokogeet mor val lage
You You You u7788uuuuuuuuui
Dhuniya , subhash nath manei Sipajhar r nam.....
অতি সুন্দৰ হে বান্ধৱ । কৃষ্ণ কৃষ্ণ
আপোনাৰ গীত শুনি ইমান ভাল লাগে মই আপোনাৰ গীত শুনি তোপনী যাও😍😍
Apunar lokogit keita khuni bohot val lagil atialoike kiman bar khunilu hisap nai 👌👌👌👌👌
Dhunia dada nice aru aguai jaok apuni
গীত কেইটা শুনি বৰ ভাল লাগিল । তোমাৰ কণ্ঠত হৃয়স্পৰ্শী হৈ পৰিছে ।
গীত
Dada aponar kanthi lokoganat natun rup dile. sundar surr...
আপোনাক মই আমাৰ ইয়াত লগ পালোঁ বহুত বহুত বহুত ভাল লাগিল অথ্যাত জনাৰাম চৌকা আপোনাৰ গীত সছাই বহুত ভাল লাগে😘😘😘😘😘😘😘
Bahut val lage mor apunar harir nam lokargeet bur apunar kanthat mukdha moi suvash dada
100k hua babe antariksh xubheshwa janalokapaal. Geet keita xuni bahut bhal lagil.
কৃষ্ণ বাপ- প্ৰথম দুটা গান কলিজা কপাই দিলে দে বাপ। অতি সুন্দৰ বাপ 🙏 । ৰাতি পূৱা শুই উঠিয়েই অকল আপোনাৰ গান ।
বৰ ভাল লাগিল
কৃষ্ণ প্ৰভু
ৰাম কৃষ্ণ হৰি
Bhut vl lagise khuni
Bhut val lagil Dada
Headphone ত শুনা মজাই বেলেগ দাদা❤️
শুনি শুনি হেপাঁহ নপলায় ' অতি মধুৰ ৷ মন প্ৰাণ পুলকিত কৰে ৷
Xundor
mon poroxi gol
manuhor mrityur kirili...
karu monot xukh nai
ene xomoyot ami enekuwa geetor usorot thokatu bor proyujon budh karu
axakoru aru keitaman gai dido raijor axirbad pabo
b
বৰ ভাল লাগিল সুভাষ ।মইবাৰে বাৰে শুনো দেই ।
বৰ ভাল লাগিছে,লোক গীত কেইটা শুনি সুন্দৰ কন্ঠ
হৃদয় স্পৰ্শ লোকগীত।মই প্ৰায়ে শুনো।মোৰ বৰ প্ৰিয় এই লোকগীত।
বৰ সুন্দৰ সুভাষ দা ... 💚
Ati sunder bhai suni hepa nplai Subhash ❤ sashake
সঁচাকৈ আপোনাৰ লোকগীত বোৰ শুনি বহুত ভাল লাগে।মই সদায় শুনো লগতে গাৱলৈ ও চেষ্টা কৰোঁ।
Suvasda bohut Val lagil from pathsala
ua-cam.com/video/W3iFdMVhT8Q/v-deo.html
কৃষ্ণ হৰি কৃষ্ণ হৰি...🙏
ua-cam.com/video/W3iFdMVhT8Q/v-deo.html
Dhuniya lagese dada🙏🙏🙏☺️❤️♥️
Bahut dhunia hoisa Subhash Dada aro ago loi khunabo Pam boli akha karelo
এনে সুন্দৰ লোকগীতৰ সমাহাৰ সুমধুৰ হৈছে ৷ আপোনাৰ পৰা আৰু এনে গীত আশা কৰিলোঁ ৷
Bor xundor hoise
ইমান মধূৰ কন্ঠ বহুত ধুনীয়া লাগে আপোনাৰ গীতবোৰ আমাৰ দৰঙৰ গৌৰৱ
Bhal lagil Subhash da
সঁচাকৈ আপোনাৰ লোকগীতবোৰ শুনি বহুত ভাল লাগে
🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰
সুন্দৰ দাদা 💓 💓 💓
Dhuniya hoyse dada
দাদা মোক চিনি পাইছে নে আপুনি যে শিৱপূজাৰ আতমঙ্গল পালেংবাৰীত আহিছিল আপোনাৰ কণ্ঠত আমাৰ সমূহ ৰাইযোগ বহুত উপৰোক্ত কৰিছে দাদা love you dada
আপোনাক ভগৱানে ভালে ৰাখগ
পালেংবাৰীৰ সকলো ৰাইজলৈ প্ৰণাম জনালোঁ 🙏
বহুত ভাল লাগিছে এই লোকগীত কেইটা শুনি। আৰু নতুন নতুন লোকগীত দিবা বুলি আশা কৰিলো দাদা॥
Val lagise vaiti, Tripti Nath, Guwahati
কৃষ্ণ কৃষ্ণ🙏
Xosakoi Dada aapunar kontho bohut dhuniaa xunile xuni thakiba Mon jaye aapunar nam. Bhogobanok parthona kori su jate aapunar xoday xustho kori raxe aru anekoi aapuni aamak xundor xundor nam xunai jabo pare Krishna . From nagaon .
ua-cam.com/video/W3iFdMVhT8Q/v-deo.html
কন্ঠ ৰ তুলনা নাই। বহুত ভাল লাগিল। আগলৈও আশা কৰিলো
Kyy
Bhut dhunia....suni thkiba mon jai...
Bhal lagil sundra
দাদা ভাল লাগিল সুনি
আপোনাৰ নাগাৰা নামে বৰ আমোদ দিয়ে ।লোকগীত কেইটিও যে ইমান সুন্দৰ ! আপোনাক ঈশ্বৰে আশীৰ্বাদ কৰক, আৰু আগবাঢ়ি যাওঁক ।
222m
@@wwagaminfo4881 ৌৌ00
@@wwagaminfo4881 %q
Congratulations Subhash Da. 🌹🌼.All Songs veryvery nice. 1⃣1⃣1⃣
❤🙏🏻🙏🏻আপোনাৰ লোকগীতবোৰ শুনি বহুত ভাল লাগে🙏🏻🙏🏻❤
Geet keiti suni montu vl lagise.parile sabo sun muru gabo mon jaai.
ভাল লাগিছে
Apoonar mat tu bht vl lge dada,jiman xunileu xuni thakiboi mon.
Bhogobane aponar mongol koruk...
Bhu vall Lage kiba,,guruji