শিৱসাগৰত খিলঞ্জীয়া আৰু অনা-অসমীয়াৰ মাজত বিভাজন..মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত'

Поділитися
Вставка
  • Опубліковано 26 жов 2024

КОМЕНТАРІ • 783

  • @dhanjitpathak5589
    @dhanjitpathak5589 2 місяці тому +151

    Good সুন্দৰ কথা এটাই বহিৰাগত অনা অসমীয়াৰ অতপালি বেছি হৈছে গতিকে যি কৰিছে ভালে হৈছে অকল শিৱসাগৰত কিয় গোটেই অসমতে এনেকুৱা হ'ব লাগে । এতিয়া পৰেশ বৰুৱা ডাঙৰীয়াৰ দৰকাৰ হৈছে অসমত আৰু পৰেশ বৰুৱা ডাঙৰীয়াই আলোচনা কৰাৰ বাবে যিখিনি কথা সদায় উপস্থাপন কৰি আহিছে সেই খিনি হৱ লাগে ।

    • @girindrakhataniar9555
      @girindrakhataniar9555 2 місяці тому +6

      চৰকাৰে বিষয় সমুহ হস্তগত কৰি সকলোৰে গ্ৰহণযোগ্য সিদ্ধান্তৰে শান্তি ঘুৰাই আনক তাৰেই কামনা কৰিলোঁ ।

    • @PRANJALSARMA-s6d
      @PRANJALSARMA-s6d 2 місяці тому +2

      অসমীয়াৰ চিনাকি থাকিব লাগিবই। কিন্তু কাৰোবাক উচতনি দি নহয়। কাৰণ মিঞা যিমান দায়ী অনা অফমীয়াও একেই।
      সৎভাব, সমন্বয় অবিহনে অসমত আজিৰ সময়ত কোনো সমস্যাই সমাধান অসম্ভৱ।
      শিৱসাগৰৰ ৰাইজে অখিলক জয় কৰাই জাতিয়তাবাদ কৰিব বিচাৰিছে যদি আকাশত তৰা হিচাপ কৰাৰ দৰেহে হব।
      কাৰণ নিজস্ব চিন্তা আৰু ৰাইজৰ চিন্তা পাৰ্থক্য আছে

    • @crislinastatuschannel3397
      @crislinastatuschannel3397 2 місяці тому

      Bohut soo best khedi-khedi gotiyae uliyae dibo lage harami miyasob bohiragotsobok..

    • @RahulKhan-yr4yu
      @RahulKhan-yr4yu Місяць тому

      ​@@girindrakhataniar9555😢

  • @Manisha461
    @Manisha461 2 місяці тому +159

    ধন্যবাদ শিৱসাগৰবাসী ৰাইজ ।

  • @jayantdeka9306
    @jayantdeka9306 2 місяці тому +100

    অসমীয়া ৰ দপদপনিৰ ভাল লাগিছে। সকলো অসমীয়া ওলাই আহিব লাগে।

  • @xyzzzzzzzzhhh
    @xyzzzzzzzzhhh 2 місяці тому +82

    অসমীয়া আজি মোৰ তুলি জীয়াই থাকিব পাৰিছে যদি শৃংখল চলিহা, চিতো বৰুৱা, বিকাশ অসম আৰু তেনেকুৱা কেইজনমান যুৱকৰ কাৰণে পাৰিছে। পুৰণা কথা নকওঁ। এনেকৈ উদাৰ মনোভাৱেৰে হিট তাপ নিয়ন্ত্ৰিত কোঠাত বহি হাজাৰ হাজাৰ অভিমত পাৰ হৈ গৈছে যিয়ে একো সমিধান দিব নোৱাৰে। নিজৰ জাতি নিজৰ মাটি নিজৰ ভাষা বচাবলৈ এইদৰে নৰমপন্থী উদাৰ মনোভাৱৰ প্ৰয়োজনীয়তা আজিৰ পৰা 50 বছৰ আগতেই শেষ হৈ গৈছে

  • @GCNath-ed7im
    @GCNath-ed7im 2 місяці тому +165

    খুব ভাল কথা,অসমত অনা অনা অসমীয়াৰ দপ দপনী ঠাণ্ডা কৰিবলে সদৌ অসমৰ মানুহেই জাগিব লাগে

  • @BimalaGogoi-q8j
    @BimalaGogoi-q8j 2 місяці тому +21

    বহুত সুন্দৰ মন্তব্য উপস্থাপন কৰিলে গগৈ ডাঙৰীয়াই বহুত বহুত ধন্যবাদ জনালোঁ।

  • @janardanbora2803
    @janardanbora2803 2 місяці тому +142

    শিৱসাগৰ পৰা দেখাই দিয়া হল বহিৰাগতক জয় আই অসম 🎉🎉🎉

    • @krishnokachari7913
      @krishnokachari7913 2 місяці тому

      @@janardanbora2803 Kela ki dekhai diya hol....? Maksudu kela 2, 3 ta manok Kati dekhai dibo lagisil.... tetiya baki bilak Enew voyte polabo

    • @purnimamahilary1560
      @purnimamahilary1560 2 місяці тому

      P p. O. 😅 P . 😅 😅 . O o. 😅 O. 😅 P😅 P 😅 😊. O. O. P. 😅. P😅

    • @purnimamahilary1560
      @purnimamahilary1560 2 місяці тому

      P p. O. 😅 P . 😅 😅 . O o. 😅 O. 😅 P😅 P 😅 😊. O. O. P. 😅. P😅😅

  • @bakulboruah2026
    @bakulboruah2026 2 місяці тому +113

    অসম কেৱল খিলঞ্জীয়া অসমীয়াৰ বাবে।ইয়াত কোনোবা গুজৰাট,ৰাজস্থানৰ পৰা অহা মাৰোৱাড়ী,বিহাৰৰ পৰা অহা বিহাৰী, পশ্চিম বংগৰ পৰা অহা বঙালীয়ে উৎপাত কৰিলে,আমাৰ অসমীয়া মানুহৰ ওপৰত হাত তুলিলে প্ৰতিটো অনা-অসমীয়াক অসমৰ পৰা আঁঠু কঢ়াই কাণত ধৰাই অসমৰ পৰা বাহিৰ কৰি দিয়া হব।

    • @dkdk5486
      @dkdk5486 2 місяці тому +5

      Also bangladeshi

    • @xyzzzzzzzzhhh
      @xyzzzzzzzzhhh 2 місяці тому

      right

    • @HarenChetia-fg2sw
      @HarenChetia-fg2sw 2 місяці тому +5

      অসমত অনা-অসমীই ও অসমীয়া ভাষা কবলাগে, দলত পূজাৰী অসমীয়া মানুহ হব লাগে

    • @rupkamalnath2275
      @rupkamalnath2275 2 місяці тому

      😊oo😊

    • @rajeshhazarika1663
      @rajeshhazarika1663 2 місяці тому

      একদম ঠিক কথা কেলা 😡

  • @chenvlog1674
    @chenvlog1674 2 місяці тому +49

    অৰুণাচল, মেঘালয়, মিজোৰাম, মণিপুৰ, নাগালেণ্ডত সকলোতে ভূমি অধিকাৰ আছে কিন্তু অসমৰ থলুৱাই কি পালে?

    • @m.g.4289
      @m.g.4289 2 місяці тому +1

      বাহিয়া লোকৰ গতা, কেটেয়া মাত আদি লাভ কৰিছে.

    • @kushalkalita7921
      @kushalkalita7921 2 місяці тому +1

      এইটো মেইন কথা কৈছে তুমি inner line permit jadi আগতে ব্যৱস্থা থকা হলে এনেকুৱা একোঁ নহল হলে,আমাৰ ইআট মালিকী চৰ্ত নাপালে হলে,

    • @BogaBasumatary-uk3cg
      @BogaBasumatary-uk3cg 2 місяці тому

      Good

  • @nirmalpegu2841
    @nirmalpegu2841 2 місяці тому +32

    সুন্দৰ প্ৰদক্ষেপ শিবসাগৰ বাসী শুভেচ্ছা থাকিল ৷ লগত আমি আছো আপোনাৰ লোকৰ লগত ৷

  • @user-tm2rf2ii9d
    @user-tm2rf2ii9d 2 місяці тому +38

    এই শ্যাম কানু বুলাটোক নামাতিব....এক নম্বৰ sutmaroni হয় ককাই ভাই গিতা

  • @DibakarJAB
    @DibakarJAB 2 місяці тому +28

    অকল শিৱসাগৰ নহয়,, সকলো ঠাইতে অনা অসমীযাক মাটি বিক্ৰী বন্ধ হোৱা উচিত।।

  • @tarunchandranath
    @tarunchandranath 2 місяці тому +71

    বসন্ত গগৈ। ধন্যবাদ

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 місяці тому +24

    সঙগামী জনগণলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। আপোনালোক সঙগামী জনগণলৈ আমাৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ।এই আন্দোলনলৈ আমাৰ নৈতিক সমৰ্থন আগবঢ়াইছো।

  • @gogoi4250
    @gogoi4250 2 місяці тому +32

    অসমীয়া মানুহে নিজৰ সহানুভূতি আগবঢ়াই বহিৰাগত মানুহক ঠাই দিছিল। তাৰোপৰি সেই বহিৰাগত মানুহ খিনিৰ হে উৎপাত বাঢ়িল। যিমান উৎপাত কৰিব লগা আছিল কৰিলে আৰু নহব এতিয়াৰে পৰা যিমান উৎপাত, অভদ্ৰ আৰু দাদাগিৰি দেখাব তেতিয়াই কানৰ তলত এছৰ পৰিব কাৰণ অসম আৰু অসমীয়াৰ ওপৰত কোনো বহিৰাগত মুছলমান, মাৰোৱাৰী, বেংগুলি আদি সম্প্ৰদায়ৰ ব্যৱসায়ীৰ গুণ্ডামি নচলিব। জয় আই অসম ❤।

  • @sumanborah9605
    @sumanborah9605 2 місяці тому +34

    বসন্ত গগৈ ক ধন্যবাদ জনালো আপোনাৰ মন্তব্য ইতিবাচক জয়ী আই অসম

  • @muzzkirhussain3104
    @muzzkirhussain3104 2 місяці тому +15

    পলম কৈ হ'লেও অসমীয়া ৰাইজ জাগ্ৰত হোৱাৰ বাবে ধন্যবাদ।

  • @Sunitkrsaikia
    @Sunitkrsaikia 2 місяці тому +69

    সকলো অসমীয়া একগোট সবৰ হল ।জোৰপুৰি হাত পালেহি ।

  • @nirensonowal3100
    @nirensonowal3100 2 місяці тому +31

    এইটো শ্যাম কানুক এইবোৰ জাতীয়তা বাদীৰ কাৰ্যসূচী নমতাই ভাল ৷

  • @বিমানকুমাৰনাথ
    @বিমানকুমাৰনাথ 2 місяці тому +31

    গোটেইকেইজন পেনেলিষ্টলৈ আমাৰ প্ৰণাম আৰু গভীৰ শ্ৰদ্ধা আছে। অসমীয়াত্বৰ জ্যোতি কিতাপখনত বৰ সুন্দৰকৈ ময়ূৰ বৰা ডাঙৰীয়াই কথাবোৰ লিখিছে।

  • @SureshgogoiSureshgogoi
    @SureshgogoiSureshgogoi 2 місяці тому +13

    অসমত মাৰোৱাৰী পট্ৰী শব্দ শাৰী কাটি "জ্যোতিপ্ৰসাদ আগৱলা "পথ কৰক

    • @bhaviks5213
      @bhaviks5213 2 місяці тому

      Dhui, agarwala axomiya niki

  • @surendrasurendra6163
    @surendrasurendra6163 2 місяці тому +8

    বসন্ত গগৈ ডাঙৰীয়াই খুউব সুন্দৰ ভাৱে আমাৰ খিলঞ্জীয়া ভুমি পুত্ৰ সকলৰ মনৰ ভাববো প্ৰকাশ কৰাৰ বাবে তেখেতক ধন্যবাদ জনালোঁ। আৰু লগতে
    তেখেতক আমাৰ খিলঞ্জীয়া ভুমি পুত্ৰ সকলৰ অচতিষ্ঠ ৰক্ষাৰ যুঁজখন শিৱসাগৰ পৰা আৰম্ভ কৰি সমগ্ৰ অসমতে বিয়পাই দিবলৈ কাতৰ অনুৰোধ জনালোঁ।জয় আই অসম।

  • @AbhijitChutia-n2u
    @AbhijitChutia-n2u 2 місяці тому +12

    অসমত অনা অসমীয়া দাদাগীৰী নচলিব ,,অকল শিৱসাগৰ তে নহয় সকলো জিলাতে এনেকুৱা হব লাগিব,,জয় আই অসম

  • @Moni88-k2n
    @Moni88-k2n 2 місяці тому +19

    বসন্ত গগৈ ধন্যবাদ ইমান সুন্দৰ কৈ কথা বোৰ আগবঢ়োৱা বাবে ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @bhaskarboruah1946
    @bhaskarboruah1946 2 місяці тому +25

    জয়‌ আই অসম,❤জয় শিৱসাগৰ,,,❤ ✊✊

  • @priyankuchetiapator2756
    @priyankuchetiapator2756 2 місяці тому +18

    সুন্দৰ উপস্থাপন বসন্ত গগৈ ডাঙৰীয়া । জয় আই অসম ❤

  • @Deepb97
    @Deepb97 2 місяці тому +15

    অসমতে অসমীয়াক প্ৰহাৰ কৰিব, আৰু অসমীয়াই মত-অভিমত পাতি থাকিব!😅

  • @scaryp_gaming_9902
    @scaryp_gaming_9902 2 місяці тому +7

    সকলো শিৱসাগৰবাসী ৰাইজক ধন্যবাদ জনাইছোঁ ❤️✊

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 2 місяці тому +51

    আক্ৰমন কৰিলে প্ৰত্যক্ৰমন কৰা কথা আছিল কৰিছে প্ৰতিবাদ। বাহিৰৰ মানুহে দেখুৱাইছে সাহস। আমি ব্যস্ত মত অভিমতত।।

    • @assamfirebase6892
      @assamfirebase6892 2 місяці тому +7

      অসমৰ মুখ্যমন্ত্ৰী ৰ পলিটিক্স এইবোৰ।

    • @krishnokachari7913
      @krishnokachari7913 2 місяці тому +3

      ​@@assamfirebase6892Lewra Montri kela 😅😅😅

    • @tapankumarvlogs9570
      @tapankumarvlogs9570 2 місяці тому +5

      অনা অসমীয়াই আইন হাতত তুলি ললে শাস্তি নহয় কিন্তু অসমীয়াই আইন হাতত তুলি ললে জেল যাব লাগে। কথা হল আইন খন কেৱল অসমীয়াৰ বাবে নেকি?

    • @tamjidahmed5119
      @tamjidahmed5119 2 місяці тому

      অনুমান হয় অসমৰ অসমীয়াৰ ওপৰত ভেল্কিবাজী মেজিক চলি আছে। অবাতে পৰিচালিত হৈ থকা যেন লাগে। ভূপেন হাজৰিকাদেৱে গাই যোৱা "আমি অসমীয়া নহওঁ দুখীয়া" গীতটো ক্ৰমে উপদেশ হৈ পৰিছে।

    • @tamjidahmed5119
      @tamjidahmed5119 2 місяці тому

      ​@@assamfirebase6892 সত্য

  • @sarbanandamili1833
    @sarbanandamili1833 2 місяці тому +20

    যাক যাক যাক অসমীয়া যাক সকলোৱে ওলাই আহক । জয় আই অসম

  • @ratikantamili.5442
    @ratikantamili.5442 2 місяці тому +6

    Ajir nisina alusona hobo....lage bohut bhal lagile Nitu....da.....Jai I Ahom.❤❤

    • @jalaluddinahmed9888
      @jalaluddinahmed9888 2 місяці тому

      হয়, আজিৰ আলোচনা গঠনমূলক হৈছে। ভাল লাগিল।

  • @kushalkalita7921
    @kushalkalita7921 2 місяці тому +8

    অসমীয়াৰ আবেগ ধান খেৰৰ জুই, এই জুই ভাষা আন্দোলনত জলিছিল ,এই জুই অসম আন্দোলনত সময়ত জলিছিল ,কা সময়ত জলিছিল কিন্তু কি পালো আমি অসমীয়াই ,মাত্ৰ এখন ইনাৰ লাইন পাৰ্মিত আমি নাপালোঁ কিন্তু উততৰপূৰ্বাঞ্চলৰ সকলো ৰাজ্য পালে,কেইডিন মন যোৱা পাছত চিনখল চালিহাক কিবা এটা কাৰণত জেলত সুমুৱাই থব

  • @bhaylinasaikia5940
    @bhaylinasaikia5940 2 місяці тому +3

    খুউব সুন্দৰ হৈছে অনুষ্ঠানটি।

  • @papurecipeandtravel2410
    @papurecipeandtravel2410 2 місяці тому +22

    কোনো বা যদি বি জে পি অসমীয়া মানুহে চায় আছে মোক উত্তৰ এটা দিয়ক ,মামাই কিয় ঘটনাৰ বিষয়ে একো মাত মতা নাই

    • @dipankardasdk7808
      @dipankardasdk7808 2 місяці тому

      Karon sarkar or daityo hoise sobok ai hontusto kora...

    • @krishnokachari7913
      @krishnokachari7913 2 місяці тому

      ​@@dipankardasdk7808Ghenta dal kela 😅😅😅

    • @bitopandas879
      @bitopandas879 2 місяці тому +2

      Axom r bahirot oo bohut student ru family ase

    • @nipulsarma8888
      @nipulsarma8888 2 місяці тому

      ​@@bitopandas879axomor bahorot thoka manuh khunie kaku mar pit kora nai ...

    • @NitumoniBorah123
      @NitumoniBorah123 2 місяці тому

      ​@@bitopandas879tarpasot ki hol

  • @mintusarmah1271
    @mintusarmah1271 2 місяці тому +18

    Good Job Joi আই অসম

  • @assamnoobgamer9752
    @assamnoobgamer9752 2 місяці тому +5

    এই বাৰ আৰু কোনো ক্ষমা নাই দয়া নাই গোটেই অসম জাগক‌ আৰু বহিৰাগত বদমাছ বিলাকক আজিৰ পৰাই খেদা আৰাম্ভ কৰক।কৰিম বা মৰিম বুলি প্ৰতিজ্ঞা কৰক।কৰিম নকৰিব বুলি ভাবি থাকি কোনো লাভ নাই। মৃত্যু লৈ ভয়‌খাই কোনো লাভ নাই ‌এদিনটো মৃত্যু বৰন কৰিবলৈ লাগিব। মৃত্যুও টো এটা শিল্প।জয় আই অসম।

  • @m3official209
    @m3official209 2 місяці тому

    ধন্যবাদ শিৱসাগৰবাসী। Plz well come Paresh Baruah sir...plz .. এতিয়া আপোনাক প্ৰয়োজন হৈছে।

  • @JitenBorah-g7f
    @JitenBorah-g7f 2 місяці тому +10

    ধন্যবাদ ময়ুৰ দা,আপোনাৰ নিচিনা মনস্তাত্বিক চিন্তাৰ ব্যক্তিসকলৰ জৰিয়তে
    6 নং দফা কাৰ্যকৰি কৰি চৰকাৰে অসমীয়া জাতিক সুৰক্ষিত কৰাত গুৰুত্ব
    দিয়ক।

  • @kusheswarbaruah3687
    @kusheswarbaruah3687 2 місяці тому +14

    ধন্যবাদ শিৱসাগৰ ৰাইজৰ প্ৰতিবাদ,

  • @UnwindPhysicsWithNamashya
    @UnwindPhysicsWithNamashya 2 місяці тому +5

    Huge respect, Boxonto Gogoi Dangoriya !

  • @বিমানকুমাৰনাথ
    @বিমানকুমাৰনাথ 2 місяці тому +15

    গোটেইবোৰ অৰ্থনীতি। থলগিৰিয়ে সৰুৰ পৰা ডাঙৰ সকলো কামতে মনোনিৱেশ কৰিব লাগিব, তেতিয়া মাটিও বিক্ৰী নকৰে। থলগিৰিয়ে তামোল কটা হোটেলত ভাত বনোৱাক টেট শিক্ষক শিক্ষয়িত্ৰীৰ সমানে সন্মান কৰিব লাগিব। কৰ্মক সন্মান নকৰা এটা স্বভাৱ থলগিৰিৰ নাই বুলি নুই কৰিব নোৱাৰি। কেৱল হোটেল ধাবাই অৰ্থনীতি টনকিয়াল নকৰে উদ্যোগ গঢ়িব লাগিব থলগিৰিয়ে। টকা নথকাখিনিৰ নাই, থকাসোপাও চৰকাৰী চতুৰ্থ বৰ্গ বুলি মাটিকে একামোৰ খোৱা মানসিকতা ত্যাগ কৰক।

  • @nakulbanikya6653
    @nakulbanikya6653 2 місяці тому +1

    খুব ভাল বিষয
    আলোচনা হ'ল।অসমীয়াই শিক্ষা ল
    ওখ।

  • @LilambarBhatta
    @LilambarBhatta 2 місяці тому +18

    Singkhol soliha good coment

  • @IsfaVlogs
    @IsfaVlogs 2 місяці тому +6

    সুন্দৰ পদক্ষেপ লৈছে দাদা।

  • @debmk7449
    @debmk7449 2 місяці тому +7

    ভাল কথা কৈছে সকলোৱে।দুই তিনিতা মাৱাৰি কাৰনে সকলো বদনাম হৈছে।

  • @sankuhazarika221
    @sankuhazarika221 2 місяці тому +9

    এই মহন্তটোক কিয় মাতে মানে এইবোৰ ভাল অনুষ্ঠানত।
    ই অনা অসমীয়াক তেল মাৰিয়েই চলি আছে।
    ই ৰাইজৰ আগত বেলেগ এটা কয় আৰু ভিতৰি বেলেগ এটা ৰূপ লৈ থাকে।

  • @dilipchdeka6812
    @dilipchdeka6812 2 місяці тому +1

    অসমৰ উন্নতিৰ বাবে এনে আলোচনা দৰকাৰ। অসমীয়াৰ সৰলতাক বিদেশীয়ে দুৰ্বলতা বুলি ধৰি লৈ আগবাঢ়ে । অসম কেতিয়াও বিদেশী মুক্ত নহয় একমাত্ৰ আসমীয়া সুবিধাবাদী ৰাজ নীতিকৰ বাবে। অসমত অসমীয়া সুৰক্ষিত হ'বই লাগিব শাসনত যিয়েই নাথাকক । জয় আই অসম । 🙏🙏🙏

  • @mriduphukan5210
    @mriduphukan5210 2 місяці тому +1

    Diplomatic answer by shyam kanu mahanta.. clever man

  • @golakvai662
    @golakvai662 2 місяці тому +1

    জই আই অসম ,বিহাৰী মাৰোৱাৰী ৰাজত্ব নচলিব সকলো অসমীয়া ওলাই আহিব লগে

  • @7gc970
    @7gc970 2 місяці тому +24

    বৰপেটাৰ মিঞাৰ মোছলীম সকলে খিলঞ্জীয়াৰ উপৰত আক্ৰমণ কৰিলে সেই
    খিলঞ্জীয়াৰে মাৰ খাই চুপ হৈ আছে । এনেকৈই এফালৰ পৰা খিলঞ্জীয়াৰ শেষ হৈ জাব । খিলঞ্জীয়াৰ একগোট হৈ থিয় হোৱাৰ সময় হল ।শিৱসাগৰ ৰাইজৰ লগত আমি খিলঞ্জীয়াৰ ৰাইজ সদাই আছো ।

    • @spiritualiq-n8g
      @spiritualiq-n8g 2 місяці тому

      Asomr budhijibi hokol American deep state r usorot bikri hoise, Hindu birodhi kam Kori ase,

    • @izazulhoque5625
      @izazulhoque5625 2 місяці тому

      Be positive

    • @s.k.mastermix..445
      @s.k.mastermix..445 2 місяці тому

      Gedabur dadagiri bahise...

    • @latifali9650
      @latifali9650 2 місяці тому +1

      @@s.k.mastermix..445geda bur 2 r pora 5 khon district r fosi ase.... Gedak hohoje khada jabo ....kintu maruyari bihari k khediya iman easy nohoi

    • @7gc970
      @7gc970 2 місяці тому

      @@izazulhoque5625 thanks .

  • @deepakdarabdhara8345
    @deepakdarabdhara8345 2 місяці тому +1

    Basanta Gogoi thanks for ur thinking,not only in Sivasagar but also in whole Assam the land of local people gradually goes to the hand of outsider of Assam.

  • @SushilaDuarah
    @SushilaDuarah 2 місяці тому

    ধৈৰ্য বৰ দৰকাৰ। আমিও দলে বলে ওলাম ওলাম। কিন্তু চৰকাৰে বিবেচনা কৰিব লাগে।

  • @nurulhoque6535
    @nurulhoque6535 2 місяці тому +27

    আৰু বিজেপিক হিন্দুৰ নামত ভোট দিয়ক
    বিজেপিক জিকালে আৰু অনাঅসমীয়াৰ দাদাগিৰি বাঢ়়িব

    • @Sukanya123-jf3fk
      @Sukanya123-jf3fk 2 місяці тому +4

      Aru congress k vote di jitile bangladeshi r utpat bare

    • @R.R.G-w8c
      @R.R.G-w8c 2 місяці тому +4

      আৰু কংগ্ৰেছক ভোট দিলে বাংলাদেশী মিঞাৰ উপ্তাত বাঢ়িব ।

    • @nurulhoque6535
      @nurulhoque6535 2 місяці тому +4

      @@R.R.G-w8c বুৰঞ্জী পৰি চাইছানে?
      মিঞা অসমত 1205 খ্ৰীষ্টাব্দৰ পৰা আছে ।
      মিঞাই অসমীয়া ভাষাটো জীয়াই ৰাখিছে গম পাওঁনে ? মিঞাক বাদ দিলে অসমত কিমান শতাংশ অসমীয়াই অসমীয়া পৰে গম পোৱানে?
      মিঞাই অসমীয়া মাধ্যমত লিখা-পঢ়া কৰে আৰু মাতৃভাষা অসমীয়া লিখে । অনা অসমীয়াই মাতৃভাষা অসমীয়া লিখে নে আৰু অসমীয়া মাধ্যমত পঢ়েনে?

    • @Sukanya123-jf3fk
      @Sukanya123-jf3fk 2 місяці тому +1

      @@nurulhoque6535 iat bangladeshi miya ktha koi thoka hoise...... amar khilonjiya musol manor ktha kua nii ...apuni jdi pokrito 1jon khilonjiya tetia hole apuni o ai2 t agree kribo

    • @J_boruah.
      @J_boruah. 2 місяці тому +1

      ​@@nurulhoque6535 bangladeshi Miya kotha kua hoise tumaluk goriya manuhor kotha ni kua. Axomot jiman muslim ase tar vitorot only 20% axomiya muslim . Baki 80% Bangladesh r pora oha bangladeshi Miya , geda 😂

  • @DipuHazarika-yk4rz
    @DipuHazarika-yk4rz 2 місяці тому +1

    Welcome to sibshagar

  • @deepjutideka969
    @deepjutideka969 2 місяці тому

    ভাল সিদ্বান্ত❤

  • @debenborah2905
    @debenborah2905 2 місяці тому

    ধন্যবাদ, অনুষ্ঠানটো চাই ভাল লাগিল ❤🙏

  • @MakhanChetia-ye8lj
    @MakhanChetia-ye8lj 2 місяці тому +2

    ভাল লাগিলে, জয় আই অসম✊

  • @Ashimasomiya
    @Ashimasomiya 2 місяці тому +5

    নিজৰ অসমত থাকি মাজে মাজে নিজৰ ভাষাৰ সুৰক্ষাৰ বাবে ,কৃষ্টি-সংস্কৃতি সুৰক্ষাৰ বাবে আন্দোলন কৰিব লগা হয়, আকৌ মাজে মাজে খিলঞ্জীয়া অসমীয়াক বহিৰাগত লোকে কৰা অত্যাচাৰৰো আন্দোলন কৰিব লগা হয়----সঁচাই আমি অসমীয়া সকল দুৰ্ভাগ্য -----

  • @monjuridutta5528
    @monjuridutta5528 2 місяці тому +1

    Right

  • @Moni88-k2n
    @Moni88-k2n 2 місяці тому +1

    সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @debojyotihazarika81
    @debojyotihazarika81 2 місяці тому

    আন্তৰিক ওলগ যাচিলো। আপোনাৰলোকৰ লগত আমি ও আছো ।

  • @sri6989
    @sri6989 2 місяці тому +7

    ভাৰতৰ লগত থকাৰ পৰিণতি

  • @MonjitgogiiKrishan
    @MonjitgogiiKrishan 2 місяці тому +2

    সুন্দৰ বসন্ত গগৈ ডাঙৰীয়া। জয় আই অসম❤❤

  • @gentlegamer7681
    @gentlegamer7681 2 місяці тому

    বসন্ত গগৈক ধন্যবাদ, সম্ভৱ হ'লে নামনি অসমৰ ফালেও জাতীয়তাবোধৰ প্ৰসাৰ কৰক, ধন্যবাদ।

  • @abdulmotalebchoudhury1106
    @abdulmotalebchoudhury1106 2 місяці тому

    সমূহ জাতীয় সংগ্ৰামী বীৰ বিৰংগণা লৈ, বিনম্ৰ আহ্বান জনাইছোঁ, শকুনী মামাৰ পৰা সতৰ্ক থাকিব যেন, বিষ বাষ্প ছটিয়াই, অশান্ত সৃষ্টি কৰিব নোৱাৰে। ধন্যবাদ, "তৰিলে দেশ মৰিলে স্বৰ্গ" জয় আই অসম।

    • @abdulmotalebchoudhury1106
      @abdulmotalebchoudhury1106 2 місяці тому

      আপোনাৰ প্ৰশ্ন পদক বক্তব্যৰ, কিহৰ বলেৰে?? উত্তৰ -ডবল ইঞ্জিন, আৰু নাগপুৰত পেঁপা বাজিছে, অসমত এওঁ লোক নাচিছে,

  • @mdvofficial9815
    @mdvofficial9815 2 місяці тому +5

    তিনিচুকীয়া অতি সোনকালে লাগে

    • @NNG-SINGER
      @NNG-SINGER 2 місяці тому

      হয় ভাই ।তিনিচুকীয়া ভয়ঙ্কৰ ।

  • @joker-l4y2b
    @joker-l4y2b 2 місяці тому

    Ekdom right 👍

  • @jintugogoi8049
    @jintugogoi8049 2 місяці тому

    Joi ai axom shinkal da... Baalor kela kunu baherogata kotha nuhunu kela.. Apunar kotha huni bohut val lagil gogoi da

  • @abhijitbarman8059
    @abhijitbarman8059 2 місяці тому

    Great initiative

  • @BimanSaikia-eh6gc
    @BimanSaikia-eh6gc 2 місяці тому +1

    ধন্যবাদ বসন্ত, শৃংখল জাতি ৰক্ষাত আমিসকলোও এক, অকল ক্ষ মাই নহয় চুক্তি হব লাগিব

  • @Hjng4665-c2o
    @Hjng4665-c2o 2 місяці тому

    Full support ❤❤

  • @NNG-SINGER
    @NNG-SINGER 2 місяці тому +3

    তিনিচুকীয়াটো সৰহ সংখ্যক বহিৰাগত আছে ।বহুত ভয়ংকৰ ।

  • @kcpinformationcentre1570
    @kcpinformationcentre1570 Місяць тому

    We support 100%

  • @Prabahan-n6o
    @Prabahan-n6o 2 місяці тому

    Dhanyabad sivsagor baxi raij ami xakolu axomiya manuh akgut hobor hol

  • @pkplusaxom3164
    @pkplusaxom3164 2 місяці тому +1

    অসমৰ প্ৰতিখন জিলাতে এনেকুৱা প্ৰতিবাদ হব লাগে,,,,,অসমীয়া আৰু অসমৰ স্বাৰ্থত হোৱা প্ৰতিবাদক সন্মান জনাইছোঁ,,,,,লগতে বৰপেটাত খিলঞ্জীয়া পৰিয়ালৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে বৰপেটাত এনেকুৱা একে ধৰণৰ প্ৰতিবাদ বিচাৰিলোঁ,,,,,,,,,

  • @RomenboraRbora
    @RomenboraRbora 2 місяці тому

    Thank you disu apunaluk lagok val poribakh loisa

  • @arunbharali
    @arunbharali 2 місяці тому

    এই দপদপনি সদায়েই থকা উচিত জয় আই অসম

  • @bontigohain6398
    @bontigohain6398 2 місяці тому +2

    বৰ সুন্দৰ কথা এই প্রতিবাদ ৰ যোগেদি আমি জাগিব লাগিব আমিও বিহারী মানুহৰ পৰা কিছু মান কথা ত প্ৰতাৰিত হৈছো ধষর্ণ কাৰীক ফাচি লগে লগে দিব লাগে

  • @DilipkumarDas-n9l
    @DilipkumarDas-n9l 2 місяці тому

    ধন্যবাদ শিৱসাগৰ বাসীৰ বিচনাথ

  • @mkmk9949
    @mkmk9949 2 місяці тому +4

    আমি আছোঁ । Go ahead

  • @bhabanigogoi3278
    @bhabanigogoi3278 2 місяці тому +1

    Very.good

  • @assamnoobgamer9752
    @assamnoobgamer9752 2 місяці тому

    সুন্দৰ বক্তৃতা বৰ ভাল লাগিল।ইয়াৰ পৰাই বুজিব পাৰি অসমীয়া মানুহ কিমান সহজ সৰল। মহাত্মা গান্ধীৰ নিচিনা অসহজোক আন্দোলন ‌গৰি তলগ তেওঁ লোকৰ কনো বস্তুই গ্ৰহণ ‌নকৰিব।

  • @dudumoni5596
    @dudumoni5596 2 місяці тому

    মই চৰকাৰক কৈছো,ৰাজস্থানত এনেকৈ কৰি চাওক, সকলোৱে অসমত কিয় ইমান সুবিধা পাই

  • @DEBAJITBURAGOHAIN-k5r
    @DEBAJITBURAGOHAIN-k5r 2 місяці тому +4

    বুদ্ধিজীৱী সকল সদায় মাজে মাজে থাকে।

  • @gunamonibordoloi5613
    @gunamonibordoloi5613 2 місяці тому +2

    গোটেই অসমতে ইহঁতৰ অতপালি বাহি গৈছে ।

  • @dkvlogs0145
    @dkvlogs0145 2 місяці тому

    অতি সুন্দৰ বাৰ্তা

  • @shreddedface6039
    @shreddedface6039 2 місяці тому +2

    মাতি বহিৰাগতক বেছা নিজৰ অসমীয়া বদমাছ বোৰক হে পিঠী ফালিব লাগে।

  • @theviralmadevideostvm5062
    @theviralmadevideostvm5062 2 місяці тому +3

    Basanta Gogoi hundor 👏👏

  • @bijubarman1299
    @bijubarman1299 2 місяці тому

    ভাল লাগিল

  • @prabinsutradhar5692
    @prabinsutradhar5692 2 місяці тому

    জয় শিব সাগ ৰ খিলঞ্জীয়া ৰাইজৰ!

  • @DipjyotiTalukdar-y7k
    @DipjyotiTalukdar-y7k 2 місяці тому

    Good koisa siyamkanu daa ah

  • @nilutpaldas8659
    @nilutpaldas8659 2 місяці тому +1

    সুন্দৰ পদক্ষেপ, জয় আই অসম

  • @dudumoni5596
    @dudumoni5596 2 місяці тому

    শিৱসাগৰ ৰাইজ একমত ,ভাল লাগে

  • @PrashantaHira-y4f
    @PrashantaHira-y4f 2 місяці тому +3

    অসমৰ কোনো জিলাতে বহিৰাগত জাতিৰ নামেৰে নামাকৰণ হ'ব নালাগে। কিন্তু বহু ঠাইত আমি বহিৰাগতক বহিবলৈ দি তেওঁলোকৰ নামেৰে নামাকৰণ কৰিছোঁ। এইবোৰ সলাব লাগে।

  • @gboys7573
    @gboys7573 2 місяці тому +1

    শিৱসাগৰীয়া ৰাইজে জাতি ধৰ্ম -বৰ্ণ সকলো একেলগে থাকিব বিছাৰে কিন্তু, বহিৰাগতৰ অধীন হয় নাথাকে । 👍

  • @apurbaghosh9597
    @apurbaghosh9597 2 місяці тому

    Good Speech.
    Basanta Gogoi.👍
    AATASU ZINDABAD ✊✊✊

  • @pranabjyotiboruah1008
    @pranabjyotiboruah1008 2 місяці тому

    Joi aai axom dada

  • @RajeshAgarwal-zf2yx
    @RajeshAgarwal-zf2yx 2 місяці тому +1

    Moi anaa akhomiya kindu akhomiya aaru Akhom sabotkoi bhal lage ai hoise aamar janmobhumi , akhomiya mahnu he ji respect diye aan kunu nidiye, hodai help koribo loi redy thake

  • @padmadhartalukdar8047
    @padmadhartalukdar8047 2 місяці тому +7

    তেলীয়া মহন্ত ক এইবোৰ অনুস্থানত কিয় মাতে?

  • @uttamsonowal1656
    @uttamsonowal1656 2 місяці тому

    Bhakhonto da right kotha koise hosa kotha