এতিয়াৰ পৰা আৰু শুনিবলৈ নাপাব বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কে কে ৰ গান-NEWS NETWORK ASSAM

Поділитися
Вставка
  • Опубліковано 17 жов 2024
  • বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কে কে আৰু নাই।কলিকতাৰ এখন অনুষ্ঠানত সংগীত পৰিবেশন কৰি থাকোতেই হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় কণ্ঠশিল্পী গৰাকীৰ।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৫বছৰ।কলিকতাৰ গুৰুদাস মহাবিদ্যালয়ত গীতৰ অনুষ্ঠান চলি থকা অৱস্হাতে হঠাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ।তেখেত কে কে হিচাপে সকলোৰে মাজত জনপ্ৰিয় যদিও তেখেতৰ সম্পূৰ্ণ নাম হৈছে কৃষ্ণকুমাৰ কুন্নাথৰ।

КОМЕНТАРІ • 1