Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
বহুত বহুত ধন্যবাদ থাকিল মা, দেউতাৰ মহান আদ'শৰ বাবে। মহান আল্লাহ পাকৰ ওচৰত দোৱা কৰিছো আপোনালোকৰ যুগ্ম জীৱন হৈ পৰক সুখ,, শান্তি,, আৰু আনন্দময়। আমিন,,
সচা অৰ্থত ভাল কাম কৰিছে। সন্মান যাচিলো শাহু আৰু শশুৰ দম্পতীক আৰু দৰা -কইনা লৈ থাকিল শুভেচ্ছা।
আমাৰ বাবে আদৰ্শ হৈ ৰক,,,,,, সুন্দৰ জীৱন গঢ়ক তাৰেই কামনা। ।।।
এনেকুৱা শাহু মা কাহিনিও পোৱা নাই। এনে মা দেউতাকৰ পৰা আদৰ্শ সমাজৰ বাবে অতি প্ৰয়োজন। 🙏🙏💐💐💐
W
সচা আদৰ্শ ।আশীৰ্বাদ কৰিছো যুগ্ম জীৱন সফল হওক । হৰ গৌৰী বসতি হওক ।
ইমান সুন্দৰ পদক্ষেপ সঁচাকৈ মন ভৰি গৈছে ।এয়াহে আচল মানুহ ।ঈশ্বৰ চন্দ্ৰ বিদ্যা সাগৰৰ দৰে মহান পদক্ষেপ লৈ বৰ্তমান সমাজৰ অন্ধ সকলৰ চকু মুকলি কৰি দিলে । মঙ্গলদৈ এই ঘৰখনৰ আদৰ্শক কি বুলি শলাগ লম মুখৰ শব্দ হেৰাই গৈছে ।আগন্তুক দিনবোৰ বৰ কন্যা দুয়োৰে জীৱন সুন্দৰ হওক সুখৰ হওক তাৰ বাবে নেদেখা জনৰ ওচৰত কাতৰ ভাবে প্ৰাৰ্থনা জনাইছো ।লগতে আহুমা আৰু শহুৰ দেউতালৈ কৌটি কৌটি প্ৰণাম জনালোঁ ।পুণৰ ঘৰখন সুখ আৰু আনন্দৰে ভৰি পৰক তাৰেই কামনাৰে ( মই কাৰ্বি আংলং জিলাৰ বকলীয়া ঘাটৰ পৰা কলো ) ।
কবলৈ ভাষা নাই আপোনা লোকক বহুত বহুত ধন্যবাদ জনাইছো
মহান তথা ব্যতিক্ৰমী শাহু। এক আদৰ্শৱতী মহিলা। খুব ভাল লাগিল। পুত্ৰ-বোৱাৰী, শাহু- শহুৰ আটাইৰে ইশ্বৰে মঙ্গল কৰক ।
Bandana nam udjjalkorela
হৃদয়ৰ পৰা ধন্যবাদ।এনেকুৱা শাশুৰী লাখত এজনীহে পোৱা যায়। এনেকুৱা শাশুৰী ঘৰে ঘৰে হ'লে পৃথিৱীখন সৰগ হ'লহেতেন।
এক সুন্দৰ পদক্ষেপ,অনাগত দিনবোৰ যাতে পৰিয়ালটিৰ সুখময় হৈ পৰে,তাকে কামনা কৰিলোঁঁ ।।
যিজন বোৱাৰীয়ে এনে শাহুমা পাইছে, ইয়াতকৈ আপোন কোন হ'ব পাৰে, শাহুমা হৈয়ো নিজৰ বোৱাৰীক জি সন্মান, যি ত্যাগ দিছে কবলৈ ভাষা নাই, ছব শাহুমা এনেকোৱাই হ'ব লাগে| জয় আই শাহুমা, জীয়াই থাকা হেজাৰ বছৰ||...
এনে মহান মাতৃ আৰু তেওঁৰ চিন্তা শক্তিক সহস্ৰ প্ৰণাম।
প্ৰতিখন ঘৰৰ প্ৰতিগৰাকী শাহু আই সকলৰ আপুনি আদৰ্শ হৈ ৰওঁক,ভাষা নাই আপোনাক কি বুলিনো প্ৰশংসা কৰিম,মাথো ভগৱানে আপোনাক সূস্থ-সৱল কৰি ৰাখক💚
Goru, sagoli, kukur, r nisina hoi gl kahini to maa bula xobdo to uliyai wife buli koi hai bhal pai ,tur maa/bou nai neki laaj naikiya nillaj
এইগৰাকী শাহুক জনালো সহশ্ৰ প্ৰনাম , এনেকুৱা হওক সকলো শাহু, সকলোৱে মনটো এনেকুৱা মহান হওক , নৱজীৱনলৈ আপোনালোকক শুভেচ্ছা জনালো 🙏
জীৱনৰ শ্ৰেষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰি মানৱতাৰ উদাহৰণ দাঙি ধৰি সমাজখনলৈ যি বাৰ্তা প্ৰেৰণ কৰিলে তাৰ বাবে আপোনালোকৰ ঘৰৰ প্ৰতিজন ব্যক্তিলৈ মই মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ বৌ জনী ভাগ্যবান সূৰ্য উদয় হল বৰ কপালত বহুত ভাল লাগিছে ।
বহুত ভাল পদক্ষেপ | দৰা আৰু কইনা লৈ যুগ্ম জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিলো |
ডগৱানে কৃপা কৰক এয়া ভাল পদক্ষেপ ধণ্যবাদ।
বহুত ভাল কাম কৰিলে মা জনীয়ে।।।।মা তোমাক প্ৰণাম যাচিছোঁ।।।।আপোনালোকৰ দুয়োৰে সংসাৰ খন ভাল দৰে চলি যায় যেন তাৰে কামনা কৰিছোঁ।।।ভাল হওক আপোনালোক দুয়োকে ভগৱানে মূৰ দাঙি চালে।।।।।।।।এনেকুৱা শাহুমাক এনেকুৱা পুত্ৰ আৰু এনেকুৱা বোৱাৰী হব লাগে ।।।।।।।।,🥰🥰🥰🥰🥰
আপোনালোকৰ পৰিয়ালটি সকলোৰে বাবে চিৰদিন আদৰ্শ হৈ জিলিকি থাকক | ভগৱন্তৰ শ্ৰীচৰণত তাকে কামনা কৰিলোঁ |দৰা কইনালৈ আশিষ তথা শুভকামনা যাঁচিলো |
বহুতে ভাল চিন্তা তেওঁ লোকৰ। আল্লাহৰ ওচৰত দোৱা কৰিছোঁ শাহ শহৰেৰ দিৰঘায়ু আৰু নৱ দম্পত্তীৰ উজ্বল ভৱিষ্যতৰ।
বহুত বহুত ভাল লাগিল সদাই আগোৱাই যাব এনেকৈয়ে ❤❤
এই পৃথিৱীত জীয়াই থকালৈকে সকলোকে দোষ -সুখৰ বাবে লগৰীয়াৰ প্ৰয়োজন এই কথাকে ভাবি তেখেতৰ মা- দেউতাই এই মহান তথা ভাল সিদ্ধান্তই ললে শেষত তেখেতৰ সকলো স-পৰিয়াললৈকে বহুত বহুত ধন্যবাদ জনাইছো
আমি প্ৰতিদিনে শুনি আহিছে যে শাহু বোৱাৰীৰ কাজিয়া কিন্ত আজিৰ এই video টো চাই মনটোত বহুত ভাল লাগিলে।.............আৰু আপোনাৰ লৰা বোৱাৰীৰ বিবাহিত জীৱন সুখি হওক তাৰে কামোনা কৰিলো। 👍
ইশ্বৰে মঙ্গল কৰক।
সচাকৈয়ে বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ আচল প্ৰকৃত মা আপুনি হে পৃথিবীত এনেকুৱা মা বিছাৰি পোৱা টো টান । ধন্যবাদ জনালোঁ আপোনালৈ মা । 🙏🙏🙏🙏
এটা আদৰ্শ। সমাজখনো এখন আদৰ্শবান সমাজ। বোৱাৰীৰ কথাখিনি শুনি ভাল লাগিল। দুয়ো লৈকে শুভেচ্ছা জনালো।
Congratulations god bless you all.
বহুত বহুত ধন্যবাদ মাআপোনাৰ দৰে শাহমা সকলোৱে মা হব পৰা হলে বহুত ভাল লাগিল হয়
👌👌👌👍👍👍 আশীৰ্বাদ থাকিল । বহুত বহুত ভাল পদক্ষেপ ললে । 🙏🙏🙏
মাক গৰাকী বহুত হৃদইবান মা। বোৱাৰী মা দেউতাক সদাই মৰম দিবা।
খুবেই ভাল সিদ্ধান্ত। সকলোলৈকে অভিনন্দন জনালোঁ।
বহুত বহুত শুভেচছা মাক দেঊতাক আৰু দৰা কণয়ালৈ
প্ৰথমতে বৰ আৰু কইনালৈ অভিনন্দন জনালো।এই আদৰ্শ সমাজৰ প্ৰতিখন ঘৰৰ বাবে পথ প্ৰদৰ্শক হৈ জিলিকি উঠক।
আপোনাৰ দৰে এগৰাকী শাহু পালে কোনো ছোৱালীয়ে নিজ মাতৃক মনত পেলাই দুখৰ সময়ত মা বুলি উচুপী কান্দিব নালাগে । আপোনালোকৰ এই মহান পদক্ষেপক মোৰ শতকোতি প্ৰনাম
বহুত ভাল লাগিল সদায় সুখী হৈ থাকক
আমাৰ সমাজত মানবতাৰ অভাৱ হৈছে আদৰ্শ হিছাপে গণ্য কৰা বাবে ভাল পালোঁ
মা আপুনি ধন্যবাদৰ পাত্ৰ।। ভগৱানে আপোনাক ক্বপা কৰক
সুন্দৰ নিদৰ্শন। পৰিয়ালটোৰ সুখ সমৃদ্ধি আৰু উন্নতি কামনা কৰিলো।
বহুত ভালখবৰ।
সচাঁকৈয়ে তাল খবৰ ।
ভাল হৈছে,পিতৃ মাতৃৰ কথা ৰাখিবই লাগিব ,লাগিলে দ্ৰৌপদীৰ দৰে পাঁছজনকেই স্বামী বৰিব নালাগক কিয় । যদিও কিছুমান কথাত সমালোচনাৰ অবকাশ থাকি গ'ল ।বিধবা বোৱাৰী গৰাকীয়ে কেতিয়াও স্বামীগৃহ এৰি যোৱাৰ প্ৰয়োজন নাই ।শহুৰ শাহুৱেকে তাইক নিজৰ জীয়েকৰ দৰে ভাবি আনৰ ঘৰলৈ বিয়া দিব লাগে ।এতিয়া সম্পৰ্কটো ভাই ভনীৰ দৰে । সীতা আৰু লক্ষ্মণৰ সম্পৰ্কৰ মৰ্য্যদাও ৰাখিব লাগে ।
বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ ।
Bhut vhal lagil ❤️❤️ . Jugo jibon sukhor kamona korilu
বহু বহু ধন্যবাদ।
*এনেকুৱা শাহু শহুৰ পাবলৈ বোৱাৰীৰ ভাগ্য লাগিব।*
C অতিশয় মানবীয় গুন আপোনাৰ ওচৰত দেখিলো।ঈশ্বৰে মঙ্গল কৰক আপোনাৰ পৰিয়ালটিক। ধন্যবাদ।
Very good decision. Thankyou.
খুব ভালহৈছে।
এয়া সমাজৰ বাবে আদৰ্শ... সকলোৱে ভালে থাকক তাকে দোৱা কৰো
বহত বহুত ধন্যবাদ আপোনাক
সুখৰ হওক আপুনালোকৰ জিৱন ৷
❤এনেকুৱা শা হু সমাজৰ আদৰ্শ হওঁক
সচাঁই বহুত মহান কাম কৰিলে তেওঁ আজিলৈকে দুখন বিয়া দেখিলো কাহিনী একেই
Val hoisa আইতা 🙏
Very good, I hope the couple will be happy in their life.
যুগ্ম জীৱন শুষৰ হওঁক ❤❤❤🌹🌹🌹
Khub vaal lagil, Maak deutak loi srrodhya thakil . Bhogobane kushole rakohok🙏
শাহু জনী সচাকৈয়ে অতি মহান।
Bohut Val lagil video tu...very very nice thanks
তেওলোকৰ বৈবাহিক জিবন সুখৰ হওক তাৰে কামনা কৰিলো
Xosai bohut vl lagil bohut bohut xubhasay thakil
বহুত ভাল কাম কৰিলে 🙏🙏🙏
Buhut buhut Val lagil.....anekoi korai val hol...
এই সিদ্ধান্তত আদৰণি জনাইছোঁ ধন্যবাদ
Always be happy.....02 u re jowan hodai hukhar haok....❤
সকলোৱে যদি বুজিলে হয় এই গৰাগী মাতৃৰ দৰে ।❤❤❤
Salute dsu apunalukok ..hundor nidorkhon dle apunaluke..hukhi houk anagoto din bur...
বহুত ভাল লাগিল Happy couple
Very good decision, god bless u
Great mother in-law. May God 🙏 bless the couple. Be happy.
এনে পদখেপ লোৱাৰ বাবে ধন্যবাদ।
Salute to the couple.Be happy.
শাহুৰুপী ভগৱান।
CongratulationsGod will help themSalute to MA
She is an ideal women in the society. Thousands of Selute such a mother- in - law.
Congratulations 🌹🌹🌹bohut vl lagil....tumaluk happy thaka
Both of you happy married life.. 💐💐,,May God bless you 🙏
বহুত ভাল কাম কৰিছে । তেনেকুৱা শাহু বহুত কম থাকে
Bohut bhal kam korise... Congratulations 🎈
sundor bhal lagil aapunalukor sidhanta .
Well done by the family ❤ please take care of her😊😊
Great Job Nomaskar
Bhal lagil , ❤❤❤
Right decision 👌 👏 👍 💯
Very Good 👏👏👏🙏🙏🙏......
God bless him.
Great mother in law ... brilliant...tumakuk dujon xukhi hua...logote aji eta kotha kou...thek mentality manuh bur xoloni houk....
Xundor podokhap.May God bless them.
ধন্যবাদ জনাইছো
Xundar nidarkhan good.blease you
শাহু মা কে হওক বা জন্ম দাত্ৰী আয় মাতৃয়ে হওক এয়াই হৈছে প্ৰকৃত আয় মাতৃ।। ।
আমাৰ আদখ অসমীয়া সন্মান ভাল লাগীল
খছায় বুউথ ভাল লাগীলি
যৌতুকৰ লোভত যি সকলে বোৱাৰীক জলাই দিয়ে বিশেষকৈ এই নিউজটো সেইসকল শাহুয়ে চকু কেইটা ডাঙৰকৈ মেলি ভাল দৰে চাওক । আপোনালোকৰ যুগ্ম জীৱনৰ অলেখ শুভকামনা জনাইছো আপোনালোকৰ মা এগৰাকী সুকীয়া বৈশিষ্ট্য থকা এগৰাকী মহান নাৰী ঈশ্বৰে সদায় তেওঁ লগতে তেওঁ পৰিয়ালৰ মঙ্গল কৰে যেন 🙏🙏
আপুনি সচা কথা কৈছে যৌতুক লুভিয়া কেইজনীক দেখাব পৰা হলে ভাল লাগিল হয় বিশেষকৈ মোৰ শাহু জনীক এজনী বাঘৰ আগতেল খোৱা শাহু পাইছো মই সখী ।
@@rimalakhimpur5549 ওমম তেনেকুৱা শাহু বোৰক বোৱাৰী নালাগে টকা বনোৱা মেচিন লাগে
, ধন্যবাদ নতুন দম্পত্তীক
Bahut val lagise anekuwa hbo lage manur mon bilak
Bohut bohut huvesha jonalu Hahu ma aarudora koinaloi🙏🙏🙏🙏
Bhut bhut dhuniya hoise anekoi hokolu aag bahi ahok
God bless himmm❤️❤️❤️
ভগৱানে কুশলে ৰাখক আপোনালোকক।
Jugmo jibonor hiya bhora xubhokamona thakil..,❣️❣️🥰🥰🥰
আদৰ্শনীয় প্ৰদক্ষেপ 🙏🙏🙏🙏
Maa, tumi mohan, God blees you maa.
বহুত বহুত ধন্যবাদ থাকিল মা, দেউতাৰ মহান আদ'শৰ বাবে। মহান আল্লাহ পাকৰ ওচৰত দোৱা কৰিছো আপোনালোকৰ যুগ্ম জীৱন হৈ পৰক সুখ,, শান্তি,, আৰু আনন্দময়। আমিন,,
সচা অৰ্থত ভাল কাম কৰিছে। সন্মান যাচিলো শাহু আৰু শশুৰ দম্পতীক আৰু দৰা -কইনা লৈ থাকিল শুভেচ্ছা।
আমাৰ বাবে আদৰ্শ হৈ ৰক,,,,,, সুন্দৰ জীৱন গঢ়ক তাৰেই কামনা। ।।।
এনেকুৱা শাহু মা কাহিনিও পোৱা নাই।
এনে মা দেউতাকৰ পৰা আদৰ্শ সমাজৰ বাবে অতি প্ৰয়োজন। 🙏🙏💐💐💐
W
সচা আদৰ্শ ।
আশীৰ্বাদ কৰিছো যুগ্ম জীৱন সফল হওক । হৰ গৌৰী বসতি হওক ।
ইমান সুন্দৰ পদক্ষেপ সঁচাকৈ মন ভৰি গৈছে ।এয়াহে আচল মানুহ ।ঈশ্বৰ চন্দ্ৰ বিদ্যা সাগৰৰ দৰে মহান পদক্ষেপ লৈ বৰ্তমান সমাজৰ অন্ধ সকলৰ চকু মুকলি কৰি দিলে । মঙ্গলদৈ এই ঘৰখনৰ আদৰ্শক কি বুলি শলাগ লম মুখৰ শব্দ হেৰাই গৈছে ।আগন্তুক দিনবোৰ বৰ কন্যা দুয়োৰে জীৱন সুন্দৰ হওক সুখৰ হওক তাৰ বাবে নেদেখা জনৰ ওচৰত কাতৰ ভাবে প্ৰাৰ্থনা জনাইছো ।লগতে আহুমা আৰু শহুৰ দেউতালৈ কৌটি কৌটি প্ৰণাম জনালোঁ ।পুণৰ ঘৰখন সুখ আৰু আনন্দৰে ভৰি পৰক তাৰেই কামনাৰে ( মই কাৰ্বি আংলং জিলাৰ বকলীয়া ঘাটৰ পৰা কলো ) ।
কবলৈ ভাষা নাই আপোনা লোকক বহুত বহুত ধন্যবাদ জনাইছো
মহান তথা ব্যতিক্ৰমী শাহু। এক আদৰ্শৱতী মহিলা। খুব ভাল লাগিল। পুত্ৰ-বোৱাৰী, শাহু- শহুৰ আটাইৰে ইশ্বৰে মঙ্গল কৰক ।
Bandana nam udjjalkorela
হৃদয়ৰ পৰা ধন্যবাদ।এনেকুৱা শাশুৰী লাখত এজনীহে পোৱা যায়। এনেকুৱা শাশুৰী ঘৰে ঘৰে হ'লে পৃথিৱীখন সৰগ হ'লহেতেন।
এক সুন্দৰ পদক্ষেপ,অনাগত দিনবোৰ যাতে পৰিয়ালটিৰ সুখময় হৈ পৰে,তাকে কামনা কৰিলোঁঁ ।।
যিজন বোৱাৰীয়ে এনে শাহুমা পাইছে, ইয়াতকৈ আপোন কোন হ'ব পাৰে, শাহুমা হৈয়ো নিজৰ বোৱাৰীক জি সন্মান, যি ত্যাগ দিছে কবলৈ ভাষা নাই, ছব শাহুমা এনেকোৱাই হ'ব লাগে| জয় আই শাহুমা, জীয়াই থাকা হেজাৰ বছৰ||...
এনে মহান মাতৃ আৰু তেওঁৰ চিন্তা শক্তিক সহস্ৰ প্ৰণাম।
প্ৰতিখন ঘৰৰ প্ৰতিগৰাকী শাহু আই সকলৰ আপুনি আদৰ্শ হৈ ৰওঁক,ভাষা নাই আপোনাক কি বুলিনো প্ৰশংসা কৰিম,মাথো ভগৱানে আপোনাক সূস্থ-সৱল কৰি ৰাখক💚
Goru, sagoli, kukur, r nisina hoi gl kahini to maa bula xobdo to uliyai wife buli koi hai bhal pai ,tur maa/bou nai neki laaj naikiya nillaj
এইগৰাকী শাহুক জনালো সহশ্ৰ প্ৰনাম , এনেকুৱা হওক সকলো শাহু, সকলোৱে মনটো এনেকুৱা মহান হওক , নৱজীৱনলৈ আপোনালোকক শুভেচ্ছা জনালো 🙏
জীৱনৰ শ্ৰেষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰি মানৱতাৰ উদাহৰণ দাঙি ধৰি সমাজখনলৈ যি বাৰ্তা প্ৰেৰণ কৰিলে তাৰ বাবে আপোনালোকৰ ঘৰৰ প্ৰতিজন ব্যক্তিলৈ মই মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ বৌ জনী ভাগ্যবান সূৰ্য উদয় হল বৰ কপালত বহুত ভাল লাগিছে ।
বহুত ভাল পদক্ষেপ | দৰা আৰু কইনা লৈ যুগ্ম জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিলো |
ডগৱানে কৃপা কৰক এয়া ভাল পদক্ষেপ ধণ্যবাদ।
বহুত ভাল কাম কৰিলে মা জনীয়ে।।।।মা তোমাক প্ৰণাম যাচিছোঁ।।।।আপোনালোকৰ দুয়োৰে সংসাৰ খন ভাল দৰে চলি যায় যেন তাৰে কামনা কৰিছোঁ।।।ভাল হওক আপোনালোক দুয়োকে ভগৱানে মূৰ দাঙি চালে।।।।।।।।এনেকুৱা শাহুমাক এনেকুৱা পুত্ৰ আৰু এনেকুৱা বোৱাৰী হব লাগে ।।।।।।।।,🥰🥰🥰🥰🥰
আপোনালোকৰ পৰিয়ালটি সকলোৰে বাবে চিৰদিন আদৰ্শ হৈ জিলিকি থাকক | ভগৱন্তৰ শ্ৰীচৰণত তাকে কামনা কৰিলোঁ |দৰা কইনালৈ আশিষ তথা শুভকামনা যাঁচিলো |
বহুতে ভাল চিন্তা তেওঁ লোকৰ। আল্লাহৰ ওচৰত দোৱা কৰিছোঁ শাহ শহৰেৰ দিৰঘায়ু আৰু নৱ দম্পত্তীৰ উজ্বল ভৱিষ্যতৰ।
বহুত বহুত ভাল লাগিল সদাই আগোৱাই যাব এনেকৈয়ে ❤❤
এই পৃথিৱীত জীয়াই থকালৈকে সকলোকে দোষ -সুখৰ বাবে লগৰীয়াৰ প্ৰয়োজন এই কথাকে ভাবি তেখেতৰ মা- দেউতাই এই মহান তথা ভাল সিদ্ধান্তই ললে শেষত তেখেতৰ সকলো স-পৰিয়াললৈকে বহুত বহুত ধন্যবাদ জনাইছো
আমি প্ৰতিদিনে শুনি আহিছে যে শাহু বোৱাৰীৰ কাজিয়া কিন্ত আজিৰ এই video টো চাই মনটোত বহুত ভাল লাগিলে।.............আৰু আপোনাৰ লৰা বোৱাৰীৰ বিবাহিত জীৱন সুখি হওক তাৰে কামোনা কৰিলো। 👍
ইশ্বৰে মঙ্গল কৰক।
সচাকৈয়ে বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ আচল প্ৰকৃত মা আপুনি হে পৃথিবীত এনেকুৱা মা বিছাৰি পোৱা টো টান । ধন্যবাদ জনালোঁ আপোনালৈ মা । 🙏🙏🙏🙏
এটা আদৰ্শ। সমাজখনো এখন আদৰ্শবান সমাজ। বোৱাৰীৰ কথাখিনি শুনি ভাল লাগিল। দুয়ো লৈকে শুভেচ্ছা জনালো।
Congratulations god bless you all.
বহুত বহুত ধন্যবাদ মাআপোনাৰ দৰে শাহমা সকলোৱে মা হব পৰা হলে বহুত ভাল লাগিল হয়
👌👌👌👍👍👍 আশীৰ্বাদ থাকিল । বহুত বহুত ভাল পদক্ষেপ ললে । 🙏🙏🙏
মাক গৰাকী বহুত হৃদইবান মা। বোৱাৰী মা দেউতাক সদাই মৰম দিবা।
খুবেই ভাল সিদ্ধান্ত। সকলোলৈকে অভিনন্দন জনালোঁ।
বহুত বহুত শুভেচছা মাক দেঊতাক আৰু দৰা কণয়ালৈ
প্ৰথমতে বৰ আৰু কইনালৈ অভিনন্দন জনালো।এই আদৰ্শ সমাজৰ প্ৰতিখন ঘৰৰ বাবে পথ প্ৰদৰ্শক হৈ জিলিকি উঠক।
আপোনাৰ দৰে এগৰাকী শাহু পালে কোনো ছোৱালীয়ে নিজ মাতৃক মনত পেলাই দুখৰ সময়ত মা বুলি উচুপী কান্দিব নালাগে । আপোনালোকৰ এই মহান পদক্ষেপক মোৰ শতকোতি প্ৰনাম
বহুত ভাল লাগিল সদায় সুখী হৈ থাকক
আমাৰ সমাজত মানবতাৰ অভাৱ হৈছে আদৰ্শ হিছাপে গণ্য কৰা বাবে ভাল পালোঁ
মা আপুনি ধন্যবাদৰ পাত্ৰ।। ভগৱানে আপোনাক ক্বপা কৰক
সুন্দৰ নিদৰ্শন। পৰিয়ালটোৰ সুখ সমৃদ্ধি আৰু উন্নতি কামনা কৰিলো।
বহুত ভালখবৰ।
সচাঁকৈয়ে তাল খবৰ ।
ভাল হৈছে,পিতৃ মাতৃৰ কথা ৰাখিবই লাগিব ,লাগিলে দ্ৰৌপদীৰ দৰে পাঁছজনকেই স্বামী বৰিব নালাগক কিয় । যদিও কিছুমান কথাত সমালোচনাৰ অবকাশ থাকি গ'ল ।বিধবা বোৱাৰী গৰাকীয়ে কেতিয়াও স্বামীগৃহ এৰি যোৱাৰ প্ৰয়োজন নাই ।শহুৰ শাহুৱেকে তাইক নিজৰ জীয়েকৰ দৰে ভাবি আনৰ ঘৰলৈ বিয়া দিব লাগে ।এতিয়া সম্পৰ্কটো ভাই ভনীৰ দৰে । সীতা আৰু লক্ষ্মণৰ সম্পৰ্কৰ মৰ্য্যদাও ৰাখিব লাগে ।
বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ ।
Bhut vhal lagil ❤️❤️ . Jugo jibon sukhor kamona korilu
বহু বহু ধন্যবাদ।
*এনেকুৱা শাহু শহুৰ পাবলৈ বোৱাৰীৰ ভাগ্য লাগিব।*
C অতিশয় মানবীয় গুন আপোনাৰ ওচৰত দেখিলো।ঈশ্বৰে মঙ্গল কৰক আপোনাৰ পৰিয়ালটিক। ধন্যবাদ।
Very good decision. Thankyou.
খুব ভালহৈছে।
এয়া সমাজৰ বাবে আদৰ্শ... সকলোৱে ভালে থাকক তাকে দোৱা কৰো
বহত বহুত ধন্যবাদ আপোনাক
সুখৰ হওক আপুনালোকৰ জিৱন ৷
❤এনেকুৱা শা হু সমাজৰ আদৰ্শ হওঁক
সচাঁই বহুত মহান কাম কৰিলে তেওঁ আজিলৈকে দুখন বিয়া দেখিলো কাহিনী একেই
Val hoisa আইতা 🙏
Very good, I hope the couple will be happy in their life.
যুগ্ম জীৱন শুষৰ হওঁক ❤❤❤🌹🌹🌹
Khub vaal lagil, Maak deutak loi srrodhya thakil . Bhogobane kushole rakohok🙏
শাহু জনী সচাকৈয়ে অতি মহান।
Bohut Val lagil video tu...very very nice thanks
তেওলোকৰ বৈবাহিক জিবন সুখৰ হওক তাৰে কামনা কৰিলো
Xosai bohut vl lagil bohut bohut xubhasay thakil
বহুত ভাল কাম কৰিলে 🙏🙏🙏
Buhut buhut Val lagil.....anekoi korai val hol...
এই সিদ্ধান্তত আদৰণি জনাইছোঁ ধন্যবাদ
Always be happy.....02 u re jowan hodai hukhar haok....❤
সকলোৱে যদি বুজিলে হয় এই গৰাগী মাতৃৰ দৰে ।❤❤❤
Salute dsu apunalukok ..hundor nidorkhon dle apunaluke..hukhi houk anagoto din bur...
বহুত ভাল লাগিল
Happy couple
Very good decision, god bless u
Great mother in-law. May God 🙏 bless the couple. Be happy.
এনে পদখেপ লোৱাৰ বাবে ধন্যবাদ।
Salute to the couple.Be happy.
শাহুৰুপী ভগৱান।
Congratulations
God will help them
Salute to MA