♦️অসমত কিয় আস্থা হেৰুৱাইছে বিজেপিয়ে ? মুখ্যমন্ত্ৰীক লৈ বিজেপিত চলিছে বিশেষ মন্থন

Поділитися
Вставка
  • Опубліковано 17 жов 2024

КОМЕНТАРІ • 183

  • @AjitChetia-g7w
    @AjitChetia-g7w 2 місяці тому +49

    চৰকাৰী কৰ্মচাৰী সকল শিক্ষিত আৰু বিবেচনা কৰালোক । আঁচনি কাৰণে ভোট নিদিয়ে।

  • @kanaktalukdar2847
    @kanaktalukdar2847 2 місяці тому +50

    বিজেপিৰ পতন নিশ্চিত ।

  • @khargeswarbaruah8139
    @khargeswarbaruah8139 2 місяці тому +58

    একমাত্ৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ সাঙ্গো পাঙ্গোৰ বাবে অসম বিজেপীৰ এই অৱস্থা।

  • @prabindranath5902
    @prabindranath5902 2 місяці тому +43

    বিজেপি অসমত শেষ বুলিয়েই কব পাৰি এক মাত্ৰ কাৰণ পত্নীৰ লোভ আৰু লোভৰ কাৰণে কৰা অনিতিৰ কাম ।

  • @rubilaskar8874
    @rubilaskar8874 2 місяці тому +7

    হিমন্ত আৰু হিমন্তৰ দালাল বাহিনী মূৰ্দাবাদ ।

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 2 місяці тому +8

    হেমন্ত এজন মিছলিয়া , ঠগিৰাম , কৌতুকী , বেপাৰী চেনীৰাম , লোভীয়া , খলনায়ক , অক্ষমনীয় , দুখীয়াৰ তেজ পি খোৱা , ঘৃণনীয় , নিন্দনীয় , বৰ্জনীয় , সস্তীয়া , আৰু কৌতুকী ।

  • @purbakantabarman431
    @purbakantabarman431 2 місяці тому +16

    স্বয়ং মুখ্যমন্ত্ৰী, পিযুষ হাজৰিকা,মল্ল ইয়াৰ বাবে জগৰীয়া।

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 2 місяці тому

      ন বিজেপিৰ অহংকাৰী মনোভাৱ, দহ শতাংশলৈকে কমিচন,খিলনজীয়াক উচ্ছেদ আদিয়েই প্ৰধান ।

  • @premodharphukan1101
    @premodharphukan1101 2 місяці тому +25

    যি অহংকাৰ আৰু দাম্ভিকতাৰে চৰকাৰে জনবিৰোধী কাম কৰিছে ৷এলাগি হবই ৷

  • @AbdulRahman-ye5cw
    @AbdulRahman-ye5cw 2 місяці тому +40

    চৰকাৰী কৰ্মচাৰী সকলক বেইজ্জতি কৰাৰ বাবে ভোট দিয়া নাই, আচল কথাটো নকয় কিয় মূখ্য মন্ত্রী মহোদয়?

  • @sanatankalita9086
    @sanatankalita9086 2 місяці тому +5

    ভোটৰ অধিকাৰ একান্ত ব্যক্তিগত অধিকাৰ

  • @nirmalpegu2841
    @nirmalpegu2841 2 місяці тому +48

    অসমৰ আটাইতকৈ অথ’ নাইকিয়া মুখ্যমন্ত্ৰী জন ছিঃ ধিক্কাৰ জনাইছোঁ ৷

  • @phanidharrabha8057
    @phanidharrabha8057 2 місяці тому +20

    নিকৃষ্টতাৰ উৎকৃষ্ট উদাহৰণ এইজন মুখ্যমন্ত্ৰী

  • @RosardRoird
    @RosardRoird 2 місяці тому +11

    মামা,মল-মূত্ৰ আৰু গেলা পিয়াজৰ বাবে অসম বিজেপি জনতাৰ আস্থা ক্ৰমান্বয়ে হেৰাই আহিছে।

  • @manojkumardutta8590
    @manojkumardutta8590 2 місяці тому +24

    অসমত বিজেপি বেছি দিন নাই।২৬ ত একেবাৰে নিজিকে

  • @jagatgohain199
    @jagatgohain199 2 місяці тому +3

    আৰু হব এওঁলোকৰ অৱস্থা বেয়া

  • @kalpanaborah8745
    @kalpanaborah8745 2 місяці тому +19

    মামাৰ একনায়কত্ব আৰু মামা বিগ্ৰেদ

  • @lilakantaneog7261
    @lilakantaneog7261 2 місяці тому +7

    মাননীয় মুখ্যমন্ত্ৰী মহোদয়,আমি সাধাৰন জনতা,আমি যিটো দেখা পাইছোঁ শুনক মহোদয়, প্ৰথম কথা, কৰ্মচাৰী সকলক আপোনি মানুহৰ দৰে ব্যৱহাৰ নকৰে শিক্ষক সকলক আপোনি গৰুৰ দৰে ব্যৱহাৰ কৰা দেখা পাইছিলো, কিন্তু আপোনি নাজানে বস্তুবোৰ লাহে লাহে action হয় তাৰ লগতে আপোনাৰ সোৱে-বাৱে থকা দুজনক ৰাইজে ভাল নাপাই তেখেতে লোকে ৰাইজৰ মৰমৰ পাএ হ'ব পৰা নাই বেছি কৰি দেখাই থাকে লগতে পুৰনা বিজেপি সকলক সন্মান প্ৰদান কৰিব নাজানিলে,এতিয়াও সময় আছে শুদ্ধৰনি কৰিলে নিশ্চয় ভাল ফল পাব,

  • @santanurajkonwar4093
    @santanurajkonwar4093 2 місяці тому +4

    একেবাৰে সত্য কথা।

  • @bashabnath3242
    @bashabnath3242 2 місяці тому +4

    ৩--৪-জন মন্ত্ৰীৰ কাৰণে আজি BJPৰ, এনে অবস্থা হৈছে।

  • @inglishvlogs1015
    @inglishvlogs1015 2 місяці тому +15

    মাইকীৰ বাবে এনেকুৱা হৈছে৷

  • @todaynews-f1y
    @todaynews-f1y 2 місяці тому +4

    আপোনাৰ কি যে হব ভগবান।

  • @JayPegu321
    @JayPegu321 2 місяці тому +14

    এইজন যিমান দিন থাকিব সেইদিনাতলৈ অসম ৰহাথলে যোৱাটো খাটাং ।

  • @jmgassam1622
    @jmgassam1622 2 місяці тому +4

    মহাশয় পুৰণি পেঞ্চন নিদিয়াৰ বাবে বহু শিক্ষক,কৰ্মচাৰীয়ে ভোট দিয়া নাই।দিল্লী ৰাম লীলা ময়দানত কৈছে দেখোন vote for ops.

  • @DebojitkrboraBora
    @DebojitkrboraBora 2 місяці тому +3

    মন্তব্যতো দিয়াৰ লাগে লাগে তেলিয়া স্বাৰ্থ লুভি যেন লাগিল।।

  • @dipkamaldeka9696
    @dipkamaldeka9696 2 місяці тому +19

    চৰকাৰি বিষয়া কৰ্মচাৰী সকলে বি জে পি ক ভোট দিব লাগিব বুলি কিবা কথা আছে নেকি??? পাৰে যদি আপোনাৰ কেবিনেটত পাছ কৰি আইন বনাই লক। অসমত তো আপোনাৰ ওপৰত কথা কোৱা কোনো বেক্টি জন্মাই নাই।

  • @Rana-hg8hg
    @Rana-hg8hg 2 місяці тому +16

    চিন্ডিকেট বাহিনীৰ নেতা সকলক বৰ্জন কৰিব লাগে

  • @JitulGogoi-i5u
    @JitulGogoi-i5u 2 місяці тому +12

    Good disition Assam people

  • @bkp9774
    @bkp9774 2 місяці тому +9

    কেন্দ্ৰত বিজেপি ৰ নাও ডোবেই আৰু, অসমতো দুবিলে হেমন্ত নিচয় কৈ জেলৰ শুকান ৰুতি খাব লাগিব,
    আৰু দেশ এৰি পলাই যাব পাৰে, ৰাইজ সাৱধানে থাকিব, নহলে ঘইনি ৰ নামত ইমান সম্পত্তি গোটোৱাৰ কাৰণ কি ?
    🌶️🌶️🌶️

  • @user-ko9ie1gk9s
    @user-ko9ie1gk9s 2 місяці тому +8

    সূবিধাভোগী ন-বিজেপিৰ দপ-দপনিত সাধাৰণ জনতাই ত্ৰাহি মধুসূদন দেখিছে।তুচ্ছ-তাচিল্যইঅসমীয়া মানুহক আমুৱাইছে।

  • @tarunchandranath
    @tarunchandranath 2 місяці тому

    কমেণট।বোৰ। চালো।হেমেন।ভাই।এইবাৰ।।লাল।বাতি

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv 2 місяці тому +22

    মিছা কথাৰ ঠেং চুটি। সেয়েহে বাৰে বাৰে মিছা কথা কৈ থকাৰ বাবে মোদীয়ে পেং লব লগা হল নিতীশ আৰু নাইডুৰ। ইহঁতৰ অহংকাৰী মনোভাবে পতনৰ ফালে গতি কৰি আছে। নেতাৰ কথাত জনসাধাৰণৰ পেট নভৰে।

  • @RamPegu-us4jb
    @RamPegu-us4jb 2 місяці тому +4

    এই চাৰি জনৰ কাৰণে হৈছে আৰু পল্পলোচ আছে নহয় ।

  • @utpalsaikia2823
    @utpalsaikia2823 2 місяці тому +3

    সকলো কৰ্মচাৰী এই চৰকাৰতে পাইছিল নেকি

  • @kripalsaikia924
    @kripalsaikia924 2 місяці тому +7

    2026=Cm gaurab

  • @jimikantadoley5659
    @jimikantadoley5659 2 місяці тому +7

    Himanta বিসম্বাদী sarma hatau Assam bosau

  • @bhattacharjeeramchiary5107
    @bhattacharjeeramchiary5107 2 місяці тому +4

    BJP ২৬ হাৰিব লাগে কাৰণ বিজেপি কথাৰ ফটোকা

  • @NivaManiDas-v4f
    @NivaManiDas-v4f 2 місяці тому +10

    Go back BJP

  • @devenphukan5699
    @devenphukan5699 2 місяці тому +2

    আমাৰ,25,বছৰৰ,যি,ভাব,আছিল,সেয়া,গোটেই,জীৱনতো,শেষ,কৰিলে,

  • @hiteshdeka153
    @hiteshdeka153 2 місяці тому +1

    বিজেপি শেষ হোৱাৰ পথত। উজনিত শেষ। নামনিটো শেষ হ'বলৈ গৈ আছে

  • @bimanrajkonwar7948
    @bimanrajkonwar7948 2 місяці тому +1

    Gourav Gogoi zindabad

  • @GreenNursery-qi2jm
    @GreenNursery-qi2jm 2 місяці тому +9

    আপোনাৰ কথা বতৰা সলনী কৰক, নহ'লে বিপদ অনিবাৰ্য।

  • @Labanya-s2l
    @Labanya-s2l 2 місяці тому +6

    টেঙা আম খাই আমুাইছে ৰাইজৰ !

  • @ndas9029
    @ndas9029 2 місяці тому +17

    Mukh Beka party Bhal Nalage

  • @bhasmazumdar9801
    @bhasmazumdar9801 2 місяці тому +1

    Right very Good news and।correct

  • @puspadhardowarah1932
    @puspadhardowarah1932 2 місяці тому +3

    মথুৰাৰ ৰজা; বেপাৰী তনয়; মল্লযুদ্ধা; কৃমি"পেল্যু(thread worm);তামোল কলিতা দৰে নেতাবোৰৰ"বাবে দলটো ক্ৰমে এলাগী হৈছে।

  • @TridipSaikia-od3ko
    @TridipSaikia-od3ko 2 місяці тому +1

    দল এৰি ভাল কৰিছে ..তেওৰ লগত এতিয়া চোৰ কেইতা হে থাকিব

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 2 місяці тому +1

    আপুনি চৰকাৰী কৰ্মচাৰী সকলক দৰমহা কেইটা নিজৰ পেকেটৰ পৰা দিছে নেকি? নিজৰ বোৰ ঠিকেই ৰাখিছে, এতিয়া দৰমহা বঢ়াই ল'ব, OPS লাগে আৰু চৰকাৰী কৰ্মচাৰীৰ যদি area একবছৰৰ পাব লাগে দিয়ে ২/৩ মাহৰ । আৰু চৰকাৰী কৰ্মচাৰীয়ে লব লাগে NPS । আপোনাৰ কাৰ্য্য কালতহে এনেকুৱা হৈছে।পাব লগীয়া টকাও নাপায়। তাতে আকৌ টেক্সৰ সন্তাস আছেই ।

  • @UpenDeka-t9r
    @UpenDeka-t9r 2 місяці тому +11

    ভোবোলাক নেদেখা বহুত দিন হ'ল ।কত আছে বে বে বে

  • @brddddd
    @brddddd 2 місяці тому +1

    Vl vdo ata bonaise.

  • @subhadutta5368
    @subhadutta5368 2 місяці тому +8

    নিজে বাচিবলৈ পৰোচনা চলাইছে ।

  • @prabindranath5902
    @prabindranath5902 2 місяці тому +7

    সকলো নাল লগোৱা কথা।

  • @KimHaany
    @KimHaany 2 місяці тому

    ৰিনিকি ক্ মাটি লাগিব নেকি?
    মাটি মাটি মাটি মাটি মাটি

  • @DilipChakraborty-j6b
    @DilipChakraborty-j6b 2 місяці тому

    নিজে পেঞ্চন লৈ আছে আৰু কৰ্মচাৰী এ পেঞ্চন নাপায়

  • @dhruabasaikia4112
    @dhruabasaikia4112 2 місяці тому

    Mamak Nupur Saha I sesh koribo

  • @AbhijitKalita-mq1kt
    @AbhijitKalita-mq1kt 2 місяці тому

    Right🎉🎉

  • @nabingogoi8689
    @nabingogoi8689 2 місяці тому +8

    বাঃ সাৰ পাইছে ।দেৰি হ'ল ।

  • @Jibanhazarika-s5p
    @Jibanhazarika-s5p 2 місяці тому

    এই জনা মূখ্য মন্তীযে ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত ইমান কষ্ট কৰা ৰা ইজে নেদেখা যেনহে পা ওঁ । এদিন বুজিব যিদিনাই তেওঁ গাদী এৰিব ।

  • @MukeshPatir-uj2en
    @MukeshPatir-uj2en 2 місяці тому

    Raga...Gaurav✋💪👍🔥

  • @rupenchdeka6297
    @rupenchdeka6297 2 місяці тому +2

    BJP go back

  • @subhashsut2215
    @subhashsut2215 2 місяці тому

    এইটো বৰ অহঙকাৰী মূখ্য মন্ত্ৰী দেই ।

  • @jayantabsarma
    @jayantabsarma 2 місяці тому +1

    হয়‌ নে, মহাশয়া। নাচ এপাক মাৰক।

  • @PrasannaGogoi-tg9my
    @PrasannaGogoi-tg9my 2 місяці тому

    💯 correct

  • @hafijursikder9104
    @hafijursikder9104 2 місяці тому +7

    আজিৰ তাৰিখত ভোট হলে কংগ্রেসে 100 খনৰ ওপৰত চিট পাব ।

  • @NiponSaikia-xt7wq
    @NiponSaikia-xt7wq 2 місяці тому

    Ohonkari cm aijon Val nologa hol

  • @abdurrahimbhuyan4465
    @abdurrahimbhuyan4465 2 місяці тому +1

    চাই আছোঁ

  • @ratanbaishya4565
    @ratanbaishya4565 2 місяці тому +3

    Gourab gogoi k cm lage

  • @kushalbaruah7185
    @kushalbaruah7185 2 місяці тому

    পুৰনি বি জে পি খিনি যদি ওলাই আহি নতুন দল খুলি নিৰ্বাচন খেলিলে জয় হব ।এই দল বগৰাৰ বোৰ থাকিলে বাই বাই দিব ৰাইজে।

  • @mukutchoudhury5820
    @mukutchoudhury5820 2 місяці тому +1

    Gaurav Gagoi Zindabad

  • @anupomdowarah1381
    @anupomdowarah1381 2 місяці тому

    হেমন্ত চাৰ কিয় বাৰু কথা বিলাক সলনি হৈ থাকে?

  • @PrasannaGogoi-tg9my
    @PrasannaGogoi-tg9my 2 місяці тому +2

    Bidai, bidai 😂😂😂

  • @ganeshboro2339
    @ganeshboro2339 2 місяці тому

    Ahongkaror karone dhonkho hobo Bjp ,100 % right yes

  • @DebanandaKaman
    @DebanandaKaman 2 місяці тому

    আৰু বেছিদিন মামিৰ ব্যৱাহআয় নাচলিব ।

  • @lnskitchen9171
    @lnskitchen9171 2 місяці тому

    100% Right........

  • @himangshuranjannath8193
    @himangshuranjannath8193 2 місяці тому

    ছন্দ পতন হোৱাৰ পথত

  • @GhanashyamSarma-h7g
    @GhanashyamSarma-h7g 2 місяці тому

    Due to autocracy and corruption etc etc fall of bjp is inevitableble in Assam......

  • @BiswajeetBaruah-es2ho
    @BiswajeetBaruah-es2ho 2 місяці тому

    আপোনাৰ দিনত এমে পহা মানুহে ফড গেট ৰ চাকৰী পাই চে মামা আৰু যিজনে পচে হেইজ পদুম ফুলৰ মানুহ।

  • @BijoyDas-d3w
    @BijoyDas-d3w 2 місяці тому

    Right.

  • @TCF573
    @TCF573 2 місяці тому +4

    Himontoi Congress dhongkha korisil aru atya BJP dhongkha korise .

  • @PrafullaSaharia-y4r
    @PrafullaSaharia-y4r 2 місяці тому

    CM. Think. that..he .is .best. inteligent...among all

  • @Surajjamanprodhani
    @Surajjamanprodhani 2 місяці тому

    Kiman aru misa kobo ei Sarkare

  • @DineshBaishya-le4oz
    @DineshBaishya-le4oz 2 місяці тому

    Right

  • @HopefulWildHorse-dr3tg
    @HopefulWildHorse-dr3tg 2 місяці тому +1

    Sorbo kalor nikista CM

  • @dkvlogs0145
    @dkvlogs0145 2 місяці тому +1

    অহংকাৰীৰ পতন

  • @diptidas9583
    @diptidas9583 2 місяці тому

    চুৱা চলেকাই যেতিয়া হাড়ি পায় তেতিয়া আনক দোষ দিবলৈ আৰম্ভ কৰে।

  • @RubulBora-t7o
    @RubulBora-t7o 2 місяці тому

    What a C. M of Assam.

  • @pramodchoudhury6598
    @pramodchoudhury6598 2 місяці тому +2

    Pijush r babe.

  • @brojakishoresingha443
    @brojakishoresingha443 2 місяці тому

    Basundhara 1and 2 misolia

  • @parthajitdanceplus2077
    @parthajitdanceplus2077 2 місяці тому +1

    😂😂😂😂😂 Our CM Sir

  • @KIRANSAIKI
    @KIRANSAIKI 2 місяці тому

    Guatai jeabon Roja hoi thakib nuaraw

  • @KabitaRabha-e8j
    @KabitaRabha-e8j 2 місяці тому

    BJPr Abstha khup Beya

  • @gogoimonjitmonjitgogoi2761
    @gogoimonjitmonjitgogoi2761 2 місяці тому

    By by bjp

  • @ShamerAli-u9x
    @ShamerAli-u9x 2 місяці тому

    Jiman kamaise aru darkar nai

  • @RunumaSonowal
    @RunumaSonowal 2 місяці тому

    NPS karone

  • @minudas7981
    @minudas7981 2 місяці тому

    মামীদেউ ক ভাল নাপায়।মামা নিজৰ আইতা নিজৰ সকলোৱে ভাল পায়।আইতাৰ মুখত কিমান ভাল লগা কথা শুনিব মন যায়। মামীদেউ ৰ কথাবোৰ ভাল নালাগে।

    • @bkp9774
      @bkp9774 2 місяці тому

      যোৱাবাৰ ঈদ ত,
      মামা বাৰিত গলো ঈদ খাবলৈ,
      মামীক কলোঁ মামী সালামালি ঘুম,
      আলাই কুলাম বুলি মামিয়ে কলাক,
      হেইটো হে মই নুবুজিলো 😊😊

  • @KIRANSAIKI
    @KIRANSAIKI 2 місяці тому

    Assamr dukhya manuha burar ki abasta hoisa bastur kiman dam bhahil jeai thakiboli tan hoisa !

  • @chandandeka5633
    @chandandeka5633 2 місяці тому +2

    সৰ্ব কালৰ সৰ্ব শ্রেষ্ঠ জন নেতা শ্রী মান হিমন্ত বিশ্ব শৰ্মা। হিমন্ত ৰ নিচিনা নেতা ভাৰত তো বাদেই গোটেই পৃথিবীতে বিৰল।

  • @panirambey6241
    @panirambey6241 2 місяці тому +2

    bjp kam nai assam ko

  • @izajulhoque8642
    @izajulhoque8642 2 місяці тому

    Bjp go back. Ahankere pata ne

  • @Jagadishdutta-mn4ru
    @Jagadishdutta-mn4ru 2 місяці тому +2

    Karma fal

  • @rijupatar1219
    @rijupatar1219 2 місяці тому

    Jumla