বিদেশৰ ছাত্র সংগঠনৰ নেতৃত্বত অসমৰ ছাত্রী।
Вставка
- Опубліковано 6 лют 2025
- বিদেশৰ ছাত্র সংগঠনৰ নেতৃত্বত অসমৰ ছাত্রী। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰ'ড আইলেণ্ড বিশ্ব বিদ্যালয়ৰ ছিনেট'ৰ সভাপতিৰ আসনত যোৰহাটৰ অৰ্ঘা গোস্বামী।
আমেৰিকাৰ দৰে আগশাৰীৰ দেশৰ এখন বিশ্ব বিদ্যালয়ত এগৰাকী অসমীয়া ছাত্ৰীৰ এই সাফল্য নিশ্চয়কৈ গৌৰৱৰ বিষয়। এনে উদাহৰণে উঠি অহা প্ৰজন্মক যোগাব অনুপ্ৰেৰণা।আমাৰ এক প্ৰতিবেদন।
#pratidintime #asasmnews #assam
ভগৱানে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কৰক । আমাৰ আশীৰ্বাদ থাকিল। বহুত আগুৱাই যোৱ। আমি যেন গৌৰৱ কৰিব পাৰোঁ।
বহুত বহুত মৰম আৰু আশীৰ্বাদ থাকিল মাজনী। জীৱনত সফল হোৱা।
💐💐💐
মনত বহুত ভাল লাগিল।
কথাখিনি শুনি বহুত ভাল লাগিল,আৰু আগবাহি যোৱা
ভাল পিতৃ মাতৃৰ সন্তান সদাই ভাল হয় ।
বহুত ভাল লাগিল । তুমি আগুৱাই যোৱা।
ভগৱানে সদাই তোমাৰ মনৰ কামনা পূৰণ কৰিব।
বহুত বহুত শুভেচ্ছা থাকিল ।
অসমৰ গৌৰৱ, শুভেচ্ছা থাকিল ।
Good news.বহুত বহুত শুভেচ্ছা জনালোঁ ।মনৰ উদ্যমেৰে আগ বাঢ়ি যোৱা। জয় আই অসম
Great ❤ one of Assam , India & Asia🎉
পুৱাই মন টো ভাল লা গি ল
দেশৰ গৌৰব কঢ়িয়াই আনিছে।।
বহুত ভাল লাগিছে আগুৱাই যোৱা
Val lagil খবৰ শুনি god bless you
অসম গৌৰৱ, শুভেচ্ছা থাকিল।
Congrats 🎉 sister
Thanks to pratidin time for bringing up this type of interview❤
ধন্যবাদ জনাইছো
অসম তথা যোৰহাটৰ গৌৰৱ। আশীৰ্বাদ থাকিল গোস্বামী বাইদেউলৈ ।
বহুত ভাল লাগিল []
বহুত ভাল লাগিল । মোৰ ফালৰ পৰা আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল।
বহু ছাত্ৰ ছাত্রী আছে যি সকলৰ মেধা আছে কিন্তু তেওঁলোকে বিদেশত গৈ অধ্যয়ন কৰাৰ প্ৰৱল ইচ্ছা থাকিও সুযোগৰ পৰা বঞ্চিত হয়। তেওঁলোকক পথ দেখুৱাই দিব পাৰিলে বহু ছাত্র ছাত্রী উপকৃত হ'ব।
Great sister
Bohut xuvsha jaselu.........❤❤
I wish your bright future & congratulation
শুভেচ্ছা জনালোঁ।।
বহুত বহুত শুভেচ্ছা জনালোঁ মনৰ।😢🙏💐♿🙏
মাইনা অ'! তুমি অসমী আইৰ নাম উজ্বলাই তুলিব পাৰিবা। সমূহ অসমবাসীৰ শুভেচ্ছা আছে তোমালৈ। জীৱন যুজত জয়ী হোৱা।
Good news.🇮🇳👍🌹
Aguai Jua. Jorhator. Jososhya Dhonyobad jonalu
No , doubt she is brilliant. But, Sobore Mak-deutak dhoni nohoi.. Dhanyabad 🙏
Very Good , God bless you
অসমৰ গৌৰৱ হৈ জিলিকা। আমিও গৌৰৱ অনুভৱ কৰিছো।
ভাল লাগিল
Good news👏👏👏👍👍👍
শুভেচ্ছা থাকিল ।
শুভেচ্ছা জনালোঁ
হৈ গল -- বনি গল -- সকলো ফালে -- পাই গল
Welcome❤❤
God Bless You Smt.My Jorhat
Very impressive 👍
Very good.
❤❤❤❤❤God bless you
আগুৱাই যোৱা তোমাৰ মনৰ আশা পূৰণ হওক মা দেউতাৰ আশীৰ্বাদ আছে ঘৰ কত
ভাল্ পালো
Verry good family!
Welcome
All the best❤❤❤
brilliant Lady
যোৰহাট অসমৰ সাংস্কৃতিক নগৰ।
No
Not true
অসমৰ এখন সাংস্কৃতিক নগৰ অসমৰ একমাত্ৰ সাংস্কৃতিক নগৰ নহয়
Not true.saitu ami mani nolou.koi dilo.psthsala nalbari lowar assamr bahut academically upgrade sahar.jorhatok loi fopola gaurab kori lubh nai.....
Good
Very nice
USA লৈ আমাৰ দৰে মানুহৰ লৰা ছোৱালীক পঠিওৱাটো সপোনৰ আগোচৰ, তেওঁৰ বাবে শুভেচ্ছা থাকিল, কিন্তু মেধা সম্পন্ন কেই গৰাকীমান দুখীয়া ছাত্ৰ ছাত্ৰীক প্ৰত্যেক বছৰে বিদেশৰ ভাল ভাল institute ত পঢাৰ সুবিধা কৰি দিয়া হলে চৰকাৰে scooty দিয়াতকৈ হাজাৰ গুনে বেছ হল হেঁতেন।
All the best
Congratulations 🎉🎉
God bless.lproud for you.
congratulations
Very very good girl.
Very. Nice
Very good very good
Nice nice nice
This ability to keep standing in a foreing country is only a product of own confidence and hard work this smartness is the life time wealth as it is also pride feel of parents and own land or country
So Very
Congratulations🎉
Abhinandan bahut bahut hubheisha tumaloi
Ama jorhat❤
Vogoban r dan , mak deutak bohut lucky
❤
Bhal.khabar
অসমৰ গৌৰৱ
Crogratulations
God help you
Congrasulations 😅
এমেৰিকা নহয় o আমেৰিকাৰ সাংবাদিক দাদা
👍♥️♥️♥️♥️♥️♥️♥️🌹
Eijoni mur classmate asile Carmel School Jorhat t😂😂
Axomr kotha nokolau hbo tai axomor bahirot poha
News nai neki
Asomor manuh boor bor danger aase dei.
Axom kanya ne😂😂Tarmane Tair jonmot Tur baper r logote Gute Axom bakhir hath ase noh😅
Lucky parents. Axom Gourab bota puwar joogya suwali.
Batori koribo goisa ne line logabo goisa sudur vai 😂😂
Baal koribo...
Faltu
Kothai proti kio ahhh ahhh logai thaka
Seito kotha koar ata dharan tate bahirat thaka sowali.tate asamia kotha konoloi manuh nai.sko dangor bhul nohoi aito..ki hol tate.iman soka sowali seito dangor kotha ..
Jai shree Ram
❤
Congratulations
All the best
Congratulations🎉
Congratulations
Congratulations 🎉
Congratulations 🎉
Congratulations
Congratulations