Fatty Liver ঘৰতে ঠিক কৰিব পাৰি ? ফেটি লিভাৰ কিমান ভয়ানক ? Devottom ||

Поділитися
Вставка
  • Опубліковано 22 січ 2025

КОМЕНТАРІ • 1,3 тис.

  • @mayamahanta5908
    @mayamahanta5908 9 місяців тому +3

    কথাখিনি বৰ ধুনীয়া কৈ বুজাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।

  • @tomjeetali8638
    @tomjeetali8638 3 роки тому +4

    ছাৰ মোৰো ঘৰ নলবাৰীত, আপুনি সকলো কথা বহুত সহজ সৰল ভাষাত ধুনীয়াকৈ বুজাই দিয়ে তাৰ কাৰণে বুজাত কাৰো অসুবিধা নহয় তাৰ কাৰণে আপুনাক বহুত বহুত ধন্যবাদ আৰু এটা কথা আপুনাৰ মুখত নলবেৰা ভাষা শুনিলে বহুত ভাল লাগে আৰু এইটোক লৈ গৌৰৱ অনুভৱ কৰোঁ।

  • @archanakalitaphukan4281
    @archanakalitaphukan4281 2 роки тому +15

    ফেটি লিভাৰ সম্পৰ্কীয় কথাখিনি জানি বহুত উপকৃত হ'লো..! ধন্যবাদ...
    আপোনাক ভগৱানে কুশলে ৰাখক🙏..!

  • @manjilaahmed1413
    @manjilaahmed1413 Рік тому +2

    আপোনাক বহুত বহুত বহুত ধন্যবাদ।sir আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰিলোঁ।

  • @bandanakalita8631
    @bandanakalita8631 2 роки тому +9

    ছাৰ মোৰো নন এলকহলিক ফেটি লিভাৰ আৰম্ভ হৈছে ।বহুত ভয় খাই আছিলোঁ।আপোনাৰ ভিডিও টি চাই বহুত সাহস পালোঁ।বহুত বহুত ধন্যবাদ।ভগৱানে আপোনাৰ মংগল কৰক।

    • @pryka4
      @pryka4 10 місяців тому

      Apunr grand 1ne 2 hoisle

    • @bijusaha1845
      @bijusaha1845 2 місяці тому

      Aapunaar fatty liver thhik holl ney​@@pryka4

  • @mousumihazarika6255
    @mousumihazarika6255 Рік тому +2

    ইমান সহজ ভাৱে বুজায় দিয়াৰ বাবে বহুত ধন্যবাদ জনালো 🙏🙏

  • @hirakjyotisaloi4963
    @hirakjyotisaloi4963 3 роки тому +37

    আপোনাক লগ পাব মন আছে.. কাৰণ সঁচা মনৰ মানুহ আপুনি গম পায়.... 🙏 ❤️

    • @lilawotichetry3259
      @lilawotichetry3259 3 роки тому

      ছাৰ চিকিৎসকে কুৱা মতে টেষ্ট কৰোঁতে লিভাৰ বহুত বাঢ়িছে বুলি কৈছে। তেওঁ দিয়া মেডিচিন খাই আছো যদিও ভাল পুৱা নাই। আপোনাৰ পৰামৰ্শ বিছাৰিছো।

    • @mousumihazarika8563
      @mousumihazarika8563 Рік тому

      Sir your contact number tu dibo plz

  • @marinavlog4708
    @marinavlog4708 Рік тому +5

    আল্লাহে আপোনাক ভালেৰে ৰাখক দোৱা কৰিছোঁ।

  • @arifulhussain4044
    @arifulhussain4044 4 роки тому +37

    আল্লায় আপোনাৰ মংগল কৰক তাৰেই কামনা কৰিলো...বহুত বহুত ধুনীয়াকে বুজাই দিয়াৰ বাবে

  • @DevabalaGogoi
    @DevabalaGogoi Місяць тому

    বহুত বহুত ধন্যবাদ চাৰ । সকলোখিনি ভালদৰে বুজাই দিয়াৰ বাবে ।

  • @NiluAXOM
    @NiluAXOM 3 роки тому +110

    আধা বেমাৰ আপোনাৰ কথা শুনিলেই ভাল হৈ যায় ছাৰ। সু-স্বাস্থ্য কামনা কৰিলোঁ 🙏

    • @rupkantapathori2852
      @rupkantapathori2852 3 роки тому +4

      Your valuable advices are actually helpful to us.Thanhs a lot from Golaghat Assam

    • @rinakalita2820
      @rinakalita2820 3 роки тому +2

      আপোনাৰ কথাবোৰ শুনিলে আধা এধি বেমাৰ ভাল হৈ যায়। বহুত নজনা কথা জানিলো। ধন্যবাদ ছাৰ।

    • @minakshikalita3778
      @minakshikalita3778 2 роки тому

      @@rupkantapathori2852 জ্জ্ললঞঞঞ0

    • @worldwidesongspd4268
      @worldwidesongspd4268 2 роки тому

      একদম মানে ১০০/ সচা

    • @janakdas2923
      @janakdas2923 2 роки тому

      সুন্দৰ পৰামৰ্শ ছাৰ

  • @aaruhikashyap6752
    @aaruhikashyap6752 3 роки тому +1

    Chakravarty borsapori আপোনাৰ কথাবোৰ শুনি থাকিবৰ মন যায় ভাল লাগে ।ধন্যবাদ

  • @beenaborah1098
    @beenaborah1098 3 роки тому +29

    বহুতে বহুত কথা জানিব পাৰে কিন্তু আপোনাৰ দৰে ইমান সহজ কৈ বুজাব নোৱাৰে। আপুনি আমাক বহুত উৎসাহিত কৰিছে ।

  • @rahimuinahmed6029
    @rahimuinahmed6029 3 роки тому +2

    বহুত দুনিয়া কথা কলে, তাৰ বাবে ধন্যবাদ মোৰ
    ফালৰ পৰা . Your are great person....
    I salute.........

  • @amalchandramedhi9115
    @amalchandramedhi9115 4 роки тому +5

    বহুত সুন্দৰ কৈ বুজাই দিলে...👌👌
    ধন্যবাদ..💐
    Pancrititis ৰ বিষয়ে অলপ ভালকৈ কব চোন....alcoholic আৰু unalcohorlic ...🙏

    • @sarathazarika6765
      @sarathazarika6765 3 роки тому +1

      Moiu janibo bisaru

    • @balibat2kakodonga210
      @balibat2kakodonga210 Рік тому

      ছাৰ মোৰ লৰাটোৰ বয়স আঠ বছৰ।আজি চাৰি দিনমান হল সি ৰাতি শুই থকা অৱস্থাত আধা ৰাতি জাপ মাৰি উঠে আৰু উশা লব নোৱাৰা নিচিনা হয়।ছাৰ এনেকু্ৱা ধৰণৰ বেমাৰ আছেনেকি জনাব বুলি আশা থাকিল।

  • @loknathdas5152
    @loknathdas5152 6 місяців тому +1

    ধুনিয়া লাগিছে আপোনাৰ কথাখিনি শুনি। মইওঁ এতিয়া এই সমস্যাত পৰি আছোঁ। আপুনি কৱা মতে কৰি আছো বৰ্তমান।

  • @ekosoronom1821
    @ekosoronom1821 3 роки тому +5

    বহুত ধন্যবাদ জনালোঁ ৷ জয় আই অসম ৷

  • @nabakantadas769
    @nabakantadas769 Рік тому +1

    আপোনাক ভগবানে ভালে ৰাখক । আৰু এনেধৰনৰ ভিডিঅ বোৰ যাতে আমালৈ পঠিয়াই থাকে । তাৰে কামনা

  • @legendff1460
    @legendff1460 4 роки тому +7

    ধন্যবাদ. দাদা ভাল লাগিল কথা খিনি যানি কিন্তু মোৰ এইবিলাক বেমাৰ নাই বাৰু ক্ষীণাইহে গৈছে ফল মূল খালে শকত হ'ব পাৰিম ন জিম যাব লাগিব😊🙃🙏

  • @RanjitDas-wu6bm
    @RanjitDas-wu6bm 3 роки тому

    দাদা বহুত সুন্দৰকৈ কথাখিনি বুজাই দিলে।আপোনাৰ পৰামৰ্শ মতে চলিলে দীৰ্ঘ আয়ু হব পাৰিম।অতি শেষত আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

  • @sukanyatalukdar7325
    @sukanyatalukdar7325 4 роки тому +11

    Sir please tell us more about liver fibrosis and how to reduce alkaline phosphate from a higher level and reasons for high alkaline phosphate. Can cirrhosis be cured? Please can you make another video for fibrosis.

  • @joyntahajorika1201
    @joyntahajorika1201 2 роки тому +1

    ছাৰ অতি সুন্দৰ পৰামৰ্শ দিছে।অশেষ ধন্যবাদ।

  • @KhanindraDutta
    @KhanindraDutta 3 роки тому +4

    Thank you so much sir. Currently, I'm suffering from non-alcoholic fatty liver. Will follow your advice.

    • @jiten2408
      @jiten2408 3 роки тому

      Bro..kun grade t ase fatty liver...kot treatment korisa

    • @jiten2408
      @jiten2408 3 роки тому

      Val paisa ne atia agotkoi

    • @bedantube
      @bedantube 2 роки тому

      ALT kiman ase?

  • @jayajunjun
    @jayajunjun Рік тому

    সুন্দৰ সমীধান । মোৰ ২/3 non alcoholic fatty liver হৈ আছে । ডাক্তৰ পৰামৰ্শ মতে চিকিৎসা কৰি আছো ।

  • @mahroofrahman48
    @mahroofrahman48 3 роки тому +5

    Excellent presentation. Allah bless you such a beautiful video.

  • @likheswargogoi5312
    @likheswargogoi5312 8 місяців тому

    তথ্য-প্ৰযুক্তি বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ মানুহৰ জীৱন শৈলীত।

  • @kunaljeetgohain
    @kunaljeetgohain 3 роки тому +4

    আপোনাৰ কথাখোনিয়ে সঁচাকে বহুত ভাল লাগে

    • @DevottomAxom
      @DevottomAxom  3 роки тому

      Thank you 🙏🏻.. share kori dibosun please.. mur onurudh thakil..

    • @Teer983
      @Teer983 2 роки тому

      Tel khab pari ne nuwari

  • @sunamdeka7593
    @sunamdeka7593 Рік тому

    Apuni amak iman help korise amar karane iman bhabe.. Bhagwaan e bohut bohut ashirwaad diyok apunak bhale bhale rakhe jen🙏

  • @rawmaterials9439
    @rawmaterials9439 4 роки тому +7

    আপুনি এক সাহস। ❤

  • @anjubhattacharyya9472
    @anjubhattacharyya9472 Рік тому +1

    বহুত সুন্দৰ কথা কলে ।মোৰো ফেটি লিভাৰ গ্ৰেড ২ হৈছে ।আপোনাৰ পৰা বেমাৰটো বিষয়ে সম্যক জ্ঞান পালো ।ধন্যবাদ

  • @mdmusical6097
    @mdmusical6097 3 роки тому +10

    ঈশ্বৰে আপোনাৰ মঙ্গল কৰক

  • @deepjyotidas2397
    @deepjyotidas2397 Рік тому

    Dr. Degree lolai doctor nohoi kintu aponar nisina gun thakile he patient bilake xahokh pai, xundor sir🙏🙏🙏

  • @barnalichakraborty6785
    @barnalichakraborty6785 3 роки тому +3

    বহুত বহুত ধন্যবাদ 🙏

  • @pk...3145
    @pk...3145 8 місяців тому +2

    ইমান সুন্দৰকৈ বুজালে ছাৰ,,, ভালে থাকক সদায় আপুনি

  • @nirmalidas5184
    @nirmalidas5184 3 роки тому +11

    Sir my brother has been suffering from fatty liver since 6 years...first 6 months he was doing exercise and all...but after that he was not doing any exercise and was not taking any medicine also...he is now 26 years old...he has not showing any symptoms...চিন্তাৰ কিবা কাৰন আছে নেকি জনাবছোন

  • @nabakantadas769
    @nabakantadas769 Рік тому

    সেই কাৰণে আপোনা বহুত ভাল লাগে চাৰ বহুত বহুত ধন্যবাদ ।

  • @monidipabose8601
    @monidipabose8601 3 роки тому +7

    You are like god for us really 🙂🙏!you explain so nicely.

    • @DevottomAxom
      @DevottomAxom  3 роки тому

      Thank you 🙏🏻.. share kori dibosun please.. mur onurudh thakil..

  • @NirujBuragohain-oy3ik
    @NirujBuragohain-oy3ik Рік тому +1

    Bohut Vaal lagil apunar hamidhan bilaak Pai god bless you

  • @pallobborah8594
    @pallobborah8594 4 роки тому +4

    Mur ase ki khale val hobo

  • @najimabegum3751
    @najimabegum3751 2 роки тому +1

    Apunar kta kita huni khub bhl lgise apuni jenekkoi bujaise bemariu bhl hoi jbo because kisuman doctor ase kta koi bhoi khuai die jiman dangr bemar nhoi so manuh bhoi khai jai bt apunr kta bur khub fresh hoi hunile bemario aram pabo 🙏🙏 agbahi jauk 🤲❤️

  • @maheswarborah4938
    @maheswarborah4938 3 роки тому +3

    মাছ মাংস খালে ও হয় নেকি।। ফেট

  • @geetgogoi2033
    @geetgogoi2033 3 роки тому +1

    Thank you sir.... Apuni ajon doctor hoi u j imn hundar koi bujai diye.. Apunar patients khini kin2 birat hovagyaban

  • @bhagirathhaloi7359
    @bhagirathhaloi7359 2 роки тому +1

    বহুত ভাল লাগিল নজনা কথাবিলাক শুনিবলৈ পাই ধন্যবাদ

  • @baratimahanta5856
    @baratimahanta5856 8 місяців тому

    বহুত ভাল লাগিল ফেটি লিভাৰ ৰ বিষয়ে কথাবোৰ কোৱা বাবে ।

  • @Shreeyansh6258
    @Shreeyansh6258 2 роки тому

    Bor dhuniakoi bujai diye apuni kothabur. Thank you sir

  • @nabajitroy6721
    @nabajitroy6721 7 місяців тому

    Dada aponar kotha khini huni bht upojrit aru xahakh palo.Aponar kothakhonit a bht mdcn ase jar karone mdcn nokhiwakoi a bht upokrito hoiso.Agoloi enedore amk hahay kori jaok. Bht bht dhanyabad dada. God bless u dada

  • @shilpashreeborah8271
    @shilpashreeborah8271 10 місяців тому +1

    চাৰ ধন্যবাদ ময় সদায় আপোনাৰ বিধিও চাও সদায় দিয়ে যেন মহিলাৰ
    বেমাৰৰ বিযযে❤❤❤

  • @NarayanKakati-f3g
    @NarayanKakati-f3g 5 місяців тому

    আপোনাৰ পৰাৰ্মশ বহুতৰ বাবে লাভদ্দায়ক হব ।ধন্যবাদ ।

  • @milestone1448
    @milestone1448 2 роки тому

    বহুত ধুনীয়া পৰামৰ্শ দিলে

  • @hiragoswami7471
    @hiragoswami7471 2 роки тому

    বহুত ধণ্যবাদ থাকিল ছাৰ ,,জয় আই অসম,🙏

  • @kalpanagogoiremix6667
    @kalpanagogoiremix6667 Місяць тому

    চাৰ আপুনি ইমান ধুনিয়াকৈ কথা বিলাক বুজাই দিয়ে ।বেমাৰত ভূগি থকা সকলে আপোনাৰ ভিডিও চালে বহুত সাহস পাব আৰু বহুদিন জীয়াই থাকিব পাৰিব। 🙏🙏

  • @dibyahazarika9694
    @dibyahazarika9694 Рік тому

    Aapunar kothabure bohut khokti dile dhanyabad sir

  • @ndoley8074
    @ndoley8074 2 роки тому

    Apuni fati liver ghorote kenekoi thik koribo pari tar advice diyar babe bohut dhonyabad thakil

  • @animadevi6982
    @animadevi6982 3 роки тому +1

    আপোনাক ব হুত ধন্যবাদ । বহুতৰে সাহস আপুনি 🙏🙏🙏

  • @gamming6873
    @gamming6873 Рік тому

    Iman sundarkoi bujai dia babe bohut bohut dhonyobad

  • @rujumonidas9824
    @rujumonidas9824 Рік тому

    খুব সুন্দৰকৈ বুজাই দিছে। ধন্যবাদ

  • @kalpanamahanta1812
    @kalpanamahanta1812 Рік тому

    Bohut bhal kotha kole aapuni bhal lagil bohut khini janilu Bhogobane aapunar mongol korok kamona korilu

  • @diilooamawat5959
    @diilooamawat5959 Рік тому

    Bht kotha janibo parilu, dhnyabad sir🙏🏼

  • @nazmabegum8235
    @nazmabegum8235 Рік тому

    thank you so much 🙏🙏.. mur fatty liver ase soku pota 2ta fuli goise aji 2mah manor pora

  • @Your-Lover
    @Your-Lover 9 місяців тому

    সুন্দৰ পৰামৰ্শ দিলে।
    ধন্যবাদ,,,,

  • @lavitapatowary639
    @lavitapatowary639 2 роки тому

    ছাৰ মোৰ নাম " দীপজোতি পাটোৱাৰী ।
    মোৰ ঘৰ" হাজো"
    মোৰ দেহত pranachitis problem ও আছে
    যোৱা কালি মোৰ তুপনি ক্ষতি হৈছিল কাৰণ funstion চাইছিলো।
    1 peg drinks ও কৰিছিলোঁ ৰাতি ।
    আৰু ৰাতি 2-30 মান ফুচকা ও খাইছিলো
    আৰু ৰাতি পুৱা 10 মান বজাত মই তুপনিৰ পৰা উঠিলো ।
    পেতটো অলপ বিখাৱ ধৰিছিল,
    মুখ খন‌ বমি বমি লাগিছিল ।
    আৰু মই বমি কৰিব লওতে পেতৰ ভিতৰৰ পৰা তেজ উলাইছিল ।
    মোৰ ভয় লাগি আছে । ছাৰ আপুনি অলপ পৰামৰ্শ দিলে ভাল লাগিব ।।।।জয় আই অসম 🙏🙏🙏।।।।

  • @10_M-R-786
    @10_M-R-786 2 роки тому +2

    Your explainatipn is top level and beutyful mind blowing. I am also suffering. Thank you very much.

  • @jiaulhaque8768
    @jiaulhaque8768 2 роки тому

    ছাৰ,
    আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগিল 🥰।

  • @dipankardutta5099
    @dipankardutta5099 3 роки тому +1

    Bohut hundor ke bujai diye apuni.... Thank you Dada

  • @sanjugogoi374
    @sanjugogoi374 2 роки тому

    Sir apunar kothabur huni bhut val lge bhut helpful hoi apunr video bur

  • @anjalisaikia8043
    @anjalisaikia8043 2 роки тому

    Apunar bujani bahut dhuniya u upakari,Hakalu upakrit haba,Vale thakak ,agaloi apekhyakrit;

  • @munindrasaikia5243
    @munindrasaikia5243 3 місяці тому

    ছাৰ । মোৰো ফেটি লিভাৰ হৈছে বহু ত ভয় খাই আছো । আপোনাৰ কথাখিনি শুনি বহুত ভাল লাগিছে ।মনত সাহস পাইছোঁ ।

  • @kobitasaikia7378
    @kobitasaikia7378 Рік тому +1

    Uncle apuni bhout bhal kotha koise

  • @dibyajyotihazarika8910
    @dibyajyotihazarika8910 Рік тому

    কথাখিনি ভাল লাগিল ছাৰ 🙏🙏

  • @jamaluddin6677
    @jamaluddin6677 2 роки тому

    আপোনাৰ বক্তব্য শুনি ভাল লাগিছে।

  • @AnjuMahanta-d1o
    @AnjuMahanta-d1o 7 місяців тому

    ভাল উপদেশ দিছে ।ধন্যবাদ চাৰ ।🙏

  • @sadhanadevi4042
    @sadhanadevi4042 Місяць тому

    ভাল লাগিল। বহুত বহুত ধন্যবাদ।

  • @sadoriboruah8990
    @sadoriboruah8990 Місяць тому

    Sir apunar kotha khni bohut val lagile dhanyavaad

  • @nirmalikalita1372
    @nirmalikalita1372 3 роки тому

    Mur fetty liver hoi ase logote pcod problem hoise Vdo2 sie bohut upokrita holu sir

  • @sanjaybarman996
    @sanjaybarman996 2 роки тому

    দাদা বৰ সুন্দৰ অসমীয়া ভাষাৰ ভাঙনি কৰি স্পষ্ট কৈ বুজাই দিছে, মই ভাবোঁ এইটো view ৰ পৰা বহুত মানুহ উপকৃত হব। অনাগত দিনত বহুতৰ মাজত অধিক সজাগ আৰু সচেতনতা বৃদ্ধি পোৱা দেখা যাব।

  • @anamikaadhyapak217
    @anamikaadhyapak217 Рік тому

    ভাল লাগিল, আপোনাৰ পৰামৰ্শ মানি চলিবলৈ চেষ্টা কৰো ❤

  • @dhrubajyotiborah6255
    @dhrubajyotiborah6255 Рік тому

    Vaal laagil sir, aapunar video2 saai. Monot saahos n sokti paalu. I m also a non alcoholic fetty liver fellow. Try korim aapuni kuwar dorey. Joy I Assim. Jay hind sir.

  • @sabitaojah7925
    @sabitaojah7925 3 роки тому +1

    Apunar video bure bhut khahokh di ase.... apuni great sir..🙏🙏🙏

    • @DevottomAxom
      @DevottomAxom  3 роки тому

      Thank you 🙏🏻.. xokolure logot share koribo

  • @paragjyotideka6512
    @paragjyotideka6512 Рік тому +1

    Sir image dhuniya koise. 👍

  • @julaidas8285
    @julaidas8285 3 роки тому

    Thank u sir aponar katha Bilak suni monot bohut santi ahil

  • @dr.pritideka2922
    @dr.pritideka2922 11 місяців тому

    Really valuable information for longevity. Thanks a lot❤

  • @paragsaikia2670
    @paragsaikia2670 9 місяців тому

    Dada apunr kotha burt khub upokaruta ase ❤

  • @bikashnath4663
    @bikashnath4663 3 роки тому

    চাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ।

  • @archanakalita830
    @archanakalita830 Рік тому +1

    Thnq so much sir emn easy vale koisa .....

  • @sampritihehehehe3958
    @sampritihehehehe3958 2 роки тому +1

    সুন্দৰ পৰামৰ্শ।

  • @chinmaysarma3253
    @chinmaysarma3253 3 роки тому

    Apuni bikhoy bor bahut valdare bujai diye , dhanyabad

  • @junaliduttadevi5705
    @junaliduttadevi5705 2 роки тому

    Dhoinyobad sir ..bht val lagil apunar poramorkho

  • @pranliborah8129
    @pranliborah8129 2 роки тому

    ছাৰ কথাখিনি ইমান ভাল লাগিল ,,,, ছাৰ গাখীৰ , দৈ , মুৰ্গী খাব পাৰিমনে

  • @dta8078
    @dta8078 3 роки тому

    সুন্দৰ ছাৰ।আপুনি বহুত সাহস দিছে আমাক।আপোনাক এবাৰ লগ পাব লাগিছিল। কত লগ পাম বাৰু জনাবছোন।

  • @ভাস্কৰঅসম-ছ৫ঙ

    বৰ সুন্দৰ আপোনাৰ উপদেশ বাণীবোৰ

  • @minotisonowal604
    @minotisonowal604 3 роки тому +1

    ভাল লাগিল এনে ধৰনৰ বেমাৰৰ ভিদিঅ বিলাক দি থাকিব

  • @abdulawal3436
    @abdulawal3436 Рік тому

    Heavy Thank you for your Valuable Topics about Fetty Levee matter.

  • @debashishchakraborty6513
    @debashishchakraborty6513 Рік тому +1

    Informative video. Please make video on Hematology (Grade 2) fatty liver

  • @bistuowari9061
    @bistuowari9061 Рік тому +1

    Good advice sir..muro ahse pattey lever

  • @banashribharadwaj8946
    @banashribharadwaj8946 3 роки тому

    Sir xasake apuni vagaban 🙏🙏🙏🙏🙏🙏🙏❤️❤️❤️❤️moi agte jna nsilu apunr Katha atya jnu ru sai asu.....bht vl lgl sai 👍👍👍👍👍👍💞💞💞

  • @kamalpursantipurnarayanpur5970

    আপোনাক বহুত বহুত ধন্যবাদ sir,,, 🙏🙏🙏

  • @healthiswealthandhappiness6004
    @healthiswealthandhappiness6004 2 роки тому

    Bohut val val kotha janibo pari hukhi hoisu sir, thank you so much 🙏

  • @darshanatamuli1812
    @darshanatamuli1812 3 роки тому +1

    Eman dhuniakoi bujai sir apuni. Xuni thakibo mon jai . Bohut ktha xikibo pari. Aponak bahut dhonyobad dei. 🙏🙏

    • @DevottomAxom
      @DevottomAxom  3 роки тому

      Thank you 🙏🏻.. share kori dibosun please.. mur onurudh thakil..

  • @rumibaruah5896
    @rumibaruah5896 3 роки тому

    Thanku Sir...Apuni Amk Bhumolya Khomoyr vitort khundor Kotha khini Bujai Dyr Babe...Thanku Very Much🙏🙏🙏🙏