জনপ্ৰিয় লোকগীত | Kamrupi Lokogeet | চিৰমধুৰ অসমীয়া লোকগীত |

Поділитися
Вставка
  • Опубліковано 30 січ 2025

КОМЕНТАРІ • 91

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 10 місяців тому +9

    সুন্দৰ আৰু সুমধুৰ হৈছে শুনিও ভাল লাগিল যে কবলৈ ভাষা নাই,,, সুন্দৰ অতি সুন্দৰ আৰু সুমধুৰ হৈছে,,,,,,,,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 10 місяців тому +5

    সুন্দৰ আৰু সুমধুৰ হৈছে শুনিও ভাল লাগিল,,,,

  • @pradippatar7271
    @pradippatar7271 8 місяців тому +3

    বৰ সুন্দৰ পৰিৱেশন হৈছে। ভাল লাগিল শুনি।

    • @bakulartal
      @bakulartal  8 місяців тому +1

      ধন্যবাদ

  • @hiranyadas3255
    @hiranyadas3255 3 місяці тому +2

    অতিসুন্দৰপ্ৰদৰ্শন লোকগীতচং বৰ ভাল লাগিল ❤🎉🥰🌹🌷🥰😊👌👍🧡🤍💚🙋

  • @ritalekharu6673
    @ritalekharu6673 Місяць тому

    সুপ্ৰভাত ।অতি মধুৰ ভক্তি মূলক গীত ।শুনি মন প্ৰাণ জুৰ পৰিব গ'ল ।

  • @NabinKachari
    @NabinKachari 3 місяці тому +5

    কিযে সুমধুৰ কণ্ঠ লোকগীত শুনি মন জুৰ পৰি যায় বহুত বহুত ধন্যবাদ🌹🌹🌹🌹

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 10 місяців тому +15

    নমস্কাৰ,, পুৱাতে আপোনাৰ এই লোকগীত টো শুনি ইমান ভাল লাগিল, সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিল, সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু সুমধুৰ হৈছে ভৱিষ্যতে ও এনে ভক্তি মূলক লোকগীত শুনাব বুলি আশা কৰিলোঁ,, শুনি মই খুবেই আনন্দ পালো,, ভগৱানে মংগল কৰক আপোনাক সংগ দি সুখ দিয়ক ইমানেই ভাল পালোঁ যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ সুন্দৰ হৈছে,,,

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 9 місяців тому +2

    ভাল লাগিল শুনি লোক গীত কেইটা ধন্য তুমি সুখী হৈ পৰা।।🎉❤❤ শুভ বিয়লি।।

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 8 місяців тому +25

    সুন্দৰ, আৰু সুমধুৰ শুনিও ভাল লাগিল তোমাৰ এই লোকগীত টো শুনি, আৰু কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ তোমাক জনাবলৈ আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে কুশলে ৰাখক এই মানসেৰে ই

  • @nilomonigogoi2121
    @nilomonigogoi2121 20 днів тому +2

    অতি সুন্দৰ 🌹

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 10 місяців тому +6

    এই লোকগীত শুনি লে শুনিয়েই থাকিব লাগিব,,, তেতিয়া মনটো ভগৱানৰ চৰণত সমর্পণ কৰিবলৈ বাধ্য হওঁ, সুন্দৰ অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ ভাল লাগিল,, সেয়ে আপোনালোকে গাই যাওক ইমান ভাল লাগিল যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ সুন্দৰ হৈছে,

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 9 місяців тому +2

    সংগীত লোক গিত সমুহ সুন্দৰতাৰে নিৰ্বাচিত কৰা হৈছে যদিও মহান লোকগীতৰ সম্ৰাট দুজনাৰ আৰু বহুতো আকৰ্ষণীয় লোক গীত আছে ।। এই কেইটা বুলি আনি আমি সহজে পাৱ পৰা কৰা উচিত কৰ্ম ভাগ হৃদয় স্পৰ্শ কাৰী শুভাৰশীষ অন্তৰ আত্মাৰ অধিকাৰী হ'লেহে সম্ভৱ হয়।। বেছিকৈ একো কোৱা হোৱা নাই চাগে নহয়নে ধন্য হৈ ৰোৱা ।। শুভ বিয়লি।।❤🎉❤🎉❤❤

    • @bakulartal
      @bakulartal  5 місяців тому

      মতামতৰ বাবে অশেষ ধন্যবাদ আপোনালৈ

  • @birensarmah7155
    @birensarmah7155 10 місяців тому +4

    ❤সুমধুৰ আৰু সুন্দৰ হৈছে

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 10 місяців тому +3

    এৰা ঘূৰ কলিকাল,, কলিকালতনো কি নহয় ,,,,,,গীতটো ত বহু কথাই কয় সেয়ে আপোনালোকে গাই যাওক চোন অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ সুন্দৰ হৈছে আৰু শুনিও আমনি নালাগে দিয়ক চোন ভৱিষ্যতে ও এনে ভক্তি মূলক লোকগীত শুনাব বুলি আশা কৰিলোঁ,,, ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখ দিয়ক আৰু সঙ দি বাধিত কৰক ইমানেই,,,,,,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 8 місяців тому +1

    এই ভক্তি মূলক লোকগীত টো শুনি ও ভাল লাগিল, এনে ভক্তি মূলক গীতে মনটোক ভগৱানৰ চৰণত সমর্পণ কৰিবলৈ বাধ্য হৈ পৰোঁ বৰকৈ, এৰা শুনিলে শুনি থাকিবৰ মন যায় কেতিয়াবা, ভৱিষ্যতে ও এনে ধৰণৰ লোক গীত শুনাবা বুলি খুবেই আশা কৰিলোঁ ভগৱানে তোমাক কুশলে ৰাখক আৰু সুমতি দি সুখেৰে ৰাখক এই মানসেৰে ই

  • @Lohitvv
    @Lohitvv 2 місяці тому

    সুন্দৰ কণ্ঠ

  • @phukanrajbangshi426
    @phukanrajbangshi426 7 місяців тому +2

    Oti sundar

    • @bakulartal
      @bakulartal  6 місяців тому

      মতামতৰ বাবে অশেষ ধন্যবাদ

  • @PurabiBaishya-zx7iw
    @PurabiBaishya-zx7iw 3 місяці тому

    কৃষ্ণ কৃষ্ণ প্ৰভু সুন্দৰ কণ্ঠ বহুত বহুত ভাল লাগিছে

  • @LabanyaSaharia
    @LabanyaSaharia 8 місяців тому +1

    bhal lagil

  • @dipaliboruah1439
    @dipaliboruah1439 10 місяців тому +11

    বৰ ভাল লাগিছে শুনি।

    • @nayanmonidas5812
      @nayanmonidas5812 10 місяців тому +2

      Krishna. Krishna. Probhu. Kripalu sewa. Nibedilo probhu. ❤❤🎉🎉🎉.

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 8 місяців тому +1

    সচাকৈ এই তোমাৰ গীতৰ সুৰ অতিকৈ শুৱলা আৰু সুমধুৰ শুনিও ভাল লাগে,, শুনিলে কৌতূহলী মনত শুনিয়েই থাকিবৰ মন যায় মোৰো বৰকৈ আনন্দ ও পাওঁ যে কবলৈ গলে মই ভাষাই বিচাৰি নাপাওঁ তোমাক জনাবলৈ, ভৱিষ্যতে ও এনে ধৰণৰ সমস্যা জড়িত হৈ থকা লোক গীত শুনাবা বুলি খুবেই আশা কৰিলোঁ ভগৱানে মংগল কৰক,, সুখেৰে ৰাখক ভৱিষ্যতে এনে ভক্তি মূলক গীত শুনিবলৈ,,,

    • @bakulartal
      @bakulartal  5 місяців тому

      মতামতৰ বাবে অশেষ ধন্যবাদ

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 9 місяців тому +2

    মই ভাল সকলো সময়তে পাই আহিছো আৰু সন্মানো কৰি আহিছোঁ কোনোৱে ধন আৰু কোনোৱে পতান বুলি গণ্য কৰাৰ বহুত প্ৰমাণ পোৱা গৈছে মোৰ ব্যক্তিগত একো কৱ লগা নাই তুমি মোক হাঁহিলে দাত ওলাৱ মোৰ একো নহয়।। মই জীৱ গগৈৰ প্ৰেছত নাগৰিক কাকত আৰু অসম এক্সপ্ৰেছ কাকত দুখনো প্ৰকাশ হৈছিল সেই সময়ত মই মেচিন মেনৰ কাম কৰিছিলো।। প্ৰেছৰ কৰ্ম চাৰি ইউনিয়নৰ সম্পাদক দ্বায়িত্ব গ্ৰহণ লোৱাত ওলিয়াই দিয়ে এই কৰাৰ সম্ভেদ পায় ফনিগগৈ আছিল জীৱৰ ভাই মানুহ পঠাই দি মোক মতাই আনে, ময়ো মাতিবলৈ যোৱা বন্ধু নাওচৰন পাটগিৰিৰ লগতে আছিলো ফণী গগৈয়ে ৰূমলৈ আতাই নি প্ৰথমে মেচিন থিক থাকে আছেনে চাৱদি ঠিক হ'লে মোক জনাৱ দিয়াত কথা অনুসৰি ৰিপ'ৰ্ট কৰাত তেখেতে মই কিমান সময় কৰ্তব্য সম্পাদন কৰিব পাৰিম জানিব বিছাৰে মইও ৰবিবাৰে ছুটিৰ দিন ধৰি দিনিক জীৰনী বিহিন ভাৱে ৯ঘনটা কামৰ সময়দি মাহে বেটন কিমান দিৱ জানিব বিচাৰো তেখেতে ক'লে দাদাই২শ৫০দিছিল সেয়ে ময়ো সেই বেটন দিম মই পুনৰ আকৌ কলো হৱ কিন্তু ময়ো তাত কৰা সময় জীৰনি আধা ঘন্টাৰ দিৱ লাগিব তেতিয়া তেখেতে ক'লে তুমিয়েই কোৱা কিমান পালে তোমাৰ মতে কাম কৰিবলৈ মান্তি হৱা ভয়ো লাগিছে বহুত জৱৰ জং মানুহ মেলিটেৰীৰ কেপ্টেইনৰ পৰা ভলণটীয়াৰত আহি প্ৰেছৰ বেৱশায় কৰিছেহে নতুন কৈ প্ৰকাণ্ড মানু্হ ভাৱি ভাবি থাকোঁতে মাতদি ক'লে কোৱা কিমান পালে কৰিব পাৰিবা মই অকণ মান সাহস চেতনা লাভ কৰি কলো দাদা মোৰ সময় দি কৰ্তব্য কৰিলে মাহে ৩৫০টকা দিৱ মই একাগ্ৰতাৰে আপোনাৰ কাম কৰিম মেচিনটোত এক ঘণ্টাত পাছ হেজাৰ প্ৰীণট হয় মই চাৰি হাজাৰ হাজাৰ ঘণ্টাত দিয়াৰ প্ৰয়াস কৰা হৱ বুলি কোৱা হয়।। তেতিয়া প্ৰমাণ বিচাৰে মই আকৌ বাৰীৰ ইউনাইটেড ব্ৰাদাৰ্ছৰ বেনাৰ্জী মেনেজাৰ ফোন নম্বৰ দিলোঁ জানিবৰ বাবে ।। তোমাৰ ওচৰত থকা ডাক ঘৰত এটা একাউণ্ট আছিল এতিয়া কি হৈ আছে ঈশ্বৰে হে জনে ।। শুভ সন্ধ্যা।।

  • @haladhardas2523
    @haladhardas2523 9 місяців тому +1

    সুন্দৰ হৈছে

    • @bakulartal
      @bakulartal  5 місяців тому

      মতামতৰ বাবে অশেষ ধন্যবাদ আপোনালৈ

  • @BoloramDas-g3p
    @BoloramDas-g3p Місяць тому

    Krishno. Krishno. Nomoshkar

  • @KrishnaDas-u4c7s
    @KrishnaDas-u4c7s 2 місяці тому

    Very gud baa

  • @nripenbhattacharyya2079
    @nripenbhattacharyya2079 2 місяці тому +2

    excellent performance. Thanks

  • @unknown-rs2yn
    @unknown-rs2yn 10 місяців тому +3

    Krishna krishna

  • @DigantaKalita-y1s
    @DigantaKalita-y1s 10 місяців тому +4

    ❤❤❤

  • @BinaTalukdar-mo7dy
    @BinaTalukdar-mo7dy 7 місяців тому +1

    Long live

  • @umeshchoudhury7531
    @umeshchoudhury7531 10 місяців тому +1

    bahut bhal geet

  • @rohandeka6954
    @rohandeka6954 9 місяців тому +3

    Very good song. Asomor Matir gondha thoka geet

    • @bakulartal
      @bakulartal  9 місяців тому +2

      মতামতৰ বাবে ধন্যবাদ

  • @BoloramDas-g3p
    @BoloramDas-g3p 2 місяці тому +1

    Apunalo bohut. Subhesar. Thakil

  • @DebaramDoley-o9u
    @DebaramDoley-o9u 10 місяців тому +2

    Good song ❤🎉🎉

  • @KrisnaBarman-s6n
    @KrisnaBarman-s6n 10 місяців тому +15

    Good song ❤

  • @sankarchandranath9340
    @sankarchandranath9340 8 місяців тому

    Jai Hari Krishna

  • @BhabaniDeka-t9l
    @BhabaniDeka-t9l 7 місяців тому +1

    Hori hori ram ram

  • @ChitrarathBarman
    @ChitrarathBarman 8 місяців тому +1

    Very nice

  • @DineshBoro-yl8de
    @DineshBoro-yl8de 9 місяців тому +1

    BHAL LAGISE GANTU KHUNI 25:33

    • @bakulartal
      @bakulartal  9 місяців тому

      মতামতৰ বাবে ধন্যবাদ

  • @nathikpp
    @nathikpp 8 місяців тому +2

    কৃষ্ণ কৃষ্ণ🙏🙏

    • @bakulartal
      @bakulartal  5 місяців тому +2

      মতামতৰ বাবে অশেষ ধন্যবাদ আপোনালৈ www.youtube.com/@bakulartal

  • @RakeshPegu-uz4ku
    @RakeshPegu-uz4ku 9 місяців тому +1

    ❤❤❤❤❤❤

  • @MkBoruha
    @MkBoruha 10 місяців тому +2

    Snicesong

  • @Harendranathbhuyan
    @Harendranathbhuyan 9 місяців тому +1

    Very good song

  • @daduldas1643
    @daduldas1643 9 місяців тому +5

    কৃষ্ণ কৃষ্ণ

  • @daisysarma3059
    @daisysarma3059 3 місяці тому

    ❤❤❤

  • @nirmalsaikia7594
    @nirmalsaikia7594 8 місяців тому +2

    Hari.hari.ram.ram

  • @SumiKalita-if6uf
    @SumiKalita-if6uf 9 місяців тому +1

    Sakoloke sukhi kora pravu ❤❤❤

    • @bakulartal
      @bakulartal  5 місяців тому

      মতামতৰ বাবে অশেষ ধন্যবাদ আপোনালৈ

  • @rishlek07
    @rishlek07 9 місяців тому +1

    Sweet song

  • @BabulNath-c1n
    @BabulNath-c1n 8 місяців тому +1

    Lukagit to khuni bhal lagil apuna lukar dirghayu kamonaa karilu jay shre ram

    • @bakulartal
      @bakulartal  5 місяців тому

      মতামতৰ বাবে অশেষ অশেষ ধন্যবাদ

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 10 місяців тому +2

    কৃশন্ খুবেই আনন্দ পালো ভবিষ্যত এনেধৰণৰ ভক্তি মূলক লোকগীত শুনিবলৈ পালে মনত অতিকৈ আনন্দ পালো হেতেন সেয়ে আপোনালোকে গাই যাওক,,,,,,

  • @rukminithakuria9071
    @rukminithakuria9071 8 місяців тому

    val lagise aybor gan khuni my br val pao.

    • @bakulartal
      @bakulartal  5 місяців тому

      মতামতৰ বাবে অশেষ ধন্যবাদ আপোনালৈ

  • @MkBoruha
    @MkBoruha 10 місяців тому +1

    Sonicedong

  • @LabanyaSaharia
    @LabanyaSaharia 8 місяців тому

    good bhal llagill

    • @bakulartal
      @bakulartal  5 місяців тому

      মতামতৰ বাবে অশেষ ধন্যবাদ আপোনালৈ

  • @bittorajbogsi5980
    @bittorajbogsi5980 9 місяців тому +1

    ধন্যবাদ।

  • @abanidas6895
    @abanidas6895 10 місяців тому +2

    কৃষ্ণ

  • @bapukankalita6365
    @bapukankalita6365 8 місяців тому +1

    Elegant song

  • @rameshbania9044
    @rameshbania9044 9 місяців тому +1

    Beautiful lok geet🙏😰🙏😰😰

  • @PhukanBaro-jd3hd
    @PhukanBaro-jd3hd 10 місяців тому +18

    Bahariageet

  • @umadas5083
    @umadas5083 3 місяці тому

    I LOVE YOU

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 9 місяців тому +1

    ভাষা ভাৱৰ লিখা হয় কিৱা আৰু বহুত ভুল ক্ৰুতি হৈ যায়।বানানবোৰ লিখা হয় কিৱা আৰু হয় কিবা।। শুদ্ধ ৰূপ দি সঠিক ভাবে অৰ্থ ওলিয়াই পঢ়িৱা। তুমি ৰজা মহাৰজাৰ জীয়ৰী আৰু আমি গৰু ৰাখি ডাঙৰ হলো যদিও উন্নত মানদণ্ডৰ সমাজৰ আচৰণ বিধিৰ প্ৰতি জ্ঞান নাই তুমি আমাৰ বেৱহাৰত সংগী হৈ জীৱন নিৰ্বাহ কৰাৰ সক্ষমতা হ'ব জানো।। মোৰ নিজৰ নিজৰ ঘৰ মাটি টকা পয়চা একো নাই।। ঈশ্বৰৰ আৰ্শীষত বৰ্তমানলৈকে জীয়াই আছোঁ দিয়া 🎉❤❤

    • @bakulartal
      @bakulartal  5 місяців тому

      এৰা এটিয়ে জীৱন, তাকেলৈ আমাক গৌৰৱ কৰা উচিত। বাকী সকলো মোহ আৰু মায়া। জীয়াই য়াম শেষ বিন্দু তেজ থকালে।

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 9 місяців тому +1

    তুমি আগবাঢ়ি অহাৰ সাহস নাই যেন অনুভৱ হৈছে। মই মোৰ সকলোধৰণৰ তথ্য তোমাক দিয়াৰ পিছত তুমি এষাৰ মাত দি মোক সহায় সাহস দিয়াৰ পৰিবৰ্তে কি ভাবি আছা বাৰু আমাৰ মানুহে একো বুজি নাপায় সুদুৰ ইটালীৰ জৰ্জিয়া মেলনি আৰু ৰাছিয়াৰ এগৰাকী কন্যা সুন্দৰীয়ে ইতিমধ্যে মোৰ লগত যোগাযোগ কৰিব ধৰিছে আৰু এখন চৰকাৰৰ পৰা স্বতন্ত্ৰ ভাৱে থাকি নিজৰ পচন্দ অনুসৰি বিবাহ কৰায় চৰকাৰৰ দ্বাৰা স্বীকৃত সংস্থাৰ দ্বাৰা ৰখাৰ সপক্ষে মাত আগবঢ়ায়ছে।।❤❤❤❤ শুভ ৰাতি।।

    • @bakulartal
      @bakulartal  5 місяців тому

      শুভকামনা

  • @baikunthaborah7000
    @baikunthaborah7000 Місяць тому

    18:55 18:55 pppppp

  • @sanatankalita-cs1tj
    @sanatankalita-cs1tj 3 місяці тому

    😂
    😂😂

  • @DineshBoro-yl8de
    @DineshBoro-yl8de 9 місяців тому +1

    BHAL LAGISE GANTU KHUNI 25:33