Namok nokoribi hela by Hirok Jyoti Sarma || Kamrupi Lokogeet || নামক নকৰিবি হেলা || কামৰূপী লোকগীত
Вставка
- Опубліковано 27 лис 2024
- প্ৰয়াত শিল্পী ভিটালী দাসৰ সোঁৱৰণত....
হীৰকজ্যোতি শৰ্মাৰ কণ্ঠত- নামক নকৰিবি হেলা [কামৰূপী লোকগীত]
কথা/সুৰ- (সংগ্ৰহ) বসন্ত পাটগিৰী
সংগীত পৰিচালনা- ভদ্ৰকান্ত দাস
বাদ্যযন্ত্ৰী শিল্পী- কৈলাস ৰাভা, ৰাজকুমাৰ ৰৱি দাস, ৰাজা বৰুৱা, বৰুণ দাস, ভদ্ৰকান্ত দাস ।
বিশেষ কৃতজ্ঞতা- ধনজিৎ কলিতা, কমলাকান্ত ডেকা, কৌশিক কলিতা, জিতুমণি বৰা, বিপুল দাস, মণি ।
Recorded@- Studio Dreams by Ripunjoy Sarma
Mixed and Mastering by Jintu Bordoloi..
Mukuti Paboloi Lua Hori Naam
Axomia bhaktimulok geet
Asomia bhakti songs
Asomia bhaktimulok geet
#voktimulokgit
#kinumayatumar
#assamesevoktisongs
#hori_naam
#harinam
#assamese_harinaam
#harinaam
#hari _nam
#horinam
পুৱাৰ বৰগীত
পুৱাৰ হৰি নাম
পুৱাৰ নতুন হৰি নাম
পুৱাৰ প্ৰাৰ্থনা
পুৱাৰ গীত
হৰি নাম ৰসে বৈকুণ্ঠ প্রকাশে
হৰি নাম
দিহা নাম
হৰি নাম 2022
হৰি নাম 2023
হৰি নাম লবলৈ
হৰি নামৰ মহিমা ভাওনাহৰি নাম
হৰি নাম ৰসে বৈকুণ্ঠ প্রকাশে
হৰিচন্দ্ৰ উপাখ্যান
হৰি নামৰ ধাৰা
new hori naam
new hori naam assamese
new hori naam 2022
new hori naam 2023
new Assamese hori naam 2023
new hori nam song kirtan
new hori naam assamese song
hori naam
ভক্তিমূলক গীত
ভক্তিমূলক হৰি নাম
নতুন ভক্তিমূলক গীত
অসমীয়া ভক্তিমূলক গীত
লোকগীত
নতুন লোকগীত
লোকগীত ২০২৩
অসমীয়া লোকগীত
Assamese luko geet
Assamese luko git
Assamese voktimulok gan
Assamese voktimulok git
voktimulok git
voktimulok gan
luko geet
luko git
luko geet
#voktimulokgit
#kinumayatumar
#hari _naam
#hori_naam
#harinam
#assamese_harinaam
#harinaam
#hari _nam
#horinam
হৰি নাম
হৰিনাম 2023
বহুত ভাল লাগিল, ভগৱানে আৰু আগবাঢ়ি,যোৱাত,যেন,হুহায়,কৰে
অতি সুন্দৰ প্ৰদৰ্শন নামভক্তি ভৰা সকলোকে মন ভৰা বৰ ভাল লাগিল আন্তৰিকতাৰে শুভেচ্ছা জনালোঁ জয় শ্ৰীকৃষ্ণ শুভ সন্ধিয়া
মধুৰ কন্ঠ। লোকগীতৰ যি মাধুৰ্য্য,তাক আপুনি সুন্দৰ ৰূপত ফুটাই তুলিবলৈ সক্ষম হৈছে। গীতটি শুনি আপ্লুত হলোঁ। ধন্যবাদ দাদা।
অগ্ৰজ-অনুজ প্ৰতিগৰাকীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতাৰ কৃতাঞ্জলী অৰ্পণ কৰিলোঁ ।🙏🏿
- হীৰকজ্যোতি শৰ্মা
বহুত ভাল লাগিছে দাদা
আদৰিছোঁ।আপোনাৰ লিখনি ও অবৰ্ণনীয়👍
Bar bhal lagil dada.
অতি সুন্দৰ কণ্ঠ বহুত ভাল লাগিছে কৃষ্ণ
বহুত ভাল লাগিল গান টো শুনি,
সুন্দৰ হৈছে 💐💐💐
অতি সুন্দৰ👍, কৃষ্ণ কৃষ্ণ কৃষ্ণ❤🕉🕉🕉🙏🙏🙏🙏🙏🙏🙏🙏
ঈশ্বৰে আপোনাক সদায় সুখী সুস্থ সুন্দৰ কৰি ৰাখক।অতি সুন্দৰ আকৰ্ষণীয় আপোনাৰ এই লোকক গীত টো।
এওঁলোকেই আছে যিয়ে আমাৰ অসমীয়া সংস্কৃতি জীয়াই ৰাখিছে । কৃষ্ণ 🙏🙏
Hoi hoi
@@apurbakalita5137 🙏
কৃষ্ণ অৰ্জুন সংবাদ🙏🏼🙏🏼🙏🏼
👇👇👇
ua-cam.com/video/28sptQICKCk/v-deo.html
সচাকৈ সংগীত চৰ্চাই মানুহৰ মন গধুৰ আৰু মধুৰ কৰি তোলে, সুন্দৰ।
বৰ সুন্দৰকৈ পৰিবেশন কৰিছে।একেৰাহে দুবাৰ শুনিলো ।এনেধৰণৰ লোকগীত তেওঁৰ কন্ঠৰ দ্বাৰা শুনিবলৈ পাই থাকিম বুলি আশা কৰিলো।
ডাডা আপোনাৰ গানটো বৰ সুন্দৰ লাগিছে ।
অতি সুন্দৰ গায়কী শৈলী। বাৰে বাৰে শুনি থাকিবৰ মন গৈছে। আন্তৰিক ধন্যবাদ জনাইছোঁ।
কৃষ্ণ কৃষ্ণ হিৰক দা ধুনীয়া
কৃষ্ণ অৰ্জুন সংবাদ🙏🏼🙏🏼🙏🏼🙏🏼
ua-cam.com/video/28sptQICKCk/v-deo.html
প্ৰায়ে শুনি থাকোঁ । অতি সুন্দৰ পৰিৱেশন আপোনাৰ।আগলৈও আশা কৰিলোঁ।যিমান বাৰ শুনিলেও আমনি নালাগে। ভগৱানে কুশলে ৰাখক আপোনাক 🙏🙏🙏
খুবেই সুন্দৰ👍বহুবাৰ শুনি থাকো,সদায়েই।কুশলে থাকি গাই যাওঁক আগলৈকে,কামনা কৰিলোঁ।
Real sanatani lukageet ,, and best lukageet kamrupi and goalporia Lukageet 😍❤️
প্ৰতিগৰাকীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতাৰ কৃতাঞ্জলী অৰ্পণ কৰিলোঁ ।
হীৰকজ্যোতি শৰ্মা
অতি সুন্দৰ হীৰক দা
Bahut bar khunilo...khuniyei thakim... mojjjjaaaaaaa
Krishno bap xumodhur Krishno 🙏🙏🙏
বৰ ধুনীয়া
অতি সুন্দৰ পৰিবেশন .. কি কম .. ভাষা নাই .. আগলৈ আৰু এনেকুৱা লোকগীত শুনিবলৈ ৰৈ থাকিলো ..
ইমান ধুনীয়া ..সদায় শুনো.কৃষ্ণ🙏
গানটো অতি সুন্দৰ হৈছে আমাৰ শুভেচ্ছা জনালো যোৰহাট
খুউব সুন্দৰ হৈছে । আৰু শুনিবলৈ আশা কৰিলো
সত্য যোগে ধ্যান, ত্ৰে তা যুগে যজ্ঞে,দ্ৰাপ ৰ যুগে পূজা,কলিত হৰি নাম🙏🙏🙏🙏🙏কৃষ্ণ🙏🙏
Oo
Mon
Eman dhuniya nohoi ki kom aru khewa he ❤❤❤❤❤❤
কবলৈ ভাষা নাই বহুত ধুনীয়া হৈছে
সচাকৈ সংগীত চৰ্চাই মানুহৰ মন গধুৰ আৰু মধুৰ কৰি তোলে ,সুন্দৰ।
সুন্দৰ কণ্ঠ শুনি বহুতো ভাল লাগিল ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰিব।
Sundar kantha
Bhut bhal lagil . Moi geet tur lagot jorito sakaloke bhut bhut dhanayabad janaisu.
ইমান সুন্দৰ লোকগীতৰ শৰাই আগবঢ়োৱা বাবে হীৰক জ্যোতি শৰ্মাক মোৰ আন্তৰিক শুভেচ্ছা যাচিছো।
🙏🙏
Wahhhh bahut khubsurat gaya ❤❤❤
বৰ ধুনীয়া কন্ঠ দেই।।।❤️
Bor dhuniya gaise aapuni🙏🙏
Bohut donor pasot hunelu...,.mojaa
Khub xundar
Got the real original touch of kamrupi lokgeet
Thanks dada😊
Borhiya hoisy
Xunile xuni thakiboi mon jai …krishna 🙏🙏🙏🙏❤️❤️
কৃষ্ণ বৰ সুন্দৰ হৈছে অভিনন্দন জনাইছোঁ
বৰ, ধুনীয়া,লাগিছে, ঈশ্বৰে, মঙ্গল,কৰক, ধন্যবাদ
Bahut sundor hoise
প্ৰসংশনীয় পৰিবেশন । লোকগীত মোৰ বৰ প্ৰিয় । এক প্ৰকাৰ মোৰ বাবে অক্সিজেন । পূৱাৰ পৰা শুনিবলৈ আৰু গাবলৈ আৰম্ভ কৰো । বহুত ব্যস্ততাৰ মাজতো । এতিয়া তো লোকগীত নুশুনিলে টোপনি ও নহা হ'ল ।
সুন্দৰ পৰিবেশন 🙏
Bahut duniya hoise. God bless you to go ahead.
সুন্দৰ হৈছে দাদা,,,,👌👌
বৰ ভাল লাগিল হীৰক | আগুৱাই যোৱা ,শুভকামনা থাকিল |
Kupp 💓💓💓💓 hundorr lagse dada ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Brother, Hirokjyoti, is a rare genius in Assamese folklore, may God cherish your journey in the future.
Bahut dhuniya brother
ভাল লাগিল শুনি। সুন্দৰ 👍👍🙏🙏😍
অতি সুন্দৰ গান খুবেই ভাল লাগিল
Bahut dhunia hoisy vi tumi aru agowai jowa tumar lagot xodai aso moi
Mozahh🙏🏻
সুন্দৰ আৰু শুৱলা, শুনি ভাল লাগিছে।
চানক্য দাস অতি সুন্দৰ কণ্ঠ । আৰু আগবাঢ়ি যাওঁক ।
Dhuniya dada.
এই গীতটো শুনিলে শুনি থাকিবলৈ মন যায়। গীতটোত মই অময়া সুৰৰ ধ্বনি শুনিবলৈ পাও। কিমানবাৰ যে শুনো,
আপোনাৰ উত্তৰোত্তৰ কামনা কৰিছো 🙏🏾।
Bohut dhuniya lagise
Hirak, tomar kantha oti Xundar. Moi tomar ji kono programme sai bhal pao. Tomar kantgar logote tomar ongi bhongiboro mor bahut bhal lage. Tomar ujjal bhabisyat kamona korilo .
Bht vl lage Mr eitu lokageet
Moi regular xunu bht vl lagil Jai shree ram
সুন্দৰ লাগিছে, ৰাম কৃষ্ণ
কলি কালে হৰি নাম বিনে গতি নাহি আন জয় শ্ৰী কৃষ্ণ
বৰ সুন্দৰ 🎉❤
সুন্দৰ, হৰি বিনে গতি নাই🙏🙏🙏
dhuniya ❤
Bht bhal lgil hirak... khub sundor hoise...
সুন্দৰ পৰিকল্পনা আৰু পৰিৱেশন চাইও ভাল লাগিল সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে আৰু শুনিও আমনি নালাগে দিয়ক জয় হওক আপোনাৰ ওম নম ওম নম ঃ,,,,,ভৱিষ্যতে ও এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনতে খুব সুখ পালো হেতেন সেয়ে আপুনি গাই যাওক চোন মোৰ অতিকৈ ভাল লাগিল গীত টো শুনি মই খুবেই ভাল পাও এনে ভক্তি মূলক গীত শুনি,
Krishna 🙏🙏 🙏 oti hundor ...val lagil huni
]8h
Humodhur ddad bohut val lagil dada
Bhal lagil , from Uttrakhand🙏🙏
Hare krishna ....dandawat pronam .bramah sotta jatat mattham.... Kebolam herer nam.bhaja krishna kaho krishana loho krishner nam .
অতি সুন্দৰ আপোনালৈ শুভেচ্ছা থাকিল ৷
Bor bhal lagil dai...Go ahead
Really a heart touching song sir,,,gawot jiai thokar onuvob ata dile apuni,,
বহোত সুন্দৰ
Hundar lagile dada aapunar vaktigit huni aunaloi dhaynabad janalu ❤️❤️❤️❤️ to ❤️❤️❤️❤️❤️
গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ পৰাই এওঁৰ গীত শুনি আহিছোঁ। শ্ৰীমান শৰ্মাৰ সাংগীতিক জীৱনৰ উত্তৰোত্তৰ কামনা কৰিলোঁ ।
❤❤❤❤ val lagel 🙏🙏🙏
Oti hundor hoise
ধন্যবাদ
Mosti, বহুত ভাল লাগিল।
Hirak da bohut val lagela .... 👌👌👌👌
mozaa dada
অতি সুন্দৰ হৈছে হীৰক।
Bhut Val lagil 🙏🙏🙏
Dhuniya 👌👌👌👌👌
Bhut xundar koi geet to gaise apuni...
Aru Val koi gabloi AXA thakil....
Natun aru xunibloi Pam buli AXA thakil
বহুত বাৰ শুনিছো, আমনি নালাগে।উজ্জ্বল ভৱিষ্যত কামনা কৰিছো আৰু নতুন গান শুনিবলৈ পাওঁ যেন। ভগৱন্তই কৃপা কৰক..কৃষ্ণ
ধন্যবাদ
সুন্দৰ পৰিকল্পনা আৰু পৰিৱেশন চাইও ভাল লাগিল সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিল সেয়ে একে সুৰতে ক ও আপুনি গাই যাওক চোন বিশেষ কিনো কম বা থম জয় হওক আপোনাৰ ওম নম
Xundor Hirak
অতি সুন্দৰ কৃষ্ণ
💐💐💐সুন্দৰ 🙏🙏🙏
Hirak bhal lagil....
Bhut dhuniya hoise dada.....
সুন্দৰ হৈছে ভাইটি ।।।।
Bor dhunia
হৰি হৰি
Bhout bht hundor hoise .vakhar nai bujabo babe aji patham hunilu ei hori gaantu so val lgil.akhar korisu agoleu jate eyatkoiu val vl hori gaan apunar pora huni thakibo paru vagowane hadai kukhole rakhok apunak .puwai uthi enekua hori gunar gaan hunibo pai nijoke bht val lgil.
Hirak vai ! amazing work ..❤️❤️
Sundor hoise 🙏🏿🙏🏿🙏🏿