অৰাজনৈতিক মঞ্চত প্ৰথম বাৰৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়াক দেখা পালোঁ।🤔শব্দই জোকাৰি গৈছিল সকলোৰে হৃদয়🔥😯😭
Вставка
- Опубліковано 20 вер 2024
- অৰাজনৈতিক মঞ্চত প্ৰথম বাৰৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়াক দেখা পালোঁ।🤔তেওঁৰ বক্তব্যই মানুহক হতবাক কৰিলে।
কি কথাত প্ৰথমেই তেওঁ বিৰোধিতা কৰিছিল?
শব্দই জোকাৰি গৈছিল সকলোৰে হৃদয়🔥😯😭
দূলিয়াজানবাসীক দিলে সুদক্ষ নেতাৰ প্ৰকৃত সংজ্ঞা!🤔🔥🔥🔥🔥
অভিজ্ঞ নেতাৰ অভিজ্ঞতাপুষ্ট সাৰুৱা ভাষন য'ত নাই দাম্ভিকতা, শঠতা, উচ্চ বাক্য, অভিমান, তুচ্ছ-ত্যাচিল্য। ধন্যবাদ গৌৰৱ গগৈ ডাঙৰীয়া । আপোনাৰ ভৱিষ্যৎ জীৱনৰ দীৰ্ঘায়ু কামনা কৰিলো।
Bor hundor kotha kole
ইমান সুন্দৰ অনুস্থান🎉 আৰু গৌৰব গগৈ ৰ ইমান সুন্দৰ বক্তব্য খুব ভাল লাগিল 🙏🏻❤❤
অভিজ্ঞ নেতা। এখেতৰ পৰা ৰাজ্য আৰু আমাৰ দেশ খনে বহুতো আশা কৰে। গৌৰৱ গগৈৰ দীৰ্ঘাযু কামনা কৰিলোঁ।
শ্ৰদ্ধাৰ প্ৰয়াত মুখ্য মন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া সুযোগ্য পুত্ৰ,,👌👌👌🙏
সঁচাকৈয়ে আমাৰ গৌৰৱ অসমৰ গৌৰৱ। সদায় অসমৰ গৌৰৱ হৈ উজ্বল কামনা কৰিলো।
কথাষাৰৰ কাৰণ দৰ্শাই বহলাই ব্যাখ্যা কৰা ।
ইমান সাৱলীল ভাষাৰে বক্তব্য দি ৰাইজক বুজাই দিছে সকলোৱে বুজিব পৰাকৈ ৷বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ যুব সাংসদ গৰাকীলৈ ৷
Our next CM
সুন্দৰ ভাষন ৷ এগৰাকী সফল আৰু অভিজ্ঞ ৰাজনীতি বীদ ৷ অসমৰ ভৱিষ্যত ৰ মুখ্যমন্ত্ৰী ❤🙏❤️
গৌৰৱ গগৈ সঁচাকৈ অসমৰ গৌৰৱ। আশাকৰো অসমৰ হৈ মাতমাতি অসমৰ উন্নতিত অৰিহনা জনাব।
গৌৰৱ গগৈ অসমৰ ভৱিষ্যত।
গৌৰৱ গগৈ ভাৰতবৰ্ষৰ ভবিষ্যত
সুন্দৰ বিষয় এটা উপস্থাপন কৰিছে দেই।
বহুত ভাল লাগিছে
অসমৰ প্ৰতি জন ব্যক্তিয়েএই ভাষণ ধ্যান দিয়া উচিত ।ভাল লাগিল।
Gaurav Gogoi zindabad. you are the best leader of Assam.
29:21 to
উচ্চ মানৰ ভাষণ আগবঢ়ালে।
সুন্দৰ অনুষ্ঠান , সুন্দৰ বক্তব্য ।ভাল লাগিল ।।ধন্যবাদ ।
নেতা ৰ যোগ্য ব্যক্তি
বহুত ভাল লাগিল।
গৌৰৱ গগৈ অসমৰ গৌৰৱ, এজন নিষ্ঠাৱান সুদক্ষ সংসদ।
গৌৰৱ গগৈ দেবৰ ভাষন শুনি প্ৰত্যেক জন অসমৰ লোকেই গৌৰৱবোধ কৰো। প্ৰত্যেক জন যোৰহাট বাসী আজি ধন্যবাদৰ পাত্ৰ। ভোট নিদিয়াসকলে নিশ্চয় অনুশোচনা কৰিছে ।
অসমৰ ভৱিষ্যত প্ৰজন্মৰ ৰাজনীতিৰ বাবেই একমাত্ৰ আদৰ্শবান ব্যক্তি
গৌৰৱ আমাৰ ভবিৎস্যাত।
জ্ঞানী ব্যক্তিৰ জ্ঞানী কথা। অসমৰ এজন সুদক্ষ সাংসদ শ্ৰীযুত গৌৰৱ গগৈলৈ আন্তৰিক শুভেচ্ছা যাচিলো তেখেতৰ সুমধুৰ বলিষ্ঠ ভাষণৰ বাবে।
সুযোগ্য সন্তান কেৱল প্ৰয়াত তৰুণ গগৈ দেৱৰ নহয় সমগ্ৰ অসমৰ
কথাখিনি ইমান ভদ্ৰতাৰে কৈছে সঁচাকৈ খুব ভাল লাগিছে। দেশখনৰ মুৰব্বী পদৰ অধিকাৰী জন এনে ভদ্ৰ আচৰণ হোৱাটো খুবেই প্ৰয়োজনীয় বুলি মই ভাবোঁ।🙏🏻
কোনেনো নিমন্ত্ৰণ কৰি অনাৰ পিছত অভদ্ৰভাৱে কৱ।
@@deboborah5858 বৰ্তমান দেশৰ মুৰব্বী সকলক দেখিবলৈ পোৱা যায় ভাষণত কথাৰ কোনো লাগ -বান্ধ নাথাকে।
তেওঁলোকে নিশ্চয় নিমন্ত্ৰণ ৰক্ষা কৰিয়েই আহে।
ধন্যবাদ গৈৰৱ গগৈজী্ বহুতো মুল্য ৱান ভাষন।
অতি সুন্দৰ আৰু সময়োপযোগী আৰু বাস্তৱ সম্মত বক্তব্য প্ৰদান কৰিব
কথা খিনি শুনি ভাল লাগিল
Excellent Speech Gaurab as anon politics Mindset
Excellent one , non political speech by Gourav Gogoi 🎉
এজন যোগ্য সাংসদৰ উপৰিও এজন নম্ৰ;শালীন আৰু অভিজ্ঞ ব্যক্তি।
ভাৰতৰ গৌৰৱ❤❤
Good Speech❤. Gourav gogoi Zindabaad🌹
Gourav Gogoi jindabad
Gourav. Jindabad
ইমান সুন্দৰ কথা কৈছে।
Honorable parliamentarian Mr Gaurav Gogoi is one and only MP from Assam who will be the prime minister of India in near future.
ক'বলৈ ভাষা নাই। গৌৰৱ গগৈক ভগৱানে কুশলে ৰাখক।
Imanei val lagil sirr kotha khini huni🎉 bohut val val kotha hikibo parilu 😊
প্রকৃত আহোম প্রকৃত দেশ নেতা মাটিৰ নেতা
Real hero of Assam, obviously, worthy son of worthy father and specially mother. Great going, Assamese people have great expectations of your leadership. God bless you 🙏
Gourab gogir husaysthor kamona koru,zindabad
আমাৰ দেশ তথা গনতন্ত্র আপোনাৰ দৰে নেতাৰ ওচৰত সদায়ে সুৰক্ষিত। জয় ভাৰতৰ সংবিধান ।
Mor priyo neta jonor dirghau kamona korilu.
God bless you.
ভাল মানুহৰ সৎ আৰু দূৰদৰ্শী চিন্তা ।
Rajniti bidr mukhot eman godhur mulyoban kotha❤❤❤❤❤gutei vdo Tu salu dubar❤❤❤
Jorhat bashii jindabad
সুন্দৰ অনুষ্টান পাতিলে।
সচাঁকৈয়ে ভবিষ্যত অসমৰ মূখ্য মন্ত্রীৰ যোগ্য ব্যক্তি শ্ৰীযুত গৌৰৱ গগৈ।
G Gogoi zindabad Congress party zindabad INDIA zindabad.
Very very wondrous speech
Excellent speech
Gourav gogoi hoxai axomor gourav Congress zindabad ❤❤
ছাৰৰ ভাষণে আমাক বহু কথাই শিকাইথৈ গল।
Very nice Gaurav ji
Brilliant অতি সুন্দৰ
Bhut vl lagel , gourav gogoi zindabad 👍
Future dynamic and adorable, transperent leader of Assam
Gourav Gogoi Zindabad God bless you
Manuh anekuwa hobh klabe bahut bhal lage❤❤❤❤
যোগ্য জোৰ বলেৰে নহয়, যোগ্যতাৰ ভিত্তিত হয়, অসমৰ এজন ব্ৰিলিয়ান্ত পৰচনালিতী
Gourav Gogoi hudakhya rajnitibid hundor byoktitwa asom bakhie bohut akhare eta ujjal bhobisayat hopun dekhiboloi loise.
.
গৌৰৱ অসমৰ গৌৰৱ
ভাল লাগিল।
Excellent.uthi aha students babe teo no1 resource person.
Next cm Gaurav Gogoi axom 2026
Very nice Gaurav Gogoi.
Imanei val kotha khini huni amni loga nai
Bhut dhunia lagile...protectu kthathi anekua lagile constitutional uport bht respect ase...
বৰ্তমানলৈ ভালেই পাই আহিছো। Personality আছে।
Very Good advice sir
Sir you are great person
Valuable speech.
A practical problem discussed by honourable MP.
God bless you 💕
বহুত ভাল লাগিল কথাখিনি শুনি
Asomor babe bhal manuh ek matro gourav gogoi.
Only Gaurab Gogoi.
Next CM Assam
Right sir
Next CM ❤
Proyoto Tarun Gogoi r putro amar Srowdhar Gaurav Gogoi. Seems as a particular Politician, and the person coming out on behalf of Assam . Now a days it's all a Dirty Politics. Yes we need a personality as our former CM of Assam. Joi Aai Okhom.❤🎉🙏
অসম তথা ভাৰতৰ গৌৰৱ ❤
Gaurav Gogoi jindabad
I am proud of Gaurav Gogoi.
Ati hundr kotha kole dei
Good speech
Hundor speech.
Bohut bhal lagil apunar baktyabo,hokolu mili asamkhan unntir karane ag barhibole hole ek jut hobo lagibo.joy aie assam.jo Hind,Joy ho India.
A positive politics, all we should accept and should reflect in coming assembly election.
Good.
Upcoming no 1 cm
এনেকুৱা সাৰুৱা ভাষণ এটাৰ মাজত গীটাৰৰ শব্দ যোগ কৰা জনক মানিছো
Good discusstion
Thenk foryou goub gogoi sir please send
Garuv sir you are Great
বহুত ভাল লাগিল।আপোনাক অসমলৈ পৰিবৰ্তন আনিব পাৰিব বুলি আশা কৰিব পাৰো নে?
Very good leader, you Sir
Gaurav spreads an aura of calmness, cool, intelligent and sanctified change of air. May God bless him.
Vvery well made video with a gentle guitar strumming at the background allowing clarity of speech. Well done Gaurav.
Bor bhal lagil
Amazing ❤