NKTV PLUSৰ কাঠগড়াত বিধায়ক অখিল গগৈ

Поділитися
Вставка
  • Опубліковано 15 січ 2025

КОМЕНТАРІ • 289

  • @RonjitSharmaGoswami
    @RonjitSharmaGoswami Місяць тому +45

    সঁচাকৈয়ে মানিব লাগ॥,অখিল গগৈৰ দৰে এজন নিৰপেক্ষ, জাতীয়তাবাদী আৰু সাহসী শক্তিশালী বিধায়ক,❤❤❤😊😊😅🎉

  • @AbhijitPayeng-t4k
    @AbhijitPayeng-t4k 6 днів тому +1

    Gogoi sir very nice❤❤❤

  • @tri____beni
    @tri____beni 2 місяці тому +59

    যিবিলাক মানু্হে চিধা কথা কয় তেঁও লোকৰ খং টো বেছি আৰু যিবিলাক অলপ দুই নম্বৰি তেঁও লোকৰ তেল টো অলপ বেছি শুদ্ধ কথা কৈছে অখিল গগৈ জিন্দাবাদ শিৱসাগৰৰ গৌৰৱ ❤

  • @hemantamalakar4127
    @hemantamalakar4127 2 місяці тому +35

    Akhil Gogoi Zindabad

  • @minapatiri7350
    @minapatiri7350 2 місяці тому +10

    Very good Akhil Gogoi

  • @qwcgrtyiopzx6xc
    @qwcgrtyiopzx6xc 2 місяці тому +26

    আন যি নহওক অখিল গগৈৰ সংগ্ৰামী চিন্তাধাৰাক ভাল লাগে

  • @rajatgogoi1241
    @rajatgogoi1241 2 місяці тому +49

    অখিল গগৈ জিন্দাবাদ ।

  • @asomiaasom6008
    @asomiaasom6008 2 місяці тому +66

    অসম জনকণ্ঠ জাতীয় বীৰ সিংহপুৰুষ অখিল গগৈ জিন্দাবাদ ।

  • @jaanborua4040
    @jaanborua4040 2 місяці тому +46

    শৃঙ্খল চলিহা তথা লাচিত সেনাই যেনেকৈ আপোনাক বিধায়ক বনালে । আপুনিও গৌৰৱ গৈগৈক যেনেকৈ সাংসদ বনালে । পিছত শৃংখল চলিহাক পাত্তা নিদিলে যে সেই একেই অবস্থা আপোনাৰো হৈছে এতিয়া গৌৰৱে পাত্তা নিদিলে । সময় ঘূৰি আহে

    • @rupmahanta8652
      @rupmahanta8652 2 місяці тому +4

      💯

    • @BohnimanGogoi
      @BohnimanGogoi 2 місяці тому +10

      বাবা তুমি বহুত বুজিবলৈ আছা।।
      উশৃংখলৰ নিজৰ বোঠতে দাদা হাৰিচে।।
      গতিকে তেওঁ কেনেকৈ জিকালে,

    • @rapidmindaxom8781
      @rapidmindaxom8781 2 місяці тому

      Manuh ata o jinda jolaise pokhil gogoi a 😂😂😊

    • @Pslv3kb
      @Pslv3kb 2 місяці тому

      MLA sivasagar raije bonaise. Kunu bixekh byaktiye bonuwa nai

    • @kalpanadeka6201
      @kalpanadeka6201 2 місяці тому

      সত্যম শিবম সুন্দৰম | সত্য কথা বিলাক শুনি ভাল লাগিল

  • @rajadoley3921
    @rajadoley3921 2 місяці тому +16

    অখিল দা অসমৰ এজন শক্তিশালী নেতা ❤❤।

  • @bhargabdeka1774
    @bhargabdeka1774 2 місяці тому +2

    যি য়ে নহক কিয় বিজেপিৰ বিধায়ক মন্ত্রী ক ভয় খোৱাব পৰা এক মাত্ৰ অসমৰ ব্যক্তি❤❤❤❤❤❤

  • @anandakakati1521
    @anandakakati1521 9 днів тому

    Thanks bohut val lagil

  • @DipenKalita-x4c
    @DipenKalita-x4c Місяць тому +2

    BesrWisheToAkhilGogoi❤

  • @dipubora3518
    @dipubora3518 2 місяці тому +16

    মন্ত্ৰী বিধায়ক সকলো এক এওলোকে public ক মূৰ্খ বনাই 😊

    • @youtubetv9392
      @youtubetv9392 2 місяці тому

      তই চাকে বৰ ভাল মানুহ তোৰ আনকি কণি টোৰো দাং নাখাই

  • @asslaskarlaskar
    @asslaskarlaskar 2 місяці тому +3

    Ukil gogoy jindabad kongres jindabad Rahul Gandhi jindabad sunia gandhi jindabad ❤❤❤❤❤ bjp nalage rss nalage bojrong doll nalage sib sena nalage

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xx 2 місяці тому +60

    সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী জনে বিধায়ক অখিল গগৈ ডাঙৰীয়াক বহুত ভয় খায় । অসমৰ একমাত্ৰ সাহসী বিধায়ক অখিল গগৈ ডাঙৰীয়া হয় । তেখেত মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা হয় ।

  • @IslamSoriful-s6j
    @IslamSoriful-s6j 2 місяці тому +5

    অখিল গগৈ জিন্দাবাদ

  • @ramadas7595
    @ramadas7595 Місяць тому +1

    Moi bohut val paw manujonok ❤❤

  • @rizahazarika3034
    @rizahazarika3034 2 місяці тому +19

    সঁচাকৈ ভাল লাগিল, আমাৰ মাজত এনেকুৱা এগৰাকী মানুহ আছে, যি কথা কবলৈ কুণ্ঠাবোধ নকৰে। তেওঁৰ ভাল হওক।।।

  • @dipanjul
    @dipanjul Місяць тому +2

    হায় হায় জাতীয়তাবাদী "ফাকুৱা মানে হ'লি " 😂😂😂😂😂😂😂😂

  • @mridulkonwar7476
    @mridulkonwar7476 2 місяці тому +1

    One of my ideal politician..

  • @success2089
    @success2089 2 місяці тому +1

    I love Akhil Gogoi❤

  • @sansumaboro223
    @sansumaboro223 2 місяці тому

    Akhil gogoi long live..I am very influenced by ur personality and ideology...I pray to God for ur healthy life and wish to see u as a CM of Assam

  • @jollywoodassam4377
    @jollywoodassam4377 2 місяці тому +5

    Best Assamese Politician Akhil Gogoi ❤

  • @rahulneog7697
    @rahulneog7697 Місяць тому

    Bhal lagil de... Enekua politicians lage aru

  • @minapatiri7350
    @minapatiri7350 2 місяці тому +3

    Very good Akhil hogoi

  • @hirenlahan
    @hirenlahan 2 місяці тому +2

    Akhil da tiger 🐅 hoi

  • @tulshiprasadborah9815
    @tulshiprasadborah9815 2 місяці тому +6

    বিজেপিক অসমৰ ৰাইজেইতো ভোট দি বাৰে বাৰে জিকাই আহিছে। প্ৰক্ৰিয়াটো গণতান্ত্ৰিকেই নহয় জানো?
    অখিল গগৈ ডাঙৰীয়া, আপোনাক আৰু আপোনাৰ যুক্তি খুউব ভাল লাগে। কিন্তু, আপুনি ভবাৰ দিনটো কেতিয়া আহিব? আমি লগত আছো।

  • @bikug1610
    @bikug1610 2 місяці тому +8

    Akhil Gogoi khura always with you ❤

  • @NishaMorang-c3w
    @NishaMorang-c3w Місяць тому

    পিযুছ হাজৰিকাৰ লগত আপোনাৰ মিলা-মিছা কৰা যেন লাগিল। তাৰ মানে এক্টিং

  • @hebinmarak8235
    @hebinmarak8235 Місяць тому

    Akil gogoi zindabad

  • @BhaskarJyotiKurmi-y8n
    @BhaskarJyotiKurmi-y8n 2 місяці тому

    জয় আই অসম ✊💪💪💝

  • @bhairobsaikia118
    @bhairobsaikia118 2 місяці тому

    Adin apunak cm hisape sbo mn ase ❤

  • @jadumonideka1786
    @jadumonideka1786 2 місяці тому +3

    অখিল গগৈ ডাঙৰীয়াক কৃষক মুক্তি সংগ্রাম সমিতিৰ দিনৰ পৰাই ভাল পাও, সমৰ্থন কৰি আহিছো, আজিলৈ সমৰ্থন কৰি আছো আৰু ভৱিষ্যতলৈও সমৰ্থন কৰি যাম। কাৰণ অখিল গগৈ ডাঙৰীয়াৰ কথাবোৰ স্পষ্ট আৰু তথ্যভিত্তিক। অসমৰ জাতীয় সমস্যাৰ বাবে মাত মতা এজন জনপ্রিয় সংগ্রামী নেতা। অখিল গগৈৰ দৰে আমাৰ অসমত আৰু চাৰি পাচজন মান অখিল গগৈ সৃষ্টি হওক ইয়াকে আশা কৰিছোঁ। শেষত, অখিল গগৈ ডাঙৰীয়া সদায় সু- স্বাস্থ্যৰ অধিকাৰী হৈ থাকক, দীর্ঘায়ু হওক আৰু অসমৰ কাৰণে, জাতিটোৰ কাৰণে ভাল ভাল কাম কৰি যাওক। ইয়াকে প্ৰাৰ্থনা কৰিছোঁ। অখিল গগৈ জিন্দাবাদ।

  • @DibikaRabha-u7d
    @DibikaRabha-u7d 3 дні тому

    Sir please wel come.

  • @Bikashboruah-hg9rn
    @Bikashboruah-hg9rn 2 місяці тому

    Akhil gogoi val manuh❤❤❤

  • @anupamhazarika8352
    @anupamhazarika8352 2 місяці тому +2

    BOLD LEADER OF ASSAM

  • @jyoshreegogoi7958
    @jyoshreegogoi7958 2 місяці тому

    সাহসী নেতা❤❤❤

  • @Nirmalkumarray2000
    @Nirmalkumarray2000 2 місяці тому +1

    ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা স্থাপন কৰি চৰকাৰ গঠনৰ আশা নকৰাই ভাল।।।।অসমৰ সকলো আঞ্চলিক দল এক হওক।যদি তেনেকুৱা হয় তেন্তে চাপৰ্ট কৰিম আৰু সকলোৱে কৰিব।যদি কোনোবাই মোক সোধে যে তুমি বিজেপিক নে কংগ্ৰেছক চাপৰ্ট কৰা?তেন্তে মই এটাই উত্তৰ দিম।যে বিজেপিক চাপৰ্ট কৰিম।কাৰণ বহু আছে।।।কংগ্ৰেছৰ দিনত আমাৰ অঞ্চলত উগ্ৰপন্থীৰ সমস্যা,হত্যা,ধনদাবী হৈছিল।সকলোফালে অশান্তি,অত্যন্ত দূৰ্নীতি,টকা দিলে চাকৰি আদি এইবোই আছিল।।গতিকে এইবোৰ এতিয়া নাই।সেয়েহে ভাৱো কংগ্ৰেছতকৈ বিজেপি ভাল।।।

  • @durgeswardutta3313
    @durgeswardutta3313 2 місяці тому +2

    Bohut mozza

  • @HarenSaikia-x7z
    @HarenSaikia-x7z 2 місяці тому

    Ahil is Great 👍👍👍👍

  • @realvideo39
    @realvideo39 Місяць тому

    Akhil gogoi is a actor

  • @nikumonidas4988
    @nikumonidas4988 2 місяці тому +3

    একেবাৰে মিছা ক্থা কৈছে অখিল গগৈয়ে

    • @RonjitSharmaGoswami
      @RonjitSharmaGoswami Місяць тому

      অখিল গগৈয়ে সঁচা কৈছে নে, মিছা কথা কয় সেয়া দৰশক চাই চে,,,,,,,,,, OK google north east politics MLA😊😅😅😅❤

  • @manjitdekas178
    @manjitdekas178 2 місяці тому +1

    Val lagil sai

  • @Monjit232
    @Monjit232 2 місяці тому +11

    যেনে কৰ্ম তেনে ফল। আজি গৌৰৱ গগৈ ক লীডাৰ পাতিব গৈ তেওঁ যেন ফল পালে । কৃষক মুক্তি কৰ্মী সকলে কাম কৰাৰ বাবেতেও আজি লীডাৰ হল। কিন্তু যি সকল কৰ্মীৰ বাবে তেওঁ লীডাৰ হল তেওঁলোকক পাহৰিলা ।
    কৰ্ম ফল ভুগিব লাগিব

  • @JanakSaikia-rl8wv
    @JanakSaikia-rl8wv 2 місяці тому

    What Akhil Gogoi has said about Ex-CM of Assam, Late Tarun Gogoi is correct. Corruptions were in its pick during Tarun Gogoi’s tenure. Tarun Gogoi’s tenure was like M.M.Singh’s tenure at the Centre.

    • @ani_trades
      @ani_trades 2 місяці тому

      Agreed 👍🏻 also cash for jobs was highest during his tenure

  • @lakhayajutiassam6389
    @lakhayajutiassam6389 2 місяці тому

    King Akhil ❤

  • @M.G.615
    @M.G.615 2 місяці тому +2

    বাপেক মূখ্যমন্ত্ৰী আছিল কাৰণে পুতেক মূখ্যমন্ত্ৰী হব লাগে বুলি কিবা ধৰাবন্ধা নিয়ম আছে নেকি অখিল গগৈ ডাঙৰীয়া।

  • @DBreactions
    @DBreactions 2 місяці тому +1

    এজন সুবিধাবাদী নেতা। কেতিয়া কাৰ লগত থাকে কোনেও গম নাপায়।

  • @DhunuGogoi-ug7tf
    @DhunuGogoi-ug7tf 2 місяці тому +1

    অখিল গগৈ ডাঙৰীয়াই কোৱা কথাবো সঁচাই বহুত ভাল লাগিল ‍‌‌।
    কিন্তু হিমন্ত মামাই এই ভিডিঅ'টো চোৱা অতি প্ৰয়োজনীয়।

    • @RonjitSharmaGoswami
      @RonjitSharmaGoswami Місяць тому

      কেনেকৈ চাব আমি যে একেবাৰে মুৰত লৈছে,, তেওঁ ভাবে এয়া এনে মাৰি দিয়ে 😅😅😅😅

  • @bashistadoley2900
    @bashistadoley2900 2 місяці тому +6

    Akhil ❤❤

  • @ripondey9520
    @ripondey9520 2 місяці тому +1

    Akhil gogoi himu Mama r nisina kateaw hbo nuare

  • @jintugogoi5699
    @jintugogoi5699 2 місяці тому +6

    অখিল গগৈয়ে সদায় সঁচা কথাই কয়

  • @lakhandasofficial1
    @lakhandasofficial1 2 місяці тому

    Support Akhil Da✅

  • @yuggogoi0421
    @yuggogoi0421 2 місяці тому

    Mojaa lagile sai

  • @Ebadur072iiz
    @Ebadur072iiz 2 місяці тому +3

    Love Akhil Gogoi ❤❤😮❤❤

  • @Lazyaspirant18
    @Lazyaspirant18 2 місяці тому

    অখিল গগৈ ❤

  • @RohitKhanikar
    @RohitKhanikar 2 місяці тому

    I love you heartly .god help you..

  • @dipankarkhargharia9952
    @dipankarkhargharia9952 2 місяці тому +1

    গৌ'ৰব গগৈক আপুনি জিকোবা নাই গৌৰব নিজৰ সততা জিকিছে আমি কোনো দলিয মানুহ নহয়

  • @tri____beni
    @tri____beni 2 місяці тому

    42:22 right ♥️

  • @atulregon6841
    @atulregon6841 Місяць тому

    World record হওক বিশ্বৰ আটাইতকৈ সংগ্ৰামী কাৰাবাস কৰা জন নেতা হিচাপে ।

  • @arifjaman2433
    @arifjaman2433 2 місяці тому

    😊😊😊😊😊😊😊

  • @biradattadas9216
    @biradattadas9216 2 місяці тому

    SORRY,THE NAME PADMA GOGOI WHICH I MENTION IN THE COMMENT,SHOULD BE AS PADMA
    HAZARIKA.

  • @jyotiprovachangmai6385
    @jyotiprovachangmai6385 2 місяці тому

    Zindabad

  • @shreddedface6039
    @shreddedface6039 2 місяці тому +2

    অখিল ভাই জিনদাবাদ ।👍🏿

  • @FatafatiCartoon
    @FatafatiCartoon 2 місяці тому +7

    Love u Akhil da❤. U are our real leader

  • @Eyakub_king_978
    @Eyakub_king_978 Місяць тому +1

    Daitaro Matileo pai🌻🦚🦜🤘🤺

  • @Ashimasomiya
    @Ashimasomiya Місяць тому +3

    ভাললগা মানুহজন

  • @pratapswargiary6225
    @pratapswargiary6225 Місяць тому

    Congress you

  • @dipakbarman7151
    @dipakbarman7151 Місяць тому

    All right

  • @prabhatchetia3019
    @prabhatchetia3019 2 місяці тому

    0:49 | Akhil gogoi jonmo 1 March ne 2 October ami 2 October buli he janu .

  • @RusonAhmed-pn4yw
    @RusonAhmed-pn4yw Місяць тому +1

    Okil gaigai jeendabad❤thank you dada

  • @BimalchBordoloi-y2m
    @BimalchBordoloi-y2m 2 місяці тому

    Best akhil da

  • @pinkisarmah8400
    @pinkisarmah8400 Місяць тому +1

    Akhil u r real heero in assam . Himonto is no metar

  • @AbdurRashed-m2m
    @AbdurRashed-m2m 2 місяці тому

    Akhil da is only jatiyo bati natha in assam

  • @LxAbdurRahman-pj3kk
    @LxAbdurRahman-pj3kk 2 місяці тому +5

    Akhil da zindabad

  • @nayendraneupane88
    @nayendraneupane88 2 місяці тому +1

    Riht A gogoi sir

  • @M.G.615
    @M.G.615 2 місяці тому +1

    মানে কংগ্ৰেছ দলে সংখ্যা লঘুৰ সকলৰ ভোট গ্ৰহণ কৰিবলৈ অখিল গগৈ ডাঙৰীয়াক কংগ্ৰেছ দলে মুখত মিঠা---পেটত তিতা লৈ আমন্ত্ৰণ কৰিছিল, শেষত অখিল গগৈ ক প্ৰতাৰণা কৰিলে😄😂🤣

  • @DimbeswarGogoi-f3t
    @DimbeswarGogoi-f3t Місяць тому

    Akhil Gogoi lagat bahu basor kam korilu really he is a freedom fighter

  • @MoniPegu-l1n
    @MoniPegu-l1n 2 місяці тому +6

    কংগ্ৰেছৰ লোভ বেছি হোৱাৰ কাৰনে যতে ততে হাৰি যায়😅😅😅😅😅😅😂😂😂😂😂😂😂 অখিল গগৈ ডাঙৰীয়া আপুনি কংগ্ৰেছক বাদ দিয়া বাকী একেলগে থাকক কংগ্ৰেছতকৈ বহুত ওপৰত আহিব

  • @KrishnakantaDas-j4s
    @KrishnakantaDas-j4s 2 місяці тому

    আপুনি আবেগৰ ভোট পাই এম, এল এই হৈছে

  • @DuluGogoi-nt5ts
    @DuluGogoi-nt5ts 2 місяці тому +1

    Jai ai akhom

  • @CRYPTOTRADERAxom
    @CRYPTOTRADERAxom 2 місяці тому

    ভাল লাগিল___❤❤📣📣📣

  • @rambalram2610
    @rambalram2610 2 місяці тому +3

    অসম বিজেপি এ অখিল গগৈৰ নাম শুনিলে পেনে চেনে মুতা হল...😮😮😮😅😅 অসমৰ মানুহে দয়া কৰি... নিজৰ আৰু অসমৰ স্বাৰ্থত তেখেতক আগ বঢ়াই নিয়ক...🙏🙏🙏 ৰাইজে সদাই কয় ভাল মানুহ ৰাজনীতি লৈ নাহে... অখিল যেতিয়া ওলাই আহিছে অখিলক আগ বঢ়াই নিদিয়ে কিয়....🤔🤔🤔 অন্ততঃ এবাৰ দি চাওক.... নহলে চৰকাৰী চোৰৰ, কৰাপছন শেষ কেনেকৈ হব... গতিকে চৰকাৰ বদলি কৰিবই লাগিব পৰিবৰ্তনৰ বাবে...🤔🤔🤔🙏🙏

  • @anupambarman0762
    @anupambarman0762 2 місяці тому

    Akhil Gogoi Best

  • @hiraboruah3208
    @hiraboruah3208 2 місяці тому

    Bohut Vhal Lagil Sai.

  • @mohanchandrasarma2413
    @mohanchandrasarma2413 Місяць тому

    যৰ পৰা মাল আহে তাতেই মই । ৰাইজ বা ৰাজ্যৰ কথা বাদ ।এতিয়া কংগ্ৰেছ বা বিজেপীৰ পৰা মাল আহে নে নাহে চাও ৰব দেই ।

  • @bijoygoswami6907
    @bijoygoswami6907 2 місяці тому

    তৰুন গগৈ কৰাপ চৰকাৰ এইটো সচা কথা কৈচে! থানাৰ পৰা কাগজ নাইকীয়া কৰিব পৰা জনেহে আজি কালি ডাঙৰ লীডাৰ হব। মহাশয়ে ন অসমীয়াৰ জেগাত হে আগলৈ উঠিব লাগিব!?

  • @PranabjyotiRay-u9j
    @PranabjyotiRay-u9j 2 місяці тому

    ❤❤❤❤❤❤❤❤❤❤❤

  • @tribinidoley7279
    @tribinidoley7279 2 місяці тому

    ❤❤❤❤❤❤❤

  • @surathbarman9588
    @surathbarman9588 2 місяці тому +2

    মিছা কথা একো ভয় খোবা নাই

  • @nasirahmedbahadurpur4216
    @nasirahmedbahadurpur4216 2 місяці тому +4

    Congress zindabad gurob Gogoi zindabad

  • @dineswargogoi858
    @dineswargogoi858 2 місяці тому

    Val lagily tene A jan raja lagy aokhamt

  • @nilanjonanath4242
    @nilanjonanath4242 2 місяці тому

    আপোনালোকৰ contact number তু লাগিছিল । মই বাস্কা জিলাৰ মুছলপুৰ সদৰৰ পৰা কৈছো আমাৰ district আফিচত অফিচাৰ বিলাক সদায় ১১ বজাত উপস্থিত হয় কিছুমান অফিচাৰে উপস্থিতে নহয় মই ৪ দিন ঘুৰি আহিলো ৰেচন কাৰ্ডৰ ঠাই স্থানান্তৰকৰণৰ দৰ্খাস্ত লৈ , যদি নিউজ বনোৱাৰ হৈ টকা-পইচা লাগে তাকো দিবলৈ সাজো

  • @sanjibpegu3119
    @sanjibpegu3119 2 місяці тому

    A. K. G. Jinda. Man😊

  • @creature3D-wb3qr
    @creature3D-wb3qr 2 місяці тому +1

    দোষ দি লাভ নাই। গুণ্ডামি কৰা মানুহ বিলাকেহে ৰাজনীতি কৰিব পাৰে।ভাল মানুহে কেতিয়াও নোৱাৰে ।সেইটো সকলোৱে জানে

  • @HussainAli-i6g
    @HussainAli-i6g 2 місяці тому +1

    Thanks

  • @badaruddinahmed6446
    @badaruddinahmed6446 2 місяці тому +1

    ❤❤❤❤

  • @Uko7pra
    @Uko7pra 2 місяці тому

    AKIL GOGOI ONE MAN ARMY

  • @anmoran5102
    @anmoran5102 2 місяці тому

    ❤❤❤A G