ডাঙৰ খবৰ।ৰিপুন বৰাই খোলাচা কৰিলে।কংগ্ৰেছত হিমন্ত এজেণ্ট কোন কলে।লাগিল হাহাকাৰ।/virel news

Поділитися
Вставка
  • Опубліковано 18 вер 2024

КОМЕНТАРІ • 46

  • @kalpanachetia1561
    @kalpanachetia1561 День тому +6

    ৰিপুণ বৰালৈ ধন্যবাদ ! বৰ সুন্দৰ , পৰিশীলিত আৰু যুক্তিৰে ভৰা মন্তব্যৰে এটি মূল্যৱান সাক্ষাৎকাৰ ! ভাল লাগিলে !

  • @AliAkbor-rn4uo
    @AliAkbor-rn4uo День тому

    This Is CorrectRipun. Borah

  • @hemantamahanta5578
    @hemantamahanta5578 2 дні тому +2

    কংগ্ৰেছত চিপৰাং ৰাজনীতি ৰ. কাৰনে এটা সময়ত বহুত বেয়া হৈছিল. ।

  • @user-gv9mc9vt7f
    @user-gv9mc9vt7f 2 дні тому +2

    Thankyou Mr. Ripun Bora Deb

  • @mridulkumarborah4181
    @mridulkumarborah4181 День тому

    Priority to the home,native,district etc. utmost necessary for development.

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 День тому

    কংগ্ৰেছ দলৰ কেইজন মান বিধায়ক আৰু নেতাই বিজেপিৰ এৰেহা খাবলৈ ৰৈ থাকে। তেওঁ লোকে ৰাতি ৰাতি মূখ্যমন্ত্ৰীক লগ ধৰে। এতিয়া কংগ্ৰেছ দলেও সেই কেইজনৰ চৰিত্ৰ গম পাইছে । 2026 চনৰ টিকট দিয়াৰ সময়ত তেওঁ লোকে গম পাব কিয় টিকট কাতিলে । যি কেইজনে মুকলি কৈ ওলাই গৈ বিজেপিৰ চপনীয়া হৈ আছে , সেই কেইজনৰ টিকটো কটা যাব নিশ্চয় ।

  • @jlb804
    @jlb804 День тому

    Matured politician educated,well behave ,sir or future bhal ।ek kothay congress or sokti ।

  • @debenborah1483
    @debenborah1483 День тому

    বৰ ভাল হৈছে পুনৰ কংগ্ৰেছ ত অহা বাবে,

    • @kashikalita9949
      @kashikalita9949 День тому

      মুখ্য মন্ত্ৰীৰ দাবিদাৰ নহলে হ'ল।

  • @7gc970
    @7gc970 День тому

    কংগেছ দলৰ লগত খিলঞ্জীয়াৰ লোক নাই । মগজ থকাৰ খিলঞ্জীয়াৰ লোক কংগেছ দলত কেতিয়াও থাকিব নোৱাৰে ।
    কংগেছ দলৰ অবস্থা অসমত বহুত বেয়াৰ । কংগেছ দলে কিয় ১৯৫১ থায়েত কিয় ১৯৭১ চনৰ নাগৰিকত্ব কৰিলে । অসমত ভোট চাথত কংগেছ দলে অসম খন শেষ কৰি পেলালে ।

  • @mukutborah4081
    @mukutborah4081 День тому

    বৰা ডাঙৰীয়া সচাঁ কথা কৈছে। এতিয়ও এটা ৱাৰ্ডদটো এখন সমিতি
    নাই, পঞ্চায়ত এখনো কমিটি নাই। কেনেকে অসমত ২০২৬ কংগ্রেছ আহিব বুলি ভাবিছে। শূন্যত গদা ঘুৰাই থকা বাহিৰে একো নাই কংগ্রেছ।

  • @Mineedit2
    @Mineedit2 21 годину тому

    এইবাৰ বিজেপিত চিপৰাং মাৰিব

  • @RanjanLahon-oq3xm
    @RanjanLahon-oq3xm 2 дні тому +1

    বৰ বেছি কৰি লাভ নাই কিয় ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰি আপোনালোকৰ ভাগ্য পৰিবৰ্তন কৰিব গতিকে নিজৰ ওপৰত faith ৰাখিলে ভাল ফল পাব

  • @mamlahon7313
    @mamlahon7313 2 дні тому +3

    A mojjjja ripun da❤

  • @laksheswarbaruah4494
    @laksheswarbaruah4494 2 дні тому +7

    বৰাদেৱ অসমৰ ৰাজনীতিত অপৰিহাৰ্য ব্যক্তি।

  • @sakuwatali8257
    @sakuwatali8257 2 дні тому +4

    Very good right speech bora sir. O shrinkola ohom khon osanti kori yase Chanda khowa jat/ bonsho. Sutiya ohom khon undeveloped kori yase. Tak juta marib lage

  • @rastumali2509
    @rastumali2509 2 дні тому +1

    দাদাৰ ২নং কথাক ম ই বহুতো লোককে কথা পাতিছিলো প্ৰায় মানুহৰ মুখত এটা ই উত্তৰ ভোট নিদিলে অৰুনদয় কাটি দিব

  • @abulhussain3801
    @abulhussain3801 2 дні тому

    Honorable Ripun Bora sir is a matured politician , he will be able to guide the Congress party in right path.

  • @AsharuddinAhmed-tm8tn
    @AsharuddinAhmed-tm8tn День тому

    Thanks alot Mr.Boradew.congress zindabad

  • @HafizurRahman-vf6sz
    @HafizurRahman-vf6sz 2 дні тому +4

    এশ শতাংশ শুদ্ধ কথা কৈছে।ৰিপুন বৰা ডাঙৰীয়া এজন ভাল নেতা।

  • @nurulamin8284
    @nurulamin8284 2 дні тому

    Gaurav Gogoi will be next CM in Assam

  • @imraankhandakar3048
    @imraankhandakar3048 День тому

    আমছুৰ কেইজনমান নেতাও তেখেতৰ পকেটৰ মানুহ।

  • @DuluGogoi-hk5yp
    @DuluGogoi-hk5yp 2 дні тому

    Ripun borah return to Congress so Congress will be powerful sure .

  • @abdulmozidmiah1141
    @abdulmozidmiah1141 День тому

    Rahul Gandhi zindabad Congress party zindabad India got Bandhan zindabad Ripun Borah zindabad

  • @ApurbaRajbongshi-un4md
    @ApurbaRajbongshi-un4md 2 дні тому

    2026 ot nohobo.

  • @dipankarsarma8668
    @dipankarsarma8668 19 годин тому

    26 t o bjp ahibo

  • @imraankhandakar3048
    @imraankhandakar3048 День тому +1

    ইউ ডি এফৰ লগত জোট বন্ধন ভূল আছিল‌।‌ অন্যথা হয়তো চৰকাৰ হলহেতেন‌।

  • @jlb804
    @jlb804 День тому

    বৰা ডাঙৰীয়া আপুনি বহুত শুদ্ধ কথা কৈছে ।বহুত কাম কৰিব পাৰিবকংগ্ৰেছ অত। Suveswa থাকিল।

  • @Shantana_Rajkhowa
    @Shantana_Rajkhowa День тому

    God bless you ❤

  • @jibonjyotidutta622
    @jibonjyotidutta622 2 дні тому +3

    গৌৰৱ গগৈ / ৰিপুণ বৰা / ভুপেন বৰা / ৰাহুল গান্ধী জিন্দাবাদ | কংগ্রেছ জিন্দাবাদ🙏❤🙏

  • @KafiluddinAhmed-l6l
    @KafiluddinAhmed-l6l 2 дні тому

    ছাৰ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন হিমণত ক সহায় কৰিব,।

  • @kukilchangmai3855
    @kukilchangmai3855 22 години тому

    দল বাগৰা বান্দৰবোৰক কোনে বিশ্বাস কৰে

  • @prasantarai3921
    @prasantarai3921 9 годин тому

    Tenehole kone aponak jelot varicil ?

  • @FakharuddinAliAhmed-uf7iv
    @FakharuddinAliAhmed-uf7iv 2 дні тому

    1996 supported AGP a major part of muslims

  • @rahmanmajor9086
    @rahmanmajor9086 2 дні тому

    ❤❤❤welcome backed sir

  • @BidyadharPanyang-gy3lr
    @BidyadharPanyang-gy3lr День тому

    Bhal jukti bhora khatha koiche Bora da

  • @mdchahedsaikia2009
    @mdchahedsaikia2009 2 дні тому +1

    Bora dangoriar asomia aru hindu sabda duta Buji napalu. Akal hindu sakalehe asomia neki ?

  • @bapandeka
    @bapandeka 2 дні тому

    B. J. P. Jindabad

  • @ritubhardhara467
    @ritubhardhara467 2 дні тому

    Eyak bhal nlage muk

  • @AnowarHussain-v1r
    @AnowarHussain-v1r 2 дні тому

    Sir Dhannabad

  • @AbdulMaleque-k5d
    @AbdulMaleque-k5d 2 дні тому

    So great Bora sir

  • @KafiluddinAhmed-l6l
    @KafiluddinAhmed-l6l 2 дні тому

    ছাৰ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন হিমণত ক সহায় কৰিব,।