উপযুক্ত সময়ত অতি গুৰুত্বপূৰ্ণ কথা উপস্থাপন কৰিছে । অসমৰ এটা ঐতিহ্যপূৰ্ণ পৰিয়ালৰ এক শ বছৰ গৰকা বাসগৃহ সংৰক্ষণ কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ কথা । চৰকাৰে কৰক নকৰক সচেতন ৰাইজৰ দান বৰঙণিৰে হলেও এই কামটো কৰা উচিত । সঁহাৰি নিশ্চয় পাব
ভাল লাগিল বহুত নজনা ইতিহাস জানিলো। এই বিখ্যাত পৰিয়ালটোৰ কোনো এজন ব্যক্তিয়ে আজিলৈকে পদ্মশ্ৰী উপাধিৰে বিভূষিত নহল। যদি সম্ভৱ বৰ্তমান জীৱিত ব্যক্তি দ্বীপেন বৰুৱা দেৱক প্ৰদান কৰি চৰকাৰে দায়িত্ব পালন কৰক।
Well documented and nicely presented in a short span of time. Govt should take the initiative of preserving the house; with the consent of the family, of course.
ধন্যবাদ | অসমৰ এটি বিখ্যাত আৰু সম্ভ্রান্ত পৰিয়ালৰ বিষয়ে জানি ভাল লাগিল | আশাকৰোঁ এই পৰিয়ালটোৰ বিষয়ে এখন সুখপাঠ্য কিতাপ পঢ়িব পাম | ৰমেন বৰুৱা সো শৰীৰেৰে উভতি আহক তাকে কামনা কৰিছোঁ |
ধন্যবাদ । অসমৰ সম্ভ্ৰান্ত আৰু সংস্কৃতিৱান পৰিয়ালটোৰ জাতিটোৰ প্ৰতি প্ৰভূত পৰিমান অৱদান অতুলনীয় আৰু বিৰল।
ভাল হৈছে ৷ বৰুৱা পৰিয়ালৰকথা আগৰ প্ৰজন্মৰ সকলাৱে জানে, এতিয়াৰ প্ৰজন্মইহে নাজানে ৷ আপোনাৰ কেইটামান তথ্য সম্পূৰ্ণ শুদ্ধ নহয়, ব্ৰজেন বৰুৱাৰ প্ৰথম চিনেমা স্মৃতিৰ পৰশ ৷ ব্ৰজেন বৰুৱা আছিল কাহিনীকাৰ, চিত্ৰনাট্যকাৰ, সংলাপ লেখক, গীতিকাৰ, গায়ক, সংগীত পৰিচালক, অভিনেতা আৰু নৃত্য পৰিচালক ৷ নিৰেন বৰুৱা আকাশবাণীৰ ঘোষক নহয়, বাতৰি পঢ়োতা আছিল ৷ নৃপেন বৰুৱা নিপ বৰুৱা হ'ল, কিন্তু তেওঁ নীপ বৰুৱা হিচাপেও চহী কৰিছিল ৷ পাফু- চিৰিজৰ পুৰণি সংস্কৰণৰ বেটুপাত তেখেতে আঁকিছিল ৷ দ্বিবন বৰুৱা প্ৰথমে আছিল কাহিনী লেখক, সংলাপ লেখক আৰু চিত্ৰনাট্যকাৰ, পাচতহে তেওঁ পৰিচালক হয় ৷ তেওঁ আছিল দক্ষ তবলা বাদক ৷ আপোনাৰ মূল বক্তব্যৰ লগত একমত ৷ আপোনাৰ কথন ভংগীও খুব সুন্দৰ ৷ মোৰ এটা লেখা আপোনালৈ আগবঢ়ালোঁ www.incurato.com/the-house-of-baruah
চুলিৰ পৰা নখৰ লৈকে বৰ্ণনা কৰি দিলা , নজনা কথা বহুতেই জনা হ’ল ৷ ভাল লাগিল দেই, ইমান বিৱৰি কৈছা, বৰুৱা ফেমেলি কি হয় সকলোখিনি গম পালো ৷৷ ধন্যবাদ থাকিল তোমালৈ ❤❤
অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।তেখেতসকল একোজন অসমীয়া সাংস্কৃতিক জগতৰ একোটা উজ্জ্বল নক্ষত্ৰ।
ধন্যবাদ ত্ৰিদীপ, বহু বছৰ পিচত তোমাৰ দৰে সাংঘাতিক জাতীয়তাবোধ থকা ল'ৰা এজন পাইছোঁ। তোমাৰ কথন শৈলী স্পষ্টবাদীতা নিৰ্ভিক আৰু সততাৰে থমকি নোৰোৱাকৈ সাৱলীলভাৱে কৈ যাব পৰা গুণৰাজি তোমাক ভগৱানে দিছে । এই সম্বল সমূহ সযতনে সংৰক্ষণ বাহাল ৰখাৰ চেষ্টা সদায় ৰাখিবা।বিশেষ আৰু নো কি কম, আশীৰ্বাদ ভগৱানেহে দিব পাৰে,সেয়ে তোমাৰ মঙ্গলৰ বাবে প্ৰাৰ্থনা জনাইছো।
কোনেও চিন্তা নকৰা কথাটোত গুৰুত্ব দিয়া বাবে তোমাক বহুত ধন্যবাদ
তোমাৰ পৰা বৰুৱা পৰিয়ালৰ কিছু তথ্য পাই ভাল লাগিল ।যোগ্য জনক যথোচিত সন্মান অসমীয়া জাতিয়ে দিব নেজানে,আৰু কথাকথিত চৰকাৰেও নিদিয়ে ।
পোনপটীয়াকৈ কওঁ: ৰমেনদাক চৰকাৰৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ কোনোবা এটা প্ৰতিষ্ঠানত অবৈতনিকভাবে হলেও দায়িত্ব এটা দি মানুহজনক এটা সন্মান দিব পৰা নহ'লহেঁতেননে? উদাহৰণস্বৰূপে জোতিচিতবনৰ দায়িত্ব শিল্পীজনক দিব পৰা গ'লহেঁতেন ।কিন্তু আজিকালি ৰাজনীতিৰ চুবাচেলেকা সকলৰবাবেহে তেনে মৰ্য্যদাপূৰ্ণ পদবীসমূহ সংৰক্ষণ কৰি ৰখা হয়!😮
ভাল পালো, অসমীয়াৰ জাতি সত্বা ৰক্ষাৰ বাবে সকলোদিশতে ত্যাগ থকা মহান পৰিয়াল🙏🙏
সুন্দৰ ত্ৰিদিব, তুমি আমাৰ মনৰ কথাখিনি কলা । আমি ভাবো চৰকাৰে এই বুৰঞ্জী প্ৰসিদ্ধ ঘৰটো চৰকাৰৰ হাতলৈ আনক আৰু যেতিযালৈকে বিখ্যাত বৰুবা পৰিযালৰ অন্তিম এইদুজনা ব্যক্তি ইহ সংসাৰত থাকিব তেতিযালৈকে তেখেত দুজনাক চৰকাৰৰ তত্বাবধানত ৰাখক ।
কাম নাই আৰু? আমাৰ মাজৰ কোটিপতি কেইজনমানে মিলি এই ঘৰটো মেৰামতি কৰি চকুত লগা কৰি নিদিয়ে কিয় ?
বৰুৱা পৰিয়ালটি অসমৰ এটি বিখ্যাত পৰিয়াল বুলি জানিছিলো, কিন্তু কিহৰ বাবে বিখ্যাত সেই সম্পৰ্কে ভালকৈ জনা নাছিলোঁ। ধন্যবাদ ত্ৰিদিপ দা, বৰুৱা পৰিয়ালৰ ইতিহাস সামাজিক মাধ্যমৰ যোগেদি প্ৰকাশ কৰা বাবে। লগতে আপোনাৰ আহ্বানৰ প্ৰতি ময়ো সহমত প্ৰকাশ কৰিছোঁ ❤❤
বৰ সুন্দৰ বিশ্লেষণ ।
বহুকথা জানি বৰ ভাল লাগিল । এনে বিখ্যাত পৰিয়ালত যি মহাপ্ৰলয় আহিল তাৰ বাবে বৰ দুখ লাগিছে । এই ভিডিওৰ বাবে ধন্যবাদ ।
উপযুক্ত সময়ত অতি গুৰুত্বপূৰ্ণ কথা উপস্থাপন কৰিছে । অসমৰ এটা ঐতিহ্যপূৰ্ণ পৰিয়ালৰ এক শ বছৰ গৰকা বাসগৃহ সংৰক্ষণ কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ কথা । চৰকাৰে কৰক নকৰক সচেতন ৰাইজৰ দান বৰঙণিৰে হলেও এই কামটো কৰা উচিত । সঁহাৰি নিশ্চয় পাব
সামাজিক মাধ্যমৰ জৰিয়তেই বৰুৱা পৰিয়ালৰ বিষয়ে অসমবাসীক জ্ঞাত কৰাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো।সকলোবোৰ অসমবাসী ৰাইজে এই পৰিয়ালটোক যথোচিত সন্মান দিয়াটো কামনা কৰে।
বহুত বহুত ধন্যবাদ.... অসমীয়া জাতিৰ, অসমীয়া জন-জীৱনৰ ধৰোহৰ এই এটি পৰিয়ালৰ সকলো দিশ চৰকাৰে নিস্বাৰ্থভাৱে বিশ্লেষণ কৰি উচিত মৰ্য্যদা প্ৰদান কৰক, তাৰেই কামনা কৰিলোঁ।
শ্ৰী মান ত্ৰিদীব ভাগৱতীলৈ ধন্যবাদ জনাইছো। তেওঁ এই ঘৰটোৰ সংৰক্ষণৰ কথাটো ৰাইজৰ মাজলৈ উলিয়াই আনি ভাল কৰিছে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পকী যিদৰে জ্যোতি ভাৰতী ৰূপে সংৰক্ষণ হৈছে সেই দৰে এই ঘৰটিও সংৰক্ষিত হ'লে ভৱিষ্যতৰ প্ৰজন্মৰ বাবে এক অৱদান হব। সেই দৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ ঘৰটিৰ বিষয়েও ৰাইজে জনা উচিত।
অশেষ ধন্যবাদ , বৰুৱা পৰিয়ালৰ বিষয়ে সবিশেষ বিতংকৈ জনোৱাৰ বাবে , আশা ৰাখিছো জাতি মাটী ভেটীৰ চৰকাৰে অতি সোনকালে সংৰক্ষণৰ ব্যৱস্থা কৰিব , নিৰ্বাচনৰ আগতে । 🙏
ভাল লাগিল বহুত নজনা ইতিহাস জানিলো। এই বিখ্যাত পৰিয়ালটোৰ কোনো এজন ব্যক্তিয়ে আজিলৈকে
পদ্মশ্ৰী
উপাধিৰে বিভূষিত নহল।
যদি সম্ভৱ বৰ্তমান জীৱিত ব্যক্তি দ্বীপেন বৰুৱা দেৱক প্ৰদান কৰি চৰকাৰে দায়িত্ব পালন কৰক।
আপুনিও অসমৰ এক সম্পদ....😊
ভাগৱতীলৈ ধন্যবাদ জনালোঁ। তেখেতসকলৰ বহু ধনাত্মক কথা গম পালোঁ।
অতি সুন্দৰ চিন্তা ।চৰকাৰে অচিৰেই উচিত পদক্ষেপ গ্ৰহণ কৰা উচিত।
Notun generation jonat xubidha hoise. Bhal lagil.
সুন্দৰ পদক্ষেপ। এই কথাবোৰ জনাটো বুজাটো বহুত জৰুৰী।
ধন্যবাদ , সাংবাদিক এনেকুৱা হ'ব লাগে ।
বৰ ভাল লাগিল বৰুৱা পৰিয়ালৰ ইতিহাস জানিব পাৰি । ঘৰটোও চৰকাৰে সঙৰক্ষ্ণ কৰাৰ ব্যৱস্থা কৰিব লাগে ।
খোব সুন্দৰ কথা কলে, ভাল লাগিল।এনেকৈ সকলোৱে ইতিবাচক দৃষ্টি ভংগীৰে পদক্ষেপ গ্ৰহণ কৰি আগবাঢ়িলে নিশ্চয় সফল হ'ব আৰু অসমীয়া হিচাপে গৌৰৱ বোধ কৰিব পাৰিম।।
খুব ভাল কথা কৈছে । এই পৰিয়ালৰ সকলো কেইজনৰ সমগ্ৰ অসম আৰু অসমীয়া সাংস্কৃতিক দিশত কৰি অহা অমূল্য অৱদানৰ কথা অসমৰ প্ৰত্যেক জন ব্যক্তিয়ে উপলব্ধি কৰা উচিত যাতে এওঁলোক পাহৰণিৰ গৰ্ভত ক্ৰমান্বয়ে উঠি অহা প্ৰজন্মৰ মাজত হেৰাই নাযায় । লগতে যিটো ঐতিহাসিক ঘৰৰ পৰাই বৰুৱাৰ সংসাৰৰ প্ৰত্যেক জনেই নিজৰ নিজৰ প্ৰতিভা বিকাশ কৰি গোটেই অসমৰেই নহয় সমগ্ৰ দেশবাসীকে গৌৰৱান্বিত কৰিব পাৰিছিল সেই ঘৰটোৰ সংৰক্ষনৰ ব্যৱস্হা কৰাটো সকলোৰে দায়িত্ব থকাটো খুবেই উচিত , অসম চৰকাৰেও এই ক্ষেত্ৰত মনোযোগ দিয়াটো অত্যন্ত দৰকাৰ ।
ভাগৱতী ডাঙৰীয়াৰ ভিডিঅ'টোই মন চুই গৈছে , তাৰ বাবে ধন্যবাদ জনাইছোঁ। লগতে এই কেইদিন মনত খেলাই থকা কথাতো ৰাইজ তথা সংশ্লিষ্ট কতৃপক্ষ সমূহৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰো - দেশ তথা সমাজৰ সম্পদ ৰূপে যিসকল মণীষি জিলিকি উঠে, তেওলোকৰ সম্পূৰ্ণ সুৰক্ষাৰ ব্যৱস্থা জাতিটোৰ কৰণীয় হোৱা বাঞ্চনীয়। যাৰ অভাৱ হয়তো শ্ৰদ্ধাৰ ৰমেন বৰুৱাৰ শেহতীয়া ঘটনা প্ৰবাহে আমাক সোঁৱৰাই দিবলৈ গৈ আছে।
বহুত ভাল লাগিল তেওঁলোকৰ বিষয়ে জানিব পাৰি।সৰুতে ৰেডিঅ, ত শুনিছিলো,নীৰেন বৰুৱাৰ মাত টো,
Bohut bohut val lagil 🙏
ভাল লাগিল কথা খিনি শুনি
ধন্যবাদ দাদা, অতি সহজ ভাৱে আৰু সৰলতাৰে তেখেতসকৰ বিষয়ে সুন্দৰকৈ উপস্থাপন কৰাৰ বাবে।
Bor hundor .... Bohut kotha janilu...
Tumar vdo tu sai Bahu najana kotha janibo palu..bhal lagil...thankx a lot
ভাল লাগিল বৰুৱা পৰিয়ালৰ বিষয়ে জানিব পাৰি। তোমালৈ ধন্যবাদ।
আপোনাক বহুত বহুত ধন্যবাদ।
বহুত সুন্দৰ তথ্য আগবঢ়ালে আপুনি। ভাল লাগিল।
ধন্যবাদ । এনে আপুৰুগীয়া সম্পদ সংৰক্ষণৰ দায়িত্ব অসম চৰকাৰে লোৱা উচিত ।
বহুত সুন্দৰ ব্যাখ্যা দিলে । বহুত বহুত ধন্যবাদ জনালোঁ
Most precious advice to our Government.
অসমৰ এটা সম্পদ তুমি । কথাবোৰ,মাতষাৰ শুনিলে শুনি থাকিব মন যায়। আগুৱাই যোৱা ।
Thanks
বহুত ভাল লাগিল জানিবলৈ পায়।
কি বুলি আপোনাক ধন্যবাদ দিম কথাখিনি কোৱাৰ বাবে আশা কৰু চৰকাৰে গুৰুত্ব ভাবে ল'ব জয় আই অসম ✊✊✊❤❤
বৰ সুন্দৰ
বৰ সুন্দৰকৈ কথাখিনি প্রকাশ কৰিছা। ভাল লাগিল।
বৰ সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে।অসম বাসিক এই মহান পৰিয়ালটিৰ বিষয়ে সুন্দৰ ভাৱে অৱগত কৰি আপুনি ধন্যবাদৰ পাত্ৰ হৈছে।
বৰ ভাল লাগিল
বৰুৱা পৰিয়ালৰ বিষয়ে বহু কথা এই ভিডিঅ'টোৰ পৰা জানিব পাৰি বৰ ভাল লাগিল। আশা কৰো ৰমেন বৰুৱা ছাৰ সুকলমে উভতি আহক। আৰু এইখন ঘৰখন অসমৰ এক বিৰল সম্পদ , সেয়েহে ইয়াক সংৰক্ষণৰ ব্যৱস্থা কৰক। ধন্যবাদ
Tridip da best
Val lagil korhabor jani
Bhal lagil video sai 🎉
ধুনীয়া কথা কৈছা ।
আপোনাক ধন্যবাদ ।
বহুত ধন্যবাদ
Bohut bhal lagil
অশেষ ধন্যবাদ কথাবোৰ সুন্দৰকৈ তথা সাৱলীলভাৱে উপস্থাপন কৰাৰ বাবে...বহু বহু শুভকামনা আপোনালৈ ❤😊
Well suggestion, we are expecting from Assam government to intervene in this matter and take all necessary steps to preserve this house
Bor dhuniyake koisa aru enekuwa video pam buli bat salu❤
ভাল কাম কৰি আছা তুমি, শুভেচ্ছা জনালোঁ।
Most valuable & actionable video, Assam Govt should take it seriously & take over the memorable prestigious HOUSE.
কিন্তু , তেখেতৰ জীয়াৰী গৰাকীৰ মাত কথা, আচাৰ ব্যৱহাৰত সেই অপ্ৰকাশিত ব্যৱহাৰ দেখিছেনে সেই ঘৰটোৰ সন্মুখত উপস্হিত হোৱা সকলে ? হাত যোৰ কৰি বিনয়ী ভাৱে কলেও ৰাইজে ভাল পাৱ। আপোনাৰ এই ভিডিঅ'টি প্ৰস্তুতিৰ বাবে অশেষ ধন্যবাদ জনাইছো !
আপোনাক বহুত ধন্যবাদ জনালো ।
UA-cam ত এনেকুৱা বিষয় জানিবলৈ পাই আপোনাক বহুত ধন্যবাদ জনালো
ভাল লাগিল কথা বিলাক জানিবলৈ পাই।
Well documented and nicely presented in a short span of time. Govt should take the initiative of preserving the house; with the consent of the family, of course.
Bor bhal lagil
Bohudin pisot ata bhal video salu with proper accent and proper information.Thanks👍👍🙏🙏🥰🥰
খুউব সুন্দৰ।ভাল লাগিল অসমৰ এই সম্ভ্ৰান্ত পৰিয়ালটোৰ বিষয়ে জানিব পাৰি। অসমীয়া জাতীয় জীৱনলৈ গৌৰৱময় অৱদান আগবঢ়োৱা এই ঘৰখন অকালতে মৰহি যোৱাতো অসমৰ কাৰণে অপূৰণীয় ক্ষতি।চৰকাৰে উপযুক্ত ব্যৱস্হা গ্ৰহণ কৰি অসমৰ ৰাইজক উপকৃত কৰিব বুলি আশা ৰাখিলোঁ।
সুন্দৰ ভাৱে উপস্হাপন কৰিছে
তুমি পাৰিবা এই ইতিহাস পানীত পৰিব নিদিবা ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Khub xundar
আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ । বহুত বহুত নজনা কথা আপোনাৰ পৰা জানিবলৈ পাই নথৈ আনন্দিত হলো । সঁচাকৈ এই পৰিয়ালৰ অসমীয়া চলচ্চিত্ৰ জগতৰ লগতে খেল আৰু আৰু ৰাজনৈতিক ক্ষেত্ৰত বহুত অবদান আছে ।
অতি সুন্দৰ বশুত নজনা কথা শিকিলো ধন্যবাদ ।
আজি বহুতো নজনা কথা শুনিব পায় আপোনাক অন্তৰৰ পৰা ধন্যবাদ জনাইছো ।আপুনি বহুত সুন্দৰকৈ কোৱাবাবে ।আপোনাৰ কোৱাৰ শৈলী বহুত সুন্দৰ ।
ভাল লাগিল
Thanks a lot for your best positive discussions as well as best suggestion about Baruah's family house.
সুন্দৰ উপস্থাপন, ভাল লাগিল।
Very very good reporting.
Good aji vl Katha ata janilo.goooooood
Your thinking is right brother.
বহুত ভাল লাগিল। আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Thanks for positive information
অতি সুন্দৰ
জানিব পাৰি বহুত ভাল লাগিল
তেখেত সুস্থ হৈঘূৰি আহক 🙏
ধন্যবাদ,সচাঁকৈ প্ৰয়োজনীয়তা আছিল আৰু আছে ।
ধন্যবাদ বিখ্যাত বৰুৱা পৰিয়ালৰ বহুতো নজনা কথা জনোৱা বাবে।
এনেকুৱা ভিডিঅ'ৰ পৰা বহুত নজনা কথা জানিব পাৰি।বৰ ভাল লাগিল।
অতি সুন্দৰ পদক্ষেপ, জানিবলৈ পায় সুখী হ'লো, বিশেষকৈ চৰকাৰে অতি সোনকালেই ব্যৱস্থা গ্ৰহণ কৰিলে নিশ্চয় ভাল হ'ব, ধন্যবাদ।🙏🙏🙏
সঁচাকৈ ভাল লাগিল, ধন্যবাদ
Khotha khini jani bahut val lagil
Ajiloike sua best videos buror major eta ei video tu...apunaloi dhanyabad🙏
Khub bhal lagile Tridip. Dhonyobaad jonaisu
bhaal lagil
Your work is very inspiring!!! Keep rising!!!
ধন্যবাদ | অসমৰ এটি বিখ্যাত আৰু সম্ভ্রান্ত পৰিয়ালৰ বিষয়ে জানি ভাল লাগিল | আশাকৰোঁ এই পৰিয়ালটোৰ বিষয়ে এখন সুখপাঠ্য কিতাপ পঢ়িব পাম | ৰমেন বৰুৱা সো শৰীৰেৰে উভতি আহক তাকে কামনা কৰিছোঁ |
সুন্দৰ সময়োপযোগী বিশ্লেষণ
ধন্যবাদ । বহুত ভাল লাগিল।
বহুত কথা আপোনাৰ জৰিয়তে জনা হল ভাল লাগিল
ধন্যবাদ। বহুত ভাল লাগিল।
ৰমেন বৰুৱা দেৱ সুস্থ শৰীৰে ঘুৰি অহাৰ কামনা কৰিলো।
Val lagil
ঘৰটোৰ কথা ঠিকে ভাবিছে ভাল লগিল।ধন্যবাদ
বহুত ধন্যবাদ আচলতে আমাৰ কোনো এখন চৰকাৰে এনে লোক সকলক একোৱেই কৰা নাই এই সকলক উচিত মূল্য দিয়া সকলোৱে বিচাৰে নহ'লে আমি এজন এজন কৈ শিল্পী সকলক হেৰুৱাব লাগিব
বহু অজানা কথাৰ সম্ভেদ দিয়াৰ বাবে ধন্যবাদ।
ভাল লাগিল। তোমাৰ পৰা বৰুৱা পৰিয়ালৰ ইতিহাস জানিবলৈ পালো❤