An amazing blind family- আপোনাৰো চকুপানী ওলাব ৷
Вставка
- Опубліковано 27 вер 2024
- Link - / @theblindfamilyblog
পৰিয়ালটোক যদি আৰ্থিক ভাৱে সহায় কৰিব বিচাৰে 6003661971 নম্বৰত যোগাযোগ কৰিব । ৷
assamese new vlog
new assamese vlog
prince bharali's vlog
চেপন
Sepon
a blind family
পৰিয়ালটোক যদি আৰ্থিক ভাৱে সহায় কৰিব বিচাৰে 6003661971 নম্বৰত যোগাযোগ কৰিব । ৷
Bo r xundar prativa. God bless you.
@@anilasingha47838😊
@@anilasingha4783❤
ককায়েক ভনীয়েকৰ প্ৰতিভাত আপ্লুত হলো। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।
ভাবিলেই আচৰিত আৰু দুখ লাগে, পাঁচজন কৈ সন্তান কেনেকৈ ডাঙৰ দীঘল কৰিলে। ভগৱানে তেওঁলোকক চকু মেলি চাওক।
আচৰিত পৰিয়ালটোত সকলো অন্ধ, হে ঈশ্বৰ তেওঁলোকক দৃষ্টি দিয়া। ধন্যবাদ
দৃষ্টিহীন হ'লেও সেই বাধাই যেন হেঙাৰ হৈ থিয় দিব পৰা নাই, সুন্দৰ প্ৰতিভাৰ গৰাকী হওঁক তেওঁলোক ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। বৰ্তমান অত্যাধুনিক চিকিৎসা পদ্ধতিৰ বলত বহু বেমাৰৰ পৰা মানুহ উপকৃত হৈছে।কোনোবা সদাশয় লোকে এই অসহায় ব্যক্তিসকলক দৃষ্টিহীনতাৰ পৰা মুক্ত হবলৈ সহায়ৰ হাত আগবঢ়াই মহানুভৱতাৰ পৰিচয় দিয়ক।
ভাল লাগিল, তেওঁলোকক ভগৱানে কুশলে ৰাখক।
আপোনালোকৰ জীৱন যাত্ৰা সুন্দৰ আৰু সফল হওক তাৰেই কামনাৰে ভগৱান ওচৰত প্ৰাৰ্থনা। জনাইছো ❤
ভাল। লাগিল অন্ধ পৰিয়ালটোক পৰিচয় কৰাই দিয়াৰ বাবে ধন্যবাদ ❤❤❤
Bohut val lagise
Agbahi jua tumaluk hodai 👍❤
সুন্দৰ প্ৰতিভা আটাইকেইজনক ভগৱানে কুশলে ৰাখক
তেওঁলোকক ভগৱানে ভাল কৰক। কৃষ্ণ কৃষ্ণ।
Suwalijnir voicetu bhut dhunia
প্ৰভূৱে কৃপা কৰক।
এইয়াহে প্ৰকৃত প্ৰতিভা হালি প্ৰজন্ম
UA-cam holee anekuwa content dib lage. Very good prince Bharali ❤
Sir, I salute you, for depicting this family history,
Bhal lagise
ঈশ্বৰে তেওঁলোকক মঙ্গল কৰক ।🙏
Val lgil kokai
Osake bohut sai val lagil boghobanor husorot partona jonai su
Bhut ধুনীয়া।আগবাঢ়ি যোৱা ভগৱানে কুশল কৰিব।
Very very nice
Bar dhuk lagil. God bless you.
emn dhunia voice . xoklue kiba nohoi kiba ata karant special hai .
Xundor volog dada😊ponkaj mur logr hoi dei🎉aru ajir pora apuner poriyal holu🎉❤
God bless you
Bohut val lagil bhagobane soku meli saok
Good song
Very good .and happy rongali bihu .
সুন্দৰ পদক্ষেপ ৷ সকলোৱে সহায় কৰক
Thank you for uploading this video❤
ভগৱানে তোমালোকক কিপা কৰক
হয়,ভগৱানে প্ৰতিভা দিছে ।তেওঁ লোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ❤️❤️ । ম ই চেপনৰ । এদিন লগ কৰিবলৈ যাম নিশ্চয় ।
Eman sundhor kontho.vogobane gotei poriyaltok sohay korok
Praise the lord
God bless you 🙏
God bless them ❤❤❤
God bless, very nice reporting, thanks
God bless you all
প্ৰিন্সদা ইমান দিনৰ মূৰত ভিডিঅ আহিছে ভাল লাগিল। আগতে গম পোৱা হ'লে লগ কৰিলোহেতেন।
God bless you ❤🙏
God bless you 🥰
বৰ দুখ লাগিল৷ ভগৱানে তোমালোকক সহায় কৰিব
Very good. God bless you
অতি সুন্দৰ❤
Moja .....
😢😢😢😢 mon to bohot beya lagil
Hea Bhgoban hundor Lora-suwali keita hokti diok.
ভগবনে তেওঁলোকক ভালে ৰাখক
May God GOD help the family...
নিশ্চয় সহায় কৰিম ৷
দেখি শুনি বহুত দুখ লাগিল।চৰকাৰে চমক সৃষ্টিৰ আচনিবোৰ সৃষ্টি নকৰি সেই টকাবোৰ এনে দুৰ্ভগীয়া পৰিয়াল বোৰক যদি বিলাই দিলে হেতেন!!!!
Bhogobane soku meli sabo hokoluke. He bhagwan.....
ভগৱানে কুশলে ৰাখক
God bless this family, reporter thanks
Oooowww ❤
মই সামান্য এটি (২০০)সহযোগীতা শুভকামনা জনাইছোঁ । ভগৱানে সদায় কুশলে ৰাখক 🙏🙏
ঈশ্বৰে তেওঁবিলাকক মংগল কৰক।❤❤❤
Bahut bahut bhal lagil .jugagug korim aapunak thanks
ভৰৈৱ ককাইদেউ মোৰ ককাইদেউ বন্ধুৱেক। তেওঁলোকৰ লৰা ছোৱালী কেইটা প্রতিভা দেখি ভাল লাগিল। সকলো টিলৈ মোৰ ফালৰ পৰা বহুত বেছি মৰম থাকিল।
❤❤
Buhut2 val lagil 🌹💋💋
🙏
👍👍ভাল লাগিল ৷
BAHUT BAHUT SUNDAR
পৰিয়ালটো বৰ দুখৰ কাহিনী❤😊
ভগৱানে কুশলে ৰাখক সপৰিয়ালকে 🙏
Vogoban e xohay krk 🙏🙏🙏
বহুত বহুত ভাল লাগিল
Bhgwane vale rakhok apunalukokk🥺❤🙏
Hundar
❤❤❤
মই ভগবানৰ হুচৰত প্ৰাতনা কৰিছোঁ ছবেহ কুশলে থাকে,
God bless them for success in life.
God blessed you , God see the but wait 🎉❤
Vgbane vale rakhok sihatok ❤❤❤❤
Krishna 🙏🙏🙏🕉️🙏❤❤ vogobaaney aakhirbaad korok 🙏
Bohut val lagil 🎉
Blind family ,ki hisapot amazing buli kole,,
God bless him 🙏
ভগৱানে মংগল কৰক ,,,,,
Plz help them and be success your trying lebel best
From tezur
Cast Boro
Sepon Bihu 🎉
Bhagabane teolokok dristisokti diat sohai korok tarei kamona korilo
God Bless there family
পৰিয়ালটি সদায় ভালে ৰাখক ৷
Bhogoban e teu lukok bhal dore rakhok❤
বহত ভাল লাগিল
Bahut Bahut Dhanyabad
God bless all of you
🙏🙏🙏 ভগৱানে ভালে ৰাসোক
তেকেতৰ পৰিয়াল টোলৈ অষেশ ধন্যবাদ থাকিল
GD bless you all ❤❤
He Bhagaban Ai poriyalok bhale rakak
God bless all of dear
bhogobane nisoy kripa koribo aru moy prathona korisu axom baki morom diye jen
Tumalukk haday vgbane Mangal krk thank you
ভগৱানে ভালে ৰাখক তেওঁলোক সকলোকে❤❤❤❤
Love from naharkatia ❤❤❤❤❤❤❤❤❤❤