Dhonoyobad koka apunar phone no to je dile eibur moi bohut bisakh koru apunak phone korile Pam ne kun homoiyot phone koribo lagibo apunar kotha huni bohut bhal lagil Bhogobane apunak hodai bhale kukhole rakhok eyitue moi bhogabanor usorot prathona korisu .
তেনেকুৱা আপুৰুগীয়া ব্যক্তি এজন জীয়াই থকাটো অত্যাৱশ্যকীয়। আৰু ককাই সেই বিদ্যা ভাল মানুহ এজনক শিকাই থব লাগে। ধন্যবাদ।
বহুত বহুত ধন্যবাদ জনালোঁ আপোনাক দাদা ভিদেও চাই ভাল লাগিল
উপকৃত হলো। বহুত বহুত ধন্যবাদ ভাইটি। ককাজনৰ দীৰ্ঘাও কামনা কৰিলোঁ🙏
অ খুৰা আপুনি সঁচা ভগৱান মই
আপোনাক এদিন যদি লগ পালোঁ হেতেন কিন্তু আমি অসমৰ্থ যাব নোৱাৰোঁ খুৰা
❤❤❤❤❤❤❤❤
ভিডিওটিৰ শেষৰফালে তেখেতৰ নম্বৰ দিয়া আছে। যদি কিবা কাৰণত ফোনতো ৰিচিভ নকৰে তেন্তে মোক কল কৰিব মই সবিশেষ বুজাই দিম। মোৰ নং- ৭০০২৯২৩৬৪০
কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ভাল লাগিল বহুত বহুত ধন্যবাদ 🙏🏻🙏🏻🙏🏻
কৃষ্ণ কৃষ্ণ
Probin saikiaa❤❤❤🙏🙏🙏🙏mayong sondropur narongi village-ouguri moi bohut upokar paisu dada bohut vhal manuh 🙏🙏🙏joi maa kamaikhaa joi baba gonesh 😊😊😊😊😊
Address to val koi dibo neki Dada
Nambar to diyksun
তেখেতৰ শিক্ষা খিনি আন এজনকো শিকাই থব লাগে। মোৰ ওচৰে পাজৰেও এনে বহু ব্যক্তি আছিল, কিন্তু তেওঁলোকৰ শিক্ষা খিনি কাকো শিকাই থৈ নগ'ল। ফলত এতিয়া ডাক্টৰৰ অবিহনে গতি নাই। মোৰ হাত ভাগি ছিল, চকু ফুটি ছিল ঘৰুৱা চিকিৎসা ৰে ভাল হৈছিল ।
অ খুৰা আপুনি ভগৱান মই মাতিছো আপোনাক...আপুনি সদাই ভালে থাকিব ❤❤❤🙏🙏🙏🙏🙏🙏
Khube Darkari bhal kotha agbarhale. Thank you so much. God bless you .
মোৰ দাই army আছিল,,, bej এটাক কাটিবলৈ খেদি গৈছিল,, তাৰ পাছত এনেকুৱা হল খুড়ী বেমাৰ ভাল্ নহয় এক বছৰ মেদিকেল,, তাৰ পাছত nejor ভৰি ধৰি ক্ষমা খুজিলে next দিনা পৰা ভাল্,, এতিয়া কেইটামানে কব অন্ধ বিশ্বাস,, ভৰিত ধৰা next দিনৰ পৰা বেমাৰ ভাল্ এক বছৰ মেডিকেলত ঠিক নোহোৱা বেমাৰ
মানবসেৱাৰ বাবে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো।
Thank you baba. Khukhala thakak jai aai assam. Thank you thank you baba.
Dada koka jonor phn no tu dibo su
এখেতৰ কথাবোৰ বহুত ভাল লাগিল।
Kotha khini xuni khub bhal lagil. Apunak mur bahut bahut dhanyabad . Apunar mongal houk.
পাৰে যদি ইয়াত ককাৰ ঘৰৰ GPS location দিব ।
7002923640 এইটো মোৰ নম্বৰ। বেছি অসুবিধা পালে মোক ফোন কৰিব। মই বুজাই দিম কেনেকৈ যাব লাগে।
@@Garurtalorpratibha ok
@@Garurtalorpratibhadada phone number diyak Tekhetar
ভিডিঅ টো চাই নজনা কথা জানিব পাৰি ভাল লাগিল। তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলো। প্ৰবীন শইকীয়া দেৱৰ সু - স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ৰাইজৰ কামত নিয়োজিত হৈ থাকিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো।
ইতিবাচক কমেন্টৰ বাবে ধন্যবাদ জনালোঁ
বিশ্বাসে মিলয় হৰি ।
Suwali potai dibo pora tips asa nki?
Bohut vl lagil,kokar long live❤❤❤
Dada val lagise, aponar bidya khini aru dui ajanak sikai thabason
মই এজন ফৌজি হয়, কিন্তু মোক মোৰ ফেমেলীক কলা যাদু কৰি মৰণ ষ্টৰৰ পৰা বাচিলো,বেজেহে বচালে
Bej r nmbr deok sn fuwjibabu.... Mor family k sem problm hoise
Muku number tu lagisil dibo neki
মোৰ দৃষ্টিৰে--------
বেজালী কোনো মিচা নহয় কিন্তু কিছুমান নজনা মানুহে বেজালী জানো বুলি মিচাতে কাৰোবাৰ পৰা টকা পইচা খাই বেজালীক বদমান কৰি আছে ।সেই দুই নম্বৰী মানুহ বোৰৰ বাবে আজি বেজালী মিচা বুলি বদনাম হৈছে । হয় বিজ্ঞানৰ যুগ কিন্তু প্ৰকৃত তন্ত্ৰ মন্ত্ৰ ৰহস্য আজিও ভেদ কৰিব পৰা নাই । আজিও বিজ্ঞান চালুকীয়া অৱস্থাতেই আছে ।
ঘৰত কাজিয়া কৰি বহু দূৰ ওলাই যোৱা মানুহক ওভোটাই আনিব পাৰিব নেকি ? তেনেকুৱা কাম কৰে নে, please reply দিব দাদা🏵️
এবাৰ আহি চাব পাৰে
@@Garurtalorpratibha ধন্যবাদ দাদা,🙏✅✅✅
😢😢😮
How to go from guwahati
Call me- 7002923640
Dhonoyobad koka apunar phone no to je dile eibur moi bohut bisakh koru apunak phone korile Pam ne kun homoiyot phone koribo lagibo apunar kotha huni bohut bhal lagil Bhogobane apunak hodai bhale kukhole rakhok eyitue moi bhogabanor usorot prathona korisu .
Apunak kiman homoiyot phone korile Pam jonabosun pl.
Phone number2 pam nki koka jonor.. Pare jodi dibosun
Nmbrtu muk dibane
Herua gohona uliai dibo paribo neki?
মোক কল কৰিব- ৭০০২৯২৩৬৪০
Bor val lagil video tu
Address to dibo
Bohut val eta information dila Dada val lagil moiu jam
Moi bohut bipdot porisu kokak log pabo bisaru
Moi goisilu UA-cam t pai
Ki problem
@@rinjudas6867koka usrt goi problem bur slove hol ne
মোৰ ঘৰত বিপদ বিপদ আহিথাকে কিবা এটা উপাই বিছাৰিছো দিবনে খুড়া
আহিব আপোনালোক। তেখেতৰ নম্বৰ ভিডিওটিৰ শেষৰফালে দিয়া আছে। যদি কিবা কাৰণত ফোনতো ৰিচিভ নকৰে তেন্তে মোক কল কৰিব। মই সবিশেষ বুজাই দিম। মোৰ নং-৭০০২৯২৩৬৪০
Dada khura Jonar nembor to diboson address to valkoi jonabison
ভিডিওটিৰ শেষৰফালে নম্বৰ দিয়া আছে
Mur tate asei no mayongor bohut kijonor no rei ase
Aponar phone no dibo
kaka phone naber tu dibo naki napai jadi pls ❤
মোক দিব নি বহুত দৰকাৰ হৈছিল @@bikramkakati9067
ভাল লাগিল ককা সেৱা জানানো লগতে তোমাকে গোলাঘাটৰ পৰা মৰম দিলো ভাইটি ❤❤❤
ধন্যবাদ
Bahut val lagile video tu..
Dada Val lagile video to
তেখেতৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলোঁ 🙏🙏 অনুগ্ৰহ কৰি তেখেতৰ মোবাইল নম্বৰ টো দিলে বহুত সুখী হম দাদা 🙏🙏
তেখেতৰ নম্বৰ ভিডিওটিৰ শেষৰফালে দিয়া আছে। যদি কিবা কাৰণত ফোনতো ৰিচিভ নকৰে তেন্তে মোক কল কৰিব মই সবিশেষ বুজাই দিম মোৰ নং- ৭০০২৯২৩৬৪০
ধন্যবাদ দাদা । ❤️ মোৰ বহুত মেডিকেল গৈ হৈ ভাগৰি পৰিছোঁ মই প্ৰব্লেমত জীয়াই আছো কিন্ত মেডিকেলত ধৰা নপৰে বেমাৰতো তাত গলে সমধাম ওলাব নে দাদা❤️🙏🏻।
এবাৰ চাব পাৰে
আপুনি খুৰাৰ ওচৰলৈ যাওক আৰু লগতে আপুনি acsees buse লওক বেমাৰ ভাল নোহোৱাৰ কোনো কাৰণ নাই. খুৰাৰ বহুত ভাল
তেখেত মানুহ জন কিন্তু বহুত ভাল।
ধন্যবাদ জ্ঞাপন কৰিলোঁ
Have a good health and long life always....
দাদা গুৱাহাটীৰ মায়ংলৈ যোৱা গাড়ী মবাইল নাম্বাৰ দিবনে মই যাব লগীয়া হৈছে
মোক কল কৰিব। মোৰ নং- ৭০০২৯২৩৬৪০
মই সবিশেষ বুজাই দিম।
Please send number in English language
I don't understand your language..
Best bro
Bahut val lagila
Business &money related issues solve hobo ne , plz reply
তেনেকুৱা মানুহ বহুত অহা দেখিছো, গতিকে আহি চাব পাৰে
ককা প্ৰবীণ শইকীয়া নমস্কাৰ গ্ৰহণ কৰিব যেন, মোৰ ঘৰুৱা সমস্যা সমাধানৰ বিভিন্ন পথ অতিক্ৰমি কৰি
সুফল লাভ কৰা নাই বাবে আজি video চাই ভাল লাগিল লগতে মই আপোনাক লগ কৰিব যাম বুলি ভাবিছোঁ যিজন দাদাই ভিদিও টো বনাইছে তেওঁক thanks দিলোঁ ককা মোৰ সৰু ভাই টো ওচৰৰ মানুহে পঢ়াত চোকা বাবে বাদামৰ লগত কিবা খুৱাই স্কুল যাব নোৱাৰাকৈ পগলা কৰিলে বহুতো dr কৱিৰাজ
দেখুৱাই ভাল হোৱা নাই সুইছাইড কৰিব বিচাৰে ঘৰত থাকিলে ভাৰা ঘৰত ভালে থাকে দেউতাক মদৰ লগত বিষ খুৱাই পগলা কৰিলে মাৰি পেলালে ডাঙৰ ভাই ছোৱালী ফচাই দিলে মাজু ভাই স্কুল যাব নোৱাৰাকৈ পগলা কৰিলে মাক খোজ কাঢ়িব নোৱাৰাৰ বাবে মোৰ বিয়া ভাঙি দিয়ে আজি ঘৰ চাই মই ঘৰতে বুঢ়ি হৈ থাকিব লগীয়া হল। গতিকে ককা প্ৰবীণ শইকীয়া😢মোক অকণমান help কৰপক্ক
এবাৰ চেষ্টা কৰি চাব।
মানুহ বৰ অকৃতজ্ঞ প্ৰাণী দেউতা
দাদা মোৰ ছোৱালী জনীয়ে কথাই নোশুনে আৰু মেট্ৰিক একজাম আহি আছে কিন্তু তাই পহিবৰ মন নকৰে কিবা উপায় দিবছোন
Ase ,kat Ghar aponar
Baba jnr phone number tu dib sun
আমি যাম বুলি ভাবিছো কিন্তু ককাই ফোনটো উঠোৱা নাই কথা হল ভাদ মাহত চাইনে কিবা ঘৰৰ পৰা নিব লাগিব নেকি জনাবচোন
মোক কল কৰিব মই সবিশেষ বুজাই দিম। মোৰ নং- ৭০০২৯২৩৬৪০
দাদা মোৰ এই বেদৰ শিক্ষা লোৱাৰ মন জনাবচোন
এলাৰ্জিৰ বেমাৰটো মোৰ মানুহ জনৰ যোৱা পাচঁ বছৰৰ পৰা হৈ আছে। বহুত দৰব খালে কিন্তু কোনো উপকাৰ পোৱা নাই।ফোন ন টো দিব লাগিছিল।
ভিডিওটিৰ শেষৰফালে তেখেতৰ নম্বৰ দিয়া আছে। যদি তেখেতৰ ফোন নম্বৰ ৰিচিভ নহয়, তেন্তে মোক কল কৰিব পাৰে। মোৰ নং- ৭০০২৯২৩৬৪০
Dada mur bahut homoissa ase .jodi khura r nembor to diye val asile.moi
Sivsagar r pora.apunar vedio sai val lagil.
তেখেতৰ নম্বৰ ভিডিওটিৰ শেষৰফালে দিয়া আছে। যদি কিবা কাৰণত ফোনতো ৰিচিভ নকৰে, তেন্তে মোক কল কৰিব, মই সবিশেষ বুজাই দিম। মোৰ নং- ৭০০২৯২৩৬৪০
মায়ং ৰ হিচাপে গৌৰৱান্বিত ধন্যবাদ 🙏
দা.দা.মায়ঙ.কোন.জিলাত.পৰে.
মায়ং মৰিগাঁও জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত। য'ত আছে পৱিতৰা অভয়াৰণ্য। গুৱাহাটী দিশৰ পৰা আহিলে চন্দ্ৰপুৰ পাৰ হৈ আৰু মৰিগাঁও দিশৰ পৰা আহিলে মনোহা, ঝাৰগাওঁ, বুঢ়াবুঢ়ী পাৰ হৈ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সোণাপুৰ চামতা দিশৰ পৰা আহিলে পবিতৰা অভয়াৰণ্য পাৰ হৈ মায়ং পাব। প্ৰবিন শইকীয়াদেৱ থকা ঠাইখিনিৰ নাম হ'ল- মায়ং, ঔগুৰি। আৰু অধিক জানিবলৈ মোক কল কৰিব- ৭০০২৯২৩৬৪০ নম্বৰত।
Thanks dada
দাইভাৰ জনৰ নম্বৰ দিব নি ?
Bohut bhal kotha moiu biswash koru
থিকনা তু ভাল কৈ দীয়ক দাদা মোৰু মানুহ জন বহুুত বছৰৰ পৰা বেমাৰত ভুগী আছে পাৰিেলে নংমৰ তু দীয়ক 🙏
তেখেতৰ নম্বৰ ভিডিওটিৰ শেষৰফালে দিয়া আছে। তেখেতৰ ফোন ৰিচিভ ন'হলে মোক কল কৰিব, মই সবিশেষ বুজাই দিম। মোৰ নং- ৭০০২৯২৩৬৪০
Good news bro 1st view
নাভৰ দোষত কাণ এটা নুশুনাক ভাল কৰিব পাৰিবনে। ডাক্তৰ মতে ভাল নহয়
Dada,batbishar sikitsa asene?doya kari janabo.
আছে। আহিব। তেখেতৰ নম্বৰ ভিডিওটিৰ শেষৰফালে দিয়া আছে। যদি কিবা কাৰণত ফোনতো ৰিচিভ নকৰে তেন্তে মোক কল কৰিব মই সবিশেষ বুজাই দিম মোৰ নং- ৭০০২৯২৩৬৪০
Very good
Kon thair kokar ghr
মৰিগাঁও জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত মায়াঙত ঘৰ। ঠাইখিনিৰ নাম- মায়ং, ঔগুৰী
Address টো ভালকৈ দিয়কচোন
পবিতৰা অভয়াৰণ্যৰ ওচৰত
Thanks a lot for information keep up it🙏
ৰুগী ৰ খোন নং আছে যদি পঠাই দিয়ক ৷
Thinks dadaaaa
ককাʼৰ মোবাইল নম্বৰ টো বাৰু নালাগে দিব, কিন্তু ঠিকনাটো পাৰিলে ভালকৈ এবাৰ পোষ্টত লিখি দিলে বহুত মানুহ উপকৃত হ'ব।
তেখেতৰ নম্বৰতো ভিডিওটিৰ শেষৰফালে দিয়া আছে। যদি তেখেতে কিবা কাৰণত ফোন ৰিচিভ নকৰে, তেন্তে মোক কল কৰিব, মই সবিশেষ বুজাই দিম। মোৰ নম্বৰটো- ৭০০২৯২৩৬৪০
Dada batcha nohowa problem thik hbo ne
Kokar ghor burha mayongot chanaka jaute pua xoru dolong r usorote
চেন্দেল কিযুৰ দেখুৱালে মানুহ খিনিক কিয় নেদেখুৱালে
বহু কথা আছে।
তেখেতৰ নিজৰ ঘৰৰ এ সমস্যাবোৰ সমাধান কৰিব পৰা নাই চোন , বেলেগ ৰ সমস্যা আৰু কেনেকৈ
সমাধান কৰে ভগৱানে হে জানে । বাহিৰৰ পৰা দেখিবলৈ সকলো ঠিকেই😊😊
যেনে
ককা জেঠাৰ মোবাইল no টো লাগিছিল, পামনে দাদা, পালে বহুত উপকৃত হম
ভিডিওটিৰ শেষৰফালে নম্বৰ দিয়া আছে
Val.lagel.
ব্যৱসায় উন্নতি হোৱা এটা মন্তৰ দিব চোন
2:37 2:47
Mayngt gole kot kenekoi log Pam সবিশেষ জনালে উপকৃত সম
এটা কাম কৰক। তেখেতৰ নম্বৰ ভিডিওটিৰ শেষৰফালে দিয়া আছে। যদিহে কিবা কাৰণত তেখেতে ফোন ৰিচিভ নকৰে, তেন্তে মোক কল কৰিব। মই সবিশেষ বুজাই দিম। মোৰ নং- ৭০০২৯২৩৬৪০
Dada apunar video to sai bahut Val lagil kokak lag pab bisarisu kiba din bar ase neki suasitar karne
তেনেকুৱা দিন বাৰৰ কোনো কথা নাই। কেবল দুপৰীয়া ১২ বজাৰ আগত আহি পালে ভাল।
Thanks dada
ভাই ফোনত কিবা মিমাংসা কৰিব পাৰি নেকি??? মই কেতিয়াও যাব নোৱাৰু। কাৰণ মোৰ লগ সং নাই। সেই বাবে সূধিলো
সেইটো কথা তেখেতক সুধা নহ'ল।
Apuni kun jagar hoi muru log nai juar
@@sumivlogs1607 আপুনি কোন জেগাৰ। মই ডুলিয়াজানৰ
@@malarajkonwar moi jorhator
@@malarajkonwar moi jorhator
Bahut skip kori salu video tu... Lastot alop val lagil...
Dada tekhete Cancer r dorob o diye naki.. ??? Plzz reply
দিয়ে বুলি কৈছে
Dada phone number diyak sun please please please please please please bhut urgent bhut urgent asile please 🥺😭😭😭😭😭😭😭😭😭😭🥺🥺😭😭😭😭
Hoi diye
Dada sakori karone kiba dibo nki
Piles problem bhal hoi nai kobo sn plz🙏🙏
মোক কল কৰিব- ৭০০২৯২৩৬৪০
ককাৰ ওচৰত গৈ কাৰ কাৰ লাভ হৈছে, কমেন্ট কৰা। তেতিয়াহে
বেলেগ মানুহ তেওঁৰ ওচৰত যাব।
Bohut bohut doinmbed thalel....
Jai guru khura apuni mur khamaisa olop Sai dibosun mur mokor rakhi Lakhimpur assamor para komen korisu
মোৰো ঘৰত বহুত প্ৰবলেম হৈ আছে কিন্তু আমি মানু্হ এজনক পাইছো তেখেতে ফটো চায়েই সকলো কব পাৰে তেখেতে আমাকো কিবা কিবি নিয়ম নিতি কৰিব দিছে আমি বৰ্তমান তেওঁ ৰ মতে কৰি আছো আজি 6 দিন হল।
Manu jn r thikana dewksn mor o bht problem soli ase moio jm
@@sangitadas1591 apunar phn no diok moi phn krim apunak
Mk phn krile pabo number tu diok apunar
Brother val lagil
দাদা ফুন নাম্বাৰটো দিব ককা ভাগৰ
তেখেতৰ নম্বৰ ভিডিওটিৰ শেষৰফালে দিয়া আছে। যদি কিবা কাৰণত ফোনতো ৰিচিভ নকৰে তেন্তে মোক কল কৰিব মই সবিশেষ বুজাই দিম। মোৰ নং- ৭০০২৯২৪৬৪০
Dada prsonl ms dibya prim nee
তেখেতৰ নম্বৰ ভিডিওটিৰ শেষৰফালে দিয়া আছে। যদিহে কিবা কাৰণত ফোনতো ৰিচিভ নকৰে তেন্তে মোক কল কৰিব মই সবিশেষ বুজাই দিম। মোৰ নং- ৭০০২৯২৩৬৪০
বিশ্বাস কৰোঁ কিন্তু চোৰ টো ধৰি দিয়া নহয় জৰা ফুকা কৰে সেয়েহে যোৱা নাই।
এখেতে আকৌ সকলোকে জৰা ফুকা নকৰে। কিছু ব্যতিক্রম। মই নিজেই গৈ আচৰিত হৈছো। ভাল পোৱা সকলক লগ পায় ভাল লাগিছে। ভাল নপোৱা বা সফল নহোৱা সকলোকো লগ পাব বিচাৰি আছো। কিন্তু লগ পোৱা নাই। আচলতে বিফল কোনোৱে হোৱাই নাই নে বিফল হৈ নীৰৱ হৈ আছে বুজিব পৰা নাই। কিন্তু সফলতাৰ আৰঁত এখেতৰ প্ৰাধান্য যথেষ্ট। কাৰণ মোৰ সমুখ সমৰত লগ পাইছো তেনে ব্যক্তিক। প্ৰকৃততে মই নিজেও এটা উদাহৰণ। বিঃদ্রঃ- সকলোৱে সফল নহোৱাতো স্বাভাৱিক। কিন্তু শতাংশৰ হাৰত সৰ্বাধিক।
Video to si val lagel
ধন্যবাদ
দেউতা মোৰ ছোৱালী এজনীৰ আজি প্ৰায় বাৰ বছৰ হ'ল মানসিক অসুখত ভোগি আছে । আপোনাক সকলো সময়তে পামনে। দেউতা
ভাল লাগিল।
Video to chai bohut bhal lagil 😢😮😅😊
অণুগ্রহ কৰি ককা জনৰ Ph no তো দিব নেকি?
ভিডিওটিৰ শেষৰফালে তেখেতৰ নম্বৰ দিয়া আছে। যদিহে কিবা কাৰণত তেখেতে ফোন ৰিচিভ নকৰে, তেন্তে মোক কল কৰিব, মই সবিশেষ বুজাই দিম। মোৰ নম্বৰ- ৭০০২৯২৩৬৪০
❤❤❤❤মুক
Pronam jonaisu.. vogobane kushale thakok
Dada khura jone ghrr manuh mn joy korib pora kiba upai dib ne Ripley dib dada plz
ভিডিওটিৰ শেষৰফালে তেখেতৰ নম্বৰ দিয়া আছে। যদি কিবা কাৰণত ফোনতো ৰিচিভ নকৰে তেন্তে মোক কল কৰিব মই সবিশেষ বুজাই দিম। মোৰ ন- ৭০০২৯২৩৬৪০
Teu maiyong r full address 2 db nki
তেখেতৰ নম্বৰ ভিডিওটিৰ শেষৰফালে দিয়া আছে। যদি কিবা কাৰণত ফোনতো ৰিচিভ নকৰে তেন্তে মোক কল কৰিব। মই সবিশেষ বুজাই দিম। মোৰ নং- ৭০০২৯২৩৬৪০
Bhal video dsa dhoinobad
Sir full Address Dibi sun sir
মোক কল কৰিব মই সবিশেষ বুজাই দিম। মোৰ নং- ৭০০২৯২৩৬৪০
Thanks sai bahut val lagil aber Praveen uncle lag karim
Kindly khurar address tu valkoi dibosun
বৈজ্ঞানিকে ভগৱান নাই বোলি কৈছে!
কি মূখ বিজ্ঞানি !
অহংকাৰী বিজ্ঞানি ভগৱানে দিছে কাৰনেহে সেতি বিজ্ঞানি হব পাৰিছে
কাম নাইকীয়া বৈজ্ঞানিকে ভাৱে সেতকে আৰু কোনো নাই বোলি
প্ৰকৃতিয়ে দিছে কাৰনে হে সেতি বিজ্ঞানি হব পাৰিছে
প্ৰকৃতিয়ে নিদিলে সেতি কৰ পৰা আৱিষ্কাৰ কৰিব পাৰিব
Thak you aponak