থাকিবলৈ ঘৰ নাই... এসাঁজ খালে এসাঁজ খাবলৈ নাই

Поділитися
Вставка
  • Опубліковано 6 вер 2024

КОМЕНТАРІ • 535

  • @dhanrajbonshi9201
    @dhanrajbonshi9201 2 роки тому +202

    এনেকুৱা দুখীয়া মানুহ এইখন অসমত আৰু বহুত আছে। যাৰ কথা ভাবিবলৈ কাৰো সময় নাই। যেনেকৈ ভেকচিন দিবলৈ ঘৰে ঘৰে তালাচী চলাইছে , তেনেদৰেই দুখীয়া মানুহে চৰকাৰী সুবিধা পাইছে নে নাই তাৰ খবৰ চৰকাৰী Department য়ে ঘৰে ঘৰে লোৱা উচিত। শেষত অসমৰ অতি আদৰৰ আৰু দয়ালু মূখ্যমন্ত্ৰী হেমন্ত বিশ্ব শমাক ইয়াৰ তদন্ত কৰিবলৈ অনুৰোধ জনালো । ধন্যবাদ। জয় আই অসম ।

  • @ajitneog7659
    @ajitneog7659 2 роки тому +121

    চকুপানী ওলাই আহিল, জীৱনৰ দুখবোৰ দেখি । এয়াই আমাৰ দৰে দুখীয়া মানুহৰ জীৱন। 🙏 🙏 🙏 ভগৱানে দুখীয়া মানুহক অলপ সহায় কৰক 👏 ❤️ 👏

  • @mukulkeot9285
    @mukulkeot9285 2 роки тому +101

    অনুপমে অলপ সহায় কৰিব বুলি আশা কৰিলো ৷

  • @dipakgohain1263
    @dipakgohain1263 2 роки тому +42

    অনুপম দা বহুত ভাল কাম কৰিছে ।

  • @touriststatus5656
    @touriststatus5656 2 роки тому +198

    বেজি দিবলৈ হে ঘৰে ঘৰে জাই কিন্তু চৰকাৰী আচনিবোৰ দিবলৈ নাজাই কাৰণটো কি,,

  • @anishapuwali
    @anishapuwali 2 роки тому +186

    মন্ত্ৰী বোৰ কত লুকাই আছে নেদেখি নেকি এইবোৰ 😢 ডাঙৰ ডাঙৰ বিলাসী ঘৰত থাকিলে আপোনালোকে নেদেখি নেকি এইবোৰ 🙏🏽🙏🏽🙏🏽 এইবোৰত অলপ আওকাণ কৰক 🙏🏽🙏🏽

    • @lizasvlogs8257
      @lizasvlogs8257 2 роки тому +4

      Election tymt dekhe Baki tymt nedekhe

    • @anishapuwali
      @anishapuwali 2 роки тому +4

      @@lizasvlogs8257 সঁচাকৈ ইহঁতক election সময়ত ভোট খুজিব আহিলে খেদিব লাগে এমান সন্মান দিব নালাগে

    • @ramanandadass9085
      @ramanandadass9085 2 роки тому

      Hoi o

    • @Lucky77-x8v
      @Lucky77-x8v 2 роки тому +2

      Kanakoi dekhibo ..assam khonot 33 khon jila aru 3.30.00000 manuh axe sobor ghore ghore goi sabo nuare nohoi ..diya tu soboke di axe majot dalal bilake ki kori axe haytu he

    • @sayanikaborah4519
      @sayanikaborah4519 2 роки тому

      Hska monti bura atiya sokura nadakha emn dukhar timet 😭😭

  • @Adventure_with_Homen
    @Adventure_with_Homen 2 роки тому +50

    এইটো এটা উদাহৰণ হে, আৰু বহুত আছে, ভাল মেধাবী ছাত্ৰ ই এইবোৰ কাৰণে নিজৰ সপোন বাদ দিব লাগে, বাস্তৱৰ লগত হাৰ মানি। পঞ্চায়ত বোৰ আছে কিন্তু কোনো কাম নাই

  • @fagunechangmai2676
    @fagunechangmai2676 2 роки тому +68

    দুখিয়া মানুহ বোৰক সহাই কৰক
    চৰকাৰে

  • @UmanandaChutia-cs7ch
    @UmanandaChutia-cs7ch 2 роки тому +25

    আমাৰ অসমত ইচতেন্দাৰ ভিক্ষাৰি ইমানে বেছি কাৰনে দুখীয়া মানুহৰ এই দখা। বেছিকৈ চৰকাৰি চাকৰিয়াল আৰু চৰকাৰি প্ৰতিনাধি সকল।

  • @sahcindrasonowal7292
    @sahcindrasonowal7292 2 роки тому +36

    সেই ঘৰখন পৰিৱেশলৈ চাই চৰকাৰে চকু দিয়ক আৰু অতিসোনকালে সহায় কৰক যাতে শিক্ষালৈ থকা সেই ছোৱালীজনী মনৰ আশা পূৰ হওঁক

  • @jaangaonkhowa1824
    @jaangaonkhowa1824 2 роки тому +16

    অনুপম দা আপুনি আমাৰ দুখৰ কথা পছাৰ কৰা কাৰনে আপুনাক ধন্যবাদ বাইদেউ জনি মানুহজন চাইকেল লৈ আহি পাইছিল এই মানুহ জন ইটা ভাটাত ইটা কঢ়িয়াই, মানুহ জন ৰাতিপুৱা 4 বজাতে জাই একো নোখোৱা কৈ জাই মানুহ জনৰ বিষয়ে অলপ দেখুৱালে ভাল পালু হয়

  • @jagatsaikia7451
    @jagatsaikia7451 2 роки тому +47

    জন প্ৰতিনিধিয়ে দেখা নাই । গাওঁ পঞ্চায়তৰ প্ৰতিনিধি কুকুৰ চবে দেখা নাই নেকি? ক'ত সোমাই আছ ? ৰমাকান্ত দেউৰী কুকুৰ তই দেখা নাই এই পৰিয়ালটো।

  • @digantadeka7201
    @digantadeka7201 2 роки тому +11

    সঁচাকৈয়ে বৰ দুখ লাগিল ।
    আমি বোৰ এনেকৈয়ে জীয়াই থাকিবলগীয়া হয় কেতিয়াবা কেতিয়াবা!

  • @jawancartoon9042
    @jawancartoon9042 2 роки тому +46

    বাস্তৱ জীৱনৰ জীয়া ছবি😢

  • @bulbulinath2610
    @bulbulinath2610 2 роки тому +45

    অনুপম দা !আপুনি সঁচাই জনসাধৰনৰ আমঠু !

  • @rajugogoiofficial
    @rajugogoiofficial 2 роки тому +20

    বিধায়ক ঘৰে ঘৰে আহিব লাগে । ভেকচিন আকৌ ঘৰে ঘৰে দিয়ে , চৰকাৰৰ সুবিধা বোৰ পাব লাগে।।

  • @PTPTPTPTPT2001
    @PTPTPTPTPT2001 2 роки тому +13

    বৰ দুখ লগা, চাকৰি এটা দিয়ক ছোৱালী জনীক

  • @ranjudeka4818
    @ranjudeka4818 2 роки тому +54

    ৰমাকান্তক তাৰ যি কৰি আছে ভগৱানে শুনকালে চালে হয়🙏

  • @ranjudeka4818
    @ranjudeka4818 2 роки тому +22

    সঁচা বৰ দুখ লাগে আমাৰো দেখি চকু পানী উলাইছে ,চৰকাৰে অলপ চাৱক 🙏🙏

  • @hemkantaborah7434
    @hemkantaborah7434 2 роки тому +107

    ৰমাকান্ত দেউৰী মুখত তিনিটা শব্দই থাকে, সেয়া হল-মাৰিম, কাটিম, পিতিম।

    • @rmdqueen3592
      @rmdqueen3592 2 роки тому +1

      Ru ata xbdo thake tr muxot...
      'Gsoki petuka uliai dim'😆

    • @pallabpro2664
      @pallabpro2664 2 роки тому

      Nijor he pet2 sini pai Romakanta D.Fal2 MLA....

    • @rajibrajbongshi8789
      @rajibrajbongshi8789 2 роки тому +1

      Ramakanto to gaya ra baba .mamar sarkar hoi

  • @abstudio7865
    @abstudio7865 2 роки тому +27

    চৰকাৰে কি কৰে
    বহুত দুখৰ বিষয়
    ই বিলাক নেদেখে নেকি ?
    ভেকচিন দিবলৈ পুলিচ লৈ যায়
    বেজি দিবলৈ
    জোৰ জবছ বেছি দিয়ে !
    কিয় এতিয়া এইবিলাক চকুত নপৰে নেকি
    চৰকাৰৰ
    কত চৰকাৰৰ ডাঙৰ ডাঙৰ ভাষণ ?

    • @healthcare3128
      @healthcare3128 2 роки тому +1

      আপুনি বাৰু জানেনে : এই বিষয় টো যে বেজি দিবলৈ অহা দলটোৱে উদঙাই দিলে ??

  • @subornagogoi4194
    @subornagogoi4194 2 роки тому +6

    দুখীয়া পৰিয়ালক চৰকাৰে ভেকচিন দিবলৈ খেদি খেদি যায়। বাকী আঁচনী দুখীয়া পৰিয়ালে পায় নে নাপায় সেয়া খবৰ লবলৈ সময় নাই। দুখীয়া সদায় দুখীয়াই 😠😠

  • @indirabaruah8033
    @indirabaruah8033 2 роки тому +21

    Good job Anupom da.

  • @rajenm3777
    @rajenm3777 2 роки тому +24

    CM sir, please help the very very poor family. God blessed you.

  • @jawancartoon9042
    @jawancartoon9042 2 роки тому +22

    এয়াই আমাৰ জীৱন

  • @punyeswarkachari9899
    @punyeswarkachari9899 2 роки тому +5

    অনুপম দা ভাল দিছে আৰু ভাল সহায় কৰিছে

  • @khorubhuya3039
    @khorubhuya3039 2 роки тому +10

    মোৰো এনেকুৱা দিনে গৈছে । পঢ়িব লাইন নাথাকে । খাব ভাত পোৱা নাছিলো
    পিন্ধিব কাপোৰ নাছিলে । বহুত দুখত ডাঙৰ হৈছো ।

  • @ucreativesboy8238
    @ucreativesboy8238 Рік тому

    Apuni hosai manuhor ek ridhai jinibo pora manu baka nai apunak ai dukiya poriyalok hasta diyar babe salute sir....

  • @anjuchiringphukan5368
    @anjuchiringphukan5368 2 роки тому +19

    বাক ৰুদ্ধ সছাকৈ ,😪😪 বৰ দুখ লাগিল

  • @brojenbarman1035
    @brojenbarman1035 2 роки тому +5

    Aponak bhut bhut dhoinnobat anupom sir . apuni je dukhiya manuhor ghort goi raijok dekhuwai ase.

  • @ajoydas5624
    @ajoydas5624 2 роки тому +15

    Cm sir and M. L. A sir please help them.. please feel some of their sad 😭

  • @iqbalsaikia3003
    @iqbalsaikia3003 2 роки тому +9

    Only our most beloved CM can think about such poor families and take action to uplift their living standards. Let's hope for the best for such poor and deprived families.

  • @manjitbarman2481
    @manjitbarman2481 2 роки тому +2

    বৰ দুখ ৰ জীৱন অ বাইদেউ ' অসম বাসীৰ আশীৰ্বাদ আছে আপোনাৰ সপোন পুৰ হয় যাতে তাকে কামনা কৰো । এনে কো ৱা আৰু বহুত আছে যি কান্দি কান্দি দুখৰ জীৱন জীয়াই আছে । অসম চৰকাৰ কি কৰি আছে হে ?????????

    • @prafullagogoi2005
      @prafullagogoi2005 2 роки тому

      গাওঁ বুঢ়া , ওৱাড মেম্বাৰ সকলে
      দেখা নোপোৱাটো নিশ্চয় ৰহস্য
      আছে । এওঁলোকৰ নিজৰেই
      নাই , সেই সকলক কৰ পৰা
      যোৰামাৰি দিব ? ভাৱি চাওঁক ।

  • @Sankarjitcreation
    @Sankarjitcreation 2 роки тому +6

    MET পাতিব লাগে,,MLA Eligible Test

  • @monujhira6016
    @monujhira6016 2 роки тому +27

    এইবোৰ দেখা নাপাই লিদাৰ বোৰে হলে ,ভেকচিন কোনে লৈছে ,কোনে নাই লোৱা, পথাৰ লৈকে সেদি গৈছে।

  • @gobindboro9543
    @gobindboro9543 2 роки тому +5

    মোৰ ঠিক এনেকুৱা অবস্থা হৈছিল ।মই খৰি জ্বলাই সেই জুই শিষাৰ উৎসৰেই পঢ়ি ছিলো ।আৰু ৰাতি ফৰকাল আকাশৰ তলত ফটফটীয়া জোনাকৰ পোহৰত পঢ়িব লগীয়া অবস্থা হৈছিল, যদি বতৰ ভাল থাকে তেতিয়া পাঁচ ছয়দিন মান আকাশৰ তলত জোনৰ পোহৰত পঢ়িব পাৰিছিলো, । তেনেকৈয়েই মেট্ৰিক লৈকে পঢ়িলো।পিছত যেতিয়া কলেজত গলো তেতিয়া আহৰি সময়ত লোকৰ ঘৰত বন কৰি সেয়া পইচাৰে অকনমান সকাহ পায়,পিছত আকৌ অধিক মনবলেৰে পঢ়ি বি এ পাছ কৰিলোঁ । এতিয়া টো যিয়েই নহওক নিউজ চেনেলবোৰতে ফকাচ কৰিব পাৰিছে তেওঁলোকৰ মৰ্ম বেদনা । মোৰ দিনত সেইয়াওটো নাছিল ।(তেওলোকে যেন সহায় পাই চৰকাৰী পাপ্য বোৰ যাতে ঢুকি পায় তাকেই কামনা কৰোঁ) ধন্যবাদ ।

  • @hemantasaikia1104
    @hemantasaikia1104 2 роки тому +13

    চৰকাৰে কিয় সহায় নকৰে । কি লাগে কি নেলাগে।সুধিব তো যাব লাগে।

  • @biswajittamuli4074
    @biswajittamuli4074 2 роки тому +8

    গাঁৱৰ গাওঁবুঢ়া আৰু পঞ্চায়তৰ মানুহে এইবিলাক দেখা নাপায় নেকি ?

  • @rajnishbora3392
    @rajnishbora3392 2 роки тому +8

    Aebur bohut val korise .Anupom da ..prokrit manuhe asoni bur napai

  • @saratmedhi3923
    @saratmedhi3923 2 роки тому

    ধ ন্য বা দ শৰ্মা , স্বাধীন ভাৰতৰ বাস্তৱ ছবিখন আপুনি ভালদৰেই দেখুৱালে । এতিয়া ভাৰতত শাসক আৰু ধনিক সকলৰহে স্বাধীনতা ।আন সকলো মানুহ তেওঁলোকৰ দাস ।আইটোৱে আমাৰ ভাৰতৰ প্ৰকৃত স্বাধীনতা ।

  • @manjudas9101
    @manjudas9101 2 роки тому +17

    আমাৰো একেই অৱস্হা

    • @nilakhisonowal5032
      @nilakhisonowal5032 2 роки тому +1

      Dukhehe dukh buje ...dhoniye aku buji napai ....ghre ghre ahi sorkare sai jok hi kiman dukhiya manuh ase ai assomot ...vaccine diboloi ghre ghre jur julmkoi dibohi pare kintu sorkaror bostu kune paise kune nai pua khubor louk 🙏🙏🙏

  • @Lalung88
    @Lalung88 2 роки тому +3

    Sewa...Dukh lagil.plz help her Family..

  • @jawancartoon9042
    @jawancartoon9042 2 роки тому +7

    ধন্যবাদ NKTV

  • @tilutamabaruah4479
    @tilutamabaruah4479 2 роки тому +4

    ছাৰ আপুনি ভাল কাম কৰিছে🙏🙏🙏🙏🙏🙏🙏

  • @bobymech7096
    @bobymech7096 2 роки тому +3

    Very Good Work Anupam Da Sokulu Nije Ulai Ahil 😭🙏🙏🙏

  • @sahilhussain5347
    @sahilhussain5347 2 роки тому +4

    Anupam da apuni bohut val manuh

  • @trishnakalita4154
    @trishnakalita4154 2 роки тому +19

    এওঁলোকত কৈও বেছি দৰিদ্ৰ এইখন অসমত আছে।

  • @kukibarman7609
    @kukibarman7609 2 роки тому

    অনুপম দা বহুত ভাল কাম কৰিছে। এনেকুৱা আৰু বহুত আছে প্লিছ সহায় কৰক দাদা।

  • @kanakborah1406
    @kanakborah1406 2 роки тому +1

    সমাজৰ যিখিনি মানুহক চৰকাৰৰ বিভিন্ন আচনিৰ জড়িয়তে সহায় সহযোগ আগবঢ়াই মুলসুতিৰ মানুহ খিনিৰ কাষলৈ আগবঢাই আনিব লাগে সেই মানুহ খিনিক সদায় একেবাৰে শেষৰ শাৰীত থোৱা হয়। ৰাজনৈতিক চামচাৰ অঙহী বঙহী ,আৰু প্ৰ্ভাৱশালী ব্যক্তি বোৰৰ সম্বন্ধীয়ই হে প্ৰথ্মতে সুবিধা লভা তালিকাত থাকে। মানুহক দেখুৱাবলৈ দুই এজন দুখীয়া নিচলাক কিবা কিবি দিলেও সামগ্ৰিক ভাৱে দুখিয়া নিছলা সকলে নেপায়। সেই কাৰনেই ইমান সামাজিক অসমতা। কিছুমানে এই সামাজিক অসমতা নীৰৱে সমৰ্থন কৰে। কাৰণ তেওঁলোকক চাকৰ খটাবলৈ কিছু দুখীয়া মানুহৰ সদায় দৰ্কাৰ হয়।

  • @ritupanhazarika4055
    @ritupanhazarika4055 2 роки тому +1

    Good job Anupam Da , Apuni bhut Dangr Hohai kori dise poriyal Tuk , aru Alp Hohai Kri diyok , 🙏🏻

  • @himakshidas7580
    @himakshidas7580 2 роки тому +3

    Nice anupam daa

  • @jobexamwithddas56
    @jobexamwithddas56 2 роки тому +4

    বিদ্যুৎ বিভাগ সচাকৈ ondho এই পৰিয়ালটোক এবাৰ হলেও ভাবি চাব লাগিছিল।

  • @dhonraj2253
    @dhonraj2253 2 роки тому

    Ou god ......bhtbyalagil swalijonik hlpkorok sobye plzzz💓💓🙏🙏

  • @premsiwah9966
    @premsiwah9966 2 роки тому

    বহুত দুখ লগা ছবি।
    ৰাজ্য চৰকাৰৰ চকু পৰক যাতে দুখীয়া পৰিয়ালটোৱে দুমুঠি খাব পাৰে অাৰু ছোৱালী জনীয়ে উপযুক্ত শিক্ষাৰ পৰিবেশ পায়।

  • @kabitabharali2149
    @kabitabharali2149 2 роки тому +2

    ৰমাকান্ত দেউৰি আপুনি সোনকালে এই পৰিয়াল টোক সহায় কৰক ...

  • @pinkipinkigogoi2202
    @pinkipinkigogoi2202 2 роки тому

    Val lagi anupom Da apunr video bur cai .
    Aru duhk lagile kotha bur huni ..,। vogobani hohai kork 🙏

  • @ppvlogs5993
    @ppvlogs5993 2 роки тому +1

    Anupom da my God grant you a long life.

  • @indiayoutubefndclbchannel5216
    @indiayoutubefndclbchannel5216 2 роки тому +4

    Anupom skrbti sir i realy love you moi ajon satro BA 1st eyr ki2 moi jibon jujot dampar solai phiboloi homoi napaw tothapiw apunar news homu saboloi napahoru i love you sir i love you

  • @Binayvlogs6
    @Binayvlogs6 2 роки тому +1

    News sir ji khorute deuta heraisu dada nai moi okole .moio Kerasin saki re porhisilu Poisa nai amoro hajira kori porisu HS pass kori BA porhiba etsa asil Bhemar hoi poisa nai mur 😥 Poisa khoros koribo nuwari Nai bad dilu .. Mati olop ase kheti kori khaw babe jiyai asu 😥 Amar dorei bohut dukhia log ase soboke soku khuli sawk Sorkaror pora bostu aha bilako Rastat a konuwai karhi niya log ase 😥

  • @jonalicreation301
    @jonalicreation301 2 роки тому +2

    চৰকাৰী আঁচনিয়ে এইসকল দুখীয়া মানুহক ঢুকি নাপায় নেকি ডাঙৰীয়া সকল..😭😭

  • @anupsadiya2752
    @anupsadiya2752 2 роки тому

    Sir apune bohut vall kam kori ase anekuwa manuhahk hohai koribo lage sorkare moi sadiya pora coment korisu

  • @Sunita__Vlogs77
    @Sunita__Vlogs77 2 роки тому +1

    Thank you anupom da

  • @nandeswartaye7231
    @nandeswartaye7231 2 роки тому +2

    বিজেপি চৰকাৰ থাকোতে এইবোৰ কিয় কৰিছে এইবোৰ বেয়া কথা অসম চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা লোৱা হওক ধন্যবাদ

  • @musfirarahman1201
    @musfirarahman1201 2 роки тому

    I agree with comment

  • @mrrd7000
    @mrrd7000 2 роки тому +5

    এই বিলাকক ভোত দিবলৈ নালাগে। মই জালুগুটি ৰ বাসিন্দা মই আজিলৈকে একো সুবিধা পোয়া নাই

  • @jobexamwithddas56
    @jobexamwithddas56 2 роки тому +1

    অনুপম দা আপুনি ৰিয়েল সাংবাদিক

  • @rideep269
    @rideep269 2 роки тому +2

    বৰ দুখ লাগিল ও।

  • @namitasonowalnamitasonowal5980
    @namitasonowalnamitasonowal5980 2 роки тому

    Apunak bohot bohot dhoinyabad.. hosakoi bisari gole poti khon gaonte anekua porial thake... bohot kosto kori pohabo lage..

  • @alismitamajumdar2538
    @alismitamajumdar2538 2 роки тому

    Ami assamiya aiebur dekhile bahut dukh lage assamat ki nai kintu manuj iman dukyat ase bahut beya lagil sai v d ot

  • @hemantakumbang8833
    @hemantakumbang8833 2 роки тому +6

    Bjp sarkar দুখী য়াৰ দূচমন

  • @akashboro7933
    @akashboro7933 2 роки тому +3

    Bohut val sir

  • @mainubordoloi4647
    @mainubordoloi4647 2 роки тому +2

    আমাৰ দৰে দুখীয়া পৰিয়ালক এমেলে মন্ত্ৰী বোৰে নেদেখে, আমিও সৰু পৰা লোক ঘৰত কাম কৰিএ পঢ়ি আহিছোঁ 😢😢😢

  • @travellife662
    @travellife662 2 роки тому +3

    বাস্তৱ জীৱনৰ জীয়া ছবি

  • @adityaengti5053
    @adityaengti5053 2 роки тому

    অনুপন দা আপোনাক বহুুত ভাল পাছো

  • @pulumanipathak8327
    @pulumanipathak8327 2 роки тому

    Apuni ai news2 dakhuwai Bhut VL Kam krily sar.🙏.
    Akhat xkolk jn xorkary xunkly xohair hat agborhai..🙏

  • @dumahusoroniya6691
    @dumahusoroniya6691 2 роки тому

    Thanks so much nk TV

  • @irennath1411
    @irennath1411 2 роки тому

    100 %right anupam da

  • @madhurisaikia3477
    @madhurisaikia3477 2 роки тому +2

    ৰমাকান্ত কথা বৰ টান কাম কাম কিন্তু ধিলা দুখ লাগিছে

  • @soonmoni6746
    @soonmoni6746 2 роки тому

    Right koise anpom da

  • @monidipboro1112
    @monidipboro1112 2 роки тому +1

    Hoy Anupam da..MLA minister burr qualifications / Exam bohut dorkar teacher hoboloi jenedore b.ed, tet, net ,slet, PhD ete ete dorkar hoy..
    M

  • @amalgogoi2917
    @amalgogoi2917 2 роки тому

    Amiu anekoi a highersecandry pass korilu so eman sinta koribologiya nohoi

  • @tilokrabha2462
    @tilokrabha2462 2 роки тому

    Bohut Baya lagil

  • @simadeka9014
    @simadeka9014 2 роки тому

    Eman kostot aase aeihokol manuhe hosake bohut dukh lagil vidio tu sai.

  • @chintulaskar3197
    @chintulaskar3197 2 роки тому

    CM sir should inspect and take strict actions again those culprits who are having luxuries all around them without doing any developmental work ...drugs mafia ,syndicates ,and illegal workers ok naki loguar nisila mla buroku soku dbo lage...

  • @rupjyotisivasagar2702
    @rupjyotisivasagar2702 2 роки тому

    Napai anke sorkare nedhekhe ni anebur manuhok. Ghore ghore veksin diyatke kune keneke soli ase tr khobor louk. Beji nololewo manuh nomore...Thnks Anupam da.......

  • @utpaldas8469
    @utpaldas8469 2 роки тому

    Anupam da aaponak Dhanyabad

  • @dhirajchdeka1986
    @dhirajchdeka1986 2 роки тому +1

    কেইদিন মান পিছত চৰকাৰক টেক্স দিব লাগিব দিন হাজিৰা কৰি খোৱা লোকেও l 300 টকা হাজিৰা পালে 10 টকা চৰকাৰক দিব লগা অৱস্থা হব । বেছি দিন নাই ।

  • @jyotishbasumatary2699
    @jyotishbasumatary2699 2 роки тому

    Yes amiu enekuwa condition t bakh Kori asu

  • @ridismritapathak2423
    @ridismritapathak2423 2 роки тому

    Anupam da apuni bohut val kam korise. 🙏

  • @jaysivaram1037
    @jaysivaram1037 2 роки тому +1

    Maja lagil de

  • @dharitriray7385
    @dharitriray7385 2 роки тому

    Anupam da aapuni bohut val kam kori ase 🙏🙏🙏🙏🙏

  • @munmiboro3480
    @munmiboro3480 2 роки тому

    অনুপম দা ভাল কাম কৰিছে৷

  • @dimpalkalita2260
    @dimpalkalita2260 2 роки тому +1

    Ai aghor manuhor abostha nohoi.. Ane bohut manuh ase..

  • @jintukalita2474
    @jintukalita2474 2 роки тому

    এনেকুৱা দৰিদ্ৰ পৰিয়াল বহুত আছে যিয়ে চৰকাৰী সুবিধা একোৱেই লাভ কৰা নাই। সিদিনা field study এটাত নিমাতীঘাটৰ দাঁতি-কাষৰীয়া গাঁও এখনলৈ গৈছিলো,তাৰ অধিকাংশ পৰিয়ালে ই এনেকুৱা কৈ জীৱন নিৰ্বাহ কৰিছে।
    চৰকাৰী অনাময় আচঁনিৰ সুবিধা লাভ কৰিলে, কিন্তু আজিলৈ ব্যবহাৰ কৰিব পৰা নাই। ওচৰতে বৃহৎ পানী যোগান আঁচনি ৰ সুবিধা আছে কিন্তু আজিলৈ এটোপাল বিশুদ্ধ খোৱাপানী পোৱা নাই অঞ্চল বাসীয়ে। এইখিনি চৰকাৰী ভাৱে নিৰীক্ষণৰ প্ৰয়োজন আছে ।

  • @bikashsonowal7812
    @bikashsonowal7812 2 роки тому

    Anupom da apuni bohut val korise❤❤❤

  • @digitalassam2.064
    @digitalassam2.064 2 роки тому

    এয়াই আমাৰ নিচিনা মানুহৰ জীৱন 👍🏻👍🏻

  • @kamdevnath7654
    @kamdevnath7654 2 роки тому +2

    Good job anupam da

  • @gayatri857
    @gayatri857 2 роки тому

    Ene dhoronor porial amar gaot bohut ase moi janu moi khei khon gaore gutei axomor ekei abostha

  • @AATERKO1998
    @AATERKO1998 2 роки тому

    Really.... Puwai paye take.. Nupuwai napaye...

  • @harkhakonwar9690
    @harkhakonwar9690 2 роки тому

    Xosa kotha.. Morigaon dukhiya manuhiru unnoti hua ni and town khonoru. Hua ni... Bohut beya goti...