৪০০ বছৰ পূৰ্বৰ অসমখন কেনে আছিল? Assam 400 Years ago I Chaturtha Stambha

Поділитися
Вставка
  • Опубліковано 18 січ 2025

КОМЕНТАРІ • 402

  • @rituparnabhardwaj760
    @rituparnabhardwaj760 2 роки тому +146

    বহুত বেছি ভাল আছিলে, আপোন - আপোন লগা সকলো বিলাক আছিল চাগেই আৰু সেউজীয়া আছিলে সকলো...!!

  • @rejakali8286
    @rejakali8286 Рік тому +15

    আপোনাৰ কন্ঠত ৪০০ বছৰ পুৰণি সুন্দৰ মনোমোহা সোনৰ অসমখনিৰ বৰ্ননা শুনি আৰু ছবিবোৰ দেখি আপ্লুত হলো। এনেকুৱা লাগিছে আজি যেন মোৰ নষ্টালজিক মনটোৱে ৪০০ বছৰীয়া সেই নিভাজ নিৰ্ভাজাল প্ৰকৃতিৰে ভৰপূৰ,চৰাইৰ কোলাহলত ৰজনজনাই থকা, বিভিন্ন জীৱ-জন্তুৰে ভৰপূৰ, নিস্বাৰ্থ সেই সহজ সৰল মানুহবোৰৰ মাজত যেন উৰি যাম সচাকৈ আপোনাক অনন্তকৰনে ধন্যবাদ জনালো।

  • @santoshraut4554
    @santoshraut4554 Рік тому +15

    আপোনাৰ কথন ভংগী ❤
    ইমান সুন্দৰ আৰু সু-স্পষ্ট ব্যক্ত।
    এনেদৰে আমাক অতীতৰ বহু কথা জানিবলৈ সহায় কৰাৰ বাবে অন্তৰৰ পৰা ধন্যবাদ।

  • @mostfunnyvedios1527
    @mostfunnyvedios1527 2 роки тому +29

    আজিৰ যান্ত্ৰিক পৃথিৱীত জীয়াই থাকি তাহাঁনিৰ অসমখনক‌ আমি কেৱল অনুভৱহে কৰিব পাৰো।মনত হাজাৰটা প্ৰশ্ন কিন্তু উত্তৰ হয়টো দহোটাহে আছে।ধন্য তাহাঁনিৰ সেই সকল পূৰ্বপুৰুষক।
    ( সুন্দৰ উপস্থাপন )

    • @kumuddasofficial
      @kumuddasofficial  Рік тому +1

      ধন্যবাদ

    • @brajendas6370
      @brajendas6370 Рік тому

      ♥️

    • @gunabhiramdeori2688
      @gunabhiramdeori2688 6 місяців тому

      আমি কেৱল অনুভৱ কৰিব পাৰোঁ, মনত বহু নানা ধৰণৰ প্ৰশ্ন, উত্তৰ মাথো নিম্নহে হ'ব বা আছে, ধন্য আমাৰ পূৰ্ব্ব পুৰুষসকলক,..... মহাশয়, কথা এটা উল্লেখ কৰিছোঁ, ভূল নুবুজিব, আমাৰ সোণৰ অসম খনৰ ভূমিপুত্ৰ জনজাতি সকলৰ কথাও সন্নিবিষ্ট কৰিব , হয়তো অসমৰ ভূমিপুত্ৰ সকলে আপোনাৰ সংলাপ পঢ়ি আপ্লুত হ'ব, ...... ধন্যবাদ

  • @mintudas404
    @mintudas404 Рік тому +13

    কথা খিনি আৰু ছবি খিনিয়ে হৃদয় চুই গ ল! সচাঁই আমাৰ অতীত সোণৰ অসম , চাই চাই যেন এনে অনুভৱ হৈছে মোৰ আকৌ যেন ঘুৰি যাওঁ সেই অতীতৰ দিনবোৰলৈ !😥

  • @Rupam_ZG_Kakati1845
    @Rupam_ZG_Kakati1845 2 місяці тому +1

    কিমান পাৰ্থক্য আছিল তাহানিৰ সেই অসমখন আৰু আজিৰ অসমখনৰ মাজত। ভাল লাগিল ভিদিওটো চাই , সুন্দৰ কথোপকথন।

  • @arunpathak2120
    @arunpathak2120 2 роки тому +33

    আচলতে সকলোৱে প্ৰকৃতিৰ ওপৰত ভিত্তি কৰিয়েই জীৱন নিৰ্বাহ কৰিছিল। বহুত সুখৰ দিন আছিল সেইদিন।

  • @bikashbora547
    @bikashbora547 Рік тому +8

    সঁচাই, চকুৰ পানী ওলাই গ'ল....কিমান সুন্দৰ আছিল চাগে সেই দিনবোৰ...❤️❤️❤️

  • @jitulkalita4455
    @jitulkalita4455 2 роки тому +14

    আগৰ দিন বোৰ সচা কৈ বহুত ভাল আছিল , মানুহে মানুহক সহায় কৰিছিল শুখ দূখ বুজি পাইছিল , আজি কালি কোনেও কাকো চিনি নোপোৱা হ'ল এই যান্ত্ৰিক যুগত , আপোনাৰ কন্ঠত শুনি বহুত ভাল লাগিছে ,

  • @subratabiswas3292
    @subratabiswas3292 Рік тому +1

    Video tu xasake bahut bhal lagil. Thanks

  • @manojbapa
    @manojbapa 2 роки тому +59

    ,সেইখনেই আছিল সোণৰ অসম♥️

    • @chinmoyjyotisharma3578
      @chinmoyjyotisharma3578 2 роки тому

      Hoi

    • @narengogoi1887
      @narengogoi1887 Рік тому +1

      আপোনাৰ কথা সত্য?

    • @miyarali-sp7ks
      @miyarali-sp7ks Рік тому +2

      হয় দাদা, আৰু এতিয়াৰ অসম কেৱল ৰাজনৈতিক আৰু সাম্পৰদায়িক।

  • @hemantadas2357
    @hemantadas2357 Рік тому +1

    Bohut val lagise aru dibo dei

  • @sagarikakataki762
    @sagarikakataki762 2 роки тому +2

    কবলে ভাষা নাই কিমান বেছি ভাল লাগিল ...উফ্‌ সোনালী অসম ❤️❤️

  • @JourneywithDIMPI1
    @JourneywithDIMPI1 2 роки тому +18

    Your voice is amazing. Thanks a lot for giving us the opportunity to recall our past.

  • @versatilediary8934
    @versatilediary8934 2 роки тому +12

    বৰ ধুনীয়াকৈ কথা খিনি উপস্থাপন কৰিলে। ভাল লাগিল দেই।
    বেয়া নাপায় যদি কথা এষাৰ কওঁ, মাজে মাজে এনেকুৱা ধৰণৰ বাতৰি বোৰ দেখুৱাই থাকিলে বেয়া নহয়। আমাৰ উঠি অহা প্ৰজন্ম এ শিকিব পাৰিব আৰু আমাৰ সংস্কৃতিক আঁকোৱালি লবলৈ গৌৰৱ অনুভৱ কৰিব।

    • @shikhamonideka7691
      @shikhamonideka7691 2 роки тому

      Xasa katha

    • @minisharma4957
      @minisharma4957 Рік тому

      আপোনাৰ প্ৰকাশ ভঙ্গী বৰ ৰসাল । অতীতৰ কথা শুনি আৰু চাই কিবা এটা বেলেগ আমেজ

  • @DevajitSutradhar-d8c
    @DevajitSutradhar-d8c 2 місяці тому

    Enekua video bohut val lage sai xosake,,,,otitor kotha videor joriyote dekhi bohut val lagil aru thank dada anekua video dekhoa babe

  • @sanjuimsanjay558
    @sanjuimsanjay558 Рік тому +1

    Bor bhal lagil

  • @lovewithpdas4815
    @lovewithpdas4815 2 роки тому +4

    অসমৰ বিষয়ে সুন্দৰ video তো বনোৱা বাবে আপোনাক অলেখ ধন্যবাদ । আগলৈ আৰু নতুন নতুন video পোৱাৰ আশা থাকিল ধন্যবাদ l

  • @BABULBARMAN1371
    @BABULBARMAN1371 10 місяців тому

    Bohut bhal lagil...uposthapona oti dhunia hoise...akow koiso bohut bohut bhal lagil

  • @rajenmili1049
    @rajenmili1049 2 роки тому +21

    👍🙏বৰ ভাল লগা অতীত স্মৰণ। বহুত পলমকৈহে এই পোষ্টটো পালো । মোৰ কল্পনাৰ পাখিয়ে আপোনাৰ দৰেই অতীত ক দৰ্শন কৰিবলৈ বৰ উদ্বাউল হয়। মোৰ বয়স ৫৫ বছৰ। মোৰ দেউতাই মোক মানে আমাৰ সহোদৰ সকলক , মোৰ সমনীয়া লগৰীয়া সকলোকে তেখেতসকলৰ শৈশৱৰ কেঁচা মাটিৰ কথা , তেখেতে তেখেতৰ দেউতাকৰ অৰ্থাৎ আমাৰ ককাৰ শৈশৱৰ অসমৰ কথা আদি অতি সুন্দৰ ভাৱে কৈছিল। আমি শুনা এই কথাবোৰ যদি সময়ত জুখি চাও নিশ্চয় ১৫০-২০০ বছৰৰ আগৰ অসম খনৰ কথা বহুখিনি জানিব পাৰি বৰকৈ আবেগিক হৈ পৰো । আপোনাৰ ভিডিঅ'টোত বৰ্ণিত প্ৰায়বোৰ কথা মোৰ পিতৃৰ কোৱা খিনিতকৈ প্ৰায় আৰু ২০০ বছৰৰ আগৰ । কথাখিনি একেবাৰে সচা সচা যেন লাগিল । আগলৈ এনে ধৰণে অতীত ৰোমন্থন কৰাব বুলি আশা ৰাখিলোঁ।

    • @kamruptourism4992
      @kamruptourism4992 2 роки тому

      তেন্তে বাৰু অকল ময়েই তামসিক আত্মা নহ‌ওঁ ?? বা আমিয়েই নহ‌ওঁনে অকল ??

  • @nibagaro6976
    @nibagaro6976 Рік тому +3

    ম ই জানিব বিছাৰো,শিৱসাগৰ,আহোমৰ
    অতিজৰ কথা,পাহৰি পেলালে,কিয় এনে
    আপোনি সোৱৰাই থাকক।আপোনাক
    বহুত বহুত ধনয্যবাদ।

  • @AnjaliDas-vv2fw
    @AnjaliDas-vv2fw Рік тому +1

    কবলৈ ভাষা নাই সুন্দৰ অসম আছিল পৰিবেশ ভাল আছিল ধন্যবাদ জনালোঁ আপোনাক 🙏

  • @jhunaramgonju6165
    @jhunaramgonju6165 Рік тому

    Eman duniya koi bujai deye sir manisu apunak very nice video

  • @sukleswardas3869
    @sukleswardas3869 2 роки тому +35

    400 bosor আগত 1 তাও বিহাৰী maruwali নাছিল আৰু বহুত খুখি আছিল অসম খন

    • @AranyakBarmanAssamesegame
      @AranyakBarmanAssamesegame Рік тому +2

      Amar logot bihari marwari or logot eku problem nai kebol ei je bangladexhir logot hey problem ase

    • @AkanDas-gh4nj
      @AkanDas-gh4nj Рік тому

      Aru khei khomoi ot Miya u nasile .....kiman khundor asile atiya ai Miya aru bihari bur a gutei ses kori dile oxom khon ....

    • @pinturoy7932
      @pinturoy7932 7 місяців тому +1

      আপনাক বাংলাদেশ লৈ যেনে ভয় কৰিচে এটা কথা কও আগতে কোচৰাবংশী এনে ভাবিল হয় অসমীয়া সংস্কৃতিৰ নামত আহোম সকলে সংস্কৃতি বচাই ৰাখিছে অন্য জনগোষ্ঠী জাতী বোৰক ধবংস কৰিল ভাষা সংস্কৃতি এটা কথা মনত ৰাখিব অসম অকল আহোম ৰাজত্বৰ কৰিছিল এয়া কথা নাপাহৰিব কামতাপুৰ ভূমিকলৈ হৈছে যত অসমীয়া সজাই নিজেৰ আহোম কেইটা লাচিত সেনা নিজৰ বুলি ভাবিছে ভুল বেচি ভাগে কোচ ৰজা সম্পতি

  • @chandramapathak8243
    @chandramapathak8243 2 роки тому +3

    সুন্দৰ অসম আছিল,পৰিবেশ ভাল আছিল সেইকাৰণে মানুহৰ মন ভাল আছিল, ধন্যবাদ, nostalgic

  • @lululellws1669
    @lululellws1669 2 роки тому +1

    Bhal lagil...

  • @jyotisankarnath8826
    @jyotisankarnath8826 Рік тому

    Khosakoi bht Val lagil dei

  • @archanabhowal3597
    @archanabhowal3597 3 місяці тому

    বহুত ভাল লাগিল

  • @AbdulMalik-ks5sr
    @AbdulMalik-ks5sr 2 роки тому +1

    ভাল লাগিল অসয বুৰঞ্জী আকৌ প্ৰচলন কৰক শিক্ষানুষ্ঠানত

  • @assamdeni3311
    @assamdeni3311 Рік тому +1

    Joi Aai Axom

  • @santanaphukongogoi7275
    @santanaphukongogoi7275 Рік тому

    বহুত ভাল লাগিল চাই.

  • @ajitdutta9034
    @ajitdutta9034 2 роки тому

    Hosakoiye bht val lagil

  • @kristenjek3044
    @kristenjek3044 2 роки тому +1

    Bohut bhal lagil aibur ami prathomik bidyaloy t pathdan korisilo

  • @alokdutta5907
    @alokdutta5907 2 роки тому

    সঁচাকৈয়ে বহুত সুন্দৰ উপস্থাপন আৰু অতীতৰ সোণৰ অসমখনৰ এক ঐতিহাসিক সোণালী দৃশ্য দেখি সঁচাকৈয়ে বহুত ভাল লাগিল । এইয়া ৪০০ বছৰৰ পূৰ্বৰ আহোম ৰাজ শাসনৰ সময়ৰ এক ৰোমন্থন কৰিবলগীয়া অতীতৰ এক মধুৰ চিৰ যুগমীয়া স্মৃতি ।

  • @pankajgogoi5395
    @pankajgogoi5395 10 місяців тому

    Bohut val asil hei din bur very good very very nice thank you so much beautiful 💕💕💕💕💕💕💕💕

  • @akhimkalita1414
    @akhimkalita1414 Рік тому

    Kotha bohut val lagile vdo2 Sai dada gauor nom thiyo hoi goise akou jodi jodi jabo lage horay ghatoloi luit paror deka bondhu nethakiba roi

  • @mr.bairagi9342
    @mr.bairagi9342 Рік тому

    Thanks for uploading this type of informative vdo.

  • @Bohvjd123
    @Bohvjd123 2 роки тому

    Sanjit boro bout bhai lagil

  • @prasantaborah5229
    @prasantaborah5229 2 роки тому +5

    সচাকৈয়ে কেনেকুৱা আছিল চাগৈ। মানুহ বোৰ মৰমীয়াল আছিল নে নিদয়ী আছিল। ভাবিলে গা মন কিবা লাগি যায়। আপোনাৰ কথাখিনি সচাকৈয়ে বৰ ভাল লাগিল। আগলৈও এনেকুৱা আবেগ ভৰা কথাবোৰ শুনিবলৈ পাম বুলি আশা কৰিলো।

  • @BiswajitDas-um4sp
    @BiswajitDas-um4sp 2 роки тому

    Khub val lagil poroni assomok sai,

  • @promodborah3768
    @promodborah3768 Рік тому

    Goodmorning sir আপোনাৰ পুৰনি দিনৰ কাহিনীৰ চাই ভাল লাগিল এই দৰে পেৰনা দি থাকিৱ ধন্যবাদ থাকিল

  • @mamaassam3044
    @mamaassam3044 2 роки тому +1

    Oti khundar uposthapon vagin hosakoi bohut val lagil👍+🔔✔️karilu thank you🙏❤

  • @akashtossaakashtossaakasht5189

    Apunar kotha huni val lagil

  • @mujammilhaqueofficial2007
    @mujammilhaqueofficial2007 Рік тому

    Khosaye bahot bhal lagil

  • @Mynaturalifestyle823
    @Mynaturalifestyle823 2 роки тому

    bhahut baria hoise

  • @dimbeswarrajbongshi8900
    @dimbeswarrajbongshi8900 Рік тому

    মহাশয় ,আপোনাৰ পৰা বহু নজনা কথা শিকিবলৈ পালোঁ ,বহু ধন্যবাদ জনালোঁ।

  • @chandramapathak8243
    @chandramapathak8243 2 роки тому

    বহুত ভাল আছিল,খুব ভাল লাগিছে,আপোনাক ধন্যবাদ

  • @khaninsarma5522
    @khaninsarma5522 2 роки тому

    Bahut bhal lagil.. thnk u

  • @AltafHussain-wn6yf
    @AltafHussain-wn6yf 2 роки тому +6

    সুন্দৰ অনুষ্ঠান।
    নষ্টালজিক হৈ পৰিলো। 🙏🙏

  • @Arupa-mg8rv
    @Arupa-mg8rv Рік тому

    Bohut vl lgise

  • @binodbujarbaruah
    @binodbujarbaruah 6 місяців тому

    I had History in college. Well drscription.
    Those days are gone.

  • @NewcartooncarCom
    @NewcartooncarCom 2 роки тому +5

    অ, মোর মরমর অসমী আই তেনেকৈ জীয়াই থম বুকুত সজাই । জয় আই মোর সোণর অসম !!❤❤❤❤

    • @rbvlogs9629
      @rbvlogs9629 Рік тому

      Broh ro tu vlke likhiba

    • @vsm5550
      @vsm5550 Рік тому

      ​@@rbvlogs9629 ro tu bisri pua nai😂

  • @junumech7558
    @junumech7558 Рік тому

    কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ বহুত ভাল লাগিল‌ 👏👏 কৃষ্ণ সেৱা জনাইছে ধন্যবাদ জনাইছোঁ কৃষ্ণ কৃষ্ণ

  • @akshal4248
    @akshal4248 Рік тому +1

    Khub bhal songbad dile
    Like aru subscriber korilo

  • @thanukonwar2410
    @thanukonwar2410 2 роки тому

    Bohut dhunia..

  • @bikashsharma6854
    @bikashsharma6854 2 роки тому

    Khosa bhut vl lagil

  • @surjycreation561
    @surjycreation561 2 роки тому

    Bhut ভাল লাগিল video tu sai

  • @banajitkalita5642
    @banajitkalita5642 2 роки тому

    Sai bhal lagil. jen sei din bor ubhati ahibo ami upabhog karim.

  • @nijarahazarika1107
    @nijarahazarika1107 2 роки тому

    Val lagil baru.

  • @thanukonwar2410
    @thanukonwar2410 2 роки тому

    Dhunia lagil,,,, aru kiba eta episode loi anibo,, aakha thakil,,, thank you...

  • @talhahussain3362
    @talhahussain3362 2 роки тому

    bohut val lagil❤️

  • @rupamrabha8708
    @rupamrabha8708 Рік тому +1

    Bhut Miss koru

  • @nightridingking847
    @nightridingking847 2 роки тому +2

    bohu vl loga video

  • @bikashgogoi4264
    @bikashgogoi4264 Рік тому

    Hey din bilag ai buhut Val asile ♥️

  • @UdayanBoruah-vs5be
    @UdayanBoruah-vs5be Рік тому

    mojaaaaa

  • @krishmita22
    @krishmita22 Рік тому

    ভাল বনাইছে দাদা

  • @iswaryk28october
    @iswaryk28october Рік тому +2

    আপোনাৰ ভিদিও টো ছায় বহূ ভাল লাগিছে . 1000/2000 বছৰ আগৰ অসমখন কেনে আছিল দেকূৱালে ভাল পাম...

  • @rubirajkhowa7183
    @rubirajkhowa7183 2 роки тому +8

    আপোনাৰ বাতৰি পৰিৱেশন বৰ শ্ৰুতিমধুৰ। আমি লাইঠেপেনা বৰগোহাঁই জীয়াৰী জয়মতী বংশৰ জীয়াৰী।

  • @ratulrajbongshi928
    @ratulrajbongshi928 6 місяців тому

    ৪০০ বছৰ আগতে অসমখন অসম আছিল ্্্্্্্কিন্তু এতিয়া অসম খন দিনক দিনে বাঙলা দেশলৈ পৰিবৰ্তন হৈ গৈ আছে। অসমীয়া জাতিৰ দূৰ্ভাগ্য। এটা সময়ত বদনে মান আনিছিল, নিজৰ গাদি বচাবলৈ, এতিয়াও নিজৰ গাদি বচাবলৈ বাঙলাদেশী আনি অসমীয়া জাতিতো ধ্বংস কৰাৰ দিশে অগ্ৰসৰ হৈছে। বদনৰ পৰিয়ালৰ বংশ বৃদ্ধি হৈছে। জয় আই অসম।❤❤❤❤❤

  • @dharitri1857
    @dharitri1857 Рік тому

    Bor val lagil ❤️❤️❤️

  • @Digantabhai8430
    @Digantabhai8430 Рік тому +1

    Dinbur bohut vl lasil❤️❤️❤️

  • @prodipkhound4287
    @prodipkhound4287 2 роки тому

    বৰ ভাল লাগিল আপোনাৰ কল্পনা।

  • @pkdutta7953
    @pkdutta7953 Рік тому +3

    সেই দিন আৰু নাই সেই সোনৰ অসমখনো আজি নাই বৰ দুখ লাগে।

  • @RinjuChutia-s5d
    @RinjuChutia-s5d 9 місяців тому +1

    Hei aasil hunor akhom

  • @User654-s2m
    @User654-s2m 2 роки тому

    Val lagil enekua anusthan lage ❤️❤️

  • @PranitaPathakOnline
    @PranitaPathakOnline 2 роки тому +9

    Excellant presentation.no one can read in a more beautiful tune than u bro.

  • @dharmendradas2825
    @dharmendradas2825 2 роки тому

    সুন্দৰ বৰ্ণনা।নষ্টালজিক হৈ গলো।

  • @jiliboro6323
    @jiliboro6323 2 роки тому +53

    Kobo gole.. Hei dintu besi bhal acli...

  • @shyamalsarmah5470
    @shyamalsarmah5470 5 місяців тому

    Mojja

  • @mrinmoykumarchoudhury6321
    @mrinmoykumarchoudhury6321 2 роки тому +2

    Assam.The Land of Rising Sun.Jai Aai Asom

  • @rupam_editz7
    @rupam_editz7 2 роки тому

    Mon jai ghuri jbole

  • @bhabashdeka3294
    @bhabashdeka3294 2 роки тому

    বহুতে ভাল লাগিল 🙏🙏🙏

  • @monjulamoran1040
    @monjulamoran1040 Рік тому

    দাদা আপোনাক বহুত ভাল লাগিল

  • @amanborah8358
    @amanborah8358 Рік тому

    Nice Dada

  • @eusofali1455
    @eusofali1455 2 роки тому

    Jike nohowk bahut val lagil puroni din Amar agot Dangi dhora jarone

  • @Abhichetia123
    @Abhichetia123 2 роки тому +5

    আমাৰ সোনাৰ অসম 🥰🥰❤️❤️💕

  • @akashdipbordoloi902
    @akashdipbordoloi902 Рік тому

    ভাল লাগিল ভিদিও টো চাই

  • @axomiyamoi1285
    @axomiyamoi1285 2 роки тому +4

    Nice voice sir

  • @upenkoch385
    @upenkoch385 2 роки тому

    ভাল লাগিলে দেই চাই সচাঁই

  • @jibanchetia2329
    @jibanchetia2329 2 роки тому

    Hundur video

  • @sankaraxomemusic3923
    @sankaraxomemusic3923 2 роки тому +6

    Jay বীৰ lachit 👍🙏

  • @Dadabhai972
    @Dadabhai972 Рік тому

    অতীত কথা বা বুৰঞ্জীৰ ৰোমন্থন কৰিলে মনটো বৰ ভাল লাগে কিন্তু বেছি অতীতৰ কথা ভাবি থাকিলেও বৰ্তমানৰ ওপৰত প্ৰভাৱ পৰে । আমি খাৰ খোৱা অসমীয়া
    অতীতৰ বহুত শিক্ষা পোৱা যায় ।

  • @faith9666
    @faith9666 Рік тому +2

    Amazing voice.

  • @devashreesaikia9682
    @devashreesaikia9682 2 роки тому

    Hosae bohut dhuniya asil amr axom khn

  • @bhobenjyotiphukan91
    @bhobenjyotiphukan91 2 роки тому

    সুন্দৰ ব্যাখ্যা ।

  • @chandanhazarika7006
    @chandanhazarika7006 2 роки тому

    Bhal lagil

  • @mantudas3746
    @mantudas3746 Рік тому

    আপোনাক বহুত ধন্যবাদ

  • @mayandas9581
    @mayandas9581 2 роки тому

    Nice history sar

  • @palashdeka7996
    @palashdeka7996 10 місяців тому

    Bohot emotional hoi porilu😢😢😢
    Ajir axom nai😢😢

  • @nabajyotidas5778
    @nabajyotidas5778 6 місяців тому

    very nice Sir❤❤❤