আপোনাৰ অঞ্চলত যদি বিদ্যুৎ কৰ্তন হৈছে তেন্তে কাৰেন্ট বিচাৰি ফোন নকৰিব APDCL ক।

Поділитися
Вставка
  • Опубліковано 7 вер 2024
  • আপোনাৰ অঞ্চলত যদি বিদ্যুৎ কৰ্তন হৈছে তেন্তে কাৰেন্ট বিচাৰি ফোন নকৰিব APDCL ক। ঠিকনা বিচাৰি গ্ৰাহকক ভাবুকি APDCL ৰ কৰ্মচাৰীৰ। চাঞ্চল্যকৰ ফোন ৰেকৰ্ডিং।
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

КОМЕНТАРІ • 747

  • @manasdeka7263
    @manasdeka7263 Місяць тому +118

    দিনৰ দিনটো এই উৎকট গৰমত বেলেগৰ ঘৰত হাজিৰা কৰি আহি, উৰে নিশা বিচনী খন হাতত লৈ উজাগৰে থাকি ৰাতিপূৱাই আকৌ কামলৈ ওলাই যোৱা মানুহ জনেহে জানে লাইন টো কিমান দৰকাৰ।

  • @BulumoniSaikia-ui8fh
    @BulumoniSaikia-ui8fh Місяць тому +48

    তাক publice. ধুলাই দিলে চিধা হৈ যাব ।

  • @bkp9774
    @bkp9774 Місяць тому +65

    এইবোৰ কাৰণতেই মানু্হ অধ্বজ্য হৈ নকৰিব লগীয়া কাম কৰি পেলায় ।

  • @porashjyotineog5984
    @porashjyotineog5984 Місяць тому +131

    A p d c l ৰ মানুহ জনক বিহিত ব্যবস্থা লব লাগে।

  • @asingomuk4916
    @asingomuk4916 Місяць тому +91

    ২ বাৰ ৩ বাৰৰ কথা নাই।গৰমত কাৰেন নহ'লে ১০০ বাৰো কৰিব পাৰোঁ ৰাজ্য।

  • @khagenassam5778
    @khagenassam5778 Місяць тому +85

    বিল আনিব গলে ইহঁতক লাইনৰ খুটাত বান্ধি থব লগে।

  • @manabbaishya9877
    @manabbaishya9877 Місяць тому +59

    এই বাৰ বিল নিব আহক । apdcl আৰু চৰকাৰক মাত্ৰ টকা লাগে।কুববা লাগিব ইহঁতক

  • @asmigomgaming7960
    @asmigomgaming7960 Місяць тому +31

    এই কৰ্মচাৰী জনক CM Sir চাকৰি পৰা বৰ্খাস্ত কৰক

  • @palpaldilkepas3566
    @palpaldilkepas3566 Місяць тому +124

    অসহায় গ্ৰাহকৰ ওপৰত কৰ্মচাৰিৰ গুন্ডাগিৰি, মানসিক অত্যাচাৰ , অপমান ……এয়া কি হৈছে , ইয়াৰ বিচাৰ হবনে ? আইনে কি ব্যবস্থা লব ?

  • @janmonibora2626
    @janmonibora2626 Місяць тому +40

    চূদুৰ ভাই linemen অকৰা পায় ড'ম দি'ছ । আমি পাব লাগিছিল তোক , mathursud গাতৰ ভিতৰৰ পৰা টানি আনিলো হেতেন ,

  • @bharatbaruah5702
    @bharatbaruah5702 Місяць тому +33

    বিদ্যুৎৰ কৰ্মচাৰী ক অসমৰ মানুহে এক হৈ পিতিব লাগে মাছুল মাহে মাহে বঢ়াই আছে

  • @dhirajfddfbarua1276
    @dhirajfddfbarua1276 Місяць тому +50

    জীৱনত ভাল officer আদি টো হোৱাৰ capacity এই নহ'ল। চুৱা চেলেকাই Lineman টো হওঁতেই home minister হোৱা বুলি ভাবি লৈছে।

  • @user-ow4vf2hl6t
    @user-ow4vf2hl6t Місяць тому +127

    এই লাইনমেনটোক কটি চুচৰাই লৈ আহচোন কোনোবাই কেলা😡😡

  • @romesworsompramary2453
    @romesworsompramary2453 Місяць тому +4

    চৰকাৰে কৰ্মচাৰীক নিলম্বন কৰিব লাগে।

  • @padmadharkalita3775
    @padmadharkalita3775 Місяць тому +55

    ধৰি আনি ৰদত বান্ধি থব লাগে

    • @naturalvlogs6.5
      @naturalvlogs6.5 Місяць тому +4

      Thik koisaa... AC room ot bohi dadagiri dekhai asee

    • @rajeshhazarika1663
      @rajeshhazarika1663 Місяць тому

      😂একদম ঠিক কথা কেলা

    • @nripenboruah32
      @nripenboruah32 Місяць тому

      Line man aru Ac🎉🎉🎉

  • @MainulHoque-rx7jo
    @MainulHoque-rx7jo Місяць тому +57

    আগতে কাষ্টমাৰৰ লগত কথা পাতিবলৈ সময় নাছিল কিন্তু জগৰা কৰিবলৈ সময় কত পালে ৷ তাৰ মানে গুণ্ডাগিৰি ৷

  • @bigboss.3213
    @bigboss.3213 Місяць тому +41

    দুবাৰ ফোন কৰিলে কি হয় ,কুকুৰৰ পোৱালী

    • @rajeshhazarika1663
      @rajeshhazarika1663 Місяць тому

      😂একদম ১০ বাৰ কৰিম কেলা

  • @rajlaxmisaikia8071
    @rajlaxmisaikia8071 Місяць тому +15

    ইমান গৰমত ফোন নকৰি মৰিলেহে হব মানুহ.... তেওঁক চাকৰিৰ পৰা খেদিব লগে

  • @pulinsaikia4984
    @pulinsaikia4984 Місяць тому +62

    ঘোচখোৰ অফিচাৰৰ তলৰ অসভ্য কৰ্মচাৰী

  • @PM-gw1ou
    @PM-gw1ou Місяць тому +14

    বাংলাদেশীয়ে দেশ লুটা নাই লুটিছে এই বিজুলী বিভাগে.মন গলেই বিল বৰাই। ইয়াত কোনো দল সংগঠনে ও মাত নামাতে কাৰণ সিহঁতৰ মুখবোৰ সোপা দিয়া হয়।

  • @kamaleswarbarman1454
    @kamaleswarbarman1454 Місяць тому +59

    এইজন‌ কৰ্মচাৰীক চাকৰিৰ পৰা খেদিব লাগে

  • @mukibulhussain2622
    @mukibulhussain2622 Місяць тому +38

    ইয়াৰ ওপৰত আইনী ব্যৱস্থা লব লাগে ইমান অভ্ৰদ মানুহ

  • @krishnagogoi1657
    @krishnagogoi1657 Місяць тому +28

    নিজৰ ব্যৱহাৰেই নিজৰ পৰিচয় | কাৰেন্ট নাথাকিলে ১০ম বাৰ ফোন কৰিব | তেখেতে কি দায়িত্বত নিজে জানি লব লাগে | দায়িত্বত থাকিলে ফোন কৰিবই | গ্রাহক জনে ভাল কথাই কলে |

  • @PranabjyotiSaikia-qn5ot
    @PranabjyotiSaikia-qn5ot Місяць тому +18

    বিদ্যুত বিভাগৰ এনে ব্যক্তিৰ এনে ব্যৱহাৰৰ বাবেই লপা-থপা খাবলৈ পায়।মুখ্যমন্ত্ৰী মহোদয় এনেকুৱা ব্যক্তিয়েই চৰকাৰ আৰু বিদ্যুত বিভাগক বদনাম কৰে।কৰ্মচাৰী জনৰ ব্যৱহাৰ চাওঁক। কাৰেণ্টৰ বিল দিয়াৰ অলপ পলম হ'লেই কিয় কাৰেণ্ট কাটিবলৈ আহে।ৰাইজ কাৰেণ্ট কাটিবলৈ আহোতে তেনে ব্যক্তিক তাৰ উত্তৰ দি দিব লাগে।

  • @hiturhymes3440
    @hiturhymes3440 Місяць тому +18

    যদি তোমাৰ এই কাম কৰিবলৈ অসুবিধা হৈছে বা নোৱাৰিছ তেনে হ'লে এৰি দিয়া। বেলেগ এজন মানুহে কৰিব কিজানি সেই জনৰ মানুহ পৰা ভাল সহাৰি পাব মানুহৰ ব্যৱহাৰে মানুহ পৰিচয়

  • @brahmanandadutta7357
    @brahmanandadutta7357 Місяць тому +17

    এই টোক আজিয়েই কামৰ পৰা খেদি দিয়ক, ৰাইজে তাক কানত ধৰি আঠু কঢ়াই থাকিবলৈ দিয়ক।

  • @user-hy9gv3ob2r
    @user-hy9gv3ob2r Місяць тому +7

    ইমান কথা পাতিথকাৰ প্ৰয়োজন নাছিল সেই অভদ্ৰটোক অফিচৰ পৰা উলিয়াই আনি ভালকৈ চৰ কেইটামান সোধাব লাগিছিল !চিনি পায় যদি এতিয়াও অকনমান মৰম কৰি দিব লাগে যাতে গ্ৰাহকক এনে অভব্য অচৰণ আৰু নকৰে।

  • @user-kt2bs2rw6o
    @user-kt2bs2rw6o Місяць тому +11

    অসম বিজুলি বিভাগৰ আত্মালৈ শান্তি দিয়ক🙏😂🤣

  • @nirmalpradhan5188
    @nirmalpradhan5188 Місяць тому +28

    এনে কৰ্মচাৰীৰ সামাজিক ব্যৱস্থা হ'ব লাগে, আইনী ব্যৱস্থাত মোৰ ভৰসা নাই।
    🤬

  • @aainikenchangmai9180
    @aainikenchangmai9180 Місяць тому +14

    বৰষুণৰ পানী দুটোপাল পৰিলেই,গছৰ পাত লৰিলেই current কাটি দিয়া APDCL ৰ ওপৰত গ্ৰাহক অতিষ্ঠ হৈছে।এই গৰমত কাৰেন্ট নথকা ৰোম এটাত APDCL ৰ কৰ্মচাৰীক বান্ধি ৰাখিব লাগে।

  • @mrinaligogoi296
    @mrinaligogoi296 Місяць тому +6

    APDCL ৰ কৰ্মচাৰি ৰ গুন্দাগিৰি ৰ পৰা সাধাৰন ৰাইজক বচাব বুলি চৰকাৰলৈ আমাৰ বিনম্ৰ অনুৰুধ 🙏🙏🙏

  • @user-xr5xw5fg1r
    @user-xr5xw5fg1r Місяць тому +16

    কামপুৰত নগাঁও জিলাত গোটেই ৰাতি Current নাই

  • @DipenModoi-zf1js
    @DipenModoi-zf1js Місяць тому +15

    লাইন কিহৰ বাবে লাগে নাজানে নতুন কৈ্ শিকাব লাগিব নেকি অসমীয়া ‌কথা বুজি নাপায় মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে সামান্য বেবহাৰ খিনিও নাজানে

  • @user-yi7ps4po7f
    @user-yi7ps4po7f Місяць тому +4

    আও।ইমান দম যে।ধৰি আনক সেইটোক। দম বাহিৰ কৰাই দিয়ক।

  • @Fullsupport32
    @Fullsupport32 Місяць тому +14

    Muk dom dibo ahi la চুচৰাই‌ চুচৰাই‌ মাৰিম কেলা‌ কিহৰ দʼম সিহঁতৰ

  • @JeetBorah-yc7dc
    @JeetBorah-yc7dc Місяць тому +11

    Ai lineman tu dismiss kribo lage

  • @sankurhazarika
    @sankurhazarika Місяць тому +6

    ইয়াৰ উচিত তদন্ত হ'ব লাগে 🙏👊

  • @hemantaborgohain4493
    @hemantaborgohain4493 Місяць тому +5

    এই লাইনমেনটোক বিভাগে শাস্তি নিদিলে পাবলিকে ধৰি আনি ধুলাই দি মূখত চি কৰি দিব লাগে । বিদ্যুৎ বিভাগক চৰকাৰে এনেকুৱা শিষ্টাচাৰৰ প্ৰশিক্ষন দিছেনেকি ?

  • @bhabasankarchakraborty7538
    @bhabasankarchakraborty7538 Місяць тому +5

    আপনি ঠিকই কৈছে। আজি কালি আকৌ বিদ্যুৎ নাথিলে phone receive নকৰে

  • @user-cp8wl2oy2n
    @user-cp8wl2oy2n Місяць тому +2

    এই চাকৰিয়াল জনক মুখ্যমন্ত্ৰী মহোদয়ে চাকৰিৰ পৰা নিলম্বিত কৰিবৰ কাৰণে অনুৰোধ জনালো এই জনৰ নিছিনা কমছাৰি আমাক নালাগে সকলো গ্ৰাহকে মিলি এই জনক কিবা এটা কৰিবলৈ অনুৰোধ কৰা হল ধন্যবাদ

  • @aswinikonwar1726
    @aswinikonwar1726 Місяць тому +4

    আইনী ব্যৱস্থা লওঁক তাৰ ওপৰত।

  • @user-yu9hd2sq3v
    @user-yu9hd2sq3v Місяць тому +4

    এই লাইনমেনটোৱে বৰ ডাঙৰ কাম কৰিছো বুলি ভাবিছে নেকি....তাক ভালকৈ গৰুপিটন দি দিলেই ঠিক হৈ যাব।

  • @manasdas4504
    @manasdas4504 Місяць тому +3

    Poisa di sakori lowa bur enekuwa a hoe...aru aiburor uprt complain di labh nai...rastat line or khutat bandhi pithi fali dibo lage...

  • @bipulborah2193
    @bipulborah2193 Місяць тому +7

    ১০০ বাৰ ফোন কৰিব যদি গুৰুত্ব নিদিলে,বেতা তুমি এজন কৰ্মচাৰী,ইমান খঙ দেখালে বেয়া,খঙ সকলোৰে আছে।

  • @DumonKoushik-yb8yi
    @DumonKoushik-yb8yi Місяць тому +4

    এই হাৰামজাদ লাইনমেনতোৰ ওপৰত শাস্তিমুলক ব্যৱস্হা লব লাগে

  • @bestanjaankahaniyan1984.....
    @bestanjaankahaniyan1984..... Місяць тому +21

    এই লাইন মেন জনক গলহতিয়াই বাহিৰ কৰি দিব লাগে। এনে অভদ্ৰ 🎉 কৰ্মচাৰী নালাগে। আমাৰ বহুতো নিবনুৱা ল'ৰা আছে। তাৰ ঠাইত নতুন নিযুক্তি দিব লাগে। তেতিয়া হে
    চাকৰিকালত দাদা গিৰি দেখুওৱা যেন পাব।

  • @TaslimAliBabul
    @TaslimAliBabul Місяць тому +10

    চৰিয়াই কানৰ লটি চিঙি পেলাব লাগে ?

  • @userDancebodomusic
    @userDancebodomusic Місяць тому +6

    Solar system best 12000watt solar I have 😎eaikon ASSAM hoi gosor pat lorise current kat😂

  • @apurbadasdas9539
    @apurbadasdas9539 Місяць тому +5

    সিঁহতক বন্ধ কথা এটাত বান্ধি থব লাগে লাইন নহোৱাকৈ তেতিয়াহে বুজিব লাইনৰ কিমান প্ৰয়জন হয়

  • @user-cd3sy3qx9z
    @user-cd3sy3qx9z Місяць тому +5

    Apdcl ৰ কৰ্মচাৰী কোনো জাননী নোহোৱাকৈ কেনেকৈ লাইনে কাটিবলৈ আহে overdue হলে আগতীয়া notice দিয়া ব্যৱস্থা কৰিব লাগে।

  • @RahulGohain-ly9yn
    @RahulGohain-ly9yn Місяць тому +4

    Dada kbo nalage surdurvai kbo lage tak ...

  • @nazmulkarimborbhuyan6694
    @nazmulkarimborbhuyan6694 Місяць тому +2

    The employee should be taught a lesson which he would remember for his life.

  • @sumitpaul9876
    @sumitpaul9876 Місяць тому +6

    All district same condition 😢

  • @rajendrad4620
    @rajendrad4620 Місяць тому +11

    আমাৰ ঢকুৱাখনা এনেকুৱা মানুহ আছে

  • @abontitamuli9689
    @abontitamuli9689 Місяць тому +15

    কানতলীয়া পোৱ নাই সি

  • @asikurali1982
    @asikurali1982 Місяць тому +7

    ৰাইজে APDCL APP ত Complaint দিব লাগে। ওপৰৰ পৰা Pressure আহিলে বাপ বুলি কাম কৰিব।

  • @dhirajdas7842
    @dhirajdas7842 Місяць тому +11

    আমি আকৌ লাইনমেনক হে দম দিওঁ, লাইন মেনে আমাক এনেকৈ কবলৈ আজিলৈকে সাহস কৰা নাই 😁😁😂😂

  • @kjeng9809
    @kjeng9809 Місяць тому +3

    ইয়াক এবাৰ মোক লগ কৰাই দিলে ভাল লাগিব🙏

  • @user-mr3iq8cw5u
    @user-mr3iq8cw5u Місяць тому +2

    মই এই মানুহ জনক চাপৰ্ট কৰা নাই কিন্তু এজন সাধৰণ কৰ্মচাৰী এনেধৰণৰ ব্যৱহাৰ কৰিছে বাবে ইমান খং কিন্তু অসত নেতা সকলে ৰাজনীতিৰ জৰিয়তে বিভিন্ন বেয়া কম কৰি আছে সেইবোৰত একো মাত নাই।

  • @rintumonikakati4350
    @rintumonikakati4350 Місяць тому +8

    Government should take action against this staff of APDCL

  • @kanakpranvachyas3588
    @kanakpranvachyas3588 Місяць тому +6

    ইমান মইমতালি কৰি গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰা ফোন ভাইৰেল হোৱাৰ পিছতো তেনেকুৱা অসভ্য কৰ্মচাৰী জনৰ ওপৰত বিভাগীয় ভাবে কি ব্যৱস্থা গ্ৰহণ কৰিলে বাৰু নে প্ৰমোচন দিয়া হল জনাবচোন

  • @trademarktm417
    @trademarktm417 Місяць тому +6

    APDCL workers are very rude behavior in all Assam. Need to teach them nicely in about quality behavior.

  • @user-jd3cm1qm6t
    @user-jd3cm1qm6t Місяць тому +11

    Assam.tonic khai ase

  • @SanjayDas-ld8ey
    @SanjayDas-ld8ey Місяць тому +7

    C M a tatalike byabasta lobo lge

  • @KalpaJBora
    @KalpaJBora Місяць тому +3

    Abpcl lineman should be punished

  • @rajkumardas4975
    @rajkumardas4975 Місяць тому +12

    এই শক্তিবিভাগৰ লেবাৰ জনৰ কথা শুনি অবাক লাগিলো ইহতৰ ইমান অতপালি নে ইয়াক ৰাইজে ধৰি তাৰ পিথিতু ফুল বাছি দিয়ক কেলা °°°°°°°°

  • @ashishdas9636
    @ashishdas9636 Місяць тому +19

    APDCLor Kormocharie anekua challenge korile tak piti sidha kori dibo lage. Amar pora dormoha pai amar oporot udvondali. SDE bilakor kuno khobor nai , staff bilake ki kori ase.

  • @SanjayBorahkumar
    @SanjayBorahkumar Місяць тому +8

    কোন হয় তয় মোৰ ওচৰত আহ।সাধাৰণ মানুহৰ ওপৰত অত্যাচাৰ
    নকৰিব।বহুত বেছি হল।

  • @jscreation5966
    @jscreation5966 Місяць тому +6

    Ai line man to mati pelai raijor agot athu korai rampiton dbo lage.

  • @munindrabora7339
    @munindrabora7339 Місяць тому +2

    APDCL এইজন কৰ্মচাৰীৰ ওপৰত অতি কঠোৰ ব্যৱস্থা ল'ব লাগে এজন গ্ৰাহকক দম দিয়াৰ কোনো অধিকাৰ নাই কৰ্মচাৰীৰ

  • @imanali9626
    @imanali9626 Місяць тому +7

    আজি২৮/০৭/২০২৪ ৰাত ১২বজাৰপৰা নগাঁও জিলাৰ ধিং সমষ্টিৰ অন্তৰ্গত শালমৰাবড়ি গাঁৱত কাৰেণ্ট নাই।

  • @DhirajDeka-g6u
    @DhirajDeka-g6u Місяць тому +2

    Bidhan xova ahi ase cm sir , alp vabi xidhanta louk

  • @nobingogoi5619
    @nobingogoi5619 Місяць тому +2

    Mama please suspend him....

  • @madhurjyamahanta
    @madhurjyamahanta Місяць тому +1

    গ্ৰাহকে পইছা দি current লৈছে । গ্ৰাহকৰ অধিকাৰ আছে অভিযোগ দিয়াৰ । কোনোবা অসভ্য Apdcl ৰ কৰ্মচাৰীয়ে গ্ৰাহকক বেয়া ব্যৱহাৰ কৰিলে চৰকাৰে, আইনে বিহিত ব্যৱস্থা লবই লাগে । Prepaid meter লগাই ইতিমধ্যে ৰাইজে কষ্ট পাই আছে ।

  • @bijoybaruah9172
    @bijoybaruah9172 Місяць тому +3

    এইটো সঁচাকে বিদুৰ ভাই ।

  • @DambaruHazarika-ne3ox
    @DambaruHazarika-ne3ox Місяць тому +4

    লাইন প্ৰবলেম হলে castomerareat call কৰিব লাগে. এজন লাইন মেনক 24 ঘণ্টাই যদি ফোন কৰি থাকে আৰু 80% মানুহে বেয়া ব্যৱ্হাৰ কাৰি থাকে তেনেহলে লাইন মেন জনৰ মথা কি হব এবাৰ চিন্তা কৰিব লাগে. লাইনমেন কি মানুহ নহই নেকি.লাইন মেনৰ কি ঘৰ বাৰি নাই নেকি . লাইন মেনৰ প্ৰব্লেম বোৰ নিউজ চেনেল বোৰে প্ৰচাৰ কৰিব লাগে.

    • @hafijulislam6412
      @hafijulislam6412 Місяць тому

      Exactly

    • @madhuborah5779
      @madhuborah5779 Місяць тому +1

      Line man jone Jodi nijor duty kribo nuware job Ari dile hol.Assam,t bahut nibonuwa ase

  • @ajaytanti6697
    @ajaytanti6697 Місяць тому +20

    সঁচাকৈ এওঁলোকৰ একো ভয় ভাৱ নাই।নিজৰ মন মতালি কাম কৰি আছে। এনে দাং খাই কথা কোৱা সাহক কৰ পৰা পালে এওঁ সকল লোকে।

  • @user-cp8wl2oy2n
    @user-cp8wl2oy2n Місяць тому +1

    বিজেপিৰ ভুট ভাঙিছে A,P,D,C,L,লে বিল দিয়াৰ লগে লগেই গ্ৰাহকৰ মাজত আলছনা হয় যে ইমান বিল দিছে বিদ্যুতৰ কানেকচন কটাই দিম আৰু বিজেপিক ভুট নিদিও বুলি সকলোৱে কয় গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে বিল বিলাক কমাই দিবৰ কাৰণে অনুৰোধ জনালো ধন্যবাদ

  • @birenhazarika5185
    @birenhazarika5185 Місяць тому +1

    বিভাগিয় বিষয়াৰ লগতে মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ অতি জৰুৰী,।

  • @sumanofficial6411
    @sumanofficial6411 Місяць тому +1

    সকলো জেগাতে একেই অবস্থা দিনত কাৰেন্ট নাথাকে আৰু ৰাতিও নাথাকে । কিন্তু বিল এদিনত 60 টকাকে আহে।

  • @proton_neutron_electron
    @proton_neutron_electron Місяць тому +5

    Consumer court ot complain kri dibi, hehot sob milla ase. Poisa timely jodi payment krisa as a customer time ot bostu pabo lagibo. Payment service krne he dise public a nhole americat goi bikiri kribi current.

  • @prasannabora7644
    @prasannabora7644 Місяць тому +3

    Poisa dile current pabo lage...himanei janu

  • @dambarbiswakarma7319
    @dambarbiswakarma7319 Місяць тому +1

    পুলিচক দিৱ লাগে এনেকুৱা ব্যৱহাৰ কৰা মানুহক।

  • @Doko_590
    @Doko_590 Місяць тому +2

    Sorkari sakorir ohonker dekhuaise sorkar re sorkari sakorir manuhburor uporot complain ahile sakorir pora khedibo lage😊😊

  • @prasannabora7644
    @prasannabora7644 Місяць тому +3

    Case dia eyar oport

  • @BadshaRohim-ns6gk
    @BadshaRohim-ns6gk Місяць тому +7

    Dadagiri

  • @karunasarmah1015
    @karunasarmah1015 Місяць тому +3

    Ei line man hupa gutei raati mod khai khai pori thake....... Jimanei ji nhouk eku response nai...... Morning kaam koribo jai 10ta bojaaat... Baki customer more -haze kunu matlab nai.. Kintu poisa lutar karone APDCL ek number..

  • @debojitkonwar6356
    @debojitkonwar6356 Місяць тому +1

    Apdcl or বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুমান নিয়ম বান্ধি দিব লাগে আৰু এই সকল কৰ্মচাৰী এ এনে দৰমহা খাই অফিচত বহি থাকে

  • @manojkumarray4501
    @manojkumarray4501 Місяць тому +1

    মামাৰ চৰকাৰত এনে অসৌভ্য নিভয় কৰ্মচাৰী কেনেকৈ আছে , ভাবি পোৱা নাই

  • @Doko_590
    @Doko_590 Місяць тому +2

    The Apdcl dog was drunk😂😂😂😂😂

  • @geetimalika9469
    @geetimalika9469 Місяць тому +6

    এই জন apdcl অৰ কৰ্মচাৰীক দুটা মান গুৰ মাৰি নীলম্বন কৰিব লাগে l

  • @jayantahazarika5598
    @jayantahazarika5598 Місяць тому +1

    ব্যৱহাৰ ভাল কৰিব দাদা । তেখেতো মানুহ

  • @SatymevaJayate007
    @SatymevaJayate007 Місяць тому +7

    APDCL ৰ অসভ্য ৷ গ্ৰাহক আইনৰ পৰিপন্থী কৰ্ম কৰিছে ৷

  • @jayadass2681
    @jayadass2681 Місяць тому +2

    গুনদা বাহিনী এইবাৰ A PDC Lতটো শোমাল।

  • @rinku97836
    @rinku97836 Місяць тому +4

    amar iyat hole iyak koti susurai loge loge koi ahilu hoi😂😂😂😂

  • @dipaksaikia6248
    @dipaksaikia6248 Місяць тому +1

    অতি সিঘে বিভাগীয় কতৃপক্ষক অবগত কৰি বহু দুৰলৈ বদলি কৰাৰ ব্যবস্থা কৰিব ভাল হব ।

  • @user-ti1mk5cw3g
    @user-ti1mk5cw3g Місяць тому +1

    Action should be taken against this APDCL Employee. Electricity is a Essential Service for which payment is made by a Consumer, and Employees get a Salary for their Job and duty.

  • @babulsaikia462
    @babulsaikia462 Місяць тому +2

    ইয়াৰ ওপৰত ব্যবস্থা নললে আৰু কাৰোবাক এনে ব্যৱহাৰ কৰিব। ইহঁতৰ ব্যৱহাৰ এনে ও বেয়া।

  • @sujitsarkar5819
    @sujitsarkar5819 Місяць тому +1

    Anei bill ahe mahot 3000,5000 aitu pisot o level dadagiri...aikhini uporot bebost lobo lage

  • @meghalidas7824
    @meghalidas7824 Місяць тому +1

    অসম চৰকাৰ পৃস্হপোসকত -- এফালে ডক্টৰ,নাৰ্চিং হোম, বিদ্যুৎ বিভাগে অসমত ডকাইত সদৃহ লুট ৰাজ চলাই আছে। আৰু বিজুলী খুটাত কিবা বিজুতি ঘটিলে ঠিক কৰি দিয়াৰ নামত ৩০০,৪০০ টকা দাবি কৰে আৰু দিব নুখুজিলে দুদিন, তিনি দিনলৈ লাইন নাপাব পাৰে।