লতাশিল বিহু সম্ৰাজ্ঞী-২০২৪ৰ প্ৰশ্ন উত্তৰ শিতান || Latasil Bihu Samragi-2024 Questions Answers Round

Поділитися
Вставка
  • Опубліковано 15 кві 2024
  • Questions Answers Bihu Samragi
    Latasil bihu 2024
    Latasil bihu samragi 2024
    latasil Bihu 2024
    latasil bihu rani 2024
    latasil bihu samragi
    latasil 2024
    latasil bihu konwari 2024
    latasil bihu Question Answer
    latasil bihu 2024 winner
    latasil bihu samragi 2024 Question Answer
    latasil bihu live
    #questions_answers_latasil_bihu_samragi
    #Latasil_bihu_samragi_2024
    #anupambitupon
    #anupombitupon
    #latasil_bihu_samragi_Question_Answer
    #latasil_bihu_2024_samragi_Question_Answer
    #anupambitupon_bihu
    #bihu_2024
    #Samragi_queation_answer_2024
    লতাশিল বিহু সম্ৰাজ্ঞী-২০২৪ .
  • Розваги

КОМЕНТАРІ • 448

  • @subhashborboruah6895
    @subhashborboruah6895 2 місяці тому +147

    ৰাজশ্ৰী বা যোগ্য নাচনী আছিল। কিন্তু ভাগ্য বেয়া। এটা কথা ক'বলগীয়া ইমান কঠিন প্ৰশ্ন গ্ৰহনযোগ্য বুলি নাভাবো। এইবাৰৰ লতাশিলৰ ৰিৰ্জালট লৈ সুখী হোৱা নাই,প্ৰশ্নৰশিতানত চাবলৈ গ'লে নিমিষাই পাব লাগে। ভালদৰে অসমীয়া ঋতুকেইটা ক'ব নোৱাৰা জনীক কেনেকে বাচনি কৰিলে তাকেই আচৰিত😢।

    • @jitakshiadhikary7603
      @jitakshiadhikary7603 2 місяці тому +6

      Haitue uttar e dibo para nai,eman help kora pisoto

    • @momichowdang1219
      @momichowdang1219 2 місяці тому +8

      প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা ল'ৰা -ছোৱালীয়ে ছয় ঋতুৰ নাম সহজতে কৈ দিব পাৰে। ঋতু কেইটাৰ নাম ক'ব নোৱাৰিলে, কিন্তু সম্ৰাজ্ঞী পাই গ'ল।কথাটোত গণ্ডগোল আছে যেন লাগে

    • @user-jy2dg6gu8m
      @user-jy2dg6gu8m 2 місяці тому +4

      Chitting kore ki Sai bihuwati basoni hoi najanu ru

    • @animeshgogoi1417
      @animeshgogoi1417 2 місяці тому +4

      মইও একমত কথাষাৰ ত ।

    • @binagogoi4463
      @binagogoi4463 2 місяці тому +1

      অনুস্থানটো মই নাইচোৱা! কিন্তু সম্ৰাজ্ঞী সংজ্ঞাটোৱেই আমাৰ বদহজম ।প্ৰশ্ন টান বা সহজ বুলি প্ৰতিবাদ হ'বই নালাগে ।কাৰণ সম্ৰাজ্ঞী হ'বলৈ গৈছে ।আমি গাঁৱলীয়াই এইবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেকেণ্ড সময়ো নলওঁ ।

  • @puja.makeupartist
    @puja.makeupartist 2 місяці тому +42

    ৰাজশ্ৰী তোমাৰ এইবাৰ কপালত বেয়া প্ৰশ্নবোৰৰ বহুত বেলেগ হ'ল। তুমি আগবাঢ়ি যোৱা ভাগৰি নপৰিবা ❤❤❤

  • @sweety_123
    @sweety_123 2 місяці тому +28

    ৰাজশ্ৰী বা বেছি উপযোগী আছিল কিন্তু ভাগ্যই লগ নিদিলে, শিৰোশ্ৰী বাৰ ভাগত ইমান সাধাৰণ প্ৰশ্ন পৰিছিল, লাজকীয় কথা যে তেঁও তাতেই ইমান খোকোজা লাগিল। মোৰ মতে প্ৰতিযোগীতা খনত প্ৰশ্নতকৈও বেছি নৃত্যত গুৰুত্ব দিব লাগে।

  • @kashmirnikita4623
    @kashmirnikita4623 2 місяці тому +45

    আমি বিহু সম্ৰাজ্ঞী খিতাপ পোৱাৰ বাবে বেয়া পোৱা নাই তেখেতক বিচাৰকে যোগ্য বুলি বিবেচনা কৰিছে।কিন্তু ঋতু কেইটাৰ নাম আচলতে নজনাটো হে ডাঙৰ কথা।বাকী শুভেচ্ছা থাকিল।

  • @anweshamahanta9235
    @anweshamahanta9235 2 місяці тому +11

    আমাৰ যদু দা মেইন দেই😊।।। বাকী ৰাজশ্ৰী বা সম্ৰাজ্ঞী হোৱাৰ দিনটোৰ অপেক্ষাত....।।

  • @romanphukan5513
    @romanphukan5513 2 місяці тому +96

    এগৰাকী বিহু সম্রাগী হ'বলৈ কেৱল নাচিব জানিলেই নহ'ব ,বিচাৰকৰ সকলো প্রশ্নৰ উত্তৰ দিবলৈ সক্ষম হ'ব লাগে। যিগৰাকীয়ে প্ৰাথমিক বিদ্যালয়ত পঢ়ি অহা অসমীয়া ছয় ঋতুৰ বিষয়ে নাজানে, আনৰ পমটাৰৰ প্ৰয়োজন সেই গৰাকী বিহু সম্রাগী হোৱাটো অতি দুৰ্ভাগ্যজনক ।

    • @momichowdang1219
      @momichowdang1219 2 місяці тому +9

      এনেকুৱা হ'লে কিবা অলপ গণ্ডগোল থকা যেন লাগে। এটা প্ৰশ্নৰ উত্তৰো দিব নোৱাৰিলে বুলিয়ে ক'ব পাৰি

    • @nilshankharaj5703
      @nilshankharaj5703 2 місяці тому +2

      Right😂

    • @himasrikashyap7877
      @himasrikashyap7877 2 місяці тому +2

      Hoi baidew

    • @digantagogoi5860
      @digantagogoi5860 2 місяці тому

      Take ako😂

    • @amunu1226
      @amunu1226 2 місяці тому +1

      Nokol kori kori ...atiya M.A palege nki🤪🤪🤔

  • @jrdancers6975
    @jrdancers6975 2 місяці тому +24

    এগৰাকী শুদ্ধ অসমীয়া তাতে ভাল এগৰাকী নাচনি হৈ ছয় ঋতু ৰ নাম কেইটা ভালদৰে কব নোৱাৰাটো মই ভাবো অতি লাজৰ বিষয়|

  • @momichowdang1219
    @momichowdang1219 2 місяці тому +42

    ধেৎ, ছয় ঋতুৰ নাম প্ৰাথমিক বিদ্যালয়ত পঢ়া ল'ৰা-ছোৱালীয়ে সহজতে কৈ দিয়ে। সম্ৰাজ্ঞী পাই গ'ল আচৰিত লাগে

  • @Kaushik632
    @Kaushik632 2 місяці тому +30

    ৰাজশ্ৰী বাৰ ভাগত প্ৰশ্নকেইটা টান পৰিল সছাঁ, কিন্তু বাৰ উত্তৰ দিয়া সাহসটো ভাল লাগিল।❤ বালৈ অলেখ শুভ কামনা জনালোঁ। এদিন এই মঞ্চতে বায়ে সম্ৰাজ্ঞী ৰ খিতাপ অৰ্জন কৰিব বুলি আশা কৰিলোঁ।❤
    বাকী বৰষা বা🔥💯

  • @user-wg4wd9mf5h
    @user-wg4wd9mf5h 2 місяці тому +30

    গোটেই কেইগৰাকী শ্ৰেষ্ঠ । বহু বছৰৰ অভিজ্ঞতা আৰু পৰিশ্ৰম কৰি এইখিনি পাইছেহি। সংস্কৃতি জীয়াই ৰখা সকলোকে শ্রদ্ধা আৰু প্ৰণাম জনালোঁ।।।

  • @hii01
    @hii01 2 місяці тому +46

    এইবাৰৰ বিচাৰত সুখী নাই হোৱা , যদি ছয় ঋতুৰ বিষয়েই নাজানে তেন্তে সেইজনি নাচনী বিহু সম্ৰাজ্ঞীৰ কাৰণে কেনেকৈ উপযুক্ত হ'ল

  • @ritubaishya6952
    @ritubaishya6952 2 місяці тому +50

    ৰাজশ্ৰী বাৰ ভাগত পৰা প্ৰশ্নকেইটাৰ উত্তৰ বহুকেইগৰাকী পুৰণি সম্ৰাজ্ঞীয়েও নাজানে (নিজেই স্বীকাৰ কৰিছে তেওঁলোকে)..
    নিজৰ ১০০% দিয়াৰ পিছতো.... ভাগ্যই বেয়া বুলি কম আৰু🙂

  • @bipulbordoloi5449
    @bipulbordoloi5449 2 місяці тому +19

    যদি স্পষ্টকৈ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলেও সম্ৰাজ্ঞী পাই তেনেহলে প্ৰশ্নোত্তৰ শিতান কিয়?

  • @pritomborphukon6056
    @pritomborphukon6056 2 місяці тому +36

    ৰাজশ্ৰী পাব লগা প্ৰতিযোগি আছিল,প্ৰশ্নকেইটা বহুত টান পৰিল।ভাগ্য বেয়া।

  • @gyandeepnath3600
    @gyandeepnath3600 2 місяці тому +23

    ঋতুকেইটাৰ নাম নজনাটো কিন্তু বৰ দুৰ্ভাগ্যজনক

  • @RupjyotiDas-lq3jd
    @RupjyotiDas-lq3jd 2 місяці тому +26

    বৰষা বায়ে মাহ হালধীৰ কথা ঠিক কথাই কৈছে।।

  • @MintuMintubaishya-sv6ep
    @MintuMintubaishya-sv6ep 2 місяці тому +27

    নাম্বাৰ ক'ত কেনেকৈ দিছে সেয়া জনাব লাগে, কিয়নো সৱৰেই সন্দেহ হয় ,উপযুক্তজনে খিতাপ পোৱাটো কাম্য।

  • @bishnubordoloi736
    @bishnubordoloi736 2 місяці тому +9

    বৰ্ষা তোমাক ৰঙালী বিহু শুভেচ্ছা জনালোঁ

  • @gyandeepnath3600
    @gyandeepnath3600 2 місяці тому +29

    মোৰ বোধেৰে কিন্তু শিৰোশ্ৰীতকৈ নিমিষা দিহিঙ্গীয়াৰ নাচ আৰু প্ৰশ্নৰ উত্তৰো বেছি ভাল হৈছে

  • @kalpanahazarika311
    @kalpanahazarika311 2 місяці тому +5

    প্ৰশ্ন উওৰ শিতান টো দিয়াৰ বাবে ভাল লাগিল ৷

  • @anantaborgohain3971
    @anantaborgohain3971 2 місяці тому +24

    মেখেলা, মেখেলি, বাচনি, নেওঠনী , তাহনি কুচি, লাৱনী কুচি --------- এইবিলাক বস্তুৰ বিষয়ে জানিব পাৰি উপকৃত হলো।

  • @ranikakati9175
    @ranikakati9175 2 місяці тому +14

    from my point of view nimikha ba deserved to win.

  • @nehadas6221
    @nehadas6221 2 місяці тому +8

    Rajarshree baa deserving asile🤍 every year tai nijor best diaa...eku nai baa dukh nokoriba amr o bht beya lagise tmi nupua karone kintu aibur pahori oha barole vlke preparation kora jikhini bhul hoisil xeikhini xudhorai lua oha bosor tumi pabai ekdm🌷

  • @LuhitDihingia-bn6ys
    @LuhitDihingia-bn6ys 2 місяці тому +25

    খুবই দূৰ্ভাগ্যজনক ! প্ৰতিজন অসমীয়াৰ অন্তৰাত্মাক আঘাত কৰি যোৱা এক মূহুৰ্তৰ সাক্ষী হৈ ৰলো । চয় ঋতুৰ নাম নাজানে ? ইংৰাজীৰ বাৰ , মাহ কেইটাৰ নাম সোধা হলে পাৰিলে হয় যেন আমাৰ অনুভৱ হল ।

    • @Gitu502
      @Gitu502 2 місяці тому +4

      Apunio ছয় বানান najane nki. চয় hoise

    • @himaniry6004
      @himaniry6004 2 місяці тому +2

      ​@@Gitu502thik kotha 😂

    • @jintudihingia
      @jintudihingia 2 місяці тому +1

      আৰু আপুনি অসমীয়া ভাষাৰ বানান ভুল লিখি ভাষা সংকট আনিছে

    • @HiramoniDeka-bj5ok
      @HiramoniDeka-bj5ok Місяць тому +1

      Ritu keita najane ❤❤

  • @propritigogoi460
    @propritigogoi460 2 місяці тому +71

    ৰাজশ্ৰীৰ বাবে থকা প্ৰশ্নকেইটা শুনি বৰষা ৰাণী বিষয়াৰো মুখখন সেমেকি গৈছে ৷

    • @PranjalChutiaVlog
      @PranjalChutiaVlog 2 місяці тому +1

      ভাগ্যই স্থান নিদিলে

  • @Bhaben941
    @Bhaben941 2 місяці тому +29

    ৰাজশ্ৰীক ভাগ্যই লগ নিদিলে😢
    হাৰ নামানিব❤

  • @abhijit142
    @abhijit142 2 місяці тому +99

    ৰাজশ্ৰী বাক ভাগ্যই লগ নিদিলে এইবাৰ 😢পৰৱৰ্তী বৰ্ষত আশা কৰিছোঁ

  • @parismitagohain2068
    @parismitagohain2068 2 місяці тому +13

    ৬ ঋতুৰ নাম নাজানে 😂😂
    মোৰ মতে নিমিষাহে বিহু সম্নাগী খিটাপটো পাব লাগিছিলে 😢😢

  • @paporigogoi9547
    @paporigogoi9547 2 місяці тому +11

    গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত আৰু বসন্ত

  • @oldisgold5096
    @oldisgold5096 2 місяці тому +7

    এগৰাকী বিহু সম্ৰাজ্ঞী হৈ ঋতুৰ কেইটাৰ নাম নাজানিলে আচলতে লাজৰ বিষয়।চহৰৰে হ'ব চাগে।🙏

  • @Nscreation233
    @Nscreation233 2 місяці тому +38

    ৬টা ঋতু যদি কব নোৱাৰে কেনেকৈ হব।সৰু সৰু কথাবোৰে যদি নাজানে কেনেকৈ বিহুটোক আগুৱাই নিব।আচলতে নাচনী এজনীয়ে সকলোবোৰ জানি থুৱাটো ভাল

  • @tulugogoi388
    @tulugogoi388 2 місяці тому +8

    Nimikhy❤❤❤a 2utai prosno utor hudho utor dise

  • @MrigakshiBaruah
    @MrigakshiBaruah 2 місяці тому +17

    ভালদৰে উত্তৰ দিব নোৱাৰি ও কেনেকৈ সম্ৰাগী হল

  • @alphonso23
    @alphonso23 2 місяці тому +15

    উপযোগি গৰাকী বাছনি হোৱানাই বুলি মই ভাবো।

  • @poragmoniadityasaikia
    @poragmoniadityasaikia 2 місяці тому +29

    ভাল লাগিল সম্ৰাগী গৰাকীয়ে যে যেনে তেনে ছয় ঋতুৰ নাম ঘেঁহাই ঘেঁহাই হলেও ক'লে যে।

  • @krishnaborah1394
    @krishnaborah1394 2 місяці тому +9

    3rd comment❤

  • @udeshnasaikia7045
    @udeshnasaikia7045 2 місяці тому +7

    Nice baa your anchoring ❤all behu dancer

  • @JayMiniworld
    @JayMiniworld 2 місяці тому +148

    Rajashree r question kaita bohut hard hard poril dei.. Luck t nai buli a kom... Dhemaji bakhi hoi proud.. Bihurani and Bihu samragi duitai.

  • @anupomborah8293
    @anupomborah8293 2 місяці тому +33

    ৰাজশ্ৰী বাৰ প্ৰশ্ন বহুত টান আছিল । তুমি সম্ৰাজ্ঞীৰ উপযোগী নাচনী ,পাছলৈ আকৌ এবাৰ দেখিবলৈ পাম বুলি আশা ৰাখিলোঁ ।
    সম্ৰাজ্ঞী বা জনিয়ে ঋতু বোৰ আকৌ এবাৰ আওৰাই লব , যাতে পাছলৈ বিচাৰক আসনত বহোতে লাছ পাব লগীয়া নহয়।😂

  • @gogoitapashree
    @gogoitapashree 2 місяці тому +9

    Nimikha ma'am a deserve kore❤buji naplu kenekoi basoni korile

  • @BijaiBaishya-ei7nj
    @BijaiBaishya-ei7nj 2 місяці тому +8

    লাজ লাগিল

  • @shilpatamuly1317
    @shilpatamuly1317 2 місяці тому +13

    অসমীয়া মানুহ হৈ যদি ঋতু কেইটা নাজানে কেনেকৈ হব?

  • @digantabaruah5243
    @digantabaruah5243 2 місяці тому +6

    সছায় অতি সুন্দৰ ।

  • @Rimjhim_123basu
    @Rimjhim_123basu 2 місяці тому +9

    উজনি অসমলৈ বিচাৰক সকলে অলপ ট্ৰেইনিং লবলৈ আহিবচোন প্ৰশ্নবোৰৰ উত্তৰ বোৰ শুদ্ধকৈ জানি যাব পাৰিব

  • @Jayanta_hira2
    @Jayanta_hira2 2 місяці тому +4

    Moja 😮

  • @kasturibordoloi
    @kasturibordoloi 2 місяці тому +10

    Nimikha jui❤

  • @bhrigukalita6479
    @bhrigukalita6479 2 місяці тому +1

    সুন্দৰ

  • @hadesxryzen
    @hadesxryzen Місяць тому +2

    Thik koisa Borokha ba

  • @user-gv8gp1rc9k
    @user-gv8gp1rc9k 2 місяці тому +4

    2nd comment❤😊

  • @Lianafanpage
    @Lianafanpage 2 місяці тому +12

    Nimikha should be winner

  • @gungunmusicstudio
    @gungunmusicstudio Місяць тому +1

    অভিজ্ঞ বিচাৰক মণ্ডলি।আছলতে এগৰাকি বিহুসম্ৰাগীয়ে বিহুৰ লগত জৰিত বহু কথাই জনা উচিত।অকল নাচিব জানিলেই নহব।আজিৰ এই বিহু মঞ্চৰ বিচাৰক মণ্ডলিৰ পৰা আমি বহু নজনা কথা জানিব পাৰিলো।উঠি অহা প্ৰজন্মৰ বাবে।অতি লাগতিয়াল।অশেষ ধন্যবাদ থাকিল।

    • @user-ob8rx9sl7e
      @user-ob8rx9sl7e Місяць тому

      Bihu rani ji goraki Ritu kaitai najana...😅😅good selection..bah

  • @jugantachangmai
    @jugantachangmai 2 місяці тому +41

    ৬ টা ঋতু নাম নাজানে আৰু ২নং প্ৰশ্ন উত্তৰ নিদিয়া গৰাকী কেনেকৈ সম্ৰাজ্ঞী হ'ল 😅

  • @manojbhuyan6470
    @manojbhuyan6470 2 місяці тому +1

    প্ৰশ্নবোৰ ধুনীয়া হৈছে

  • @sukhamadas3385
    @sukhamadas3385 2 місяці тому +2

    বাইদেউ আমি বহাগক পলাশে আদৰে আৰু এজাৰে বিদায় দিয়ে বুলিহে জানো !কপৌ বহাগত ফুলে আদৰিবলৈতো আগতেই ফুলিব লাগিব |

  • @mousumigohain924
    @mousumigohain924 2 місяці тому +10

    ভালকৈ প্ৰশ্ন কেইটাৰ উত্তৰ দিব নোৱাৰা এগৰাকী কেনেকৈ সম্ৰাজ্ঞী হ'ল।

  • @pineapple4041
    @pineapple4041 2 місяці тому +19

    উজনিত গৰু বিহু দিনাই মাহ হালধিৰে গা ধুৱে ।

    • @user-ih3xh1zl2y
      @user-ih3xh1zl2y 2 місяці тому +1

      নামনিতো গৰু বিহুৰ দিনাই ধুৱে ৷

  • @user-ir6rm3nj1c
    @user-ir6rm3nj1c 2 місяці тому +4

    Ami goru bihur dina ga dhu ..Barasha bar ktha khuni confirm holu so thanks baa.

  • @user-ly8fl7yo9v
    @user-ly8fl7yo9v Місяць тому +1

    কপৌফুল , তগৰফুল, নাহৰফুল আদি
    বতৰৰ ফুল , বসন্ত ঝতুত এনে ফুলবোৰে
    দৃষ্টিনন্দন কৰিতোলে।

  • @ratulsaikia7540
    @ratulsaikia7540 2 місяці тому +2

    Hundor 🎉🎉🎉🎉

  • @nibedita243
    @nibedita243 2 місяці тому +13

    আমি গৰু বিহুৰ দিনা মাহ হালধি লগাও

  • @sanidhyapriyamhazowary3500
    @sanidhyapriyamhazowary3500 2 місяці тому +2

    Aiye amar bihu somraggi. Ritur nam najane.

  • @santanudutta6671
    @santanudutta6671 2 місяці тому +8

    Hero 6ta ritu nojona joni bihu samragi

  • @Bekekk
    @Bekekk 2 місяці тому +25

    কেনেকৈ সম্ৰাগী হ'ল ৰিতুৰ নাম ক'ব পৰানাই

  • @nipabhatta344
    @nipabhatta344 2 місяці тому +9

    বিহু সম্ৰাজ্ঞী এজনীয়ে ৬ ঋতুৰ নাম নজনাটো বৰ দুখ লগা কথা ।মোৰ ২ বছৰীয়া ছোৱালীজনীয়ে ও জানে o

  • @mainichamuah7163
    @mainichamuah7163 2 місяці тому +10

    ৰাজশ্ৰীক ভাগ্যই লগ দিয়া নাই।বাকী হাৰ নামানিবা

  • @MonikaMrs-uc7wd
    @MonikaMrs-uc7wd Місяць тому +2

    Rajasree ba kk nidila prize dukh ata lgil aru 😢😢❤❤

  • @ChandanGogoi-ug9wm
    @ChandanGogoi-ug9wm 2 місяці тому +6

    এগৰাকী বিহু প্ৰতিযোগীৰ প্ৰশ্নোত্তৰ শিতান তেওঁৰ নিজা শিতান। প্ৰশ্নকত্তাʼ অথবা অন্য লোকে কোনোধৰনৰ সহায়মূলক আলাপ কৰাআমি নিবিচাৰো।
    ধন্যবাদ। প্ৰেম ----শিঙ্গিয়া::ঢকুৱাখনা।

  • @malamanibaruah3524
    @malamanibaruah3524 2 місяці тому +2

    Boroxa you are very spontaneous

  • @ankurkalita7577
    @ankurkalita7577 2 місяці тому +7

    Rajashree eibar Bihu Samragi hobo buli bhabisilu e, kintu proshno keitai xongo nidile, Nimikhar naas aru answer sob thikei asil kio baa napale.... Baki Shirushree o dhuniya nasise, kintu answer he dibo nuarile, naas r jurotei paise buli kobo pari

  • @pranitakallitabarman8107
    @pranitakallitabarman8107 Місяць тому +1

    Bihu kuwori 2016, bihu Rani 2017, Dy bihurani 2023, lahe lahe xokole bur xonman aa rajashree baa tumrr xirot jilikibo dhorise....sintq nokoriba aibar tumr bhagyatt nasl try try kori thka ahabar Tumi aai hbaa❤❤❤❤❤luv uuuu

  • @rahulsarmay1guwahati761
    @rahulsarmay1guwahati761 2 місяці тому +1

    ঋতু কেইটাৰ নাম নজনাকৈ বিহু সম্ৰাগীৰ খিতাপ অৰ্জন কৰাটো খুবেই দুৰ্ভাগ্যজনক।

  • @love-vd8jm
    @love-vd8jm 2 місяці тому +3

    Barasha ba bhut dhunia

  • @kunhiborgohain1553
    @kunhiborgohain1553 2 місяці тому +5

    Nimikha ba best of luck ❤🎉

  • @biswajitsonowalbiswajitson8167
    @biswajitsonowalbiswajitson8167 2 місяці тому +11

    Rajashree bar question kaita bohut hard kintu 😢😢

  • @user-kd2od3zg8f
    @user-kd2od3zg8f 2 місяці тому +5

    ঋতু নাম কবলৈ সময় লৈছে😊

  • @DhunHazarika-br8ov
    @DhunHazarika-br8ov 2 місяці тому +18

    Nimikhya Best of Luck ❤❤❤❤❤❤❤❤❤ Tumi Aru Aguyai Juwa ❤❤❤❤❤

  • @bikramjitdeka6809
    @bikramjitdeka6809 2 місяці тому +16

    ঋতু কেইটাৰ নাম নজনাৰ বাবে আচৰিত হ'লো...😮😮😢😢😢

  • @dimpigogoi7858
    @dimpigogoi7858 2 місяці тому +11

    Ami lp school te 6 ritur nam mukhostho . Eta order t tai answer tu dibo pora nai . Lp school r lora suali e dibo paribo answer

  • @nabuariparismita2725
    @nabuariparismita2725 2 місяці тому +8

    Samragi puwa joni buly master degree of performing arts t kori ase imn xohos prasno tu uttar najane ne..? Ritu kaitar nam LP school r students paribo nki ..so tai knykoi paly ..?

  • @bhaigyashreesinging7948
    @bhaigyashreesinging7948 2 місяці тому +4

    💗✨

  • @manisaikia2786
    @manisaikia2786 2 місяці тому +8

    ছয় ঋতুৰ নাম নাজানে 😢

  • @Biswarupabihuassam
    @Biswarupabihuassam Місяць тому +1

    ❤❤

  • @sukanyakonch8763
    @sukanyakonch8763 2 місяці тому +5

    Sirushri ne Sirusri ki najanu but Ritu কেইটাৰ নাম ভালকৈ নজনা গৰাকীয়ে কেনেকৈ পালে😂 বিচাৰকে কৈ দিছে।😅😂মিলাই মিলি

  • @user-fq1ji3zu2z
    @user-fq1ji3zu2z 2 місяці тому +9

    Amiu goru bihur dinakhon goruk nuwa halodhire ga dhu

  • @user-nk1uy8uj2r
    @user-nk1uy8uj2r 2 місяці тому +1

    অসমীয়া ঋতু কেইটাৰ নাম সলসলীয়াকৈ কৱ নোৱাৰাতো অতি পৰিতাপৰ। বাকী উক্ত প্ৰতিযোগী গৰাকীলৈ শুভকামনা থাকিল।

  • @usharanisaikia6912
    @usharanisaikia6912 2 місяці тому +3

    ঋতু কেইটাৰ নাম ক মান শ্ৰেণীতে ই পোৱা যায়, সেই কেইটা যে মনত থকাতো উচিত।

  • @kamalabharali9083
    @kamalabharali9083 2 місяці тому +2

    Rajasree very good for your confident.

  • @BarashaSaikia-oc6bh
    @BarashaSaikia-oc6bh 2 місяці тому +3

  • @rituparnakolita
    @rituparnakolita 2 місяці тому +3

    ৰাজশ্ৰী বা unlucky🥲

  • @bindassjibon5756
    @bindassjibon5756 2 місяці тому +7

    Emn easy question ess raam....ata potijugitat gole i hope question bur valdore saaijuatu val tetiahe easyte jikibo pari

  • @sikhamonipatar
    @sikhamonipatar 2 місяці тому +3

    Poisa krne hoise sob ritu nam njana rajshree ba tmi ag bahi jua❤❤❤

  • @MousumiSaikia-py6hq
    @MousumiSaikia-py6hq 2 місяці тому +1

    Mur lrai অংকুৰ শ্ৰেণীৰ পৰাই ছয় ঋতুৰ নাম জানে। এতিয়া লৰা class 2পালে,,..বৰ লাজৰ কথা ছয় ঋতুৰ নাম নজনাতো।

  • @pankajm9673
    @pankajm9673 2 місяці тому +1

    moja

  • @monilahan2257
    @monilahan2257 2 місяці тому +1

    Muga sumoniya

  • @mrinmoyeedowarah1106
    @mrinmoyeedowarah1106 2 місяці тому +7

    Rajashree posna ketia hosai bhut tan ahil.baki akha korisilu next bosoroloi punor akha korilu.

  • @KashmeriCreations
    @KashmeriCreations 2 місяці тому +2

    Rajarshree pabo loga asil emn dhuniya koi mudra khini disil kintu question t besi important diya karone 2mi napala 😍

  • @user-kq4kz2cf5b
    @user-kq4kz2cf5b 2 місяці тому +3

    First comment

  • @rajibneog4208
    @rajibneog4208 2 місяці тому +22

    মোৰ দৃষ্টিত নিমিষা দিহিঙীয়াই পাব লাগে বাকি কেইগৰাকীয়ে ইমান সহজ প্ৰশ্নৰো উত্তৰ দিবলৈ সক্ষম নহ’ল

    • @gogoitapashree
      @gogoitapashree 2 місяці тому +2

      Nimikha Ma'am a pbo lgisil🤝♥️😊

  • @ritamonidutta969
    @ritamonidutta969 2 місяці тому +10

    Biju samagrie Sai ritur nam najanato bar lajar katha
    Sadharan kathato najana val laga nai dei tomak

  • @technicalhub9439
    @technicalhub9439 2 місяці тому +21

    যিগৰাকী য়ে ঋতু ছয় তাৰ নাম নাজানে তেওঁ বিহু সম্ৰাজ্ঞী পালে🎉

    • @momichowdang1219
      @momichowdang1219 2 місяці тому

      কিবা এটা গণ্ডগোল আছে যেন লাগিছে

    • @BobitaBora237
      @BobitaBora237 2 місяці тому +1

      Poisa disa saga

    • @rekhadeka6633
      @rekhadeka6633 2 місяці тому

      Class 1te pai ahisu sobei...