চৰকাৰী স্কুলৰ অসমীয়া মাধ্যমৰ ছাত্ৰৰ ভাৰতত চমক😮

Поділитися
Вставка
  • Опубліковано 2 гру 2024

КОМЕНТАРІ • 181

  • @SusantaVlog76
    @SusantaVlog76  2 місяці тому +34

    সকলোকে ধন্যবাদ জনাইছোঁ।আপোনালোকৰ সুন্দৰ সুন্দৰ মন্তব্যই আমাক বহুত অনুপ্ৰাণিত কৰিছে।❤ প্ৰতি মুহূৰ্ততে আপোনালোকৰ মৰম,আশীৰ্বাদ,পৰামৰ্শ আমি একান্তই কামনা কৰিছোঁ।ভুল বিলাক আঙুলিয়াই দিব।অজানিতে বহুত ভুল হয়।এটা ইতিবাচক বাৰ্তা সমাজৰ বাবে আগবঢ়াই দিয়াটোৱেই এই চেনেলৰ মূল লক্ষ্য❤🙏🙏🙏

    • @anjalihazarika5809
      @anjalihazarika5809 2 місяці тому +1

      nL
      b N V
      0বাB

    • @betharamnath1028
      @betharamnath1028 2 місяці тому +2

      Very good

    • @anjubharali3686
      @anjubharali3686 2 місяці тому +1

      বৰ সুন্দৰ কথোপকথন ভাল লাগিল কঙ্কনলৈ মৰম আৰু শুভেচ্ছা জনালো ভৱিষ্যত উজ্জ্বল কামনা কৰিলো ভগৱানৰ ওচৰত ❤️

    • @ChitraaSonowal
      @ChitraaSonowal 2 місяці тому +1

      😮😮😮😮😮 to

    • @minasaikia8585
      @minasaikia8585 2 місяці тому +1

      Congratulations kangkan

  • @ritamonichiring3842
    @ritamonichiring3842 2 місяці тому +6

    বহুত ভাল লাগিল।আটাইৰে মঙ্গল কামনা কৰি ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিছোঁ।

  • @IlaPhukon-kk7rl
    @IlaPhukon-kk7rl 2 місяці тому +1

    সুন্দৰ কথনভংগী ,সুন্দৰ সপোন। সুস্বাস্থ্যৰ অধিকাৰী হোৱা ঈশ্বৰে মংগল কৰক কংকণক এয়াই আমাৰ আন্তৰিক কামনা.....

  • @prodipsaikia794
    @prodipsaikia794 2 місяці тому +3

    মৰমৰ কংকন ভাইটি তোমালৈ বহুত বহুত শুভেচ্ছা আৰু মৰম পথালো। চৰকাৰী বিদ্যালয়ত পঢ়া ছাত্ৰ হৈ তুমি যি সুনাম অৰ্জন কৰিবলৈ সক্ষম হʼলা আমি গৌৰৱ অনুভৱ কৰিছো।
    তোমাৰ মা দেউতালৈও অভিনন্দন জনালোঁ। ভগৱানে
    মঙ্গল কৰক ।

  • @gulukgogoi8679
    @gulukgogoi8679 2 місяці тому +4

    বৰ সবাংগ সুন্দৰ হৈছে সাক্ষাৎকাৰটি , অসমীয়া মাধ্যমৰ পঢ়াশালিয়ে এনেধৰনৰ ছাত্র গঢ় দিয়াটো অসমৰ বাবে বা অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ গৌৰৱৰ কাৰণ।

  • @SasthikaHazarika
    @SasthikaHazarika 4 місяці тому +22

    প্ৰথমতেই ছাত্ৰ জনলৈ আন্তৰিক অভিনন্দন জনালোঁ ❤️ অতি সৰলতাৰে তেওঁ ব্ক্তব্য আগবঢ়ালে। তেওঁৰ কথাখিনি নতুন প্ৰজন্মৰ বাবে আদৰ্শ, প্ৰেৰণা হৈ ৰ ওক।ভগৱানৰ বিশ্বাসৰ ওপৰত ইমান কম বয়সতে বৰ্তমানৰ লগত খাপ খুৱাই সুন্দৰ বিশ্লেষণ কৰিলে এজন বিজ্ঞানৰ ছাত্ৰ হৈও । জন্ম দাতা পিতৃ মাতৃলৈ নমস্কাৰ 🙏🏻 তেওঁ কথাখিনিত চকুপানী ও ৰৈ নাথাকিল। তোমাৰ ভৱিষ্যত সুন্দৰ হওঁক ❤️ শেষত এনেধৰণৰ খৱৰ বোৰ আমালৈ প্ৰেৰণ কৰি থকা মৰমৰ সুশান্ত শইকীয়ালৈ শলাগ জনালোঁ ❤️❤️

  • @anuprobhabordoloi8229
    @anuprobhabordoloi8229 2 місяці тому +2

    কংক ন বেতা,ম ই ব হুত সুখী,ধ ন্য বাদ তোমাক কি দ ৰে জ নাও ভাষা নাই।আৰ্শীবাদ ক ৰিছো,আগুৱাই যোৱা। মোৰ স ন্তা ন কো ম ই অস মীয়া মাধ্য মতে পঢুৱাইছিলো,ম ই ও সুখী, মানুহ ,এজ ন সঁ‌চা মানুহ হৈছা,❤❤❤❤❤❤❤

  • @madhukantakhakhlari1476
    @madhukantakhakhlari1476 2 місяці тому +2

    ধন্যবাদ চাত্ৰজনে ইমান সুন্দৰ ভাবে কথাখিনি ইমান ধুনীয়াকৈ সাৱলীল ভাষাৰে বুজালে বৰ ভাল লাগিল। ছাত্ৰ জনৰ প্ৰতি আমাৰ আশীৰ্বাদ আছে তেখেত এজন ভাল বৈজ্ঞানিক হৈ আহক ভগবানৰ ওচৰত আশীৰ্বাদ কৰিছো।

  • @BijuBorah-yn4iw
    @BijuBorah-yn4iw 2 місяці тому +4

    চাত্ৰজনৰ সফলতাৰ বাবে বহুত বহুত বহুত আনন্দিত ,ভগবানৰ ওচৰত পাৰ্থনা আৰু আগ বাঢ়ি যাওক অসমৰ গৌৰৱ কঢ়িয়াই আনি অসমক আগুৱাই নিয়ক।

  • @limabhuyan1490
    @limabhuyan1490 2 місяці тому +2

    বৰ ভাল লাগিল কংকণ। অভিনন্দন তোমালৈ। তোমাৰ উজ্জল ভবিষ্যতে অসম খনক আৰু অধিক আগুৱাই নিয়াত সহায় হব ❤❤

  • @ArindomB1299
    @ArindomB1299 2 місяці тому +1

    এটি অতি সুন্দৰ অনুষ্ঠান , ছাত্ৰ জনৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো।

  • @rumibarman8007
    @rumibarman8007 2 місяці тому +3

    কংকন অভিনন্দন জনালো 🙏 আগবাঢ়ি যোৱা আশীৰ্বাদ থাকিল তোমালৈ ❤️❤️❤️

  • @enalisonowal4860
    @enalisonowal4860 2 місяці тому +3

    👍ভাইতী তোমাৰ কথা খিনি মই প্ৰথমৰ পৰা শুনিছোঁ বহুত ভাল লাগিছে তোমি বহুত বহুত আগবাঢ়ি যোৱা বিদেশলৈ যাবৰ বাবে বহুত বহুত শুভকামনা যাচি লো

  • @pusponath3398
    @pusponath3398 2 місяці тому +1

    কঙকনৰ লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। ভৱিষ্যতে ধ্ৰৱ তৰা হৈ থাকা যেন। এইয়েই ভগৱানৰ ওচৰত প্ৰাৰ্থনা নিবেদন কৰা হ'ল।

  • @bonditabaruahdutta745
    @bonditabaruahdutta745 3 місяці тому +6

    কংকন তোমালৈ বহুতো শুভকামনা থাকিল লগতে দুগুণ উৎসাহেৰে আগবাঢ়ি অহা সুশান্ত লৈ আন্তৰিক অভিনন্দন জনালো❤❤❤❤

  • @pradipchetia339
    @pradipchetia339 2 місяці тому +2

    তোমাৰলৈ আন্তৰিক শুভকামনা জনালোঁ৷ভৱিষ্যতৰ উজ্জ্বল হওক তাৰে কামনা কৰিলোঁ৷

  • @montimaladevi8200
    @montimaladevi8200 2 місяці тому +1

    খুউব ভাল লাগিল সাক্ষাতকাৰটো৷৷কংকনৰ অমায়িকভাৱে দিয়া উত্তৰবিলাক প্ৰশংসনীয়৷

  • @monmohandeka7324
    @monmohandeka7324 2 місяці тому +2

    বোকাৰ পদুম। বহু ভাল লাগিল। ছাত্র জনৰ ভবিষ্যৎ জীবন সুন্দৰ সফল আৰু উজ্জ্বল হওক প্রভুৰ চৰনত প্রাথনা জনালো।

  • @umanandaduwarah3324
    @umanandaduwarah3324 2 місяці тому +2

    Bahut vl lagil tumar kathabur agbahi juwa eman suka Lara namra vadra maram laga amaru akhirbad thakil

  • @gungunrajkhowa3977
    @gungunrajkhowa3977 2 місяці тому +2

    ধন্যবাদ কঙ্কন ‌ আগবঢ়া তুমি ।

  • @nanigogoi3183
    @nanigogoi3183 2 місяці тому +3

    অভিনন্দন কংকন

  • @Charsita_parasar9780
    @Charsita_parasar9780 2 місяці тому +1

    Congratulations Baba.
    Tumar age r, moro dujon lora santan ase.
    Tumak aasirbad korisu aagowai jowa.

  • @bhabitsaikia40
    @bhabitsaikia40 3 місяці тому +6

    কংকণ তোমাক ভগৱানে সহায় কৰিব। তুমি আগুৱাই যোৱা। তোমাৰ মই লাইভ চাই আছো।

  • @rongilikachari3672
    @rongilikachari3672 2 місяці тому +1

    বহুত বহুত ধন্যবাদ জনালো ছাত্ৰজনলৈ।

  • @BijuBordoloi-u6l
    @BijuBordoloi-u6l 2 місяці тому +1

    বহুত বহুতো ধন্যবাদ থাকিল। তোমাৰ লৈ।

  • @এনেই
    @এনেই 3 місяці тому +4

    সচাই খুব ভাল লাগিল । আগুৱাই যোৱা ভাই। বহুত বহুত মৰম আৰু শুভেচ্ছাৰে।

  • @antudas501
    @antudas501 2 місяці тому +1

    Congratulations ! Very nice program

  • @chitrasonowal2204
    @chitrasonowal2204 Місяць тому +1

    Mur ma ghoror usorote lagi thoka ushapur gaor student ajon anedore akhomot nam jilikua babae bohut bohut dhoiniyoba. Anedore aru aguai jua tumi. Bogobanor akhirbad tumaloi hodai thakibo.

  • @AnjanaDas-h6u
    @AnjanaDas-h6u 2 місяці тому +2

    এনেকুৱা আদৰ্শবাদী ভিডিঅ' যিমান দীঘল হলেও চাম। আমাৰো ল'ৰাই দ্বাদশ শ্ৰেণীতে পঢ়ে। কিন্তু এই বিজ্ঞাপনটু দিয়াগম নাপালো। কঙ্কন তুমি যে পাইছা বহুত ভাল লাগিছে। আগুৱাই যোৱা আশীৰ্বাদ কৰিছু। বিজ্ঞানৰ ছাত্ৰ হৈও এজন সুন্দৰ অভিনেতা।❤❤❤

  • @pallabiborah2683
    @pallabiborah2683 2 місяці тому +1

    সুন্দৰ । আকৌ এনেধৰনৰ পৰীক্ষা হʼলে জনাব চোন

  • @nirmalarabha9882
    @nirmalarabha9882 2 місяці тому +1

    Mur suku pani ulaise.mother joni k Thank you.agoloi agbari jawk.

  • @BabulKalita-d6h
    @BabulKalita-d6h 2 місяці тому +2

    Congratulations Kongkon .Keep it up . Very good informative video ❤

  • @rekhagogoi322
    @rekhagogoi322 2 місяці тому +1

    Val lagil Kankan videotu Sai asu moi ushapur r karane bahut gaurav anubhab karisu .

  • @bobiburagohain4986
    @bobiburagohain4986 3 місяці тому +4

    Congratulations beta, go ahed, god bless you

  • @RumiBorah-zw4ep
    @RumiBorah-zw4ep 2 місяці тому +1

    Congratulation kankon.vogobane tumak aru agbarhi juwat hohai korok❤❤

  • @bkapplicationvlog2543
    @bkapplicationvlog2543 2 місяці тому +2

    🎉thanks God bless you .

  • @devapratimgoswami9060
    @devapratimgoswami9060 2 місяці тому +2

    বাবা তোমালৈ বহুত বহুত ধন্যবাদ

  • @junudevi4948
    @junudevi4948 2 місяці тому +1

    Congratulation Bhite
    Bahut Val lagil kothakhini suni
    Again all the best

  • @jelinabegum807
    @jelinabegum807 2 місяці тому

    Bohut val lagise,bhaity tumaloi akhibad thakil,tumi agbahi jua,

  • @animabhattagoswami5913
    @animabhattagoswami5913 2 місяці тому +1

    We are proud of you Kanoon May God bless you

  • @mamitasaikia6194
    @mamitasaikia6194 2 місяці тому +1

    বহুত ধন্যবাদ ছাত্ৰ জনলৈ। বহুত ভাল লাগিল।

  • @mahendramohansaikia7720
    @mahendramohansaikia7720 2 місяці тому +1

    Congratulations.God bless you.l am proud with you.Dhanya su sontanor pitri matri.

  • @kiranbora6415
    @kiranbora6415 2 місяці тому +2

    প্ৰথমতেই মই কংকণক ❤বহুত বহুত মৰম যাচিলোঁআৰু আৰ্শীবাদ কৰিলোঁ। তোমাৰ ভৱিষ্যত উজ্জল হওক !❤

  • @ElaBarua-rr3dr
    @ElaBarua-rr3dr 2 місяці тому +1

    Khub val lagil . Kankan .

  • @jyotishmanborah1750
    @jyotishmanborah1750 2 місяці тому +1

    বহুত ভাল লাগিল আগবাঢ়ি যোৱা

  • @AjitGogoi-fp1qh
    @AjitGogoi-fp1qh 2 місяці тому +2

    বহুত বহুত ধন্যবাদ ভাইটি

  • @PromilaGogoi-l1n
    @PromilaGogoi-l1n 2 місяці тому +1

    বৰ মজা লাগিল, কংকনৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলো

  • @atul2025
    @atul2025 2 місяці тому +1

    Congratulations Kankan, my blessings is always with you. Go forward,work hard success will surely come.

  • @analata6540
    @analata6540 3 місяці тому +4

    Krishna Krishna Krishna Krishna aguwai juwa babu Krishna

  • @bijoyagogoi6248
    @bijoyagogoi6248 2 місяці тому +1

    ছাত্ৰ জনৰ সফলতাৰ বাবে ধন্যবাদ থাকিল। আগন্তুক দিনত আৰু অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিব পাৰিব বুলি আশা ৰাখিলো ।

  • @mondeepdrawing3543
    @mondeepdrawing3543 3 місяці тому +3

    আৰু আগুৱাই যোৱাত ভগবানে সহায় কৰক।

  • @RupachangmaiGayan
    @RupachangmaiGayan 2 місяці тому +1

    আশিৱাদ কৰিছোঁ ভগৱানে তোমাক বহুদূৰ আগোৱাই নিয়ক

  • @GopalMili-gc1gx
    @GopalMili-gc1gx 8 днів тому +1

    Very Very Thanks 🙏

  • @juntihazarika2307
    @juntihazarika2307 2 місяці тому +1

    ভাষা নাই বাবু টো কি বুলি তোমাক আশীৰ্বাদ দিম । বহুত বহুত বহুত আগবাঢ়ি যোৱা তাৰেই কামনা কৰিলো।

  • @Dibyajyotisaikia-r8u
    @Dibyajyotisaikia-r8u 2 місяці тому +1

    congratulations kankon আৰু আগবা সি যোৱা

  • @RobisonPegu
    @RobisonPegu 2 місяці тому +1

    God may bless you, go forward.

  • @samudrahazarika110
    @samudrahazarika110 2 місяці тому +2

    কংকন, তোমাক বহুতো congratulations। তুমি অসমৰ গৌৰৱ।

  • @RekhaRaniDevi-d2h
    @RekhaRaniDevi-d2h 2 місяці тому +1

    Bahut Bahut Bahut val Lagisa Khasaka

  • @rirupon9251
    @rirupon9251 2 місяці тому +1

    God bléss you beta ।tumi aru আগবাঢ়ি যোৱা ।

  • @MoonHandique-qe8km
    @MoonHandique-qe8km 2 місяці тому +2

    Congratulations kankon 🎉🎉

  • @GourabjyotiBharali
    @GourabjyotiBharali 3 місяці тому +2

    ❤অভিনন্দন দেহা🪔🔥 প্ৰজ্বলিত শিখাই চৌদিশে পোহৰাই তূলাৰ দৰে, তোমাৰ জ্ঞানৰ পোহৰে চৌদিশে পোহৰ হওক দেহা ❤
    শেষত;-দুজন মানুহ বহি পুৱাৰ পৰা চালো শুনিলো আৰু আনন্দৰ চকুলোও টুকিলো।সদাই ভূতা তৰা দৰে যেন জিলিকি থাকা তাৰে আশীৰ্বাদ কৰিলো

  • @GaganTalukdar-e7w
    @GaganTalukdar-e7w 2 місяці тому +1

    Go ahead through your's study must be success & progress in future life . I hope wish you best of luck God bless you. Realy your's parents also lucky men..

  • @RupamoniKakati
    @RupamoniKakati 2 місяці тому +1

    বৰ মৰম লগা তেওৰ কথাবোৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলো।

  • @hemalatachetia3765
    @hemalatachetia3765 2 місяці тому +2

    কংকণ বাবাটো ,,,তোমাক বহুত বহুত আৰ্শীবাদ দিছো বাবা ,,।চৰকাৰী বিদ্যালয়ক আজি কালি বহুতে মাহী আইৰ চকুৰে চাই,,,তেনেস্থলত তুমি এনেকুৱা ৰিজাল্ট কৰাৰ বাবে ভগৱানক প্ৰাৰ্থনা জনাইছো আগুৱাই যোৱা বাবাটো ।।
    পিতৃ মাতৃক ও ধন্যবাদ জ্ঞাপন কৰিলো ।।

  • @thanukakati6235
    @thanukakati6235 2 місяці тому +1

    Sundar ans. Disa aru aguoi jua kankan

  • @awalminajannat6192
    @awalminajannat6192 2 місяці тому +2

    Thank you. Tumar dore moro ajoni beti ase class 7 th pori ase
    .tair soponbor sem tumar dore tumar kotha bor mok bohut sohay korile ❤

  • @1234prodip
    @1234prodip Місяць тому +1

    সুন্দৰ পদক্ষেপ

  • @punaramsaikia2132
    @punaramsaikia2132 2 місяці тому +1

    বৰ ভাল লাগিল ।আগবাঢ়ি যোৱা ।

  • @lukumailekharu1022
    @lukumailekharu1022 2 місяці тому +1

    Congratulations kongkon. God bless u

  • @AnimaKakati-c2v
    @AnimaKakati-c2v 2 місяці тому +1

    বহুত ভাল লাগিছে, তুমাৰ ভাল হওক

  • @thebro2024
    @thebro2024 2 місяці тому +1

    Congratulations 👏 🎉 and God bless you 🙌 beta 🥰

  • @DipamoniGogoi-ng7ry
    @DipamoniGogoi-ng7ry 2 місяці тому +1

    কংকনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিনো। তুমি আগোৱাই যোৱা। ❤

  • @rijumonidutta3606
    @rijumonidutta3606 2 місяці тому +1

    Thank you kankon god bless you.

  • @RupaGogoi-jr5ui
    @RupaGogoi-jr5ui 3 місяці тому +2

    অসমৰ গৌৰৱ ধন্যবাদ

  • @PaponSumu-kl1oo
    @PaponSumu-kl1oo 2 місяці тому +2

    Beta aru aguai juwa

  • @kaminineog9026
    @kaminineog9026 2 місяці тому +1

    ধন্যবাদ জনাইছো তোমাক

  • @rupaliborthakur6006
    @rupaliborthakur6006 2 місяці тому +1

    Excellent 🙏🙏

  • @sabitakalita1104
    @sabitakalita1104 2 місяці тому +2

    Congratulations konkan.god bless you

  • @hemkantaborah7434
    @hemkantaborah7434 2 місяці тому +1

    Smart boy. May God help you.

  • @awalminajannat6192
    @awalminajannat6192 2 місяці тому +2

    thank you. Tumar dore moro ajoni beti ase class 7 th pori ase.tair. Soponbor sem tumar dore.tumar kothabor mok bohut sohay korile

  • @mysticrose03
    @mysticrose03 2 місяці тому +1

    Congratulations kankan🎉🎉🎉

  • @hemalatachetia3765
    @hemalatachetia3765 2 місяці тому +1

    চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ সফলতা কথা জনোৱা বাবে সুশান্ত ভাইটিক ও ধন্যবাদ জনালো ।

  • @mnfilmproductionassamese6105
    @mnfilmproductionassamese6105 2 місяці тому +2

    Very good.thankyou.

  • @mousumbora6571
    @mousumbora6571 2 місяці тому +2

    Hundar ❤❤❤

  • @nimnitamahanta7390
    @nimnitamahanta7390 2 місяці тому +1

    God bless you

  • @Pranjyotiartsandcrafts
    @Pranjyotiartsandcrafts 2 місяці тому +1

    ইমান ভাল লাগিল মোৰো চকু পানী ওলাই গৈছে এগৰাকী মাক হিচাবে।

  • @chidanandapegu4999
    @chidanandapegu4999 2 місяці тому +1

    Thanks susanta for presenting us such an ideal show

  • @HoreshBoruah
    @HoreshBoruah 3 місяці тому +1

    Congratulations God bless you🙏

  • @Prabhatgogoi-cb8sh
    @Prabhatgogoi-cb8sh 3 місяці тому +2

    God bless you.

  • @UshaRajkhowa
    @UshaRajkhowa 2 місяці тому +1

    God bless u

  • @JatinLahon-ih3gf
    @JatinLahon-ih3gf 2 місяці тому +1

    God. Bless you

  • @deboborah5858
    @deboborah5858 2 місяці тому +1

    চৰকাৰি স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান বেছি।কিন্তু নিচাত্মিকা বোধটো বেছি ।এই গুণটো ব

  • @DevabrataGogoi
    @DevabrataGogoi 3 місяці тому +3

    Very Very nice

  • @debajyotigogoi6670
    @debajyotigogoi6670 Місяць тому +1

    অভিনন্দন জনালো ।

  • @hemantagogoi8059
    @hemantagogoi8059 2 місяці тому +1

    Kongkon tumar bhabiswat jibon ujjal howk❤

  • @MSonowal-yi4mt
    @MSonowal-yi4mt 3 місяці тому +3

    Thank

  • @jatinborah-hj9jf
    @jatinborah-hj9jf 2 місяці тому +1

    Konkon your mother and fother is very inteligent.so you are best advance.

  • @Rim_Jhim07
    @Rim_Jhim07 2 місяці тому +1

    Suva kamana janalu.❤

  • @bhaktisongs1099
    @bhaktisongs1099 2 місяці тому +2

    Congratulations

  • @ankitahazarika2539
    @ankitahazarika2539 2 місяці тому +2

    ❤❤❤