জিলাই জিলাই নিষিদ্ধ ঘোষণা স্মাৰ্ট মিটাৰ লগাবলৈ অহা APDCL কৰ্মীক।

Поділитися
Вставка
  • Опубліковано 27 жов 2024

КОМЕНТАРІ • 537

  • @anjanasom-t4z
    @anjanasom-t4z 2 місяці тому +243

    এনেকৈয়ে প্ৰতিজন ৰাইজে প্ৰতিটো শোষণৰ বিৰুদ্ধে ওলাই আহিব লাগে

  • @Catsviralz
    @Catsviralz 2 місяці тому +60

    অসমীয়া মানুহ খিনি এক গোট হোৱাৰ সময় আহি গল।
    ২০২৬ চনত বজেপি বিদায় দিয়াৰ সময় আহি গল।

  • @SangitaboruahSangitaboruah-j9l
    @SangitaboruahSangitaboruah-j9l 2 місяці тому +127

    বিজেপি চৰকাৰৰ দিনত কেৱল লুন্ঠন ৰাজ হে চলিছে। বিজেপি চৰকাৰে মূল্য বৃদ্ধি জৰিয়তে জনসাধাৰণক কোঙা কৰিছে।

    • @shirazahamed8149
      @shirazahamed8149 Місяць тому

      Govorbakt bilake এইবিলাক বুজি নেপাই

  • @bipinchandraphukan1452
    @bipinchandraphukan1452 2 місяці тому +121

    এই স্মাৰ্ট মিটাৰে জনতাক জোৰোলা কৰিব।ইয়াক নিষিব্ধ কৰিব লাগে।

  • @PrabhatNath-z2b
    @PrabhatNath-z2b 2 місяці тому +30

    এনেদৰে সকলোৱে ওলাই আহক সুন্দৰ পদক্ষেপ। এইবোৰ চৰকাৰে লুনথন ৰজ বন্ধ কৰিব লাগে জয় আই অসম । ৩০০ইউনিত ফিৰি দিম বুলি কৈ মানুহক মাধমাৰ দিছে এনেকুৱা চৰকাৰ আৰু বেছি দিন নাথাকে জয় আই অসম।

  • @asomiaasom6008
    @asomiaasom6008 2 місяці тому +91

    সকলোৱে সজাগ হওক ।দকাইত এপিডিচিএলৰ কৰ্মী স্মাৰ্ট মিটাৰ লগোৱা কেদাৰ বোৰক সকলোৱে নিষিদ্ধ কৰক কাৰো ঘৰত সোমাব নিদিব ।অসম শত্ৰু জাতিদ্ৰোহী বদন বিজেপি চৰকাৰে অসমীয়াক বহুত নিৰ্যাতন কৰি জ্বলালে এতিয়া অসমীয়াই ভোটাধিকাৰেৰে বিজেপি তেজপিয়া হিমন্ত বিশ্ব শৰ্মা হতক ব্ৰহ্মপুত্ৰত উটুৱাই বাংলাদেশত পঠিয়াব লাগে ভুত খেদাৰ দৰে খেদিব লাগিব ।জয় আই অসম ।

    • @fakrulislam8319
      @fakrulislam8319 2 місяці тому +1

      Mama jindabad 💪

    • @asomiaasom6008
      @asomiaasom6008 2 місяці тому

      @@fakrulislam8319 ১৫০০ টকীয়া কুকুৰ বেছি দিন নাই মামা জিন্দাবাদ কৰি ভুকিবলৈ ।

  • @girindasarmah8003
    @girindasarmah8003 2 місяці тому +37

    বৰ সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। আমি ও সোমাবলৈ দিয়া নহব

  • @mohendradohutia-dj5km
    @mohendradohutia-dj5km 2 місяці тому +87

    স্মাট মিটাৰ বন্ধ কৰক।বন্ধ নকৰিলে আন্দোলন কৰা হব।।

  • @putulchgayan
    @putulchgayan 2 місяці тому +47

    কোনো দল বা সংগঠনে এই অন্যায়ৰ বিৰুদ্ধে অতি তৎকালে উচ্চন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থ-জড়িত কেচ এটি দিব লাগে । (কেচৰ বাবে জনতাই নিশ্চয় বৰঙণি দিব---- প্ৰয়োজন হ'লে আমিও বৰঙণি আগবঢ়াম ) । গতিকে সচেতন মহলে এই বিষয়ত আগ বাঢ়িব বুলি আশা কৰিলো ।

  • @rajusaikia2328
    @rajusaikia2328 2 місяці тому +99

    BJP চৰকাৰক 26 ভোট দিব নালাগে তেটিহা বুজিব

  • @debenhandique9958
    @debenhandique9958 2 місяці тому +27

    সুন্দৰ পদক্ষেপ।

  • @taradoi7957
    @taradoi7957 2 місяці тому +29

    অতি সুন্দৰ । তেজপিয়াই তেজ শুহি ঘৰ শেষ কৰি পেলাব । মোৰ ঘৰতে স্মাৰ্ট মিটাৰে ইচ্ছা মতে তেজ শুহি আছে । আগতকৈ মই দুগুন ভৰি আছো ।

  • @NashirAhmed-x4n
    @NashirAhmed-x4n 2 місяці тому +81

    আমাক আগৰ কেৰাচিন দিলেই হব ৷

  • @nayanjyotibaishya8483
    @nayanjyotibaishya8483 2 місяці тому +27

    মন্ত্রী বিধায়কে কেনেকৈ গম পাব স্মার্ট মিটাৰ কি কাৰণ সিহতে বিল দি পোৱা নাই যে। এই ডকাইট মিটাৰ বন্ধ কৰিব লাগে নহলে ২০২৬ত গম পাৱ ১২৫০ অৰুণোদয় লাখ টকীয়া বাইদেউ ৰ ভিনিয়েৰৰ গৰম কিমান মামা

  • @mintungatey7998
    @mintungatey7998 2 місяці тому +32

    মাজুলীত হব এতিয়া জুইৰ দৰে প্রতিবাদ

  • @MofidurRohman-u5n
    @MofidurRohman-u5n 2 місяці тому +38

    স্মাৰ্ট মিটাৰ লগাই টকা লোতিছে,😡😡

  • @AnantaSonowal-w6x
    @AnantaSonowal-w6x 2 місяці тому +30

    মুঠতে ডকাইত মিটাৰ বন্ধ কৰক

  • @ranjitgogoi1031
    @ranjitgogoi1031 2 місяці тому +9

    সুন্দৰ পদক্ষেপ

  • @NashirAhmed-x4n
    @NashirAhmed-x4n 2 місяці тому +81

    আদানীক ধনী কৰিবৰ বাবে এই Smart মিটাৰ

    • @rajeshhazarika1663
      @rajeshhazarika1663 2 місяці тому +4

      একদম ঠিক কথা

    • @Real12976
      @Real12976 2 місяці тому

      Tene toie bona ata meter.....😂😂😂😂😂😂😂😂

    • @bijusaikia5372
      @bijusaikia5372 2 місяці тому

      অন্ধভক্ত ১২৫০/-​@@Real12976

    • @success2089
      @success2089 2 місяці тому

      ​@@Real12976 কি তই মিটাৰ বনা কুকুৰ | আম্বানিৰ পুতেক

    • @akashkonwar2975
      @akashkonwar2975 2 місяці тому

      ​@@Real12976oi maksudai

  • @BROJENBORUAH-m3y
    @BROJENBORUAH-m3y 2 місяці тому +29

    আমাক আগৰ মিটাৰটো ঘুৰায় লাগে।

  • @dkvlogs0145
    @dkvlogs0145 2 місяці тому +11

    অতি সুন্দৰ পদক্ষেপ। স্মাৰ্ট মিটাৰ নহয়, এয়া স্মাৰ্ট লুণ্ঠন।

  • @SunilPatar-qb6yy
    @SunilPatar-qb6yy 2 місяці тому +6

    সুন্দৰ প্ৰতিবাদ

  • @putulchgayan
    @putulchgayan 2 місяці тому +15

    Good decession .✌️✌️✌️

  • @chinmoydas4475
    @chinmoydas4475 2 місяці тому +15

    কোনো মূল্যৰ বিনিময়ত স্মাৰ্ট মিটাৰ ‌লগাবলৈ দিব নালাগে। সাধাৰণ জনতা সজাগ হক ।

  • @MixerYouTube-sc5tq
    @MixerYouTube-sc5tq 2 місяці тому +5

    এইবাৰ ভোট দিয়াৰ আগতে বিবেকৰ ব্যৱহাৰ কৰিব ।

  • @footballlover-gl2tl
    @footballlover-gl2tl 2 місяці тому +9

    অতি সোনকালেই smart metter বন্ধ কৰিব লাগে। Smart metter ৰ নামত আমাৰ দৰে সাধাৰণ ৰাইজক হাৰাশাস্তি কৰি আছে। APDCL য়ে আমাক smart metter নালাগে

  • @Sweetyboruah3008
    @Sweetyboruah3008 2 місяці тому +20

    Smart meter nalage .

  • @Randeep-kb1xh
    @Randeep-kb1xh 2 місяці тому +20

    দুৰ্নীতি লুণ্ঠনৰ মাধ্যম স্মাৰ্ট মিটাৰ ।

  • @asingomuk4916
    @asingomuk4916 2 місяці тому +6

    এনেকৈ সকলোৱে আগবাঢ়ি যাব লাগে। গোটেই অসমতেই আন্দোলন হব লাগে।

  • @HappyLife-v1z
    @HappyLife-v1z 2 місяці тому +5

    ২০২৬ চনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়া ✅🇮🇳
    জয় আই অসম ❤️😍

  • @Dhantiji
    @Dhantiji 2 місяці тому +8

    নিষিদ্ধ কৰিবলৈ কিটো আছে , স্মাৰ্ট মিটাৰ লগোৱাটো বাধ্যতামূলক বুলি কোনো গাইডলাইনত উল্লেখ নাই ৷ যদি কোনোবাই লগাবলৈ জোৰজৱৰদস্তি কৰি তেন্তে আদালতৰ দ্বাৰস্থ হব লাগে ৷

  • @umanandagogoi4997
    @umanandagogoi4997 2 місяці тому

    Right

  • @bhabanigogoi3278
    @bhabanigogoi3278 2 місяці тому +1

    Nice

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv 2 місяці тому +6

    ৫০০০কোটিৰ ঠিকা এই smart meter আদানিয়ে পাইছে কেৱল অসমত। তেন্তে গোটেই ভাৰতবৰ্ষৰ ৰাজ্য সমুহত কিমান হাজাৰ কোটি টকা হব ভাবি চাওক এবাৰ???

  • @bijitgogoi2170
    @bijitgogoi2170 2 місяці тому +3

    শান্তি অসম ।

  • @ubaidulislam9275
    @ubaidulislam9275 2 місяці тому +6

    Good Decision 👍👍

  • @MukulHazarika-zi7yx
    @MukulHazarika-zi7yx 2 місяці тому +13

    2026 চনত দেখুৱাই দিওক

  • @niyazahmed6105
    @niyazahmed6105 2 місяці тому +7

    Sob jagat ai protibad hbo Lage sob manuh ulai ahibo Lage ....

  • @mitaliborah8448
    @mitaliborah8448 2 місяці тому +7

    আমাক এনেকুৱা মিটাৰ নালাগে এইতোৱে ভাত নুখুৱাই তেজ খাব

  • @iftikaraliahmed3389
    @iftikaraliahmed3389 2 місяці тому +8

    We have no need smart meter.

  • @NakulGogoi-m7h
    @NakulGogoi-m7h 2 місяці тому

    Hundor,

  • @rakashdas9087
    @rakashdas9087 2 місяці тому +6

    সুম্দৰ পদক্ষেপ চৰকাৰে দকাইতৰ দৰে সাধৰন জনতাৰ পৰ টকা লৈ আছে

  • @SumirChanda-rq2zi
    @SumirChanda-rq2zi 2 місяці тому +22

    Amak smart nalage please 🙏🙏🙏🙏

  • @DipakHamrom-hk1lx
    @DipakHamrom-hk1lx 2 місяці тому +2

    বৰ সুন্দৰ পদক্ষেপ মোৰ ঘৰত আগতে ৬৫ টকা আহে এতিয়া মাহত ৫০০ টকা আহিছে

  • @anantarajkhowa4606
    @anantarajkhowa4606 2 місяці тому +4

    আমাক আকৌ আগৰ BPL মিটাৰ দিয়ক নহলে কথা বেয়া হব

  • @abdussattar6766
    @abdussattar6766 2 місяці тому

    Very good job i like it......we want justice...

  • @Boruah_Education_
    @Boruah_Education_ 2 місяці тому

    🎉🎉😊ভাল খবৰ ।

  • @ripunjoygohain8164
    @ripunjoygohain8164 2 місяці тому +3

    Good decision by people of ASSAM against Smart Meter. Well done

  • @binoykalita7597
    @binoykalita7597 2 місяці тому +8

    নেতাধাৰি কিছুমান দালালে কমিচনৰ ভাগ পাবলৈ এই কামবোৰত হাত উজান দিছে।লুন্টঠ, সকলোতে লুন্ঠন।

  • @PoretushSarkar
    @PoretushSarkar 2 місяці тому +3

    Very. Good

  • @DhunuDas-m7h
    @DhunuDas-m7h 2 місяці тому

    Dada apuni val kotha koyse

  • @digantaphukan2405
    @digantaphukan2405 2 місяці тому

    Good step

  • @suhaelakhtar7815
    @suhaelakhtar7815 2 місяці тому +3

    আকৌ এবাৰ বিজেপি চৰকাৰ, বিজেপিক ভোট দিয়ক

  • @royassam7250
    @royassam7250 2 місяці тому +1

    জয় আই অসম

  • @pranjalgogoi1297
    @pranjalgogoi1297 2 місяці тому

    ভাল পদক্ষেপ

  • @HeeramoniHazarika
    @HeeramoniHazarika 2 місяці тому +2

    BJP চৰকাৰ এখন ব্যবসায়ী গোষ্ঠিৰ চৰকাৰ | জনসাধাৰণ দুখীয়া ৰ দুখ নোবোজে | কেবল বৃদ্ধি আৰু বদ্ধি | জুইশাল নির্মম তো বৃদ্ধি কৰিলে | ইয়াতকৈ আৰ বুজিব কিবাকী আছে | এদেও দুদেও নুটা নিয়া ছেও | প্রথমেই ৰাইজে বুজিব লাগিছিল৷

  • @aoomusicofficial2124
    @aoomusicofficial2124 2 місяці тому +1

    Current bill tinigun ahise Aeibar.... ki koribo ulaise ... Mamai

  • @gopalbaruah-nq8ue
    @gopalbaruah-nq8ue Місяць тому

    Very nice...,.

  • @gunwtiboruah9672
    @gunwtiboruah9672 2 місяці тому

    👍👍👍 very very very good.

  • @Dipalengti
    @Dipalengti 2 місяці тому

    Right 👍

  • @teenpatti1853
    @teenpatti1853 2 місяці тому +3

    Good job bohu hoijjo korisu aro korise raije atia ar hoijjor hima hehk hoise .
    BJP govt. Go back

  • @dipankarphukan1945
    @dipankarphukan1945 2 місяці тому

    বহুত বহুত বহুত সুন্দৰ 👌👌👌👌👌👌

  • @PranabjyotiDeka-v2y
    @PranabjyotiDeka-v2y 2 місяці тому

    Mza ❤❤❤

  • @HamimLaskar-re5uf
    @HamimLaskar-re5uf 2 місяці тому

    সুন্দর পদক্ষেপ

  • @lolmanchoudhury4730
    @lolmanchoudhury4730 2 місяці тому

    Khub vl khobar

  • @AliIsub
    @AliIsub 2 місяці тому

    Thank u veri good

  • @rekibulali6228
    @rekibulali6228 2 місяці тому

    Very Good

  • @Armanali-et9vh
    @Armanali-et9vh 2 місяці тому +3

    We want justice

  • @apurbadasdas9539
    @apurbadasdas9539 2 місяці тому

    ধুনীয়া বাইদেউ আপোনাক নমস্কাৰ জনালোঁ

  • @দদদ
    @দদদ 2 місяці тому

    Good job 👍👍👍

  • @enoshpando5639
    @enoshpando5639 2 місяці тому +2

    Good news

  • @anilbaruah3605
    @anilbaruah3605 2 місяці тому

    Hundar

  • @biswajitmallabujarbaruah7021
    @biswajitmallabujarbaruah7021 2 місяці тому

    Very good steap

  • @nurulhoque5743
    @nurulhoque5743 2 місяці тому +1

    Thanks

  • @sukurali2769
    @sukurali2769 2 місяці тому

    Bery good

  • @Sarnongzang14
    @Sarnongzang14 2 місяці тому

    Proud of you guys " hosake amio bohut postaisu, ami karbi anglong pora koi asu hosake bohut beya

  • @Lalit-ug3yn
    @Lalit-ug3yn 2 місяці тому

    খুব ভাল সিদ্ধান্ত।

  • @likhangogoi5420
    @likhangogoi5420 2 місяці тому +1

    Ek bossor free hob lage

  • @babulsaikia462
    @babulsaikia462 2 місяці тому +2

    Good Dicision

  • @manabmohan6894
    @manabmohan6894 2 місяці тому +4

    আমাৰ আগৰ মিটাৰ ঘোৰাই দিয়ক

  • @Kiran-si2bf
    @Kiran-si2bf 2 місяці тому +1

    আমাৰ লখিমপুৰ জিলাৰ শিমলু গুৰি ত সকলো ঘৰতে লগাইছে ,আমি আপত্তি কৰোঁতে কৈছে পিছত হলেও লগাব লাগিব ,পিছত কিনি লগাব লাগিব বুলি কৈছে ,

  • @heutimarak9137
    @heutimarak9137 2 місяці тому

    right.

  • @ProdipDas-hm7cb
    @ProdipDas-hm7cb 2 місяці тому

    👍

  • @prasanta11227
    @prasanta11227 2 місяці тому

    Mza

  • @AmiyaChutia-t8h
    @AmiyaChutia-t8h 2 місяці тому

    Good job

  • @ManjitGogoi-ye4gh
    @ManjitGogoi-ye4gh 2 місяці тому

    Very good ❤

  • @satbangsaboro6341
    @satbangsaboro6341 2 місяці тому +2

    Very good hobo lage Bon

  • @firozahmedsarkar6562
    @firozahmedsarkar6562 2 місяці тому

    Yes sir good 👍👍👍

  • @deepjyotiollmixedvideo5628
    @deepjyotiollmixedvideo5628 2 місяці тому

    Good news....joi ai axm💪💪💪

  • @piyusvloger3547
    @piyusvloger3547 2 місяці тому +1

    Val hyse moi u akmot.mr miter chang nkrile vangi direct logam sau kun ahe fali dim

  • @junaligogoi5546
    @junaligogoi5546 2 місяці тому

    মজা

  • @phuninpro2269
    @phuninpro2269 2 місяці тому

    Good 💯

  • @Akashdipboro
    @Akashdipboro 2 місяці тому

    Very good

  • @amnztube
    @amnztube 2 місяці тому

    Amar ghoroto smart meter dim buli koi photo Mari loi goise..moi ghorot nasilu..maiki manuh ghorot asil..billor kagos khujise..diyar pisot bole bill r kagos hatot loi photo uthai loi goise

  • @MainaPahadi
    @MainaPahadi 2 місяці тому

    Very nice

  • @azaharulislam2800
    @azaharulislam2800 2 місяці тому

    #StopSmartMeter

  • @niranjansut5432
    @niranjansut5432 2 місяці тому

    Thike korise. Anekoi koribo Lage.

  • @padmanathdoley3510
    @padmanathdoley3510 2 місяці тому

    Excellent

  • @AmarMedhi-ty8cb
    @AmarMedhi-ty8cb 2 місяці тому

    ❤❤❤❤❤❤❤❤

  • @jitugogoi6098
    @jitugogoi6098 2 місяці тому

    Bhal hoise ,xuxonkari sorkar.