সুধাকণ্ঠৰ বাবে উচৰ্গিত মিথুন ধৰৰ কণ্ঠত শুনক ‘গভীৰ আস্থাৰ গান’
Вставка
- Опубліковано 8 січ 2025
- সুধাকণ্ঠবিহীন ১৩টা বছৰ...
সেই কণ্ঠ তাহানিৰ দৰে আজিও বুকুত বাজে আপোনাৰ
কণ্ঠ শুনিলেই ‘বুকু হম হম কৰে’ আপোনাৰ
তেওঁৰ ‘গভীৰ আস্থাৰ গান’ আজিও একেদৰেই সতেজ-সুঠাম
‘গীতৰ সভা’ত সুধাকণ্ঠই যেন পাৰি দিছে ‘এখনি নীলা চাদৰ’
নীলা চাদৰৰ সংস্পৰ্শত ‘মানুহে মানুহৰ বাবে’ ভবাৰ প্রতিশ্রুতি
‘বিস্তীৰ্ণ পাৰৰে, অসংখ্যজনৰে’ বুকুত এতিয়াও ড০ ভূপেন হাজৰিকা
‘আহ আহ ওলাই আহ সজাগ জনতা’
‘আহ আহ ওলাই আহ পোহৰ আনোঁতা’
দেশ-দেশান্তৰত এতিয়া যেন তাৰেই প্রয়োজনীয়তা
‘অ’ মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই’
‘প্ৰতিধ্বনি শুনো মই প্রতিধ্বনি শুনো’
‘মহাবাহু ব্রহ্মপুত্র মহামিলনৰ তীৰ্থ’
‘বিমূৰ্ত মোৰ নিশাটি যেন মৌনতাৰ সূতাৰে বোৱা’
‘তুমি বিয়াৰ নিশাৰ শয়ন পাটীৰ এপাহি ৰজনী গন্ধা’
হৃদয় জোকাৰি যোৱা হাজাৰ হাজাৰ গানৰ সৃষ্টিকৰ্তাৰ জন্মদিন কাইলৈ
জন্মদিনৰ প্ৰাকসন্ধ্যা কলকাতাৰ পৰা আহিছে সুধাকণ্ঠৰ অন্যতম শিষ্য
শিষ্যক নেদেখিলে বিশ্বাস নহ’ব, গান ভূপেন দাই গোৱা নাই!
সুধাকণ্ঠৰ বাবে উচৰ্গিত মিথুন ধৰৰ কণ্ঠত শুনক ‘গভীৰ আস্থাৰ গান’
কাৰ্যবাহী সম্পাদক অনুপম চক্ৰৱৰ্তীৰ সন্মুখত মিথুন ধৰ
খবৰ হ’ল ভূপেন দাৰ গীত গায় মিথুন ধৰে
আঁৰৰ খবৰ- তালিগঞ্জৰ ভূপেন দাৰ ঘৰটোৰে সংস্পৰ্শ মিথুন ধৰৰ
‘খবৰৰ আঁৰৰ খবৰ’
শুনি হেঁপাহ নপলাল । আকৌ এটা অনুষ্ঠান কৰক । ভূপেনদাৰ গানৰ বেঙ্গলী ভাৰ্চন শুনিবলৈ আৰু ইচ্ছা থাকিল । শ্ৰদ্ধাৰ মিথুন ধৰলৈ অশেষ ধন্যবাদ জনালো ।
মিঠুন ধৰ দেৱক অসমবাসীৰ হৈ বহু বহু আন্তৰিক অভিনন্দন । আজি আমাৰ ভুপেন দাক পোৱা যেন পাইছো ।
ধন্যবাদ অঃ চঃ ---------।
সচাই ভূপেন দা ঘুৰি আহিছে❤❤❤
মই ভূপেন হাজৰিকাৰ এজন অন্ধ ভক্ত।অনুপম চক্ৰৱৰ্তী ডাঙৰীয়াই ইয়াৰ আগতেও তেওঁক পৰিবেশন কৰিছিল, মিথুন ধৰ ডাঙৰীয়াৰ কণ্ঠস্বৰ আবিকল আমাৰ মৰমৰ ভূপেন দাৰ নিচিনা,অসাধাৰণ গায়েকি। মিথুন ডাঙৰীয়াক মই এটা অনুৰোধ কৰিম কেবল মাত্ৰ কিছু শব্দ উচ্চাৰণ মিথুন ডাঙৰীয়াই শুদ্ধ কৰিলেই গানবিলাক আৰু নিখুঁত হব।
এই অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে অনুপম চক্ৰৱৰ্তীলৈ অশেষ ধন্যবাদ জনাইছোঁ।
অনুপম চক্ৰৱৰ্তী এই অনুষ্ঠান টোৰ বাবে বহুত বহুত বহুত ধন্যবাদ। লগতে মিথুন ধৰলৈ বহুত বহুত ধন্যবাদ জনালোঁ। অনুষ্ঠান চাই বহুত ভাল লাগিল।
সঁচাকৈ বহুত ভাল লাগিল। মিথুন ধৰলৈ বহুত ধন্যবাদ।
ধৰদেৱৰ যোৱা বাৰো শুনি ছিলো। , এই বাৰো বৰ সুন্দৰ,বুজাবনোৱাৰো ।
অনুষ্ঠানটো উপভোগ কৰি থকাৰ মাজতে এক সুন্দৰ সময় অতিবাহিত কৰিলোঁ। মনটো আনন্দেৰে ভৰি পৰিছে। শ্ৰদ্ধাৰ মিথুন ধৰদেৱক অশেষ ধন্যবাদ যাচিলোঁ।আকৌ তেনে এটি অনুষ্ঠানৰ ব্যাকুলতাৰে অপেক্ষা কৰিলোঁ। ❤❤❤
শুনিলে মনটো সেমেকি উঠে। মিথুন ধৰ মহোদয়লৈ অশেষ অশেষ ধন্যবাদ।
অতি সুন্দৰকৈ গীতটো পৰিবেশন কৰিছে,আপোনালৈ বহুতো ধন্যবাদ।
I can't understand the sweet Assamese language completely, but I can feel The Sweet Voice of the Legend. Thanks to NK tv and Mr. Dhar.
Kolkata was Bhupeda's second home.Home away from home.After humiliation at latasil ground during Bihu festival ,he was very dipressed and started his work at Kolkata and got huge admiration,love, respect, recognition,and that section ofAssamese society started realisation their mistake and Bhuenda has become heartthrob of Assamese mass . Mithun da is replica of of our lost musical legend
আপোনাৰ কণ্ঠক শতকৌটি প্ৰণাম জনাইছোঁ প্ৰথম দৃষ্টিত দূৰৈৰ পৰা অবয়ব ভূপেন দা যেন লাগে। বহুত ভাল লাগিল, ধন্যবাদ
ধৰ ডাঙৰীয়াক সস্বদ্ধ প্ৰণাম❤
বহুত ধন্যবাদ থাকিল ,ভূপেন দাক জীয়াই ৰখাৰ বাবে।
I am highly pleased. I want such more program in NK TV stage.
সদায়ে নতুন হৈ থাকিব এই খন পৃথিৱীত ভূপেন দাৰ গীত
সদায়েই নতুন হৈ থাকিব এই পৃথিৱী ভূপেন দাৰ গান
সচাকৈয়ে অনবদ্য। ধন্যবাদ ভাই, অনুপম এনেকুয়া এটি সুন্দৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে।
Khub dhuniya onusthan Anupam da❤️❤️❤️❤️🙏🙏🙏🙏 dhoinyobad from Bangalore
Sundor anusthan
আপোনাৰ লৈ বহুত বহুত ধন্যবাদ থাকিল।
এতোই সুন্দৰ আপনাৰ গাওৱা। অনেক ধন্যবাদ আপোনাকে
হৃদয়পৰশা। মিঠুন ধৰ পাৰ্ট টু ৰ বাবে অপেক্ষাৰত।
Not only singer, musicians also, salute
দাদা আপোনাৰ কণ্ঠত পুনৰ ভূপেনদাক বিচাৰি পালোঁ।🙏🙏🙏❤️❤️
Best follower of Bhupen Hazarika
Khub sundar 🙏🙏🙏🙏🙏
Mon vore gelo Aantorik Dhnyabad. Janai
, . ভূপেন হাজৰিকাৰ গীতৰ যাদু সছায়ে শলাগৰ প্ৰাএ ধণাবাদ
Anupam daa apunak thanks apuni ekhetak Ani thakibo
Xub dhunia lagise dhar ba bu
বৰ সুন্দৰ জয় আই অসম
সুন্দৰ 🙏🙏🙏
Dhanyawad mugishiyan hokolok eman hundar mugic
Sundar anusthan bhal lagil Anupam Da.
Mithun Dhar - dada you are doing justice to Bhupen das songs. Keep it up. So proud to have you.
Moja ❤❤❤❤❤❤
গুণে গানে। সুৰে কনঠে ভূপেনদাৰ গীত জীপাল কৰি ৰখাৰ বাবে ধন্যবাদ।
Bahut bahut thanks
সুন্দৰ লাগিল
Bukutei mitha mitha jui jolali
Tablist dadak bar bhal lagil, Salute to Bhupen Hazarika and love to Mithun Dhar.
অতি সুন্দৰ অনুষ্ঠান,পল ৰবচন আৰু ভূপেনদাৰ বিষয়ে কিবা কব লগা আছে নি
Thank you dhar dada, apuni amader nijer manush
Bor val lagil ,Anushthan aat dora Anupam Sacraborty deboloi okhekh dhanyabad jonalu .anushthan tut uposthit thoka Mithun dor dangoriyak okhekh danyabad jonaisu , Agoloi ane doronar anushthan akha korilu
ডাঙৰীলৈ কৌটি কৌটি ধন্যবাদ জনাইছো ।
সঁচা ই।ভুপেন।দা। ঘুৰি আহি ছে।এনে।হেন। লাগিছে
Thanks Anupam da
ধন্যবাদ মিথুন ধৰ ডাঙৰীয়া।
Hundor gaisa sir ❤
Dhanyabad Anupam Mithun Dhara loiku. Piche Bristi pare tapur tupur Hindi flim PEHELR ata janapriya sangeet asil jikhan flimere Arambhab hoisil Nagaon r ADITI Takis
100 percent bhupen da
Bohut bohut dhany bad
Sundar Anusthan.
Salute d so
Moi Proti din Abar ke program tu sao Bohut val lage Bengoli Varson tu Besi val lage
Aneka Program aru pam buli akha Rakhilu
🙏🙏🙏
প্ৰথম গীতটোকে ভুলকৈ গাইছে...! যি কি নহওক ভাল অনুষ্ঠান 🙏❤️
Vhal lagise
আচৰিত প্ৰতিভা(Bhupen da Master Copy)
আপুনি ২য়া হাজৰিকা
কৰন তেওঁৰ সো গালত তিলক আৰু আপোনাৰ --বাওঁ---
দেহ টো হে নহয়!!
❤❤❤❤❤❤❤
Sakalo falor para Bhupen Hajarika
Why this this time only we have come to know about Mithun who is the like Bhupendra da
You proof I am Assamese, but so called leaders, who actually born and birth in Assam, just for?
Amiakjajaborgitgalavhalpam
সংগীতৰ কোনো সীমা নাই।
Mor dada apunalokr studiot bahut gaba man ase. Baat ami xoru manuh aru logote driver manuh khei karne amak kune o respect nidiye 😢🙏🙏
Aji asom hantan mithundai akhomor chinaki dise , the reality for Assam.
❤❤❤❤😂
Sosakoi mnuh jon a kimn vl pai bhupen hazarikak Kobo nalage gotai program tu sai a gm pai,,,,gaan gao gao kri ase Mithun dhar a,,,,kimn vl pai bhupen hazarikak Mithun dhar a o gm napai kijani.....ru vl lgil program tu sai.
Junbilakadekhanaitaokbuphandabulibabib
आफा बोराय,,,,,,
Mod khai gua nisina kio lgise baru??😢
😂😂😂😂
toi nukhua ke parbina
@@borntodeath2488 🤣🤣🤣
@@Suraj_defender 😂
অসমত কোনোবাই এনেকৈ গাব পৰা কোনোবা আছে যদি কোৱা। ৰেলৰ চাকৰি বাদ দি।।। ভূপেন হাজৰিকাৰ গীতৰ গোৱা তেওঁয়ে একমাত্ৰ।
Same bhupen daa o