Video tu bonuya bbe bohut val hoise ba aru vogobanor akhirbadot apunaluk basi gol tar bbe bohut val lagile kiba ata aghotonr nohol tar bbe vogoban k dhonyobad jonaisu aru video tu bonuya val hoise karon xokoluye jonatu dorkar 🙏🙏🙏👍
Negligency of the hotel owner. Lodge FIR at the nearest PS and suggested to send a copy of the same to the concerned dept of Assam Govt. for quick action.
Hotelor namtu koi khub Val korisa In future kunu suwali ba any female city jonar pisot ketiau najai tale.tahator eta dukh dhaikiboloi hoi kiman je customer heruale. Vobai nai. Amrita. B careful in future.god bless u.
thanks for sharing, but suggest immediately to lodge an official complaint in local police station. This is a serious breach of security and let’s inform to police not to repeat such act. Due to security reasons need to be more careful and vigilant till findings .. Now a days need not to go to the police station just lodge an e FIR or call ..#assampolice is a professional police team and will ensure your safety.
Hotel r manuhei jorito ase aru eta kotha jani thobo axomiyai axomiar hotru. Axomia manuh khini e besivag ei spot t ketiau help koribo nahe. Heikarone nije moi axomia holeu axomia manuhoke bishakh koribo nuara holu
সদায় বাচি খাবা জাগি শুবা । তোমাৰ বান্ধবী গৰাকী জাগি থকাৰ বাবেই তোমালোক নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিলা। ভৱিষ্যতে ভগৱান তোমাৰ সহায় হওঁক তাকে কামনা কৰিছো।
ঘটনাৰ বাবে হোটেল কৰ্তৃপক্ষ সম্পূর্ণ জগৰীয়া।
Action Hotels Owner
@@Sulaiman-i8xReally 👍👍👍
ঠিক 👌
Yes , obviously , it is their fault .
😊😊
যত সত্য থাকে তাত ভগবান থাকে মাজনী ।ভগবানে ৰক্ষ্যা কৰি থাকিব দেই ।
ইমান সহজভাৱে নলব। হোটেলৰ ওপৰত case দিয়ক। দৰকাৰ হ'লে CM k জনাওক।
You should file a case against the management of the hotel immediately.
এইতো কোনতো ধাৰাত কেচ হব 😂😂😂😂
😂😂😂😂
@@qwcgrtyiopzx6xckes nohoi hotel khon tala mara hbo
💯💯💯
তুমি পুলিচৰ সহায় লোৱা। নহ'লে এনেকুৱা হোটেল বোৰে কেতিয়াবা বিপদ ঘটাব। আৰু ৰাইজলৈ অনুৰোধ এই খন হোটেললৈ নাজানে।
হোটেল ত ছোৱালী ৰাখে কিয় CCTV নাথাকে? Case দিয়ক
মোৰ মতে Managerজনক আইনৰ আউতালৈ আনিব লাগে।
Right
দোষীয়ে শাস্তি পোৱাটো বিচাৰো । ছোৱালী বোৰ কি পণ্য সামগ্ৰী ? যাৰ যি ইচ্ছা তাকেই কৰিব । ইহতক চবকে শাস্তি দি আমাকো শান্তি দিব লাগে ।
আধাতে এৰি নিদিব , প্ৰশাসনক জনাওক ভবিষ্যতে এনেকুৱা কৰিবলৈ ভয় কৰিব।
Thik koise
Your attitude is positive dear Amrita.. Keep it up.
বা আপোনাৰ লগত ভগবান শ্রীকৃষ্ণ আছে। ভয় নাখাৱ , সত্য সদায় জয়
Umm vogaban sree krishna a ahisil lilimai koribo
@@DipakDas-ep8lmComment sai siti koribi johora puwali
@@PankajJyotiBora25 marak sudu ki koisa toy sai thak coments mak sudu
@@DipakDas-ep8lm Kukuror puwali nijor comment sy lo ebar ki likhisili
@@PankajJyotiBora25 sudmareni issa mor
অমৃতা গগৈ ভন্টি জনীৰ সৎ সাহসৰ বাবে ধন্যবাদ জনালো। গগৈ ভন্টিয়ে পুলিচ কেচ নিদিয়াকৈ থাকিলে মাৰাত্মক ভূল কৰা হব । এতিয়াও সময় উকলি যোৱা নাই। মূলা গাভৰুৰ তেজ যদি আছে FIR lodged কৰক। হোটেল কতৃপক্ষৰ ওপৰত ।ৰাস সমিতিৰ সম্পাদক /সভাপতিকো ইয়াৰ আওতালৈ লৈ আহক তেওঁলোকে নাজানে নেকি?কোনখন হোটেলত কিমান নিৰাপদ? যদি আপুনি FIR lodged নকৰাকৈ থাকে আমি /শুভাকাংশী ৰাইজে ভাবিব লৈ বাইধো হম যে ঘটনাটো মনে সজা এটা ঘটনা মাথোন। আৰু নিজৰ পাবলিচিতি পোৱাৰ বাবে ভিডিঅ' বনাই লাইভত আহিছে। দোষীয়ে উপযুক্ত শাস্তি পোৱাটো একান্ত আৱশ্যক।
সিদ্ধান্ত আপোনাৰ।
যদি দোষী ধৰা পৰে তেতিয়া তুমি জনমানসত বেয়া কামৰ যে প্ৰতিবাদ কৰিবলৈ ভয় কৰিব নালাগে তাৰ জলনটো উদাহৰণ হৈ ৰবা । অইনোথা তুমাৰ প্ৰতি ৰাইজে আঙুলি উঠাই কব যে ঘটনাটো মনে সজা।
৮৬৩৮২৮৮২০০
সুন্দৰ ❤❤❤ বহুত ভাল কৰিছা ,,,,,ভগৱানক ধ্যনবাদ জনাইছো ,,তোমালোক ক ৰক্ষা কৰিলে
তুমি ভাল কাম কৰিলা বা ভাল দৰে থাকিবা লখিমপুৰ পৰা চাই আছো ভগৱান আছে তোমাৰ লগত❤❤❤❤
এই হোটেল খনৰ কতৃপক্ষ যোনেই নহয় কিয় মোৰ মতে এইখন দুই (২) নম্বৰী হোটেল
অসম ৰ হোটেল ত মহিলাৰ বাবে সুৰক্ষিত নহয়েই। হোটেল ষ্টাফ ঘটনাটোত জৰিত আছে । হোটেল ৰ উপৰত কেছ দিব লাগে।
Cctv nothoka tu bahut durvagyar kotha. Police stationt case eta di rakhok
@@dibyajyotibora4715police sun val nhy, ghyt Bina karonot a marile lora ajonok.
মুখ বন্ধ কৰিব নাথাকিবাছোৱালীবোৰক কি বুলি ভাৱেদোষীক এৰি নিদিবা।
@@dibyajyotibora4715👍👍👍
Right
❤❤❤❤ বহুত ভাল কাম কৰিলে নিজৰ লগতে আনকো সকিয়াইছা ধন্যবাদ❤❤❤❤❤
অন্তত নগাঁৱৰ হতেলত থাকিব নোৱাৰি।
সকলো মানুহক সজাগ কৰা কাৰণে বহুত ধন্যবাদ
কলিযুগ। আইন ৰ সহায় লোৱা উচিত। বেয়া মানুহৰ সংখ্যা বাঢ়ি আহিছে।
Hotel ৰে কোনোৱা হব বেলেগ মানুহ কোন শুমাব ? Hotel খনৰ ওপৰত Case এটা দি দিয়া | এনেকোৱা ফটোৱা Mengmet ৰ Hotel বন্ধ হৈ যোৱা টোয়ে ভাল |
Very good advice madam
ভগৱানৰ কৃপাত আপোনাৰ একো হোৱা নাই। পৰিলে ন্যায়ালয়ৰ পুলিচৰ সহায় লওক
অমৃতা, এইয়া চানযুক্তি হোটেলৰ কৰ্মচাৰীৰ কাম আৰুমালিক পক্ষৰ দূৰ্বলতা
বাই পাছৰ হোটেলত নাথাকিব। ঊৰিয়া গাঁওৰ এই বাইপাছৰ ওচৰত বহুত জঙ্ঘল । ঘটনা ঘটাবলৈ বেছি সময় নালাগে। সেই এলেকাবোৰত অলপ ভয়।
Thank you bhanti for details reports
ইয়াত কোনোবা গেং জৰিত আছে।।।আপোনালোকৰ লগত কথা পতা মানুহেই জৰিত আছে।। বেলেগ হব নোৱাৰে।।।
ভগৱানৰ আশীৰ্বাদ আছে তোমাৰ লগত
Hotel khonor uporot case diyok
Should take action against the hotel , it’s very important now a days !!
তুমি আইনৰ সহায় লোৱা,,এনেদৰে তেওঁলোকৰ হোটেলৰ কথা ভাবি ,তেওঁলোকৰ সন্মানৰ কথা ভাবি তুমি যদি তেওঁলোকৰ ওপৰত কোনো action নোলোৱা তেন্তে তেওঁলোকে আৰু এবাৰ লৈ সুবিধা হে পাব।
আজি কালি কাকো বিশ্বাস কৰিব নোৱাৰি ❤❤❤
ভিডিও ৰেকৰ্ডিং কৰিব লাগিছিল। তেতিয়াহে ইমান এটা ডাঙৰ ঘটনাক সহজভাবে লব নোৱাৰিলেহেঁতেন।
খুব ভাল কাম কৰিলে নিজৰ লগত আনকো সাৱধান কৰিছে ।
Nagoan is not a safe district anymore 😢😢😢
Yes.. Moiu nagaon r voy lge muru
Miya district
অমৃতাজী বহুত বহুত ধন্যবাদ নিজৰ লগতে অন্য বহুজনৰ বিপদবাৰণ হৈ থিয় দি মহ্ৎ কৰ্ম কৰিছা । এনে দায়িত্ব হীন লোকক পৰিচয় কৰাই থব লাগে । নিজৰ কৰ্ম ফল নিজে পাব মাত্ৰ সময়লৈ অপেক্ষা কৰিব লাগে।
Video tu bonuya bbe bohut val hoise ba aru vogobanor akhirbadot apunaluk basi gol tar bbe bohut val lagile kiba ata aghotonr nohol tar bbe vogoban k dhonyobad jonaisu aru video tu bonuya val hoise karon xokoluye jonatu dorkar 🙏🙏🙏👍
সাৱধান হলে বিপদৰ পৰা ৰক্ষা পাব পাৰি গতিকে কিছুমান কথা আৰু বিপদৰ মুখা মুখি হোৱাৰ আগতে চিন্তা চৰ্চা কৰি লোৱা উচিত।
বাতৰিটো প্ৰকাশ কৰি ৰাইজক অৱগত কৰায়। বাবে আপোনাক অশেষ ধন্যবাদ জনালো। এনেকুৱা হোটেল বেছি দিন স্থায়ী হৈ নাথাকে।
তুমি ভাল কৰিলা ভন্টি ধন্যবাদ
Thank U Amrita,very Important.❤❤❤❤
Thank you ba ❤ apunar xahokor babe ❤
আইনৰ সহায় লওক।
আপুনি এই ঘটনাটো প্ৰকাশ কৰি বহুত ভাল কৰিলে বিষেশকৈ হোটেল বোৰত এনে ঘটনা প্ৰায়েই ঘটি থাকে কিন্তু এই কথাবোৰ হোটেল কৰ্তৃপক্ষ এইবিষয়ত নিমাত
হয় মাজনী তুমি আমাকো সঁকিয়াই ছে দিয়া হৈছে মাজনী, মই এ সময়ত নগাঁওত 5 পাছ বছৰ আছিলোঁ প্ৰায়১৯৯৬ আগস্টৰ পৰা ১৯৯৩ লৈকে মই কিন্তু সেই সময়ত টাউনত মাজমজিয়াত আছিলোঁ সেই সময়ত খুবেই ভাল আছিলে নগাওঁত তেনেকুৱা নাছিলো, আগলৈ তেনে ঘটনাৰ যাতে সন্মুখীন নহয় মই ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ...... from kokrajhar thank you
Thanks for this information
Cass diok🎉🎉🎉🎉
Kothatu mukolikoi kuwatu bhal hoise.nohole belegor logot hobo pare.thak you. Gauhati.
হোটেল কতৃপক্ষ ইয়াৰ লগত বিশেষ ভাবে জড়িত হৈ আছে। হোটেল কতৃপক্ষক সোনকলে এৰেষ্ট কৰিব লাগে
emotional hoi goisu..karon tmr suwalirdare muru ajoni ase....maku ase...dhakuakhana t log korisilu tmk....Narayanpur r Happy mur khulali hoi....bhalkoi thaka.....hobo ....bhogobane bosale
Hotel Manager rk Arrest korib lage .Hotel Management r Bahire keneke Humab pare blg manuh. Cctv Footage tu Check kori lb lage.
তোমালোকক ভগৱানে কৃপা কৰিলে।
আপুনি থানাত কেচ দিয়ক । পুলিচেহে ফুটেজ উলিয়াব পাৰিব । সাৱধান হ'ব, বহুত হোটেলৰ ৰুমত আৰু বাথৰূমত সৰু কেমেৰা লাগি থাকে ।
কৃষ্ণ কৃষ্ণ তেৰাৰ কৃপাত এইবাৰলৈ ৰক্ষা 🙏
ৰাধা হৈছিল যে, কৃষ্ণই বচাই দিলে ।
Negligency of the hotel owner. Lodge FIR at the nearest PS and suggested to send a copy of the same to the concerned dept of Assam Govt. for quick action.
Apuni basi ja ahila haitua dhonyobad bhogoban or usorot ❤
মোৰ কথা হলtumi atlist thana t caae di লগত police লৈ আহি cctv ফুতেজ চাব লাগিছিল পুলিচৰ সহায়ত।তেতিয়া হইটো ওলাই গল হই কোন আছিল হোটেলৰ ল ৰা নে আনkunuba ময়হুৱা হলে সেইটোৱেই কৰিলোঁ হই।বাৰু যিnohuk তুমি যে ভালে কুচলে তাৰ পৰা ওলাই আহিলা সেইটোৱিআতাইকৈ ভাল হৈছে
হোটেলৰ মানুহ জড়িত হৈ আছে, caseএটা দিব লাগে
Thanks your information
Don't take this case casually, take legal action against the hotel.
Hotelor namtu koi khub Val korisa
In future kunu suwali ba any female city jonar pisot ketiau najai tale.tahator eta dukh dhaikiboloi hoi kiman je customer heruale. Vobai nai. Amrita. B careful in future.god bless u.
Vary good MADAM 👍👍👍
love from Dudhnoi ❤❤❤❤
Very scarry. Police should take necessary action.
Exactly
Tumi kothakhini jonuwar babe dhonyabad aan doh jon manuh suwali hotorko hobo,vogobane hohay korok tumak...
মই তোমাৰ গাৱৰে হয় শুনি বেয়া লাগিছ এনেকুৱা হব নালাগে
জীৱ-জন্তু কৈ হিংসাত্মক হৈ গৈছে মানুহৰ আচৰণ। অসমখনত অপৰাধীৰে ভৰি পৰিছে। বিশেষকৈ নগাঁওত কি কি ঘটনা ঘটি থাকে আচৰিত।।।
নগাঁওৰ এই হোটেল খন দুইনম্বৰী হোটেল হয়🥹
nogaon khon eneu okhovyo....tat eku program kribole jaboi nlge
Good job Baido
হোটেলৰ কৰিদৰত CCTV নথকাটো আচৰিত কথা। দুষীক বিচাৰি উচিত শাস্তি দিব লাগে @nagaonpolice
মোৰ অনুমা হয় হোটেলৰ মানুহেই হয় আৰু হোটেলৰ প্ৰবন্ধকে জানে , সেয়ে গাএৰাদিয় কথা কৈছে।
Baidew Right koisay
How maturely she handle the situation bt police should take action
Yeah true
We have shared
Police Case ata di diok Nohole aru chance pabo anekua kam koribole
ভাল হোবিধা এইটোয়ে এতিয়া তুমি পাৰচেনেল চিকিউৰিটি ল'ব পাৰিবা চৰকাৰক আবেদন কৰাৰ, এইবোৰ সঁচা মিছা চিচিটিভি কেমেৰাত ওলাই পৰিব। কিন্তু এটা কথা তোক হে আগৰে পৰা কোনোবাই চাই থাকেনি আগত এবাৰ গাধোতে বাসথৰোমত বোলে যোমি চাই থাকে বুলে, এইকথা বিশ্ব নকৰিব হয়টো কোনোবাই ভোলটো সেই ৰোমত দৰজা খোলিব পাৰে আমি কাক বিশ্বাস কৰিম কেৱল কেমেৰাক হে
Need to check cctv camera
Bhut. Dug lagil
God bless you ba
CM ৰ ভিজিলেঞ্চ চেলত খবৰ তুৰন্তে দিয়ক ।
অভিযোগ নকৰাটো অন্যায় হব
Take action
Right Amrita Hotel Khon Band Korak
এনেকৈ হব নালাগিছিল
CM should take the matter please 🙏.
Please justice
file a case immidiately against the hotel authority.
কিয় এনে হ'ল ❤❤❤❤
Highway side hotel t rati nathakai val. Police case diya. Hotels are not bound to show you cctv footage.
কোনো আইনৰ কাষ নেথাকিবা যিহেতু কৰোবাক দৌৰাব যাওঁতে নিজেও দৌৰিব লগা হয়।সেইয়ে দৌৰাৰ পৰিবৰ্তে আপোনাৰ বিশ্বাসৰ পাত্ৰ কোন তেও ওপৰত এৰাই দিয়ক এদিন পৰিণাম বা তাৰ ফল পাব
আপুনি কেচ এটা দিয়া হয় ভাল আছিল কাৰন নগাঁও ৰ হৈ আমি দুখ পাইছোঁ কাৰন কাইলৈ আনৰ লগত হৈ যোৱাটো নিবিছাৰোঁ
thanks for sharing, but suggest immediately to lodge an official complaint in local police station.
This is a serious breach of security and let’s inform to police not to repeat such act.
Due to security reasons need to be more careful and vigilant till findings ..
Now a days need not to go to the police station just lodge an e FIR or call ..#assampolice is a professional police team and will ensure your safety.
So sad amrita ba😢
Hotel r manuhei jorito ase aru eta kotha jani thobo axomiyai axomiar hotru. Axomia manuh khini e besivag ei spot t ketiau help koribo nahe. Heikarone nije moi axomia holeu axomia manuhoke bishakh koribo nuara holu
Go for a case against them
হোটেলৰ মালিকৰ ওপৰত case দিব লাগে ।
Joy aai Akhom
If the owner of the hotel is not taking interest you may suspect him
May be .
God help
সকলো কথা জনাই দিয়া বাবে ধন্যবাদ কাৰণ সকলো সজাগ হ'ব পাৰিব। হোটেলৰে মানুহ হয় চাগৈ সেই বাবে CCTV ফুতেছ দেখাব নোৱাৰিলে।
God. Bless you
U should immediately file a police case against the hotel staff .