Jamunar Balite bohi || যমুনাৰ বালিতে বহি||Madhurima Saikia

Поділитися
Вставка
  • Опубліковано 3 жов 2024
  • #লোকগীত #ৰাস
    This is a Assamese Folk song
    song: Jamunar Balite Bohi
    singer:Madhurima saikia
    flute: Chinmoy Boruah
    Dotara: Mukut Molia
    dholok/Tabla: Maina percussionist Bordoloi
    Music: Nayan Moni Baruah
    mixing & Mastering: Nayan moni baruah(studio make music)
    singer fb link: / madhurima.madhurimasaikia
    cover design: Chironjit Saikia
    Video Credit : Ranjit dey

КОМЕНТАРІ • 1,2 тис.

  • @DeepYouTube
    @DeepYouTube Рік тому +68

    This song give me goosebumps......❤ What's a feeling when you feel something special

  • @hariprasadrabha3708
    @hariprasadrabha3708 Рік тому +17

    ইমান ধুনীয়া কন্ঠ বা তোমাৰ আৰু জাতে আমি আগলৈকে তোমাৰ কন্ঠত এনেকোৱা গীত শুনিবলৈ পাও বা। আৰু মই তোমাৰ গীত পোৱা গোধূলি সদাই শুনি থাকো বা। বহুত বহুত শুভেচ্ছা থাকিল বা 👍👍👍❤❤❤🥰🥰🥰।

  • @miramazumder9815
    @miramazumder9815 Рік тому +6

    অপূৰ্ব সুন্দৰ হৈছে গীতটি ।আপোনাক অশেষ ধন্যবাদ জনাইছো ইমান সুন্দৰ সুন্দৰ গীত আমালৈ উপহাৰ দিয়াৰ বাবে

  • @deokanrajkhowa8167
    @deokanrajkhowa8167 Рік тому +8

    কি সুন্দৰ কন্ঠ সচাই তোমাৰ কন্ঠত যাদু আছে, শুনিলে শুনি থাকিবলৈ য়ে মন যাই।

  • @pabitrasaikia4731
    @pabitrasaikia4731 Рік тому +13

    "ঔ সুন্দৰী ৰাধে মাই বৃন্দাবন চাৰিয়া কৃষ্ণ মথুৰা যায়" পাম বুলি আশা কৰিলোঁ

  • @anamikaborah451
    @anamikaborah451 Рік тому +4

    বহুত ভাল লাগে তোমাৰ গীত শুনি 🥰
    তোমাৰ ৰুণু জুনু‌ গীতটো দিনটোত সদায় এবাৰ হ'লেও শুনোৱে😊😊

  • @Howto-yv1qc
    @Howto-yv1qc Місяць тому +1

    কেৱল ভাল লাগিছে বুলি কৈ সামৰি থব পৰা গীতেই নহয় এইবোৰ ! মন প্ৰাণ কৰ’বালৈ লৈ যায় ৷ কি সুন্দৰ মাধুৰ্য ! হাজাৰ বাৰ শুনিলেও হেপাঁহ নপলাব।

    • @madhurimasaikia
      @madhurimasaikia  Місяць тому

      অশেষ ধন্যবাদ জনালোঁ

  • @chandanmahanta2444
    @chandanmahanta2444 Рік тому +23

    The melody is wonderful...the song brings a deep peace to the heart. Many thanks and best wishes to the singer. Your voice is to mind blowing

  • @birenpdas5347
    @birenpdas5347 Рік тому +1

    অতি মজা গাইছে আমাৰ শুভেচ্ছা জনালো যোৰহাট

  • @diplinashorts
    @diplinashorts Рік тому +16

    🙏 অতি সুন্দৰ 🙏🙏 বহুত দিন ৰ অন্তত আপোনাৰ গীত টো পাই সঁচাই আনন্দিত হৈছোঁ ❤️❤️ অৱশেষ ত অপেক্ষা ৰ অন্ত পৰিল 🙏ভাল লাগিল বাইদেউ ❤️ প্ৰভু এ ভালে ৰাখক আপোনাক 🙏

  • @bivamonidasdas9127
    @bivamonidasdas9127 3 місяці тому

    ❤❤❤কুশলে থাকা আইজনী। 👏👏👏 এতিয়ালৈকে এশবাৰৰ ওপৰত শুনিলো গীতটি।

  • @anantaborgohain3971
    @anantaborgohain3971 Рік тому +16

    কি যে অমিয়া সুৰ! সচাই, কিছুমান লোকে কণ্ঠৰ জোৰত সুৰ টানিব পাৰে। সুৰৰ বন্যা বোৱাই শ্ৰোতাৰ হৃদয় জয় কৰে। এনেকুৱা মোহনীয় কণ্ঠ দীৰ্ঘস্থায়ী হওক তাৰেই কামনা কৰিলো।

  • @mohanbori4324
    @mohanbori4324 День тому

    বৰ মধুৰ কণ্ঠ। বহুত ভাল লাগে আপোনাৰ কণ্ঠৰ এই গীতবোৰ শুনি।

  • @babulborah5222
    @babulborah5222 Рік тому +19

    তোমাৰ কণ্ঠৰ লোকগীতটোৰ অভাৱ অনুভৱ হৈছিল ৷এতিয়া আনন্দিত হ’লো ।বহুত সুমধুৰ কণ্ঠৰ গৰাকী তুমি ভণ্টিজনী ৷লগতে আমাৰ গাওঁখনৰ গৌৰৱ তুমি

  • @kapilsekhar7338
    @kapilsekhar7338 Рік тому +1

    Mai exam hallat entry korar agote headphonet madhurima saikiar gaan xuni lou.... Mai bohut ekhon beleg dunia le gusi jua jen lage... It helps me lot in concentrating d exam... Thank uu madhurima.... Please keep it up

  • @nabajyotibaruah1861
    @nabajyotibaruah1861 Рік тому +29

    তোমাৰ কণ্ঠত যাদু আছে ।সুৰত মূৰ্ত হৈ উঠিছে সমস্ত গকুল-বৃন্দাবন-যমুনা ।বিৰহিনী ৰাধাৰ সমস্ত কাৰুণ্য যেন তোমাৰ কণ্ঠৰে নিগৰি আহিছে ! প্ৰশংসাৰ ভাষা নাই ।

  • @suryakumarrajbongshi7772
    @suryakumarrajbongshi7772 Рік тому +2

    শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ সময়তেই এনেকুৱা কৃষ্ণ প্ৰেমৰ লোকগীত শুনিবলৈ পাই খুব ভাল লাগিল ....আপোনাৰ ভৱিষ্যত অতি সুন্দৰ হওঁক, তাৰে কামনাৰে....

  • @rajibbora7188
    @rajibbora7188 Рік тому +15

    আপোনাৰ কণ্ঠ বৰ মৰম লগা।আপোনাক ঈশ্বৰে আৰু বহু দূৰ আগুৱাই লৈ যাওক

  • @dulalborah5570
    @dulalborah5570 Рік тому +1

    বৰ ভাল লাগিছে💝💝💝

  • @DAS-FILM
    @DAS-FILM Рік тому +6

    মনপ্ৰাণ হৰি যায় শুনিলে শুনি থাকিব মন অ , কʼত আছা তুমি এবাৰ হʼলেও কাষৰ পৰা চাব বিচাৰো তোমাক।

  • @pramilakhakhlary9882
    @pramilakhakhlary9882 Рік тому

    অন্তৰ চুই গল। সুন্দৰ।

  • @uriamparatuniparmajuli9363
    @uriamparatuniparmajuli9363 Рік тому +5

    Most beautiful voice ,apunar konthor geetbur huni bohut Val lage ,god bless you,

  • @pujaborah524
    @pujaborah524 Рік тому +1

    বা ৰাস মানে তোমাৰ গান এটা শুনিবলৈ পাম বুলি ৰৈ আছিলো❤️❤️ইমান ধুনীয়া🌸

  • @bodhansaikia
    @bodhansaikia Рік тому +7

    ভাল লাগিল আকৌ বহু অপেক্ষাৰ অন্তত আপোনাৰ সুন্দৰ কন্ঠৰ গীত শুনি আনন্দিত হলো 🙏

  • @birenpdas5347
    @birenpdas5347 Рік тому

    বৰ সুন্দৰ হৈছে আমাৰ শুভেচ্ছা থাকিল যোৰহাট

  • @dandadhardeka8300
    @dandadhardeka8300 Рік тому +5

    আপোনাৰ কণ্ঠৰ প্ৰেমত পৰিছো । বহুত ভাল লাগে। ভগৱানে আপোনাক সদায়ে মঙ্গল কৰক

  • @manashhazarika5176
    @manashhazarika5176 Рік тому +2

    উফ 😍 voice বহু দিনৰ মূৰত শুনিবলৈ পালো 🙂

  • @manjildutta730
    @manjildutta730 Рік тому +6

    অপেক্ষাৰ অন্ত পৰিল। বহুত বহুত শুভকামনা আপোনালৈ। 🙏

  • @l.brecreation6074
    @l.brecreation6074 Рік тому +1

    বৰ ধুনীয়া হৈছে মাধুৰিমা বা...💐❤️

  • @RanjitDas-ni7eb
    @RanjitDas-ni7eb Рік тому

    অতি সুন্দৰ ইছে , বহুত ভাল লাগিল বাইদেউৰ গীতটো সুমধুৰ কণ্ঠ সচাকৈ বহুত ভাল লাগে

  • @kumudnath1957
    @kumudnath1957 Рік тому +5

    Very sweet voice,hope more progress in future.

  • @ranapratapdas2022
    @ranapratapdas2022 Місяць тому

    Eman dhuniya kontha vogabane vale rakhok ... aponak baideu ❤

  • @gitashri7823
    @gitashri7823 Рік тому +45

    Ki je xundor kontho❤️❤️❤️

  • @Abinash935
    @Abinash935 Рік тому

    Bohut dhuniya gaisay o Ba. Bohut bohut dhuniya.

  • @gourangabora4932
    @gourangabora4932 Рік тому +4

    Voice ❤❤❤

  • @pravashdas4792
    @pravashdas4792 Рік тому +1

    অতি সুন্দৰ হৈছে 😚
    আপোনাৰ গীতবোৰ শুনিলে আমাৰ মন প্ৰাণ প্ৰফুল্লিত হৈ যায় 🙏🙏

  • @mintugogoi7031
    @mintugogoi7031 Рік тому +3

    ৰাতি পুৱাই তোমাৰ এই গীত টো শুনি মন টো বহুত ভাল লাগে

  • @dilip_baruah1108
    @dilip_baruah1108 Рік тому

    অতি সুন্দৰ🙏❤

  • @pradipgogoi3182
    @pradipgogoi3182 Рік тому +1

    অতি সুন্দৰ কণ্ঠ শুনি বহুতো ভাল লাগিল। ঈশ্বৰে আশীৰ্বাদ কৰিব।

  • @poragjyotidutta5734
    @poragjyotidutta5734 Рік тому

    বহুত সুন্দৰ

  • @NilomoniBora-be5py
    @NilomoniBora-be5py Рік тому +1

    Outstanding from the view point of melody

  • @huntusaikia9997
    @huntusaikia9997 2 місяці тому

    👍👍👍👍 ati hundor bohut vall lagil huni

  • @jayantamedhi2129
    @jayantamedhi2129 Рік тому

    Xundar vaal lagil

  • @rijuborah7044
    @rijuborah7044 Рік тому

    ইমান ধুনীয়া কৈ প্ৰাণ ধালি গাইছে মই সদায় ৰাতি পুৱা শুনি থাকো🙏🙏🙏
    ধন্যবাদ জনালো 🙏

  • @jayantasaikia2300
    @jayantasaikia2300 Рік тому

    Ba ati hundar 🙏🙏👌👌👌

  • @ranaborahofficial2482
    @ranaborahofficial2482 Рік тому

    বৰ ধুনীয়া বা ❤❤

  • @sankarjyotibordoloi3419
    @sankarjyotibordoloi3419 Рік тому

    অতি সুন্দৰ।

  • @tuleswarbhuyan813
    @tuleswarbhuyan813 Рік тому

    Duniya hoise 👌

  • @krishnafluteutpal7904
    @krishnafluteutpal7904 Рік тому

    Bhut dhuniya hoise

  • @radhakrishnaboruah7319
    @radhakrishnaboruah7319 Рік тому

    Hundar hoise

  • @rajudas1388
    @rajudas1388 11 місяців тому

    Bohut bohut dhuniya hoise

  • @umeshdeka8005
    @umeshdeka8005 Рік тому

    ভগৱান প্ৰদত্ত কণ্ঠ টো সদ বাবহাৰ কৰিছা।madhurima লৈ হিয়া ভৰা শুভেচ্ছা থাকিল।

  • @minasaikia9189
    @minasaikia9189 9 місяців тому

    ইমান সুন্দৰ কণ্ঠ নিগৰাইছা শুনি আপ্লুত হ'লো।🙏🙏🙏🙏🙏🙏

  • @narendragayan2006
    @narendragayan2006 Рік тому +1

    Most beautiful singer Madhurima.

  • @raktimsaikia7432
    @raktimsaikia7432 Рік тому

    Eman hundor voice ,moi j morning aru Night hadai hunu bhut vl lge .Moi Andhra Pradesh t thku .vle thka hukhot thka , take care 🙏🏻🙏🏻🙏🏻

  • @Jadumoni_Dutta
    @Jadumoni_Dutta Рік тому

    Bor dhunia hoise

  • @niharranjansaikia4823
    @niharranjansaikia4823 Рік тому

    সুন্দৰ

  • @pronabjyotiduarah2601
    @pronabjyotiduarah2601 Рік тому

    বৰ ধুনীয়া হৈছে মাধুৰীমা বা .....❤️❤️❤️❤️❤️❤️❤️কবলৈ ভাষা নাই।

  • @ankurdutta6855
    @ankurdutta6855 Рік тому

    সুন্দৰ ,ধুনীয়া হৈছে।

  • @prabalbania4477
    @prabalbania4477 Рік тому +1

    Excellent. Highly appreciated.

  • @prasantapathak8503
    @prasantapathak8503 Рік тому

    কৃষ্ণ কৃষ্ণ সুন্দৰ বহুত ভাল লাগিল কৃষ্ণ ।

  • @dharanikalita7446
    @dharanikalita7446 Місяць тому

    This song is very special to me....Hope lord Krishna bless you in your every walk of life

  • @vlogsofdev1827
    @vlogsofdev1827 Рік тому

    লয় বঢ়িয়া আপোনাৰ

  • @Thenaturalenvironment66
    @Thenaturalenvironment66 Рік тому +1

    অতি সুমধুৰ কন্ঠ❤

  • @pranjitsaikia5909
    @pranjitsaikia5909 Рік тому

    বাৰে বাৰে শুনিছো। অন্যন্য....
    মিঠা কণ্ঠ।

  • @jayantakalita698
    @jayantakalita698 Рік тому

    সুন্দৰ

  • @abhijitgogoi1692
    @abhijitgogoi1692 10 місяців тому

    সুন্দৰ

  • @assamesevahwna8465
    @assamesevahwna8465 Рік тому

    Bor hundor 🥺❣️❣️❣️❣️❣️🔥..
    Mon tu val lagi gol 😐🥲❤

  • @BHABENKALITA-x5z
    @BHABENKALITA-x5z 11 місяців тому

    অতি সুন্দৰ কণ্ঠ আৰু উজ্বল ভবিষ্যত কামনা কৰিলো ❤

  • @nipansaikia6698
    @nipansaikia6698 Рік тому

    অনন্য ।। আগুৱাই যোৱা ,,
    শুভকামনা থাকিল ।।

  • @bikashranjandas1683
    @bikashranjandas1683 Рік тому

    কি কম আৰু বা অতুলনীয়❤❤❤

  • @birenpdas5347
    @birenpdas5347 Рік тому

    গানটো অতি সুন্দৰ হৈছে আমাৰ শুভেচ্ছা জনালো যোৰহাট

  • @rjmusicaxom836
    @rjmusicaxom836 Рік тому

    Moi apunar gaanor premot porigolu..... ❤️❤️❤️❤️🥀

  • @bonishasaikia720
    @bonishasaikia720 Рік тому

    উফ,, বা বৰ শুৱলা হৈছে। এনে লাগিছে যেন কায়িকভাবেই ৰাস চাই আছোঁ। শুভেচ্ছা আপোনালৈ❤️

  • @balenroy3247
    @balenroy3247 Рік тому

    Bohuth val lagil

  • @ritatalukdar7264
    @ritatalukdar7264 11 місяців тому

    Ki je heart touching kontho tumar…radha krishna r fin buroloi gusi jai montu…tumar gan bur xunile…🙏❤️😘

  • @miliko2001
    @miliko2001 10 місяців тому

    সঁচাকে ৰাসৰ বতৰত শুনি খুব ভাল লাগে 🥰🥰🥰😍🥰🥰😍🥰

  • @debamonilaskar6969
    @debamonilaskar6969 Рік тому

    ইমান শুৱলা সমধুৰ মাত, বহুত ভাল লাগিল শুনি আপুনালোক থাকোতে কিয় ওলাই নাহে বাহিৰত.

  • @tkflutes
    @tkflutes Рік тому +1

    Thank u madhurima nice voice...love you..

  • @bitumoniborah641
    @bitumoniborah641 Рік тому

    Val lagil huni.. montu ekdom rash rash lagi goise..

  • @Dipanjolisvlog
    @Dipanjolisvlog Рік тому

    Ba tumar voice tu ati xundor❤tumar xokolu bur geet mur priyo🥰😊

  • @birenpdas5347
    @birenpdas5347 Рік тому

    বৰ সুন্দৰ হৈছে আমাৰ শুভেচ্ছা জনালো যোৰহাট আগলৈকে আকৌ বেলেগ গান শুনাৰ আমাকে।

  • @jaduphukan6679
    @jaduphukan6679 Місяць тому

    Aamani Nalege 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥💟💟💟💟💟💟💟💟🔥

  • @ranjantayeng1232
    @ranjantayeng1232 Рік тому

    Xundor kontho ba

  • @padmapaninath
    @padmapaninath 11 місяців тому

    আপোনাৰ সুৱদী কণ্ঠৰ লগতে হাঁহি টোযে -------- অত্যন্ত মধুৰ

    • @madhurimasaikia
      @madhurimasaikia  11 місяців тому +1

      Thank you

    • @padmapaninath
      @padmapaninath 11 місяців тому

      @@madhurimasaikia স্বাগতম । শুভ সন্ধিয়া জনালো

  • @prakashdas8351
    @prakashdas8351 Рік тому

    Dhuniya lagise huni baideo ♥️♥️♥️♥️♥️

  • @amaizingfact8216
    @amaizingfact8216 Рік тому

    Humodhur kontho ❤️

  • @dariyalinath9852
    @dariyalinath9852 Рік тому

    আপোনাৰ এই গীতবোৰকে পুৱা গধূলি শুনি থাকো । নাজানো এই গীতবোৰ দেখোন এদিন শুনিলে শুনি থাকিবলৈ এ মন যায় । সঁচাই আপোনাৰ কণ্ঠত যাদু আছে । আপোনাক 🙏

  • @dimpimudoi9104
    @dimpimudoi9104 4 місяці тому

    Bohut val lage giti ❤❤

  • @dharitriadhikary772
    @dharitriadhikary772 Рік тому +1

    Bahut dhuniya voice.

  • @kalpanasaika2735
    @kalpanasaika2735 3 місяці тому

    বৰ ভাল লাগিছে

  • @lukumainaborah6109
    @lukumainaborah6109 Рік тому

    প্ৰথম চাইছো মইয়ে । সুন্দৰ সদায় আগুৱাই যা🥰🥰🥰😍😍

  • @deepamoniborah7767
    @deepamoniborah7767 Рік тому

    Xosakoie bor xundor konntha aru aguyai jauk tare kamona korilu

  • @chayanikabora4089
    @chayanikabora4089 Рік тому

    Dhuniya baa❤️❤️❤️

  • @Shayanika67
    @Shayanika67 Рік тому +1

    Hosakoi 🙂❤️ moon muhi nise 🙂❤️
    Blg to nkow kintu tumr maat tumr geet xuni moon modhur ❤️🙂hiya sui nise 🥺

  • @rupalidevi3187
    @rupalidevi3187 Рік тому

    Dhuniya hoisea Simi ba

  • @sidharth0104
    @sidharth0104 Рік тому

    সুন্দৰ ❤️

  • @kanitanath7139
    @kanitanath7139 Рік тому

    Baa very nice song and god help you future time.

  • @anamikarajbongshi6803
    @anamikarajbongshi6803 Рік тому +1

    Emn dhunia mat huni thakile huni thakiboi mon jai mam apunar lukogeet

  • @pallabisaikia5413
    @pallabisaikia5413 10 місяців тому

    Amazing 👍👍👍👍👍💝