মেগা ফাইনেলৰ মঞ্চত তুমুল ৰণ! || Bihuwati Buwari || Mega Final Part-8

Поділитися
Вставка
  • Опубліковано 28 гру 2024

КОМЕНТАРІ • 26

  • @kunjaborah7867
    @kunjaborah7867 5 місяців тому +16

    ইমান ধুনীয়া বিহু নাম গাই ছে প্ৰতিভা বাইদেউ ৱে। বহুত বহুত ধন্যবাদ

  • @bharatibora7101
    @bharatibora7101 5 місяців тому +9

    প্ৰতি খণ্ড তবীয়ে ইমান সুন্দৰ কৈ নাচিলে বিচাৰক চাৰ, বাইদেউ দুই জনে মেগা ফাইনেল ত শুদ্ধ বিচাৰ নকৰিলে দেই। তবী দৰে কোনো এজনী নাচনী সৰ্ব গুনৰ অধিকাৰী হ'ব নোৱাৰে। আৰু তবী নাচ আৰু গান আৰটি ফিচিয়েল নহয় যে দুটা মান বিহু নাম বা বিহুৰ নাচহে নাচিবলৈ যানে। ক'ত ভুল দেখিলে বিচাৰকে জানিব দিয়া হ'লে অসম বাসীয়ে ভাল পালোঁ হয়

    • @kumkumkakatipatar
      @kumkumkakatipatar 5 місяців тому +1

      Tobi khorbo gunor odhikari hobo pare kintu manisu kintu bihu khetrot tew odhi Kari nhoi .monika dasor tulonat tew bht km

  • @barashaborah6929
    @barashaborah6929 5 місяців тому +3

    সুন্দৰ ❤

  • @Tobeeborah-ix6ju
    @Tobeeborah-ix6ju 5 місяців тому +12

    🙏

  • @bharatgogoi8357
    @bharatgogoi8357 5 місяців тому +23

    অসমৰ দশকৰ চকুত আছিল তবী খঙীয়া বৰা কিন্তু বিচাৰকে কিয় এলাগী কৰিলে। কেৱল মুখেৰে তেল হে মাৰিলে। ভবিষ্যতে এনেকুৱা নকৰিব বুলি আশা ৰাখিলোঁ।

    • @MainaChutia-m6w
      @MainaChutia-m6w 5 місяців тому +4

      তবিৰ শাহুৱে অভিনয় কৰা হলে তাইও আজি পালে হেতেন।

    • @kabitabhuyan9507
      @kabitabhuyan9507 5 місяців тому +2

      তবীৰ শাহুৱে নাচি বাগি থকা হলে তাই আজি জয়ী হল হেঁতেন

  • @Assamese412
    @Assamese412 5 місяців тому +17

    কেতিয়াবা এনেকোৱা লাগে তবীক Publicity কাৰনে বেবহাৰ কৰিলে
    আমি তাবিয়ে পাব বুলি ভাবিছিলো

  • @dipalidas5586
    @dipalidas5586 5 місяців тому +1

    Very nice. ❤❤❤

  • @simabegum7322
    @simabegum7322 5 місяців тому +3

    Mollika baideu nki Tobe xahuek joni ❤❤

  • @sasankaburagohain9917
    @sasankaburagohain9917 5 місяців тому +2

    ❤️❤️❤️

  • @MaishanaMahanta
    @MaishanaMahanta 5 місяців тому +4

    সীমা বাৰ নাচ টো কিয় দিয়া নাই

  • @sumkowar2200
    @sumkowar2200 5 місяців тому +18

    Tobee tumi nupuwa r babe bohut dukh lagile

  • @utpalachangmai2152
    @utpalachangmai2152 5 місяців тому +2

    তবীয়ে কিয় নাপালে নাজানিলো পোৱা হ'লে বহুত

  • @JulieSonowal-f5r
    @JulieSonowal-f5r 5 місяців тому +6

    Tobee baa karoran ha ai progam tu saiselu

  • @santanatamuli5236
    @santanatamuli5236 5 місяців тому +1

    👌

  • @aakashgogoi9702
    @aakashgogoi9702 5 місяців тому +1

    💟💕💕💕💕

  • @KashmiriMorangPegu-dc3vj
    @KashmiriMorangPegu-dc3vj 5 місяців тому +7

    Tobe tumi nupuwar karone beya lage

  • @zgdance9
    @zgdance9 5 місяців тому +2

    Seema baar nasor video tu dibo

  • @allone2175
    @allone2175 3 місяці тому

    ki dekhisu

  • @PinkiBorahpachani
    @PinkiBorahpachani 5 місяців тому +4

    ❤❤❤

  • @chinmoysaharia6339
    @chinmoysaharia6339 4 місяці тому

    ❤❤❤❤❤❤❤❤❤