ডাঙৰ খবৰ।সাংবাদিক প্ৰশান্ত ৰাজগুৰু ধমক ৰণোজ পেগুক।/Virel news

Поділитися
Вставка
  • Опубліковано 21 сер 2024

КОМЕНТАРІ • 297

  • @user-ow5js8sb4d
    @user-ow5js8sb4d Місяць тому +88

    ৰাজগুৰু ডাঙৰীয়া এজন দক্ষ আৰু উপযুক্ত সাংবাদিক তেখেতৰ কণ্ঠৰ এটা মাদকতা উপলব্ধি কৰো..
    তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ...

  • @ArunKumar-kl2jw
    @ArunKumar-kl2jw Місяць тому +64

    হিমন্তবিশ্বই যাক যিটো নিৰ্দেশ দিয়ে সেইমতেই কাম কৰি আছে। বাকী মন্ত্ৰী বা বিষয়াই মাথোঁ তাৰ তালে তালে নাচি থাকে। সুধিলে পোনপটীয়া উত্তৰ কাৰোপৰা নাপাব।

    • @AbudulaAli
      @AbudulaAli Місяць тому

      Nijor rajotya bachowai aamar kaam.

    • @7hfury935
      @7hfury935 Місяць тому

      আজি কালি ছাত্ৰ ছাত্ৰীৰ জলপানি বুলি থকা আছনি খন আছে নাই?

  • @manjubarman1855
    @manjubarman1855 Місяць тому +54

    কাঠ পুতলাক সাক্ষাৎ লৈ একো লাভ নাই।

  • @jatiramkaman6960
    @jatiramkaman6960 Місяць тому +26

    প্ৰশান্ত ৰাজগুৰুৱেই অসমৰ এনে এগৰাকী সাংবাদিক যি সত্যনিষ্ঠ সাংবাদিকতা কৰে।প্ৰত্যেকটো সাক্ষাততে যুক্তিনিষ্ঠ ভাৱে প্ৰশ্নসমূহ উত্থাপন কৰে তেওঁ।বাকী সাংবাদিক সকলো দুমুখীয়া স্থিতি গ্ৰহন নকৰি আপোচহীন ভাৱে নিৰ্বাচিত বিষয়সমূহৰ প্ৰশ্ন উত্থাপন কৰিলে বহু গাঁঠি লগা সমস্যা সমাধানত ইতিবাচক ভূমিকাত সহায়ক হব।তেনে সাংবাদিকতাহে ৰাইজে কামনা কৰে।

    • @bijoydey9117
      @bijoydey9117 Місяць тому

      Please arrenge NOC for Assistant Professor...so that they change the college as they want...since there is no transfer system in Higher Education.....

  • @MainulHoque-rx7jo
    @MainulHoque-rx7jo Місяць тому +13

    ধন্যবাদ থাকিল ৰাজগুৰু ডাঙৰিয়া ৷

  • @Mridul_Hazarika.
    @Mridul_Hazarika. Місяць тому +13

    শিক্ষা মন্ত্ৰী গৰাকীয়ে বাস্তবক স্বীকাৰ কৰাটো সময়ৰ আহ্বান।পুতলাৰ দৰ্শন একেবাৰে ক্ষণস্থায়ী। ৰাইজ বৰ্তমান সজাগ আৰু বহু জ্ঞানী।

  • @user-fz1fp7oj3u
    @user-fz1fp7oj3u Місяць тому +17

    প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া দেৱ আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল।

  • @rameshchandradas2972
    @rameshchandradas2972 Місяць тому +2

    ৰাজনৈতিক ভাবাদৰ্শ যিয়েই নহওঁক মন্ত্ৰী পেগু ডাঙৰীয়াই সাংবাদিকৰ জটিল প্ৰশ্নৰ উত্তৰ বোৰ সহজভাৱে, যুক্তিগতভাবে, ধৈৰ্য্য সহকাৰে কোনো আউল নলগাকৈ উপস্থাপন কৰি তেখেতৰ জ্ঞান আৰু তীক্ষ্ণ বাক কৌশলৰ পৰিচয় দাঙি ধৰিছে। তেখেতৰ সুস্বাস্থ্য আৰু ৰাজনৈতিক জীৱনৰ উত্তৰোত্তৰ কামনা কৰিলো।

  • @hemalatachetia3765
    @hemalatachetia3765 Місяць тому +7

    মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে সকলো মন্ত্ৰী,,বিধায়ক চলে,,শিক্ষামন্ত্ৰীৰ কোনো আদেশ,,নিৰ্দেশ দিব নোৱাৰে ..
    ৰাজগুৰু ডাঙৰীয়া ,,আপোনাক বহুত ধন্যবাদ দিছো আমাৰ মনৰ কথাবোৰ শিক্ষামন্ত্ৰীৰ ওচৰত সুন্দৰ কৈ বুজাই দিয়া বাবে ।এইজনে অপ্ৰয়োজনীয় জাননী খন প্ৰয়োজন বুলি ভাবে ,,
    আজিৰ তাৰিখত ও প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নাই,,
    S C ,,,,S T তেওঁলোকৰেই পঢ়া,,,চাকৰিৰ দিন ।।

  • @d.kstudioonlyforartculture3405
    @d.kstudioonlyforartculture3405 Місяць тому +21

    সৰ্বকালৰ আটাইতকৈ অকৰ্মণ্য একমাত্ৰ শিক্ষা মন্ত্ৰী হিচাপে ইতিহাসত ঠাই পাব।

    • @debakrsaikia2993
      @debakrsaikia2993 Місяць тому +1

      তাৰ আগতে আমাৰ ভবিষ্যত বোৰ শ্মশান পাবগৈ।

  • @gunaramdas131
    @gunaramdas131 Місяць тому +12

    শ্ৰদ্ধাৰ সাংবাদিক ৰাজ গুৰু ডাঙৰীয়া ক অশেষ ধন্য বাদ জনাইছোঁ!ৰাইজৰ প্ৰচন্ন আপুনি
    সুন্দৰ কৈ উপস্থাপন কৰিছে।

  • @mukundadas9892
    @mukundadas9892 Місяць тому +16

    বাহিৰা প্ৰদেশৰ ল'ৰা ছোৱালীক নিযুক্তি দিবৰ বাবেই পি আৰ চি নালাগে বুলি কৈছে চৰকাৰ খনে

  • @user-lz9fy6gm3i
    @user-lz9fy6gm3i Місяць тому +9

    PRC নোহোৱাকৈ যদি আন প্ৰদেশৰ লোকে চাকৰি লব পাৰে , কিন্তু আমাৰ প্ৰদেশৰ লোকে আন প্ৰদেশত চাকৰি ল্ওকচোন চাও ? উঠা বহা চৰকাৰ ।

  • @TulanMili-r6b
    @TulanMili-r6b 22 дні тому

    সন্মানীয় ৰাজগুৰু দেবৰ (সাংবাদিক হিচাবে ) যিবোৰ প্ৰশ্ন কৰিছে ই শলাগনীয় আৰু ধন্যবাদ যোগ্য কাৰন ৰাজগুৰু দেবৰ এই বোৰ প্ৰশ্ন ই পেগুদাৰৰ জ্ঞানৰ ভোক সামান্যতম অংক নিবাৰণ কৰিছে বুলি ধাৰণা হৈছে। বিষয় টোৰ সন্দৰ্ভত আন্তৰিকতা নাথাকিলে, মননশীল অধ্যয়ন, বোধগম্যতা আৰু অভিজ্ঞতাৰে ইমান সাৱলীল ভাৱে উত্তৰ দিলে , তাৰ বাবে সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ক শলাগিছো হিয়াভৰা নমস্কাৰ জনাইছো ।ইয়াত দেখাগল ভিডিঅ টোৰ শিৰোনামা কৰবাত অলপমান ভূল হৈছে । ৰাজগুৰু দেবে প্ৰশ্ন কৰি কৰি ভিডিঅ টো শেষ কৰা দেখা গল কিন্ত পেগুচাৰৰ উত্তৰ ৰাইজে শুনিবলৈ থাকি গল । ৰাইজৰ কাৰণে কাম কৰা ৰাজগুৰু দেবৰ এনে ভিডিঅ পুনৰ পাম বুলি আশা কৰিলো। ধন্যবাদ।

  • @monujsaikia21
    @monujsaikia21 Місяць тому +33

    শিক্ষা মন্ত্রী থাকোতে কেনেকৈ শিক্ষা সঞ্চালকে নিজাববীয়াকৈ এখন নটিফিকেছন উলিয়াব পাৰে?

    • @bhadasborah9071
      @bhadasborah9071 Місяць тому

      😅 😅 😅😅😅😅😅 😅 😅 😅😅😅 😅😅 😅 😅 😅😅😅😅😅 😅 😅 😅 😅

    • @bhadasborah9071
      @bhadasborah9071 Місяць тому +2

      😅

    • @kamaleswarbordoloi993
      @kamaleswarbordoloi993 Місяць тому

      ৰাজগুৰু ডাঙৰীয়া , পেগুদেবে ইমান সুন্দৰকৈ গুৰু গম্ভীৰ বিচক্ষণতাৰে উত্তৰ বোৰ দিলে যদিও আপুনি উত্তেজিত কৰিবলৈ বহু বিফল প্ৰয়াস কৰিছিল কিন্তু বিফল হল । পিছত সত্যক অস্বীকাৰ কৰিলে মানে কুকুৰৰ নেজ চিধা নহয় ।
      আশা কৰো এনে সাক্ষাৎকাৰ আকৌ পাম । ধন্যবাদ ।

  • @manusaikia368
    @manusaikia368 Місяць тому +7

    ধন্যবাদ জনাইছো ৰাজগুৰু ডাঙৰীয়া ।👍👍♥️♥️

    • @debakrsaikia2993
      @debakrsaikia2993 Місяць тому +1

      আমাৰ সন্মানীয় চতুৰ্থ স্তম্ভই সময়মতে কামবোৰ কৰা নাই।

  • @user-ig6bj9nb6k
    @user-ig6bj9nb6k Місяць тому +7

    সেই জন মন্ত্ৰী কি জানে মাথো মিচিং সকলৰ স্বায়ত্ব শাসন পৰিষদ ধ্বংস কৰিলে ।

  • @ThaneswarGogoi-rh4em
    @ThaneswarGogoi-rh4em Місяць тому +5

    বেছি জনাৰ নিচিনা কথা কই।কিন্তু নিজৰ হাতত একো ক্ষমতা নাই।গছৰ মুঢ়া।

  • @anantagogoi7206
    @anantagogoi7206 Місяць тому +10

    অদৰকাৰী আৰু অপ্ৰয়োজনীয় পাৰ্থক্য শিক্ষামন্ত্ৰী ডাঙৰীয়াই বুজাই নিদিলে যে

  • @ninipertin7551
    @ninipertin7551 Місяць тому

    Dr Ranuj Pegu, অধৰণীয় শিক্ষা মন্ত্ৰী, অসম চৰকাৰ, আপোনালৈ বহুত২ ধন্যবাদ।

  • @rajibchborah2713
    @rajibchborah2713 Місяць тому

    প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ। এখেত সকলক ওলোটাই পোলোটাই সুধি মূৰ গৰম কৰি দিব লাগে।

  • @user-xg6hu8vr7f
    @user-xg6hu8vr7f Місяць тому +9

    অধ্যয়ন কৰিব পাৰে অসমত অধ্যাপকহব পৰা অসমত বহোত আছে।

  • @nakulbanikya6653
    @nakulbanikya6653 Місяць тому +15

    শিক্ষামন্ত্ৰী জন আৰ এছ এছৰ আদেশ মতে চলে।

  • @user-vc6sq3ek9p
    @user-vc6sq3ek9p Місяць тому +5

    ৰাজগুৰু ডাঙৰীয়া.. আপোনালৈ অশেষ ধন্যবাদ... শিক্ষা মন্ত্ৰীৰ অসহায় অবস্থা তো দেখি হাঁহি উঠিছে...

  • @diamondpayeng1119
    @diamondpayeng1119 Місяць тому +1

    ৰাজগুৰু ডাঙৰীয়াক অহাবাৰ শিক্ষা মন্ত্রণালয়ত সুবিধা দিয়ক, অসমৰ শিক্ষা বিভাগৰ সমস্যা সমাধান কৰিব।

  • @anjaligogoikonwar9024
    @anjaligogoikonwar9024 Місяць тому +8

    পুতলাই আঙুলিৰ ঠাৰত নাচিবহে পাৰে উওৰদিব নোৱাৰে নহয়

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw Місяць тому +19

    এই সকলৰ নিজস্ব ক্ষমতা আনৰ হাতত ।মাথো ৰখিয়া।

  • @ramanikumar9028
    @ramanikumar9028 Місяць тому +1

    ৰণোজ পেগু ডাঙৰীয়া এজন শিক্ষক হবলৈ যদি টেট " ডি ইএল ই ডি "বিএড এম এড প্ৰয়োজন তেতিয়া হলে এজন শিক্ষা মন্ত্ৰী হব লৈ হলে কমেও ১০বছৰ শিক্ষকতা কৰাৰ অত্যান্ত দৰকাৰ ।যিটো আপোনাৰ বা মুখ্যমন্ত্ৰী ৰো নাই ।সেই বাবে আপোনালোকে শিক্ষকক মৰ্যদা বা সন্মান দিবলৈ শিকা নাই বা বিদ্যালয়ৰআন্তগাঠনি কেনে হব লাগে এতিয়া লৈ নাজানে ।সেই বাবে আপোনা লোকে এতিয়া লৈ ২৫/৩০বছৰ বিনা বেটনে শিক্ষকতা কৰা শিক্ষক সকলক আপোনালোকে টিউটৰ নামত ১০৮০ বৰ্তমান ১২০০০টকাৰ অতি নিম্ম মানৰ পাৰিতোষিকদি চৰম অপমান কৰিছে।িন্তু আপোনালোকে কোনো ধৰনৰ অভিজ্ঞতা নথকাকৈ বিধায়ক মন্ত্ৰী হৈ প্ৰতি পাছ বছৰে দৰমহা /পেঞ্চন বঢ়াই গৈ আছে ।আপোনালোকটো চাকৰি কৰা নাই আপোনালোক জন প্ৰতিনিধি হে কিয় এনে হৈছে এয়ে নেকি জন সেৱকৰ মানসিকতা ।

  • @jitenbaruah9521
    @jitenbaruah9521 Місяць тому +11

    নাটক পুৰ্ব 10:02 পৰিকল্পিত গতিকে কাক কি একচন ল'ব? মন্ত্ৰী ক কাঠৰ মূড়া বুলি গণ্য কৰিলে চোন?

  • @nabiulislam7381
    @nabiulislam7381 Місяць тому

    ধন্যবাদ প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া নিৰ্ভিক ভাবে প্ৰশ্ন বিলাক উত্থাপন কৰাৰ বাবে।

  • @putulnath1715
    @putulnath1715 Місяць тому

    প্ৰশান্ত ৰাজগুৰু হৈছে অসমীয়া জাতিৰ বাবে এগজ জ্বলি থকা বন্তি।

  • @pabitranath4675
    @pabitranath4675 Місяць тому +1

    অন্য প্ৰদেশৰ লৰা ছোৱালীযে ভাষা টো জানিলেই PRC হৈ যায় নেকি?
    বিষয়া গৰাকীৰ বিৰুদ্ধে কি বেৱস্থা লব?
    নে তদন্ত কমিটি বহুৱাই থৈ সামৰিব।

  • @dipaborah6814
    @dipaborah6814 Місяць тому +2

    মামাই সকলোকে বহুৱাই হে থৈছে।

  • @user-dz8tx9hc4o
    @user-dz8tx9hc4o Місяць тому

    প্ৰশান্ত ৰাজগুৰুৰ ডাঙৰীয়া আৰু শিক্ষা মন্ত্ৰী ডাঙৰীয়াৰ কথোপকঠন খিনি ভাল লাগিল ।

  • @ajoykr.borthakur6094
    @ajoykr.borthakur6094 3 дні тому

    Excellent Dr Ranoj Pegu

  • @jitenbaruah9521
    @jitenbaruah9521 Місяць тому +13

    দেশ আজি অৰাজক।

  • @jonaiao9761
    @jonaiao9761 Місяць тому

    এইবোৰ প্ৰশ্নসমূহ CM siroku সুধিব সাংবাদিক দাদা

  • @devajitburagohain8122
    @devajitburagohain8122 Місяць тому +6

    অসমৰ সৰ্বকালৰ ভেলু নোহোৱা শিক্ষামন্ত্ৰী

  • @bisheswarborah4141
    @bisheswarborah4141 Місяць тому +2

    Thanks so much...Rajguru dangaria...

  • @Shua_098
    @Shua_098 Місяць тому +4

    Prasanta Rajguru sir apuni khub bhal kotha koise.

  • @hemkantasaroh2824
    @hemkantasaroh2824 Місяць тому +1

    শত কোটি প্ৰনাম ৰাজগুৰু ডাঙৰীয়া ।

  • @satyajitkumargogoi358
    @satyajitkumargogoi358 Місяць тому

    ৰাজগুৰু ডাঙৰীয়া আপোনাক সন্মান জনাইছো,আপুনি শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰি বহু কথা উদঙাই দিয়ালে।আজি দেশত অৰাজক চলিছ।

  • @dr.lakshmikalita8857
    @dr.lakshmikalita8857 Місяць тому +5

    বিনামূলীয়া নামভৰ্তি কৰণ ব্যক্তিগত শিক্ষানুষ্ঠান বিলাকত আছেনে?

  • @DurgeshorSaikia
    @DurgeshorSaikia Місяць тому +2

    Thanks to R.G .sir

  • @moidulislam1686
    @moidulislam1686 Місяць тому +1

    Absolutely right, Rajguru sir.

  • @mohiuddin2130
    @mohiuddin2130 Місяць тому

    ধন্যবাদ প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া।

  • @nabasonowal8530
    @nabasonowal8530 Місяць тому +3

    অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত উওৰ প্ৰদেশৰ আমন্ত্ৰিত শিক্ষক 😅😅

  • @user-vo7ei8ki5v
    @user-vo7ei8ki5v Місяць тому

    এইজন শিক্ষা মন্ত্ৰীৰ ব্যক্তিত্ব নাই ।।
    এখেতৰ নেতৃত্বত অসমৰ শিক্ষা শেষ।।

  • @dineshsarania4834
    @dineshsarania4834 Місяць тому +2

    ৪ৰ্থ স্তম্ভই ১ম স্তম্ভৰ ওপৰত যি জোকাৰণি তুলিলে,চাৰিওটা স্তম্ভই মজবুত হৈ পৰিল।ধন্যবাদ মন্ত্ৰী ডাঙৰীয়া আৰু এংকৰ ডাঙৰীয়া সকলকে বুজাই দিব পৰাৰ বাবে।

    • @dineshsarania4834
      @dineshsarania4834 Місяць тому

      ধন্যবাদ ধন্যবাদ ধন্যবাদ

  • @Jazzyboyzz49
    @Jazzyboyzz49 Місяць тому

    Salute PR g
    File less minister
    No ability to run department

  • @Competativeclass
    @Competativeclass Місяць тому

    Good news

  • @binudas8708
    @binudas8708 Місяць тому +2

    সকলো তেখেতসকলৰ নিজৰ মানুহ ।

  • @hemalatachetia3765
    @hemalatachetia3765 Місяць тому +3

    অদৰকাৰী ,,, অপ্ৰয়োজন ইয়াৰ অৰ্থ বুজাই দিয়ক শিক্ষামন্ত্ৰী মহাশয়।।🙏🙏🙏

  • @anjugogoi2390
    @anjugogoi2390 Місяць тому +1

    Rajguru. Sir.
    Thanyou

  • @prabitachutia448
    @prabitachutia448 Місяць тому +5

    শ্ৰুতলিপি পঢ়া যেন লাগিছে ,

  • @promudborgohain7920
    @promudborgohain7920 Місяць тому +3

    মন্ত্ৰী নহয় এটা লেমটৌ মাএ

  • @AsaduzZaman-lt9yi
    @AsaduzZaman-lt9yi Місяць тому +1

    Many many thank's Raj Guru sir .

  • @probinsaikia2641
    @probinsaikia2641 Місяць тому

    এইবোৰ বহুত উন্নত প্ৰজাতিৰ।দৈনিক নতুন নতুন পৰীক্ষণ চলাই আছে।

  • @user-jv4qh8xs2m
    @user-jv4qh8xs2m Місяць тому

    Prasanta rajguru, may God help you in your journey

  • @mahammedhussain141
    @mahammedhussain141 Місяць тому +2

    Rajguru Sir ajon dakhya Hangbadik apunaloi dhanyabad gyapon korisu🙏

  • @faizulhoque9464
    @faizulhoque9464 Місяць тому +1

    আমাৰ স্কুল সমূহ Govt aided school হয়। অসম চৰকাৰে MDMৰ পৰা বঞ্চিত কৰাৰ উদ্দেশ্যৰে এই স্কুল সমূহৰ মৌখিকভাৱে স্বীকৃতি বাতিল কৰিলে।লগে লগে সংশ্লিষ্ট কাৰ্যালয়ৰ ফালৰপৰা এই সমূহ স্কুলে SIKSHA SETUT attendance দিব নালাগে বুলি ক'লে।অদক্ষ এই গৰাকী মন্ত্ৰীৰ স্ববিৰুধী কথাৰ সীমা সংখ্যা সীমিত নহয়।

  • @user-ml9to2ei6l
    @user-ml9to2ei6l Місяць тому

    Rajguru dangriya apunak dhonyobad

  • @user-dc6dd5he2x
    @user-dc6dd5he2x Місяць тому +1

    মুখ্য মন্ত্ৰীৰ কথাত উঠা বহা কৰা মন্ত্ৰীৰ কোনো মন্তব্য উপস্থাপন নকৰাই ভাল বুলি ভাবো ৰাজ গুৰু ডাঙৰীয়া।

  • @UtpalJDas
    @UtpalJDas Місяць тому

    National Mediaৰ নকল কৰা যেন লাগিল। প্ৰশ্নসমূহ একঘেয়ামী । cross question কৰিব পৰা বহুখিনি অৱকাশ আছিল কিন্তু দক্ষতাৰ অভাৱ পৰিলক্ষিত হ'ল। সাংবাদিক হিচাবে ⁴/10 নম্বৰ দিলোঁ।

  • @animabegum1847
    @animabegum1847 Місяць тому +1

    Sangbadik sir aponak dhannyabad

  • @Rajesh6034
    @Rajesh6034 Місяць тому

    সব উল্টে পুল্টা 👍 ৰাতিপুৱা এটা সন্ধিয়া এটা ।।

  • @kishortalukdar3814
    @kishortalukdar3814 Місяць тому

    Xundor interview

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 Місяць тому +2

    PRC অসমত issue নকৰে। আবেদন কৰিলেও PRC নিদিয়ে। কিয় বাৰু

  • @ibadurmiah3111
    @ibadurmiah3111 Місяць тому +1

    Good Reporter

  • @balarambasumatary1084
    @balarambasumatary1084 Місяць тому

    Doing Good Anchor...

  • @dr.lakshmikalita8857
    @dr.lakshmikalita8857 Місяць тому +1

    প্ৰশান্ত ৰাজগুৰু ধমক। এইটো কেনেকুৱা বাক্য! 😮

  • @maloydeb1969
    @maloydeb1969 Місяць тому

    According to my view Education Minister's speech right

  • @user-el6rb5nw7k
    @user-el6rb5nw7k Місяць тому +1

    R.Pegu is very critical, standing his opinion anyway.

  • @pulinsaikia4984
    @pulinsaikia4984 22 дні тому

    Political partyৰ চেলা -চামুণ্ডাবোৰক কিয় smc/smdc ৰ president পাতিবলৈ জিলা শিক্ষা বিষয়াৰ যোগেদি গোপনে অবৈধ নিৰ্দেশ দিয়া হ’ল ? সেইটোও সুধিব লাগিছিল৷

  • @user-vw7os6hw7q
    @user-vw7os6hw7q Місяць тому +1

    He is one of the brilliant and knowledgeable human being

  • @arunsaloi209
    @arunsaloi209 Місяць тому

    উদাহৰন কোনাবা এজন বৰ্মন।

  • @AsrafulIslamblog
    @AsrafulIslamblog Місяць тому

    Education Ministeror Ata Kotha bohut val lagil Bahiror State Candidates a Change napai

  • @saratnath8534
    @saratnath8534 Місяць тому

    পকীঘৰ থকা লোকৰ এই ৰেচন কাৰ্দ নাই বহুতৰ।ইনকামৰ কথাই নাহে।

  • @kishoridas6447
    @kishoridas6447 Місяць тому

    শিক্ষা মন্ত্ৰী ডাঙৰীয়াই নিজাকৈ একো ক'ব নোৱাৰে। PRC খন বা Income certificate খন DC office বা Circle officeত গৈ লোৱাটো এটা প্ৰক্ৰিয়া। ইয়াত আমি একো অসুবিধা দেখা নাই।

  • @BashkarDoley-d1y
    @BashkarDoley-d1y Місяць тому +2

    Aru hudilo sir

  • @kalyandutta6542
    @kalyandutta6542 Місяць тому

    এক নম্বৰ হাৰামি ই।লাজ নাই তাৰ।

  • @rebulali1210
    @rebulali1210 Місяць тому

    প্ৰশান্ত দা চাব কান্দি দিব

  • @prabindoley675
    @prabindoley675 Місяць тому +2

    সাঙবাদিকে বহুত চেষ্টা কৰিছিলে
    কিন্তু নোৱাৰিলে ।

  • @sekhabdulhamid5270
    @sekhabdulhamid5270 Місяць тому

    ৰনোজ পেগু ডাঙৰীয়া আচল শিক্ষামন্ত্ৰী হয় জানো? কেতিয়া কি পৰীক্ষাৰ ৰিজাল্ট দিয়ে বপুৰাৰ একো খবৰেই নাথাকে

  • @akbaralikabir6183
    @akbaralikabir6183 Місяць тому +1

    Education should not only be universalised but globalised.

  • @sayedahmed-xj2xw
    @sayedahmed-xj2xw Місяць тому

    Thank you, Rajguru

  • @user-uz2td8wm6y
    @user-uz2td8wm6y Місяць тому +2

    আপোনিলোকে কোৱা তথাকথিত বিশেষ সম্প্ৰদায়টোক আপুনি কিয় শ্ৰেণীসংগ্ৰামৰ লগত একাকাৰ কৰিছে?

  • @anukulrabha5766
    @anukulrabha5766 Місяць тому

    পুতলা পাগল মন্ত্ৰীৰ সাক্ষাত লৈ কি লাভ ? এই পাগলৰ কথাৰ কি মূল্য আছে ? হিমন্তই যি কয় এইজনাই তাকে বেদ বাক্য হিচাবে মানি লয় ।

  • @TP68613
    @TP68613 Місяць тому +1

    Semester system tu uthai dibo lage tetiyahe asol khikhito ব্যক্তি pam....aji kali sem system t akol tention di education quality down korise...
    June interest e nai poha khei bilakeo college goi ane ane buja borhai ase...
    Manuhe skill...income...adi bohabole sasta koribo lage..
    Skill college বৃদ্ধি kori employment increase koribo lage...
    .
    Shina t suwasun sobe skill kam kore beleg beleg khetrot....
    Amat iyat pagol r dore sobe college t line hoi gole develop kot hobo
    Beleg dekhor student e 10 12 bosor boyokhote income kore
    Amar iyat system e beya

  • @Khunlaichiring
    @Khunlaichiring Місяць тому

    শিক্ষামন্ত্ৰী ডাঙৰীয়াই আচল কথা কৱ পৰা নাই এইকাৰণে, আচল কথা কলে মামাই ভাল গালি দিৱ।

  • @user-ec4rt8ij6k
    @user-ec4rt8ij6k Місяць тому +2

    Gradually the character of bjp is going to be exposed.....

  • @GautamBaruah-wd3ds
    @GautamBaruah-wd3ds Місяць тому

    Prasanta raj goru spokesperson of congress..

  • @kamalakantaroy3139
    @kamalakantaroy3139 Місяць тому

    প্ৰত্যেক বিভাগৰে একো একো জন মন্ত্ৰী আছে যদিও কামত নহা মন্ত্ৰী । সেই মন্ত্ৰী সকল থকাৰ পিছতো মুখ্য মন্ত্ৰীয়ে মুখ্য ভূমিকা গ্ৰহণ কৰে ।

  • @THEGAMINGSQUARD417
    @THEGAMINGSQUARD417 Місяць тому

    Good Education Minister

  • @jadavnath4360
    @jadavnath4360 Місяць тому +1

    তেওঁ কি জানে? মুখ্য মন্ত্ৰী হে জানে।

  • @user-bo3to3xg4y
    @user-bo3to3xg4y Місяць тому

    True is bitter

  • @rationale-point3023
    @rationale-point3023 Місяць тому

    শিক্ষা মন্ত্ৰী জন চাবিৰে পৰিচালিত।নিজৰ বুলি কোনো সিদ্ধান্ত ল'ব নোৱাৰে।উপায় নাই। সৰ্বেসৰ্বা বুলি এজনে। এয়া শিক্ষা মন্ত্ৰীৰ দূৰ্ভাগ্য। নিজৰ বৌদ্ধিক দিশৰ প্ৰয়োগত বিফল। আমাৰ বাবে " নাই মোমাইতকৈ কণা মোমাই এ ভাল।"

  • @GuninKrDutta
    @GuninKrDutta Місяць тому

    ১০০ নম্বৰৰ ৩ নম্বৰ মৌখিক, এজন শিক্ষকক কোনোবাই জোৰ জুলুম কৰি কাৰোবাক নিযুক্তি দিব নোৱাৰে।

  • @user-hw4yo4he9r
    @user-hw4yo4he9r Місяць тому

    সেইজনৰ পৰা বৰকৈ আশা নকৰাই ভাল. তেখেতক 5 বছৰ বয়সৰ পৰাই ভালদৰে জানো.

  • @GuninKrDutta
    @GuninKrDutta Місяць тому

    মাধৱ দেৱ বিশ্ববিদ্যালয়ৰত অসমীয়া উপাচাৰ্য নিযুক্তি দিয়াৰ ৰিজাল্ট আমি সকলোৱে দেখিলো।