লতাশিল বিহু সম্ৰাজ্ঞী ২০২৩ ।। কি কি প্ৰশ্নৰ সন্মূখীন হ’ল সম্ৰাজ্ঞীৰ প্ৰতিযোগী সকল ??

Поділитися
Вставка
  • Опубліковано 22 сер 2024
  • লতাশিল বিহু সম্ৰাজ্ঞী ২০২৩ ।। কি কি প্ৰশ্নৰ সন্মূখীন হ’ল সম্ৰাজ্ঞীৰ প্ৰতিযোগী সকল ??

КОМЕНТАРІ • 110

  • @mohannath6515
    @mohannath6515 4 місяці тому +10

    সুন্দৰ , বিহু অসমীয়া জাতিৰ স্বাভিমান হৈ ৰ’ক ৷

  • @ajaymoran8692
    @ajaymoran8692 3 місяці тому +1

    তোমাক মৰম লাগে ১ নম্বৰ নাচনী জনী।তোমাক ভাল লাগে মোৰ।

  • @juridevi8544
    @juridevi8544 Рік тому +24

    কমাৰণী, কুমাৰণী, উঁই প্ৰতিটোৱেই বেলেগ।।।। সকলো দেখোন একাকাৰ কৰি পেলালে।।।।।

  • @nanghunpha
    @nanghunpha 6 місяців тому +11

    বহাগ বিহুৱে কৃষি আগমন আনে

  • @jinagogoi9030
    @jinagogoi9030 3 місяці тому +2

    মাটিৰ বাচন গঢ়োতাক কুমাৰ বোলে । মাটিৰ বাচন বা ঘট ,টেকলি গঢ়িবলৈ আলতীয়া মাটিৰ প্ৰয়োজন ।কেকুৰা গাঁতৰ মাটিও আলতীয়া সেয়েহে সূতুলি বনাবলৈ কেকুৰা গাঁতৰ মাটি বা কুমাৰ মাটি ব্যৱহাৰ কৰা হয় ।

  • @babitabhuyan4027
    @babitabhuyan4027 4 місяці тому +3

    Oti xundor onusthan eti 👌🏽👌🏽👌🏽

  • @user-ly8fl7yo9v
    @user-ly8fl7yo9v 4 місяці тому +2

    সুন্দৰ

  • @NiyatiThakuria
    @NiyatiThakuria 3 місяці тому +1

    Moja ❤❤😊🤝🌹

  • @jagadishchandragogoi9758
    @jagadishchandragogoi9758 Рік тому +26

    কোমাৰনীক উই পুক বুলি কোৱা নহয় I আমি নাজানো তেওঁ কেনেকৈ বিচাৰক হৈ হৈছে আৰু তেওঁ কেনেকৈ উক্ত পদটো অৰ্জন কৰিলে I নিশ্চিতভাৱে তেওঁ বেকড’ৰৰ পৰা অধিগ্ৰহণ কৰিছিল

  • @axomia4018
    @axomia4018 4 місяці тому +8

    Bisarok gorakiyei ekuyei njane.. bhul bhul ke kiyo koise.. knowledge nathakile bisarokor aakhonot kiyo bohise..

  • @dipulhazarika4501
    @dipulhazarika4501 Рік тому +14

    বিচাৰকে ভুল কৰিছে ক'মাৰনী আৰু ওৰি একে নহয়।

  • @satyarekhabordoloi7547
    @satyarekhabordoloi7547 Рік тому +19

    বিচাৰকৰ বিচাৰ সঠিক হ’ব লাগে ৷
    কমাৰ আৰু কুমাৰৰ পাৰ্থক্য কি ?
    কমাৰণী নহয় কুমাৰণী ৷
    সুতুলি কেকোঁৰা গাঁতৰ মাটিৰে তৈয়াৰ কৰে বুলিয়েই জানো ৷

    • @ajaymoran8692
      @ajaymoran8692 3 місяці тому +1

      ৫ নম্বৰ জনী মথাটো পাগলী নেকি মুখ বৰকৈ চলায়।

  • @barnalikalita9668
    @barnalikalita9668 4 місяці тому +1

    Vote for sangita rabha

  • @p.gvlogscharaideo9332
    @p.gvlogscharaideo9332 Рік тому +17

    কমাৰনি নহয় কুমাৰনি বুলি কওঁ আমি।আৰু কেকুৰা গাতৰ মাটিৰে সজা হয় বুলি সৰুৰে পৰা শুণি আহিছোঁ।ধন্যবাদ🙏

    • @ajaymoran8692
      @ajaymoran8692 3 місяці тому +1

      হয়,আৰু উই পোক আৰু কুমাৰণি বেলেগ কিন্তু

  • @user-ky9bx2we7c
    @user-ky9bx2we7c 26 днів тому

    ইমান অপ্ৰস্তুত ভাৱে প্ৰশ্নোত্তৰ দিছে । সময়ৰ প্ৰতি কোনো গুৰুত্ব দিয়া পৰিলক্ষিত নহ'ল ।

  • @pranabjyotihazarika1479
    @pranabjyotihazarika1479 Рік тому +21

    প্ৰথম বিহুৰ মঞ্চ বেতিয়নী গোলাঘাট এই কথা বোৰ যদি আপোনালোকে নাজানে তেন্তে কিয় বিচাৰকৰ আসনত বহিছে ।তথ্য লাগে যদি আমাৰ লগত যোগাযোগ কৰক।

  • @santikam22
    @santikam22 Рік тому +17

    ৫ নং বিচাৰক গৰাকীৰ জ্ঞান কম যেন লাগিছে।

  • @starmediaazz4907
    @starmediaazz4907 3 місяці тому

    Dhunia ❤❤❤❤❤❤❤❤

  • @bedasri
    @bedasri 4 місяці тому +1

    Good try ❤❤❤

  • @abhinov9397
    @abhinov9397 Рік тому +11

    Hundr try all of u❤️

  • @user-zv3kv9uq1u
    @user-zv3kv9uq1u 5 місяців тому +3

    কমাৰনি নহয় কুমাৰনি বুলি কও আমি

  • @dharmendradeka7606
    @dharmendradeka7606 Рік тому +17

    বাইদে সুতুলি কেঁকোৰাৰ গাতৰ মাটিৰেহে বনাই বুলি জানি আহিছো

  • @_gayatri_dutta
    @_gayatri_dutta 7 місяців тому +4

    Gd❤

  • @tanaydas9923
    @tanaydas9923 Рік тому +8

    কমাৰনী মাটী নহয় ।টেকেলী কলহ বনোৱা কুমাৰনী মাটী ।আৰু আচল হুটুলী কেকুৰা।গাতৰ মাটীৰেহে বনাই ।

    • @babygogoi1503
      @babygogoi1503 Рік тому

      Hoi moiu vabisu hutuli asolote kakura gator mati bulihe janu aru hei2 bihu gitotu guwa hoiye

  • @neelimadevi9393
    @neelimadevi9393 Рік тому +5

    বহাগ মানে নতুন বছৰৰ আগমন নহয়।বহাগ মানেই নতুন বছৰ আৰম্ভ হলেই দেখোন। বহাগ আচলতে বাৰিষাৰ আগমন।

  • @nitumonisonowal4750
    @nitumonisonowal4750 Рік тому +4

    বিচাৰক দুই গৰাকী 5 আৰু 2 অহা বছৰ অলপ ভাল দলে বুজী আৰু শুনি আহে তাৰে আশা কৰো ।

  • @user-bv3wd5rv1v
    @user-bv3wd5rv1v 4 місяці тому +2

    ঢোল আম গছৰ পৰা বনোৱা নহয়...চামকঠাল আৰু গমাৰি গছৰ- পৰাহে বনোৱা হয়...

  • @ayangdoley742
    @ayangdoley742 3 місяці тому

    u .No . Answar

  • @-RanjuDoley20
    @-RanjuDoley20 6 місяців тому +4

    A necessary programme ❤❤❤❤

  • @SwarnalataChelleng
    @SwarnalataChelleng 3 місяці тому

    😊😊😊

  • @bubulkalita7172
    @bubulkalita7172 6 місяців тому +2

    সুতুলি কুমাৰনীৰ মাটিৰ পৰাই সজা হয়।

  • @ADVANCEASSAM-pp4eo
    @ADVANCEASSAM-pp4eo 3 місяці тому

    সুতূলি এই বহাগত ময় প্ৰাই ১৫০ টা মান বিক্ৰি কৰালোঁ । বাৰু সেইয়া ঝিয়েই নহক । সুতুলি কুমাৰনী মাটিৰে নবনাই নেকি । কাৰন সেই মাটিত এঠা নাথাকে মানে সুতুলী বনাবৰ বাবে যিমান পৰিমানৰ এঠা লাগে । আৰু সুতুলী কুমাৰ মাটিৰে বনাই । অথাত মাটিৰ পাত্ৰ বনাবৰ কাৰনে যি মাটি লোৱা হয় । আৰু আজি কালি মাটিৰৰ সুতুলি বৰ বেছি বজোৱা দেখা নাজাই দুই এজনেহে বজাই সঘনে বহৰে বজোৱা দেখা জাই । আৰু এটা কথা উৰি মাটি নহয় কাৰন এই মাটিৰ এঠা খোৱ কম ময় বনাই চাইছো ভাঙি জাই । যদি বিজ্ঞানৰ মতে চাই এই মাটিৰ ভাগ হব দ' আলতিয়া মাটি । প্ৰতিযোগিক ভুলটো দেখাই দিয়াতো ভাল কিন্তু শুদ্ধটো ভুল কৰি দিয়াটো দুখৰ কথা । আছল কথা সুতুলি এঠা জাতিয় মাটিৰ পৰা হবয়েই আৰু এই মাটি সাধাৰন ভাবে কেকোৰা গাতত অতি সহজে পোৱা যায় । অসমীয়াত এটা কথা আছে । শুনা কথাত নিদিবা কাণ । দেখি শুনিওঁ তিনিটা প্ৰমান । চিচাৰক মোহোদয় সুতুলী এটি নিজে বনাই চাবচোন । বিৰ্তকৰ বাবে কথাখাৰ নহয় । নিজে বনাও বাবে কলোঁ ।

  • @popigogoi7072
    @popigogoi7072 Рік тому +6

    Moja

  • @user-ly8fl7yo9v
    @user-ly8fl7yo9v 4 місяці тому +1

    সুতুলী কেকোঁৰা গাঁতৰ মাটিৰে সাজে।

  • @dipabhuyan3684
    @dipabhuyan3684 5 місяців тому +3

    উইপক নকয় সেইতো কমাৰণি বুলিয়েই কয়

  • @punusonowal2820
    @punusonowal2820 Рік тому +4

    Rajashree nath a pabo lagisil

  • @nikhagogoi7349
    @nikhagogoi7349 Рік тому +7

    Hutuli kakuea gatr matira bonai

  • @niradachetia4914
    @niradachetia4914 Рік тому +13

    উইঁ
    পোক নহয় ও

  • @khirodadevi4099
    @khirodadevi4099 4 місяці тому +1

    কমাৰনী নে কুমাৰনী পোকটোৰ নাম ? কমাৰ আৰু কুমাৰৰ অৰ্থ দুটা বেলেগ বেলেগ অৰ্থ আছে ।

  • @jagatbora-cq1ek
    @jagatbora-cq1ek Рік тому +6

    নিজে ভালকৈ নজনাকে বহোৱালী কৰাতো ভাল কথা নহয়।

  • @bindassabhi5100
    @bindassabhi5100 Рік тому +69

    1934 manch bihu kot hoise bisarok baideu khabr lobo sun......?

  • @nirupamaburagohain4555
    @nirupamaburagohain4555 Рік тому +1

    G GB

  • @neelimadevi9393
    @neelimadevi9393 Рік тому +4

    উঁই পোক আৰু কমাৰনি একেটাই নহয়।কমাৰনি আচলতে পতঙ্গ বুলিহে জানো।

  • @HemendraSarma-tp8ge
    @HemendraSarma-tp8ge Рік тому +3

    Informative blog.., 🎉 congratulations,😊

  • @probhatkonwar3631
    @probhatkonwar3631 Рік тому +3

    কেকুৰা গাতৰ মাটিৰেহে হোতুলি বনাই বুলি জানো

  • @jagatborah8184
    @jagatborah8184 4 місяці тому +1

    অসমীয়া নতোন বছৰৰ । কেৱল নুন বছৰ নহয় ।

  • @user-tw8ri5cb6g
    @user-tw8ri5cb6g 3 місяці тому

    Bihutuk
    Bisarokhokalai sakh korib Nani

  • @ArunMili-us6wr
    @ArunMili-us6wr 11 місяців тому +3

    Bohag bihu he notun boshor agomon kore ..heitu hoi janu ..😂😂😂

  • @Digitalvlogs98
    @Digitalvlogs98 Рік тому +2

    Ami krikherhe agomo bole janu.bisak howa noles nai judi siki loba bhul kori kio kowa nutun jenerosone aneki ki sikibo.bhul kotha ata sikibo.

  • @user-fj3js8yj8x
    @user-fj3js8yj8x 4 місяці тому +1

    Pithat

  • @jagadishchandragogoi9758
    @jagadishchandragogoi9758 Рік тому +3

    নূন্যতম জ্ঞান নথকা এই ধৰণৰ বিচাৰকক আমি বৰ্জন কৰিব লাগে

  • @dipankarrabha9272
    @dipankarrabha9272 Рік тому +1

    কুমাৰণী এটা বেলেগ পোক আৰু উই পোক এটা সম্পূৰ্ণ বেলেগ পোক পাচ নং বিচাৰকে কেনেকৈ শুদ্ধ বুলি কলে ৷

  • @DhaniRam-dx1do
    @DhaniRam-dx1do 3 місяці тому

    😊😊

  • @prakashgogoi3077
    @prakashgogoi3077 Рік тому +4

    Khetir

  • @himashre814
    @himashre814 Рік тому +3

    Nice ❤

  • @boramusicalyoutube8183
    @boramusicalyoutube8183 4 місяці тому +1

    Bisarok r bul hoise

  • @rudrendranathduarah1216
    @rudrendranathduarah1216 4 місяці тому +1

    Moitu narikol gosor pora bonaishilu

  • @pmsingpho4555
    @pmsingpho4555 Рік тому +5

    Nice sharing new friend holu dae akha koru muru friend hoba buli

  • @jagadishchandragogoi9758
    @jagadishchandragogoi9758 Рік тому +3

    নতুন বছৰ আৰম্ভ নকৰে ই কৃষি আৰম্ভ কৰে

  • @HappyClam-fo3pw
    @HappyClam-fo3pw 3 місяці тому

    হহ jhjhjh
    ।. HH maharaja 😮 in

  • @user-wh2ux2qd3f
    @user-wh2ux2qd3f 4 місяці тому +1

    কজজঠজঞ❤❤❤❤😂

  • @budhinbania6643
    @budhinbania6643 3 місяці тому +1

    1952 son 1962😅😅😅😅

  • @user-tw8ri5cb6g
    @user-tw8ri5cb6g 3 місяці тому

    Puktua hutulia nobonai komaroniya bonuwa matiare hutulia bonai

  • @umeshsarania-lo8zd
    @umeshsarania-lo8zd 4 місяці тому

    কি কম বিচাৰকৰ ভুল😂😂

  • @krishnakamalrajkhowa2374
    @krishnakamalrajkhowa2374 4 місяці тому

    Assamese nababorsha

  • @recipe5293
    @recipe5293 4 місяці тому

    😢😢 vu

  • @sumideb6651
    @sumideb6651 Рік тому +2

    Oi

  • @BandanaBoro-zc4yw
    @BandanaBoro-zc4yw 4 місяці тому

    1952 year Lotashill xelpothar

  • @aleeborgohain7439
    @aleeborgohain7439 3 місяці тому

    Kumaroni aru uui pook eke nahai

  • @himangshuborah2433
    @himangshuborah2433 7 місяців тому

    ❤ 😂. 😅. 😊

  • @PubmuraniamguriNAMGHAR
    @PubmuraniamguriNAMGHAR 6 місяців тому

    বিছাৰকেও নাজানে কমানি পুক কি ,

  • @sewalichalihakalita6912
    @sewalichalihakalita6912 Рік тому +3

    সুতুলি কমাৰ মাটি নহয় নেকি? কুমাৰ মাটিহে হব লাগিছিল নেকি।

  • @birendeka9307
    @birendeka9307 Рік тому

    সুতুলি কেঁকুৰা মাটিৰে বনাই বুলি জানো

  • @himanshusaikia3816
    @himanshusaikia3816 Рік тому

    Xorute amak dhemalite je prosno krisil,,ejupa gosot 10ta chorai asil ata guli mari morile keta thkibo..tenedhoronor prosno xuddhise..bihu koinya protijukitatu enekua low standart prosno nusudhe..

  • @kanakkalita3396
    @kanakkalita3396 Рік тому

    Kumaroni mati mohi kumar mati jitu neki kumare ghat koloh bonabor babe use kora hoi

  • @bijithazarika7363
    @bijithazarika7363 Рік тому

    বিচাৰক মন্দলি কথা বেছি কৰিছে ।

  • @Matu-sj1kn
    @Matu-sj1kn 6 місяців тому

    1952sonot.

  • @user-ix8vd1kk6n
    @user-ix8vd1kk6n 5 місяців тому

    Uippl

  • @lavitadeka_
    @lavitadeka_ Рік тому +1

    Anchor jonik ekdom vl loga ni

  • @Princesslearninghub
    @Princesslearninghub Рік тому +2

    🤣🤣komaroni ru uii puk blg blg

  • @jurigogoi4048
    @jurigogoi4048 Рік тому

    Kmarni matire hutuli nbnai hutuli kekuya gator Matire bonai

  • @axomiya12lora
    @axomiya12lora Рік тому

    বে ৷ টিয ৷ নি

  • @sangakashpinkymohan407
    @sangakashpinkymohan407 Рік тому

    Kun aigoraki bisarok

  • @lakhimitrunjoi
    @lakhimitrunjoi Рік тому

    Faltu bisarok aibur..ghus khai Kam kore ehote. June pbo lge ty npy ..nabo logiya bure kio pay. Tokai hokolu nk apunalukor krne. Miu bohut bihu nasisu kintu aji kli bisarok buror mogojot mall nay ghuss khai Kam kore ehot murkho bure

  • @parismitaborah4993
    @parismitaborah4993 Рік тому

    Mur mote rajashree answering right asil...

  • @shyamvlog223
    @shyamvlog223 Рік тому

    Judge rae wrong

  • @satramborah8047
    @satramborah8047 7 місяців тому

    Noton.bosarr.sagomn