ইমান মিঠা ও মধুৰ কণ্ঠৰ ভক্তি ৰস! কোটি কোটি নমস্কাৰ ও ধন্যবাদ। " জয় জয় ৰাম........" এই খিনি আৰু দুবাৰ মান মাজে মাজে যদি গাব পৰা গ'লহেতেন আৰু সোণত সুৱগা চৰা হ'ল হেঁতেন । বহুত উজ্বল ভৱিষ্যৎ আছে। একেই কণ্ঠত বহুত শুনাৰ আশাৰে-🙏👍
Ati sunder lokgeet. Agoloi sunibo pai thakim buli asha rakhiso. Tomak dekhile Makhiba r Shah Dokan o manat pari jai . Tomar vabisyat mangal kamana kariso. Krishna Krishna
Khub xundar Sangeet
সুন্দৰ, সুন্দৰ , সুন্দৰ।🙏🙏🙏
ধন্যবাদ জনালো,,, বহুত সুন্দৰ
অতি সুন্দৰ সুৰ আৰু কন্ঠ।
সুন্দৰ পৰিবেশন
বৰ সুমধুৰ কণ্ঠ ,সুন্দৰ বাদ্যৰ সমাহাৰ....
শুনি আপ্লুত হলো. আৰু এনে আপোনাৰ
কণ্ঠত গীত শুনিবৰ বাবে বাটচাই থাকিলো, আৰু ভগবানে কুশলে ৰাখক. তাৰেই কামনা কৰিলোঁ..
Bohut vall hoisa
আমাৰ সংস্কৃতিক লৈ আপোনালোকৰ প্ৰচেষ্টা অতুলনীয়
বৰ সুন্দৰ❤
Bohut val lagil..mon2 kiba thikona bisari py sy..aig bahi jauk..krisno
Fresh hoi jai mon to..❤️❤️
Kouty kouty dandavat pranam aru namaskar 🙏🏻
বাহ কি যে সুমধুৰ অমৃত ময় (সংগীত ভক্তিৰ মহিমা)
ভক্তি সাগৰত ধূবি ৰলো প্ৰভু।
অতি সুন্দৰ, ভাষা নাই কি কম সুন্দৰ...
মাধৱ হালৈৰ মনোৰম কণ্ঠ, musician সকলৰ যোগ্য দক্ষ সহযোগ, গীতৰ অন্তৰ্নিহিত কথা লগতে দিহানামৰ সুন্দৰ সং যোজন সকলো মিলি অতীব এক সুন্দৰ লোকগীতৰ উপস্থাপন হৈছে ,বাৰে বাৰে শুনি ও হেঁপাহ যেন নপলাই । কৃষ্ণ...
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
Khub valo hoachhe dada🙏
খুবেই সুন্দৰ হৈছে
আপুনি ইমান সুন্দৰ গাইছে মন প্ৰাণ জুৰ পৰি গৈছে ।
ধন্যবাদ
Krishna Krishna. Dhuniya gaise.
বহুত সুন্দৰ, সুৱলা আৰু অত্যন্ত শ্ৰুতিমধুৰ সুৰ, ধন্যবাদ ; নতুনকৈ আৰু গীত পৰিবেশনৰ বাবে অনুৰোধ জনাঁলো
🙏🙏🙏
উত্তম লোকগীতৰ পৰিবেশন । মাধৱ হালৈ ধন্যবাদৰ পাত্ৰ । ইমান সুন্দৰ ভাবে hands পাৰ্টিয়ে সহযোগ দিছে তেখেত সকলকো ধন্যবাদ । বৰ ভাল লাগিছে,কেবাবাৰো শুনি আছো ।
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
ধুনীয়া হৈছে।
ইমান মিঠা ও মধুৰ কণ্ঠৰ ভক্তি ৰস! কোটি কোটি নমস্কাৰ ও ধন্যবাদ। " জয় জয় ৰাম........" এই খিনি আৰু দুবাৰ মান মাজে মাজে যদি গাব পৰা গ'লহেতেন আৰু সোণত সুৱগা চৰা হ'ল হেঁতেন । বহুত উজ্বল ভৱিষ্যৎ আছে। একেই কণ্ঠত বহুত শুনাৰ আশাৰে-🙏👍
Qqqqqqqqqqq
Bahut,,,,,,,,,dhunia 🙏🙏🙏🙏🙏🙏🙏
ধন্যবাদ
Bahut val lagil khura
Dada bohut bhal lagil
খুব সুন্দৰ ভাল লাগিল বহুত।
Oti sundar... Asamiya kantha... Aru lage...
Hepah napolai xunili o ❤❤❤
ধুনিয়া লাগিল।
বৰ সুন্দৰ হৈছে৷ বিশেষকৈ টুকাৰিখন বৰ ভাল বজাইছা 👌👌🙏
তেখেতে নিজে বজাই।
Haloi da bahut bhal hoise
Ati sundor sonsthapon ....khub bhal hoise !!
🙏
oti xundar
Mor dristit Lokogeet silpi Madhob Haloi dev r eitu shrestho lokogeet.
Bahut val hoise gaantu.
Very nice song I love the song.Thank you congregation.🎉
জয় কৃষ্ণ গুৰু 🙏❤️❤️🙏 বৰ ভাল লাগিল ।
সুন্দৰ কন্ঠ আপোনাৰ।👏👏👏
ধন্যবাদ
বহুত সুন্দৰ হৈছে , অনুপম আৰু বিতোপন দা আপোনালোকক প্ৰণাম জনাইছো আমাক সুন্দৰ গীত এটা উপহাৰ দিয়াৰ বাবে
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
দিনটোত এবাৰ হলেও সুনো ভাল লাগে
ভাল লাগিল গান শুনি |
বহুত সুন্দৰ গীত।
Xundor
বহুত সুন্দৰ ❤🎉🎉🎉
অতি সুন্দৰ কণ্ঠ আপোনাৰ। এনেদৰে গায় থাকক👏👏👏
ধন্যবাদ
বৰ ভাল লাগিছে।
বহুত বেছি ভাল লাগিল
গান আৰু বাজনা মিলি গৈছে, শুনি বৰ ভাল লাগিছে। গায়কক ধন্যবাদ ।
🙏
সুন্দৰ উপস্থাপন..সুন্দৰ কণ্ঠ !শুনি ভাল লাগিল !👏👏👏
ধন্যবাদ
বহুত সুন্দৰ, মধুৰ কণ্ঠ শুনি ভাল লাগিল 👏👏
ধন্যবাদ
সুনদৰ
সব সুন্দৰ হৈছে । কামৰূপী লোকগীতৰ পৰম্পৰা ৰক্ষা কৰি গায় যাব বুলি আশা ৰাখি (বুদ্ধি জ্যোতি )ঢকুৱাখনা
😅
হৰিৰ মহিমা অপাৰ।সেয়ে হৰিয়ে দান কৰা সুৰ
অতি সুন্দৰ কণ্ঠ বাপজনাৰ🙏🙏🙏॥
সুন্দৰ উপদেশ ফিলে
অতি শ্ৰুতি মধুৰ লোকগীত এটি পৰিবেশন কৰি আমাক বাৰুকৈয়ে আপ্লুত কৰিলে ! অশেষ ধন্যবাদ জনালোঁ !
Oti sundor
সুন্দৰ সু মধুৰ কৃষ্ণ
ধন্যবাদ
Ati sunder lokgeet. Agoloi sunibo pai thakim buli asha rakhiso. Tomak dekhile Makhiba r Shah Dokan o manat pari jai . Tomar vabisyat mangal kamana kariso. Krishna Krishna
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
Eman dhuniya haise madhab haloy aro lokogit diba
🙏
এই গীতটো অন্য ৰুপত গোৱাৰ বাবে ভাল লাগিছে । সুন্দৰ কণ্ঠৰ অধিকাৰী।
♥️joi Maa Kamakhya♥️
Mr dada hoi haloi da, br sundor lokogeet gay
ধন্যবাদ
Super lagise
Bor val lagil
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🏻🙏🏻
ভাল লাগিল শুনি। মই আগতে এইটো শুনানাছিলো।
Kouty kouty dandavat pranam o namaskar
Bande purokhottam
অতি উত্তম। কৃষ্ণ। 🙏🙏🙏🌸
🙏
Jai shree krishna radha ki jai
bahut bahut dhuniya lagise
ধন্যবাদ
খূৱ সুন্দৰ কন্ঠ নিগৰাইছে। ভগৱানে আপোনাক মংগলে ৰাখক।
ধন্যবাদ জনালো।
হালৈ দা বহুত ভাল লাগিল শুনি ❤️😊❤️
ধন্যবাদ
Sundar sure dhanyavaad
নমস্কাৰ ৷ খুব ভাল লাগিছে ৷লগ পোৱাৰ বহু আশা ৰাখিছো ৷অনুগ্ৰহ কৰি মো' নংটো জনাব বুলি অনুৰোধ জনালোঁ ৷ ধন্যবাদ ৷
অতি সুন্দৰ … হৃদয়স্পৰ্ষী 🙏
ধন্যবাদ
বৰ ভাল লাগিল । n. Kalita
সুন্দৰ কণ্ঠ লগতে সুন্দৰ ভাৱে উপস্হাপন কৰিছে;অভিনন্দন জনালো
🙏
কি সুন্দৰ ...মনোমোহা🙏
ধন্যবাদ
Anupom da,bor hundor hoise dai, apunalukor podokhepbur hosakoi bohut prosongsoniya dai.
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
কি মনোরম হালৈ দা
ধন্যবাদ
Sundar
Shree krishnaya Namah
Kouty kouty dandavat pranam o namaskar
Very nice haloi da
🙏
অতি সুন্দৰ
🙏
সুন্দৰ।
Dhunia
ধন্যবাদ
Val lagil lukogit ti huni.
ধন্যবাদ
সুন্দৰ প্ৰদৰ্শনৰ
ধন্যবাদ
মাধৱ হালৈ মহোদয়, বৰ সুন্দৰ কণ্ঠ আপোনাৰ। অসমীয়া লোকগীতৰ ভঁৰাল আৰু অধিক গীতেৰে সমৃদ্ধ কৰিব বুলি আশা ৰাখিলোঁ। ঈশ্বৰে কুশলে ৰাখক আপোনাক।
Comment number 201
Hoy teoaei mahaan jagatar ishwar Jai Shri Krishna ,,,,,,,
পৃথিৱীৰ বিশ্বৰ সকলো মানৱ জাতিয়ে এনেকুৱা ভক্তি মুলক যদি দিনে এটা ও শুনে স্্গীত (কিমান যে সুন্দৰ অমৃত ময় পৃথিৱীলৈ ) শান্তি আহিব মানুহৰ মন বোৰ (সৎ সত্য সনাতন বিশ্বাসৰ পথৰ সৃষ্টি কৰিব পাৰিব )অউম শান্তি)
Barbhal lagil
Very nice dada
ধন্যবাদ
Vl lagil ❤️
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
🙏🙏Jai sree Krishna 🙏🙏❤❤🙏🙏
Apunar usarot bohi hunibor mon ashil vakot
সুন্দৰ কন্ঠ 👍
আপোনাৰ প্ৰতিভাক সদায় সম্নান জনাও
এটি বুজাব নোৱাৰা অনুভৱ সঁচাই মধুৰ কণ্ঠ ❤️💚💚