Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
কিছুমান ডাক্টৰ নাৰ্চ দেবতুল্য কিন্তু কিছুমান তেজপিয়া নৰপিশাচ । সিহঁতৰ ব্যৱহাৰ অতিশয় ঘৃণনীয়।
Right
Thik koise
Medikel manuh bor val nahay,
বহুত দুখ লগা ঘটনা😢😢😢। যিকেইটা ডক্তৰ নাৰ্ছ এই ঘটনাৰ দায়ী সেই কেইটাক অতি সোনকালে উচিত শাস্তি প্ৰদান কৰিব লাগে।
বহুত দুখ লাগিল কথাখিনি শুনি বেয়া লাগিল নিয়তিৰ লিখন যাৰ কপালত জি আছে মাইনা জনি যতে আছে তাতেই আতমাই সানতিত থাকক 🙏🙏
শুনি বহুত দুখ লাগিল ৷এই মুহুত্তত তেওঁ আত্মা চিৰ শান্তি কামনা কৰিলোঁ ৷যদি চিকিৎসালয়ৰ অৱহেলা বাবে শিশু গৰাকীৰ মৃত্যু হৈছে তেন্তে ইয়াৰ উচিত তদন্ত হ’ব লাগে ৷
কথাখিনি শুনি বহুত দুখ লাগিল, চৰম অৱহেলাত কণমানিজনী চিৰদিনৰ বাবে হেৰাই গ'ল, উচিত বিচাৰ হব লাগে...
😅
@@gunamonideka6813❤
ময়ুৰ দা আপোনালৈ ধন্যবাদ এই দুখি পিতৃ আৰু মাতৃৰ মনৰ কথা বোৰ প্রছাৰ কৰাৰ বাবে
এনেকুৱা ডাক্তৰক উচিত শাস্তি দিব লাগে।
Aru nas kejonik o di dibo lage
Mi CV ki l ok to vi vo mp n😅@@ujjal5414
@@ujjal5414⁰pppppppppppp0p0 pl ppp❤❤❤😊🎉😢😮😅😊❤ Hi ❤
Q😊qa GM CR. Mg.@@ujjal5414
চিকিৎসাৰ অভাৱত শিশুটিৰ মৃত্যু হ'ল।বৰ দুখদায়ক ঘটনা।
সছাকৈ বহুত দুখ লাগিল 😢😢🥹 হে প্ৰভু .. .! ❤❤
অসম চৰকাৰক এটাই অনুৰোধ সেই দানৱৰূপী ডাক্তৰ আৰু নাৰ্চ কেইজনীক উচিত শাস্তি প্ৰদান কৰিব লাগে😠😠😠😠😠😠😠😠😠
একো নকৰে ' জালি দৰবৰ কাৰবাৰ কৰে মামায়ে । ৰাইজ বুছিব হল এতিয়া । জাগক ৰাইজ জাগক ।
hoi hoi 😡😡😡😡
Kisuman doctor ,,nara s bilakor bebohar khub beya
ጥሩ
Right bhai 😠😠😠😠
সন্তান হেৰুৱাৰ বেদনা কেৱল মাক দেউতাক হে জানে বহুত দুখ লগা কথা৷😢😢😢
Bohut dukh lagil 😢😢tai jote thake vale thake jen .aaru dukhiye hasti pab lage
Anekoa ghrt news 1ta kori ghr khn Kosta dia Jen pao moi. Konu a beya comment nkrib Mur mon r vab to he koiso moi
@@banashrideka3101 . . mo ni ko 7 ni huHu hu Dr
Bahut beya lagise eman nisthur ne vogoban
টকাৰে ডিগ্ৰী কিনা ডাক্টৰ নাৰ্ছে মানৱতা কি সেয়া কেনেকৈ বুজিব।😢
Hoy
Yes yes yes
ডাক্তৰ নাৰ্চৰ এই নৰ্তনগী কেতিয়া শেষ হব ???Plz বৰ মুৰীয়া সকলে কিবা এটা কৰক 🙏🙏🙏। সহ্য হোৱা নাই 😭😭😭
Hoy naki
চিকিৎসক আৰু নাৰ্চক উচিত শাস্তি দিয়া উচিত ৷
hosa 🤬😡
প্ৰত্যেক চিকিৎসালয়ত এন্টিভেনম থকা উচিত।😢
চিকিৎসা অবহেলা বাবে কণমানি জনি হেৰুৱাব লগা হল । বহুত দুখ লাগিছে কথাবোৰ শুনি 😭😭😭
Sakorir pora khadibo lage ana kua.doctorl
বহুত বেয়া লাগিল কথা টো শুনি 😭😭😭 কণমানি জনিৰ আত্মাই শান্তি পাই যেন।
বহুত দুখ লাগিল কথাতো হুনি। দুখীয়ে শাস্তি পাব লাগে, যাতে আৰু এনে ভূল নকৰে। 😢😢
সেই নাৰ্চ কেইটাক শাস্তি দিব লাগে আৰু সিহতক চাকৰিৰ পৰা বহিস্কাৰ কৰিব লাগে।
বহুত দুখ লাগিল দেই.....তাইৰ আত্ম ই শান্তি পাওক।
বৰ দুখ লাগিছে, এটা উচিত বিচাৰ হওক
এনে ঘটনা বহুত শৃনিছো । ভূল চিকিৎসাৰ বাবে বহূ লোকে প্ৰান ত্যাগ কৰিব লগা হৈছে। এইসকলে উচিত শাস্তি পোৱা উচিত।
বৰ বেয়া লাগিল।অবহেলা কৰিব নালাগে নিদিষ্ট সময়ত চিকিৎসা কৰাহলে তাই মৃত্যু নহলহেতেঁন।
বহুত বহুত বেয়া লাগিল কথা টো শুনি😢😢। আচলতে এইবিলাক মানুহ নহই এটা এটা জন্ত্ৰো 😡 কণমানি জনিৰ আত্মাই শান্তি পাই যেন 😢
ডাক্তৰৰ ওচৰলৈ লৰা লৰিকৈ লৈ যাব লাগে বুলি কয়।কিন্তু কাক বিশ্বাস কৰিব।যাক ভগৱান বুলি ভাবি হাতত তুলি দিয়া হয় তেওঁলোকেই যদি এনেকুৱা কৰে ।ইমান মৰম লগা মাইনাজনী।য’তেই আছা সোনজনী শান্তিত থাকিবা
ডাক্তৰৰ ভুলৰ বাবে মৃত্যু হল সকলো কৰ্মচাৰী মাৰ পিত কৰিব লাগিছিল ডাক্তৰ নাৰ্চৰ ব্যৱহাৰ বৰ বেয়া চোতালত লাইটৰ ব্যৱস্থ নাই নেকি হাতত ডাঙৰ ট্ৰছ এটা লৈ যোৱা হেতেন কেতিয়াও ঘটনা নহল হয় বাপেকক তামোল খন দি এই পৃথিৱীৰ পৰা বিদায় মাগিলে তাই ৰ আত্মাই চিৰ শান্তি লাভ কৰক পুনৰ জন্ম লওক আপোনা লোকৰ ঘৰত তাৰেই আশা কৰিলোঁ
ইশ্বানী কাশ্যবৰ আত্মাৰ শান্তি কামনা কৰিলো । ভগৱানে ইশ্বানীক তেওঁৰ চৰনত স্থান দিয়ক তাকে কামনা কৰিলো ।😭😭😭
2:31 2:33
প্ৰভু দয়াময় আপোনাৰ চৰনত ধৰিছো কোনো পিতৃ মাতৃকে এনেকুৱা শোক নিদিব প্ৰভু,হৰ হৰ মহাদেৱ ,জয় সত্য নাৰায়ন প্ৰভু, বুঢ়া বাসুদেৱ, জয় মা মহাকালী,জয় শ্ৰী কৃষ্ণ
বৰ দুখ লাগিল। কণমানিজনীৰ আত্মাই চিৰশান্তি লাভ কৰক।
এইবোৰক চাকৰি পৰা খেদিব লাগে।😭 বহুত দুখ লাগিল অ সহ্য কৰিব পৰা নাই অ কীয় এনেকুৱা কৰে অ।😭 তুমি যত আছা ভালে থাকা মাইনা।😭
বহুতো দুখ লাগিল। উচিত বিচাৰ হোৱা ভাল।
সেইবোৰ টকাৰ বলত ডক্টৰ ডিগ্ৰীৰ লোৱা ডাক্তৰ । সিহঁতৰ ওপৰত কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিব লাগে ।
একদম সত্য
100% Right
মৰিয়াই মাৰিব লাগে 😊
বৰ দুখ লাগিল 😭😭
বহুত দুখ লগা ঘটনা ভবিষ্যত এনেকুৱা নহওঁক আৰু 😢🙏
এনেকুৱা ডাক্তৰ আৰু নাৰ্চক মৰিয়াই মাৰিব লাগে এজনী কনমানিৰ জীৱন শেষ হয় গল সিহতৰ কাৰনে ইমান মৰম লগা ছোৱালীজনী বহুত দুখ লাগিল 😥😔😔😢
Aàa
বহুত দুখ লগা পৰিস্থিতি, কণমানি জনি হয়টো আজি জীয়াই থাকিল হয় যদি চিকিৎসক ভাল হ'ল হয়, চিকিৎসক সকলক আমি ভগৱান বুলি ভাবোঁ কিন্তু তেওঁ লোকে কিয় ইমান অৱহেলা কৰে,যদি তেওঁ লোকে সময়মতে মেডিচিন দিলে হয় কণমানি জনি আজি মাক দেউতাকৰ বুকুৰ মাজত থাকিল হয়, তুমি যতে আছা কুশলে থাকা মাইনা তোমাৰ আত্মাই চিৰশান্তি লাভ কৰে যেন 🙏🙏🙏🙏🙏😭😭😭
বহুত দুখ লাগিল।চেয়াৰ কৰিছো।
কেৱল ডক্টৰৰ ভুলৰ বাবে পৰিয়ালটোৱে কনমানি জনীক হেৰুৱালে । দুৰ্ভগীয়া পৰিয়ালটোক সমবেদন যাচিছোঁ আৰু কণমানি জনী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ ।
❤❤❤ তুমি আকৌ আহিবা মাজনী
বহুত দূখ লাগিছে এনেকুৱা ডক্টৰক উচিত শাস্তি দিব লাগে ,
বহুত বহুত বহুত দুখ লাগিল মৰমলগা কণমানি জণীৰ অকাল মৃত্যুত ।।
কিছুমান আছে এনেকুৱা ডক্তৰ সিহতৰ বহুত বেয়া ব্যৱহাৰ😢। এইবিলাক ডক্তৰে এনেকুৱা কাম বিলাক কৰে ।এই মৰম লগা ছোৱালী জনীৰ আত্মাই চিৰ-শান্তি লাভ কৰে যেন ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।🙏
বহুত দুখ লাগিল তেওঁৰ আত্মাই শান্তি পাওক
সিহতৰ বিহিত ব্যৱস্থা কৰিব লাগে😢😢🙏এনেকুৱা ডাক্টৰ ৰ্নাচ দৰকাৰ নাই সিহতি অকল পইছা হে চিনি পাই
চৰকাৰে উচ্চিত ব্যৱস্থা কৰে যেন তাকে অনুৰোধ কৰিছোঁ। বহুত দুখ লাগিলছে তাই আত্মাই স্বৰ্গ গামী হওঁক তাকে কামনা কৰিছোঁ
Doctork ami vogoban buli bhabu teoluk tene nohoi 😂
@@binitaborgohain5688😅😢😢😅😅😅😅😢😢😅😅😅😊😅😅😅😅😅😅😅😅😅😢😅😅😅😅
Bhagwanok nijor jagaat thakpa d dactorok danov buli koya
বহুত দুখ পালো ডাক্তৰৰ ভুলৰ বাবে আজি দেৱশিখোতি হেৰাব লগা হ'ল
বহুত দুখ লাগিল কথাটো শুনি😢 হয় দেই সন্তান হেৰুওৱা জনে বুজে যেন কিমান দুখ লাগে মাক - দেউতাক ৰ 😢
দানৱৰূপী ডাক্তৰ আৰু নাৰ্চ কেইজনক উচিত শাস্তি দিব লাগে। 😰🙏
বহুত দুখ লাগিল ডাক্তৰৰ কাৰণে মৰিল
*_Buku fati jai mor enekuwa ghotona dekhile, Om Shanti moina❤❤❤❤❤_*
Xuni bohut dokh lagil
সচাঁকৈ বহুত দুখ লগা কাঁহিনী 🥺God🙏
Iman morom lga suwali jni 🥺🥺❤❤❤❤
চৰকাৰে তেওঁলোকক উচিত শাস্তি দিব লাগে যাতে তাইৰ আত্মাই চিৰ শান্তি পায় 😭😭😭🙏🙏
মোৰ লৰা ক্ষেত্ৰতো একেই হল । সিহঁত চিকিৎসক নহয় মাকৰ বুকু উদঙ কৰা এজন এজন দানব । মোৰ লৰা বয়স ১৯ বছৰ ৫মাহ সিহঁতৰ ভূল উপদেশ বাবে জুন ১৬ তাৰিখে সি মোক এৰি বহুত দুৰলৈ গুচি গল । 😢😢😢😢
বহুত এনেকুৱা ডক্তৰ নাৰ্ছ আছে এইবোৰক উচিত শাস্তি দিব লাগে
বৰ দুখৰ বিষয় 😢😢😢ডাক্তৰ আৰু নাৰ্ছ বোৰৰ বাবে আজি ঈশানী হেৰুৱাই পেলালে 😢😢😢ৰং চিকিৎসা কৰি ময়ো লৰা হেৰুৱাই পেলাইছো জন্মৰ ১৮ ঘন্টাৰ পিছত।কাপোৰে বান্ধি দিয়ে বেজি দিব লাগে। বান্ধ খোলা বাবে বিষে তাৰ প্ৰাণ ললে।উচিত বিচাৰ কৰক।
Kapur bandhi rakhile beya bhari katibo loga habo pare....
Bohut dukh lagil. Aallai dhorjyo diyok.
বৰ দুখ লাগিল from Tamil Nadu 😭😭😭😭
বহুত দুখ লাগিল ।
বহুত দুখ লাগিল ঘটনাটো শুনি 😢
কিছুমান নাৰ্ছ ডক্তৰৰ অবহেলাৰ কাৰণে আপোন মানুহ বিলাকক হেৰুৱাব লগা হয় 🥲🥲
বৰ দুখ লাগিল দেই ।
Full support korim ami apuna r lgt asu... Justice loi he arim... Jay shree ram🚩
Thank you mayur dada❤❤❤❤ moina jnir ktha khini janib bhut mn asile
শুনিয়েই অস্থিৰ হৈ গৈছো,সিহঁতেও কেতিয়াবা এনে অৱস্থাৰ সন্মুখীন হ'লে গম পালে হয় সন্তানৰ এনে অৱস্থা হ'লে কেনে লাগে!!ভগৱানে সিহঁতক কেতিয়াও ক্ষমা নকৰে।
বহুত দুখ লাগিল কণমানি জনীলৈ কবলৈ ভাষা নাই দোষীয়ে উচিত শাস্তি পাব লাগে।
Doctor nurse ক অলপ মানৱতাৰ শিক্ষা দিয়া উচিত
বাবামানু তুমি আকৌ আহিব...এইজনা মা দেউতাঁৰৰ কোলাতে আকৌ জনম লবা দেই সোন। তোমাৰ কাৰণে আমি সকলোৱে প্ৰাৰ্থনা কৰিছো দেই বাবা।❤
Bor dukh lagil 😢 vogoban ne bor kom dinor karone pithibi loi pothale 😢 আত্মাৰ শান্তিৰ কামনা কৰিলোঁ 🙏
Bhut baya lagil ane korib nlagisill😢
একমাত্ৰ চিকিৎসকৰ অসাৱধানৰ বাবে ছোৱালী জনীৰ মৃত্যু হল।। তাইৰ আত্মাই চিৰ শান্তি লাভ কৰক।সৰ্পদংশনৰ চিকিৎসক হিচাপে ডাঃসুৰজিত গিৰি sir ৰ নাম লব লাগিব।তেওঁৰ প্ৰচেষ্টা টেই বহুত সৰ্পদংশন কৰা ৰোগী সুস্থ হৈছে।।🙏🏼🙏🏼
কথাখিনি শুনি বহুত দুখ লাগিল চৰম অবহেলাত কনমানী জনক হেৰুৱাই লগা হল ।। nurse aru doct 19:18 19:18 19:18 19:18 or উচিত শাস্তি 19:18
এনেকুৱা Nurse ru doctor থকাতকৈ নথকাই ভাল সিহঁতৰ নিজৰ সন্তানৰ লগত হ'ব লাগে তেতিয়া গম পাব। কিমান অসহনীয়। ভগৱানৰ ওপৰত এৰি দিয়ক সময়ৰ লগে লগে সিহতিও পাব।
ঘটনাটো শুনি বৰ দূখ লাগিল। এনেবোৰ ঘটনা পুণৰ নঘটিবৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।
ঘটনাটো শুনি বৰ দূখ লাগিল 😭😭😭
বৰ দুখৰ লাগিল শুনি
নাৰ্চ আৰু ডক্তৰে নিজেই চিৰিয়াচলি নাচাই, ঘৰৰ মানুহে উত্তেজিত হৈ পৰি তেওঁ লোকক মাতি থকাটো স্বাভাবিক, কিন্তু তেতিয়া বিৰক্ত হৈ দেখুৱাই সিহঁতে। এইখিনি সচৰাচৰ দেখা দৃশ্য। এতিয়া এইখিনি দোষী ক শাস্তি দিয়ক এনেকৈ যাতে বাকীবোৰ চিধা হৈ যায়। হেৰ্' কাম কৰি প ইছা লৈছা, মানুহৰ জীৱন বচোৱাৰ দায়িত্ব লৈছা, তাতে আকৌ কিহৰ বিৰক্ত দেখুওৱা।আজি এই পৰিয়ালটোৱে এজনী সন্তান হেৰুৱালে, এইয়া কাৰ হেমাহিত। শাস্তি পাব ই লাগিব দোষী য়ে
Bor dukh lagil kandi pelalu dada😢😢😢karu nhouk enekua😢😢
Bht dukh lga ktha oooo vgbn 🙏🙏🙏
Bor dhkh lagil😢😢😢
সাম্প্ৰতিক সময়ত কেৱল চিকিৎসা বিভাগতে নহয় বহু এনে বিভাগৰ চৰকাৰী কৰ্মচাৰীৰ গাফিলতি দেখা পৰিলক্ষিত হৈছে | এনেকুৱা গাফিলতিৰ বাবে এনেকুৱা কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বাবে বেলেল বিকল্প নাই |
বহুত দুখ লাগিল। 😢😢😢
বহুত দুখ লগা😢😢
ধেই বৰ বেয়া লাগিল 🥲😡😡😡
Dada bhut dukh lagil dei 😢😢😢😢😔😔😭
Bahut2. Dukh.lagil.
আপোনালোকে যদি গুৱাহাটী ৰাতিয়ে লৈ আহিলে হৈ খুব ভাল হল হয় তাত যিহেতু একো কৰাই নাছিল লৈ আহিব লাগিছিল 😢
Bahut dukh lgise😭😭😭😭
সন্তান হেৰুৱাৰ বেদনা কেৱল মাক দেউতাকে হে জানে বহুত দুখ লগা কথা। কিছুমান নাছ ডাকতৰে ৰুগিক বহুত অবহেলা কৰে 😢😢😢😢
Bohut Dukh lagil swalijoni jote ase khukhole thakok
বৰ দুখ লাগিল
Bhut dukh Lgise xoru suwali jni 🥺
বহুত দুখলগা ঘটনা । দানৱৰূপী চিকিৎসকৰ সুচিকিৎসাৰ অভাৱতে কণমানিজনীৰ মৃত্যু হ'ল । চৰকাৰলৈ আমাৰ অনুৰুধ যাতে সকলো চিকিৎসালয়তে সকলো সময়তে প্ৰত্যেকে ভালদৰে চিকিৎসা পোৱাৰ বাবে গুৰুতৃ দিয়ে । শোকসন্তপ্ত পৰিয়ালটিলৈ আন্তৰিক সমবেদনা জনোৱাৰ লগতে উচিত ন্যায় পাওক তাৰেই কামনা কৰিলোঁ ।
Dukh lagise dei bohut.
ডক্টৰ জনক উচিত শাস্তি দিব লাগে , সেই বোৰ নকল কৰি পাছ কৰা ডক্টৰ
বহুত বহুত দুখ লাগিল সেই সকল ডক্টৰ নাৰ্চৰ ব্যৱস্থা লব লাগে অতি সোনকালে বহুত মৰম লগা ছোৱালী আছিল বহুত দুখ লাগিল ভিডিও টো চাই
❤️যোন ডাক্তৰ এ সেনেকুৱা কৰিছে তাহতক চাকৰিৰ পৰা ওলাই দিব লাগে মানে এনেকুৱা ডাক্তৰ ভাল কি কাম নকৰে tahar চoik সেনেকোৱা korile কেনেকুৱা লাগিব বা Next dactor কেইটাক বোহোত বিহুত dhnyabat জনাই চু দেই 👍 ভাল কি চোৱাৰ বাবে❤❤
বহু ত দুখ লাগিল
Bhut baya lagil dai dada iman morom loga kon mani joni doctor r baba harai gol Allahi kon mani joni jan nat dakhil korok bhut baya lagisa😭😔😭
17:20 17:25 17:47 17:55 17:56
Pp,0
7:12 11:55 12:25
বহুত দুখ লাগিল উচিত বিচাৰ হব লগে
ডক্তৰৰ দোষতে মৰিল।
ঠিকে আছে বুলি কোৱা নাৰ্ছ কেইজনীক উচিত শাস্তি দিব লাগে। ছোৱালী জেনীৰ আত্মাই স্বৰ্গত শান্তিৰে থাকক
কিছুমান ডাক্টৰ নাৰ্চ দেবতুল্য কিন্তু কিছুমান তেজপিয়া নৰপিশাচ । সিহঁতৰ ব্যৱহাৰ অতিশয় ঘৃণনীয়।
Right
Thik koise
Medikel manuh bor val nahay,
বহুত দুখ লগা ঘটনা😢😢😢। যিকেইটা ডক্তৰ নাৰ্ছ এই ঘটনাৰ দায়ী সেই কেইটাক অতি সোনকালে উচিত শাস্তি প্ৰদান কৰিব লাগে।
বহুত দুখ লাগিল কথাখিনি শুনি বেয়া লাগিল নিয়তিৰ লিখন যাৰ কপালত জি আছে মাইনা জনি যতে আছে তাতেই আতমাই সানতিত থাকক 🙏🙏
শুনি বহুত দুখ লাগিল ৷এই মুহুত্তত তেওঁ আত্মা চিৰ শান্তি কামনা কৰিলোঁ ৷যদি চিকিৎসালয়ৰ অৱহেলা বাবে শিশু গৰাকীৰ মৃত্যু হৈছে তেন্তে ইয়াৰ উচিত তদন্ত হ’ব লাগে ৷
কথাখিনি শুনি বহুত দুখ লাগিল, চৰম অৱহেলাত কণমানিজনী চিৰদিনৰ বাবে হেৰাই গ'ল, উচিত বিচাৰ হব লাগে...
😅
@@gunamonideka6813❤
ময়ুৰ দা আপোনালৈ ধন্যবাদ এই দুখি পিতৃ আৰু মাতৃৰ মনৰ কথা বোৰ প্রছাৰ কৰাৰ বাবে
এনেকুৱা ডাক্তৰক উচিত শাস্তি দিব লাগে।
Aru nas kejonik o di dibo lage
Mi CV ki l ok to vi vo mp n
😅@@ujjal5414
@@ujjal5414⁰pppppppppppp0p0 pl ppp❤❤❤😊🎉😢😮😅😊❤
Hi ❤
Q😊qa GM CR. Mg.@@ujjal5414
চিকিৎসাৰ অভাৱত শিশুটিৰ মৃত্যু হ'ল।বৰ দুখদায়ক ঘটনা।
সছাকৈ বহুত দুখ লাগিল 😢😢🥹 হে প্ৰভু .. .! ❤❤
অসম চৰকাৰক এটাই অনুৰোধ সেই দানৱৰূপী ডাক্তৰ আৰু নাৰ্চ কেইজনীক উচিত শাস্তি প্ৰদান কৰিব লাগে😠😠😠😠😠😠😠😠😠
একো নকৰে ' জালি দৰবৰ কাৰবাৰ কৰে মামায়ে । ৰাইজ বুছিব হল এতিয়া । জাগক ৰাইজ জাগক ।
hoi hoi 😡😡😡😡
Kisuman doctor ,,nara s bilakor bebohar khub beya
ጥሩ
Right bhai 😠😠😠😠
সন্তান হেৰুৱাৰ বেদনা কেৱল মাক দেউতাক হে জানে বহুত দুখ লগা কথা৷😢😢😢
Bohut dukh lagil 😢😢tai jote thake vale thake jen .aaru dukhiye hasti pab lage
Anekoa ghrt news 1ta kori ghr khn Kosta dia Jen pao moi. Konu a beya comment nkrib Mur mon r vab to he koiso moi
@@banashrideka3101
.
. mo ni ko 7 ni hu
Hu hu Dr
Bahut beya lagise eman nisthur ne vogoban
টকাৰে ডিগ্ৰী কিনা ডাক্টৰ নাৰ্ছে মানৱতা কি সেয়া কেনেকৈ বুজিব।😢
Hoy
Yes yes yes
ডাক্তৰ নাৰ্চৰ এই নৰ্তনগী কেতিয়া শেষ হব ???Plz বৰ মুৰীয়া সকলে কিবা এটা কৰক 🙏🙏🙏।
সহ্য হোৱা নাই 😭😭😭
Hoy naki
চিকিৎসক আৰু নাৰ্চক উচিত শাস্তি দিয়া উচিত ৷
hosa 🤬😡
প্ৰত্যেক চিকিৎসালয়ত এন্টিভেনম থকা উচিত।😢
চিকিৎসা অবহেলা বাবে কণমানি জনি হেৰুৱাব লগা হল । বহুত দুখ লাগিছে কথাবোৰ শুনি 😭😭😭
Sakorir pora khadibo lage ana kua.doctorl
বহুত বেয়া লাগিল কথা টো শুনি 😭😭😭 কণমানি জনিৰ আত্মাই শান্তি পাই যেন।
বহুত দুখ লাগিল কথাতো হুনি। দুখীয়ে শাস্তি পাব লাগে, যাতে আৰু এনে ভূল নকৰে। 😢😢
সেই নাৰ্চ কেইটাক শাস্তি দিব লাগে আৰু সিহতক চাকৰিৰ পৰা বহিস্কাৰ কৰিব লাগে।
বহুত দুখ লাগিল দেই.....তাইৰ আত্ম ই শান্তি পাওক।
বৰ দুখ লাগিছে, এটা উচিত বিচাৰ হওক
এনে ঘটনা বহুত শৃনিছো । ভূল চিকিৎসাৰ বাবে বহূ লোকে প্ৰান ত্যাগ কৰিব লগা হৈছে। এইসকলে উচিত শাস্তি পোৱা উচিত।
বৰ বেয়া লাগিল।অবহেলা কৰিব নালাগে নিদিষ্ট সময়ত চিকিৎসা কৰাহলে তাই মৃত্যু নহলহেতেঁন।
বহুত বহুত বেয়া লাগিল কথা টো শুনি😢😢। আচলতে এইবিলাক মানুহ নহই এটা এটা জন্ত্ৰো 😡 কণমানি জনিৰ আত্মাই শান্তি পাই যেন 😢
ডাক্তৰৰ ওচৰলৈ লৰা লৰিকৈ লৈ যাব লাগে বুলি কয়।কিন্তু কাক বিশ্বাস কৰিব।যাক ভগৱান বুলি ভাবি হাতত তুলি দিয়া হয় তেওঁলোকেই যদি এনেকুৱা কৰে ।ইমান মৰম লগা মাইনাজনী।য’তেই আছা সোনজনী শান্তিত থাকিবা
ডাক্তৰৰ ভুলৰ বাবে মৃত্যু হল সকলো কৰ্মচাৰী মাৰ পিত কৰিব লাগিছিল ডাক্তৰ নাৰ্চৰ ব্যৱহাৰ বৰ বেয়া চোতালত লাইটৰ ব্যৱস্থ নাই নেকি হাতত ডাঙৰ ট্ৰছ এটা লৈ যোৱা হেতেন কেতিয়াও ঘটনা নহল হয় বাপেকক তামোল খন দি এই পৃথিৱীৰ পৰা বিদায় মাগিলে তাই ৰ আত্মাই চিৰ শান্তি লাভ কৰক পুনৰ জন্ম লওক আপোনা লোকৰ ঘৰত তাৰেই আশা কৰিলোঁ
ইশ্বানী কাশ্যবৰ আত্মাৰ শান্তি কামনা কৰিলো । ভগৱানে ইশ্বানীক তেওঁৰ চৰনত স্থান দিয়ক তাকে কামনা কৰিলো ।😭😭😭
2:31 2:33
প্ৰভু দয়াময় আপোনাৰ চৰনত ধৰিছো কোনো পিতৃ মাতৃকে এনেকুৱা শোক নিদিব প্ৰভু,হৰ হৰ মহাদেৱ ,জয় সত্য নাৰায়ন প্ৰভু, বুঢ়া বাসুদেৱ, জয় মা মহাকালী,জয় শ্ৰী কৃষ্ণ
বৰ দুখ লাগিল। কণমানিজনীৰ আত্মাই চিৰশান্তি লাভ কৰক।
এইবোৰক চাকৰি পৰা খেদিব লাগে।😭 বহুত দুখ লাগিল অ সহ্য কৰিব পৰা নাই অ কীয় এনেকুৱা কৰে অ।😭 তুমি যত আছা ভালে থাকা মাইনা।😭
বহুতো দুখ লাগিল। উচিত বিচাৰ হোৱা ভাল।
সেইবোৰ টকাৰ বলত ডক্টৰ ডিগ্ৰীৰ লোৱা ডাক্তৰ । সিহঁতৰ ওপৰত কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিব লাগে ।
একদম সত্য
100% Right
মৰিয়াই মাৰিব লাগে 😊
বৰ দুখ লাগিল 😭😭
বহুত দুখ লগা ঘটনা ভবিষ্যত এনেকুৱা নহওঁক আৰু 😢🙏
এনেকুৱা ডাক্তৰ আৰু নাৰ্চক মৰিয়াই মাৰিব লাগে এজনী কনমানিৰ জীৱন শেষ হয় গল সিহতৰ কাৰনে ইমান মৰম লগা ছোৱালীজনী বহুত দুখ লাগিল 😥😔😔😢
Aàa
বহুত দুখ লগা পৰিস্থিতি, কণমানি জনি হয়টো আজি জীয়াই থাকিল হয় যদি চিকিৎসক ভাল হ'ল হয়, চিকিৎসক সকলক আমি ভগৱান বুলি ভাবোঁ কিন্তু তেওঁ লোকে কিয় ইমান অৱহেলা কৰে,যদি তেওঁ লোকে সময়মতে মেডিচিন দিলে হয় কণমানি জনি আজি মাক দেউতাকৰ বুকুৰ মাজত থাকিল হয়, তুমি যতে আছা কুশলে থাকা মাইনা তোমাৰ আত্মাই চিৰশান্তি লাভ কৰে যেন 🙏🙏🙏🙏🙏😭😭😭
বহুত দুখ লাগিল।চেয়াৰ কৰিছো।
কেৱল ডক্টৰৰ ভুলৰ বাবে পৰিয়ালটোৱে কনমানি জনীক হেৰুৱালে । দুৰ্ভগীয়া পৰিয়ালটোক সমবেদন যাচিছোঁ আৰু কণমানি জনী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ ।
❤❤❤ তুমি আকৌ আহিবা মাজনী
বহুত দূখ লাগিছে এনেকুৱা ডক্টৰক উচিত শাস্তি দিব লাগে ,
বহুত বহুত বহুত দুখ লাগিল মৰমলগা কণমানি জণীৰ অকাল মৃত্যুত ।।
কিছুমান আছে এনেকুৱা ডক্তৰ সিহতৰ বহুত বেয়া ব্যৱহাৰ😢। এইবিলাক ডক্তৰে এনেকুৱা কাম বিলাক কৰে ।এই মৰম লগা ছোৱালী জনীৰ আত্মাই চিৰ-শান্তি লাভ কৰে যেন ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।🙏
বহুত দুখ লাগিল তেওঁৰ আত্মাই শান্তি পাওক
সিহতৰ বিহিত ব্যৱস্থা কৰিব লাগে😢😢🙏এনেকুৱা ডাক্টৰ ৰ্নাচ দৰকাৰ নাই সিহতি অকল পইছা হে চিনি পাই
চৰকাৰে উচ্চিত ব্যৱস্থা কৰে যেন তাকে অনুৰোধ কৰিছোঁ। বহুত দুখ লাগিলছে তাই আত্মাই স্বৰ্গ গামী হওঁক তাকে কামনা কৰিছোঁ
Doctork ami vogoban buli bhabu teoluk tene nohoi 😂
@@binitaborgohain5688😅😢😢😅😅😅😅😢😢😅😅😅😊😅😅😅😅😅😅😅😅😅😢😅😅😅😅
Bhagwanok nijor jagaat thakpa d dactorok danov buli koya
বহুত দুখ পালো ডাক্তৰৰ ভুলৰ বাবে আজি দেৱশিখোতি হেৰাব লগা হ'ল
বহুত দুখ লাগিল কথাটো শুনি😢 হয় দেই সন্তান হেৰুওৱা জনে বুজে যেন কিমান দুখ লাগে মাক - দেউতাক ৰ 😢
দানৱৰূপী ডাক্তৰ আৰু নাৰ্চ কেইজনক উচিত শাস্তি দিব লাগে। 😰🙏
বহুত দুখ লাগিল ডাক্তৰৰ কাৰণে মৰিল
*_Buku fati jai mor enekuwa ghotona dekhile, Om Shanti moina❤❤❤❤❤_*
Xuni bohut dokh lagil
সচাঁকৈ বহুত দুখ লগা কাঁহিনী 🥺God🙏
Iman morom lga suwali jni 🥺🥺❤❤❤❤
চৰকাৰে তেওঁলোকক উচিত শাস্তি দিব লাগে যাতে তাইৰ আত্মাই চিৰ শান্তি পায় 😭😭😭🙏🙏
মোৰ লৰা ক্ষেত্ৰতো একেই হল । সিহঁত চিকিৎসক নহয় মাকৰ বুকু উদঙ কৰা এজন এজন দানব । মোৰ লৰা বয়স ১৯ বছৰ ৫মাহ সিহঁতৰ ভূল উপদেশ বাবে জুন ১৬ তাৰিখে সি মোক এৰি বহুত দুৰলৈ গুচি গল । 😢😢😢😢
বহুত এনেকুৱা ডক্তৰ নাৰ্ছ আছে এইবোৰক উচিত শাস্তি দিব লাগে
বৰ দুখৰ বিষয় 😢😢😢ডাক্তৰ আৰু নাৰ্ছ বোৰৰ বাবে আজি ঈশানী হেৰুৱাই পেলালে 😢😢😢
ৰং চিকিৎসা কৰি ময়ো লৰা হেৰুৱাই পেলাইছো জন্মৰ ১৮ ঘন্টাৰ পিছত।
কাপোৰে বান্ধি দিয়ে বেজি দিব লাগে। বান্ধ খোলা বাবে বিষে তাৰ প্ৰাণ ললে।
উচিত বিচাৰ কৰক।