সহজতে শকত হোৱাৰ উপায় | কি খাব কিমান শুব | Devottom |

Поділитися
Вставка
  • Опубліковано 8 лют 2025
  • Whole body workout with dumbbell:
    For Male: • Ultimate Full-Body Dum...
    For Female: • 30 Minute Full Body Du...

КОМЕНТАРІ • 3,2 тис.

  • @arjuwara5312
    @arjuwara5312 3 роки тому +100

    Bohut dinor pora apunar ai video tu bisari asilu..akha asil apuni ai video tu bonabo buli.. Aji video salu aru khosakoi a bohut val lagil.. Iman dine horu horu question monot ahi asile but aji gutei question r answer pai golu.. Sir moi daily apunar video sou aru mur sinaki jar ji prblm hoi ase hihotk video bur share koru..... Thnk you Sir. ❤🙏

    • @DevottomAxom
      @DevottomAxom  3 роки тому +6

      Oxex dhanyabad 🙏🏻.. bhale thakok

    • @happydoley4155
      @happydoley4155 3 роки тому +7

      Hokot keneke hom bhabi bhabi UA-cam t bisari bisari .. finally aji palu 😊😊😌😌😌

    • @manalishaneog8756
      @manalishaneog8756 Рік тому +2

      ভাল লাগিল ।।

  • @soneshwaridevi642
    @soneshwaridevi642 2 роки тому +20

    ইমান ধুনীয়াকৈ বুজাব পৰা ব্যক্তি বহুত কম উলাব! ধন্যবাদ ইমান ধুনীয়াকৈ বুজোৱাৰ বাবে।

  • @milanborah4734
    @milanborah4734 3 роки тому +43

    ধন্যবাদ ছাৰ, আপুনি মোৰ মনৰ কথাবোৰকে কলে। আজিৰ পৰা ৩ বছৰৰ আগতে মই একেবাৰে ক্ষীণ আছিলো। মাত্র ৪৮ কেজি। মই মোৰ ওজন বঢ়াবৰ বাবে প্ৰথমে Exercise ৰ লগতে খোৱাৰ পৰিমাণো লাহে লাহে বঢ়াই গৈ থাকিলো। সমান্তৰাল ভাৱে ৰাতি ৭ ৰ পৰা ৮ ঘণ্টা শুবলৈ চেষ্টা কৰিলোঁ। বৰ্তমান মোৰ ওজন ৭৮ কেজি। আপোনাৰ কথাবোৰেই একো একোটা ঔষধৰ নিচিনা কাম কৰে। 🙏🙏🙏🙏🙏🙏

  • @jituponsaikia5777
    @jituponsaikia5777 Рік тому +7

    ভিডিঅ'টো চাই confidence level অলপ ঘূৰি অহা নাই,, বৰঞ্চ বহুতেই বেছিকৈ ঘূৰি আহিছে,,youtube ত বহুত ভিডিঅ' চালো কিন্তু এনেকুৱা সুন্দৰকৈ স্পষ্ট ভাৱে advice দিয়া ভিডিঅ' আজিহে চাবলৈ পালো,,এইয়া মোৰ সৌভাগ্য ছাৰ,,বহু বহু ধন্যবাদ আপোনাৰ tricks বোৰ follow কৰিবলৈ যত্ন কৰিম,,ভালদৰে healthy ৰে শকত হ'বলৈ আপোনাৰ উপদেশ মানি চলিম আৰু success হ'লে আপোনাক জনাম❤🙏❤A big Love And Big Respect From Jorhat❤🙏❤

  • @papudas783
    @papudas783 3 роки тому +34

    দাদা ছমাহ মান আগতে এই ভিডিও টু চাইছিলোঁ আৰু আপুনি কোৱা মতে কৰি গৈছোঁ এতিয়া অকণমান পৃথক পাইছোঁ।লগৰ সমনীয়া বোৰে ও কৈছে অলপ শকত হৈছো বুলি আৰু দুটা মান ক্ষীণ ক্ষীণ লগৰ লৰক ভিডিও টু চিয়াৰ কৰি দিছো সিহঁতে ও কৰি আছে আপুনি কোৱা মতে।ধন্যবাদ দাদা আগতে নেওলা বুলি জোকাইছিল মোক এতিয়া নোজোকাই।মা দেউতাই ও আপোনাক ধন্যবাদ দিছে।

    • @DevottomAxom
      @DevottomAxom  3 роки тому +8

      Hoi neki...ki kuwa bor bhal kotha...share kora babeo thank you dei ❤

    • @deepjyotidutta984
      @deepjyotidutta984 7 місяців тому +1

      Muleu diasun dada

  • @Shagorika23
    @Shagorika23 8 місяців тому +114

    Kune Kune 2024t sai asa ..like

  • @kapildas5546
    @kapildas5546 Рік тому +3

    বহুত ধুনীয়া কথা কৈছে ছাৰ ❤আগতে মই ও বহুত বেছি খিন আছিলোঁ এতিয়া কিন্তু অলপ body তো আহিছে আৰু gym o গৈ আছোঁ ৰাতিপুৱা এতিয়া মোৰ বয়স 28 বছৰ।

  • @silcharoxomiadeka7353
    @silcharoxomiadeka7353 3 роки тому +96

    sir মানুহে এনেই নকই যে doctor hokol vogowan
    sir
    salute
    and thanks a million

  • @mayjalhoque3489
    @mayjalhoque3489 3 роки тому +44

    এনেকুৱা ভিডিঅ' এতিয়ালৈকে কোনো ইউটোবাৰে বনাব পৰা নাই। আপুনি বনাব পাৰিছে। আপোনাক মই কি বুলি ধন্যবাদ দিম কোনো ভাষা বিচাৰি পোৱা নাই। you are great.....🙏🙏

    • @DevottomAxom
      @DevottomAxom  3 роки тому +9

      Bhal lage enekuwa comment paale.. bhale thakok.. video bur share koribo..

    • @S.hazarika
      @S.hazarika 8 місяців тому +2

      Kol gakhir kaju mixed kri khle vl ne bea ​@@DevottomAxom

  • @sochirampadun4307
    @sochirampadun4307 Рік тому +2

    ধন্যবাদ চাৰ। বহুত নজনা কথা জানিব পাৰিলো আপোনাৰ পৰা। আপোনাৰ নিচিনা মানুহ পাৱলৈ সমাজত টান । ইমান ধুনীয়াকৈ বজাই দিয়া। বহুত বহুত ভাল লাগিল।

  • @AviNill
    @AviNill 3 роки тому +43

    ইমান ধুনীয়াকৈ কৈছে ভাল লাগিছে🥺❤️

  • @nehaswargiyari7726
    @nehaswargiyari7726 2 роки тому +3

    Aji prothom saisu apunr video...Sai bhut vl lgil...apuni kotha bur emn hohoj vabee koise....Bhut vl lgil

  • @nirmalidas3074
    @nirmalidas3074 3 роки тому +4

    আপোনাৰ ভিডিঅ'‌ বোৰ কিয় janu skip kribo mn najai ...Dada buli e koisu....bht vl lge apunar kotha xunile ... Mn2 muru positive jen lge...ktha kuar khoily2 e cute kin2....dhunia ktha koi apuni...aru aguai jaouk apuni vgbnk take prathona ....anekoi hahi thakok xodai... love from Nagaon ❤️

  • @ankursambience1397
    @ankursambience1397 4 роки тому +355

    ভাল লাগিলে ছাৰ । কথা কোৱাৰ style বোৰ ভাল লাগে। ডক্টৰ যদিও কোনো attitude ত কথা নকয় আপুনি। নিজৰ ঘৰৰ মানুহৰ দৰে কয়। Thank you.. লগ পাব মন যায় কেতিয়াবা

  • @bishnusaikia2023
    @bishnusaikia2023 3 роки тому +3

    ছাৰ খুবেই সুন্দৰ ইমান সহজ কৈ বুজাই দিছে কোনো ভাষা নাই কবলৈ

  • @GohainThun
    @GohainThun 2 місяці тому +2

    Sir bohut vl lagel video 2 bohut dinor pora bisari aselu thanks 🙏

  • @dolimadutta3697
    @dolimadutta3697 3 роки тому +9

    ছাৰ আপোনাৰ ভিডিও বোৰৰ পৰা বহুত উপকৃত হৈছো৷কৰ’নাৰ প্ৰতি থকা ভয় লাহে লাহে নোহোৱা হৈছে৷সজাগ হৈ আছো সদায়৷

  • @dhirenbhumij85
    @dhirenbhumij85 2 роки тому +3

    আপোনাক চৰাইদেউৰ পৰাও বহুত বহুত ধন্যবাদ জনাইছোঁ

  • @Bikiraj-n3e
    @Bikiraj-n3e 4 дні тому +1

    Tq sir aji pora apuni diya kam Bilak korim but ki hoi kom apunak jodi hokot how tanta apuni 120 bsor jiya thakibo akhaibad korim tq so much sir 🙏

  • @Violeena-l7i
    @Violeena-l7i Рік тому +5

    আপোনাৰ আজি প্ৰথম বাৰ চালোঁ কিন্তু বহুত বহুত ভাল লাগিল চাই কথা কোৱাৰ style টো বহুত বেছি ভাল লাগিল আচলতে এই video টো মোৰ কাৰণে দৰকাৰী।

  • @bikashkachari8221
    @bikashkachari8221 3 роки тому +60

    এইটো ৱিদিও মোৰ বাবে খুবেই প্ৰয়োজনীয় ছাৰ(দাদা)।। ধন্যবাদ।

  • @littlechamp1132
    @littlechamp1132 3 роки тому +2

    Aitu video mor babe bhut bhut important hoi because moi emane khin hoi manuhr agt ulaboke laj lage.but thank you so much sir Apunar advise bur xuni val lagil

  • @sabinayashmin1052
    @sabinayashmin1052 2 роки тому +3

    Khub val lge kotha bor. Nuhuni buli vabo jodio kiba monto a namane . Iman val lge aponar kotha bor .moi iman khin laje pao . Kowar karone Thank you 👍

  • @mrdibyajyoti6083
    @mrdibyajyoti6083 4 роки тому +195

    আপোনাৰ ভিডিওৰ পৰা আমি বহুত জ্ঞান লাভ কৰো ছাৰ। ডাইবেটিচৰ ওপৰত এটি ভিডিও বনাবলৈ অনুৰোধ জনালো। মোৰ বয়স বৰ্তমান 30 বছৰ আৰু মোৰ তেজত ডাইবেটিচৰ উপস্হিতি পাইছো।

    • @DevottomAxom
      @DevottomAxom  4 роки тому +21

      অশেষ ধন্যবাদ ৷ কমেন্টটো পাই সুখী হ’লো ৷ আপোনাৰ সমস্যাটো বুজিলো ৷ নিশ্চয়কৈ এইটো বিষয়ৰ ভিডিও বনাম ৷

    • @mrdibyajyoti6083
      @mrdibyajyoti6083 4 роки тому +7

      ধন্যবাদ ছাৰ

    • @chandramachetia6508
      @chandramachetia6508 3 роки тому +2

      @@DevottomAxom Tq sir

    • @dalimbayan1810
      @dalimbayan1810 3 роки тому +3

      @@mrdibyajyoti6083 ক্ক্কক

    • @sadikpro2636
      @sadikpro2636 3 роки тому +7

      ছাৰ আপোনাৰ মোবাইল নম্বৰ টো দিব নে কি ৷

  • @bipulgogoi5667
    @bipulgogoi5667 24 дні тому

    আপোনাৰ কথা খিনি শুনি বহুত যানিব পাৰিলো। ভাল লাগিল 🙏🙏। আপোনাক ভগৱানে ভালে ৰাখক 🕉️🕉️

  • @nabadeepgogoi3435
    @nabadeepgogoi3435 3 роки тому +31

    ছাৰ পাৰিম যেন লাগিছে এইবাৰ... মোৰ এক সপ্তাহ মান খোৱা টো ঠিক কৰোঁ আকৌ আগৰ নিচিনা হৈ যায় । এতিয়াৰ পৰা ভাল কৰিব লাগিব একেবাৰে ✌️

  • @karishmaborah185
    @karishmaborah185 2 роки тому +3

    আপোনাৰ কথাখিনি বহুত ভাল লাগিছে ছাৰ। মই চেষ্টা কৰিম

    • @DevottomAxom
      @DevottomAxom  2 роки тому

      Korok…xufol pabo buli aaxa korilu

  • @monturajkhowa9353
    @monturajkhowa9353 3 роки тому +2

    বহুত ভাল লাগিল আপোনাৰ ভিডিঅ টো চাই... Tnq sir...

  • @jugantarnath9434
    @jugantarnath9434 3 роки тому +12

    ছাৰ আপোনাৰ ভিডিও আজি প্ৰথম চাইছো বহুত মৰম লগাকে কথা বোৰ বুজাই দিছে আপুনি ।অচিনাকি যদিও এনেকুৱা লাগিছে যে মই আপোনাক আগৰপৰাই চিনি পাওঁ।বহুত ভাল লাগিল আপোনাৰ কথা বোৰ।নিশ্চয় উপকৃত হম আপোনাৰ মৰমলগা কথাকেইটাৰ পৰা🙏🙏 ধন্যবাদ ছাৰ।🙏♥️❤️

    • @DevottomAxom
      @DevottomAxom  3 роки тому +1

      You are most welcome...kuxole thakok

    • @jugantarnath9434
      @jugantarnath9434 3 роки тому +1

      ছাৰ আপুনিও কুশলে থাকক🙏🙏আপোনালৈ মোৰ ফালৰ পৰা বহুত মৰম যাছিলো ❤️❤️❤️🙏🙏

    • @KarimKhan-mr8um
      @KarimKhan-mr8um 3 роки тому

      Ekdom right kotha koisa bro

    • @madhushmitahazarika3860
      @madhushmitahazarika3860 3 роки тому

      Right. Val lagele..

  • @asimbaishya5808
    @asimbaishya5808 3 роки тому +14

    ধুনীয়া Sir.
    আপোনাৰ নিচিনা মানুহ বহুত কম আছে ।।
    Love u Sir.

  • @Sumikalita2.512
    @Sumikalita2.512 2 роки тому +2

    বহুত বহুত ধন্যবাদ চাৰ.. এই উপায়টো মোৰো বৰ দৰকাৰ আছিল..।

  • @dipikadas9079
    @dipikadas9079 3 роки тому +18

    আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগে ছাৰ । আপোনাৰ পৰা আমি বহুখিনি জ্ঞান লাভ কৰিব পাৰো । তাৰ বাবে বহুত বহুত ধন্যবাদ ছাৰ 🙏❤

    • @DevottomAxom
      @DevottomAxom  3 роки тому +1

      You are most welcome bhonti

    • @akhomialora763
      @akhomialora763 3 роки тому +1

      Eman dhunia suali jne ako hokot hbo lagene

    • @Toxicsaikia3776
      @Toxicsaikia3776 2 роки тому

      মোৰ বয়স 37 ম ই শকত হব পাৰিম জানো ? ভাত খাব মন নাযায়।

    • @dipikadas9079
      @dipikadas9079 2 роки тому

      @@akhomialora763 Hihi..hoi nki 😝

  • @baburajbongshi4580
    @baburajbongshi4580 Рік тому +3

    আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগে ভালকৈ বুজাইও দিয়ে 😊

    • @DevottomAxom
      @DevottomAxom  Рік тому

      Oxex dhonyobaad…video bur share koribosun please

  • @parashmonibora7848
    @parashmonibora7848 3 роки тому +1

    Ktha khini bhut vll lge apunar sir☺️,,miu bhut khin 19+ jdiu mor weight 31 hey,,,apunar pra upokrito hm buli akha kriluuuu,,,,thnk u

  • @utpalkalita9983
    @utpalkalita9983 3 роки тому +21

    ১ চেকেণ্ডো Skip নকৰাকৈ চাইছো ছাৰ❤
    বহুত ভাল পালো😊আপোনাৰ কথাখিনিত বহুত সাহসো পালো🥺❤

    • @DevottomAxom
      @DevottomAxom  3 роки тому +3

      Thank you 🙏🏻.. enekuwa comment paale bor utxahito hou..

    • @mainagogoi3393
      @mainagogoi3393 3 роки тому +1

      @@DevottomAxom Val na sir

  • @পুলকহাজৰিকা-ঠ৮শ

    মই ছাৰ পোৱা গধুলি pushup 80-100 setup 50-60 pulup 10-12 dubmel ৮ কেজিৰ ব্যৱহাৰ কৰো, ১০ৰ পৰা ১০-৩০ ৰ মাজত শুই যাও ৰাতি ৪ ৰ পৰা ৪-৩০ৰ মাজত উঠি দৌৰিব যাও, বেছিভাগ প্ৰায় ৩-৬ কিলোমিটাৰকৈ, কিন্তু সপ্তাহত এদিনকৈ ১২-১৫ কিলোমিটাৰ দৌৰি, খুজো সিমানেই কাঢ়ি অহা হয়। বয়স ২৩ হল, ওজন, ৪৮-৫০ এনেকুৱাই হৈ থাকে, নেবাঢ়েই বেছিকৈ।

    • @PALLAVPaul
      @PALLAVPaul 2 місяці тому

      Tumi douribole kom kora

  • @hemonrobidas9039
    @hemonrobidas9039 2 роки тому +2

    বহুত ভাল লাগিল ছাৰ আপোনাৰ এই গুৰুত্বপূৰ্ণ কথা বোৰ শুনি আৰু বহুত কথা জানিবও পাৰিলোঁ ।thank you

  • @dipokmoram3159
    @dipokmoram3159 3 роки тому +11

    ইমান ভালকৈ সহজে বুজিব পৰাকৈ বুজাইছে আপুনি।
    আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিল ছাৰ ...
    সুপ্ৰভাত 🌄

  • @mainaneog948
    @mainaneog948 3 роки тому +1

    Bohut val lagil sir...apunar kotha bilak bohut moromloga,,,thnq sir kotha khini bujai diyar babe

  • @mgogoichetia9191
    @mgogoichetia9191 3 роки тому +5

    আপোনাক বহুত বহুত ধন্যবাদ ছাৰ। মই ও শকত হ'ব বিচাৰো।আজিৰ পৰাই আৰম্ভ কৰি দিম।শকত হ'লে নিশ্চয় জনাম।

  • @monujjyoti6227
    @monujjyoti6227 3 роки тому +14

    ধন্যবাদ দাদা❤
    আপোনাৰ কথাবোৰ শুনি কিন্তু বেলেগ বঢ়িয়া লাগে🥰

    • @DevottomAxom
      @DevottomAxom  3 роки тому

      Bohut dhonyobaad thakil...enekuwa comment pale nothoi xukhi hou

    • @momigogoi2998
      @momigogoi2998 3 роки тому

      দাদা মই অলপ শকত, আৰু মোৰ বয়স ৩৯ বছৰ। ঘৰুৱা ভাৱে কিবা প্ৰকাৰে ক্ষীণাবপৰা আছে নেকি জনালে বহুত সুখী হ'ম।

  • @rantuphukan879
    @rantuphukan879 4 роки тому +7

    ধন্যবাদ চাৰ আপোনাৰ পৰা সদায় এনেকৈ পৰামৰ্শ আশা কৰি থাকিম …

  • @hirashrva2638
    @hirashrva2638 3 роки тому +91

    আপোনাৰ vdo ক video চোৱা যেন নালাগে।।
    স্কুলত, শিক্ষকৰ আগত class কৰি থকা যেন অনুভব কৰো😇
    আগলৈও আপোনাৰ সদাই আগ্রহ আৰু উৎসাহ, প্রেৰণা পাই যাম বুলি আশা ৰাখিলো😊

    • @DevottomAxom
      @DevottomAxom  3 роки тому +8

      Bohut xundor comment...bhal lagil...kuxole thakok

    • @Mompipathori.123
      @Mompipathori.123 3 роки тому

      You are actually a good doctor.

  • @ranudas3336
    @ranudas3336 3 роки тому

    এই ভিডিঅটোৰ বাবে বহুত বহুত ধন্যবাদ দাদা, ময়ো বহুত ক্ষীণ, অলপ শকত হব বিচাৰি আছিলো । আজি আপোনাৰ ভিডিঅটো পায় মনটো বৰ ভাল লাগিল, বহুত ফূৰ্তি লাগিছে ।। আকৌ বহুত বহুত
    বহুত ধন্যবাদ .........দাদা ।

  • @dhamalgaming2644
    @dhamalgaming2644 3 роки тому +7

    ছাৰ আপোনাৰ ভিডিঅ' মই আগতে চোৱা নাই আজি প্ৰথম। মই ক্ষীণ বাবে বহুত অস্পৃশ্যতাত ভুগিছিলো। মোৰ বৰ্তমান ২২ বছৰ , জীৱনত মই কেতিয়াও শকত হ'ব নোৱাৰিম বুলি ভাবিছিলো ।। আপোনাৰ ভিডিঅ'চায় মই মনত শকত হোৱাৰ সাহস পুনৰ উভতিল ।। ধন্যবাদ

    • @DevottomAxom
      @DevottomAxom  3 роки тому

      Oxex dhanyabad..Moi praai xodai video diu.. xoptahot praai 3-4 din live aahu. Axomiyar babe lagi asu.. apunaloi onurudh j apuni jaate video tu share kori diye..

    • @DevottomAxom
      @DevottomAxom  3 роки тому

      All the best

    • @bindassdsmita1798
      @bindassdsmita1798 3 роки тому

      😆😆😆😆moi o take a bhabi thaku

    • @dhamalgaming2644
      @dhamalgaming2644 3 роки тому

      Nesoya share kori dim ..comment diyar babe dhanyabad

    • @anjanadas860
      @anjanadas860 3 роки тому

      @@DevottomAxom খিন কেনেকৈ হব পাৰি,,,জনাব নেকি🙏

  • @jintumoran6263
    @jintumoran6263 3 роки тому +9

    Sir , Thank you..
    I becAme stronger ..
    Than older days 😁👍

  • @monjitbora1622
    @monjitbora1622 3 роки тому

    Sir apunar video aji Moi prathom saisu iman vl dore katha bur bujai koise bohut val lagil ❤️❤️❤️

  • @jdeka4017
    @jdeka4017 3 роки тому +11

    eman hundor koi explain kore apuni, thank you sir

  • @haripriyakalita4834
    @haripriyakalita4834 3 роки тому +23

    Sir নিয়মিত ভাৱে মাহেকীয়া নহলে কি কৰা উচিত। তাৰে ওপৰত জনাব ছোন

  • @mitalisaikia4945
    @mitalisaikia4945 3 роки тому +1

    Thankyou sir 🙏apunar pora health r lgte bhut giyan u paw and apunar kotha kua style tu bor val lage nijor fell hoi aru apunar ghr kot sir log pabo mon jai😊

  • @Dipamoni748
    @Dipamoni748 2 роки тому +128

    মই বহুত ক্ষীণ। সকলোৱে হাঁহে । মানসিক ভাৱে ভাগি পৰিছোঁ ।😭😭

    • @deisydevi2585
      @deisydevi2585 Рік тому +2

      Alu khua ghiu khua bahi jbo pet

    • @sarojgogoi6339
      @sarojgogoi6339 11 місяців тому +1

      ​@@deisydevi2585Pet bahibo nalage 😂 healthy hobo lage

    • @GaneshDeka-l4f
      @GaneshDeka-l4f 10 місяців тому +16

      মানসিক ভাৱে ভাগি নপৰিবা।। নিজকে নিজে এটা সুন্দৰ শৰীৰৰ গৰাকী বুলি ভাবিবা 👍👍👍👍

    • @mboro4307
      @mboro4307 9 місяців тому +1

      😢😢

    • @Budhinnathvlog9231
      @Budhinnathvlog9231 9 місяців тому +3

      Good health nd protein powder khauk

  • @queenentertainment5059
    @queenentertainment5059 3 роки тому +19

    ধন্যবাদ চাৰ 🙏 মই বহুত ক্ষীণ হয় video2 sai khubei val palu apuni kuwar mote ajir pora start koribo lagibo

  • @rashmibhuyan4537
    @rashmibhuyan4537 3 роки тому

    আপুনি ইমান ধুনীয়াকৈ‌ কথাবোৰ বুজাই কৈছে সোণি বৰ ভাল লাগিছে

  • @sauravroy0
    @sauravroy0 3 роки тому +8

    আপোনাৰ কথাখিনিৰ পৰা বহু নজনা কথা শিকিব পাৰিছো, মই অ বহুত ক্ষীণ চেষ্টা কৰিম অলপ শকত হবলৈ 🔥❣️

  • @dharitrinath6006
    @dharitrinath6006 3 роки тому +8

    চাৰে ভাত খোৱা ৰ style টো ধুনীয়া কৈ দেখাই দিলে,,,আপোনাৰ লগে লগে মই ও সমানে বহুত হাহিলো,,, মই ও তেনেকৈয়ে খাও বুলে মা হতে সদায় গালি দিয়ে। ,,,আপোনাৰ ভিদিও বোৰে সচাই বহুত positive কৰি ৰাখে। tnhks... sir

    • @DevottomAxom
      @DevottomAxom  3 роки тому

      You are most welcome

    • @DevottomAxom
      @DevottomAxom  3 роки тому

      🙏🙏

    • @anuradhagogoi2568
      @anuradhagogoi2568 3 роки тому

      Haha.. Ho sake same mur nisina.. Vator gora2 dangorke lole dingit lagi dhore

    • @dharitrinath6006
      @dharitrinath6006 3 роки тому

      @@anuradhagogoi2568 hihi.... Tenkoi ebar khalei mur pet vorie jbo... sire jnkoi khbo suggest korise.... But amar khua style tu eitu bad habbit hoi jna... 🤔

    • @anuradhagogoi2568
      @anuradhagogoi2568 3 роки тому

      @@dharitrinath6006 oh hosake bht beya...ajikli olp sesta krisu horoh horoh ke khabole 😁

  • @KalyanUzir
    @KalyanUzir 3 роки тому +16

    Best line:- যাওক আৰু এঘন্টা বঢ়াই দিছোঁ ♥️🙏

  • @PRIYANKADAS-sg4zq
    @PRIYANKADAS-sg4zq 3 роки тому +19

    Sir u r my inspiration. Thanks for motivating us this way

  • @jugaldas6360
    @jugaldas6360 3 роки тому +1

    Aapunar kothabur xunilu bohut val lagil acdom xahoj xarol... nijar dadai kotha koi thaka jen lagil..kep it up.. dada subscribed kori dilu.❤❤

  • @Hridaya123
    @Hridaya123 3 роки тому +11

    মই আগতে নিয়মৰ খিনিয়ে আছিলো খুব ক্ষীণও নহয় খুব শকত ও নহয়।। কিন্তু baby হোৱাৰ পৰা বহুত ক্ষিণাই গৈছোঁ 3years হল কিন্তু শকত হব পৰা নাই।। মোৰ বয়স 23 years আপুনি কোৱা ধৰণে ৰুটিন খন আৰম্ভ কৰিম

  • @tinamech4508
    @tinamech4508 3 роки тому +15

    ক্ষ‌ীণ হোৱাৰ উপায় ওপৰত এটি ভিডিঅৰ যোগেদি আপোনাৰ পৰা পুনৰ সহায় পাম বুলি আশা ৰাখিলো ছাৰ ।

  • @Pokemonkalosofficial
    @Pokemonkalosofficial 7 місяців тому

    You are not only doctor but also an actor.I like you very much.

  • @bikashdas3427
    @bikashdas3427 3 роки тому +11

    Thank you sir for your awesome information 😊

  • @sumikalita8278
    @sumikalita8278 3 роки тому +14

    ভাল লাগিলে Sir আপোনাৰ video tu sai

    • @rakibulahmed4434
      @rakibulahmed4434 3 роки тому

      Hoy sir hosai apunar video bor sai bhal lage,,,

  • @AvinasBoro
    @AvinasBoro 5 місяців тому

    Bohut dhuniya ke bujai dise sir thank you apunar muylo ban somoy amar babe los kora karone really thank you so much sir

  • @monmonalisha9428
    @monmonalisha9428 3 роки тому +15

    Sir শালমইনা কেনেকৈ ভাল হয় এটা ভিডিঅ' বনাব চোন

  • @gubiningti2579
    @gubiningti2579 4 роки тому +8

    ভাল লাগিল সুন্দৰ

  • @PritamDas-tz2rk
    @PritamDas-tz2rk 2 роки тому

    Sir aponar video si bhut bhut Val lage....agoloi aru Val Val video pam buli Asha thakil sir.........

  • @pritishmitaphangcho7017
    @pritishmitaphangcho7017 3 роки тому +5

    It's a really helpful for me sir... thank you so much sir 🥰

  • @sadbbs564
    @sadbbs564 3 роки тому

    আপোনাৰ কথা কোৱাৰ ভংগিমা বহু সুন্দৰ । ভিডিঅ'টো চাই ভাল লাগিল ।

  • @anuradhadas4156
    @anuradhadas4156 3 роки тому +9

    ভাল লাগিল Dr ভাইটী

  • @pranjaldas6093
    @pranjaldas6093 4 роки тому +5

    ধন্যবাদ দাদা । মই যোৱাকালি আপোনাক এই প্ৰশ্নতো ফেচবুকত কৰিছিলোঁ ।

    • @DevottomAxom
      @DevottomAxom  4 роки тому +1

      Most welcome...sikitsa khetrot pratyekjon axomiyak xojaag koratu e mur mul uddyeshyo...bhale thakok

  • @Aninditasaikia27
    @Aninditasaikia27 3 роки тому

    Moi apunar aeitu vdo aji saisu.. Eman vldre explain krise ru mr lgot milise miu khin.. New Subscriber 😊😊 Keep it up Thanx Sir 💐💐

  • @lukuarohimixmedia5538
    @lukuarohimixmedia5538 3 роки тому +8

    আইঔ ইমান Helpful ভিডিঅ' মোৰ বাবে....মই বৰ ক্ষীণ....মোৰ বৰ ইচ্ছা অলপ শকত হবলৈ

  • @rumichetia3771
    @rumichetia3771 3 роки тому +7

    ছাৰ মই ক্ষীণ আপোনাৰ কথাবোৰ শুনি উপকৃত হৈছোঁ

  • @ujjwalbarman8498
    @ujjwalbarman8498 3 роки тому

    ছাৰ আপোনাৰ কথা বিলাক শুনি মই খুবেই আনন্দিত.

  • @subhalakshmisaikia9171
    @subhalakshmisaikia9171 3 роки тому +8

    ক্ষীণ মানুহৰ ভাত খোৱাৰ ষ্টাইল relatable 😎😂

  • @remixkrishnaa1770
    @remixkrishnaa1770 3 роки тому +5

    1st view 😊bor dhuniyakoi bujai dye

  • @gitanjalikalita6704
    @gitanjalikalita6704 3 роки тому

    চাৰ আপোনাৰ উপদেশ বোৰ বহুত ভাল লাগে ৷ এই ভিডিঅ টো চাই বহুত হাহিঁলো ক্ষীণ মানুহবোৰৰ খোৱা style টো দেখি ৷ মোৰ husband ৰ লগত লগত মিলিছে ৷

  • @babusaikia1007
    @babusaikia1007 4 роки тому +4

    আপোনাৰ ভিদিঅ' সঁচাকৈ বৰ ভালে ছাৰ।

  • @bitustelent7747
    @bitustelent7747 3 роки тому +1

    মইও বহুত খীন, চেষ্টা কৰিম শকত হবলৈ,,, আপোনাৰ ভিডিও টো খুবেই গুরুত্বপূর্ণ

  • @bismitagogoi6615
    @bismitagogoi6615 3 роки тому +11

    মই বহুত খাই থাকিলেও বহুত ক্ষীণ😢😢আপোনাৰ videor পৰা বহুত খিনি জানিব পাৰিলো ছাৰ ধন্যবাদ❤️

  • @binimishra8406
    @binimishra8406 4 роки тому +6

    ময়েই এই প্ৰশ্ন কৰি থাকো💕💕💕

  • @districtcomputer1246
    @districtcomputer1246 2 роки тому

    thankyou so much sir for your information..apunar video tu sai val lagil eman friendly koisy kothakhini...

  • @chandrataranarzary3689
    @chandrataranarzary3689 4 роки тому +4

    Val lagil sir

  • @deepikadas7934
    @deepikadas7934 3 роки тому +4

    Sir bhout vl lgil vedio2 sai.....moio khin bhout😥

  • @saurabhvibes7802
    @saurabhvibes7802 3 роки тому

    বহুত ধুনীয়া কৈ বুজাই দিছে ভাল লাগিল ❤️

  • @Pallavi3D
    @Pallavi3D 3 роки тому +11

    Thank you sir🙏🙏.You are so friendly ❤️❤️.

  • @pallabivlogs426
    @pallabivlogs426 Рік тому +1

    Xundor video

  • @jitumonibordoloi6621
    @jitumonibordoloi6621 3 роки тому

    Bahut Val lagil emandhuniakoikathaburkoisa,bahut Val katha janilu,Many thanks bro

  • @rimpidas3001
    @rimpidas3001 3 роки тому +4

    Thank you Sir ❤🙏

  • @manashassam4336
    @manashassam4336 3 роки тому +4

    ধন্যবাদ sir ❤️❤️❤️

  • @pompibegum9419
    @pompibegum9419 3 роки тому

    Tq u sir,,,,moi flow krim,,,kintu imn jldi joldi nkrw,,,ata target loi krim,,vl lgle kotha khini thanks

  • @anjali_kalita
    @anjali_kalita 3 роки тому +7

    ধন্যবাদ দাদা ❤️❤️❤️

    • @DevottomAxom
      @DevottomAxom  3 роки тому +1

      Bhal lagil apunar comment tu pai.. kuxole thakok xodaai

  • @vaityhussain1023
    @vaityhussain1023 3 роки тому +6

    মই চোন খুব ভজা খাও ,আলু ও খাও কিন্তু ভাত বেছি নাখাও তথাপিও মই শকত নহয়

    • @DevottomAxom
      @DevottomAxom  3 роки тому +1

      Kisumanor body fat bur enekuwa hoi j burn besi hoi joma kom hoi.. Aru kisuman genetically thin built.. apunar kiba eta thakibo pare

  • @BabluMalik-mn2we
    @BabluMalik-mn2we 23 дні тому

    Apuni bht hohoj horol ..vidoe tu sai bht hahilu ..val lagil upokrito holu moiu khin sir

  • @keshabdas2513
    @keshabdas2513 4 роки тому +5

    Dada etia Khin keneke hom tar eta video boanbo sun plzzz🥺🥺

    • @awesomeassam1167
      @awesomeassam1167 3 роки тому

      Weight loss koribo bixarixe Jodi mur uxort nutrition pabo. Easily weight komi jabo. Dorkar holy jonabo

    • @pankajduarah7081
      @pankajduarah7081 3 роки тому

      @@awesomeassam1167 weight loss

  • @dishantarajbangshi7283
    @dishantarajbangshi7283 3 роки тому +7

    Thank you so much sir❤❤🙏🙇‍♀️🥰

  • @gayatrisaikia2462
    @gayatrisaikia2462 2 роки тому

    Iman dhunia koi kotha khini koise apuni val lagil🥰

  • @bhargabipathak1512
    @bhargabipathak1512 4 роки тому +4

    Sir moi aku khabo nuwaru..khuwa Bostu dekhilei bomi lage

  • @ExplorewithSamir123
    @ExplorewithSamir123 3 роки тому +6

    ওখ হোৱাৰ Tip's ৰ ওপৰত এটা ভিডিও বনাব দাদা

    • @awesomeassam1167
      @awesomeassam1167 3 роки тому +2

      Mur uxort ukho huar nutrition pabo. Dorkar holy jonabo

    • @swarajdharmeswari1904
      @swarajdharmeswari1904 3 роки тому

      @@awesomeassam1167 প্ৰমাণ আছে জানো

    • @awesomeassam1167
      @awesomeassam1167 3 роки тому

      Axe.. apuni amar wellness centre t ahibo lagibo

    • @swarajdharmeswari1904
      @swarajdharmeswari1904 3 роки тому

      @@awesomeassam1167 ক'ত যাৱ লাগিব

    • @awesomeassam1167
      @awesomeassam1167 3 роки тому

      Apunar ghar kot hoi. Mur golaghatt. Golaghat wellness centre t moi kam kori axu. Apuni amar glght centre t ahibo lagibo