কল্পতৰু - পুৰণি গীতৰ সমাহাৰ || Old Assamese song || Best old Assamese song || Part4
Вставка
- Опубліковано 6 чер 2024
- কল্পতৰু - পুৰণি গীতৰ সমাহাৰ Old Assamese song
#oldassamesesong
About us
We are a web portal from North-East
Times Guwahati
Follow us on FB
/ timesguwahatinewsassam
Follow Us at Google news.google.com/publications/...
Follow Us at Twitter : / times_guwahati
follow Pulak Nath at inst
/ pulaknath123
Visit our website
timesguwahati.com
Thanks for visit us
Best old Assamese song
old assamese song,
old assamese songs collection,
old assamese song new version,
old assamese song video,
old assamese song dipen baruah,
old assamese song jayanta hazarika,
old assamese song audio,
assamese old song anima choudhury,
assamese old song anjana,
all old assamese song,
old assamese song by jayanta hazarika,
old assamese song by dipali borthakur
*New episod* ua-cam.com/video/raWyoeogedo/v-deo.html
@@TimesGuwahati Dhoino jonaiso
বহুত বহুত ভাল লাগিছে আশা কৰো পিছলৈ আৰু হুনাব বুলি
তাহানিৰ শৈশৱৰ সময়বোৰ লৈ যেন উভতি গলো! ..... স্কুললৈ ওলোৱাৰ আগমূহুৰ্তত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত বজোৱা(৯.৪৫) সুন্দৰ গীতবোৰ শুনি ভাল পাইছিলোঁ।.... আগলৈও এনেকুৱা সুন্দৰ গীতবোৰ শুনিবলৈ পাম বুলি আশা কৰিলোঁ।
বহু বহু ধন্যবাদ আৰু আগলৈ দিব । কালজই গিত
😌😌😌😌 mon to bohut xanti pai puroni geet bur xuni
Bohut val lagile ❤❤❤
❤❤❤❤ Mojja
Bhut val lagil ❤
কি যে সুন্দৰ সুৰ কথা কণ্ঠ বহুত ধুনীয়া এতিয়া এনেবোৰ গান শুনিবলৈ নাই
Bahut vl lagil
বৰ সুন্দৰ , আগলৈ এনেদৰে শুনিবলৈ পায় বুলি আশা কৰিলো আৰু কল্পতৰু অনুষ্ঠানৰ দীৰ্ঘায়ু কামনা কৰিলো 🙏
সুন্দৰ পুৰণি দিন বোৰ পুনৰ ঘুৰি অহাযেন লাগিছে । বহুত বহুত ধন্যবাদ । 🙏🙏
Purani geet samuh bhut vaal lage. purani geetikar surkar sakal dhurba Tara hoi jug- jugantr babe jiliki thakibo.
Bohut bhal lagil muninda ai geet ti huni.
পুৰণি দিনবোৰলৈ মনত পৰি গ'ল। কল্পতৰু অনুষ্ঠানটি বহুত ভাল লাগিছিল । এতিয়াও পুৰণি গানবোৰ শুনি বহুত ভাল লাগে ।
Bahut val lagil man tu
এনেকুৱা পুৰণি চিৰসেউজ গীতসমূহ সঁচাকৈয়ে ভাল লাগে
বৰ সুন্দৰ অনুষ্ঠান পৰিবেশন কৰিছে আপোনালোকে 🙏 এই অনুষ্ঠান গীত শুনি লৰালিৰ কাললৈ মনত পৰি যাই 👍 ধন্যবাদ 🙏🙏🙏🙏🙏🙏
Bahut Val lagil .
সুন্দৰৰ আৰাধনা জীৱনৰ খেলা 🎉
অতি সুন্দৰ পদক্ষেপ ।
সুন্দৰ
Radio ot niyomit xunisilo, Bohut bohut dannayabad gaan keita upload kora babe❤
BAHUTO BHAL LAGE PURANI GEET THANK YOU
সুন্দৰ।
*Mojaaa*
Bohut val lagil ❤❤❤❤😂
🌿🌿🌿🌿🌿 sira seuj
Bahut val lagil. Sarur para mor ai anusthan bar priya aasil.
Gaan bilak xuni birat val lagil ❤puroni gaan bilak jen enedore siro xeujiya 💗💗🌷🫀
Purani ganbur xuni bohut bhal lagil
Very nice to hear old songs.
Beleg geetor logot tulona nai oti hundor❤❤❤
বৰ সুন্দৰ প্ৰচেষ্টা
,সূনি। বহুত। ভাল লাগিল। আগলৈএনেকূরা গান। শুনাবছোন
খুউব ধুনীয়া পুৰণি গীত।শিল্পী গৰাকীলৈ অভিনন্দন জনালো
অতি সুন্দৰ লাগিছে
Lorali dinbur akou ebar sajib kori tulile ei sumadhur geetbure. Apunar prosesthak bahu dhanyawad 🙏
খুব ভাল লাগে
ইমান সুন্দৰ, ইমান ধুনীয়া এই কালজয়ী গীত বোৰ। যিমান শুনিলেও হেঁপাহ নপলায়। এই গীত বোৰশুনিলে আজিৰ দিনৰ এজন গায়কলৈ ঘীন লাগে।
Bohut Dhuniya Lagise
Bhot. Val lagis
পুৰণি গানবোৰ শুনিলে মন জুৰ পৰি যায়। ইমান ভাল লাগে ❤
Thanks hear this song
Anyanya. Keep up.
১৯৬৭ চনত বহু কষ্ট কৰি এটা ৰেডিঅ কিনিছিলো এই গীতবোৰ শুনিবলৈ। দিনবোৰ মনত ভাহি উঠে।
ভাল লাগিল পুৰণি গীতৰ অতি জনপ্ৰিয়।
Eman duniya so Nice song ❤
Great singer of gowalpara!!
Beautiful song
Old s0ngsare very sweet
Eman duniya lagil porani ganbu khuni.
Dda plz chandra nayan dasor manor dinor halmora git ti agborhabo sun
Eman dhuniya asamia gitar hurbur deh man sui jai
Anuthan is very good
Ni ce
🎉🎉
Nostalgia hoi golu
বহুত ভাল লাগে , মায় জয়ণট হাজৰিকা আৰু 17:02 দিপালী বৰঠাকুৰ, প্ৰতিমাপানেদৰ গান বিলাক ৰেডিওত শুনিবলৈ কৈছিল, আৰু গীত গাবলৈ শিকাৰ লগতে গীত গাবলৈয়ো পেৰণা দিছিল।
বৰ সুন্দৰ
শৈশৱ, কৈশোৰ সকলোঁ পাৰ কৰিছিলোঁ এই কালজয়ী গানবোৰ শুনি
সুন্দৰ পদক্ষেপ ৷৷ লৰালি কাললৈ মনত পৰি গল ৷৷৷ ৰেডিঅ মোৰ খুৱ প্ৰিয় আছিল ৷আজি আকৌ তেনেকুৱা দিন এটা আপোনাৰ জড়িতে ঘুৰাই পাই বহুত বহুত ভাল লাগিল ৷
mur mrito swamir priyo git great
Agor kotha bur mont pore ai gaan bilak sunile
Old is gold
Bahut val lagil moi Radio pagol asilu.lorali monat poril nostalgic hoi galu❤
❤❤ my love song
❤❤
Old is gold beautiful radio center
✌️✌️
,,,,, এই গীতবোৰ শুনিলে হিয়া মন জুৰি পৰি যায়
Birina bonore xuhuri nice, duet tu gaisu ❤❤❤
Kalpartaru may be old but it good l feel mysalf
Beautífulso much
Super
Remember my chilhood❤️
Nice
ধন্যবাদ কল্পতৰু অনুষ্ঠানটো আকাশবানী গুৱাহাটীত ৰবিবাৰে ১২ বজাৰ পিছত আৰু বুধবাৰে নিশা ৮ বজাত হৈছিল ।
Bohut bohut val laagil
ua-cam.com/video/raWyoeogedo/v-deo.html
Old is gold.... Anima mam r gan ata hunabo..
😊😊😊
সচাই এইবোৰ গীত সুনিলে শৈশৱৰ দিন বোৰলৈ বৰকৈ মনত পৰে ৷
এই চিৰসেউজ গীতসমূহ শুনিলে পুৰণি স্মৃতি বোৰ মনলৈ আহে।
অতি সুমধুৰ এই গীত সমুহ হিয়াৰ এটা কোণত এতিয়াও সজীৱ হৈ আছে ।
ভাল লাগিল🙏🪔🙏
❤❤❤❤❤❤❤❤❤❤❤❤❤❤
আজি মই আকৌ দহবছৰিয়া ল'ৰা টো হৈ পৰা যেন অনুভৱ হৈছে।
Bor. Val. Lagisa
This songis my fevaretsong
Bohut dhunia lagise. Bujaboloi ba koboloi kono bhakha nai. Moi jetia Class ii/ III thakutei yeibor Huna gaan. Yeibor purona gaan hunile nijoke aako khoikhob kalaloi uvoti jaogaoi. Hosakoi bohut dhunia lagise.
পুৰনী গীত বোৰ বজায় থাকক
গীতটো শুনি লৰালি সময় ঘূৰাই পোৱা যেন লাগিল
সচাঁ বৰ ভাল লাগি গ'ল অ । এই গীতসমূহ শুনিলে ৰডিঅ' শুনাৰ দিনবোৰলৈ মনত পৰি যায়। স্কুল যোৱাৰ সময়, গাধুৰ সময় সন্ধিয়াৰ কিতাপ টেবুল এৰি ভাত খাবলৈ যোৱা .,..., ইত্যাদি সময়ৰ হিচাপ। আধুনিক অসমীয়া গীত, অসমীয়া বোলছবিৰ গীত, সৈন্যবাহিনীৰ অনুষ্ঠান , আঞ্চলিক বাতৰি , নাটক , উপন্যাস পাঠৰ অনুষ্ঠান ক্ৰমশঃ , আদি অনুষ্ঠানসমূহ নষ্টালজিক হৈ পৰোঁ।
Val lagesy khodai logabo
অতিতৰ দিনবোৰ ঘুৰাই পোৱাৰ যেন লাগিল ।
purona dinor smitie akow monot pelaisr jen moi ajiu juoti
Pgood
আগৰ কথা মনত পৰে
মোৰ
BAHUTOBHALLAGEPURNIGEET
🎉🎉🎉🎉🎉
মই ১৯৮৮ চনতৰ যদিও এই গিট বোৰ বহুত ভাল লাগে এনেকৈ শুনিব পাম বুলি আখা থাকিল?
Hidoy jur pori jai geetbur huni............