অভিভাৱক সকল শিক্ষক সকলক বুজিবলৈ চেষ্টা কৰাটোও অত্যন্ত দৰকাৰ ,কিয় নো শিক্ষক শিক্ষয়িত্ৰী ষে লৰাছোৱালী ক ভাল কৰিবলৈ শাসন কৰে। যিবোৰ শিক্ষক কে লৰা ছোৱালীক একোৱেই শাসন নকৰে তেনেকোৱা শিক্ষক কেবল নিজৰ নিজৰ সাৰ্থৰ বাবেই হে পঢ়াশালিত আহে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ উজ্জ্বল ভৱিষ্যত চিন্তা নকৰে ।
এই ক্ষেত্ৰত অভিভাৱক জনৰ অলপ ভুল হৈছে কাৰণ ইমান ছাত্ৰ ছাত্ৰীৰ মাজত নাম মনত ৰখাটো অসুবিধা, যদি ছাত্ৰ জন বা ছাত্ৰী জনীক দেখা পায় তেতিয়া তেওঁৰ নাম মনত পৰিব, আৰু ছাত্ৰ এজনৰ ভালৰ বাবেহে স্কুলত শিক্ষক শিক্ষয়িত্ৰীয়ে দুই এটা গালি দিব পাৰে, সেইটো ক্ষেত্ৰত অভিভাৱকে আপত্তি কৰাটো তেওঁ তেওঁৰ সন্তানক উচতনি দিয়াহে বুজায়।
সময় উপযোগী বাৰ্তা প্ৰেৰণ কৰিছে। অভিনয় অতি সুন্দৰ, বিশেষকৈ বাইদেউ গৰাকীৰ। এনেকুৱা অভিভাৱক বহুত পাইছোঁ।
বাইদেউ এনেকুৱা অভিভাৱকৰ সন্তান যি হয় হব দিয়ক । তেওঁ টকাৰ বাহাদুৰি দেখাইছে । সেইটো বাপেকৰ মুৰৰ বিকৃতি আছে । তেওঁৰ লৰা জহন্নামে যাব দিয়ক ।
বাইদেউ খুউব সুন্দৰ কথা কৈছে।কিছুমান অভিভাৱকৰ কাৰণেই সন্তান বিপথে যায়।
অভিনয়ৰ যোগেদি কিছু সংখ্যক অভিভাৱকলৈ সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে।বৰ ভাল লাগিল।
বাস্তৱ অৱস্থা এটা সুন্দৰকৈ দাঙি ধৰিছে অভিনয়ৰ মাজেৰে।
ধন্যবাদ।
বহুতো অভিভাৱকৰ ভুলৰ বাবে সন্তানৰ জীৱন দুৰ্বিসহ হোৱা দেখিছোঁ। সন্তানসকল একো একোহাল পিতৃ- মাতৃৰ হয় যদিও তেওঁলোক সমাজৰ সম্পদ। সম্পদ যেন বোজা নহয় তালৈ আমি চকু ৰখা দৰকাৰ।
অভিভাৱকজনে লৰাজনক অধিক উচতনিহে দিলে । ইয়ে ছাত্ৰজনক বিপথে পৰিচালিত কৰাত ইন্ধনহে যোগালে । মহাশয় আকৌ এবাৰ ভাবি চাওক ।বাইদেউক কোৱা কথাখিনি উঠাই লওক ।
Take a lesson well such a guardian.
অভিনয়ৰ যোগেদি সমাজলৈ এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে ,বৰ ভাল লাগিল দুই সখাৰ অভিনয়,কৃপালী বা'ৰ স্পষ্টবাদী কথাখিনিয়ে নিশ্চয়কৈ অভিভাৱকৰ মনত সুস্থ চিন্তা অনাত সহায় কৰিব।❤❤
অভিভাৱকৰ ভুলৰ বাবে ল'ৰা, ছোৱালী বিপথে যায়। ল'ৰা, ছোৱালীক ঘৰুৱা শিক্ষা ভাল দৰে দিয়া উচিত। অভিনয়ৰ দ্বাৰা প্ৰকাশ কৰাত ভাল লাগিছে।
কি অভিভাৱক শিক্ষক জন শুদ্ধ বাইদেউ ঠিক কথা কৈছে এনেকুৱা অভিভাৱকৰ লৰা ছোৱালী ক জাহানামে জক এই বোৰ অভিভাৱকৰ লৰা ছোৱালী স্কুলত পঢ়ি ব দিব নালাগে
খুব সুন্দৰ উপস্থাপন। দুয়োগৰাকীলৈ সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ 🙏🙏
শ্ৰীমন্ত ছাৰৰ এয়া এক অভূতপূৰ্ব প্ৰয়াস। খুব ভাল লাগে। এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক হিচাবে এইবোৰ তিতা কেঁহা অভিজ্ঞতা জীৱনত বহুবাৰ পাইছো।ছাৰৰ প্ৰয়াসে এক গতি লাভ কৰক তাৰেই কামনা কৰিলোঁ।
শিক্ষক আৰু অভিভাৱকৰ নাটকীয় ভাৱে কৰা কথোপকথন ভাল লাগিল।ইয়াৰ জৰিয়তে সাধাৰণ লোকসকল উপকৃত হব।
সুন্দৰ অভিনয়ৰ যোগেদি এক যোগাত্মক বাৰ্তা😊
সুন্দৰ অভিনয়।
খুউব সুন্দৰ উপস্থাপন ।অভিনয় সুন্দৰ হৈছে বিশেষকৈ দেউতাকৰ অভিনয় ভাল লাগিল ।বাইদেউৰো বহুত ভাল হৈছে ।
এইটো এটা ইছু হে। কাৰণ বহুত অভিভাৱকৰ এইটো মনোভাৱ থাকে। গতিকে বুজি পোৱা ভাল যে শিক্ষকৰ প্ৰতি অভিভাৱকৰ এনে মনোভাৱ হব নালাগে।
Hundar
অভিনয়টি অতি মনোমোহা, সময়োপযোগী বাৰ্তা, ভাল লাগিল
অতি সুন্দৰ উপস্থাপন, বাস্তব সমাজ, নিৰ্ভেজাল নাট্য শৈলীৰ বাবে দত্ত দেৱ লৈ ধন্যবাদ জনালোঁ। সমাজ পৰিবৰ্তন ই এক ভাল আন্দোলনৰ আখৰা।
Good initiative Sir/Mem 🙏
Wonderful role salutes to both....
Umananda Das 🎉বাইদেউ আপোনাক মানিছো এনে মূৰ্খ পৃত্ৰিক বুজাই শান্তনা দিয়া বহুত কঠিন। আপোনি কিন্ত্ত ধৈৰ্য ধৰিছে ।নমস্কাৰ 🎉
সুন্দৰ উপস্থাপন । অভিভাৱক সকল সন্তানৰ বন্ধু হওঁক 🙏
সুন্দৰ উপস্থাপন । সুন্দৰ এক বাৰ্তা ।
Bohut bhal lagil sai.Nomaskar dei apunalukok aru abhibhabok/abhibhabika khokolor babe bohut dhunia message.
Excellent video...
সময় উপযোগী বাৰ্তা আপোনালোকৰ অভিনয়ৰ জৰিয়তে 👌👌
বাইদেউ আপুনি সুন্দৰ কথা ক'লে, ধন্যবাদ
শিক্ষ😮ক-শিক্ষয়িত্ৰীয়ে সদায় ছাত্ৰ --ছাত্ৰীৰ ভালটোৱেই কামনা কৰে।
ধন্যবাদ ইয়াৰ যোগে দি বহুত অভিভাবক উপকৃত হব
সুন্দৰ অভিনয়েৰে সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে ৷ ❤️
সুন্দৰ, অভিনয়ৰ জড়িয়তে সমাজলৈ এক সময়োপযোগী বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছে ।
Right
Dhny,bat
ব্যতিক্ৰমী, অতি সুন্দৰ উপস্থাপন। ছাৰৰ অভিনয় শলাগীবলগীয়া।
বাইদেউ বহুত ভাল উত্তৰ দিছে ,অভিভাবকলৈ। ধন্যবাদ ।
সুন্দৰ বাৰ্তা সমাজলৈ,🙏🙏বাপ।অভিনয় মনোগ্ৰাহী।
এনেকুৱা অভিভাৱকক এটা কাউন্সিলৰ ব্যৱস্থা বিদ্যালয় বোৰত থকাটো প্ৰয়োজনীয় হৈ পৰিছে।
Good teacher❤
সময়োপযোগী উপস্থাপন।অভিভাৱকসকল নিজৰ সন্তান ৰ ওপৰত চকু ৰাখিব লাগিব। নহ'লে সিহত ধ্বংস হৱ। এনে অভিভাৱকৰক তেজপুৰ লৈ পঠিয়াই দিব।ভাল চিকিৎসা পাব
।
সুন্দৰ সুন্দৰ।ইমান ভাল অভিনয়। এনেকুৱা শিক্ষাৰ অভিনয় লাগে। বাইদেউৱে সুন্দৰ কথা কৈছে। পুনৰ এনেকুৱা ধৰণৰ জ্ঞান আৰু শিক্ষামূলক অভিনয় বাৰ্তা প্ৰেৰণ কৰে যেন।ধন্যবাদ।
সুন্দৰ উপস্থাপন,অভিভাৱক সকলে নিশ্চয় মন দিব ।
এটি বাস্তৱ ধৰ্মী কাহিনী । সুন্দৰ উপস্থাপন।
বৰ্তমান সময়ত সময়োপযোগী বাৰ্তালাপ ।
ধন্যবাদ।
Bohut val lagil❤❤❤
শিক্ষয়িত্ৰী গৰাকী কথা খিনি ভাল লাগিল
সময়ৰ লগত খাপ খোৱাকৈ ভিডিঅটো কৰাৰ বাবে ধন্যবাদ থাকিল।
অভিভাৱক সকল শিক্ষক সকলক বুজিবলৈ চেষ্টা কৰাটোও অত্যন্ত দৰকাৰ ,কিয় নো শিক্ষক শিক্ষয়িত্ৰী ষে
লৰাছোৱালী ক ভাল কৰিবলৈ শাসন কৰে।
যিবোৰ শিক্ষক কে লৰা ছোৱালীক একোৱেই শাসন নকৰে তেনেকোৱা শিক্ষক কেবল নিজৰ নিজৰ সাৰ্থৰ বাবেই হে পঢ়াশালিত আহে
ছাত্ৰ ছাত্ৰীৰ জীৱনৰ উজ্জ্বল ভৱিষ্যত চিন্তা নকৰে ।
সুন্দৰ বাতা', এনেকুৱা নাটক হলে কিছু অভিভাবক, ছাত্ৰ ছাত্ৰীৰ উপকাৰ হব | বাইদেউ কথা তিনি সুন্দৰ |
Bohut val uposthapon korise tarbabe bohut bohut dhoinyobad jonaisu
Baideue val bujani dise val lgse
সুন্দৰ উপস্থাপন। অভিনয় হৃদয়স্পৰ্শী।
সমাজলৈ এক সুন্দৰ বাৰ্তা। ভাল লাগিল সঁচাকৈয়ে।
আমি মুৰ্খৰ ৰাজ্যত বাস কৰিছো । শিক্ষকে ছাত্ৰ ছাত্ৰীক শাস্তি দিলেও অভিভাৱকৰ জগৰ লাগে ।
Very nice 👍👍👍👍
সুন্দৰ বিশ্লেষণ ॥
সুন্দৰ বাৰ্তা ভাল লাগিল ৷
খুব ভাল লাগিল কথা বুজি পাই
অভিভাৱক ৰ দায়িত্ব লৰা ছোৱালী বিদ্যালয়লৈ গৈছে নে নাই খবৰ লোৱা আৰু শিক্ষক শিক্ষয়িত্ৰী সকলৰ কাম হল ছাত্ৰ -ছাত্ৰীৰ খবৰ লোৱা,।নিজৰ দায়িত্ব সকলোৱে পালন কৰিব লাগে,এয়া উচিত।অভিভাৱকে মদ জুৱা ত্যাগ কৰিব লাগে, সত্য কথা কব লাগে।
Abhi bhabakar dangar katha bore santanar bhabishyat andhakar Kare. Salute baideu .
শিক্ষা মন্ত্রীৰ দ্বাৰা এইজনক মেডেল এটা দিবলৈ টানি অনুৰুধ জনালোঁ
জানুৱাৰ দেউতা থাকিলে লৰা ছোৱালী বেয়া পথত যাবই এইজন অভিভাৱক মানুহ নহয়৷
ভাল লাগিল। সুন্দৰ উপস্থাপন লগতে এক সুন্দৰ বাৰ্তা
অতি সুন্দৰ উপস্থাপন। শিক্ষক আৰু অভিভাবক দুয়োজনলৈ ধন্যবাদ থাকিল। 🙏🙏
সুন্দৰ উপস্থাপন
Ma'am you are Right 👍
বাইদেউ, বহুত বহুত ধন্যবাদ।।
Baideo apuni right kotha koise kisuman abhibhabok anekuwai ase
সুন্দৰ আলাপ।দুয়ো জনলৈ ধন্যবাদ।
অভিনয়ৰ যোগেদি ধুনীয়া বাৰ্তা প্ৰেৰণ কৰিলে। বহুত ভাল লাগিল।
এই ক্ষেত্ৰত অভিভাৱক জনৰ অলপ ভুল হৈছে কাৰণ ইমান ছাত্ৰ ছাত্ৰীৰ মাজত নাম মনত ৰখাটো অসুবিধা, যদি ছাত্ৰ জন বা ছাত্ৰী জনীক দেখা পায় তেতিয়া তেওঁৰ নাম মনত পৰিব, আৰু ছাত্ৰ এজনৰ ভালৰ বাবেহে স্কুলত শিক্ষক শিক্ষয়িত্ৰীয়ে দুই এটা গালি দিব পাৰে, সেইটো ক্ষেত্ৰত অভিভাৱকে আপত্তি কৰাটো তেওঁ তেওঁৰ সন্তানক উচতনি দিয়াহে বুজায়।
সুন্দৰ বাৰ্তা
বাইদেউ কথা সুন্দৰ
অভিভাৱকৰ মাজতথকা ভুলবোৰ অভিনয় যোগেদি দেখুৱাই দিয়া বাবে অভিনেতা অভিনেত্ৰী দুয়োলৈকে ধন্যবাদ জনালোঁ।চাপৰমুখ নগাঁও।
সুন্দৰ অভিনয় কৃপালী বাইদেউ , দত্ত ছাৰৰ ভিডিয়বোৰ ভাল লাগে ।
মূৰ্খ অভিভাৱক ।ইয়াৰ লৰা বৰৰ্বাদ হল আৰু !
Avinoy korise o
ভাল লাগিল ৷ সুন্দৰ উপস্থাপন ৷
Hundor Katha koise baideu thank you
Xundor Ovinoy
bohut val lagil sir
Madam.your.answer.is.very.good
Really a time bound creation in U Tube.....❤
বাইদেউ সেই লৰাটোৰ বাপেকৰ মূৰত মাল নাই। তাক বাপেকেই পঢ়োৱক দিয়ক।
সুন্দৰ । সমাজলৈ সুন্দৰ বাৰ্তা
অতি সুন্দৰ উপস্থাপন ৷ অভিনয়ৰ জৰিয়তে এটি সুন্দৰ বাওা’ আগবঢ়ালে ৷
বুৰ্বক অভিভাৱক
অভিনয়ৰে বুজোৱাৰ বাবে ভাল লাগিল
Video Sai Val lagil ❤❤❤❤
ভাল লাগিল শ্ৰীমন্ত দা।
এনেবোৰ কাৰণতে ল'ৰা ছোৱালী বিলাক অধপতনে গৈছে।
Nice vdo ❤
অধ পতনৰ বাবে মাক বাপেক হে জগৰীয়া
শিক্ষয়িএী গৰাকী নহয়।
সুন্দৰ বাৰ্তা কিছুমান অভিভাৱকলৈ।
God good teacher garjen roung
Bhal lagil sir
Good,teacher
লৰাটোত কৈ অভিভাবকহে ভাল কৈ শিক্ষা দিব লগা হৈছে।হায় শিক্ষকৰ জীবন।
সুন্দৰ অভিনয় । সুন্দৰ বাৰ্তা
Baideu thanks
Good
মইয়ো শিক্ষয়িত্ৰী হিচাবে বহুত ভূক্ত্ভোগী।অভিভাৱকক বুজাই শেষ নহয়।আকোৰগোজ মনোভাৱ
তাৰ পুতেক টো একো দাল কৰিব নোৱাৰে,BSFত গলে আলাসত ৰাখিলে দৌৰ ত নৰখে training t কেলা গুচি আহিব লেউৰা পুতেক।
সুন্দৰ বাৰ্তা।
হে ভগৱান ! চৰকাৰে কি কয়!শিক্ষকে নিপিটাকৈ শাসণ কৰে|অভিভাৱকে নোৱাৰে কিয়?
সুন্দৰ অভিনয়।