নাই পত্নী-পুত্ৰৰ নামত অগাধ সম্পত্তি|| চিটিবাছত ফুৰা অসমৰ অসাধাৰণ মুখ্যমন্ত্ৰীজন

Поділитися
Вставка
  • Опубліковано 7 вер 2024

КОМЕНТАРІ • 378

  • @SANATANDAS-xd1zw
    @SANATANDAS-xd1zw Місяць тому +43

    তোমালৈ ধন্যবাদ। শৰৎ সিংহৰ দৰে মহান পুৰুষ এজনৰ‌ বিষয়ে অলপমান কথা অসমবাসীক জনালা

  • @mriduldutta8000
    @mriduldutta8000 Місяць тому +58

    সঁচাকৈ এইবোৰ কথা আজি গম পাইছোঁ। বৰ্তমান নৱপ্ৰজন্মই এইবোৰ কথা জনা উচিত। অতীতৰ অসমৰ ৰাজনীতি পৰা বৰ্তমানৰ অসমৰ ৰাজনীতি ক্ষেত্ৰখনৰ লোক সকলে শিক্ষা লোৱাটো প্ৰয়োজনীয়।😅

  • @Muhammed-x2t5c
    @Muhammed-x2t5c Місяць тому +5

    Thank you ❤
    আমাক এনে বিশেষ ৰাজনৈতিক নেতাৰ বিষয়ে জনাই দিয়াৰ বাবে ❤

  • @prabindeka5498
    @prabindeka5498 Місяць тому +18

    🎉🎉🎉আদৰ্শ শেষ নহয় । সম্পত্তি ধ্বংস হয়। ধন্যবাদ থাকিল আপোনালৈ🎉🎉🎉

  • @pragyan4715
    @pragyan4715 Місяць тому +11

    আগৰ পৰাই এই কথা অবগত, ভাইটি এই কথা বোৰ এতিয়া বহুত সুন্দৰ ভাবে ৰাইজলৈ আগবঢ়াই দিছে। ভাল লাগিল

  • @user-qg9dt9zb1c
    @user-qg9dt9zb1c Місяць тому +15

    ধন্যবাদ সোণাই এইজন ভগৱানক চিনাকি কৰাই দিয়াৰ বাবে ।

  • @mousumichoudhury7409
    @mousumichoudhury7409 Місяць тому +64

    তোমালোক ৰ নিচিনা ডেকা শক্তি খিনি কিয় ৰাজনীতিৰ ক্ষেত্ৰখনলৈ ওলাই নাহা। অন্ততঃ ৰাইজৰ ভোটটোৱে উচিত স্থান বিচাৰি পাব।

    • @HemantaBabu-vm9db
      @HemantaBabu-vm9db Місяць тому +4

      Val kotha ata koisa tumi

    • @rambalram2610
      @rambalram2610 Місяць тому +3

      লোৰিন আহিছে, অখিল ও আহিছে... অসমীয়া মানুহে চকুৰে দেখা নাপাই নেকি..??? চুৰ বিলাকক যে বাৰে বাৰে ভোট দি জিকাই থাকে.....???????

    • @Curious_ladka07
      @Curious_ladka07 Місяць тому +1

      Kio najabo
      Ene politictical news/topic cover kori thoka nai

  • @mousumichoudhury7409
    @mousumichoudhury7409 Місяць тому +26

    এনে মনোভাৱ ৰ নেতা বৰ্তমান আমাৰ মাজত নথকা টো আমাৰেই দুৰ্ভাগ্য 😢😢😢😢😢😢

  • @moshmibarman7661
    @moshmibarman7661 Місяць тому +33

    শৰৎচন্দ্ৰ সিংহ মুখ্য মন্ত্ৰী ৰ উপৰিও এজন মহান ব্যক্তি আছিল আত্মসন্মান আদৰ্শ ৰে বিভুষিত তেওঁ অমৰ।

  • @urbijadas4547
    @urbijadas4547 Місяць тому +34

    নিভাঁজ সৰলতাৰে পৰিপূৰ্ণ এজন ব্যক্তিৰ কথা আগবঢ়ালে আপুনি... তাৰ বাবে অশেষ ধন্যবাদ😊...উচ্চ পদস্থ ব্যক্তি হ’লেও তেওঁ বিলাসিতা, ধন, যশ,খ্যাতিৰ মাজত কাহানিও সৰলতাৰ সুৰ,তাল,লয়ৰ বিসৰ্জন দিয়া নাছিল...হয়তো এয়াই প্ৰকৃতাৰ্থত সুন্দৰতাৰ পৰিভাষা...❤

    • @prashantasaikia5399
      @prashantasaikia5399 Місяць тому +1

      Akhetok moi aamar ghorot about 1973-4 manot Tinthangiya nigom utghatonor homoit dekhisilo

  • @jomeruddin1602
    @jomeruddin1602 Місяць тому +12

    এই মহান ব্যক্তি জনক মই অতি ওচৰৰ পৰা দেখিছোঁ। সেয়া ১৯৮৫ চনৰ কথা, তেওঁ আমাৰ ঘৰৰ ওচৰে থকা এটা ক্লাবত এখন ৰাজহুৱা সভাত যোগ দিছিল। আৰু মোৰ বাৰুকৈয়ে মনত আছে সেইখন সভাত তেখেত নাওয়েৰে আহি প্ৰায় দুই কিলোমিটাৰ খোজকাঢ়ি সভাত উপস্থিত হৈছিল। সভা শেষত তেখেতে আমাৰ তেনেই জৰাজীৰ্ণ ঘৰত এসাজ ভাত খাইছিল। তেখেতৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ।

    • @nripenray2959
      @nripenray2959 Місяць тому +1

      শৰৎ চন্দ্ৰ সিংহ অবিভক্ত গোৱালপাৰা জিলাৰ চাপৰত ঘৰ আছিল। বৰ্তমান ধুবুৰী জিলাত পৰিছে।

  • @user-wg8gc2sb4d
    @user-wg8gc2sb4d Місяць тому +25

    Legendary figure
    জননেতা সৰৎ চন্দ্ৰ সিংহ !

  • @SumonBaruah-bb2pu
    @SumonBaruah-bb2pu Місяць тому +20

    পাঠ্যপুথিত তেওঁৰ ৰাজনৈতিক জীৱনৰ বিষয়ে অৱগত কৰাব লাগে বুলি মই ভাবো ।

  • @nilotpalchaliha2208
    @nilotpalchaliha2208 Місяць тому +1

    বহুত ভাল লাগিল❤️🙏

  • @Gunakantaboruah-up5vc
    @Gunakantaboruah-up5vc Місяць тому +2

    সুপ্ৰভাত। আপুনি সঁচা কথা কৈছে।
    তেওঁ মুখ্য মন্ত্ৰী হৈ থাকোতে ধেমাজি লৈ আহোঁতে লগত কোনো পুলিছ
    মেলটৰি দেখা পোৱা নাছিলোঁ।
    সাধাৰন মানুহৰ নিচিনাকৈ আমাৰ লগত কথা পাতিছিল।

  • @purnanathborah2729
    @purnanathborah2729 Місяць тому +9

    শৰৎ চন্দ্ৰ সিংহৰ কথাবোৰ শুনি শুনি মই নিজেই ১৯৯১ চনত তেওঁৰ চাপৰত থকা ঘৰটো চাবলৈ গৈছিলোঁ ভতিজা ৷ এই কথাবোৰ জানিব লাগে আজিৰ প্ৰজন্মই ৷ ভাল পালোঁ ৷

  • @kakoligayan2065
    @kakoligayan2065 Місяць тому +11

    কলি যুগৰ ৰজা মহা পাপী বাবে সদাগৰ ধনকুবেৰ

  • @ashimtalukdar6187
    @ashimtalukdar6187 Місяць тому +17

    এবাৰ মই অফিচৰ কামত ধুবুৰি জিলাৰ পোৰাৰ ছৰ নামৰ এটি চৰত যাওতে তাৰ মানুহে কলে মুখ্যনন্ত্ৰী শৰত চন্দ্ৰ সিংহ এই গাওলৈ আহি ৰাতি স্কুলৰ ভিতৰত থাকিচিল।

  • @ChitraNath-qz1db
    @ChitraNath-qz1db Місяць тому +77

    অসমৰ চিৰ নমস্য দুজন মুখ্যমন্ত্রী হ'ল গোপীনাথ বৰদলৈ আৰু শৰৎ চন্দ্র সিংহ | আজিৰ ৰাজনীতিকে তেওলোকৰ আদর্শ লোৱা উচিত |

    • @lakheswarkalita6097
      @lakheswarkalita6097 Місяць тому

      Now they think this story is not real as every politicians are money hungry

  • @rakashdas9087
    @rakashdas9087 Місяць тому +1

    বহুত ভাল লাগিল নবপ্ৰজন্মক এই মহান নেতা গৰাকীৰ বিষয়ে শিকব লগিয়া বহুত আছে আজিৰ নেতা সকলে লাস বিলাস ৰজা বুলি ভাবে

  • @mamonichetia306
    @mamonichetia306 Місяць тому +3

    এনে মহান ব্যক্তি অসম ত আৰু দ্বীতিয় জন নোলাব। লালবাহাদুৰ শাস্ত্ৰী ও হেনো এনে সহজ সৰল জীৱন যাপন কৰিছিল ।সাজপোছাক ৰ নামত মাত্ৰ দুখন ধুতি আছিল তেওঁৰ। আৰু এতিয়াৰ প্ৰধানমন্ত্ৰীৰ পোন্ধৰ লাখ টকাৰ চুট।ঘন্টাত পাচ যোৰকৈ সলনি কৰে।খোৱা বোৱা বা অন্যান্য সা সুবিধাৰ কথা নকলেও হব।

  • @LuchiBoruah-bu6ii
    @LuchiBoruah-bu6ii Місяць тому +1

    ধন্যবাদ থাকিল। এনেদৰে আগলৈকে এনেকুৱা আদৰ্শৱান ব্যক্তিসকলৰ জীৱনৰ আদৰ্শৱান কামবোৰৰ বিষয়ে আঙুলিয়াই যাবা ।

  • @kochbitulrajbonshi689
    @kochbitulrajbonshi689 Місяць тому +3

    আদৰনীয় ভিডিঅ', আদৰ্শ বান মূখ্য মন্ত্ৰী জনৰ বহু নজনা কথা জানিলোঁ, ভাল লাগিল, আপোনাক ধন্যবাদ।

  • @simantadeka1191
    @simantadeka1191 Місяць тому +8

    জয় প্ৰাক্তন মূখ্য মন্ত্রী শৰৎ চন্দ্র সিংহ দেৱ❤🙏

  • @nijaraborah
    @nijaraborah Місяць тому +2

    উঠি অহা প্ৰজন্মই নহয়, আমাৰ আগৰ প্ৰজন্মই এই কথা জানিব লাগিছিল, আগৰ আৰু এতিয়াৰ প্ৰজন্মই নতুন প্ৰজন্মক বেয়া কাম আৰু কথা শিকাই দিলে। তেওঁলোকে হে এইবোৰ কথা অনুসুচনা কৰি কাম কৰিব লাগিছিল। বাকী আপোনাৰ বিশ্লেষণ খিনি শুনি বহুত ভাল লাগিল।

  • @boruahhoren4850
    @boruahhoren4850 12 днів тому

    অতি প্ৰাসংগিক আৰু হৃদয় চুই যোৱা এজন অসমৰ মূখ্যমন্তীৰ জীৱনৰ চানেকি।দেশক ভাল পোৱা এনে ৰাজনীতি বিদ আজি অতি বিৰল।টকাৰ পাহাৰ গঢিবলৈহে আজিৰ নেতাসকলে ৰাজনীতি কৰে।জনসাধাৰণৰ বাবে নহয়।এইটো অতি দুখজনক আৰু নিন্দনীয়।

  • @binodkumarbrahma8531
    @binodkumarbrahma8531 Місяць тому +1

    কথাটো রাইজক জানিব দিয়াৰ বাবে আন্তৰিক ধন্যবাদ। ভাল হৈছে।

  • @KhalilurRahman-dd6oc
    @KhalilurRahman-dd6oc Місяць тому +1

    ঠিকেই কৈছা তুমি মই নিজ চকুৰে দেখিছোঁ গুৱাহাটী ক্লাবৰ হেদায়েত পুৰৰ ক্ঙগ্ৰেছ ভববন থাকি জীৱনৰ অন্তিম সময় কতাই গৈছে। প্ৰকৃত শিলৰ মানু্হ সেই সকল। আৰু বহুতো আছে

  • @imdadali9519
    @imdadali9519 Місяць тому +11

    এই বিলাকক প্ৰকৃত মানুহ এিদীপ।শিৱসাগৰ।❤

  • @debennath5548
    @debennath5548 Місяць тому +1

    সুন্দৰ বিশ্লেষণ। সেই ৰামো নাই, অযোধ্যাও নাই । এনেকৈয়ে জীয়াই থাকিব লাগিব আৰু এই আৰ্হিবোৰ সাঁথৰ হৈয়ে ৰব।

  • @nomalkr.daimari8064
    @nomalkr.daimari8064 Місяць тому +2

    আইনা দেখিলোঁ।🎉❤
    বহুত ভাল লাগিছে।🙏

  • @khagendas5012
    @khagendas5012 Місяць тому +25

    হয়,শৰৎ চন্দ্ৰ সিংহ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াক 1984 চনত গুৱাহাটী ক্লাব চিটিবাছ ষ্টপেজত আমাৰ বাছখনত উঠি আহিছিল ।ম ই তেতিয়া জুৰোডৰ ভাৰাঘৰত আছিলো। চিৰনমস্য এইজনা মুখ্য মন্ত্ৰী য়ে জুৰোড‌তিনিআলি ৰ ওচৰত থকা বাসগৃহৰ ওচৰৰে স্টপেজত নামি খোজকাঢ়ি ঘৰলৈ যোৱা দেখিছিলো আৰু ম ই বৰ আচৰিত হৈছিলো।

    • @binapanichetia582
      @binapanichetia582 Місяць тому +1

      সচাকৈ আজিৰ দিনত সম্পূৰ্ণ বিপৰীত 😮😮😮 আচৰিত

  • @apurbadas4151
    @apurbadas4151 Місяць тому +9

    কোঁচ মানুহ আগৰে পৰা সহজ-সৰল,, নহলে নো ইমান ডাঙৰ ৰাজ্যত ভাগ ভাগ হবলৈ পাই নে!!!
    কামৰূপ কমতা যাৰ সীমা বিহাৰৰ পুৰ্ণীয়া, অসমৰ দক্ষিণ পাৰৰ নগাঁও, দৰং লৈকে বাংলাদেশ নেপাল পৰ্যন্ত যাৰ এসময় শাষন চলিছিল,, আজি সেই জনগোষ্ঠী বেংগলত বেলেগকৈ চিনাকি, বিহাৰত বেলেগকৈ চিনাকি, নেপালত বেলেগকৈ চিনাকি, অসমত বেলেগকৈ চিনাকি, ভূটানত বেলেগকৈ চিনাকি, মেঘালয়ত বেলেগকৈ চিনাকি!!!
    কাৰণ ইয়াৰ অন্তৰালত সহজ-সৰলতা!!

    • @NotreallyChiranjib
      @NotreallyChiranjib 6 днів тому

      Hai babe sobei mari khai history lahe lahe ses hbo dhrise jot niki koch r population besi ase Assamese community t but separate mindset nloi baki blkr nsina je amar jatike jikam buli hai krne bah khai

  • @TanmayDeka-ld1ff
    @TanmayDeka-ld1ff Місяць тому +13

    তেখেতে বহুত ভাল কাম কৰিছিল এটা সময়ত

  • @anowarhussain4518
    @anowarhussain4518 Місяць тому +2

    সুন্দৰ বক্তব্য ধন্যবাদ আপোনাক।❤❤❤

  • @prarthanatalukdar4775
    @prarthanatalukdar4775 Місяць тому +3

    ধন্যবাদ ভাইটি ,এটা ভাল কাম কৰিলা ।

  • @bankobandula
    @bankobandula Місяць тому +2

    Sarat Singha sir is out of this world. Will never get another CM like him.

  • @nayanjyotirajkhowa4015
    @nayanjyotirajkhowa4015 Місяць тому +7

    তেখেতলোকৰ দৰে আজিৰ ৰাজনীতিবিদ সকল হবই নোৱাৰে 👍🙏

  • @dilipkumarboruah7406
    @dilipkumarboruah7406 Місяць тому +1

    ৰাইজৰ আগৰ পকাশ কৰা বাবে ধন্যবাদ জ্ঞাপন কৰিলো।

  • @Natural_beauty._0509
    @Natural_beauty._0509 Місяць тому +1

    সৰলতা পূৰ্ণ মনোভাৱ সদাই শ্ৰেষ্ঠ । জনতাৰ হৃদয়ত জিৰাই তেনে আত্মাই

  • @rambalram2610
    @rambalram2610 Місяць тому +6

    প্ৰথম কথা - সামাজিক মাধ্যমত জৰিত ব্যক্তি হিচাপে এনে ধৰণৰ বিষয় এটা ৰাইজৰ মাজলৈ অনাৰ বাবে ধন্যবাদ...!! আজিৰ অসমীয়াই আমাৰ অতীত জানি তাৰ পৰা শিকা উচিত...!!! কিন্তু লক্ষণীয় ভাবে অসমত বা গুৱাহাটীত তেখেতৰ কোনো স্মাৰক আমি দেখিবলৈ নাপাওঁ, ই এক পৰিতাপৰ বিষই...!!! 😮😮😮 স্বাধীনতাৰ ঠিক পিছৰ সময় চোৱাত শৰত চন্দ্ৰ সিংহৰ দৰে মহান মণিষীৰ ভাৰতত আবিৰ্ভাৱ ঘটিছিল হয়টো সেই মহান মনিশী সকলৰ বাবে ভাৰত আজি এই অৱস্থা পাইছেহি... তেওঁলোকৰ ভিতৰত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী ও অন্যতম...!! তেওঁলোকৰ ত্যাগ আৰু দেশপ্ৰেম অতুলনীয়...!! কিন্তু আজিৰ যি চামে শাসন ভাৰ চলাইছে সিহঁতৰ জাত টো অলপ বেলেগ....!!! কাল ক্ৰমত চাকৰি বিহীন বিশাল জনসংখ্যাৰ দেশ ভাৰতবৰ্ষৰ ৰাজ নীতি এক নিয়োগ অৰ্থাৎ পেট পূহা আৰু পকেট ভৰোৱা ব্যবস্থা লৈ ৰূপান্তৰিত হল....!!! যি সকলে আজিৰ ৰাজনীতি কৰি আছে বিশেষকৈ অসমত - আমি যদি লক্ষ কৰোঁ এজনৰোও কোনো বিশেষ শিক্ষা গত অৰ্হতা বা দক্ষতা নাই... আপুনি যদি পোন পতিয়া কৈ সোধে - যদি ইহঁত মন্ত্ৰী বিধায়ক নহল হলে ইহঁতি কি হল হয়...?? তাৰ উত্তৰ টো পাব "নিবনুৱা"..!!! হয় নিবনুৱা..!!! তাৰ বাহিৰে একো অৰ্হতা, যোগ্যতা নাই ইহঁতৰ...!!! পইছা মাৰি খোৱা, লাঁহ বিলাহৰ জীৱন কটোৱা ইত্যাদি ইত্যাদি....!! ৰাইজে ইতিমধ্যে দেখিছে ১২ লাখ টকীয়া ঘড়ী, ৫০ হাজাৰ টকীয়া স্পৰ্টিং পিন্ধা বিধায়ক...!! 😮😮😮 কাৰবাৰ পত্নীয়ে ৫০ জোপা তামোল গছ, ১০০ জোপা পান গছ, নাৰিকল গছ আদি আছে বুলি দেখুৱাই.... এইয়আ হল আকৌ কলা টকা বগা কৰাৰ কৌশল টেক্স পৰামৰ্শ দাতাৰ পৰামৰ্শ মতে...😢😢😅😅😅 তাৰ বাহিৰেও হেলিকপ্টাৰ ত টোলনী বিয়া খাবলৈ যোৱা, চাৰ্তৰদ বিমানেৰে মন্ত্ৰী পত্নী বোম্বাই চহৰত শপিং কৰিবলৈ যোৱা...ইত্যাদি ইত্যাদি...!!! উৎকত গৰমৰ দিনত বিদ্যুৎ ৰ নাটনিত অসমৰ মানুহ চত ফটাই থকা... আৰু সিহঁতে দিছপুৰত AC ৰ হাৱা খাই মজা লৈ থকা আৰু সেই বিদ্যুৎৰ বিল ৰাইজৰ টকাৰে পৰিশোধ কৰা...😮😮😮 লিষ্ট খন বহু দীঘলীয়া...😮😮😮 ৰাইজে নিৰ্বাচিত প্ৰতিনিধি সকলে গৈ দিছপুৰত কি কৰিছে তাত চোকা নজৰ ৰখা উচিত...😊😊😊 আমাৰ দৰে দেশত এজন মানুহক দুবাৰ নিৰ্বাচিত কৰা অনুচিত...!!! তেনে কৰিলে চুৰ কৰিবই... অসমত টো ২০, ২৫ বছৰ ধৰি এজন লোককে ভোট দি জীকাই থকা দেখা যায়....!!!!

    • @siddharthabarman233
      @siddharthabarman233 Місяць тому

      তুমি নিজে নেতা নোহোৱা কিয় ?

    • @rambalram2610
      @rambalram2610 Місяць тому

      @@siddharthabarman233 ভাল কথা কৈছে.... হয় ভাবিছিলো নেতা হৈ অসমৰ মানুহৰ সেৱা কৰোঁ বুলি... কিন্তু সৰুতে দেখা নিজৰ ও এটা সপোন আছিল... সেইটো এৰি থৈ গৈ অন্য এটা লক্ষ্যৰ পিছত দৌৰা উচিত নহব বুলি ভাবিলো... ভগৱানে লগ নিদিলে নিজৰ সপোন টো বাস্তবিক কৰিবলৈ সোনকালে...!! যদি মোৰ লক্ষ্য সোনকালে পোৱা হলে নিশ্চয় অসমৰ কাৰণে খাতিলো হয়....!!!!

    • @rambalram2610
      @rambalram2610 Місяць тому

      হয় ভাবিছিলো অসমৰ মানুহৰ কাৰণে কিবা এটা কৰোঁ বুলি... মই "নেতা" বোলা শব্ধটোত বিশ্বাস নকৰোঁ... "নেতা" বুলি কলেই কোনো লোক নেত্ৰ স্থানলৈ পৰিবৰ্তিত নহয়...!! আমাৰ দেশত গণতন্ত্ৰ চলিছে আৰু গণতন্ত্ৰত কোনো নেতা নাই... ইয়াত থাকে মাথো জন প্ৰতিনিধি... আৰু ৰাইজে ইয়াক সেই ভাৱেই বুজা উচিত...!! বাকী মই নিজে জন প্ৰতিনিধি নোহোৱাৰ মূল কাৰণ হল, সৰুতে নিজৰো এটা সপোন আছিল... সেইটো সম্পূৰ্ণ নকৰাকৈ অন্য এটা লক্ষ্যৰ পিছত দৌৰাটো উচিত হব বুলি নাভাবিলো...!!! গতিকে যদিও জন প্ৰতিনিধি হোৱাৰ কথা মনলৈ আহিছিল, তাক আধাতে সামৰি থব লগা হল....!!! ভগৱানে লগ নিদিলে মোৰ নিজৰ সপোনটো সোনকালে পূৰ্ণ হোৱাত...!!! যদিও জন প্ৰতিনিধি নহলো, কিন্তু ৰাইজক সজাগ কৰা, তেওঁলোকৰ অধিকাৰৰ বিশয়ে অৱগত কৰোৱাৰ সেই কন কামটো কৰিব পাৰোঁ....??? চৰকাৰী চোৰৰ বিপক্ষে টো মাত মতিব পাৰোঁ...???? এজন দায়িত্বশীল নাগৰিকৰ দ্বায়িত্ব টো পালন কৰিব পাৰোঁ....?? সকলো যদি মোৰ দৰেই সজাগ হয়.... সিহঁতৰ বাপেকৰ সাহস আছে নেকি ৰাজহুৱা ধন চুৰ কৰিবলৈ...????

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 Місяць тому +6

    এনে নমস্য ব্যক্তি গৰাকীক সদায় মানুহে শ্ৰদ্ধাৰে সোঁৱৰণ কৰি থাকিব । সেয়েহে পৰবৰ্ত্তী কালৰ কেইবা জনো মূখ্যমন্ত্ৰী আৰু আন মন্ত্ৰীয়ে শৰৎ সিংহৰ কথা ওলালেই বৰ অস্বস্তি অনুভৱ কৰি আহিছে। তেওঁ আছিল "যুধিষ্ঠীৰ" ।।

  • @DR-dq5qw
    @DR-dq5qw Місяць тому +5

    Prothom jon arou antim jon namoni axomor CM. (Koch Rajbongshi)💪

  • @nripenborgohain201
    @nripenborgohain201 Місяць тому +2

    সুন্দৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ সিংহ দেৱৰ নিভাঁজ নিজদেশৰ প্ৰতি থকা দায়বদ্ধতাক সকলোৱে সন্মান কৰোঁ আহক -আজি জনৰ শাসক গোষ্ঠীৰ লগত আপুনি তুলনামূলক হিচাবে কি ক’ব ?

  • @nizargani3011
    @nizargani3011 Місяць тому +7

    ৰাজনীতিত যে সৎ নিকা আৰু বিশ্বাসী মানুহ আছে সেইয়া আজিৰ সময়ত অকল্পনীয়। অতিতত জনসাধৰণ ভাল আছিল, সেইবাবে নেতাবোৰে ধিতিঙালি কৰিব পৰা নাছিল। কিন্তু আজিৰ জনগণ সম্পূৰ্ণ বিপৰীত।

    • @jalaluddinahmed9888
      @jalaluddinahmed9888 Місяць тому +1

      মানুহৰ স্বাৰ্থ পৰতাৰ কাৰনেই আজিৰ দিনত এনে হৈছে।

  • @jitendrarabha4660
    @jitendrarabha4660 Місяць тому +7

    শৰৎ চন্দ্ৰ সিংহ আৰু গোপীনাথ বৰদলৈ ---- এই দুইজনে ভাল মানুহ নাছিল৷কাৰণ মুখ্যমন্ত্ৰী হৈয়ো কাৰো কথা নুশুনি,সাত পিৰিতলৈ ধন নঘটি সৰ্বস্ব ত্যাগ কৰি ৰাইজৰ সেৱা কৰিছিল৷
    মুখ্যমন্ত্ৰী হ’লে আগেপিছে গুণ্ডাবাহিনী থাকিব লাগিব,দামী দামী গাড়ী যদি নাই কিহৰ মুখ্যমন্ত্ৰী?গোষ্ঠীগত সংঘৰ্ষ লগাব পৰা কথা যদি ক’বই নোৱাৰে -- তেনেহলে কিহৰ মুখমন্ত্ৰী?চৰকাৰী শিক্ষাখণ্ডক জহন্নামে পঠিয়াই,নিজে ব্যক্তিগতভাৱে বিদ্যালয় যদি খোলিবই নোৱাৰে কিহৰ মুখ্যমন্ত্ৰী?ৰাইজৰ ধনেৰে অ’ত মাটি ত’ত মাটি যদি ক্ৰয় কৰিবই নোৱাৰে কিহৰ মুখ্যমন্ত্ৰী?চল চাই কঠীয়া যদি পাৰিবই নাজানে কিহৰ মুখ্যমন্ত্ৰী?যিফালে ৰ’দ,সেইফালে যদি পিঠি দিবই নাজানে -- কিহৰ মুখ্যমন্ত্ৰী?
    ফাঁকি দিয়া স্বভাৱ নাছিল,সৎ কৰ্মৰে ৰাইজৰ সুখৰ কামনা কৰা,কেৱল ৰাইজৰ উন্নতিৰ হকে কাম কৰাৰ কাৰণে শৰৎ চন্দ্ৰ সিংহ আৰু গোপীনাথ বৰদলৈক বেয়া পাওঁ৷৷

  • @pradipkhoud4665
    @pradipkhoud4665 Місяць тому +3

    এই মহান ব্যক্তি গৰাকীৰ বিষয়ে ইয়াৰ আগতেও শুনিবলৈ পাইছিলোঁ ! সাম্প্ৰতিক এনে আশা নকৰাই ভাল বুলি ভাবোঁ ! দৰাচলতে এনে এখন ৰাজ্যৰ বাসিন্দা হোৱাটো মহা পাপৰ ফল , পূৰ্ব জনমৰ পাপৰ ফলতহে এই ৰাজ্যৰ বাসিন্দা হব লগা হয় বুলি ভাবোঁ !

  • @nivadevi4683
    @nivadevi4683 Місяць тому +2

    বহুত ভাল লাগিল

  • @arsadhaque9884
    @arsadhaque9884 Місяць тому +16

    তেনেকুৱা মুখ্যমন্ত্ৰী আমি ভবিষ্যত পাম বুলি আশা ৰাখিলোঁ ।

  • @bulbulinath7612
    @bulbulinath7612 Місяць тому +3

    চিৰনমস্য 🙏

  • @arunkumardas1544
    @arunkumardas1544 Місяць тому +4

    মই প্রয়াত মাননীয় মূখ্য মন্ত্রী শৰৎ চন্দ্র সিংহ ডাঙৰীয়াক সুন্দৰ বগা ৰঙৰ ধুতি আৰু পিৰন পৰিহিত কাপোৰ পৰিধান কৰি উজনীমুখী ৰেলেৰে যাত্রা কৰা ৰঙাপাৰা Railway Station ত দেখিছিলো । সেই সময়ত তেখেতে মূখ্য মন্ত্রী পদত নাছিলে আৰু তেওঁৰ লগত কোনো দেহৰক্ষী দেখা পোৱা নাছিলো।

  • @kanakpranvachyas3588
    @kanakpranvachyas3588 Місяць тому +4

    এইবোৰ কথা জনা মানুহ এই অসম মুলুকত বহুতো আছে কিন্ত অনুকৰণ কৰোতা বা মান্যতা দিয়া মানুহৰহে অভাৱ , ৰাজনীতিকৰতো একেবাৰেই নাই । তেওলোকে নিৰ্বাচনৰ সময়ত ৰাইজৰ ওচৰত আঠুলৈ দেশসেৱা কৰাৰ বাবে ভোট ভিক্ষা কৰে আৰু কিবাকৈ জয়ী হব পাৰিলেই সম্পত্তিৰ পাহাৰ গঢ়াৰ প্ৰতিযোগিতাত নামি পৰে । তাৰ পিচত আনটো মহৎ কাম হল সৰ্বস্তৰৰ চাকৰিয়ালতকৈ অধিক হাৰত দৰমহা লোৱা আৰু কিবাকৈ সময়খিনি হামিয়াই হেকতিয়াই পাৰ কৰি জীৱনভৰ পেঞ্চন লৈ থকাটোৱেই মুখ্য দেশসেৱাৰ উদ্দেশ্য নহয়নে বাৰু

    • @siddharthabarman233
      @siddharthabarman233 Місяць тому

      নিজে দেশ সেৱা নকৰা কিয় ?

  • @bristiborah7868
    @bristiborah7868 Місяць тому +2

    তেওঁ আদৰ্শ আমাৰ।। 🙏🙏🙏

  • @navakantachutia5424
    @navakantachutia5424 28 днів тому +1

    অতি সুন্দৰ

  • @abinashkalita9242
    @abinashkalita9242 Місяць тому +9

    তেওঁহে আছিল 'সাধাৰণ' মুখ্যমন্ত্ৰী-যাৰ কাহিনী শুনিবলৈ মানুহৰ অৱকাশ নাই।এতিয়া সম্পত্তিৰ পাহাৰ গঢ়িও ক্ষান্ত নোহোৱা মুখ্যমন্ত্ৰী গৰাকী 'অসাধাৰণ'-যিগৰাকীয়ে নিজৰ বাহিৰে আন সকলোকে সাধাৰণ,তুচ্ছ বুলি জ্ঞান কৰে !

  • @biswajitroy6116
    @biswajitroy6116 Місяць тому +6

    ত্ৰিদীপ ভাই, আপুনি এবাৰ বৰ্তমান ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ (ভকত গাওঁ)ত আহিব আৰু প্ৰাক্তন মূখ্যমন্ত্ৰীৰ ঘৰখ্ন চাই যাব। তেতিয়া আপুনি আকৌ ন ন তথ্য বিছাৰি পাব।🙏🙏🙏

  • @manjitman2384
    @manjitman2384 Місяць тому +2

    তেওঁ নামত এখন বোলছবি নিৰ্মাণ হলে ভাল হব ,

  • @SurendranathBaishya
    @SurendranathBaishya Місяць тому +1

    অসমৰ নতুন ৰাজনৈতিক নেতা সকলে শৰৎচন্দ্ৰ সিংহক 10:23 অনুসৰণ কৰা উচিত ।

  • @Khirodgogoi478
    @Khirodgogoi478 Місяць тому

    Thanks ,for this informative video. Dhemaji

  • @nirmalhazarika
    @nirmalhazarika Місяць тому +4

    ৰাইজৰ আগত এনেএজন মহান লোকৰ মহানুভতাৰ বিষয়ে ইমান সুনণ্দৰকৈ দাঙিধৰাৰ প্ৰচেষ্টাৰ সলাগ লবই লাগিব !

  • @prabhatkalita8351
    @prabhatkalita8351 Місяць тому +2

    Bhal topic aata aaji raijior aagot dangi dharisa. Dhanyabad

  • @prasantabhatta3428
    @prasantabhatta3428 Місяць тому

    Good . Good ahead . We expected this types of inspiring information.

  • @utpalsaikia1442
    @utpalsaikia1442 Місяць тому +10

    সঁচাকৈ --
    তেখেতৰ ব্যক্তিত্বক কৌটি কৌটি প্ৰনাম।

  • @aruprai1956
    @aruprai1956 Місяць тому

    Very correct, I was lucky to know this great personality very closely.

  • @theworldtour8327
    @theworldtour8327 Місяць тому +9

    মই তেখেতে স্থাপন কৰা ৰত্নপীঠ মহাবিদ্যালয়ত অধ্যয়ন কৰিছো সঁচাই তেখেতে বহুত ভাল ভাল কাম কৰি গৈছে ❤

  • @horeshkonwar8063
    @horeshkonwar8063 Місяць тому +2

    এনে ভিডিঅ এ নতুন প্ৰজ্জন্মৰ বৰ উপকাৰ সাধিব ।ধন্যবাদ ।

  • @bhobenjyotiphukan91
    @bhobenjyotiphukan91 Місяць тому +1

    নিশ্চিতভাৱে।

  • @Bidyadhar29
    @Bidyadhar29 Місяць тому +1

    Best video❤❤❤❤❤❤❤❤❤❤❤

  • @bagadbilla452
    @bagadbilla452 Місяць тому +1

    বহুত ভাল লাগিল video টো। ধন্যবাদ।

  • @sunandaborah8177
    @sunandaborah8177 Місяць тому +1

    সুন্দৰ

  • @bulbulibuli1795
    @bulbulibuli1795 Місяць тому +5

    জানি ভাল লাগিল। আগতে জনা নাছিলোঁ

  • @lutforrahman7801
    @lutforrahman7801 Місяць тому +1

    তেনে সৎ আৰু নিঃস্বাৰ্থ মুখ্যমন্ত্ৰী আজিৰ দিনত আশা কৰাটো অকল্পনীয়৷

  • @HemanDas-gm8yx
    @HemanDas-gm8yx Місяць тому +2

    তেওঁৰ জন্ম সফল হ'ল তেখেতৰ আত্মাই স্বৰ্গ গমন কৰিলে

  • @dineshachandrarabha7158
    @dineshachandrarabha7158 Місяць тому +6

    গোপীনাথ বৰদলৈ আৰু শৰৎচন্দ্ৰ সিংহ দুয়ো মুখ্যমন্থী আছিল মহৎ।

  • @mukuldas8340
    @mukuldas8340 Місяць тому +1

    এই আদৰ্শ আৰু মহান ব্যক্তি জনক এবাৰ চিটী বাছৰ আসন এৰি দি বহিবলৈ দিয়াৰ সৌভাগ্য ঘটিছিল ।

  • @sharma-qv8zt
    @sharma-qv8zt Місяць тому +1

    Really Sinha ji most impressed my life when l met him in Delhi Connaught place as no security walk alone really he is GOD for us may his soul rest in peace in the heaven

  • @devakumarnath6827
    @devakumarnath6827 Місяць тому

    Thanks to you kind statement.

  • @SaidurRahman-sk7ec
    @SaidurRahman-sk7ec Місяць тому

    Vedeo to bohut bhal lagil bhai kothate ase otitok najaba pahori ajir juboke ai kotha bilak najane ai kotha bilak ami jonato bohut dorkari❤❤❤❤❤❤❤❤❤❤

  • @JyotishkrDas-oz4zr
    @JyotishkrDas-oz4zr Місяць тому

    Aapunaar uposthan aru biixoitu bohut vl lagil

  • @JadavDas-zj3ez
    @JadavDas-zj3ez Місяць тому +2

    Very good massage

  • @arunsaloi209
    @arunsaloi209 Місяць тому +18

    অন্ধ সকল এই প্ৰতিনটো আন্তুৰিকতাৰে বুজক।

    • @hemroy297
      @hemroy297 Місяць тому

      কোন অন্ধ অ চামচা __😏😏

  • @jagadishagarwalla8978
    @jagadishagarwalla8978 Місяць тому

    Yes I remember the photo of Late Sarar Chandra Singha leaving chief minister house coming out on road with suitcase in his hands in ASsam Tribune. I salute his hon3dty and simplicity i

  • @sachinburagohain4995
    @sachinburagohain4995 Місяць тому +1

    Thanks for your news for us to remember the grate man.

  • @ABDULHAMID-ty9io
    @ABDULHAMID-ty9io Місяць тому

    Excellent speech

  • @TaslimAliBabul
    @TaslimAliBabul Місяць тому +2

    স্বনামধন্য সিংহ দেৱ ব্যক্তি আৰু ব্যক্তিত্বৰ মাজৰ পাৰ্থক্য বুজি পাইছিল ?🙏🙏🙏🙏

  • @mukulkumar8132
    @mukulkumar8132 Місяць тому +1

    আজিৰ নেতাই তেওঁৰ আদৰ্শ মানিলে অসম খন বহুত আগুৱাই গল হেঁতেন

  • @xmdi3687
    @xmdi3687 Місяць тому +2

    ভাল মানুহৰ প্ৰচাৰ নাই sir ৰ গুৱাহাটী ৰ আছাম টাইপ ঘৰত গৈ চাহ খাই আহিছো কি সুন্দৰ ব্যৱহাৰ আমাৰ স্কুলৰ মাষ্টাৰ আছিল

  • @aviltech8018
    @aviltech8018 Місяць тому +2

    শৰৎ চন্দ্ৰ সিংহ নিচিনা দ্বিতীয় এজন নোলাব

  • @khageshkrdas2164
    @khageshkrdas2164 Місяць тому

    You are a great Brother

  • @nirmalhazarika
    @nirmalhazarika Місяць тому +8

    আজিৰ মহান নেতাসকলে লাজ পোৱা উচিত !

  • @prasantaborah-kz6ds
    @prasantaborah-kz6ds Місяць тому +1

    এইসকল লোকেই হল দেশৰ নেতা যি নিজৰ স্বাৰ্থ কথা চিন্তা নকৰি দেশৰ ৰাইজৰ স্বাৰ্থ হকে কাম কৰি গৈছিল।

  • @user-xh9gd3nu2f
    @user-xh9gd3nu2f Місяць тому +1

    I have a great experience walking with him and others in late 1987 at Gauripur.I was lucky enough

  • @user-dj7qe2dc6m
    @user-dj7qe2dc6m Місяць тому +1

    We need more great people like him our assam

  • @tulshigogoi7019
    @tulshigogoi7019 19 днів тому

    Ancient CM was a really best kindness man.

  • @plabanjyotisharma7534
    @plabanjyotisharma7534 Місяць тому +3

    Tridib zindabad. Tumi sodai enekoi thaka.

  • @kamalborah5016
    @kamalborah5016 Місяць тому

    outstanding.

  • @kaustav015
    @kaustav015 Місяць тому +1

    Great....
    He was from 10- BILASIPARA LAC

  • @abdulmalik7142
    @abdulmalik7142 Місяць тому +5

    কাক কম কোনো শুনিব 😂😂😂😂❤

  • @ranjugogoi4117
    @ranjugogoi4117 Місяць тому +1

    Sure he is the idol of Assam

  • @mohinkumarkakati9765
    @mohinkumarkakati9765 Місяць тому +1

    সচা কথা মই এইজন মহান নেতাক গুৱাহাটীৰ চিটিবাছত কেবাবাৰো লগ পাইছো । কথাও পাতিছো বৰ অমাইক লোক ।সদাই হাঁহি মুখীয়া । আজিৰ নেতা সকলে তেখেতৰ আৰ্দশ লব জানো ? শৰৎ চন্দ্ৰ সিংহ কোন আছিল বোধহয় আজিৰ নেতাসকলে পাহৰিলে ।