আইৰে ঘৰলৈ || সন্ধ্যা মেনন
Вставка
- Опубліковано 24 гру 2018
- #DISCLAIMER : THIS VIDEO SONG IS JUST A HARMLESS AND HONEST AT CREATING ENTERTAINING VIDEO. PLEASE DON’T APPLY A COPYRIGHT TAKE DOWN REQUEST. IF YOU WANT TO REMOVE THIS SONG THAT YOU OWN PLEASE COMMENT BELOW. WE WILL SURELY RESPOND TO IT. THANK YOU.
#These_copyrights_belongs_to_its_rightful’s_owner’s
#Facebook : groups/21526... - Розваги
Bor dhunia geet ...
Bhal lagise
গুড
জনমৰ ঘৰখনলৈ মনত নপৰিবনো কিয়? পৰিবই। বিবাহিতা মহিলাসকলেহে অনুভৱ কৰিব পাৰিব। সচাঁকৈয়ে অতি হেঁপাহৰ আৰু মৰমৰ জনমৰ আপোন ঘৰখন। গীতটি শুনি মনটো সেমেকি উঠে ।
All this songs are really, really very fantastic.A best historic emotional movement.Salute to each one our best singers.
Hearttouching
বহু বছৰ হ'ল সন্ধ্যা মেননৰ গীত নুশুনা।আজি বৰ ভাল লাগিল।
এইবোৰ গান সচাই চিৰযুগমীযা
ধন্যবাদ
বৰ সুন্দৰ গীত।
ভাল লাগিল ....... ।
গানটো শুনি কেৱল উচুপিছো............।
ল'ৰালিৰ ঘৰখনলৈ বৰকৈ মনত পৰিছে।
Muru aailoi monot Pori thake maak moi herualu
👏👏👏👏boor.... xundur.........
সুন্দৰ , ভাল লাগিল
thank u so much
বহুবছৰ আগতে ঘৰত থকা ৰেডিঅ ' টোলৈ মনত পৰিছে, সদায় হৃদয়ত বাজি থকা গীত
I
Nice Song, May luck be with you.
গীতটি শুনি মনটো গধুৰ হৈ গল মোৰ বিয়া হোৱা ছোৱালী জনিলৈ মনত পৰি
Take it easy
সন্ধ্যা মেনন বাইদেউৰ গীত মোৰ অতি প্ৰিয় ৷ শুনি হেপাঁহ নপলায় ৷
Pleasing
🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
বহুত ভাল লাগিল শুনি
ভাল লাগিছে
vll lagisee
ইমান ধুনীয়া গীতবিলাক ভাল লাগে,এখেতৰ গীত বিলাক ট্ৰেক বিচাৰি পাবলৈ নাই। থকা হলে বেলেগৰ মুখে মুখে ও প্ৰচাৰ হৈ থাকিল হয়।
bor sundar geet
Baidoy git mur bhut bhal lage
M
Xoku pani olai gol
বিবাহিত মহিলাৰ বাবে এটা ভাল গান ।
মই তেওঁৰ নিজৰ জীৱনৰ গান যেন অনুভৱ হয়।
Mamoni Dihingia
Hsake mont pore upja ghorkhnle
Mamoni Dihingia Vida J
চকু পানী ওলাই গ'ল।মোৰ শাহুমা নাই।।ঘৰত যাবই নোৱাৰো।।।ছোৱালীৰ জীৱন।।
Hsai ktha aru hur manib lagib narir bibahit jibnr hundar sbi akn ase
Montu ekdom kiba hoi gol
oh!!!!, anyway, take it easy...... bhal lagil apuar comment tu pai
Aapuni enekuwa gaan aru dibosun plz
Heartily thanks
@@bituthakuria3340 :P
সন্ধ্যা মেননৰ "ও মোৰ কৃষ্ণ হে তুমি বিনে মোৰ বান্ধৱ নাই" লোকগীতটো আপলোদ লাগিছিল অনুগ্ৰহ কৰিবনে কোনোবাই? নথৈ সুখী হম।