📌কিয় ষ্টুডিঅ'ত হুকহুকাই কান্দিলে অভিয়ে?

Поділитися
Вставка
  • Опубліковано 11 вер 2024
  • 📌কিয় ষ্টুডিঅ'ত হুকহুকাই কান্দিলে অভিয়ে?
    📌প্ৰৱল প্ৰতিভাধৰ অভি কাশ্য়পে যেতিয়া বাঁহী বজাই সমগ্ৰ শ্ৰোতা সমাজ মন্ত্ৰমুগ্ধ হয়
    📌চাইনীজ বাঁহীকে ধৰি বিভিন্ন বাদ্য-যন্ত্ৰ বজাব পাৰে প্ৰতিভাৱান অভিয়ে
    📌সুৰীয়া জীৱনটোৰ আঁৰত অভিৰ আছে কঠোৰ সংগ্ৰাম
    📌দৰিদ্ৰতা নেওচি চলাই গৈছে সংগীতৰ চৰ্চা
    📌মাক- আইতাকৰ সৈতে ভাৰাঘৰত থাকি অভিয়ে চলাইছে জীৱন সংগ্ৰাম
    📌আৰ্থিক অনাটনৰ বাবেই থমকি ৰৈছে নেকি যোৰহাটৰ অভি?

КОМЕНТАРІ • 345

  • @pallabihazarika730
    @pallabihazarika730 Місяць тому +25

    হৃদয়ৰ পৰা শুভেচ্ছা জনাইছো তিক্ লো ❤❤❤

  • @praytasheeborah6980
    @praytasheeborah6980 Місяць тому +22

    অভি ভগৱান তোমাৰ সহায় হওঁক।আৰু আগুৱাই যোৱা

  • @padmadhartalukdar8047
    @padmadhartalukdar8047 Місяць тому +40

    বাবা, তোমাক ভগৱানে মংগল কৰিব। মইয়ো তোমাক আশীৰ্বাদ দিছো ,তোমাৰ উন্নতি হক।

  • @anjaligogoi786
    @anjaligogoi786 Місяць тому +18

    সুন্দৰ ভাৱে আগুৱাই যোৱাত ভগৱানে সহায় কৰক। আৰ্শীবাদ তোমাৰ বাবে সদায়ে থাকিব।

  • @kamaswarsenchowa7310
    @kamaswarsenchowa7310 Місяць тому +24

    অভি ভাইটি জনলৈ অভিনন্দন জনাইছোঁ, আৰু ভগৱানে কৃপা কৰক অভী আগুৱাই জাৱক!

  • @HiteshDeka-hp7nf
    @HiteshDeka-hp7nf Місяць тому +27

    ভাইটিৰ দক্ষতা দেখি বহুত ভাল লাগিল আগলৈকে উজ্জল কামনা কৰিলো ভগৱানে তোমাক মঙ্গল কৰক

  • @AmalDas-rj6es
    @AmalDas-rj6es Місяць тому +8

    ইয়াৰ পৰাই আশীৰ্বাদ কৰিছোঁ ভগৱানে সদায় ভালে ৰাখক তাৰেই কামনা কৰোঁ 🙏🙏🙏। এদিন ভাল মানুহ হবা

  • @Kalpajyoti94
    @Kalpajyoti94 Місяць тому +12

    এয়াই টো মানুহৰ ৰূপত ভগৱান ❤ আগুৱাই যোৱা কলিজা

  • @gakulsaikia260
    @gakulsaikia260 Місяць тому +7

    অতি সুন্দৰ প্ৰদৰ্শন, কথাতেই কয় নহয়, অভাৱেই আৱিষ্কাৰৰ মূল। তুমি আগুৱাই যোৱা ভাইটী আমি সকলো আছোঁ তোমাৰ লগত।

  • @tanujarsarkar5235
    @tanujarsarkar5235 Місяць тому +11

    অভি তোমাৰ কবলৈ মোৰ ভাষা নাই ইমান ভাল লাগিছে

  • @animadeka4476
    @animadeka4476 21 день тому +1

    ১৪ বছৰ বয়সৰ ল,ৰাজনক যুৱক নুবুলি কিশোৰ বুলিলে ভাল লাগিব । অভিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ।

  • @uttamashabora5439
    @uttamashabora5439 7 днів тому

    তোমালৈ বহুত মৰম আৰু আশীৰ্বাদ আছে বেটা । আগবাঢ়ি যোৱা ভগৱানে তোমাক সহায় কৰক ।

  • @sawpna.hazarika8849
    @sawpna.hazarika8849 Місяць тому +5

    আঐ দেহি তোমাক ভগৱানে আৰু আগুৱাই নিয়ক আৰু।মৰম জনালোঁ।❤❤❤❤❤

  • @user-su4vt8ik5p
    @user-su4vt8ik5p 10 днів тому

    অভি তুমি আগবঢি় যোৱা আৰু পাৰিবা ভগবান তোমাক মঙল কৰিব তুমি তুমি পাৰিবা মা আৰু আইতা বুকুৰ কুতুম হবা। তোমৰ লক্ষণ আছে । তুমি আগবাঢ়ি যোৱা ভগৱানে আশীর্বাদ দিব পাৰিবা। ❤❤

  • @mridusmitagogoi377
    @mridusmitagogoi377 Місяць тому +11

    সোণ তোমাক ভগৱানে কৃপা কৰক।

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc 13 днів тому

    খুব সুন্দৰ, তুমি আমাৰ গৌৰৱ, তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ, ভগৱান সহায় হওঁক, তোমাৰ আকি থকা ছবিখন সম্পূৰ্ণ কৰি মাছৰহাট বৰনামঘৰত বৰ্তমান উচ্চৰ্গা কৰিলা।নৃসিংহ মূৰাৰিৰ কি অপূৰ্ব সৃষ্টি,তোমাৰ হাতৰ পৰশত প্ৰাণ পায় উঠিছে।ভালে থাকা সদায় 🙏🏻🙏🏻🙏🏻👏🏻👏🏻👏🏻👏🏻

  • @hemantahazarika9715
    @hemantahazarika9715 Місяць тому +3

    অসমৰ সম্পদ, এইজন ল'ৰাই এদিন ভাৰত জিনিব চাই থাকক, মই লিখি দিলো, ❤❤❤❤❤

  • @bhabendeka3039
    @bhabendeka3039 Місяць тому +5

    বহুত বহুত মৰম যাচিছো, ভগৱান তোমাৰ লগত সদায় থাকিব

  • @nabajitchaliha8084
    @nabajitchaliha8084 Місяць тому +5

    Proud of you Jorhat.maina good bless you ❤️

  • @bireswardeka4968
    @bireswardeka4968 Місяць тому +9

    Bohut agoloi jabo aguwai. God bless you

  • @dadulbora9633
    @dadulbora9633 Місяць тому +6

    অভি তুমি আমাৰ বোকাৰ পদুমফুল❤ প্ৰতিভা আচৰিত❤থমকি নৰৱা।

  • @user-xl7zl1eu4o
    @user-xl7zl1eu4o Місяць тому +4

    অভি আগুৱাই যোৱা, God bless you

  • @prasannanarayannath3555
    @prasannanarayannath3555 Місяць тому +5

    Very good performance... Heartiest Welcome to You for your performance..... Thank you...👍🙏😁😀

  • @dipikadas2317
    @dipikadas2317 Місяць тому +6

    আগুৱাই যোৱা সোণটো ভগৱানে তোমাক নিশ্চয় সহায় কৰিব ৷ ❤

  • @ramashrikalandi3434
    @ramashrikalandi3434 23 дні тому +1

    Thanks bro. Jai Radhe Radhe . God bless 🙏🎉🎉🎉🎉🎉🎉

  • @diptimedhi9376
    @diptimedhi9376 Місяць тому +5

    অভি উচ্চ শিখৰলৈ যোৱা । শুভকামনা জনালোঁ ।

  • @krishnagogoi1657
    @krishnagogoi1657 Місяць тому +7

    সুন্দৰ | ভাল লাগিল | তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ |

  • @Pinuri2222
    @Pinuri2222 Місяць тому +5

    Khub sundor ❤👍👌GOD❤🙏 Bless you ❤

  • @parimalflute9380
    @parimalflute9380 Місяць тому +3

    অভি কাশ্যপ শৰ্মা ❤ proud of you....as always ❤

  • @user-jr3fb9ln2q
    @user-jr3fb9ln2q 12 днів тому

    অতিসুন্দৰ।ভগলানে তোমাক কুশলে ৰাখক মাইনা।কাৰো নজৰ নালাগক।

  • @user-vx4rj5lu4w
    @user-vx4rj5lu4w 19 днів тому

    অভি বেটা আৰ্শীব্বাদ কৰিছো আগুৱাই যোৱা ।❤❤

  • @dhananjayboro-wh2gj
    @dhananjayboro-wh2gj Місяць тому +4

    ❤❤❤ অতি সুন্দৰ ❤❤❤
    ভৱিষ্যত উজ্বল হৱক তাৰে কামনা কৰিলো

  • @baruahjayantaofficialboy4175
    @baruahjayantaofficialboy4175 Місяць тому +4

    অভি তুমি বহু দূৰ আগবাঢ়ি গৈ থকা যেন 😢❤😘😘😘😘❤❤❤❤😢

  • @sanjibdas5042
    @sanjibdas5042 Місяць тому +4

    ❤❤❤ বহুত বহুত শুভকামনা জনাইছো । ভাল লাগিল।

  • @monjuriborthakur2114
    @monjuriborthakur2114 Місяць тому +5

    অতি সুন্দৰ অভি ❤❤ তুমি কেতিয়াও হতাশ নহবা । অভাৱ ৰ মাজত থাকিলেও তুমি বহুতো প্ৰতিভাৰ ধনী । তোমাৰ ভৱিষ্যত উজ্জ্বল হৈ জিলিকি উঠক তাৰে কামনা কৰিছো ।❤❤

  • @PakhilaNath-k5p
    @PakhilaNath-k5p 26 днів тому +1

    ভগৱানে সহাই কৰক তোমাক 🎉🎉🎉

  • @ramashrikalandi3434
    @ramashrikalandi3434 23 дні тому +1

    Nice fluit. MUSIC 🎶 very very good. Perform. Nice.jai shree krishna

  • @bijayaborah6853
    @bijayaborah6853 Місяць тому

    ইমান সুন্দৰ প্ৰতিভাৰ অধিকাৰী । অভি, ভগবানে তোমাক বহুত শক্তি দিয়ক । তোমাৰ মনৰ সকলো আশা, সকলো পৰিকল্পনা সফল হওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ।

  • @MainaBora-zo2ey
    @MainaBora-zo2ey Місяць тому +11

    অতি সুন্দৰ আৰু আগুৱাই যোৱা ❤️❤️

  • @MIND216
    @MIND216 Місяць тому +1

    Ashirbad korichu agbahi jwa.moina.Tumar maa tumar hahok...always be smile.❤❤❤❤❤😊😊

  • @Hirenrabha-h6k
    @Hirenrabha-h6k 2 години тому +1

    Bhayti tumak. vogobane khohay koribo chinta nokoriba

  • @sarojinidutta5058
    @sarojinidutta5058 Місяць тому +1

    ভৱিষ্যত উজ্জ্বল হওঁক তোমাৰ,ইমান সৰুতে সুন্দৰ প্ৰতিভাৰ গৰাকী,ভাল লাগিল

  • @user-ms7te6xb2o
    @user-ms7te6xb2o 12 днів тому

    Aguaai jua beta vogobaner tumake hohai koribo ❤❤❤

  • @puronpayeng7151
    @puronpayeng7151 24 дні тому

    অভি, তোমাৰ প্ৰতিভা দেখি বহুত ভাল লাগিল, আগুৱাই যোৱা বাটত নিশ্চয় কাবাক লগ পাবা ; ভগৱানে তোমাক মঙ্গল কৰক , তাৰে কামনাৰে..….❤❤❤

  • @Kajuriphukon-ww3ks
    @Kajuriphukon-ww3ks Місяць тому +1

    ভগৱানে তোমাক শক্তি দিয়ক ভাইটি এনেদৰেই সদায় আগুৱাই যাবলৈ ❤️

  • @user-hr6dn4pw7x
    @user-hr6dn4pw7x 4 дні тому +1

    Abhi aguwai juwa valke

  • @fluteljassamvlog1642
    @fluteljassamvlog1642 10 днів тому

    অতি সুন্দৰ ।আগুৱাই যোৱা ভাই

  • @rohiniborgohain7654
    @rohiniborgohain7654 Місяць тому +1

    অভি কাশ্যপৰ বাবে আমাৰ আশীৰ্বাদ সদায়ে আছে আৰু থাকিব ।ভগৱানে কৃপা কৰক ।তোমাৰ সম্পুৰ্ন ঠিকনাটো পালে ভাল পাম ।

  • @অসমীয়াসংস্কৃতি-শ১ধ

    Tumi hiki thoka school khon kot ase please jonaba sun

  • @kamalakantanath2896
    @kamalakantanath2896 27 днів тому +1

    Avir protiva ati shundar.Bhagawane Mangal karak.Chaparmukh Nagaon.

  • @mrinmoy50saikia79
    @mrinmoy50saikia79 Місяць тому +5

    সুন্দৰ,❤❤❤

  • @pankajsaikia5370
    @pankajsaikia5370 6 днів тому

    বহুত বহুত সুন্দৰ ❤❤❤

  • @padmadhartalukdar8047
    @padmadhartalukdar8047 Місяць тому +12

    জুবিনে, পাৰিলে ল'ৰা জনক সহায় কৰক, মোৰ অনুৰোধ।

  • @alexchapatar8506
    @alexchapatar8506 Місяць тому +1

    বৰ ভাল লাগিল শুনি।অভি তুমি আৰু আগুৱাই যোৱা।

  • @bharatihazarika5673
    @bharatihazarika5673 Місяць тому

    সদায় সৎপথত চলিবা অভি। ভগৱানে তোমাক প্ৰতিভাৰ আকৰ কৰি এই পৃথিৱীলৈ পঠাইছে। ভগৱানেই বাট দেখুৱাই নিব।হিয়াভৰা আশীৰ্বাদ থাকিল।

  • @digantarabha7028
    @digantarabha7028 Місяць тому +6

    বহুত ধূনীয়া । God help you.

  • @parajitasaikia
    @parajitasaikia 4 дні тому

    আচলতে তুমি হয় কি হে মহাত্মান তোমাক সহস্ৰ প্ৰণাম । কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ । ৰাম কৃষ্ণ ।।

  • @moinagogoi475
    @moinagogoi475 Місяць тому +2

    Gutei axomor babe edin gourov hobo ❤️🔥

  • @buddhachoudhury3368
    @buddhachoudhury3368 Місяць тому +56

    Bhaity tmk Jubeen daa taar teamot rakhibo.

    • @nayanmoni573
      @nayanmoni573 Місяць тому +6

      সুন্দৰ abhi✨❣️

    • @nayanmoni573
      @nayanmoni573 Місяць тому

      ua-cam.com/users/shortsvRgVPdD5794?si=kg2yzeVdY6lRRKCN

    • @romiodas508-k4o
      @romiodas508-k4o Місяць тому +4

      Zubeen da lgt milai diok dakhi bohut dukh lagise

    • @sewalichetia7005
      @sewalichetia7005 Місяць тому

      😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😊😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅 7:28 😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅 8:46 😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😊😊😊😊😊😊😊😊😊😊😊😊😅😅😅😅😊😊😊😊😊😊😅😅😅😊😊😊😅😅😊😊😊😅😅😊​@@nayanmoni573

  • @BhobanigogoiBhobani
    @BhobanigogoiBhobani 11 днів тому

    Bhal lagil tumek. Very nice ❤

  • @madanborah9015
    @madanborah9015 Місяць тому +1

    খুব সুন্দৰ বহুত শুভেচ্ছা থাকিল

  • @NibaditaGayan
    @NibaditaGayan 29 днів тому

    অন্তৰ চুই গৈছে,হৃদয়ৰ পৰা আশীৰ্বাদ কৰিছো।

  • @binukalita9738
    @binukalita9738 Місяць тому +1

    আৰু আগুৱাই যোৱা ধন্যবাদ জ্ঞাপন কৰিছোঁ

  • @debendranathdeka3037
    @debendranathdeka3037 20 днів тому

    জীৱন বাটত ভগৱান সহায় হওঁক।

  • @kiranbora6415
    @kiranbora6415 28 днів тому

    বহুত বহুত ধন্যবাদ আৰু লগতে আশীৰ্বাদ থাকিল!

  • @user-vd5dg6ru9b
    @user-vd5dg6ru9b Місяць тому +1

    God bless u beta

  • @niradasharma418
    @niradasharma418 26 днів тому

    Bhagabanar osarat koti koti sewa janaiso

  • @chaobidyutchaobidyut7074
    @chaobidyutchaobidyut7074 Місяць тому +1

    অভি আগুৱাই যোৱা আশীৰ্বাদ থাকিল❤❤

  • @assameseboy4449
    @assameseboy4449 12 днів тому

    বহুত সুন্দৰ ❤

  • @moijoyshree6921
    @moijoyshree6921 11 днів тому

    Bhut dhunia🎉🎉🎉🎉

  • @karunagoswami4309
    @karunagoswami4309 28 днів тому

    অভি তোমলৈ অভিনন্দন জ্ঞাপন কৰিছো ভগবানে কৃপাকৰক মঙ্গল কৰক ভগবানলৈ প্ৰাৰ্থনা জনালোঁ লগতে পৰিয়ালক কৃপা কৰক।,🙏🙏💐💐💖💖 কৰুণা গোস্বামী চিপহা সত্ৰ কেতেকীবাৰী তেজপুৰ

  • @biddyutgogoi-mx5jz
    @biddyutgogoi-mx5jz 4 дні тому +1

    Very very nice

  • @Bitupon43
    @Bitupon43 Місяць тому +3

    Agbarhi jua hodai 🙏🙏

  • @user-tz1kk3go2w
    @user-tz1kk3go2w Місяць тому +2

    Owesome mind blowing ❤❤❤❤❤❤❤

  • @minatigoswami1535
    @minatigoswami1535 24 дні тому

    Rangalir pratisthapak Sjt Shyamkanu Mahanta Devar sahay lale bhal haba nishyay, Apunaku anurudh janaisu apunar channelr jariyate ag barhai niyak.Bhagawane sahay kariba.

  • @rulirekhabhuyan3768
    @rulirekhabhuyan3768 Місяць тому

    বহুত মৰম আৰু আশীৰ্বাদ জনালোঁ, ভৱিষ্যত উজ্জ্বল হোৱাৰ কামনা কৰিলো।❤

  • @porishmakbhorali6309
    @porishmakbhorali6309 Місяць тому

    ভৱিষ্যত উজ্বল হওক অভি ৰ । দেউতা নাই বুলি দুখ নকৰিবা । এদিন সুখৰ দিন আহিব 🥰❤️❤️❤️

  • @ManalishaGogoi-cu8st
    @ManalishaGogoi-cu8st 8 днів тому

    ❤😂🎉😅 Val lagisa bohut val korisa aji ami fas salu aru agbahi juwa hutu

  • @shashankakashyap4295
    @shashankakashyap4295 26 днів тому

    Hundor vaity Aguwai jua ❤

  • @user-tg6pz6kg8n
    @user-tg6pz6kg8n Місяць тому

    অভি তোমালৈ আশীৰ্বাদ থাকিল আগুৱাই যোৱা ভগৱান তোমাৰ সহায় হ ওক । ❤❤❤❤

  • @gungunrajbangshi7552
    @gungunrajbangshi7552 26 днів тому

    God bless you abhi beta.best of luck ❤

  • @ritumonibordoloi822vid
    @ritumonibordoloi822vid Місяць тому +1

    Bohut val aguwai juwa bhogobane kripa korok

  • @thaneswarsaikia1101
    @thaneswarsaikia1101 6 днів тому

    Very. Very. nice. Avi .Aguwai jowa. .

  • @UtpalHira-p2n
    @UtpalHira-p2n Місяць тому +1

    Eshore mongol korok aaguyai juwa
    Zubeen da parile lora tuk aapunar logot rakhok

  • @bhupengogoi1362
    @bhupengogoi1362 18 днів тому +1

    Kadii man beay nakareba Vaite💓

  • @RojoniProvaBoruah
    @RojoniProvaBoruah 29 днів тому

    সুন্দৰ। ভবিষ্যত উজ্বল হওঁক।❤❤❤যুৱক নকব। তেওঁ এটি শিশু।

  • @manjulaborgohainmanjulabor4272
    @manjulaborgohainmanjulabor4272 Місяць тому

    Abhi tumar vogoban xohai aase chinta nokoriba aaguwai juya .

  • @sukafadihingia9613
    @sukafadihingia9613 28 днів тому

    অসাধাৰণ প্ৰতিভা❤তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ দেহা❤

  • @minatimech4993
    @minatimech4993 28 днів тому

    মজা,আনন্দ কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @rinabora8773
    @rinabora8773 28 днів тому

    সুন্দৰ অতি সুন্দৰ আগুৱাই যোৱা ভগবানে সহায় কৰিব

  • @user-qb1fu7kt9j
    @user-qb1fu7kt9j 11 днів тому

    Bohut vl hoise❤❤❤❤

  • @dipikadas8032
    @dipikadas8032 26 днів тому

    Bohut val lagise tumi aguai jua

  • @RimaBorah-ro8dm
    @RimaBorah-ro8dm 28 днів тому

    Val lagil❤❤❤❤❤

  • @deepalisaikia4852
    @deepalisaikia4852 27 днів тому

    Bohoooot v,al lagil vaiti❤❤ God bless u

  • @bubulsarmah1349
    @bubulsarmah1349 25 днів тому

    ভোলানাথ ক আৰাধনা কৰি আগোৱাই যোৱা লৈ যাববহুত দোৰলৈ🥰🙏

  • @binodsaikia3285
    @binodsaikia3285 29 днів тому +1

    Excelent Abhi❤

  • @eashan.rajkonwar99
    @eashan.rajkonwar99 24 дні тому

    Baba tumak bhogobane aagbahi juwat hohai nichoi koribo.Adin tumi unnotir ussor xikhorot uthibor xokhom hoba.b

  • @minatimech4993
    @minatimech4993 28 днів тому

    ভগৱানৰ সহায় সদা,ই,থাকক,কৃষ্ণ কৃষ্ণ বাপ

  • @JyontaChetia
    @JyontaChetia Місяць тому

    bhut dhunia potiva enekoi agorai jok take vgobanor usorot kmona krisu

  • @NiruBora-x7j
    @NiruBora-x7j 23 дні тому

    Mojja❤❤❤❤❤❤