মানুহ এই পূথিৱীত আহি এই দুটা শব্দ প্ৰথমে উচ্চাৰণ হয় , সেই শব্দকেইটা যদি অকালতে হেৰাই যায়, তেতিয়া ই য়াতকৈ দুখৰ কথা কি থাকিব পাৰে । সেয়া তুলিকাৰ হিদয়ে সে বুজিছে। আশা কৰো ভগৱানে তাই উজ্বল ভৱিষ্যত কামনা কৰক,, অনুপম দাদালৈ বহুত বহুত ধন্যবাদ থাকিল, আশা কম দিনৰ ভিতৰতে ভাল খবৰ পাও
Anupam Da .ai poriyaltur babe moi poti mahot 1000 koi mur falor pora dim buli protisukti dilu ..moi hadharon private company r employee hoi .jiman parim mur vontir dore hohai kori jam ..
Ontorot eman dukh thakile kenekoi hahibo paribo? Hahibo chesta korileo kandunei ahibo .May God bless this breaved family😭😭😭 Million thanks to media personnel for humanitarian act. I am personally feeling this gruesome reality. Ofcourse, I will help as far as my possibile.
Moi nijei struggle kri asu sakori howa nai, tothapi tayr situation2 sai alop borongoni aagbohralu...anupam da dhonyobaad, tulika aaguwai jwa 2mk ai homoy khini a bhut hikabo hari najaba.
Tulika....Tumi jeneka ase teneka thaka, Mon bhangiba nelage ag Bari juwa tumak hohai Kora manu ai pritibit hek howa nai. Jeneka Amar Anupam Chakrabarty hangbadik tumak hohai koribo ulaise.moyo tumak ketiyaba goi kiba ata help korim. God bless you tulika.
হয় পৃথিবীত বেয়া মানুহ তকৈ ভাল মানুহৰ সংখ্যা বেচি আচে। ধন্যবাদ অনুপম ডাঙৰীয়া।
সঁচাকৈ অনুপম দা, কান্দি গলো । মইও সহায় কৰিম ৷ ধন্যবাদ অনুপম ডাঙৰীয়া ৷৷
বাস্তব জীৱনৰ জীয়া কাহিনীৰ, সঁচাই বহুত দুষ লগা কথা। Anupam daa লৈ বহু বহু ধন্যবাদ, এনেকৈয়ে দুখীয়া - দৰিদ্ৰ কাষত থিয় দি অকন মান সাহস দিয়া বাবে। মই আশা কৰোঁ আপুনি এনেকৈ সহায় কৰি যাব।
এই বাতৰিটো মূখ্য মন্ত্ৰী ছাৰে যাতে এবাৰ চাই আৰু যি একলাখ নিবনুৱাক চাকৰি দিম বুলি কৈ আছে তাৰে এটা চাকৰি দিয়ে যেন। যাতে সৰু সৰু ভাইটি কেইটা ভাল কৈ পঢ়িব পাৰে।তাৰে কামনা কৰিলোঁ অনুপম দা
100%Right
অনুপম দালৈ অশেষ ধন্যবাদ জনালো, সহায় সহযোগিতা আগবঢ়োত ।
অনুপম দাদালৈ অশেষ ধন্যবাদ ৷ বাতৰি এনেকুৱা হৱ লাগে ৷
সঁচাকৈ অনুপম দা, কান্দি গলো,,। মইও সহায় কৰিম যিমান যেনেকৈ পাৰে।
অতি দুখৰ কাহিনী ৷ হে ভগৱান সহায় কৰক ৷ তাইক উদ্ধাৰ কৰক ৷
এনেদৰেই সহায় কৰিলে আমাৰ দৰে দূখীয়া লৰা ছোৱালী বোৰৰ ভৱিষ্যত উজলি উঠিব। ধন্যবাদ অনুপম ডাঙৰীয়া । এনেদৰেই সহায় কৰি যাওক ।❤️🥺
সচকৈ অনুপম. দা অশেষ ধন্যবাদ. সচাকৈ আমাৰ মানুহৰ মাজত ভগবানে কাক কেনেকৈ জন্ম দিছে্ ভগবানে সহায় কৰক
হে ভগৱান 🙏🙏🙏🙏🙏 ইমান বেদনাময়ী.... অনুপম দা আপোনালৈ মোৰ অশেষ সেৱা 🙏🙏🙏 আমি সকলোৱে সহায় কৰিব লাগে।তুলিকা.... তুমি সাহসী, তুমি এদিন ডাঙৰ মানুহ হ'বা।।
বহুত দুখ লাগিল , চকুৰপানীক বাধা দিব নোৱাৰিলো , তু লিকাৰ দীঘায়ু কামনা কৰিছোঁ ।🌷🌷
অনুপম দা,কথাবোৰ শুনি মোৰ মুখৰ মাত হেৰাল, দু চকুপানী বৈ আছে,কি কৰিম মই দুৰ্ভগীয়া হিন্দী শিক্ষক আজিলৈ পদ টো চৰকাৰী নহল।নহলে সহায় কৰিবলৈ বহুত ইচ্ছা আছিল ও।বহুত দুখ পালোঁ বহুত দিনৰ পিছত বহুত সময় কন্দিলো।ভগৱান,এইবোৰ চাবলৈ চৰকাৰক সুমতি দে ও।
অনুপম দা লৈ বহুত বহুত ধন্যবাদ জনালোঁ🙏, চৰকাৰে এইবোৰ একো দেখিএই নাপাই, বিধায়কে এইবোৰ খবৰ ৰাখিব নোৱাৰে নেকি......?🙄
অনুপম দা সঁচাকৈয়ে আপুনি বৰ মহান।
বহুত বেছি বেয়া লাগিল। ভগৱানে যে তেওঁলোকক উদ্ধাৰ কৰে।
মইও বহুত বেছি কষ্ট পাইছোঁ,, কথাবোৰ শুনি,,, মইও সহায় কৰিম,, লগতেই অনুপম দাদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏🙏
অনুপম দা আপুনি বহুত ভাল কাম কৰি দিলে ছোৱালী জনীক। আপোনালৈ ধন্যবাদ থাকিল।
মানুহ এই পূথিৱীত আহি এই দুটা শব্দ প্ৰথমে উচ্চাৰণ হয় , সেই শব্দকেইটা যদি অকালতে হেৰাই যায়, তেতিয়া ই য়াতকৈ দুখৰ কথা কি থাকিব পাৰে । সেয়া তুলিকাৰ হিদয়ে সে বুজিছে। আশা কৰো ভগৱানে তাই উজ্বল ভৱিষ্যত কামনা কৰক,, অনুপম দাদালৈ বহুত বহুত ধন্যবাদ থাকিল, আশা কম দিনৰ ভিতৰতে ভাল খবৰ পাও
অনুপম দা সচাকৈ বহুত দুখ লাগিল... আপুনি বহুত ভাল মানুহ
I m crying after hearing this news..all the best tulika.
মোৰ সামৰ্থ্য অনুযাযী 101 টকা তাই একাউণ্টলৈ আগ বঢ়ালো । তাইৰ ভৱিষ্যত উদজ্বল কামনা কৰিলো । Tulika সমৰ্থনত থকা সকল এটা 👍 কৰী দিব । ধন্যবাদ ।
সচাঁকে বহুত দুখ লাগিল 🥺 ভিদিঅ টো চাই.... ধন্যবাদ 🙏 অনুপম ডাঙৰীয়া
সঁচাই বহুত দুখ লগা কাহিনী। সকলো ভগবানৰ ওপৰত ।🙏🙏🙏🙏
তই চিন্তুা নকৰবি শৈশৱৰ বান্ধৱী বোলি ময়ো আছো তোৰ লগত এতিয়ালে আছো আৰু সদাই থাকিম
ধন্যবাদ তোমালৈ
Thanks
এই বোৰ দেখিলে বৰ দুখ পাওঁ!!! চৰকাৰ, সমষ্টি তথা গাওঁ বাসীলৈ অনুৰোধ থাকিল অকণমান সহায় কৰিবলৈ😢😢😢😢🙏🙏🙏
বাতৰিটো পলমকৈ চালোঁ বৰ দুখ লাগে এনেবোৰ বাস্তৱ কাহিনী দেখিলে so মোৰ ফালৰ পৰা সেই মৰমলগা পৰিয়াল টিলৈ ২০০ টকা এটা আগবঢ়ালোঁ ।😭😭😭
বহুত দুখ লাগিল। তুমি সাহসী তোমাৰ ভাল হব
বহুত বহুত ধন্যবাদ অনুপম ডাঙৰীয়া
Anupam Da .ai poriyaltur babe moi poti mahot 1000 koi mur falor pora dim buli protisukti dilu ..moi hadharon private company r employee hoi .jiman parim mur vontir dore hohai kori jam ..
আপোনাৰ দৰে সাহক দিয়া মানুহৰ খোৱে প্ৰয়োজন দাদা সমাজত।
বহুত বহুত ধন্যবাদ থাকিল অনুপম দা
ধন্যবাদ অনুপ, দা। আপুনি ব্যতিক্ৰম।
আচৰিত এই পৃথিৱীখন,,,,,,বুকু খন বিষাই গল অনুপম দা,,,,,,,,,,😭😭😭😭কিয় ইমান নিষ্ঠুৰ ভগৱান???
Never give up tulika, keep going, god will help you
সচাই বৰ দুখ লগা কাহিনী।
অনুপম দা লৈ বহুত বহুত ধন্যবাদ
অনুপম তোমালৈ মোৰ শতকৌটি নমস্কাৰ।
ছোৱালী গৰাকীৰ সৈতে দুজন
ভায়েকৰ ঠিকনাতো জনাবা,
পাৰিলে ময়ো অলপ সহায় কৰিম
Hosakoi bohut hahohi bohut bohol monor adhikari hoi bahut kosto majot asa jodiu tai dujon vaiyekor lgte ghorkhon soliasa, ajoni suwali hoi gutei ghor khon emn kom age houte solua Tu kom kotha nohoi, salute tulika tumak🙏🙏
বহুত বহুত বেয়া লাগিছে অনুপম দা । আপোনাৰ সহাঁইয়ে তাই জীৱনলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিব দাদা
Xosakoi Anupom Daa ..... Aponi manuhr abeg anuvuti buji powa manuh. Bohut Dukh lagil ......
বহুত দুখ লাগিছে
অনুপম দাক ধন্যবাদ জনালোঁ
অনুপম দাদা আপোনালৈ ময় আল্লাহৰ উছৰত দোৱা কৰিম জাতেই এনেকুৱা মানুহ বোৰক আগুৱাই লৈ যোৱা কাৰন মোইও এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছো❤❤❤😢
আপোনাৰ সহায়ৰ কথা শুনি ভাল লাগিল
Anupom da apunak bohut bohut dhonnbad🙏 amak ane kuwa news lage
Beseri... Anupomdar khohayor kotha khuni mukhot hahi biringise.... Anupomda apuni mohan 👍👍👍
ধন্যবাদ অনুপ দা আপুনি তুলি কাক সহায় কৰিব বুলি আশা থাকিল
,বহুত ভাল লাগিলে sir তোমাক সাহক দিয়াৰ বাবে ধন্যবাদ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Anupam Da Great Human ,🙏🙏🙏🙏🙏🙏
অনুপম দা আপোনাক অশেষ ধন্যবাদ।
Dear Anupam da,
Really very very good news all Assamese news saline number-1,
Only for Anupam da you Assamese good members.
Bohut dukh lagil dai...Bhagawane taok hohai korok...salute Anupam da...
অনুপম দাদালৈ অশেষ ধন্যবাদ।
Xhosaka soku pani ulaisa bhutt baya lagil... Tulika tumak xhkluay xhoy kribo pohiba valka gob bless you..,
Anupamda apunak dhanyabad ,God bless you and this family too🙏🙏🙏🙏
Anupam da is great .....always helps people
ধন্যবাদ অনুপম দা। কিন্তু দৈনিক ঘৰখন চলিবলৈ আজিৰ যূগত বহুত টকাৰ প্ৰয়োজন গতিকে চৰকাৰে কিবা আচনি দিয়ে যেন।
বহুত দুখ লগা অসম চৰকাৰে অলপ সহায় কৰে যেন 😥
ধন্যবাদ অনুপম। তুমি খুব।ভালকাম।কৰিগৈআছা।আমাৰহৈতুমিয়েইবিপদ।কালতসানতনাদি।যোৱা।আমিওইয়াৰ।পৰাই।তেওঁলোকক।আশিবাদ।কৰিছোভগৱানেতেওলোকক।দয়াকৰক্
Anupam daa very very Thanks or Tulika Tumak Bhagwane suku meli sai
বহুত দুখ লাগিল।
You Are Right Brother Thanks
সাহসেৰে আগুৱাই যোৱা তুলিকা ভাগৰি নপৰিবা । মইয়ো এজনি দৰিদ্ৰ ঘৰৰ ছোৱালী । তুলিকা তুমি যি দৰে ভাইটী দুটা দায়িত্ব লৈছা ঠিক সেইদৰে মইয়ো মোৰ মা -দেউতাৰ দায়িত্ব লোৱাৰ লগতে মোৰ পঢ়া-শুনা সকলো খৰছ উলিয়াই পঢ়া-শুনাটো আগুৱাই নিব চেষ্টা কৰিছোঁ । কেতিয়াবা মইয়ো সমস্যাবোৰ সমাধান কৰি ভাগৰি পৰো তথাপি নিজৰ ওপৰত বিশ্বাস ৰাখি আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ । গতিকে তুমি কেতিয়াও সাৰ নামানিবা সমস্যাবোৰৰ সৈতে যুজিবলৈ চেষ্টা কৰা তুলিকা ভাগৰি নপৰিবা নিজৰ ওপৰত বিশ্বাস ৰাখি আগুৱাই যোৱা এগৰাকী ভাল ব্যক্তি হোৱা তাৰে কামনা কৰিছোঁ🙏
Apunar kotha khinir logot mur mil ase
Moi o ketiaba vagori jau tothapi monot khahokh loi aguai jau
অনুপম দা আপোনাক বহুত বহুত ধন.....,
Ontorot eman dukh thakile kenekoi hahibo paribo? Hahibo chesta korileo kandunei ahibo .May God bless this breaved family😭😭😭 Million thanks to media personnel for humanitarian act. I am personally feeling this gruesome reality. Ofcourse, I will help as far as my possibile.
Anupam Da you are really great
অতি মৰ্মান্তিক
অনুপম ছাৰলৈ ধন্যবাদ থাকিল
Thanks Anupam Da apuni bahut bhal kam korise
Dear Anupam da
Really very very Thanks to you dada.
নমস্কৰ অনুপম দা এনেকুৱা ধৰণৰ এটা পৰিয়াল বৰচলাত আছে । দাদা এই পৰিয়ালটোৰ দেউতাকৰ যি সা সম্পতি বোৰ আছে তেওলোকৰ হাতৰ মুঠিলৈ আহে যেন😭😭😭
Tulika tumi aguai jua.... Moiu bor kostot a pohisu deuta dhukuar pisor pora.... Vle thaka tumaluk...
One day this girl will surely get all the happiness of life.
Anupam da apuni jeneka video bur raijor agt Dangi dre xsai bht vl lge...❤️
God bless u Tulika.
ধন্যবাদ অনুপম দা।।
সুন্দৰ লাগিছে অনোপম দা
Thanks nktv team....
Anupam da aponak axekh dhanyabad,apuni xachake ajan mahan mahnu.
Moi nijei struggle kri asu sakori howa nai, tothapi tayr situation2 sai alop borongoni aagbohralu...anupam da dhonyobaad, tulika aaguwai jwa 2mk ai homoy khini a bhut hikabo hari najaba.
Anupam da apunak hajar hajar dhany bad
Good step Anupom Da 👏👏🙏
আপোনাক বহুত ধন্যবাদ
Bohut val lagil apuni j dekhuwale
God bless you, chakrabarti mahakhai ,
you are not only man,you are like a God. 🙏
Tulika....Tumi jeneka ase teneka thaka, Mon bhangiba nelage ag Bari juwa tumak hohai Kora manu ai pritibit hek howa nai. Jeneka Amar Anupam Chakrabarty hangbadik tumak hohai koribo ulaise.moyo tumak ketiyaba goi kiba ata help korim. God bless you tulika.
সকলোৱে সামৰ্থ অনুযায়ী সহায় কৰিব বুলি আশা থাকিল🙏🙏🙏
বহুত কন্দিলু
এইবিলাক k bahut সহায় কৰিব লাগে❣️❣️❣️আন বেলেগ vidio soyat কৈ,,, ahok আমি সকলোৱে সহায় koro ।।।।
Anupam tulikak sahay karibai manas karar babe bahut bahut dhanyabad
Aapuni vogoban hoi anupam da 🙏🙏🙏👍👍
মোৰ দিব পৰাকে একো নাই. ,
ঈশ্বৰক প্ৰাথনা কৰিছো তাইৰ হৈ
God bless you Maina.
Thanks mama God bless you
Great Anupam da....👍👍👍
Tai xsai bht val swali.. Boyokht xru hleo xei km boyokhte xihte bht dukh xoizyo kribo lga hoise..xihtk drkhile ki km ki koi xohari dim vakha bisari pwa njai.. Dangor lrator HSLC exm di thkotei bapeko dhukai thkile,, poristhiti bht beya xihtr.. Xkolwe jen xohari jnai🙏
বহুত দুখৰ কাহিনী
বহুত বেয়া লাগিছে
ঈশ্বৰে মঙ্গল কৰক তুলিকা আইজনীক । হতাশ নহবা ।