অসম-হিন্দু-মুছলমান আৰু বাংলাদেশী...কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাৰ সৈতে NEWS HOUR

Поділитися
Вставка
  • Опубліковано 19 жов 2024

КОМЕНТАРІ • 154

  • @abdulhamid5144
    @abdulhamid5144 2 місяці тому +12

    শিলাদিত্য দেব আপোনিও বাংলাদেশী আপোনাৰ ঘৰটোও সিলেট জিলাত গতিকে আপোনি ভালকৈ জানিব আপোনালোক দুয়োজনে হৰিভকত যিহেতু দুয়োজনেই একে ঠাইৰ আপোনাক ধন্যবাদ।

  • @phanidharrabha8057
    @phanidharrabha8057 2 місяці тому +35

    সচা নহোৱাহেতেন অসমত মীঞাৰ সংখ্যা অভাবনীয় হাৰত নাবাঢ়িলেহেতেন । চৰকাৰী ব্যৱস্থা টোত আসোৱা আছে

  • @pkplusaxom3164
    @pkplusaxom3164 2 місяці тому +13

    দেশত এখন কঠোৰ আইন লাগে ,,,,যি সকল অবৈধ ভাৱে ভাৰতত প্ৰৱেশ কৰে তেওঁ লোকক কঠোৰ শাস্তি দিব লাগে আৰু যি সকল লোকে সেই অবৈধ ভাৱে অহা প্ৰবজন কাৰীক সহায় কৰে তেওঁ লোককো কঠোৰ শাস্তি দিব লাগে,,,,অবৈধ ভাৱে দেশত প্ৰৱেশ কৰা জন দেশদ্ৰোহী হয় আৰু দেশ দ্ৰোহীক সহায় কৰা জানো দেশদ্ৰোহী হয়,,,,,আমি এখন কঠোৰ আইন বিচাৰো,,,,

  • @bijitkalita2527
    @bijitkalita2527 2 місяці тому +51

    আমাক বাংলাদেশী নালাগে
    হিন্দু বাংলাদেশী/ মুছলিম বাংলাদেশী দুয়োটা নালাগে।।।
    একমত যদি কোৱা।।।।
    অসমীয়া ক ভালপোৱা কেইজন like কৰা।।

    • @MohidulIslam-tj8pq
      @MohidulIslam-tj8pq 2 місяці тому +1

      দাদা সঁচা কথা

    • @MohidulIslam-tj8pq
      @MohidulIslam-tj8pq 2 місяці тому +2

      NRC হব লাগে 1951

    • @OWZIDALI
      @OWZIDALI 2 місяці тому +1

      right 100%

    • @learnmore3665
      @learnmore3665 Місяць тому

      Chup kela

    • @Nirumoni4336
      @Nirumoni4336 Місяць тому +1

      শিলাদিত্য দেৱে নিজেই এজন বাংলাদেশী হিন্দু হয় হেই কাৰনে শিলাদিত্য দেৱে অসমত নিজৰ জাতিৰ জনসংখ্যা বৰাবৰ কাৰনে আৰু ভোট বেঙ্কৰ কাৰনে বাংলাদেশৰ পৰা অসমলৈ হিন্দু বাংলাদেশী আনিব কাৰনে শিলাদিত্য দেৱে খুবেই চ্ছেটা চলাই আছে । অসমৰ খিলঞ্জীয়া সকলে সাৱধান হওঁক আৰু অসমীৰ খিলঞ্জীয়া সকলৰ হাতত সময় থাকুতে অতি শুনকালে শিলাদিত্য দেৱক অসমৰ পৰা খেদিব লাগে

  • @manindrakar2811
    @manindrakar2811 2 місяці тому +2

    Sabas Shiladitya dev.Than you.

  • @assamnoobgamer9752
    @assamnoobgamer9752 2 місяці тому +3

    শীলাদিত্যয় বাঙলাদেশী বিদেশীৰ হৈ ইমান গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে।অথচ আমাৰ সদৌ অসম ছাত্ৰ সন্থাই ইমান দিনে একো কাম কৰিব পৰা নাই।সেইতোয়েই মোক বহুত চিন্তাত পেলায়।জয় আই অসম।

  • @lodrosingboro1083
    @lodrosingboro1083 2 місяці тому +8

    Shiladitya Deb,Aponak pronam 🙏🌹🙏🙏❤ khothakini 💯🙏 hoi

  • @MofpdulislamSharma
    @MofpdulislamSharma Місяць тому +1

    হাই ভগৱান হিন্দুচ থান ধন্যবাদ জয় শত্ৰা

  • @kakotikakoti6547
    @kakotikakoti6547 17 днів тому

    শিলাদিত্যদেৱক ধন্যবাদ🙏

  • @monzurtalukdar5179
    @monzurtalukdar5179 2 місяці тому +9

    হিন্দু মুসলমান এই কথা বিলাক আরু হুনিবলৈ ইচ্ছা নাই য়দি কোনোবাই য়দি বাংলাদেশী হয় তেওঁক বাংলাদেশত পঠিয়াই দিওঁক,,, হিমন্ত বিশ্ব শর্মা কি করি আছে

  • @pgoswami5378
    @pgoswami5378 Місяць тому +2

    অবৈধ বিদেশী বহিৰাগত লোকক এতিয়া কেনেদৰে চিনাক্ত কৰিবলৈ
    লৈছে। এই কথাবোৰ কেৱল আলোচনাই কৰি থাকিব নে কিবা
    তাৎক্ষণিক ব্যৱস্হা লোৱা হব ?
    ভোটৰ তালিকাত নাম থাকিলেই
    যে ভাৰতীয় নাগৰিক হব, বা নহব তাক কেনেদৰে বিচাৰ কৰি চিনাক্ত হব বা কৰিব।

  • @samudrahazarika110
    @samudrahazarika110 2 місяці тому +7

    AAMSU' ক বিশ্বাস কৰিব নোৱাৰি। একদম নোৱাৰি।

  • @radaliassame3397
    @radaliassame3397 2 місяці тому +9

    আমছু যে বাংলাদেশীৰ ৰক্ষক এনেই জনাই জানে বুজাই বুজে। আমছু কেতিয়াও খিলঞ্জীয়া মুছলমানৰ ৰক্ষক নহয় কেৱল অসম খনক বাংলাদেশ বনাৱ বিচাৰে।

  • @BanjitSaharia-qz8kr
    @BanjitSaharia-qz8kr 2 місяці тому +9

    আমচু আৰু শীলাদিত্য দুইজন এটা জাতিৰ বাবে কাম কৰি আছে। ইহঁত এজনো আসমীয়া নহয়।

  • @dhireswarkachari7715
    @dhireswarkachari7715 2 місяці тому +9

    হিন্দু মুছলমান বুলি কিয় ? কথা উলিয়ায় হিন্দু হক মুছলমান হক বাঙলা দেশী বাঙলা দেশীএই

    • @shuvadeepdey2574
      @shuvadeepdey2574 Місяць тому +2

      Tenekuwa musalmaan musalmaanei khilonjiya aru miya kiyo??? Jihadi jihadiye thakibo bhakha does not matter

  • @nirupamkalita816
    @nirupamkalita816 2 місяці тому +9

    হিন্দু বাংলাদেশী আৰু মুচলমান বাংলাদেশীৰ মাজত কাজিয়া😅😅😅

  • @popular321
    @popular321 Місяць тому +1

    Very nice Siladitya dev

  • @babuldas4341
    @babuldas4341 2 місяці тому +1

    বহুত ভাল কথা কৈছে

  • @nujrulHoque-yb1hf
    @nujrulHoque-yb1hf 2 місяці тому +5

    সত্যৰনজন বৰাই ঠিকেই কৈছে

  • @dilip7551
    @dilip7551 2 місяці тому +8

    ফাল্টু ডিবেত কৰি সাধাৰণ মানুহক ইমচনেল ব্লেকমেইল নকৰিবি। এজিপি, বিজেপি য়ে বছৰ বছৰ শাসন কৰি এটা বাংলাদেশীকো খেদিব পৰা নাই যেতিয়া অসমত এটাও বাংলাদেশী নাই। মহামানৱৰ ১৬ মে'ৰ পাছত বাংলাদেশীয়ে তালি-টুপোলা বান্ধিব লাগিব বুলি ফুটনি মৰা কথাষাৰৰ পাছত বাংলাদেশী দেখা পোৱা যাব বুলি ভাবিছিলো, কিন্তু কাৰ্যক্ষেত্ৰত শূণ্য। এই কাম নাইকীয়া এঙকৰটোৱে ক'ৰবাত দেখিছে যদি প্ৰশাসনক দেখুৱাই দিয়া নাই কিয়?

  • @DebojitGogoi-j8e
    @DebojitGogoi-j8e Місяць тому +3

    Amar Assamor News Minister Sir hokolo apunalukok ata onurudh je amar Assamote thoka Guwahati, Nagaon, Tinsukiar adi jegat Jibilak Bahiror Bihari aru Miya Mahuhor main Leder gidatak dhori ani News line bilakot bohuwai hihotor news Viral korok Karon amar Assamor ane bilak jegah Hihoti gelai pelaise. Aru haibilak bahiror manuhok khedibo lage first kotha.

  • @opnabigaming1365
    @opnabigaming1365 Місяць тому +1

    আমাৰ দেশত ভাল চিন্তা কৰিব পাৰা ব্যক্তি নাই নেকি? সদায় আক্ৰমণ কৰাৰ মুদত থাকিব লাগে। প্ৰতিৰোধৰ কৰাৰ মুদত থাকিব নালাগে। বাংলাদেশ, পাকিস্তানে সীমান্ত সুৰক্ষা দিয়া নাই সেই দেশ বিলাকে সীমান্ত মুকলি কৰি ৰাখিছে। গতিকে ভাৰতৰ ফালৰ পৰাও আক্ৰমণাত্মক হব লাগিব। দেখিলেই গুলী কৰক, ভাৰতৰ ভিতৰত পোৱা সকলক চিৰিয়াখানাত দিয়ক । সমস্যা সমাধান হব। আহিবলৈ ভয় কৰিব। একে ধৰ্মৰ বুলি ৰক্ষণাবেক্ষণ দিয়া সকলক কঠোৰ শাস্তি প্ৰদান কৰক সমস্যা সমাধান হব।

  • @radaliassame3397
    @radaliassame3397 2 місяці тому +6

    সত্যৰঞ্জনে বেলেগ দিছে মুখৰ পৰা মাত নোলাল

  • @bishnurampatar9239
    @bishnurampatar9239 Місяць тому +1

    মুছলমান জানিবলৈ হলে কোৰান জানিব লাগিব।।আচল পৰিচয় ওলাই যাব।

  • @madhabkalita2292
    @madhabkalita2292 2 місяці тому +14

    অসমত ইছলামিক ষ্টেট বনোৱাৰ ডাঙৰ ষড়যন্ত্ৰ চলি আছে..এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিব লাগিব..

  • @pungkhamuchahary6872
    @pungkhamuchahary6872 Місяць тому +1

    AAMSU should be band immediately from Assam!!!!!!!!

  • @MisplacedAaMe
    @MisplacedAaMe 2 місяці тому +2

    হিন্দুত্ববাদী চয়তান আৰু জিহাদী মৌলবাদী আসুৰিক শক্তি অসমৰ শত্ৰু। ইহঁতক প্ৰশ্ৰয় দিয়া প্ৰতিজন অসমীয়া হ'ল প্ৰট' বঙাই। অসমত একমাত্ৰ অসমীয়াৰ...

  • @NorenKardong
    @NorenKardong 2 місяці тому +6

    শিলাদিত্যকো অৱশ্যে তদন্তৰ আওতাত অনাটো প্ৰয়োজন আছে।তেখেতকো বাংলাদেশী মূলৰ মানুহজেন নালাগেনে কতিয়াবা? শিলাদিত্যই প্ৰথমতে গৃহবিভাগক জগৰীয়া নকৰি বিশেষ ধৰ্মক তাৰ্গেট কৰাটো ভাল হোৱা নাই।

    • @sadhankumarsarkar9617
      @sadhankumarsarkar9617 Місяць тому

      Stupid. Ex Prime Minister of India IK Gujral, Dr. Manmohan Singh came India from Pakistan.Ex Deputy Prime minister of India also from Pakistan. Are they called as pakistani?
      Know the real history of partition of India. Then write.

  • @kailashtalukdar7702
    @kailashtalukdar7702 2 місяці тому +3

    Siladityadev is right

  • @nirupamkalita816
    @nirupamkalita816 2 місяці тому +5

    আজিৰ গোটেইকেইজন অতিথিয়েই বাংলাদেশী দেখোন

    • @abdulkhalequemondal9591
      @abdulkhalequemondal9591 2 місяці тому +1

      Mor mone hoy, Shiladittyar bahire hokolo bilake Assomiya totha Bharotio.

    • @jayantasonowalsonowal98
      @jayantasonowalsonowal98 2 місяці тому

      মুছলিম কেইজন তোৰ ভিনিয়ে হয় পাগল

  • @hiranmayedeka2520
    @hiranmayedeka2520 2 місяці тому +1

    Good morning Shiladitya very nice very good very nice Excellent Answers ❤

  • @DebojitGogoi-j8e
    @DebojitGogoi-j8e Місяць тому +2

    Bangladeshi manuhok ba Assamor Bahiror manuhe jodi apunar (Mobile) tu bisare call koribole apuni nidibo karon Bahiror manuhe (OTO) luwat jorito Huwa manuh ai lndiat bohut manuh ase. Jodi Aamar Assame ai Coment tu dekhise tente like kora.

  • @M.G.615
    @M.G.615 2 місяці тому +8

    কংগ্ৰেছে আনিছিল বাংলাদেশী,অগপ ই নোৱাৰিলে খেদিব,এয়াই হৈছে অসমীয়া জাতিৰ ভৱিষ্যত।
    অসমৰ পৰা কংগ্ৰেছ দলক চিৰদিনৰ বাবে বিদায় দিব নোৱাৰিলে,ভৱিষ্যত অসমীয়া জাতি সংখ্যা লঘুত পৰিণত হব।
    গতিকে অসমৰ ৰাইজে মন বান্ধি লওক কংগ্ৰেছ দলটোক অসমৰ পৰা ধূলি সাৎ হৈ যায়।

    • @abdulhamid5144
      @abdulhamid5144 2 місяці тому

      আৰু বিজেপি চৰকাৰে কি কৰিলে এন আৰ চি টো ভালকৈ কৰিব নোৱাৰিলে।ৰাজনীতি কৰা বাদ দিয়ক ।

  • @ganeshdas7771
    @ganeshdas7771 2 місяці тому +2

    চৰকাৰ নিজৰ ক্ষমতা নিজৰ গতিকে শিলাদিত্য ডাঙৰীয়াই চিনাক্ত কৰা বিদেশীক বহিস্কাৰহে কৰিব লাগে।

  • @RajanikantaRoy-g5f
    @RajanikantaRoy-g5f 2 місяці тому +3

    Rejaul অৰ‌ কথা বোৰ ভাল নহয়

  • @nabendumazumder5864
    @nabendumazumder5864 Місяць тому

    ???? 1St 😮😮😮

  • @Anilbora-d8e
    @Anilbora-d8e 2 місяці тому +2

    Cm sir ki hoi ase aibur.oti sunkale todonto koribo Lage.

  • @imdadulhoque8859
    @imdadulhoque8859 2 місяці тому

    Joi ai ohom

  • @helaluddin4244
    @helaluddin4244 Місяць тому

    শিয়াল দৈত্য নিজেই বাংলাদেশী মানুহ।

  • @ditulhazarika4082
    @ditulhazarika4082 2 місяці тому +3

    Thik koise khilla ditta sir khodai aibur mnuhor vl bur asomr mnuhok jnai jbo lge

  • @pinkuutpal6032
    @pinkuutpal6032 2 місяці тому +2

    উঃ গোটেই কেইটা গোট খালে আজি 😊😊😊

  • @educationlife4614
    @educationlife4614 2 місяці тому

    😢😢moi he

  • @dipankarnath3733
    @dipankarnath3733 2 місяці тому +2

    গতেই কেইজনে বাংলাদেশী লোক

  • @RukiaMondol
    @RukiaMondol Місяць тому

    Siladita bangla dasi

  • @nirupamkalita816
    @nirupamkalita816 2 місяці тому +2

    বাঙাল এইসকল .. বাঙাল শিলাদিত্য আৰু বাকী বাঙাল

  • @jobedali4011
    @jobedali4011 2 місяці тому +2

    Election ahile ane talk show hoi thakei😂😂😂

  • @SaifulIslam-n4n6j
    @SaifulIslam-n4n6j Місяць тому

    হিলাদিত্য নাজেই বাংলাদেশী ৷

  • @nabamedhi8318
    @nabamedhi8318 21 годину тому

    Dada apunalokor beleg news nai aar? Baki portel cenelborok bohut beyakoi kolo, kin2 apunalokok kabole kiba akoman hani huwa jen paow

  • @raghunathbori3639
    @raghunathbori3639 2 місяці тому +1

    Buddhijibi sokole Bangladeshik nagarikatta di Asomok barbaad kori pelale.Jai Aai Asom.Jai Maa Kamakhya.

  • @baboralibaborali129
    @baboralibaborali129 Місяць тому

    শিয়াল এটা গতৰ পৰা বাংলাদেশৰ পৰা অসমলৈ অহা এটা শিয়াল

  • @hazarika3679
    @hazarika3679 2 місяці тому +1

    Sila k bor beyaa dhulay dekhun... Aamsu r leader tuway

  • @paragjrabha8570
    @paragjrabha8570 2 місяці тому

    Val korisavi agbarijaok

  • @UvIu-yt3pr
    @UvIu-yt3pr Місяць тому

    Ei reporter jon kom hiyal nohoi dei manuhok logai jujai meli tekhet asolote enjoy kori aase

  • @DinIslam-gu7qe
    @DinIslam-gu7qe 2 місяці тому +2

    Sela kon grohur pora aahise hodi sauk sun tar 1951 ot NRC aseninai

  • @lizalivestockpigfarm8608
    @lizalivestockpigfarm8608 Місяць тому

    Aamsur presdntor soritro bohot beya de

  • @hazarika3679
    @hazarika3679 2 місяці тому +1

    Bangladeshi both side fighting each other.... Miya is a Political Word used to gain more political mileage by the BJP

  • @ImdadHissain-cg4lm
    @ImdadHissain-cg4lm 2 місяці тому +1

    Eibilak Akou arambha korile hindu Musolman.... Professor.. Doctor.. Educated personok matok.. Ei bhando dujonor pora ki suggestion pabo

  • @ImranHussain-p8e
    @ImranHussain-p8e Місяць тому

    100℅ Bangladeshsi siladityo

  • @Sumite-ll3qh
    @Sumite-ll3qh 2 місяці тому +1

    Siladyttya toynu ki Bangla leagues r hoy

  • @DarshanDarsheel
    @DarshanDarsheel Місяць тому

    Lakhimpur nolkota namor thait West Bengal mursidabador bohut sondeshjukto Bangladeshi ase

  • @RafikulIslam-be5yb
    @RafikulIslam-be5yb 2 місяці тому

    Border thakote, border police thakote kenekoi ahe

  • @rustomali5250
    @rustomali5250 2 місяці тому +1

    Shiladitya kio studiot mate

  • @Habijulislam316
    @Habijulislam316 2 місяці тому +3

    La ilaha illallahu Mohammadur rasulallah 💚🤍❤️

  • @sanjayrabha8813
    @sanjayrabha8813 2 місяці тому

    Already hole bangala dekhii akhom khon .akhom khonor pubor pora pusimo loi ghuribo khale bile nudiye nuye pabo.jai akhom

  • @mustafasirclasses9270
    @mustafasirclasses9270 2 місяці тому +1

    Siladitta devor hatot Jodi Iman totta acil why 10 thousand crore NRC TH koroch Kora hol

  • @abdulmotalebchoudhury1106
    @abdulmotalebchoudhury1106 2 місяці тому

    এই খন চৰকাৰৰ দ্বাৰা আৰু ভাৰতীয় প্ৰশাসনিক ব্যাৱস্থাৰ দ্বাৰা আমি আৰু আমাৰ দেশ,😂 কিমান সুৰক্ষিত ??

  • @sankarkalitakalita8830
    @sankarkalitakalita8830 2 місяці тому +1

    MB khotom kori aso tat bahire ako bhal bhabishyat nepao????

  • @bhaskarborah6389
    @bhaskarborah6389 Місяць тому

    Aamsu kor pora jonmo hol amar eyat tu kunu Hindu student union nai tente Amiu Al Assam Hindu Student Union buli Apuna luk hokolu Hangbadikokm mur eta ahban je mur kotha khar olop gurutto diyok Apuna luk saturtha sthambho hoi apunaluke kothkhar olop gurutto hohokare lobo buli akha rakhisu

  • @dianuddinahmed5046
    @dianuddinahmed5046 2 місяці тому

    All Bangladesi to be deported from Assam from 1971 onwards either Hindu or Muslim. CAA AMMI NAMANU. JOI AAI AXOM. Siladitya citizenship is also under DOUBTFUL. 🙏

  • @Jai-p8q
    @Jai-p8q Місяць тому

    Shiladitya is real Assamese... Great.

  • @Bishaji-k1w
    @Bishaji-k1w 2 місяці тому

    Time ahibo

  • @Naseem.7
    @Naseem.7 2 місяці тому +1

    Shiladitya dev😂😂😂

  • @junvlogs1967
    @junvlogs1967 Місяць тому

    Satyaranjan asolote hoise mittha ranjan aru shiladatya hoise shiyaldatya

  • @LatifAli-b1t
    @LatifAli-b1t 2 місяці тому +1

    Kisuman Hindu mihi hoy sakalowe jane

  • @SankarTanti-up6gg
    @SankarTanti-up6gg 24 дні тому

    1951 hobo lage

  • @Khagenhajong-b4n
    @Khagenhajong-b4n Місяць тому

    Miya are not miinority moßtly entire assam scattering only leave of dhemaji and lakhimpur dist.further south bank dibrugarh and undevided shibasagar dist__so middle and lower assam miya full land

  • @KanchanSarkar-kp9fq
    @KanchanSarkar-kp9fq Місяць тому

    হিন্দু একজোট হবে লাগে

  • @lodrosingboro1083
    @lodrosingboro1083 2 місяці тому +1

    Usit kotha kole gustir bejar gorom vat dile kukuror bejar 😅

  • @NarayanDas-oz4og
    @NarayanDas-oz4og Місяць тому

    Siladitya sire kua kothabur hotya kotha

  • @BasuuBarman-w7r
    @BasuuBarman-w7r 25 днів тому

    Shila E Bangladeshi
    Akow Belegok Bangladeshi buli koy. Shilar passport ase ne? BJP r para kheda khale kiyo?

  • @abdulkhalequemondal9591
    @abdulkhalequemondal9591 2 місяці тому

    Shiladittyak hei babe bjpa nomination dia nai, sage.

  • @LatifAli-b1t
    @LatifAli-b1t 2 місяці тому

    Asomot kiman bhal manuh ase janu

  • @pobinneog2261
    @pobinneog2261 2 місяці тому

    Bhubaneswar.dev.apunar.word.clear.nohai

  • @BhumidharMadahi-cm5lg
    @BhumidharMadahi-cm5lg 2 місяці тому

    Aaru congress ok vot d b. Sob congress a miya hopak reason card votor card d sob hekh kori d le😢😢😢😢😢

  • @shamima6194
    @shamima6194 Місяць тому

    You can see last couple of years GDP Bangladesh is economically much better position compare than India, specially from Assam, Bangladeshi peoples have option to travel / migrate to USA, Canada, Europe and in various places of Middle East if so than why Bangladeshi people will migrate to Assam while Assam is economically backward place . This is false propaganda and there is no any proof that after 1971 that a single Muslim has migrate to Assam. Now Assam is running about 42% Muslim so for grow a country need harmony and the equal right of every nation.

  • @JayantaChoudhury-x6l
    @JayantaChoudhury-x6l 29 днів тому

    Hindu. Muslim
    Sab. Bangladesi. Khedi b. Lage

  • @bimalbiswas9577
    @bimalbiswas9577 2 місяці тому

    Arunaday aconir Paisa di broder gherao diok

  • @junvlogs1967
    @junvlogs1967 Місяць тому

    Shiladatya ajon bangladeshi

  • @derhacharnarzary4555
    @derhacharnarzary4555 2 місяці тому

    Bohut manuye nokli certificate bonaise

  • @JamalJamaluddin-y4f
    @JamalJamaluddin-y4f Місяць тому

    Ciladytto1no bangladsi

  • @ShanthinathBrhma
    @ShanthinathBrhma 2 місяці тому

    Amsur goru sur gari caycel sur nari bowari sowali sur mati bari sur gotei oporadi gedai geda,

  • @Bishaji-k1w
    @Bishaji-k1w 2 місяці тому

    Crime cora manuh kun

  • @ranjitnath2000
    @ranjitnath2000 2 місяці тому +1

    Amsu leader nonsence manuh . Behave najane neki .qurane ek din kotha koisene nai .iman anibo lage hoine .

    • @derhacharnarzary4555
      @derhacharnarzary4555 2 місяці тому

      Tahak Kiva bebostha nolole eko nohoi ,boyak kotom korar babe eku rasta nai

  • @educationlife4614
    @educationlife4614 2 місяці тому

    Siladityak tui thapor diyar mon ase mur moi bengoli hoi

  • @popular321
    @popular321 Місяць тому

    Aamsu 1no bidesi

  • @AnuarHussain-b1o
    @AnuarHussain-b1o Місяць тому

    কতো
    তুমি
    বাসনা
    কুবানিকি

  • @mrinalbasista8315
    @mrinalbasista8315 Місяць тому

    Apnar hiden agendabelek TV show t apani beleeg

  • @LatifAli-b1t
    @LatifAli-b1t 2 місяці тому

    Shiladityao bangladeshi hoy neki

  • @bipulali9045
    @bipulali9045 2 місяці тому +2

    সত্যৰনজন আৰু শিলাদত্তক মাতিব নালাগে

    • @himanshudutta609
      @himanshudutta609 2 місяці тому +1

      kele pol khole muslimor.

    • @babuldas4341
      @babuldas4341 2 місяці тому +1

      কেলাঃ তক মাৰিব লাগে নাকি
      সঁচা কথা কৈছে বুলি এতিয়া গাত জ্বলা উঠিছে

    • @gunajitsarma5579
      @gunajitsarma5579 2 місяці тому +1

      Kia ,tohatar kotha atia Ami sunibo lagibo neki

    • @jayantasonowalsonowal98
      @jayantasonowalsonowal98 2 місяці тому +1

      বেছিভাগ মুছলিম সকলে নিজৰ ধৰ্মৰ প্ৰতি কান্দে লাগিলে ভালেই হওঁক বা বেয়া হওঁক

  • @anisuzzaman9365
    @anisuzzaman9365 2 місяці тому

    Dur dui pagol sila, satya