navi Kashyap dear dada Dr. Bhupan da is the LEGEND Singer nd. SOUL of those people's who loves, like nd beautiful SINGER'S of the WORLD. Western people's also KNOWS our LEGENT SINGER DR. BHUPAN HAZARIKA
What a personality! Unique voice , unique composition touches heart ! Had opportunity to listen to him at the peak of his illustrious career, feel me lucky and blessed!
How beautifully , intelligently and thoughtfully everyone on stage manage the heart-touching situation in the last -6 minutes shows how everyone loved Bhupen Da who was like a true 'fatherly' person, amazingly humble, to all those who worked with him in his shows.
Thanks for the upload of this video....viewers like me get to know how sensitive the greatest Assamese singer was.....who actually expressed his deep sense of accountability so thoughtfully to his audience when he could not delive r anymore after feeling unwell on stage.....the only other instance I remember seeing such a situation was with Elvis Presely in one of his last shows.
Love You Legend Sir, You Are Immortal For Assamese Peoples & You Will be Rememberd Forever..................You Have Created A Great History For Yourself By Contributing Towards Assamese Music As Well Indian Music,
Absolutely. The outstanding singer not only of Assam only but for the world.See the commitment and sincerity he owed to his fans and music lovers.My Pranam to the great soul of India.
Thank you,thank you very much----- +++++by eating Bin go/ Congo Mad Angle.Long Live Dr Bhupen Da?! Long Live Dwipen Da!? दो-लिया , धो-लिया। ঢোলিয়া খোলিয়া দুয়োকে ধুই লোৱআ।।
Thanks for your this great initiative taken by u to be published his rare amazing songs among d people we all have to try to alive him among us through d medium of his song.
who ever gonna know for the last time we were feeling your energetic voice. how much pain on your face but still you were there for your life's philosophy. love you always
আজি কালি হোৱা হেতেন কি হ'ল হয় নাজানো, তেতিয়া শ্ৰোতা দশক সকল কিমান সভ্য আৰু ধয্য শীতল আছিল ❤ভুপেন দা তুমি অমৰ
মহা সাগৰ মন্থন পথৰ এক গভীৰ জীৱণ ,
মৃত্যুকো নেউচি
সুধা নিগৰা কণ্ঠ দিয়াই যাৰ ধৰম ,
গানৰ লহৰত যিজন জাতিস্কাৰ ।
সংযুক্ত সংগীতেৰেই ইপাৰৰ পৰা সিপাৰ ,
গীতি-প্লাৱণে কৰিলে একাকাৰ।
হে গীতিকাৰ সুৰকাৰ তোমাৰ সাধনাক
চিৰ নমস্কাৰ ।
🌻 🌻🌻
🙏
দৃশ্যটো চাইযেন মনে কয় যান্ত্ৰিক ঝঙ্কাৰ উঠাই আকৌ অসুস্থ অৱস্থাত কিয় গাবলৈ অনুপ্ৰাণিত কৰিছে ।
শব্দ ছায়াছৱিৰে জীয়াই থাকিলা অগননৰ মাজত আৰু সোঁৱৰণত।
🙏🙏🙏
ভূপেনদাৰ গান শুনি থাকিলেও হেপাহ নপলাই, তেখেত যেন এতিয়াও আমাৰ মাজত জীয়াই আছে, তেখেত যেন এতিয়াও আমাৰ মাজত জীয়াই আছে,তেখেতৰ চিৰ শান্তিৰ কামনা কৰিলো। যেন পুনৰ আমাৰ মাজত তেখেত জন্ম হৈ আমাৰ অভাৱখিনি পূৰাই।
এই মহান শিল্পীজন যে আমাৰ মাজত নাই ভাৱিবলৈ টান লাগে | যিমানদিন লুইত থাকে ,যিমানদিন অসমীয়া জাতি থাকে সিমান দিন তেওঁ আমাৰ প্রাণত থাকিব ......তোমালৈ সশ্রদ্ধ প্রণাম ভূপেন দা .....তুমি অমৰ
বহুত দুখ লাগিছে।তোমাৰ অসমীয়া জাতিৰ পুতৌ লগা অৱস্থা তুমি দেখি আচৰিত হৈ পৰিলাহেঁতেন ।যতে আছা শান্তিৰে থাকা।
ক'ত মৰিল ভূপেন দা?এনেকৈ গীত সমূহ শুনি জীয়াই ৰাখিব লাগিব
ভূপেনদা তুমি অমৰ৷ তুমি নিজেই এটি শিল্প৷১৯৭৩ চনৰ বহাগৰ এটি নিশা মোৰ ককাইদেউ প্ৰয়াত ডাঃ হিৰণ্য গগৈৰ শ্বিলঙৰ বাসভৱনত আধা ঘন্টা যি আলাপ কৰিছিলোঁ সেয়া আজিও চকুত ভাহি আছে৷ আজি তুমিও নাই ককাইদেউও নাই কিন্তু সেই দিনটোৰ স্মৃতি আজিও পাহৰা নাই৷ তোমালোক দোয়ো যতেই আছা শান্তিত থাকা৷ওম শান্তি৷
আপুনি দেখিছিল নেকি। বৰ্তমান বয়স কিমান আপোনাৰ
ভূপেন দা আজি মৰিও আমাৰ মাজত জীয়াই আছে... যদিওবা আজি তেখেতৰ শাৰীৰিক অৱয়বৰ আমি দেখা নেপায়.... তেখেতৰ অশৰীৰি আত্মাৰ আমাৰ মাজত থাকি যাব... সদায় তেখেতৰ অশৰীৰি আত্মাই আমাৰ মাজত গুণগুণি .... তেখেতৰ প্ৰিয় গীতৰ কলি বোৰ নিৰ্জন তাৰ মাজতে অনুৰণিত হৈ ৰ'ব!🙏🙏🙏
আপোনাৰ গীত আমাৰ প্ৰতিটো ৰক্তকণিকাত সোমাই আছে। অসমীয়া জাতি জীয়াই থকালৈকে আপুনি জীৱন্ত হৈ থাকিব।
ভূপেন হাজৰিকা অবিহনে বিহুৰ মঞ্চ উকা উকা লাগে। সৰুতে ভূপেন হাজৰিকা বঙাইগাঁওত বিহুৰ মঞ্চত আহিলে আমি ৰাতিপুৱাই আহিছিলো ।
প্ৰণাম কৰিছো ভূপেন হাজৰিকা দেৱক লগতে নূনমাটি ৰাইজকো প্ৰণামিছো ৷ ইমান সুন্দৰকৈ অনুষ্ঠান উপভোগ কৰিছে ৷
আপুনি আমাৰ অন্তৰত সদায় অমৰ হৈ থাকিব ভুপেন দা। আপুনি যতেই আছে,সুখী হৈ থাকক আৰু অসমৰ ধৰাত আকৌ এবাৰ জনম লৈ আমাক ধন্য কৰক। video তো চাই খুইব কন্দিলো। love you,miss you.
অসমবাসীৰ হিয়া-মনত দেশপ্ৰেমৰ আলোড়নৰ সৃষ্টি কৰিবলৈ ইয়াতকৈ শ্ৰেষ্ঠ সুৰ আৰু ভাষাৰ সমন্বয় যে কেতিয়াবা হ'ব সন্দেেহ আছে । মানৱতাবাদ, প্ৰেম আৰু বিভেদৰ বিৰুদ্ধে জয়গানৰ এনে সংপৃক্ত সৃষ্টি আৰু কেতিয়াবা হ'বনে সময়েহে ক'ব ।
এই অনুষ্ঠান মানুহৰ বাবে ভূপেন হাজৰিকাৰ আৰু ভূপেন হাজৰিকাৰ বাবে মানুহৰ ।
আপোনাৰদৰে মহান শিল্পী অসমমাতৃয়ে পুনৰ পাবনে নাই মোৰ সন্দেহ আছে । আপোনাৰ সানিধ্য মই ২০০৩ চনৰ ৩ জানুৱাৰীত লক্ষীমপুৰৰ প্ৰতিদিন কাৰ্য্যালয়ৰ উদ্বোধনী অনুষ্ঠানত পাইছিলো । মোৰ জীৱন ধন্য কৰিলে আপোনি । য'তেই আছে কুশলে থাকক এয়াই কামনা ।ওঁম শান্তি ওঁম ।
L by
আপুনি নাথাকিলেও আমাৰ প্ৰতিজন অসমীয়াৰ হৃদয়ত আছে । ভূপেন হাজৰিকা আপুনি চিৰ অমৰ হওঁক
এই অনুষ্ঠানটো কিমান চনৰ জনাব চোন। বহুত ভাল লাগিল
শত কোটি বাৰ নমস্কাৰ জনালো । কোনো দিনেই মনত নপৰাকে নেথাকে । ভাবি ভাবি পাৰ নাপাও।.... আকৌ আহিবানে ভূপেন দা ?
ভূপেন দা প্ৰকৃতাৰ্থত এজন আদৰ্শ শিল্পী । আমাৰ মনৰ মানুহ তেখেত ।
sadananda rabha Nathula
ভূপেন দাৰ এই হেন কণ্ঠ যেন সদায়েই জীবিত হৈ থাকে। তাৰেই কামনাৰে শুৱৰোঁ
হে মহান বিশ্ববিশ্ৰত শিল্পী তোমাৰ কালজয়ী গীতবোৰ প্রতি মুহূৰ্ত্তত আমাৰ অন্তৰত বাজি থাকে, জীৱনৰ বহুতো নিৰাশাৰ মাজতো তোমাৰ গীত শুনিলে জীয়াই থকাৰ প্ৰেৰণা পাও | হে বহুতো কালজয়ী গীতৰ ৰচেতা তোমাৰ মহান ব্যক্তিত্বই প্রতিজন অসমীয়াক আপ্লুত কৰে, বিশ্বদৰবাৰত অসমীয়াক গীত নাটেৰে প্রতিষ্ঠিত কৰা ব্যক্তিজন আপুনি আমাৰ মৰমৰ , শ্ৰদ্ধাৰ ভূপেন দা | জীৱিত অৱস্থাত আপোনাক এবাৰ লগ পাবলৈ, চুই চাবলৈ মোৰ বহুত মন আছিল, কিন্তু সেই সুযোগ মই নাপালো , সেই দুখ মোৰ ৰৈ গল | ভিডিঅ বোৰতে আপোনাক চাও, আপোনাৰ গীতবোৰ উপভোগ কৰো , বহুত মানসিক প্রশান্তি উপভোগ কৰো | আপুনি যতেই আছে শান্তিৰে থাকক, আপোনাৰ শ্ৰীচৰণত শতকৌটি প্ৰণাম, আমাক আশীর্বাদ কৰিব, যাতে জীৱনৰ এই কণ্টকময় পথত আমি আপোনাৰ আদৰ্শৰে অসমীয়া হিচাপে গৌৰৱেৰে জীয়াই থাকিব পাৰো৷
কালজয়ী গীত খিনি... হাজাৰ বাৰ শুনিও হেপাঁহ নপলাই। অশেষ ধন্যবাদ।
I know I'm kinda off topic but does anybody know a good place to stream newly released movies online?
@Joziah Bo Flixportal :P
@Giovanni Anthony thank you, I signed up and it seems like they got a lot of movies there =) I really appreciate it !
@Joziah Bo You are welcome =)
ভূপেন দা অসমবাসীৰ মাজত আজিও জীয়াই আছে আৰু চিৰ কাললৈ থাকিব । । জয় ভূপেন দা তেওৰ হেৰাই য়োবাটো আমাৰ বহুত কষ্ট কৰ । আকৌ জনম হওক ভুপেন দা ।
ভূপেন দা তোমাৰ অভাৱ বহুত অনুভৱ কৰিছো আজি। তোমাৰ অবিহনে অসমীয়া জাতি আজি অভিভাৱক হীন হৈ পৰিলোঁ।
2006😢
Maatir gaan gua manhu asil bhupen da. 🙏 . Allah a vale rakhok apunak jote ase
শত শত কোটি প্ৰনাম ভুপেনদা
ভুপেন দাক এনেদৰে আমাৰ মাজত জীয়াই ৰাখিব লাগিব 🙏🙏🙏
মহান শিল্পী, আপোনাক প্ৰণাম। আপোনাৰ এই অৱস্থাটো দেখি বহুত দুখ অনুভৱ কৰিছো।
🙏🙏🙏❤️❤️
ইমান কষ্টত ভূপেন দাক মঞ্চত কিয় ৰাখিব লাগে।।
Moriu Amor hol
Apunak bhal powa manuh Moi bohut log paisu. Bohute apunar git gaay, teoloke gowa xunile bohut bhal lage. Apunak iman bhaal pay je teoloke apunar kotha, git,kaam praay jaane. Moi teolokok aru apunak salute korisu. Xeibabe aapuni Amar.
মই এই programe tu TV ত চাইছো। তেতিয়াও আৰু এতিয়াও চকুপানী ওলাইছে।
অসমী আইৰ বৰপুত্ৰ সুধাকণ্ঠ ৷৷৷ শত সহস্ৰ প্ৰণাম ৷
ভূপেনদা আপোনাক অশেষ শ্ৰদ্ধা জনাইছো ।আপোনালৈ বহুত মনত পৰিছে।আপোনাৰ গীতে মন প্ৰাণ টানি ধৰে অ'😢😧😢😢
পৃথিবীৰ প্ৰান্তে প্ৰান্তে শিল্পী ড,ভূপেন হাজৰিকা দেৱ অমৰ হৈথাকিব
মোৰ চকুপানী ওলাই আহিছে ৷l ove u bhupen daa.
Let 0
P
N8
Love you Bhupen da..... The legend.... Great soul of Assam.... You are immortal.... Will live deep inside of hearts of every real Assamese
navi Kashyap dear dada Dr. Bhupan da is the LEGEND Singer nd. SOUL of those people's who loves, like nd beautiful SINGER'S of the WORLD. Western people's also KNOWS our LEGENT SINGER DR. BHUPAN HAZARIKA
হৃদয়ত সদাই জিয়াই থাকিব
সৰুতেই লগ পাইছিলো ভুপেনদাক বহনা হাইস্কুলত এখন মঞ্চ ত আমি নাটক কৰিছিলো,থিতাতে ৰচি গীত গোৱা দেখিছিলো, ভুপেন দাৰ কন্ঠ শব্দ ই অন্ত ৰ জোঁকাৰি যায, জীয়াই থাকক তেখেতৰ অবদান অসমী্য়াৰ জাতিত জিলিকি থাকক ভোতাতৰাহৈ আকাশত স্মৃতি হৈৰব আমাৰ অন্তৰত ধন্যবাদ ,,,,,,,,,,,,,
@@amitnath8347 lkulllkjbgfds
ভূপেনদা ! আজি আকৌ কান্দিলোঁ আপোনাক দেখি ।আপোনাক কোনেও নাপাহৰে ।
Jetiya apunar gaan sunu mur jibonloi nije nubuja vhabona aahe love you bhupen day😘🙏
আপোনাক শতকুটি প্ৰণাম ভূপেন মামা। 🙏🙏🙏🙏 আৰু Dislike কৰা কেইটা চিনি পোৱা হলে মাজ ৰাষ্টাত ঙলংগ কৰি পিতিলো হয়।
Maja Katha koisa 👌👌
Minor Katha koise
🙏🙏💞💞😟😟😟💞💞🙏🙏
ভিডিও টো চাই চকুপানী ৰখাব নোৱাৰিলো,
ভূপেনদা তুমি যতেই আছা, সুখ আৰু শান্তিত থাকা, তুমি আমাৰ মাজলৈ আকৌ ঘূৰি আহিবা , 🌸🌸🌸💞💞💞🌸🌸🌸
What a personality! Unique voice , unique composition touches heart ! Had opportunity to listen to him at the peak of his illustrious career, feel me lucky and blessed!
How beautifully , intelligently and thoughtfully everyone on stage manage the heart-touching situation in the last -6 minutes shows how everyone loved Bhupen Da who was like a true 'fatherly' person, amazingly humble, to all those who worked with him in his shows.
Thanks for the upload of this video....viewers like me get to know how sensitive the greatest Assamese singer was.....who actually expressed his deep sense of accountability so thoughtfully to his audience when he could not delive r anymore after feeling unwell on stage.....the only other instance I remember seeing such a situation was with Elvis Presely in one of his last shows.
ভূপেনদাৰ গীতত ভাগৰুৱা মোৰ মনটোৱে সাহস পাওঁ। তুমি অমৰ ভূপেন দা।
ভূপেনদা, আজিও আপুনি হৃদয়ত সজীৱ হৈ আছে, চিৰকাল থাকিব।
Even the musicians are talented and played with emotions.
Love You Legend Sir, You Are Immortal For Assamese Peoples & You Will be Rememberd Forever..................You Have Created A Great History For Yourself By Contributing Towards Assamese Music As Well Indian Music,
One of the most versatile singer writer composer director of not only of Assam but of India
ভূপেনদা তুমি এতিয়াও জীয়াই আছা আমাৰ মাজত ৷ আৰু সদায় থাকিবা ৷
U r always maestro
চিৰ সেউজ নমস্য আমাৰ ভূপেন হাজৰিকা সদায় আমাৰ মাজত থাকিব যেতি়ালৈকে এই বিশ্বভ্ৰমণ্ড থাকিব।
আমাৰ চকুৰ সম্মুখতে নুনমাটিৰ বিহুৰ মঞ্চত ভূপেন হাজৰিকাদেৱ
অসুস্থ হৈ পৰিছিল। বহুত দুখ পাইছিলো সিদিনা।
Apunak bohut mis koru vupenda.apuni juwar pisot Bihur monso khon ajikali bea hoi gol.bihur vittit aku ganei sunibole nipuwa holu vupenda. We mis u vupenda. Apuni akou amar asomotei jonmo louk vupenda akou bisaru aami apunak.
Jay Guru Shreemanta Shankardev !
Jay Guru Shreemanta Shankardev !!
Jay Guru Shreemanta Shankardev !!!
[[[ Dhanyabad Bhupenda ]]]
You are great ........ you are proud of Assam proud of India proud of world ......... Almighty God bless and peace your great soul ...
ভূপেন হাজৰিকাৰ দেৱ অসমীয়া জাতি প্ৰাণৰ স্বৰূপ ।অসমৰ অসমীয়া জাতি চিৰযুগমীয়া স ত্তা।
তুমি এতিয়াও জীয়াই আছা আমাৰ বুকুৰ মাজত।
আপনার অনুষ্ঠান কোলকাতায় দেখতে পেয়ে ছিলাম ইনডোরে এক লাখ লোক হয়েছি ল
অনেক দিন আগে
চকুপানী ওলাই গ’ল কেনেকৈ গ’মেই নাপালো ৷ আপুনি মহান আৰু আপোনাক শত কৌটি প্ৰণাম ৷
ভূপেন হাজৰিকাৰ গীত বোৰে অন্তৰ চুই যায় । গীত বোৰত বহুত অৰ্থ আছে । দেশপ্ৰেম ৰ ভাব প্ৰকাশ হয় ।
গৰীৱ ক লৈ গোৱা গান, প্ৰেম ক লৈ গোৱা গান বোৰ বৰ ভাল লাগে ।
অনিল চন্দ্ৰ বৰা
@@anilbora2237 hai wo
Very heart touching . It is very memorable since it is the last stage show of Bhupen Hazarika
যেখানেই থাকিও,প্রনাম লহিও। 🙏🏻🙏🏻🙏🏻🙏🏻
Great Bhupen Da voice of Indian the great composer singer in Bollywood and Tollywood the soil of Akhom matri great human being and proud of Assam ❤️🌹🙏
কমল কটকী ছাৰ ক ভুপেন দাৰ মধুৰ বনদ্ধুত দেখি বহুত ভাল লাগিল
ভূপেন দা আকৌআমাৰ মাজলৈ অহা।
বহু ত ভাল লাগিল ।আজি তোমাৰ গান শুনি ।🙏🙏🙏🙏
This video brought tears into my eyes. How much pain he felt after failing to sing properly. You are the soul of Assam.
Absolutely. The outstanding singer not only of Assam only but for the world.See the commitment and sincerity he owed to his fans and music lovers.My Pranam to the great soul of India.
সচাকৈয়ে বহু আবেগিক হৈ গলো অনুস্থানতো চাই ।
Val lagil
অনুষ্ঠান টো চাই আজি পুনৰ চকু পানী টুকিলো।
Emotional video... What a man he was !!! Great personality !!!
Bhupen da tumi hodaie amar mone prene thakiba....... Tumak hotobar namaskar koru.......
Sokur pani rakhibo nuarilu bhupen da apuni amer atma ketiau apuni nuhua nhy dukh lgseatikoi kokal bihaise buli kuar pisotu gai thkbo disil babe kost koriu gai asil siro nomoysya apuni hiar amthu🙏🙏🙏🙏🙏🤝apunak akou assamte jonmo dise jen
Thank you,thank you very much-----
+++++by eating Bin go/ Congo
Mad Angle.Long Live Dr Bhupen Da?! Long Live Dwipen Da!?
दो-लिया , धो-लिया। ঢোলিয়া খোলিয়া
দুয়োকে ধুই লোৱআ।।
আপোনাৰ কণ্ঠ যেন সদায়েই জীবিত হৈ থাকে
ভূপেন দা আপোনি আমাৰ, মাজত এতিয়াও জিয়াই আছা, আপোনাৰ, গানত মই বহুত ৰশ, পাওঁ
বুকুখন খালী খালী লাগে …আমাৰ বুকুৰ মাজত আছা হে শিল্পী!
I salute u music legend Dr. Bhupen Hazarika
All songs of bhupenda is evergreen which likes all
Thanks for your this great initiative taken by u to be published his rare amazing songs among d people we all have to try to alive him among us through d medium of his song.
অসমত আজিলৈকে বহুতো ভাল ভাল গায়ক
গায়িকা ওলাইছে । পিছে আপুনি কোটি কোটি তৰাৰ মাজৰ জোন আৰু জোন এটাহে
থাকে ।।আপুনি অকল এজন গায়কেই নহয়,
আপুনি এজন উচ্চ শিক্ষিত,অতি ভদ্ৰ, অতি সঙ্গতভাবে গীত পৰিৱেশন কৰা গায়ক ,আপোনাৰ কথবোৰও গীতৰ দৰেই ।অকল অসমতেই নহয়, ফিৰথীৰ বহুতোলোকে
আপোনাৰ গীতত মোহিত হৈছে ।আপোনাক বেয়া পোৱা মানুহ এজনো কতো নাই ।।
Bhupen mama akou amr mjle ghuri ahibo nuareney 😢😢
ভূপেন দা আপুনি আমাৰ হৃদয়ত থাকিব সদায়ে ।
অসমীয়াৰ হিয়াৰ আমঠু ভূপেন হাজৰিকা। তেওঁ অবিহনে অসমীয়া সংস্কৃতিৰ ভৰালখন উকা হৈ পৰিছে। আৰু এজন ভূপেন হাজৰিকা আবিৰ্ভাৱ হোৱাটো ভূৰুকাত হাতি ভৰোৱাৰ দৰে কথা।
ভূপেন হাজৰিকা ক যদি কোনোবা ভগৱানে অমৰ বৰ দিলেহেতেন
Oww hundor sir we miss you a lot
many many salute to you Bhupen da. apuni xadai amar hiyar majot jiai Thakiba.
বৰ দুখ লাগিল ভূপেন দাৰ দুখ দেখি
অসমীয়া জাতিৰ এজন গণ শিল্পী সুধা কন্ঠ আজি আমাৰ মাজত নাই।
Great thinker n touch every word in our mind set.
moi bhupen da khube val pau teuk dekha pale bohut dhukh lage
😰😰😰😰😰😰😰😰😰এই ভিডিওখনে মোৰ চকুলো বোৱালে।সচাই ভুপেন দাৰ কথা বহুত পৰিল ।আপুনি যতেই আছা সুখত থাকা।
Axomiya jatir khuvagya apunar dore xilpi ajonak pale..apuni amar majaloi ako ghuri ahib lagib..apuni kotha di goise...
A singers like Bhupen Hazarika never borne in this World
Lave you bhupen hazarika da. The legend great Saul of Assam you are immortal will live deep inside of hearts of every real Assamese
love U bhupen da...jiyai ASA tumi hiyaai hiyaai aamr ....
Bhupen da apuni jotei asa....., val dore asa buli moi vbu...., krn apunor gane amk hodai jiyai rakhise.... So, amr hahirbat t hodai vale rakhok
Lb
Dada aponi amar soul ot chirokal jiyei thakibo..
Bhupenda is always with us. God.bless you where you are now. L. Kakati. 23..8..2021.5.53PM.
মহা পুৰুষ এইজন
Apunake Moi ussarota POWA . AGOR SAEI DINBORUT . .AMMAR Family katiaba katiaba Aeai Samot Logat Assil .Sir❤
আমাৰ অসমতে আপোনাৰ পুন:জনম কামনা কৰিলো
You are alive in the core
of our heart inspiring us
to love our motherland .
Please come again ,sing many songs for the Assamese people
And for MASS.
Ha Mahan shilpi apunak Sato xahasra pronam janalo .
কথা কৈ থাকিলে ও শুনি থাকিব পাৰি কি যে ব্যক্তিত্ব
🙏🌹🙏🏾🌺🙏🌟🌟🌟Thanks❤Bhupen mama❤Great one singer 🙏🏾🌺🙏🌟🌟🌟
Ami tomake bhalobasi bhupen da
who ever gonna know for the last time we were feeling your energetic voice. how much pain on your face but still you were there for your life's philosophy. love you always