@NdDd-rz9qh kothatu hol euluke pinda shraddho tarpan ityadik namane , jitu neki eta mahapatak , gutei uthoro khon puraan , Ramayan , Mahabharat xokolute shraadh pinda r kotha ullekh aase , swayam bhagabaneu ei kormo kori goise te euluk kun mahabrahmagyani ulaal, Maa Sitai Raja Dashrath r pinda diyaar kotha ke louk ba oin nalage Garud Puraan t ei kormo xomuhok kimaan gurotto diya hoise ebaar pohi saauk, aaru namana xokolor ki odhugoti hoi xeyau pohok, nije monmaani kori Shlok r ortho bodlua, kotha bur saale bere kubua eibur dhurto r kaam
Sumitra Gogoi Krishna Bap Krishna Iman Sundar Bhagawatar katha koichhe ye suni bar val palo ai Maha Adhameeye Iman pare Iman Dhuniakoi Bapjanai kara Prasnar Uttarsamuh Aachhritbhabe Uttar diyat Aaponaloi mor Bhakti bhara Koti Koti Pranam janalo lagate Bhagawat Sraban kari thaka Bap Aaisakalak Pranam janalo Krishna 🙏
প্ৰশ্ন আছিল গুৰু জনাৰ মৃত্যু পাছত শ্ৰাদ্ধ কথা । উত্তৰ পুণ পতিয়াকৈ নাপালো ।তথাপিও সুন্দৰ ব্যাখ্যা শুণি আপ্লত ধন্যবাদ ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ
কৃষ্ণ কৃষ্ণ হৰি ৰাম প্ৰভু আপোনাক পৰমেশ্বৰে সদায় ভালে কুশলে ৰাখক ৷ জয় গুৰু শংকৰ ৷
জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ মাধৱদেৱ 🎉
Krishna Krishna Krishna kripamoy, prabhudev tumar soronot sewa aru pronam nibedisu, aporadh khama koriba.
প্ৰশ্ন কৰা বাপ জনাক বহুত বহুত ধন্যবাদ। আপুনি এই প্ৰশ্ন কেইটা কৰাৰ কাৰণে ইমান খিনি কথা শুনিবলৈ পালো । কৃষ্ণ, জয় গুৰু শঙ্কৰ।
Krishna krishna krishna 🙏🙏 krishna 🙏🙏 krisna krishna 🙏💘💐🌹🌹🌷
প্ৰভু ইশ্বৰ আপোনা সবৰ জ্ঞানে আমাক ভাগৱত শাস্ত্ৰৰ পতি আকৃষ্ট কৰিলে জীৱয়ে গতি পাবলৈ ভাগৱতেই চেষ্ঠ
L
Krishna 🙏🏻 🙏🏻 🙏🏻
বৰ সুন্দৰ ভাগৱত ৰ কথা শুনি পৰম আপলুত হলো
কৃষ্ণ কৃষ্ণ বাপজনা শুদ্ধ আৰু সত্য ব্যাখ্যা আগবঢ়ালে কৃষ্ণ।
কৃষ্ণ কৃষ্ণ গগৈ বাপজনা আপোনাৰ মূখে আজি বহুত নজৱা কথা জানিব পাৰিলো। কৃষ্ণ আপোনাক ভগৱানে কুশলে ৰাখক । কৃষ্ণ
বাপ জন সেৱা ল'ব। দ্বাপৰ যুগত প্ৰভূ কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়ান হৈছিল,তেৰাৰ লগত কলিযুগৰ গুৰু
জনাৰ তুলনা কৰাতো জানো যুক্তি সংগত হৈছে জানো? মাধৱদেৱ গুৰু জনাই নিজেই বছৰেকীয়া তিথি পতা বুলি বাপ জনাই কোৱাৰ পাছতো বাপ জনাই প্ৰশ্নতো এৰাই যোৱাতো আমাৰ দৃষ্টি পৰিছে।পোন পতিয়া প্ৰশ্ন এটাৰ পৰা এৰাই চলাতো ভাল নালাগিল। কৃষ্ণ 🙏
পিতা,মাতা অামাৰ ভগৱান তুল্য তেওঁলোকৰক পৰলোক প্ৰাপ্তিৰ পিছত বছৰেকৰ মুৰত এবাৰ স্মৰণ কৰি ভগৱান অাৰু ভকত সেৱাৰ বাবে এষাৰি যুগ শ্ৰেষ্ঠ নাম অায়োজনত বাধা কত অাছে ,দুজনা গুৰুৱে কৰবাত বাধা দি থৈ গৈছে নেকি ।
@@rudrashingharajkhowa2930 শাস্ত্ৰৰ মতে এজন লোকৰ মৃত্যুৰ পাছত তেওঁৰ কৰ্ম অনুযায়ী বেলেগ জীৱ ধাৰণ কৰে । বা ভাল কৰ্ম কৰিলে বৈকুণ্ঠত স্হান পায় । বৈকুণ্ঠত স্হান লাভ কৰাৰ পাছত আমি তেখেতক আকৌ মৰ্ত্যলৈ বা মৃত্যুলোকলৈ নমাই অনাটো আমাৰ উচিত কৰ্ম হবনে !
Krishna sunddar,. 🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ,
ভক্তি ভৰা সেৱা, শ্ৰদ্ধা মান্যতা অনুসৰি জনাইছোঁ 🙏।
গোবিন্দ।
প্ৰশ্নৰ সঠিক উত্তৰ পোৱা গল। উত্তম বিশ্লেষণ প্ৰভু।
ধন্যাহলো।
কৃষ্ণ বাপ সেৱা নিবেদন কৰিলোঁ পৰম আনন্দ লাভ কৰিবলৈ সক্ষম হলো 🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🌹🙏🙏🙏🙏🙏
🙏🙏🙏
@mamonisaikia5691 কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤️🪔🌹🙏🙏🙏
কৃষ্ণ
@narenborah6979 কৃষ্ণ কৃষ্ণ বাপ জনা সেৱা জনালোঁ কৃষ্ণ
প্ৰশ্নৰ উত্তৰ ক'ত? মূল প্ৰশ্ন ৰ পৰা ফালৰি কাটি আন কেতবোৰ কথাতহে গিয়ান জাহিৰ কৰা দেখা গ'ল।
ভকতজনে কৰা প্ৰশ্নৰ আচল উত্তৰ পাথক জনে দিব নোৱাৰিলে
🙏🙏🙏🙏🙏 Ram ram ram ,apunak xoday vale rakhok 🙏
বাপ 🙏 কৃষ্ণ কৃষ্ণ 🙏কৃষ্ণ কৃষ্ণ 🙏 ৰাম ৰাম 🙏 ৰাম ৰাম 🙏
জ্ঞান বৃদ্ধব্যক্তি গৰাকীৰ বেছি যেন লাগিছে । বুজাব পৰা নাই।
🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ।
সঠিক উত্তৰ দিব বুলি.আশা.কৰিছিলো.কিন্ত নিৰাশ হলো।
আপোনাৰ ব্যাখ্যা সমুহ সম্পুৰ্ণ শুদ্ধ বুলি মানিবলৈ অসুবিধা হৈছে
nohoi u xuddho , xonghor manuhor enekuai....
শ্লোক সমূহ ভুল নেকি
@NdDd-rz9qh kothatu hol euluke pinda shraddho tarpan ityadik namane , jitu neki eta mahapatak , gutei uthoro khon puraan , Ramayan , Mahabharat xokolute shraadh pinda r kotha ullekh aase , swayam bhagabaneu ei kormo kori goise te euluk kun mahabrahmagyani ulaal, Maa Sitai Raja Dashrath r pinda diyaar kotha ke louk ba oin nalage Garud Puraan t ei kormo xomuhok kimaan gurotto diya hoise ebaar pohi saauk, aaru namana xokolor ki odhugoti hoi xeyau pohok, nije monmaani kori Shlok r ortho bodlua, kotha bur saale bere kubua eibur dhurto r kaam
@@being7002 নাম ললে আৰু একো কৰ্ম মাৰ্গৰ প্ৰয়োজন নাই ... নামতকৈ শ্ৰেষ্ঠ আৰু একো নাই ।। শ্ৰৱণ কীৰ্তনৰ মহিমা কৰ্ম মাৰ্গ, জ্ঞান মাৰ্গৰ সৈতে আকাশ পাতাল পাৰ্থক্য।। এইয়া শাস্ত্ৰৰ সিধান্ত।।
Vousali ao
ভাৰতৰ মাজে আছে অনেক দোকানি।
নিছিনি কিনিলে মাল মিলিৱ বিঘিনি।।
কৃষ্ণ কৃষ্ণ বাপ পুৱাৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব কৃষ্ণ
Krishna Krishna bap pronam 🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ বাপ আপুনি প্ৰশ্নৰ উত্তৰ বোৰ একেবাৰে শুদ্ধ ভাৱে দিয়া হৈছে ।শুনি পৰম আনন্দ পালোঁ ।ভগৱন্ত প্ৰভুৱে আপোনাক কুশলে ৰাখে যেনে । তাৰে কামনা কৰিলো । কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ ব্যাখ্যা!
Krishna Krishna.
কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ। কৃপা কৰক ভগৱানে
m
কৃষ্ণ কৃষ্ণ বাপ পোৱাৰ সেৱা জনালোঁ 🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপজন নমস্কাৰ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤
অতি সুন্দৰ বাখ্যা, প্ৰভু। কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ।।
সুন্দৰ ব্যাখ্যা।ভাল লাগিল। কৃষ্ণ কৃষ্ণ।
Namu namu narayion. Pravu jana.
উওৰ বেলেগ হ'ল,।চালে বেৰে কোবাই ছে ।মানুহৰ মন বিপথে পৰিচালনা নকৰিব । নাজানিলে নকব ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় গুৰু শঙ্কৰ
কৃষ্ণ 🙏বাপজন।
কৃষ্ণ প্ৰভু নৰায়ন
প্ৰশ্ন কৰা প্ৰভু জনাই উচিত প্ৰশ্ন কৰিছে ।ধন্যবাদ ।
বৰ সুন্দৰ ব্যাখ্যা, ভাল লাগিল । কিন্তু চালে বেৰে নোকোবাই পোনপটীয়াকৈ উত্তৰ দিলে বহু লোক উপকৃত হব
প্ৰশ্ন বোৰৰ চিধা উত্ত্বৰ দিব লাগে, তাকে নকৰি চালে বেৰে কোবাই থাকিলে কত হব...
প্ৰশ্ন আছিল গুৰু জনাৰ মৃৃত্যৰ পিছত মাধৱ দেৱে কিয় শ্ৰাদ্ধ পিন্দ দিলে....
বৰ্তমান ভগৱান হিচাপে ভাৰতবৰ্ষত মহাত্মা গান্ধী । কাৰণ টকা অবিহনে মানুহ জিয়াই থাকিব নোৱাৰি। তেওঁলোক আমাৰ ধৰ্মৰ ভগৱান। কিন্তু আমাৰ কলিযুগত শৰীৰ ঢাকি ৰাখিবলৈ টকাৰ দৰকাৰ বাবে মহাত্মা
Krishna Krishna 🙏🙏🙏💐❤❤❤❤❤❤❤
কৃষ্ণ🙏🙏🙏
Joy shri krishna❤
কৃষ্ণ কৃষ্ণ।।বাপ শত সহস্ৰ প্ৰনাম।।😊
আচল উত্তৰ নাপালো
sunddar explain ,Krishna 🙏
Bap provu jon , Jani bohut val palu .🌷💯
ওঁ নমো ভগৱতে বাসুদেৱায়
কৃষ্ণ🙏।
কৃষ্ণ কৃষ্ণ বাপ জনা নাম বৈকুণ্ঠৰ ভকত বৈষ্ণৱ হবৰ শ্ৰী চৰণত আমি সেৱা জনালোঁ কৃষ্ণ
ই হৈছে হাৰামী, ককাই শুদ্ধ কথা কৈছে।
কৃষ্ণ ! কৃষ্ণ !
Sumitra Gogoi
Krishna Bap Krishna Iman Sundar Bhagawatar katha koichhe ye suni bar val palo ai Maha Adhameeye Iman pare Iman Dhuniakoi Bapjanai kara Prasnar Uttarsamuh Aachhritbhabe Uttar diyat Aaponaloi mor Bhakti bhara Koti Koti Pranam janalo lagate Bhagawat Sraban kari thaka Bap Aaisakalak Pranam janalo Krishna 🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ। সেৱা জনাইছোঁ ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সকল কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ বাপ উত্তৰ ভাগ সঠিক হৈছে।। সেৱা জনালো।।
কৃষ্ণ কৃষ্ণ বাপ❤
কৃষ্ণ বাপ
পোণকৈ উত্তৰ দিব লাগে গগৈ বাপ
কৃষ্ণ আপোনাৰ আপোনাক যি প্ৰশ্ন কৰিছিল তাৰ সঠিক উত্তৰ নিদি নানা দিশে বহলাই লৈ গ'ল
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏⭐⭐⭐
Krishna ❤
ককায় যিতু প্ৰশ্ন সোধিলে সেইতু উত্ত নাহিলেই ছোন
Krishna Krishna Krishna .
Joi Jagat Guru Shrimanta Shankar, Krishna
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ বাপ তাতকৈ নোৱাৰি আৰু বুজিছে নুবুজিলে নাজানো আৰু।
🙏🏼🙏🏼🙏🏼KRISHNA BAP
ইমান খিনি মাধবদেবে জানিও বছৰি বছৰি কিয় শংকৰদেৱৰ তিথি পাতিছিল সেই কথাষাৰ নজনালে ।
হয়, উত্তৰ টো নোলাল, প্ৰশ্নৰ পৰা ফালৰি কাটি কৰবাত পালেগৈ
কৃষ্ণ কৃষ্ণ বাপ
krishna bap
কৃষ্ণ 🙏 আমাৰ সেৱা গ্ৰহণ কৰিব 🙏🙏
তই আজি কিবা ক কালি কিবা ক তই একোকে নাজান
গুৰু চৰিতত শংকৰ দেৱৰ সা্দধবিধি কৰাটো মিচাকে লিখিলে নেকি
একেবাৰে যথাযথ শুদ্ধ উত্তৰ দিছে বাপজনাই কৃষ্ণ
Good question ❤
প্ৰশ্নটোৰ উত্তৰ দিব পৰাৰ সাৰ্মথ এইজনৰ হাতত নাই ।
বাপ জনে কৰা প্ৰশ্ন কেইটাৰ পৰা তেখেত আতৰি গৈছে কিয়? প্ৰাণজিৎ গগৈয়ে চালে বেৰে কোবোৱা কথা কৈ ৰাইজক বিভ্ৰান্ত কৰে। তেখেতে ঘৰত পঢ়ি অহা কেইটা কৈ কৈ ভাগৱত বুজাই থাকে । এওঁলোকৰ ভণ্ডামী চাই চাই আমনি লাগিছে। শঙ্কৰদেৱৰ মৃত্যুৰ পিছত মাধৱদেৱে কিয় শ্ৰাদ্ধ অনুষ্ঠিত কৰিছিল সেই কথা গগৈয়ে কেতিয়াও বাখ্যা কৰিব নোৱাৰে।
কৃষ্ণ কৃষ্ণ 🙏 কৃষ্ণ 🙏
Krishna prvu .
Krishna Raam
কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব।
Krishna Krishna Krishna 🙏🙏🙏
Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna
Bohut hundor Baap ishwar❤❤❤❤❤
Krisno
আপুনি কেতিয়াবা নিৰামিষ ভোজন অথবা আমিষ ভোজন কৰিছে নে? মহাশয়।। আপোনাৰ দিন আৰু ৰাতি দুয়ো ঈশ্বৰে মংগল কৰক! হৰে কৃষ্ণ হৰে ৰাম... আপোনাৰ মহা ভাগবত পাঠ শুনি আৰু কথা বতৰা খিনি বহুতো ভাল লাগে।। Video
🙏🙏
প্ৰভূ কৃষ্ণ । আমি গুৰু পৰমপৰাত চলো।শাস্ত্ৰ পৰমপৰাত নহয় । গোপীসকলে শাস্ত্ৰপৰমপৰা মনা নাছিল ।
ভাগৱতত সেই কাৰণেই, উল্লেখ কৰিছে কিনো মন্দমতি শাস্ত্ৰক নকৰে বিছাৰ ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏