Brindabone Bone||বৃন্দাবনে বনে||Madhurima Saikia

Поділитися
Вставка
  • Опубліковано 21 сер 2024
  • #বৃন্দাবনে_বনে #লোকগীত
    This is a Assamese Folk song
    song: Brindabone bone
    singer:Madhurima saikia
    flute: Bharat hazarika
    Dotara: Mukut Molia
    dholok/Tabla: Maina percussionist Bordoloi
    Music: Nayan Moni Baruah
    mixing & Mastering: Nayan moni baruah(studio make music)
    singer fb link: / madhurima.madhurimasaikia
    cover design: Chironjit Saikia

КОМЕНТАРІ • 4,2 тис.

  • @alakasaikia3176
    @alakasaikia3176 Рік тому +19

    সঁচাই অতুলনীয়.....কিবা এক বুজাব নোৱাৰা শান্তি পাই যাও গীতটি শুনি.....মনোমোহা সুৰৰ সৈতে শুৱলা কণ্ঠ লগতে আধ্যাত্মিক শব্দৰ সমাহাৰ...আগুৱাই যোৱা...মৰম লগতে আশীৰ্বাদ থাকিল।।

    • @madhurimasaikia
      @madhurimasaikia  Рік тому +1

      Thank you

    • @123z6
      @123z6 6 днів тому

      You are going to be a king 👑 of devotional song...go ahead with hard work...

  • @bikashranjandas1683
    @bikashranjandas1683 2 роки тому +30

    অ' কিমান বাৰ যে শুনিছো হিচাব নাই ❤❤
    দেহ মন সাত পৰি যায়😍

    • @madhurimasaikia
      @madhurimasaikia  2 роки тому

      Thank you dear

    • @2.0940
      @2.0940 2 місяці тому

      Bap ishor ako abar huni deok mnt pelai disu 🤗🎉💎💫

  • @magnum9750
    @magnum9750 Рік тому +47

    ভগৱান শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ লীলা বোৰ আপোনাৰ এই গীত টো শুনি মনতে মধুৰ কল্পনা কৰি থাকোঁতে কেনেকৈ যে চকুপানী ওলাব ধৰিলে কবৈ নোৱাৰিলোঁ

    • @madhurimasaikia
      @madhurimasaikia  Рік тому

      Thank you so much

    • @rajibdas141
      @rajibdas141 9 місяців тому

      ​@@madhurimasaikia❤

    • @rajibdas141
      @rajibdas141 9 місяців тому

      Moi huni ai Thaku.bohut dhunia lage tumar voice..❤

  • @karandas67253
    @karandas67253 6 місяців тому +15

    Wow ki voice ❤❤❤

  • @kankanjyotidas8070
    @kankanjyotidas8070 Рік тому +19

    ইমান সুন্দৰ কন্ঠ ☺️।।শুনিলে শুনিয়েই থাকিব মন যায়।।

  • @momisaikia5768
    @momisaikia5768 Рік тому +24

    কিমানবাৰ যে শুনিছোঁ হিচাপ নাই । বহুত ধুনীয়া কণ্ঠ আপোনাৰ ।

  • @Khagengogoi123
    @Khagengogoi123 Рік тому +31

    সুন্দৰ কন্ঠ ।যুৱ প্ৰজন্মৰ তুমি এক আদৰ্শ।আশীৰ্বাদ থাকিল।

  • @pulenmahanta948
    @pulenmahanta948 Рік тому +37

    বহু সাধনা বহু ভক্তিৰ পিছত এনে গিত গাবলৈ নেদেখাজনে শক্তি দিয়ে বুলি মই ভাবোঁ ? আপোনাৰ যোগেদি তেৰাই সকলোকে আশিসধন্য কৰক তাৰে কামনা কৰিলোঁ ৷

    • @madhurimasaikia
      @madhurimasaikia  Рік тому +1

      Thank you

    • @hiranlahkar1534
      @hiranlahkar1534 6 місяців тому +1

      বহুত সুন্দৰ বহুত সুন্দৰ। ইমান সুমধুৰ কণ্ঠ

  • @khagenkalita805
    @khagenkalita805 2 роки тому +68

    এই ভক্তিমূলক গীতটি মই প্ৰায় শুনো। শিল্পীৰ কণ্ঠ সুন্দৰ। আগলৈ ভক্তিমূলক গীত শুনিবলৈ আশা কৰিলোঁ।

    • @madhurimasaikia
      @madhurimasaikia  2 роки тому +2

      Thank you

    • @NakulChandraNath
      @NakulChandraNath 5 місяців тому

      ❤❤❤à Xx xx RS extra ex ex😊àx ex ex qaz
      😊àaa 😊wwwwre w 😂😂, Rd RS bhi ffczc ni​@@madhurimasaikia

  • @_Ankur_Saikia_02
    @_Ankur_Saikia_02 2 роки тому +8

    আপোনাৰ লগৰ তাপশ বৰা দাই গানটো শুনিব কৈছিল খুব সুন্দৰ হৈছে । সচাকৈ আপোনাৰ কণ্ঠত সৰস্বতী বিৰাজমান 🌼✨

  • @bituborgohain5953
    @bituborgohain5953 Рік тому +29

    সুন্দৰ কণ্ঠ বৰ ভাল লাগিল।ভবিষ্যত উজ্জ্বল কামনা কৰিলো।🥰🙏🥰🙏

  • @surenboruah3241
    @surenboruah3241 Рік тому +6

    ইমান সুন্দৰ গীত যি টো গীত সদায় নুহুনি থাকিব নোৱাৰোঁ, শুনিলেই মন প্ৰাণ ভৰি যায় 🙏🙏🙏

  • @kailashbasuvlogs7287
    @kailashbasuvlogs7287 2 роки тому +57

    এই ধৰণৰ আধ্যাত্মিক গীতৰ জৰিয়তে মানৱ জীৱনৰ কল্যাণ সাধন কৰাৰ প্ৰয়াস । সচাই প্ৰশংসনীয়।

    • @madhurimasaikia
      @madhurimasaikia  2 роки тому +1

      Thank u

    • @rrrgogoi4701
      @rrrgogoi4701 Рік тому +1

      Dhuniya lagise tumar sur

    • @badanchutia8428
      @badanchutia8428 Рік тому +1

      বদন।চুতীয়া ই।ভগবান।গঠিত।বহোত ।বহোত ।বহোত ধন্যবাদ ।দিআচু।আৰু।এনেধৰন।ভগবান।চৰিত্ৰ

  • @rajatchkalita7919
    @rajatchkalita7919 2 роки тому +37

    আপোনাৰ সু-কণ্ঠই মোহিত কৰিলে ৷
    উত্তৰোত্তৰ কামনা কৰিলোঁ ৷

  • @prostutigogoi5202
    @prostutigogoi5202 Рік тому +66

    অপূৰ্ব সুন্দৰ কন্ঠ তোমাৰ, এনেকৈ সদায় যেন হাঁহি হাঁহি গীত গোৱা , আশীৰ্বাদ থাকিল ভবিষ্যত তোমাৰ সুন্দৰ হওক 🙏🏾🙏🏾

  • @sarajrajbongshi4378
    @sarajrajbongshi4378 Рік тому +13

    সদায় মিঠা লগা সুমধুৰ আপোনাৰ l আৰু অধিক গীত উপহাৰ পাম বুলি আশা কৰিলোঁ l 👏

  • @lakhinarayan1257
    @lakhinarayan1257 Рік тому +33

    সুমধুৰ কণ্ঠ ❤ মই সদায়েই শুনোঁ

  • @pinkikonch1971
    @pinkikonch1971 2 роки тому +24

    সদায় গীতটি শুনো , বৰ সুন্দৰ পৰিবেশন 👌

  • @mrinalmedhi8346
    @mrinalmedhi8346 7 місяців тому +3

    এই লোকগীত সমূহ অখ্যাত শিল্পী সকলৰ মনোৰম সৃষ্টি আৰু অসমৰ লোক -সংস্কৃতিৰ অনন্য সম্পদ। শিল্পী গৰাকীৰ সুন্দৰ কণ্ঠত ই সোণত সুৱগা চৰায়ছে।

  • @a-sriki9764
    @a-sriki9764 Рік тому +9

    আপোনাৰ কণ্ঠত গীত শুনিলে মনটো ভাল লাগি যায়। ইমান ধুনীয়াকৈ গাই।

  • @gautambora403
    @gautambora403 Рік тому +13

    অতি সুন্দৰ।বহুত ভাল লাগিল।আৰু আগুৱাই যোৱা। শুভেচ্ছা থাকিল।।

  • @khagasharkumar8928
    @khagasharkumar8928 Рік тому +31

    বৰ ধুনীয়া কণ্ঠ । বৰ সুৱদি সুৰীয়া হৈছে ।আশীৰ্বাদ থাকিল বাইদেউ

  • @NabinKachari
    @NabinKachari 11 днів тому +2

    ইমান সুন্দৰ কণ্ঠ এতিয়ালৈকে বহু বাৰ শুনিছো। এনেকুৱা গীত আৰু শুনিবলৈ পাই থাকিম বুলি আশা কৰিলো। ❤❤

  • @pronobv5907
    @pronobv5907 Рік тому +12

    Owaoo কিহৰ লগত তুলনা কৰিম এই গীতটো। বহুত বহুত ভাল লাগিছে অ। 👍👍👍👍👍❤️❤️❤️❤️❤️❤️❤️

  • @beautifulvillagers5017
    @beautifulvillagers5017 Рік тому +40

    অনুপম.... বৰ সুন্দৰ কণ্ঠ আপোনাৰ...শুনি বৰকৈ আপ্লুত হ'লো... আৰু আগুৱাই যাওক.... বহুত বহুত শুভকামনা থাকিল... প্ৰান্তৰত আশাৰে বাট চাই ৰ'লো ...!!🙏

  • @arupgogoi7241
    @arupgogoi7241 2 роки тому +9

    বাহ কি অপুৰ্ব কণ্ঠ
    এতিয়ালৈকে ১০বাৰ সুনিলো ৷

  • @user-dj4qe8fk4e
    @user-dj4qe8fk4e 4 місяці тому +11

    Jay. Krishna guru❤❤❤

  • @ranjitdeka4526
    @ranjitdeka4526 Рік тому +11

    অতি সুন্দৰ। গীতটো মই প্ৰায়েই শুনো।মন ভৰি উঠে। শুভেচ্ছা জনালোঁ আৰু আগুৱাই যাবৰ বাবে।

  • @arunbani
    @arunbani 2 роки тому +45

    বা,
    বৰ ভাল লাগিল।❤️
    পুৱাই শুনাৰ মাদকতা অকণ বেছি✨।

  • @gutidaz9395
    @gutidaz9395 Рік тому +9

    সচাই দেই কি কম আৰু মানে আমাৰ নিচিনা হাজাৰ জনৰ মন মোহি পেলালে এই গীত টু মানিছো 😊🙏

  • @gautamrajbongshi-rd6fi
    @gautamrajbongshi-rd6fi Рік тому +9

    Mon pran jur pori goise, my favourite singer ❤

  • @mridulkumardutta7183
    @mridulkumardutta7183 Рік тому +14

    A great refresher for the day, beautiful 👌

  • @ajoydas5272
    @ajoydas5272 2 роки тому +17

    সুব সুন্দৰ মনোমোহা কন্ঠেৰে নিগৰাইছে শুভ কামনা পঠিয়ালো উত্তৰ গুৱাহাটী পৰা

  • @pravashdas4792
    @pravashdas4792 Рік тому +10

    আপোনাৰ অপূৰ্ব কণ্ঠ 🙌🙌
    ভগৱন্তই আপোনাক আগোৱাই নিয়ক 🙏🙏

    • @madhurimasaikia
      @madhurimasaikia  Рік тому +3

      Thank you

    • @nilutpolborah7519
      @nilutpolborah7519 Рік тому +1

      তোমাৰ হাহি আৰু কন্ঠত স্বয়ং আই সৰস্বতীয়ে সংগ দিছে ৷ মই তোমাৰ ভক্তিমুলক গীতবোৰ সদায়ে শুনোঁ ৷ ঈশ্বৰ কৃষ্ণৰ কৃপা হওক ৷ হাঁহি হাঁহি গাই যোৱা ৷ অপূৰ্ব

  • @krishnadutta3531
    @krishnadutta3531 Рік тому +15

    মন চুই যোৱা কণ্ঠ-- পুৱা-গধূলি সদায় শুনো- শুভেচ্ছা জনাইছোঁ আগুৱাই গৈ থাকিবলৈ ❤

    • @madhurimasaikia
      @madhurimasaikia  Рік тому +1

      Thank you so much

    • @nishadeka9463
      @nishadeka9463 Рік тому +1

      😊

    • @krishnagam1160
      @krishnagam1160 11 місяців тому

      গউঢ ািথআ-ছা।গৈঠঈ

    • @krishnagam1160
      @krishnagam1160 11 місяців тому

      @@madhurimasaikia ঠখৌণাঋ🤓 😬😋😔🤔😏🤓🙏ৈতঠ-

    • @krishnagam1160
      @krishnagam1160 11 місяців тому

      Cjjgুঈুুঈুুঊডঊঙঢঢঢ''dwjjbi

  • @bijonburagohain4439
    @bijonburagohain4439 Рік тому +4

    ৰাম আৰু কৃষ্ণ আৰু সদাশিৱ । বৰ্মা বিষ্ণু মহেশ্বৰ। তেতিশ কোটি দেৱতাৰ ঠাই।

  • @prafullachandrabharali9791
    @prafullachandrabharali9791 2 роки тому +163

    হেল্ল শইকীয়ানী, আপুনি গোৱা এই লোকগীত টোৱে আমাৰ দৰে হেজাৰ জনৰ মন যে মুহিব পাৰিছে তাত অকনো সন্দেহ নাই। আপোনাৰ কন্ঠ আৰু সুৰে ক্ষন্তেক সময়ৰ কাৰণে শ্ৰোতাক যে আপ্লুত কৰিব পাৰে তাৰ কাৰণে আপুনি ধন্যবাদৰ পাত্ৰী। ঈশ্বৰে আপোনাক আৰু আগলৈ যোৱাত সহায় কৰক।

  • @avachinaboruah3587
    @avachinaboruah3587 2 роки тому +6

    অতিসুন্দৰ কণ্ঠ তোমাৰ। 🙌🙌🙏🙏

  • @purnakantagogoi7064
    @purnakantagogoi7064 9 місяців тому +1

    অতি সুমধুৰ সুললিত কণ্ঠ 🙏মনপৰশা হৃদয় চুই যোৱা ভগৱন্ত কৃষ্ণৰ গুণ, লীলা বৰ্ণিত গীতটি নিতৌ নুশুনি নোৱাৰোঁ🙏🙏 শিল্পী গৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনাৰে ভগৱন্তৰ কৃপা লাভৰ প্ৰাৰ্থনা জনালোঁ। কৃষ্ণ কৃষ্ণ

  • @surendas3749
    @surendas3749 2 місяці тому +11

    Madhurima sundar. Sunile Sunithakile Thakibar man .

  • @Brightfuture281
    @Brightfuture281 2 роки тому +5

    অতি সুন্দৰ কণ্ঠ। প্ৰতিদিনে এবাৰ হ'লেও শুনো।

  • @joykumardas9992
    @joykumardas9992 2 роки тому +35

    আজি আকৌ তোমাৰ কণ্ঠৰ সুমধুৰ গানটি শুনি মনটো বহু ভাল লাগিল।

    • @madhurimasaikia
      @madhurimasaikia  2 роки тому +4

      Thank you

    • @user-ui8jy5kg4w
      @user-ui8jy5kg4w Рік тому +4

      @@madhurimasaikia !

    • @RamenSaikia-mu4lc
      @RamenSaikia-mu4lc 7 місяців тому

      ​@@madhurimasaikia😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

    • @RamenSaikia-mu4lc
      @RamenSaikia-mu4lc 7 місяців тому +1

      ​@@madhurimasaikia😊😊😊😊😊😊😊😊

    • @haliramdas4543
      @haliramdas4543 Місяць тому

      ভগৱানে কিছুমান মানুহক কিছুমান বিশেষ কামৰ কাৰণে পৃথিৱীলৈ পঠিয়াই। অখেতক হয়তো লোকগীতেৰে মানুহক মনোৰঞ্জন দিবলৈকে পঠিয়াইছে। ইমান মিঠা কণ্ঠ অতি কম মানুহৰহে থাকে।

  • @sondas6210
    @sondas6210 4 місяці тому +1

    বাইদেউ আপোনাৰ মিঠা কন্ঠৰ বাবে নেদেখা জনক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
    ইমান মিঠা কন্ঠ 🙏💕🙏
    প্ৰায় দুবছৰ হ'ল প্ৰতিদিনে শুনি আহিছোঁ পৰিয়ালৰ সৈতে ❤❤❤
    আৰু যে কিমান শুনিম তাৰ কোনো অন্ত নাই,

  • @Deepshikhabora14
    @Deepshikhabora14 20 днів тому +1

    Tumar voice t lukogeet gitai hridoy sui jai ❤️‍🩹✨...Enedore agoloi u gaan gai jaba Madhurima baa🫶💓...... krishna bless youhh💎💫❣️

  • @jonalirabha1508
    @jonalirabha1508 2 роки тому +10

    বহুত ভাল লাগে গান বোৰ শুনি ❤️

  • @chandankoch4588
    @chandankoch4588 2 роки тому +7

    মই সদায় হুনো গানটো কিবা ভাল লাগি যাই মনটো খুব ধুনীয়া হৈছে

  • @sogendraray7887
    @sogendraray7887 Рік тому +2

    সদায় শুনি থাকিবলৈ মন য়াইয়ে থাকে ইমানেই মধুৰ কন্ঠ মোজা

  • @debojitahomrk6645
    @debojitahomrk6645 Рік тому +21

    🙏অ' বাই আমাৰ মা'ই এই গীতটো সদায় পোৱা লগাব কয় শুনি খুব ভাল পায় ❤️❤️❤️👍👍

  • @sunilkrdas8972
    @sunilkrdas8972 2 роки тому +14

    Beautiful voice God bless you

  • @pranjitmahanta2400
    @pranjitmahanta2400 2 роки тому +4

    ধন্যবাদ এনেকুৱা গীত উপহাৰ দিয়া বাবে
    হৰ হৰ মহাদেৱ🙏

  • @bipultalukdar9594
    @bipultalukdar9594 10 місяців тому +3

    খুব সুন্দৰ, হৃদয়ত ভক্তিৰ সিহৰন যোগোৱা, শুনিও আমনি নলগা এটি ভাল লগা গীত.....।🙏🙏

  • @pulindeka3050
    @pulindeka3050 9 місяців тому +1

    বিশেষকৈ ভগবানৰ ফটো দিয়া ৰ বাবে আৰু ধুনীয়া ‌হল।

  • @kshirodsaikia7348
    @kshirodsaikia7348 2 роки тому +22

    তোমাৰ কণ্ঠ সচাকৈ বৰ মোহনীয়। মই প্রতি দিনেই এপাক তোমাৰ লোকগীত নুশুনি নোৱাৰো।

  • @bitopanhazarika5903
    @bitopanhazarika5903 2 роки тому +5

    অপূৰ্ব কণ্ঠস্বৰ,শ্ৰুতি মধুৰ গীতটি শুনি আপ্লুত হলো।।

  • @manuborah4135
    @manuborah4135 2 місяці тому +1

    কি যে কণ্ঠ কি যে সুৰ মন প্ৰাণ পুলকিত কৰা ।কিবা চকু পানী ওলাই আহে ।সঁচাই অতি মধুৰ ❤❤

  • @dipankarroy9273
    @dipankarroy9273 Рік тому +6

    সিঁহৰিত হৈ গৈছো আপোনাৰ কণ্ঠত 🙏 जय श्री कृष्ण 🙏

  • @khatidarrang7524
    @khatidarrang7524 2 роки тому +13

    I am proud of you for this song nice singing .l like ur voice & tuen .thank you ##

  • @indrajitborah2174
    @indrajitborah2174 2 роки тому +36

    গীত সুৰত বৃন্দাবন খনিকেই দৃশ্যমান হৈছে সচাকৈ । অনুভৱ কৰিছো বহুত .......💐💐💐👌

  • @buddhadevpatar
    @buddhadevpatar Рік тому +2

    এনেকুৱা গীত শুনি থাকিলে শুনি থাকিবৰ মন যায়....আৰু জন্ম দিয়ক তেনেকুৱা গীত

  • @arundas4439
    @arundas4439 5 місяців тому +2

    With many, many ❤❤❤... Sodai suni thakileo aamoni nalage baidew... Oti sundor aaponar kontho... God bless🙏🙏🙏 you...

    • @madhurimasaikia
      @madhurimasaikia  5 місяців тому +1

      Thank You so much

    • @arundas4439
      @arundas4439 5 місяців тому +1

      @@madhurimasaikia , Baidew asha koro ketiyaba aaponak log pam konoba gitor anusthanot .....Bhogobane nishoy sohai koribo... God is great !

  • @champakdas169
    @champakdas169 2 роки тому +3

    সচাকৈ অতিশয় অতিশয় সুন্দৰ।।।❤❤💗💗

  • @brishtipriyadevi2656
    @brishtipriyadevi2656 Рік тому +4

    Iman dhunia voice ❤️❤️ moi khodai khunu ☺️

  • @NikitaborahShorts
    @NikitaborahShorts 10 місяців тому +4

    অপূৰ্ব সুন্দৰ কণ্ঠ তোমাৰ বা , তোমাৰ কণ্ঠত বৃন্দাবনে বনে , যাদৱ কি দিবো মাধৱ ৰায় , ৰুণু জুনো সদায় সুনো । আৰু এটা গীত গাবলৈ অনুৰোধ জনালোঁ কি দিবো যাদৱ ৰায় 🙏 ।

  • @ramanandaassam9367
    @ramanandaassam9367 Рік тому +3

    বৰ ধুনীয়া লাগিছে ❤️🙏🙏🙏🙏

  • @munindrasaikia4024
    @munindrasaikia4024 2 роки тому +7

    বহুত ভাল হৈছে। সুৰ লয় দৃশ্য সুন্দৰ সম্মনয়েৰে গীত তো মধুৰ কৰি তুলিছে । নতুন নতুন গীত শুনিব পাম বুলি আশা কৰিলো।

  • @sumitradeka3599
    @sumitradeka3599 Рік тому +3

    অতি সুন্দৰ কণ্ঠ। ❤❤❤
    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @bikram7392
    @bikram7392 Рік тому +1

    ইমান সুন্দৰ কণ্ঠ। ৱাহঃ। ঈশ্বৰৰ দান । আৰু এনেকুৱা ভক্তিমূলক গীত শুনিব পাম বুলি আশা থাকিল। কৃষ্ণ কৃষ্ণ।

  • @prinjalpritomdas4698
    @prinjalpritomdas4698 2 роки тому +5

    অতি সুন্দৰ কন্ঠ 😍🥰❤️❤️😍🥰😘😘😘🥰😍😍

  • @dibakarsvlog1804
    @dibakarsvlog1804 2 роки тому +4

    Apunar voice tut fida hoi goisu ba 💕💕💕

  • @upendas7640
    @upendas7640 6 місяців тому +1

    খুব সুন্দৰ হৈছে , শুনি থাকিব মন । আশীৰ্বাদ কৰিছো ভগবানে মঙ্গল কৰক । কৃষ্ণ কৃষ্ণ

  • @purandarpatgiri8564
    @purandarpatgiri8564 Рік тому +2

    Madhurima really heart touching song.. go ahead. God bless you.

  • @dipensaikia1671
    @dipensaikia1671 Рік тому +4

    🙏 🙏 🙏 ! ! ! সুন্দৰ কণ্ঠৰ আপোনাৰ লোকগীত শুনি আপ্লুত হলো

  • @user-vw9gb2kh6y
    @user-vw9gb2kh6y Рік тому +3

    ধুনীয়া ❤️❤️🙏🙏 বাইদেউ বহুত ভাল লাগিছে আপোনাৰ গান ত 🙏🙏🙏

  • @himangshukumar3156
    @himangshukumar3156 4 місяці тому +1

    অতি সুন্দৰ কন্ঠ বাইদেউ আপোনাৰ লোকগীত টি শুনিলে শুনি থাকিবৰে মন যায়। কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @user-ui2bm6fy3b
    @user-ui2bm6fy3b 10 місяців тому +2

    সুন্দৰ শোৱলা কণ্ঠ আৰু মন মোহা এটি গীত🥰 কৃষ্ণ 🥰🙏 বাইডেউ

  • @navadutta135
    @navadutta135 2 роки тому +33

    অতি সুন্দৰ কন্ঠ, সৰস্বতী বিদ্যমান ভগৱানে তোমাক আৰু আগুৱাই যোৱাত সহায় কৰক আশীর্বাদ থাকিল। 🙏🙏🙏

  • @bipulboruah702
    @bipulboruah702 2 роки тому +9

    I have heard this song repeatedly 4 times. So sweet voice and hope more song like this.

    • @madhurimasaikia
      @madhurimasaikia  2 роки тому

      Thank you

    • @sarbeswarmadahi5224
      @sarbeswarmadahi5224 2 роки тому

      @@madhurimasaikia madhurima মাজনী ki madhur kantha শচাকৈ ভাল লাগিল গাই থকা

  • @bhupeshchnath8713
    @bhupeshchnath8713 Місяць тому

    ❤ সুমধুৰ কণ্ঠ, তাতে আৰু পৰমকাৰুনময় ৰ অমৃত বচন !
    উফ কি যে মধুৰ গীত শুনিয়েই থাকিব মন

  • @violeenalaskar3742
    @violeenalaskar3742 Рік тому +1

    অতি সুন্দৰ ,যেন কৃষ্ণ ভগৱন্তক কাষতে পাইছো। বহুত ‌বহুত ধন্যবাদ, শুভেচ্ছা থাকিল।আন দহজনৰ হৃয়ত প্ৰশানতী দিব পাৰিছা। ধন্য ।

  • @rajborah9761
    @rajborah9761 2 роки тому +4

    প্ৰনিতা বৈশ্য মেধিৰ দৰে কণ্ঠ।
    অতি সুন্দৰ, সুমধুৰ।।

  • @ajoybarman592
    @ajoybarman592 2 роки тому +14

    Your voice is amazing , really you are godess

  • @user-cl7jy3yl2q
    @user-cl7jy3yl2q 11 місяців тому +3

    অন্তৰ স্পৰ্শ কৰা গীত 😊 শুনি খুৱ ভাল লাগিল।

  • @animadas9703
    @animadas9703 Рік тому +1

    Ati sundar geet aru apunar voice. Thanks.. ❤️❤️❤️🌺🌺🌺🌹🌹🌹

  • @kalpanasaikia8991
    @kalpanasaikia8991 2 роки тому +3

    বৰ সুন্দৰ লাগিছে মিঠা কন্ঠ ভগৱানে কুশলে ৰাখক আশীৰ্বাদত থাকিল

  • @taunardon5236
    @taunardon5236 2 роки тому +3

    সুন্দৰ কণ্ঠ হেজাৰ বাৰ শুনিলে আমনি নালাগে মই দিনটো শুনি থাকোঁ আপোনাৰ গীত টি ❤️❤️মনটো ভাল লাগি যাই 😍😍👌👌💕💕💓💓💓💓💓আৰু ,,,ভাল ভাল গান শুনিবলৈ পাওঁ যেন 😇💖💖কৈ শেক কৰিব নোৱাৰোঁ সুন্দৰ কণ্ঠ💕💕

  • @manashprotimmohan2527
    @manashprotimmohan2527 Рік тому +2

    বহুত ধুনীয়া আপোনাৰ কণ্ঠ ।মই সদায় শুনো এই গীতটি ।

  • @neellohit3571
    @neellohit3571 Рік тому +4

    সুমধুৰ কণ্ঠ আপোনাৰ❤️🙏

  • @goneshchandrasarma5566
    @goneshchandrasarma5566 Рік тому +4

    ভবিষ্যতে এনে সুমধুৰ গীত শুনিবলৈ পোৱাৰ আশা কৰিলো

  • @rininath9239
    @rininath9239 2 роки тому +18

    ৱাও মাধুৰী😘😘ইমান ধুনীয়াকৈ গাইছা। বহুত মৰম আৰু শুভকামনা। আগুৱাই যোৱা😘😘💚❤️

  • @jitendeuri441
    @jitendeuri441 3 місяці тому +1

    অপূৰ্ব ❤❤❤ কিমানবাৰ যে শুনিলো..... from Lakhimpur

  • @VenomousOne11
    @VenomousOne11 7 місяців тому +2

    কি সুন্দৰ সুৰ ❤❤শুনিলে শুনি থাকিব মন যায়

  • @jyotidutta7205
    @jyotidutta7205 2 роки тому +3

    সুন্দৰ কণ্ঠ।।বহুত ভাল লগিল শুনি

  • @prabalbania4477
    @prabalbania4477 2 роки тому +4

    Superb voice, fantastic .

  • @rinkumoniborah8229
    @rinkumoniborah8229 Рік тому +3

    ইমান সুন্দৰ কন্ঠ । এই বিলাকেই অসমৰ সংস্কৃতি জীয়াই ৰাখিব।

  • @probalkhataniar2919
    @probalkhataniar2919 Рік тому +1

    সুললিত কণ্ঠৰে মনোমোহিত গীত,ভাল পালো।

  • @debasisborah2811
    @debasisborah2811 2 роки тому +40

    বাইদেউ ৰ কণ্ঠত সৰস্বতী লগ্ন হৈ আছে । মধুৰ, অনুপম ❤️❤️❤️❤️

    • @madhurimasaikia
      @madhurimasaikia  2 роки тому +4

      Thank you so much

    • @chununath3671
      @chununath3671 2 роки тому

      SDec
      Mi

    • @padmaramdeka1856
      @padmaramdeka1856 2 роки тому

      পৰিবেশন সুন্দৰ । ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ ।

    • @deepakdfol3529
      @deepakdfol3529 2 роки тому

      @@chununath3671 r

    • @dilipsarma5902
      @dilipsarma5902 2 роки тому

      @@chununath3671 ⁰⁰
      Bhal lagisr

  • @jadumonisaikia6204
    @jadumonisaikia6204 2 роки тому +14

    খুব সুন্দৰ..আপোনাৰ কণ্ঠ খুব ধুনীয়া..গানটো শুনি ৰাতিপুৱাটো ভাল লাগি যায়..

  • @PradeepDas-zy3vl
    @PradeepDas-zy3vl Рік тому +1

    খুব ধুনীয়া গীতটো লগতে কণ্ঠ🙏

  • @crazygamer4661
    @crazygamer4661 Рік тому +1

    বহু ত🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳 ধন্যবাদ🇮🇳🇮🇳🇮🇳 শইকীয়া বাইদেউ💕💕💕💕💕💕💕💕 সুন্দৰ লাগিলে🧡🧡🧡🧡🧡

  • @BRbb-vv7zy
    @BRbb-vv7zy 2 роки тому +9

    Wow.. Excellent singing 💥💥