Dihanam// দিহানাম// সৰগত জিলিকে By ভাগ্যশ্ৰী দেৱী । cntc 7399692438

Поділитися
Вставка
  • Опубліковано 1 січ 2025

КОМЕНТАРІ • 6 тис.

  • @rebajitbezbaruah2135
    @rebajitbezbaruah2135 Рік тому +81

    সুন্দৰ কণ্ঠৰ অধিকাৰী আপুনি বহুত ভাল লাগিল শুনি ।
    আগুৱাই যাওক আৰু ন ন সৃষ্টিৰে তাৰেই কামনা কৰিলোঁ।

  • @ratulbaruah7147
    @ratulbaruah7147 Рік тому +23

    বহুত সুন্দৰ দিহা নাম। উজ্জল ভবিষ্যতৰ কামনা কৰিলো।

  • @pradipgogoi3182
    @pradipgogoi3182 Рік тому +24

    সচাকৈ অতি সুন্দৰ কণ্ঠ শুনি বহুতো ভাল লাগিল ঈশ্বৰে আশীৰ্বাদ কৰক। আগবাঢ়ি যাবলৈ।

  • @upenkalita7103
    @upenkalita7103 4 місяці тому +7

    বৰ ধুনীয়া আতমাই চুই গৈছে

  • @ParasPritamMithi-tt8wf
    @ParasPritamMithi-tt8wf Рік тому +33

    কৃষ্ণ কৃষ্ণ‌ ইমান ধুনীয়া হৈছে❤ বাৰে বাৰে চাই ও আমনি‌ লগানাই ❤😊

  • @sumiborah2823
    @sumiborah2823 Рік тому +61

    এটি সুন্দৰ কন্ঠৰ দিহানাম । এবাৰ শুনিলে আকৌ এবাৰ শুনিবলৈ মন যায়। আইসকলক প্ৰণাম জনালো ❤️🙏👍

  • @anantasingha4043
    @anantasingha4043 Рік тому +46

    Outstanding voice প্ৰথম বাৰ শুনিলো এনেকুৱা দিহা নাম হৃদয় চুই যোৱা all the best Baa love from Nagaon

  • @RajuSaikia-y7w
    @RajuSaikia-y7w Місяць тому +1

    ইমান ধুনীয়া গীত

  • @hiranyabaruah8515
    @hiranyabaruah8515 Рік тому +31

    জীৱনৰ ইমান ধুনীয়া এটা দিহা নাম শুনিলো সচাকৈ বহুত ভাল লাগিল।❤❤❤

  • @prasujyaborah7728
    @prasujyaborah7728 Рік тому +25

    বহুত ভাল লাগে শুনি। ধুনীয়া গাইছে। বিশেষ কে প্ৰথম ইচকন্ধ কণ শুনি বহুত ভাল লাগে। ❤❤❤🙏🙏🙏

  • @navajyotihazarika8498
    @navajyotihazarika8498 Рік тому +12

    সুন্দৰ লাগিল। কণ্ঠ লগতে হাতৰ অংগী ভংগী বৰ ভাল লাগিল🙏

  • @JuriKalita-mc6hs
    @JuriKalita-mc6hs 5 місяців тому +5

    অতি সুন্দৰ

  • @monditaburagohain2612
    @monditaburagohain2612 Рік тому +24

    ইমান সুন্দৰ কণ্ঠ। বহুত ভাল লাগিল। সুন্দৰ কথাখিনি।

    • @HemaGogoi-h3p
      @HemaGogoi-h3p 9 місяців тому +1

      🎉🎉🎉🎉🎉😢😢😢😢

  • @hiranmoyeehaloi6826
    @hiranmoyeehaloi6826 Рік тому +31

    সচাকৈয়ে ধুনীয়া কন্ঠ। সুন্দৰ ‌গাইছে

  • @muhitbaswar5536
    @muhitbaswar5536 3 місяці тому +17

    সচাকৈ ইমান ধুনীয়া গাইছে ,ভাল লাগিছে শুনি মনটো সান্ত হৈছে শুনি 🙏🙏🙏🕉️🕉️

  • @AkashKonwar-xo6xv
    @AkashKonwar-xo6xv 2 місяці тому +2

    কি বুলি কম আৰু মজা লাগিছে❤❤❤

  • @pinkudas7232
    @pinkudas7232 Рік тому +63

    ইমান সুন্দৰ নাম বৈকুণ্ঠত থকা যেন লাগে🙏🙏🙏

    • @bornaligogoi-nj4en
      @bornaligogoi-nj4en Рік тому +5

      ইমান সুন্দৰ বৈকুণ্ঠত থকা যেন লাগে

    • @TanujaDuimary
      @TanujaDuimary Рік тому +2

      ❤❤❤❤❤❤❤

  • @pranayeenath
    @pranayeenath 2 роки тому +13

    ধুনীয়া হৈ ছে, বহুত ভাল লাগিল,

  • @lakheswarnath5447
    @lakheswarnath5447 3 місяці тому +5

    ইমান যে সুন্দৰ কঠ বাইদেউ আপোনাৰ শুনিয়েই থাকিব

  • @ddlcreationdweep
    @ddlcreationdweep Рік тому +19

    কণ্ঠৰ বিষয়ে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোবহুত নাম শুনিছো কিন্তু এখেতৰ কণ্ঠই হৃদয় স্পৰ্শ কৰি গৈছে।আগুৱাই যাওক আপুনি কৃষ্ণ।From Kerala

  • @ChandanChandanbaruah
    @ChandanChandanbaruah Рік тому +22

    বহুত ধুনীয়া হৈচে ,বৰ ধুনীয়া বাহীৰ বজাইচে❤❤❤❤❤❤❤❤

  • @rintuduwarah5199
    @rintuduwarah5199 Рік тому +12

    এনেকুৱা ভাল ভাল দিহানাম আৰু আগবঢ়ায় যাব বাইদেউ।কি অপূৰ্ব কণ্ঠ আপোনাৰ

  • @NITUNath-zm7qd
    @NITUNath-zm7qd 3 місяці тому +2

    অতি সুন্দৰ ধুনীয়া বনাইছে দে

  • @pachaniaxom1155
    @pachaniaxom1155 Рік тому +15

    সুন্দৰ কণ্ঠ।সচাকৈ বহুত ভাল লাগিল।

  • @guptasarmah8949
    @guptasarmah8949 Рік тому +98

    ভাগ্যশ্ৰী তোমাৰ (বয়সত সৰু বাবে তুমি , সম্বোধন কৰিছোঁ) কণ্ঠ তথা দিহানাম পৰিৱেশন শৈলী অপূৰ্ব সুন্দৰ। তোমাৰ দিহানাম শুনিলে মন প্ৰাণ জুৰ পৰি যায়। কণ্ঠত সৰস্বতী লাগ দি‌য়ক তাৰেই কামনা থাকিল ।

  • @ARGAMINGBG
    @ARGAMINGBG 2 місяці тому +11

    ৰাতিপুৱাই নামটো শুনি বৰ ভাল লাগিছে। শুন্দৰ কণ্ঠ 🙏🙏🙏

  • @abhijeetbora8331
    @abhijeetbora8331 Місяць тому +4

    Bhaygasri ba xosai vagyowoti iman Val konthor odhikari
    I'm a big friend 🎉🎉

  • @biswaxyz5753
    @biswaxyz5753 Рік тому +30

    মাতৃ গৰাকীৰ সুৰ কণ্ঠ অতি মনোহাৰা। লগতে সকলো বাদ্য বজোৱা সকল অতি সুন্দৰ পৰিবেশন

  • @apurbagogoi1
    @apurbagogoi1 Рік тому +82

    কণ্ঠ আতি মিঠা,, অতুলনীয়..🙏🙏

  • @AbinashKalita_ABI
    @AbinashKalita_ABI Рік тому +100

    কিমানবাৰ যে শুনিলো নিজেও নাজানো। শেষত শলাগ জনাবলৈ আহিলো। মন মুগ্ধ হৈ গৈছে। 🙏 জয় গুৰু শংকৰ 🙏

  • @mydiary7672
    @mydiary7672 4 місяці тому +6

    কৃষ্ণ আই । সুন্দৰ হৈছে । আগুৱাই যাওক আপুনি

  • @indrajitbaruah1676
    @indrajitbaruah1676 Рік тому +162

    সুন্দৰ পৰিবেশন , পৰিপাতি দল
    বাদ্য , গায়ন শৈলী , দলৰ সহযোগীতা সকলো ফালৰ পৰা আনন্দ দায়ক শ্ৰুতি মধুৰ হৈছে ।
    দলটোৰ উত্তৰোত্তৰ মঙ্গল কামনা কৰিছোঁ
    ধন্যবাদ ।।

  • @KhdraRay
    @KhdraRay 7 місяців тому +30

    ধুনীয়া গীত;সুন্দৰ কণ্ঠ বাইদেউ ;জয় গুৰু শংকৰ🙏🙏🙏

  • @devajaniboruah4470
    @devajaniboruah4470 Рік тому +138

    বৰ সুন্দৰ ৰাতিপোৱাই শ্ৰৱণ কৰি মনটো ভক্তি ভাবেৰে উপচি পৰিল

    • @NehaPatar-tg3fh
      @NehaPatar-tg3fh 5 місяців тому +4

    • @KulamanKutum
      @KulamanKutum 2 місяці тому +1

      Kiran

    • @BabulHira
      @BabulHira 2 місяці тому

      Mjaa

    • @bharatdas1739
      @bharatdas1739 2 місяці тому

      😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

  • @RonjitBoruah-x3b
    @RonjitBoruah-x3b 4 місяці тому +2

    ইমান ভাল নিয়ন্ত্ৰণত।😞🎆

  • @harinath3245
    @harinath3245 Рік тому +73

    কৃষ্ণ বহুত ধুনীয়া হৈছে , ভগৱানে শক্তি দিয়ক আৰু আগবাঢ়ি যাবলৈ।🙏

  • @nayanjyotibora4577
    @nayanjyotibora4577 2 роки тому +69

    বৰ ধুনীয়া লাগিল ভাগ্যশ্ৰী বা,,,,,আপোনাৰ দলটোৰ উজ্বল ভৱিষ্যত কামনা কৰিছোঁ ।

  • @madhuryabaruah6246
    @madhuryabaruah6246 Рік тому +148

    বৰ সুন্দৰ কণ্ঠ, মুদ্ৰা । খোল, তাল, নাগাৰা, বাঁহী বৰ সুন্দৰকৈ সংগত কৰিছে। সম্পূৰ্ণ মাৰ্জিত সাজপাৰ পৰিধানেৰে পৰিৱেশন শৈলী বৰ সুন্দৰ। প্ৰণাম আই গৰাকী 🙏 ।

  • @purnakantagogoi7064
    @purnakantagogoi7064 Рік тому +19

    ভাগ্যদেৱীৰ ভাইৰেল হোৱা হৃদয়স্পৰ্শী দিহানামটি চাই, শুনি বহুত ভাল লাগে। আকৰ্ষণীয় সূৰ,কথা,ভাৱ -ভঙ্গী।এবাৰ চালে পুনৰ শুনিবলৈ মন যাই। সেয়েহে, comment এটা নিদি নোৱাৰিলোঁ। অতি সুন্দৰ 🙏অপূৰ্ব 🙏🙏

  • @UzzalMoran-p7g
    @UzzalMoran-p7g 6 місяців тому +14

    ধনীয়া গীত;সুন্দৰ কণ্ঠ বাইদেউ;জয় গুৰু শংকৰ🙏🙏🙏

  • @jyotiprasadkakati712
    @jyotiprasadkakati712 2 роки тому +10

    কৃষ্ণ ...বহুত ধুনীয়া হৈছে ।।

  • @kartikbezbaruah1539
    @kartikbezbaruah1539 4 місяці тому +4

    ভাল লাগিল বাইদেউ সুব সুন্দৰ দিহা নামতি

  • @mitumonibora1023
    @mitumonibora1023 2 роки тому +30

    ইমান সুন্দৰ তোমাৰ কণ্ঠ শুনি থাকিবৰ মন গৈছে এনেকৈ আগবাঢ়ি যোৱা।

  • @sewalikakati601
    @sewalikakati601 5 місяців тому +44

    সদাই ৰাতিপুৱা এবাৰ হলেও শুনু । বহুত মধুৰ কণ্ঠ বহুত সুন্দৰ দিহানাম । সুনিলে শুনিয়ে থাকিব মন যাই। God bless you ❤️

  • @junmoniborah7443
    @junmoniborah7443 2 роки тому +35

    অতি সুন্দৰ আৰু আগুৱাই যবৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা 🙏🙏জনাইছোঁ । 🙏🙏

    • @bornaligogoi-nj4en
      @bornaligogoi-nj4en Рік тому

      অতি সুন্দৰ আৰু আগুৱাই যাবৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ

  • @DandiramKalita
    @DandiramKalita 3 місяці тому +2

    সুন্দৰ ‌হৈচে
    সুন্দৰ হৈছে

  • @krishnakonwar9991
    @krishnakonwar9991 Рік тому +32

    বহুত ভাল লগা গীত সুৰ বহুত ধুনীয়া লাগিছে 🙏🙏

  • @ramendas6742
    @ramendas6742 6 місяців тому +39

    অতি কৈ ধূনী‌য়া
    🙏🙏🙏🙏🙏
    কৃষ্ণ কৃষ্ণ কৃষ্ণ
    ভৱিষ্যত উজ্বল কামনা কৰিলো ।
    ধন্যবাদ

  • @sumitradeka3599
    @sumitradeka3599 11 місяців тому +14

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏
    জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ 🙏🙏🙏🙏🙏🙏
    মৰমৰ ভাগ্যশ্ৰী আই গৰাকীৰ সহিতে স%গীবৃন্দৰ দিহানামটিৰ পৰিৱেশণ অতি সুন্দৰ হৈছে । শিল্পীসৱক প্ৰভু কৃষ্ণই কৃপা কৰক ।🙏🙏🙏🙏

    • @AoxamRajib
      @AoxamRajib 18 днів тому

      ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉

  • @ranubora3083
    @ranubora3083 4 місяці тому +5

    সুন্দৰপৰিবেশন🙏

  • @kingkohli4856
    @kingkohli4856 5 місяців тому +88

    কৃষ্ণ দিহা নামবোৰ শুনিলে নিজকে পবিত্ৰ পবিত্ৰ লাগে আগলৈ দিহানাম শুনি থাকিব পাম বুলি আশা ৰাখিলোঁ কৃষ্ণ 👏

  • @JonalipeguGogoi
    @JonalipeguGogoi Рік тому +89

    ভাষা নাই।কেতিয়া কত লগ পাম তোমাক।বৰ ধুনীয়া সূৰ আৰু কণ্ঠ তোমাৰ।বহুত মৰম দিলো তোমাক।

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Рік тому +37

    সুন্দৰ অতি সুন্দৰ হৈছে সেয়ে বহু ধনৈবাদজনাইছো,

  • @TiluKhanikar
    @TiluKhanikar 4 місяці тому +4

    ইমান সুন্দৰ তোমাক সকলোয়ে
    ভাল পাই❤❤❤❤

  • @digantabaruah5243
    @digantabaruah5243 2 роки тому +28

    অ সছায় অতি সুন্দৰ হৃদয়স্পৰ্শী দিহানাম 🙏কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Рік тому +25

    পুৱাতে আপোনাৰ এই গীতটো শুনি মই মনতে অতিকৈ সুখ অনুভৱ কৰো আৰু আপুনি গাই যাওক চোন আপোনাৰ গীত ৰসুৰ সচাকৈ সুন্দৰ হৈছে আৰু পুৱা তে এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি ধাৰণা হয়,,,,,

  • @PriyankaDutta-r4x
    @PriyankaDutta-r4x Рік тому +13

    এবাৰ শুনিলে মন‌ নভৰে , বহুত ধুনীয়া হৈছে। সুমধুৰ কণ্ঠ ।

  • @dulumonisonowal4747
    @dulumonisonowal4747 4 місяці тому +2

    বহোত ধুনীয়া গাইছে

  • @premanandadeka8469
    @premanandadeka8469 Рік тому +25

    কন্ঠ, সুৰ শুনিবলৈ যেনেকৈ বহুত ভাল লাগে, ঠিক তেনেকৈ আটাইকেইগৰাকী দেখিবলৈয়ো বহুত ধুনীয়া।।

  • @pinkumoni1395
    @pinkumoni1395 Рік тому +86

    ইমান যে সুন্দৰ কন্ঠ বাইদেউ আপোনাৰ।যেন শুনিয়েই থাকিম।🙏🙏

  • @DilipDas-j2f
    @DilipDas-j2f 11 місяців тому +14

    অতি সুন্দৰ কণ্ঠ। অহা পূৰ্ণিমা (মাঘ)ত মালয়বাৰীত আপোনাৰ দিহানাম চাবলৈ অতি আগ্ৰহেৰে বাট চাই থাকিলো ।

  • @LohitDihingia-l5b
    @LohitDihingia-l5b 16 днів тому +3

    কি সূনদৰ পদশিত কথা-সুৰ আপোনাসৱৰ সৃষ্টি ৰাজি আমি অসমীয়া জাতিৰ পৃথিবীর ৱিৰল ৱনদূ ৱানধৱি সকল❤🎉

  • @monitagogoi492
    @monitagogoi492 Рік тому +14

    অতি সুন্দৰ কন্ঠ শুনিলে শুনি থাকিব মন যায়

  • @dipakrabha8420
    @dipakrabha8420 Рік тому +22

    অতি মুগ্ধকৰ কণ্ঠ আপোনাৰ ভগৱানে আৰু শক্তি দিয়ক।

  • @debendraborah9276
    @debendraborah9276 Рік тому +10

    ইমান ভাল লাগে ।বুজাবলৈ ভাষা নাই। জয় গুৰু শংকৰ

  • @RabindraNath-n8q
    @RabindraNath-n8q 5 місяців тому +1

    অতি উত্তম, সুমধুৰ কন্ঠ। ধন্যবাদ।

  • @JayantaDeka-c9l
    @JayantaDeka-c9l Рік тому +20

    ধুনীয়া কন্ঠ🙏🙏🙏

  • @mydreamssk9330
    @mydreamssk9330 Рік тому +13

    সুন্দৰ কণ্ঠ। আগুৱাই যোৱা বাইদেউ।
    আপোনাৰ কণ্ঠ ইমান শুৱলা। শুনি আপ্লুত হলো।

  • @pulinsaikia9772
    @pulinsaikia9772 Рік тому +23

    সুন্দৰ নাম পৰিবেশন কৰিছে ।।। ধুনীয়া লাগিল শুনি

  • @RahulNath-l1x
    @RahulNath-l1x 26 днів тому +2

    কৃষ্ণ ❤❤ কৃষ্ণ❤ ভাল❤ লাগিছে❤ আৰু❤ সুন্দৰ❤লাগিছে😊

  • @BintaNath-ji4ym
    @BintaNath-ji4ym 8 місяців тому +14

    সুন্দৰ কন্ঠৰ অধিকাৰী আপুনি। আপোনাৰ লগত নাম গাব খুব মন যায়।❤❤❤

  • @girinbora7820
    @girinbora7820 Рік тому +30

    অতি ধুনীয়া গাইছে।

  • @Adityasigmaboy
    @Adityasigmaboy 2 місяці тому +2

    বহুত ভাল হৈছে তোমাৰ দিহানাম
    ভাগ 🙏🙏🙏🙏

  • @KhRay-ob6ul
    @KhRay-ob6ul Рік тому +40

    সুন্দৰ কণ্ঠ বাইদেউ আপোনাৰ মন ছাত পেলওৱা নাম উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।❤❤❤

  • @subodhtalukdar3433
    @subodhtalukdar3433 Рік тому +12

    অতি সুন্দৰ আৰু মনোগ্ৰাহী।কি অমীয়া সুৰ আৰু কণ্ঠদান মন চুই গৈছে ❤❤❤।

  • @NayanjyotiNath-tr5by
    @NayanjyotiNath-tr5by 11 місяців тому +12

    1কোটি দৰ্শক অতিক্ৰম কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিলোঁ । ভাল লাগিছে । বহুত সুন্দৰ কণ্ঠ বাইদেউ গৰাকীৰ । আগুৱাই যাওঁক আপোনালোকৰ নামৰ দলটি । জয় গুৰু শংকৰ । 🙏

  • @ranjandutta4933
    @ranjandutta4933 3 місяці тому +2

    Moja

  • @jinuchawrok9178
    @jinuchawrok9178 Рік тому +19

    আই গৰাকীৰ কণ্ঠ ইমান সুমধুৰ , শুনি আমনি নালাগে । সকলোকে সশ্ৰদ্ধ সেৱা নিবেদিলোঁ ।

  • @pawerfullmotivation251
    @pawerfullmotivation251 Рік тому +44

    সুন্দৰ কন্ঠ আপোনাৰ বাইদেউ ❤

  • @Madhab-m5q
    @Madhab-m5q 7 місяців тому +29

    ইমান সুন্দৰ নাম বৈকুণ্ঠৰ থকা যেন লাগে

  • @RupamDutta-t3u
    @RupamDutta-t3u Місяць тому +1

    Bhut Val lagile ❤

  • @ranjanamudoi9456
    @ranjanamudoi9456 Рік тому +22

    কৃষ্ণ অতি সুন্দৰ হৈছে🙏❤️

  • @vailinaNath
    @vailinaNath 9 місяців тому +24

    সুন্দৰ কণ্ঠ সুন্দৰ বাদন বহুত ধুনীয়া ।সকলোলৈ বহুত বহুত সুভকামনা। আগুৱাই যাওঁক।

  • @AnantaneogBaba
    @AnantaneogBaba 6 місяців тому +17

    বা নমস্কাৰ পোন প্ৰথমে দিহা নাম শুনি ভাল লাগিল বহুত ভাল লাগিছে আৰু আগুৱাই যোৱা সুন্দৰ সুৰ best of luck

  • @ChandrakochChandrakoch
    @ChandrakochChandrakoch 4 місяці тому +6

    ভাগ্য তোমাৰ নাম মই সদাই ৰাতিপুৱা সু নু তুমি সদাই ভালে থাকা আৰু সদাই হাঁহি থাকা vgbanr ওচৰত কামনা কৰিলোঁ ❤❤❤❤❤❤❤❤

  • @JAYGURAMNath
    @JAYGURAMNath 8 місяців тому +15

    কৃষ্ণ কৃষ্ণ সু প্ৰভাত ধুবুৰীৰ পৰা আন্তৰিক শুভেচ্ছা জনাছো ।

  • @prostutigogoi5202
    @prostutigogoi5202 Рік тому +52

    আই গৰাকী যেনে সুন্দৰী কন্ঠও তেনে শুৱলা , নামষাৰত শ্ৰীশংকৰ গুৰু ,মাধৱ গুৰু দুজনাৰ জীৱনৰ সম্পূৰ্ণ ৰচনাৱলীৰ বিবৰন ,গুনমালা ভাগিৰ দৰেই নামষাৰত সকলোখিনি সন্নিবিষ্ট হৈছে ,সুন্দৰ !!

  • @borah1237
    @borah1237 2 роки тому +10

    বহুত বহুত ধুনিযা,ভগবানে ভালে ৰাথক।

  • @PrasanjitRay-bd1iu
    @PrasanjitRay-bd1iu 2 місяці тому +5

    ❤❤ শুনিলেই মন টো ভাল কিয় বা ❤😊

  • @sumitradeka3599
    @sumitradeka3599 11 місяців тому +34

    ভাগ্যশ্ৰী আই গৰাকী সুন্দৰ কণ্ঠৰ অধিকাৰী । (Body - Language ) অৰ্থাৎ মুদ্ৰালৈ মন কৰিলে হ্নদয় চুই যায় । দলটিৰ শিল্পীবৃন্দৰ সহিতে আই গৰাকী ( শ্ৰীভাগ্যশ্ৰী দেবী ) আগলৈ আগবাঢ়ি যাওক তাকে কামনা কৰিলো ।🙏🙏🙏🙏🙏🙏

  • @PompiDas-x4z
    @PompiDas-x4z 4 місяці тому +6

    বা তোমৰ দিহা নামবৰ সুনি বহুত ভাল লগাল 🙏🙏🙏🕉️🕉️😊

  • @mouchumisaikia9256
    @mouchumisaikia9256 Рік тому +47

    সঁচাই বহুত সুন্দৰ মাত।। শুনি থাকিব মন যাই। কৃষ্ণ 🙏🙏🙏🙏🙏

  • @bharatiborah8630
    @bharatiborah8630 Рік тому +32

    অতি সুন্দৰ হৈছে শুনিলে শুনি থাকিবৰ মন যোৱা হৈছে কণ্ঠ অতি উত্তম আগলৈ আৰু শুনিবলৈ আশা থাকিল

    • @jaanmoniduarah4434
      @jaanmoniduarah4434 7 місяців тому +3

      1:46 1:48 1:48 1:49

    • @NabanishaLoying
      @NabanishaLoying 7 місяців тому +1

      😭😭😭😭😭😭😭😭❤️❤️❤️❤️❤️❤️

  • @champakklita
    @champakklita Рік тому +9

    সদায় ৰাতি পুৱা এবাৰ হলেও শুনো । সুন্দৰ কণ্ঠ । বহুত ভাল লাগে আপোনাৰ প্ৰতিটো দিহানাম

  • @MiraBaruah-k5u
    @MiraBaruah-k5u 3 місяці тому +2

    Moja lagisa aru anakua lagiba Amar maa a bohut val paisa bula ❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Рік тому +34

    সম্ভাষণ জানিব সুন্দৰ আৰু পুৱা তে এনে ভক্তি মূলক গীত শুনিবলৈ পাই মনতে খুব সুখ অনুভৱ কৰো,, সুন্দৰ অতি সুন্দৰ আৰু আপোনালোকে গাই যাওক চোন বিশেষ কৈআপোনাৰ গীতৰ সুৰ শুনি মই অতিকৈ আনন্দ পাইছো,

    • @BHAGYASHREEDEVIOfficial
      @BHAGYASHREEDEVIOfficial  Рік тому +8

      ধন্যবাদ

    • @bhupendrachauhan2509
      @bhupendrachauhan2509 9 місяців тому +1

      Our great culture 👏 Jay Shri Krishna, Jay Siyaram , Jay Mata ji, Har Har Mahadev shiv sambhu, Pranam From Gujarat

  • @debaphukan489
    @debaphukan489 5 місяців тому +8

    কৃষ্ণ কৃষ্ণ জয়গুৰু শঙ্কৰ 🙏 ভাল লাগিল ধন্যবাদ।

  • @nabanitadutta8133
    @nabanitadutta8133 7 місяців тому +38

    শুনিলে শুনি থাকিবলৈকে মন যায়, ইমান সুন্দৰ কণ্ঠ আপোনাৰ। 🙏🙏🙏🙏

    • @UmabatiDevi-k3k
      @UmabatiDevi-k3k 6 місяців тому +3

      ইমান ভাল লগা সুৰ

    • @kumaringate2700
      @kumaringate2700 5 місяців тому +1

      ,❤ se mo by byb ni​@@UmabatiDevi-k3k

  • @narayanmahanta5333
    @narayanmahanta5333 2 місяці тому +5

    অতি সুন্দৰ কণ্ঠদান কৰিছে আৰু সুন্দৰ প্ৰদৰ্শন। কৃষ্ণ

  • @monjitagogoi5000
    @monjitagogoi5000 Рік тому +53

    ইমান সুন্দৰ কণ্ঠ ।মন প্ৰাণ জুৰ পৰি যায়। কৃষ্ণ কৃষ্ণ 🙏🙏🙏